No video

ছাত্ৰ জন কিয় স্কুললৈ অহা নাই বুলি ফোন কৰাৰ বাবেই অভিভাৱকৰ শিক্ষয়িত্ৰীক দুব্যৱহাৰ

  Рет қаралды 156,119

Srimanta motivator (anushilan)

Srimanta motivator (anushilan)

Күн бұрын

ছাত্ৰ জন কিয় স্কুললৈ অহা নাই বুলি ফোন কৰাৰ বাবেই অভিভাৱকৰ শিক্ষয়িত্ৰীক দুব্যৱহাৰ

Пікірлер: 312
@ruhihiya2947
@ruhihiya2947 Ай бұрын
বাইদেউ এনেকুৱা অভিভাৱকৰ সন্তান যি হয় হব দিয়ক । তেওঁ টকাৰ বাহাদুৰি দেখাইছে । সেইটো বাপেকৰ মুৰৰ বিকৃতি আছে । তেওঁৰ লৰা জহন্নামে যাব দিয়ক ।
@pradipdutta7870
@pradipdutta7870 Ай бұрын
সময় উপযোগী বাৰ্তা প্ৰেৰণ কৰিছে। অভিনয় অতি সুন্দৰ, বিশেষকৈ বাইদেউ গৰাকীৰ। এনেকুৱা অভিভাৱক বহুত পাইছোঁ।
@purobibordoloi7462
@purobibordoloi7462 Ай бұрын
বাইদেউ খুউব সুন্দৰ কথা কৈছে।কিছুমান অভিভাৱকৰ কাৰণেই সন্তান বিপথে যায়।
@diptimedhi9376
@diptimedhi9376 Ай бұрын
অভিনয়ৰ যোগেদি কিছু সংখ্যক অভিভাৱকলৈ সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে।বৰ ভাল লাগিল।
@nirumonigayan3356
@nirumonigayan3356 Ай бұрын
অভিনয়ৰ যোগেদি সমাজলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে ,বৰ ভাল লাগিল দুই সখাৰ অভিনয়,কৃপালী বা'ৰ স্পষ্টবাদী কথাখিনিয়ে নিশ্চয়কৈ অভিভাৱকৰ মনত সুস্থ চিন্তা অনাত সহায় কৰিব।❤❤
@subratadey9156
@subratadey9156 Ай бұрын
অভিভাৱকৰ ভুলৰ বাবে ল'ৰা, ছোৱালী বিপথে যায়। ল'ৰা, ছোৱালীক ঘৰুৱা শিক্ষা ভাল দৰে দিয়া উচিত। অভিনয়ৰ দ্বাৰা প্ৰকাশ কৰাত ভাল লাগিছে।
@user-gw8op9yb2e
@user-gw8op9yb2e Ай бұрын
অভিভাৱকজনে লৰাজনক অধিক উচতনিহে দিলে । ইয়ে ছাত্ৰজনক বিপথে পৰিচালিত কৰাত ইন্ধনহে যোগালে । মহাশয় আকৌ এবাৰ ভাবি চাওক ।বাইদেউক কোৱা কথাখিনি উঠাই লওক ।
@manikbarman9228
@manikbarman9228 Ай бұрын
বাস্তৱ অৱস্থা এটা সুন্দৰকৈ দাঙি ধৰিছে অভিনয়ৰ মাজেৰে। ধন্যবাদ। বহুতো অভিভাৱকৰ ভুলৰ বাবে সন্তানৰ জীৱন দুৰ্বিসহ হোৱা দেখিছোঁ। সন্তানসকল একো একোহাল পিতৃ- মাতৃৰ হয় যদিও তেওঁলোক সমাজৰ সম্পদ। সম্পদ যেন বোজা নহয় তালৈ আমি চকু ৰখা দৰকাৰ।
@umanadanda
@umanadanda 27 күн бұрын
Umananda Das 🎉বাইদেউ আপোনাক মানিছো এনে মূৰ্খ পৃত্ৰিক বুজাই শান্তনা দিয়া বহুত কঠিন। আপোনি কিন্ত্ত ধৈৰ্য ধৰিছে ।নমস্কাৰ 🎉
@PurnimaSenchua
@PurnimaSenchua Ай бұрын
এইটো এটা ইছু হে। কাৰণ বহুত অভিভাৱকৰ এইটো মনোভাৱ থাকে। গতিকে বুজি পোৱা ভাল যে শিক্ষকৰ প্ৰতি অভিভাৱকৰ এনে মনোভাৱ হব নালাগে।
@sunrisene9992
@sunrisene9992 Ай бұрын
Good initiative Sir/Mem 🙏 Wonderful role salutes to both....
