কিয় ভাঙিছিল বিয়াখন। অসমৰ চৰ্চিত বিয়া। দৰা সঁচা নে কইনা? কোন সঁচা কোন মিছা।

  Рет қаралды 276,667

TIME8 News

TIME8 News

Күн бұрын

Пікірлер: 1 300
@anitamajhi4294
@anitamajhi4294 10 ай бұрын
ভগমানেই.জানে কোন সঁচা কোন মিছা
@JasminAfrin-nq5dn
@JasminAfrin-nq5dn 2 ай бұрын
Pahi sai pose😊
@rashmiphukan6501
@rashmiphukan6501 2 жыл бұрын
যি হৈ গল ভালেই হল। নহলে এই সোপা মূৰ্খই তাইক জ্বলাই দিলে হেতেন।
@RimasriBarman
@RimasriBarman Ай бұрын
দাদা জনে যে উপমা দিছে আগতে ধৰিব পাৰিচো। দেখিলেই গম পালোঁ পেহী আৰু ভনিয়েক মেইন।
@pronobgogoi3449
@pronobgogoi3449 2 жыл бұрын
দৰা ভনীয়েকৰ মূখখন বৰ চোকা
@Idowierdstuff09
@Idowierdstuff09 10 ай бұрын
🎉
@bulbulentertainment3028
@bulbulentertainment3028 2 жыл бұрын
দৰা পক্ষৰ 80% ভূল আছে। মই ভাবো কাৰণ তেওঁ লোক ধনী মানু্হ হয়। নিউজ চেনেলত তেওঁ লোকে খুব সুন্দৰ কৈ ভাষণ দিছে শুৱলা কণ্ঠৰে। কইনা পক্ষৰ studio ত কোনো নাই তাৰ মানে কি ৰাইজ? দৰা পক্ষেও নিজকে শুদ্ধ বুলি খুব কইনা ওপৰত বহুত বেছি অভিযোগ তুলিছে
@bijandas3537
@bijandas3537 2 жыл бұрын
Right bro
@niranjankalita4493
@niranjankalita4493 8 ай бұрын
Dorar bhonijoni aaru pehijonir bhoi hoise biyar pisot bhukha moriba lagiba buli.sei karane biyakhon bhangibaloi jordar lagise
@devdas8542
@devdas8542 2 жыл бұрын
পেহীয়েক আৰু ভনীয়েক জনি মেইন.... ইহঁতে উচুতাইছে দেখিলে গম পাই পেহিয়েক জনীক 😂😂😂🤭🤭😁😁
@anyjobs.4483
@anyjobs.4483 2 жыл бұрын
right kota..
@bhanitamedhi1380
@bhanitamedhi1380 2 жыл бұрын
Dorai diya msg bor sowali jonir tat nai nki..... sowali joni o dekhi dibo lge.....Dora Jonk knekuwa dekhi .....bor avdro dora ghrar mahnu bor.
@momiseatingshowatoz9160
@momiseatingshowatoz9160 2 жыл бұрын
Dora gharr manuh khini Alp sikha loi bahirot ghuri phuri..koina gharr manuh khinik gaoliya vut buli vabisil sage jenek nasuai tenekei soali joni nasibo...eman jd apotiye asil ghyt a koina sai biya patibo lagisl akou. 1 month r vitort dora dori kori kio biya patibo lage ajoni soalir jibon dhongkho koriboloi akha akhangkha panit pelai biya buli kimn manage kori khors kori..kiba hoisil jdio 2yo pokhor majot buja buji kori lob lagisil biyar dina khont biya vaungi diya tu kunu e val poa nai ru anekua ghotona val pabo o noare..sodai val news dbo janibo lage homajot jate ntun projnmoi kiba val sikibo pare poromporak loi..aibilak sai kune ki sikibo mani solibo atia sob ghotonai easy jen hobloi dhorise aghoton news buror pora....akou soali jonir honman ghuri ahibo nki eman hoi joa r pist..tako biya hoa age t
@gagandas4836
@gagandas4836 7 ай бұрын
Right
@EvanAhmed-mh3hc
@EvanAhmed-mh3hc Ай бұрын
I will agree with boy
@shroud-biki2552
@shroud-biki2552 2 жыл бұрын
সম্পূৰ্ণ খোলোচা কৰিব হলে দুয়ো পক্ষৰ মানুহ মাতিব লাগিছিল । তেতিয়া অনুষ্ঠান টো আৰু ভাল হল হেঁতেন ।
@nirupoma5935
@nirupoma5935 2 жыл бұрын
একেবাৰে সত্ৰ।
@manashboruah1279
@manashboruah1279 2 жыл бұрын
@@nirupoma5935 द्।
@ujjalasaikia1904
@ujjalasaikia1904 23 күн бұрын
True .