@bijushrestha9333
@bijushrestha9333 Ай бұрын
শ্ৰীমন্ত ছাৰৰ এয়া এক অভূতপূৰ্ব প্ৰয়াস। খুব ভাল লাগে। এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক হিচাবে এইবোৰ তিতা কেঁহা অভিজ্ঞতা জীৱনত বহুবাৰ পাইছো।ছাৰৰ প্ৰয়াসে এক গতি লাভ কৰক তাৰেই কামনা কৰিলোঁ।
@user-yv8hm4bd8n
@user-yv8hm4bd8n Ай бұрын
শিক্ষক আৰু অভিভাৱকৰ নাটকীয় ভাৱে কৰা কথোপকথন ভাল লাগিল।ইয়াৰ জৰিয়তে সাধাৰণ লোকসকল উপকৃত হব।
@manjularxadhukothaarukobit3697
@manjularxadhukothaarukobit3697 Ай бұрын
খুব সুন্দৰ উপস্থাপন। দুয়োগৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ 🙏🙏
@premlatadevi4484
@premlatadevi4484 Ай бұрын
বাইদেউ বহুত ভাল উত্তৰ দিছে ,অভিভাবকলৈ। ধন্যবাদ ।
@babitatamuliborah7986
@babitatamuliborah7986 Ай бұрын
সুন্দৰ অভিনয়ৰ যোগেদি এক যোগাত্মক বাৰ্তা‌😊
@user-ko9ie1gk9s
@user-ko9ie1gk9s Ай бұрын
সুন্দৰ অভিনয়।
@digantajyotibordoloi5528
@digantajyotibordoloi5528 Ай бұрын
কি অভিভাৱক শিক্ষক জন শুদ্ধ বাইদেউ ঠিক কথা কৈছে এনেকুৱা অভিভাৱকৰ লৰা ছোৱালী ক জাহানামে জক এই বোৰ অভিভাৱকৰ লৰা ছোৱালী স্কুলত পঢ়ি ব দিব নালাগে
@nipuboruah2806
@nipuboruah2806 Ай бұрын
এনেকুৱা অভিভাৱকক এটা কাউন্সিলৰ ব্যৱস্থা বিদ্যালয় বোৰত থকাটো প্ৰয়োজনীয় হৈ পৰিছে।
@prabinsaikia397
@prabinsaikia397 Ай бұрын
খুউব সুন্দৰ উপস্থাপন ।অভিনয় সুন্দৰ হৈছে বিশেষকৈ দেউতাকৰ অভিনয় ভাল লাগিল ।বাইদেউৰো বহুত ভাল হৈছে ।
@rupjyotineog2054
@rupjyotineog2054 Ай бұрын
শিক্ষ😮ক-শিক্ষয়িত্ৰীয়ে সদায় ছাত্ৰ --ছাত্ৰীৰ ভালটোৱেই কামনা কৰে।
@monjitdourah1741
@monjitdourah1741 Ай бұрын
সুন্দৰ উপস্থাপন । সুন্দৰ এক বাৰ্তা ।
@nilimachakrovorty7818
@nilimachakrovorty7818 Ай бұрын
সুন্দৰ উপস্থাপন । অভিভাৱক সকল সন্তানৰ বন্ধু হওঁক 🙏
@Rohit62837
@Rohit62837 Ай бұрын
জানুৱাৰ দেউতা থাকিলে লৰা ছোৱালী বেয়া পথত যাবই এইজন অভিভাৱক মানুহ নহয়৷
@himantaborgohain9206
@himantaborgohain9206 Ай бұрын
অতি সুন্দৰ উপস্থাপন, বাস্তব সমাজ, নিৰ্ভেজাল নাট্য শৈলীৰ বাবে দত্ত দেৱ লৈ ধন্যবাদ জনালোঁ। সমাজ পৰিবৰ্তন ই এক ভাল আন্দোলনৰ আখৰা।
@koustavxetia4343
@koustavxetia4343 Ай бұрын
অভিনয়টি অতি মনোমোহা, সময়োপযোগী বাৰ্তা, ভাল লাগিল
@jogeswardutta7671
@jogeswardutta7671 Ай бұрын
এটি বাস্তৱ ধৰ্মী কাহিনী । সুন্দৰ উপস্থাপন।
@hemantamahanta5578
@hemantamahanta5578 Ай бұрын
আমি মুৰ্খৰ ৰাজ্যত বাস কৰিছো । শিক্ষকে ছাত্ৰ ছাত্ৰীক শাস্তি দিলেও অভিভাৱকৰ জগৰ লাগে ।
@MohendraBorah-cg1tw
@MohendraBorah-cg1tw Ай бұрын
সময়ৰ লগত খাপ খোৱাকৈ ভিডিঅটো কৰাৰ বাবে ধন্যবাদ থাকিল।
@jagatgogoi3281
@jagatgogoi3281 Ай бұрын
বাইদেউ আপুনি সুন্দৰ কথা ক'লে, ধন্যবাদ
@Dulali-qf6kj
@Dulali-qf6kj Ай бұрын
শিক্ষয়িত্ৰী গৰাকী কথা খিনি ভাল লাগিল
@hiranmoipathak1703
@hiranmoipathak1703 Ай бұрын
অভিভাৱক সকল শিক্ষক সকলক বুজিবলৈ চেষ্টা কৰাটোও অত্যন্ত দৰকাৰ ,কিয় নো শিক্ষক শিক্ষয়িত্ৰী ষে লৰাছোৱালী ক ভাল কৰিবলৈ শাসন কৰে। যিবোৰ শিক্ষক কে লৰা ছোৱালীক একোৱেই শাসন নকৰে তেনেকোৱা শিক্ষক কেবল নিজৰ নিজৰ সাৰ্থৰ বাবেই হে পঢ়াশালিত আহে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ উজ্জ্বল ভৱিষ্যত চিন্তা নকৰে ।
@BhumidharNath-im7ml
@BhumidharNath-im7ml Ай бұрын
এই বিলাক অভিবাবকৰ লৰা ছোৱালী অধপাতে যোৱাৰ বাহিৰে আন একো নহব। পিতৃ মাতৃ য়ে জনা উচিত যে কোনোবা খিনিত আমাৰে ভুল হৈছে নেকি ??
@HimantaNeog-bo1sz
@HimantaNeog-bo1sz Ай бұрын
সুন্দৰ সুন্দৰ।ইমান ভাল অভিনয়। এনেকুৱা শিক্ষাৰ অভিনয় লাগে। বাইদেউৱে সুন্দৰ কথা কৈছে। পুনৰ এনেকুৱা ধৰণৰ জ্ঞান আৰু শিক্ষামূলক অভিনয় বাৰ্তা প্ৰেৰণ কৰে যেন।ধন্যবাদ।
@Junaligogoi227
@Junaligogoi227 Ай бұрын
এনেবোৰ কাৰণতে ল'ৰা ছোৱালী বিলাক অধপতনে গৈছে।
@binitaborgohain528
@binitaborgohain528 Ай бұрын
সুন্দৰ, ‌‌অভিনয়ৰ জড়িয়তে সমাজলৈ এক সময়োপযোগী বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে ।
@siddheswarbaro8228
@siddheswarbaro8228 Ай бұрын
Right
@LakheswarBora-rw3qb
@LakheswarBora-rw3qb 8 күн бұрын
Dhny,bat
@surendrasarma3471
@surendrasarma3471 Ай бұрын
এই ক্ষেত্ৰত অভিভাৱক জনৰ অলপ ভুল হৈছে কাৰণ ইমান ছাত্ৰ ছাত্ৰীৰ মাজত নাম মনত ৰখাটো অসুবিধা, যদি ছাত্ৰ জন বা ছাত্ৰী জনীক দেখা পায় তেতিয়া তেওঁৰ নাম মনত পৰিব, আৰু ছাত্ৰ এজনৰ ভালৰ বাবেহে স্কুলত শিক্ষক শিক্ষয়িত্ৰীয়ে দুই এটা গালি দিব পাৰে, সেইটো ক্ষেত্ৰত অভিভাৱকে আপত্তি কৰাটো তেওঁ তেওঁৰ সন্তানক উচতনি দিয়াহে বুজায়।
@indrajitborgohain1794
@indrajitborgohain1794 Ай бұрын
ব্যতিক্ৰমী, অতি সুন্দৰ উপস্থাপন। ছাৰৰ অভিনয় শলাগীবলগীয়া।
@hirandeka2701
@hirandeka2701 Ай бұрын
সুন্দৰ অভিনয়েৰে সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে ৷ ❤️
@dilipkrbora1132
@dilipkrbora1132 Ай бұрын
মূৰ্খ অভিভাৱক ।ইয়াৰ লৰা বৰৰ্বাদ হল আৰু !