@niranjankalita4493
@niranjankalita4493 8 ай бұрын
It is understood from the conversation held with bride party it is a CONCOTED story
@uddhabpathak8602
@uddhabpathak8602 2 жыл бұрын
দৰাপক্ষৰ ভুল নথকা নহয় । এজনী ছোৱালীক সামাজিক ভাৱে অসন্মান কৰা সাহস দৰাপক্ষক কোনো দিলে? ছোৱালী জনীৰ ভৱিষ্যৎ সুনিশ্চিত কৰক।
@ddcreations1049
@ddcreations1049 2 жыл бұрын
Right
@AmitDas-qm5om
@AmitDas-qm5om 2 жыл бұрын
Hoy
@sonowalraju7258
@sonowalraju7258 2 жыл бұрын
ৰাম ৰাম এইবোৰৰ প্ৰচাৰ কৰে নে time18
@BLGEntertainmentASSAM
@BLGEntertainmentASSAM 2 жыл бұрын
কাক নো বুলিবা ককা সকলোৰে দাড়ি চুলি পকা যি দেখিছোঁ শুনিছো সদায় আচৰিত কথা বতৰা, দৰা ঘৰৰ মানুহখিনি ক'বই নালাগে তাৰ বিপৰিতে ছোৱালী মেচেজ কেইটাও কম নহয়, সকলো দায়ী যেন পালো ইয়াৰ পৰা। আৰু পেহী কথাবোৰ মুখ খন কম নহয় পেতেৰ পেতেৰ কৰিয়ে আছে মাজে।
@hirakmudoi7533
@hirakmudoi7533 2 жыл бұрын
Mjjaa apunaluka anekua content bonaok full trp pb keep it up
@niputhakuria240
@niputhakuria240 2 жыл бұрын
পেহীয়েক জনীক দেখিলেই গম পাই ঘৰ ভঙা তিৰোতা বুলি। দৰাৰ ভনীয়েক জনীক যোনে বিয়া পাতিব..... 🤣😂😂ভাই তই বৰলা হৈ থাক। danger piece আছে।
@trishna7114
@trishna7114 2 жыл бұрын
Right 👍👍👍👍👍
@RimasriBarman
@RimasriBarman Ай бұрын
Time 8 ৰ sir আমি কোনো পক্ষে নহয় দে।
@rajibrabha1704
@rajibrabha1704 2 жыл бұрын
দুয়ো পক্ষৰ পৰা মানুহ ষ্টুডিয়ত মাতিব লাগিছিলে, তেতিয়াহে ভুল কোন পক্ষৰ হৈছে ধৰিব পৰা গ’ল হেঁতেন ৷
@lakhyaassam1633
@lakhyaassam1633 2 жыл бұрын
ছোৱালী হয় দেই বুজা বুজি হওক তাই নোবুজে আপোনালোকে বুজক
@evabhuihar3632
@evabhuihar3632 2 жыл бұрын
Video tu last loike sabo lage...
@evabhuihar3632
@evabhuihar3632 2 жыл бұрын
Video tu last loike sabo lage
@anjumonborah506
@anjumonborah506 2 жыл бұрын
No coment
@gangasut7853
@gangasut7853 2 жыл бұрын
বাতৰি প্ৰচাৰ কৰোতে কইনাঘৰৰ মানুহ থাকিব লাগিছিল
@assamesenewddhd8608
@assamesenewddhd8608 2 жыл бұрын
দৰাপক্ষই Pre Planning কৰি কামবোৰ কৰিছে । এনেকুৱা লাগিছে যে প্ৰয়োজন সাপেক্ষে তেওঁলোকে দৰা সাজি কইনা ঘৰত বিয়া কৰাব যোৱা প্ৰমাণো সাজু কৰিব পাৰিব । গতিকে Pre Planning আৰু এই Pre Planning ৰ Master mind পেহীয়েক আৰু ভনীয়েক ।
@gagandas4836
@gagandas4836 7 ай бұрын
Voniyek jni aru pehiyek jniye koina jni xihtr mte sla to bisarisil sage......
@gagandas4836
@gagandas4836 7 ай бұрын
Voniyek jni aru pehiyek jniye koina jni xihtr mte sla to bisarisil sage......
@moromibaruah1854
@moromibaruah1854 2 жыл бұрын
Koina ghoror manuh matib lagisil..dora dukhi hoi ..