@jonaidhoque581
@jonaidhoque581 Ай бұрын
Avinoy korise o
@debolinasaikia7950
@debolinasaikia7950 Ай бұрын
সময় উপযোগী বাৰ্তা আপোনালোকৰ অভিনয়ৰ জৰিয়তে 👌👌
@ProbalKhataniar
@ProbalKhataniar Ай бұрын
সুন্দৰ বাৰ্তা সমাজলৈ,🙏🙏বাপ।অভিনয় মনোগ্ৰাহী।
@anjelbaruah7401
@anjelbaruah7401 Ай бұрын
সময়োপযোগী উপস্থাপন।অভিভাৱকসকল নিজৰ সন্তান ৰ ওপৰত চকু ৰাখিব ‌লাগিব। নহ'লে সিহত ধ্বংস হৱ। এনে অভিভাৱকৰক তেজপুৰ লৈ পঠিয়াই দিব।ভাল চিকিৎসা পাব ।
@netrakamaldeka4151
@netrakamaldeka4151 Ай бұрын
Bohut bhal lagil sai.Nomaskar dei apunalukok aru abhibhabok/abhibhabika khokolor babe bohut dhunia message.
@induprabhabordoloi6256
@induprabhabordoloi6256 Ай бұрын
বৰ্তমান সময়ত সময়োপযোগী বাৰ্তালাপ । ধন্যবাদ।
@purbakantabarman431
@purbakantabarman431 Ай бұрын
অভিভাৱক ৰ দায়িত্ব লৰা ছোৱালী বিদ্যালয়লৈ গৈছে নে নাই খবৰ লোৱা আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ কাম হল ছাত্ৰ -ছাত্ৰীৰ খবৰ লোৱা,।নিজৰ দায়িত্ব সকলোৱে পালন কৰিব লাগে,এয়া উচিত।অভিভাৱকে মদ জুৱা ত্যাগ কৰিব লাগে, সত্য কথা কব লাগে।
@user-kd6lh8cz4z
@user-kd6lh8cz4z Ай бұрын
Baideo apuni right kotha koise kisuman abhibhabok anekuwai ase
@AbdulHamid-em4ky
@AbdulHamid-em4ky Ай бұрын
সুন্দৰ বাতা', এনেকুৱা নাটক হলে কিছু অভিভাবক, ছাত্ৰ ছাত্ৰীৰ উপকাৰ হব | বাইদেউ কথা তিনি সুন্দৰ |
@kamalakantanath2896
@kamalakantanath2896 Ай бұрын
অভিভাৱকৰ মাজতথকা ভুলবোৰ অভিনয় যোগেদি দেখুৱাই দিয়া বাবে অভিনেতা অভিনেত্ৰী দুয়োলৈকে ধন্যবাদ জনালোঁ।চাপৰমুখ নগাঁও।
@chewsdayinnit8488
@chewsdayinnit8488 Ай бұрын
Very nice 👍👍👍👍
@bulukantadutta8912
@bulukantadutta8912 Ай бұрын
সুন্দৰ উপস্থাপন,অভিভাৱক সকলে নিশ্চয় মন দিব ।
@sunugogoi6560
@sunugogoi6560 Ай бұрын
Bohut val uposthapon korise tarbabe bohut bohut dhoinyobad jonaisu
@rupagogoi5302
@rupagogoi5302 Ай бұрын
সুন্দৰ বাৰ্তা ভাল লাগিল ৷
@lakhimaideurilakhimaideuri1096
@lakhimaideurilakhimaideuri1096 Ай бұрын
বাইদেউ কথা সুন্দৰ
@bakulbora7619
@bakulbora7619 Ай бұрын
বাইদেউ, বহুত বহুত ধন্যবাদ।।
@awcdharitrikalita8031
@awcdharitrikalita8031 Ай бұрын
Abhi bhabakar dangar katha bore santanar bhabishyat andhakar Kare. Salute baideu .
@jayantachetia4488
@jayantachetia4488 Ай бұрын
ধন্যবাদ ইয়াৰ যোগে দি বহুত অভিভাবক উপকৃত হব
@bornaligogoi1735
@bornaligogoi1735 Ай бұрын
সুন্দৰ উপস্থাপন। অভিনয় হৃদয়স্পৰ্শী।
@girinbora7820
@girinbora7820 Ай бұрын
এইজন কেনেকুৱা gurdian ইহঁতৰ লৰা ছোৱালী কেতিয়াও ভাল নহয়।
@dipalidowarah1795
@dipalidowarah1795 Ай бұрын
শিক্ষা মন্ত্রীৰ দ্বাৰা এইজনক মেডেল এটা দিবলৈ টানি অনুৰুধ জনালোঁ
@user-qg5qt6fc4f
@user-qg5qt6fc4f Ай бұрын
মইয়ো শিক্ষয়িত্ৰী হিচাবে বহুত ভূক্ত্ভোগী।অভিভাৱকক বুজাই শেষ নহয়।আকোৰগোজ মনোভাৱ
@aparajitarajkhowa3578
@aparajitarajkhowa3578 Ай бұрын
এনেকুৱা অভিভাৱক/অভিভাৱিকা পাইছোঁ, মোৰ ছোৱালীক কিয় ক'ব নহাৰ কথা স্কুল গৰম কৰি দিম গৈ । এনে অভিভাৱক/অভিভাৱিকাৰ ল'ৰা ছোৱালীৰ ফলাফল কি হ'ব পাৰে বাৰু !