@tukheswarpayeng3703
@tukheswarpayeng3703 2 жыл бұрын
যদি ছোৱালীজনী আগৰপৰা ডিমান্ডীং আছিল,তেন্তে আগতেই বিয়া কেনচেল কৰিব লাগিছিল। কিয় ডৰাঘৰে এইবোৰ অভিনয় কৰিলে? দৰাঘৰে কিন্তু ভাল অভিনয় কৰিছে।
@KrishnaDas-rx7th
@KrishnaDas-rx7th 2 жыл бұрын
Pehiyek joni bohut besi korise
@rubigogoi9132
@rubigogoi9132 2 жыл бұрын
দৰা পক্ষই দুখি
@kanaujnath8506
@kanaujnath8506 2 жыл бұрын
কইনাৰ দদায়েক টো কথাৰ পৰা পলাইছে কিয় তেওঁ নিজৰ বয়বহাৰেই নিজৰ পৰিচয় দিছে লিগেল কথালৈ আহক ডাঙৰিয়া
@David-kh7rq
@David-kh7rq 2 жыл бұрын
Petua a besike bonay koi ase
@David-kh7rq
@David-kh7rq 2 жыл бұрын
Agor pora jodi diman kori asil agote censal koribo lagisil
@ArchanaThakuria-x5y
@ArchanaThakuria-x5y 29 күн бұрын
সেই বুলি বিয়া খন ভাঙিব লাগে নেকি
@amar..1830
@amar..1830 2 жыл бұрын
দৰা জন হে কব লাগিছিল কিন্তু দৰা জন হে মনে মনে আছে তাৰ মানে দৰা জনৰ হে বেছি ভুল আছে। দৰা জনে ভাবিছে মই কিবা কথা কলে মোৰ সকলো কথা খুলি কব
@_____rongkitassam3004
@_____rongkitassam3004 2 жыл бұрын
দৰা ঘৰৰ মানুহ যে মাতিছে ক‌ইনা ঘৰৰ মানুহ কিয় মাতিব পৰা নাই Studio লে
@fajlulhoque6735
@fajlulhoque6735 2 жыл бұрын
তিনিটা স্মাৰ্ট brain শুৱলা কথা কব জনা ৰ মাজত এটা গাঁৱলীয়া লৰা তাতো ভাঙি পৰা কইনাৰ দাদা , এইটো planinig কৰিছে বাবে তেওঁলোকৰ প্ৰমাণ ৰাখি নিউজ লাইভ ৰ মাজত বহিছে যেন লাগিছে।। লৰা ঘৰ চতুৰ আছে।।
@hirakjyoti6283
@hirakjyoti6283 2 жыл бұрын
Pehi main
@meIanchoIia
@meIanchoIia 2 жыл бұрын
Maror bushkhon johora kunu emn okora nohoi je proof ketau dekhabo nuare just bhukibole ahe
@ddcreations1049
@ddcreations1049 2 жыл бұрын
ভনীয়েক আৰু পেহীয়েক মেইন
@phirujphukan1147
@phirujphukan1147 2 жыл бұрын
Aalu Sona ne homalusona
@m8dimangaming885
@m8dimangaming885 2 жыл бұрын
শুভ সসময়ত তেনে msg লিখি কইনাই তাইৰ বেয়া চৰিত্ৰ দেদেখুওৱা বাবে এইয়া ফল
@jayawatikumbang7811
@jayawatikumbang7811 Жыл бұрын
In case
@ddcreations1049
@ddcreations1049 2 жыл бұрын
ছোৱালীৰ জীৱনৰ লগত খেলা অধিকাৰ দৰাপক্ষই কত পালে ? ঈশ্বৰে নকৰক যদি তেওঁলোকৰ ভনীয়েকৰ লগত তেনেকুৱা ঘটনা ঘটে তেতিয়া কি কৰিব ???
@brijithabasumatary9662
@brijithabasumatary9662 2 жыл бұрын
Jotua thas lora pokhoi nahane.
@bandanahajongbandanahajong7779
@bandanahajongbandanahajong7779 2 жыл бұрын
এক হাতেৰে তালি নাবাজে, দুয়ো পক্ষক মাতিব লাগিছিল।
@rajpalvlogs5988
@rajpalvlogs5988 2 жыл бұрын
দৰা ঘৰৰ মানুহ ভাল নহয়
@khogenrajkhowa3479
@khogenrajkhowa3479 2 жыл бұрын
ইয়াৰ পৰা বুজা গল দৰা পক্ষ সম্পুৰ্ন দুখি
@MalinaDas-kc1kz
@MalinaDas-kc1kz 10 ай бұрын
কইনাৰ ককায়ে এটাও প্ৰমান দিব নোৱাৰিলে।
@supriyaborah4234
@supriyaborah4234 2 жыл бұрын
যদি আপুনি ছোৱালী জেনীৰ বেয়া বুলি জানিছিল তেনেহলে আগতেই কেনচেল কৰিব লাগিছিল বিয়া দিনা কিয় কৰিলে।
@rakeshchoudhury3768
@rakeshchoudhury3768 2 жыл бұрын
পইচা লৈ এটা পক্ষক...মাতি নি আন এটা পক্ষক আক্ৰমণ কৰিব সুযোগ দিয়াটো উচিত হোৱা নাই... এইবিলাক পক্ষপাত মূলক কাম কৰিলে... TRP নাবাঢ়ে... হুৰে হুৰে নামিব...
@ddcreations1049
@ddcreations1049 2 жыл бұрын
Time 8 Go Back
@You_nub
@You_nub 2 жыл бұрын
It's just a business to earn money 🤑 nothing to say
@latadas3953
@latadas3953 2 жыл бұрын
Guwahati r pora 3 ghontar rasta
@rkofficial1868
@rkofficial1868 2 жыл бұрын
দৰাৰ ভনীয়েকক দৰা নাপাই , পেহীয়েক ঘৰ ভঙা, দৰাৰ নিজৰ পুৰুষত্ব নাই!
@mosudurrahman907
@mosudurrahman907 2 жыл бұрын
Right said.dhori lolu koina pokhyo dukhi kintu ontim muhurto loi ai decesion tu koboloi kio roi asil.
@mosudurrahman907
@mosudurrahman907 2 жыл бұрын
Dorar pehi jonir age hoise jodiu propose koribo bisaru.handle kori sau sunn
@om6083
@om6083 2 жыл бұрын
@@mosudurrahman907পেহীয়েক তোৰ status ৰ লগত নিমিলিব😁😁😁 ত‌ই খাদেজা খাতুনৰ লগতে ট্ৰাই কৰি থাক
@himangshubarman2135
@himangshubarman2135 2 жыл бұрын
বন্ধু,মনে মনে কথা এটা কওঁ দৰা বাৰু সেইবিধ নেকি..? ট্ৰেইনত যে আমি দেখা পাওঁ দল বান্ধি আহি যে পইছা বিচাৰে..!
@comedyassam3994
@comedyassam3994 2 жыл бұрын
👏👏👏👏👏👏👏👏👏👏👏👏👏👏
@firojabegum6879
@firojabegum6879 9 ай бұрын
দৰাৰ ভনীয়েক আৰু দৰাৰ পেহীয়েক থাকিলে দৰাৰ বিয়া কেতিয়াও নহয়
@villagersassam2704
@villagersassam2704 2 жыл бұрын
ভাই দুখ নকৰিবা ছোৱালী জনীৰ জীৱন ৰক্ষা পৰিলে , দৰা ঘৰৰ মানুহ বেয়া !
@mehbobabegum8912
@mehbobabegum8912 Жыл бұрын
😮
@prantihazarika5053
@prantihazarika5053 2 жыл бұрын
দৰাই মেছেজ কিয় দিলিট কৰিলে ?
@rupamdas6609
@rupamdas6609 2 жыл бұрын
ক‌ইনা ঘৰত গৈ দৰা পক্ষ‌ই ‌ওলপ lebel দিলে, তাৰ পিছত ক‌ইনাই গলুমলু দৰাৰ ওপৰত নিজৰ খ্ং জৰিলে। ঘতনা এইখিনিয়ে, news কৰি লাভ নাই।
@rijudeogharia6628
@rijudeogharia6628 2 жыл бұрын
Right
@jesminchodhury2694
@jesminchodhury2694 2 жыл бұрын
Right
@lohitbora3690
@lohitbora3690 8 ай бұрын
ইঞ্জিনি য়াৰ দৰা লে নিদিলে নহব জানো।
@premrajpanging5778
@premrajpanging5778 2 жыл бұрын
আচলতে দৰাই, কন্যাক ভাল পোৱা নাই গতিকে কিবা এটা নহ'লে কিবা এটাত পাক লগায় বাচিবলৈ চেষ্টা কৰিছে
@RajRoy-rt8vp
@RajRoy-rt8vp 2 жыл бұрын
2ta Sidor pora olop besi besi sound ahise jen paisu🤭🤭
@seemaboruah4514
@seemaboruah4514 2 жыл бұрын
এনে লৰাক বিয়া কৰাত কৈ ঘৰত বহি থকাই ভাল। বিয়া ভঙাত এইদুগাকীয়েই মেইন যেন লাগিছে।
@Boruahabhinab
@Boruahabhinab 2 жыл бұрын
Thik kola
@dimpisahariah6903
@dimpisahariah6903 2 жыл бұрын
Ghrte bohi thakim nhh..😳😳
@rijudeogharia6628
@rijudeogharia6628 2 жыл бұрын
Tenekuai lagise pehi Main
@montukhanikar6721
@montukhanikar6721 2 жыл бұрын
Pasot 2mr ki habo gharot bohi thakile.....
@geetanjalisakia4233
@geetanjalisakia4233 Жыл бұрын
💓💓👍😭😱🙏🙏🙏
@darrangdigitaldreams.jadab761
@darrangdigitaldreams.jadab761 2 жыл бұрын
অকল কইনাৰ মেছেজ হে দেখাইছে যে দৰাই মেছেজ দিয়া নাছিল নেকি।অকল দৰাৰ ঘৰৰ হে কথা খিনি উত্থাপন হৈছে।
@dhaniramnath1026
@dhaniramnath1026 2 жыл бұрын
Time pass
@khalilurrahman847
@khalilurrahman847 2 жыл бұрын
দৰাৰ কিমান জ্ঞান আছে ইয়াতেই বুজা যায়। পেহীয়েক আৰু ভনীয়েকক লগাই দি সি নিধিৰাম চৰ্দাৰ হৈ বহি আছে, ভাল লাগিছে দেই।
@meIanchoIia
@meIanchoIia 2 жыл бұрын
Bhukibo lagisil no?
@AmitDas-qm5om
@AmitDas-qm5om 2 жыл бұрын
Misa kothar theng suti
@bijandas3537
@bijandas3537 2 жыл бұрын
মই বেলেক নকওঁ Comment Box Chale hol
@ranjudeka4818
@ranjudeka4818 2 жыл бұрын
লৰা টো দেউতাকৰ কথা বোৰ শুনি গম পালো ,লৰা টো ঘৰৰ মানুহ খিনি বেয়া যেন লাগিল ,বুঢ়া বহুত আহংকাৰী হয়
@Loveyouzindagi3163
@Loveyouzindagi3163 2 жыл бұрын
Amar gaor manuh hoi bohut bea family tu
@Mind22909
@Mind22909 2 жыл бұрын
কইনাৰ ভায়েক আৰু দৰাৰ ভনীয়েকক বিয়া পাতি দিয়ক😛
@papideka6457
@papideka6457 2 жыл бұрын
কইনা ঘরক কিয় নামাতিলে
@Divya_basu
@Divya_basu 2 жыл бұрын
ইমান বিতৰ্ক কৰাতকৈ সকলোৰে mobile details চাওক DGtal india হয় 👍
@bimanbimanpatar6668
@bimanbimanpatar6668 2 жыл бұрын
𝓓𝓻𝓪 𝓿𝓷𝓲𝔂𝓮𝓴𝓸𝓻 𝓶𝓾𝓴𝓱 𝓴𝓱𝓸𝓷 𝓼𝓾𝓴𝓪
@nayanmonidutta9768
@nayanmonidutta9768 2 жыл бұрын
দৰাপক্ষ সন্দেহৰ উৰ্ধত নহয় | যাৰ ভনীয়েকৰ লগত এনেকোৱা হৈছে তেওঁ বুজিছে কেনেকোৱা মানসিক অৱস্থা হৈছে....| দৰাই নিজৰ মেচেজবোৰ কিয় ডিলিট কৰিলে ?
@AjayDas-lg1ec
@AjayDas-lg1ec 2 жыл бұрын
Sowali r phone t tu asse..show krile hle....
@HappyBeetle-yr4lq
@HappyBeetle-yr4lq 10 ай бұрын
Dora jon benga neki 44:07
@sarubora6139
@sarubora6139 2 жыл бұрын
Dora ghorr manuh bhut salak Jen lagise,ajir dint Kun doraye pehiyek aru vniyekk jurnr bstu kinib diye nu
@digoms272
@digoms272 2 жыл бұрын
Time 8 য়ে কিবা এটা পালে যেন লাগিছে । দৰাক মাতিলে কি হ'ব কইনাৰ পৰিয়াল মাতিব লাগিছিল । ঘেন্টা news .
@niranjankalita4493
@niranjankalita4493 8 ай бұрын
Hello; Bhai(Koinardada) aapunar bhanito biya nakarale bhalei holl basi gol no-one Ponkhi Handiqu,r nisina Kirilenko heten
@misingkoovlogs4048
@misingkoovlogs4048 2 жыл бұрын
এনেকুৱা news নবনাব এইবোৰ one side news দৰাৰ ফালৰ পৰা দিয়া মেছেজ বোৰ কি হল পইছা দিছে নেকি one side কৰি news দিছা যে why?
@meIanchoIia
@meIanchoIia 2 жыл бұрын
Tetia hole dorai diya msg bur bhukibole oha kokaiyek e dekhabo lagisil ako... irrelevant point di ase aku proof nai..
@srigunajitsharma8282
@srigunajitsharma8282 2 жыл бұрын
Tumi Mithun Chakraborty.😂😂
@amitabhbaruah7884
@amitabhbaruah7884 2 жыл бұрын
@@srigunajitsharma8282 tumi kukur pwail nki
@You_nub
@You_nub 2 жыл бұрын
Eitu channel Toka di ye soluwa hoi
@You_nub
@You_nub 2 жыл бұрын
Aji jodi moi Toka di Mur false story nuxabo bisaru eitu channel ye easily poisa loi published kori dibo
@assamorsowali790
@assamorsowali790 2 жыл бұрын
Massage bor kot pise
@cricboy3803
@cricboy3803 2 жыл бұрын
যদি ছোৱালী জনিয়ে কিবা খুজিছিল দি দিব লাগিছিল অনেও এইবোৰ সকলো বোৰ চোন আকৌ তাই লৈ আহিব।
@kangkanabaruah9426
@kangkanabaruah9426 Жыл бұрын
Koinar kokaiyekjonloi bar dukh lagil
@assameseentertainment9361
@assameseentertainment9361 2 жыл бұрын
কেৱল দৰাঘৰৰ মানুহকে কিয় মাতি আনিছে।কইনাঘৰৰ মানুহকো মাতি আনক ।সচাটো ওলাই পৰিব।দৰাই নিজৰ মাথাৰে চলা নাই পেহীয়েকৰ মাথাৰে চলিছে আৰু দৰাৰ মেচেজ দেখাওক অকল কইনাই মেচেজ কৰা নাছিল টো।
@meIanchoIia
@meIanchoIia 2 жыл бұрын
Ai goya illiterate chup thak
@trishnakalita4154
@trishnakalita4154 2 жыл бұрын
Koinai mediak poisa dibo nuware j xei karne mati Ona nai
@madhumitalimbu8882
@madhumitalimbu8882 2 жыл бұрын
News suwali ghor kio namatele
@moinamoina9794
@moinamoina9794 2 жыл бұрын
এনেকোৱা জুৰোণ প্ৰথম দেখিছোঁ হে । তাত কে বহুত দূৰ দূৰ জুৰোণ গৈ জুৰোণ দি বিয়া পাতি আহিছে । তেওঁলোকৰ হে ৪ টা বাজিলে ও...হাঁহি হে উঠিছে... মই জনাত জুৰোণ দিয়াৰ হে সময় থাকে নেকি । তোমালোকৰ যদি মহানগৰীত গাড়ী ৰ যাম লাগে জানেই তেন্তে সোনকালে ওলাল হয় ।
@AmitDas-qm5om
@AmitDas-qm5om 2 жыл бұрын
Thek
@fajlulhoque6735
@fajlulhoque6735 2 жыл бұрын
ভাল কাম কৰিব গলে সোনকালে গল হৈ চাগে
@anjaliborkakati4241
@anjaliborkakati4241 2 жыл бұрын
@@fajlulhoque6735 right
@ssarma63
@ssarma63 2 жыл бұрын
Thake
@KingBoyassam-i2q
@KingBoyassam-i2q 10 ай бұрын
Dar Rong man
@krishnaborah5595
@krishnaborah5595 2 жыл бұрын
নিউজ চেনেল কেইটাই কেতিয়াপৰা ঘটকৰ কাম কৰিবলৈ ধৰিলে
@prem97073
@prem97073 2 жыл бұрын
😂😂
@mainasarmah6999
@mainasarmah6999 2 жыл бұрын
😄😄😄
@susmitathakuria8291
@susmitathakuria8291 2 жыл бұрын
😀😀😀
@subhanneog1498
@subhanneog1498 2 жыл бұрын
Toka puwar pisore pora
@mrinalkouli5958
@mrinalkouli5958 2 жыл бұрын
V̊ů
@mridusmitasaikia83
@mridusmitasaikia83 2 жыл бұрын
সাংবাদিক জনে লগাই লগাই দিয়ে😂😂😇
@user-en5yv3iu2p
@user-en5yv3iu2p 2 жыл бұрын
hi u kom nohoi beta
@susmitaboruah3400
@susmitaboruah3400 2 жыл бұрын
কইনা ঘৰীয়া নাই কিয় ?
@raktimparasar1343
@raktimparasar1343 Ай бұрын
njanu kio dora pokkhok duxi ase kin2 suwali falor manuh jonr kotha xuna e dhoijjo nii kotha e nepate sun nijr polai asee😂😂😂😂
@jesussong9328
@jesussong9328 2 жыл бұрын
দুয়ো পক্ষৰ মানুহ কো মাতিব লাগিছিল ধনী মানুহ ৰ কাৰণে দৰাৰ পৰিয়ালক মাতিছে নেকি
@madhuborah5779
@madhuborah5779 2 жыл бұрын
100% right 👍
@sanzu8674
@sanzu8674 2 жыл бұрын
ধনী হলে আৰু কমদামী কাপোৰ দিয়েনে
@rakeshchoudhury3768
@rakeshchoudhury3768 2 жыл бұрын
Akebare Right...👍
@Papulcreation
@Papulcreation 2 жыл бұрын
100% Right
@himangshubarman2135
@himangshubarman2135 2 жыл бұрын
ধনী আৰু বেপাৰীৰ মাজত কিন্তু সাংঘাটিক পাৰ্থক্য আছে...!
@bikashitakalita597
@bikashitakalita597 2 жыл бұрын
Very smart and telented fmly.......
@himankudas144
@himankudas144 2 жыл бұрын
দৰা পেহী আৰু ভনীয়ে ক কথা মতে বিয়া ভাগিল
@darpandeka5141
@darpandeka5141 2 жыл бұрын
দৰাৰ ভনীয়েক জনী যে আত্ম সন্মানৰ কথা কৈ আছে ইমান আত্ম সন্মান থকা মানুহ হ'লে বিয়াৰ ৰাতি জানো বিয়া নকৰাকৈ থাকে ? আৰু সাংবাদিক মহাশয় ষ্টুডিঅ'ত অকল দৰা
@prasenjitdey8211
@prasenjitdey8211 2 жыл бұрын
Vle krise anekuwa faltu mnuhk moiu bia nptu
@himanibaishya3546
@himanibaishya3546 2 жыл бұрын
দৰা ঘৰিয়া সম্পূৰ্ণ দুখি বুলি গম পোৱা যায় ধুৱা তুলশি পাত হৈছে দৰা ঘৰিয়া।। টাইম ৮ ক টকাৰে কিনিললে চাগে। দৰা ঘৰিয়া দুখি সম্পূৰ্ণ
@supriyaborah4234
@supriyaborah4234 2 жыл бұрын
পেহীয়েকৰ ঘৰত ছোৱালী আছে নে নাই?
@sunusaikia7077
@sunusaikia7077 2 жыл бұрын
কিহ ৩ জনৰ মাজত ১ জনক যুজাছে
@champaksarma9303
@champaksarma9303 2 жыл бұрын
Pehi...apuni a main ......joi maa hukuni
@pallavisvlog5619
@pallavisvlog5619 9 ай бұрын
Koinar dada on. Rock. N fire. 🔥🔥Dora manuh vl nohoi dei. Suali r jibon loi khela typ hoise.
@tulshiprasadborah9815
@tulshiprasadborah9815 2 жыл бұрын
কেৱল দৰা,দৰাৰ পেহীয়েক আৰু দৰাৰ ভনীয়েকক লৈ কি পুংখানুপুংখ আলোচনা চলিছে।আলোচনালৈ কইনা পক্ষৰ কাকো মতা নহ'ল কিয়?সম্বধত মই দৰা বা কইনাৰ কোনো পক্ষৰেই নহওঁ। কিন্তু, আজিৰ আলোচনাত কেৱল দৰা ঘৰীয়া সমালোচনা হে দেখা গ'ল। ভবিষ্যতে কেৱল কইনা পক্ষৰ মানুহক লৈ আৰু এখন আলোচনা চক্র দেখা পাম নে???
@lakhyahiragohain2011
@lakhyahiragohain2011 2 жыл бұрын
একমত
@satyajeetdas2755
@satyajeetdas2755 2 жыл бұрын
দৰাই কিছু খৰচ কৰিলে 😀 সকলো নিউজ দেখোন দৰাৰ ফালেই 😭
@kargeswarthakuria3689
@kargeswarthakuria3689 2 жыл бұрын
AK pikhoi loi kio aalosona korile
@nirupoma5935
@nirupoma5935 2 жыл бұрын
এককক্ষীয় হ'লে আচল সত্য উদ্ঘাটন নহয়।
@lakshmisonowal5113
@lakshmisonowal5113 2 жыл бұрын
100%
@Kakuboruah-i1v
@Kakuboruah-i1v 7 ай бұрын
দুখীয়া বুলি ছাগৈ কমদামি বস্তু দিছে।
@mamonisarma8345
@mamonisarma8345 2 жыл бұрын
দৰা ঘৰৰ সম্পূৰ্ণ পৰিয়ালৰ ষড়যন্ত্ৰ স্পষ্ট দেখা গৈছে
@toxicvenom8529
@toxicvenom8529 2 жыл бұрын
Apuni enekua case investigation krile saage Assam r kolyan hoi jbo😂😂
@mridusmitasaikia83
@mridusmitasaikia83 2 жыл бұрын
News channel বোৰৰ এই কাণ্ড বোৰ বৰ Khng উঠে,, লাগে হে আৰু কিবা এটা বিষয়,,
@smita...4553
@smita...4553 2 жыл бұрын
দৰা ভনীয়েক পেহীয়েক দেখিলে গম পোৱা যায় কিমান চতুৰ। আজি দিনত কোন দৰাই পেহিয়েকক ভনীয়েকক বজাৰ কৰিব দিয়ে ইমান সময় নোহোৱা ইঞ্জিনীয়াৰ সি। 4 তাত কোনে জোৰোণ দিয়ে এই প্ৰথম শুনিছোঁ 🤣🤣🤣 বিয়া ভাঙি তাইক সুখত থাকিব কই wahh
@footballfootball5518
@footballfootball5518 2 жыл бұрын
Kom dint biya khon thik hoise gotike dibo pare aru akol lora biyar blg kmt besto thakibo pare . baki xoitya ki xeya ami njanu🙌🏻
@mitaliborah9674
@mitaliborah9674 2 жыл бұрын
Lora atitude tute gom pua goise...voniyekor kothate gom pua goise.......neglating korise bhut koina ghor mnuhok....poor family buli jniu kio thik korisil bia.nijor status swali sabo lgisil
@supriyaborah4234
@supriyaborah4234 2 жыл бұрын
দৰাতো ৰাবন।
@deepokofficial
@deepokofficial 2 жыл бұрын
😂😅
@amar..1830
@amar..1830 2 жыл бұрын
Pehi main aitu programt....pehir ohonkar sai villein part tu val hbo
@babitadas2630
@babitadas2630 2 жыл бұрын
দৰা পক্ষৰ মানুহ খিনি বেছি চতুৰ। যদি দৰাৰ ভনীয়েকৰ লগত হয় তেনেকুৱা কি কৰিব?
@RanjitKumar-ud3kj
@RanjitKumar-ud3kj 2 жыл бұрын
Anekuwa kahani new chanal t nidibo karon ai bilak new dekhile gaoer aru lora suwali beya hobo ,duyuta partir laj saram nai .ai bilak case chanel nolobo court ase court solve koriboloi diyak.suwali jonor kokayeke jon alop ,,,,,,????? hoi jen lagise ,bhoniyak jonio tenekuwai hobo.
@pompiborah458
@pompiborah458 2 жыл бұрын
এই জে দৰাৰ ভন্তি জনি ইমান কথা,কি তাই কথা মতে ঘৰৰ কামকাজ হৈনেকি মানে তাই অদাৰ চলেনেকি
@hiyangbboro1624
@hiyangbboro1624 2 жыл бұрын
Mal hoi kintu pehiyek aru voni joni
@amarswapna1133
@amarswapna1133 2 жыл бұрын
সত্য কথা কবলৈ হলে দৰা ঘৰিয়া মানুহ বোৰৰ বাবেই এনেকুৱা হল যাৰ অন্তৰ খুলা সদায় আবেগিক হৈ কথা কয়,,,তাৰ কথা কন্যা ৰ ককাই ঠিক কৈছে,,,দৰাৰ ঘৰৰ পৰা লাইফৰ আহি কথা কবলৈ যি কেইজনি আহিছে মহা নঙঠা লাজ নাই কিয়া দৰাৰ লগত কথা কবলৈ হাৰামি কেইজনি নিউজ ত হাজিৰা দি আহিছে,,,লাজ নাই এজনী ছোৱালী ৰ জীৱন ধংস কৰিছ হাৰামি কথা কবলৈ আহিছে দুটা জীৱন বচাইছ,,,দৰাৰ লগত অহা কেইজনী কুকুৰ মেকুৰী গৰুৰ লগত তুলনা নয়হ
@toxicvenom8529
@toxicvenom8529 2 жыл бұрын
@AMAR SWAPNA apunar nisina uneducated manuhe only xai koina r kokayek k support krise Kimn ovodrami kri kotha koise ru koina kokayek a eligation logaise thik ase but eligation bur proof diboloi goi eketa kotha k ghurai pokai pagolor nisina k boki ase
@sumandeka1188
@sumandeka1188 2 жыл бұрын
দুয়ো পক্ষৰ মাজত দোষ আছে।
@ddcreations1049
@ddcreations1049 2 жыл бұрын
Time 8 ৰ একপক্ষীয়ভাৱে দৰাৰ সপক্ষে কৰা বিচাৰ এখন দেখিলো , নিউজ চেনেল নিৰপেক্ষ হব লাগে ৷
@ambikaboruah9917
@ambikaboruah9917 2 жыл бұрын
Dorar ghar Khan olop gohin babe studio t matile.baki tar viler video bilak sabi
@kalpanaboruah3516
@kalpanaboruah3516 2 жыл бұрын
ৰাতি সি কিয় ফোন কৰি জোৰোণ কেনেকুৱা দিলে সুধিব লগা হ'ল??? এই দৰাটোৱে ছোৱালীজনীক ব্যতিব্যস্ত কৰি তুলিছিল। কথাবোৰৰ পৰা গম পোৱা গৈছে। দৰাটোৰ মেছেজবোৰ কি হ' ল??? এজনী ছোৱালীৰ জীৱনক লৈ, ছোৱালীজনীৰ পৰিয়ালক লৈ খেলা কৰাৰ অধিকাৰ ক'ত পালে?? সকলো পৰিকল্পিত।
@NirbiliStudio
@NirbiliStudio 2 жыл бұрын
Sai sini kotha kobo ane altu falu boki nidibo
@rubulkalita4345
@rubulkalita4345 2 жыл бұрын
Lora Jon beya hil...apuni jane swli val buli...Jen apuni a asil main biya khnr aneke koise je...👎👎👎
@NirbiliStudio
@NirbiliStudio 2 жыл бұрын
Tiruta jonik
@meIanchoIia
@meIanchoIia 2 жыл бұрын
Assam t manuhor iq level emn kom kio.... Dora e jodi beya msg dile hoi kokaiyek e dekhale heten ene aal bal bhukibole nahile hoi...aru kaile ji joni suali wife hbo tai jodi toi toi k koi / family r regarding disrespectful behavior dekhai tenekua keti k biya nopotai bhal noh... Nam kirton luwa r boyokht apuni aku clear nuhua k criticize kio koribo lge baru....
@ronimahammad7506
@ronimahammad7506 2 жыл бұрын
Bodmas hoi fmly tu.. Nijor msg bur dlt kori sualir msg rajhua kori khi nijor porisoi di dile. .. Etiya news chnlt toka khuai negur sidha korat lagise.. Aytu fmlyt jiye suali diye tatkoi burbok fmly nulabo
@MalinaDas-kc1kz
@MalinaDas-kc1kz 10 ай бұрын
কইনাৰ ককায়েকে মদ খাই কথা কোৱা যেন লাগিছে।জৰুল মদ খাইছে।
Controversy regarding a marriage
4:11
Prag News
Рет қаралды 230 М.
小丑女COCO的审判。#天使 #小丑 #超人不会飞
00:53
超人不会飞
Рет қаралды 16 МЛН
Гениальное изобретение из обычного стаканчика!
00:31
Лютая физика | Олимпиадная физика
Рет қаралды 4,8 МЛН
বাবাটো দাৰ বিয়া🧿❤️😍 #weadding #assamesewedding
22:43
Bidisha's cooking and vlogging
Рет қаралды 10 М.
Война Израиля с ХАМАС закончилась?
27:34
BBC News - Русская служба
Рет қаралды 2,6 М.
小丑女COCO的审判。#天使 #小丑 #超人不会飞
00:53
超人不会飞
Рет қаралды 16 МЛН