@parulchoudhury5557
@parulchoudhury5557 Ай бұрын
সন্তানৰ ভুল নেদেখাঅভিভাবকৰ লৰা ছোৱালীকেনেকে ভাল হব।ইমান টকাৰ বাহাদুৰি
@dimbendrasankarbora-er2zq
@dimbendrasankarbora-er2zq Ай бұрын
সুন্দৰ আলাপ।দুয়ো জনলৈ ধন্যবাদ।
@pupulrabha6107
@pupulrabha6107 Ай бұрын
Ma'am you are Right 👍
@user-dm5nq9fp7s
@user-dm5nq9fp7s Ай бұрын
nami dami parson, father ,mother,bah bah very nice.
@binapanisaikia4910
@binapanisaikia4910 Ай бұрын
Excellent video...
@protimaborah5325
@protimaborah5325 Ай бұрын
হে ভগৱান ! চৰকাৰে কি কয়!শিক্ষকে নিপিটাকৈ শাসণ কৰে|অভিভাৱকে নোৱাৰে কিয়?
@ParthaprotimGogoi-qx1nd
@ParthaprotimGogoi-qx1nd Ай бұрын
Good teacher❤
@swapnasarma6034
@swapnasarma6034 Ай бұрын
ঘৰুৱা পৰিবেশৰ ওপৰত হে লৰা ছোৱালী পঢ়া শুনাত ভাল হয়।
@tiluttamatilu8109
@tiluttamatilu8109 Ай бұрын
খুব ভাল লাগিল কথা বুজি পাই
@beautidevi7783
@beautidevi7783 Ай бұрын
Xundor Ovinoy bohut val lagil sir
@ritakalita6139
@ritakalita6139 Ай бұрын
সুন্দৰ অভিনয়।
@bornaliborah9297
@bornaliborah9297 Ай бұрын
Hundor Katha koise baideu thank you
@jayantiborah603
@jayantiborah603 Ай бұрын
অতি সুন্দৰ উপস্থাপন। শিক্ষক আৰু অভিভাবক দুয়োজনলৈ ধন্যবাদ থাকিল। 🙏🙏
@MitaliBora-ow1yi
@MitaliBora-ow1yi Ай бұрын
Bohut val lagil❤❤❤
@Kulai_creation
@Kulai_creation Ай бұрын
Bhal lagil sir
@rajaelectricals4312
@rajaelectricals4312 Ай бұрын
সুন্দৰ বিশ্লেষণ ॥
@dhrmashrideka7064
@dhrmashrideka7064 Ай бұрын
অভিনয়ৰ যোগেদি ধুনীয়া বাৰ্তা প্ৰেৰণ কৰিলে। বহুত ভাল লাগিল।
@saraswatidekanath6547
@saraswatidekanath6547 Ай бұрын
সুন্দৰ উপস্থাপন
@BabyYasaswi
@BabyYasaswi Ай бұрын
👌সময়োপযোগী বাৰ্তা। ছাৰ, আপোনালোকৰ অভিনয় ইমান ভাল হৈছে যে অচিনাকিসকলৰ বাবে এয়া সচাঁ নে অভিনয় ধৰিবলৈ অসুবিধা হৈছে।
@sadhibaro167
@sadhibaro167 Ай бұрын
Madam is right
@user-pk1eg4qx8l
@user-pk1eg4qx8l Ай бұрын
ভাল লাগিল ৷ সুন্দৰ উপস্থাপন ৷
@user-cv4bm6yr5m
@user-cv4bm6yr5m Ай бұрын
এনেকুৱা অভিভাৱকৰ ভাষ্য ই পৰিবেশ নষ্ট কৰে
@mahendrarabha6060
@mahendrarabha6060 Ай бұрын
লৰাটোত কৈ অভিভাবকহে ভাল কৈ শিক্ষা দিব লগা হৈছে।হায় শিক্ষকৰ জীবন।
@gitamonidevi181
@gitamonidevi181 Ай бұрын
অভিনয়ৰ জৰিয়তে ভাল মেচেজ এটা দিলে।
@sibanibora1443
@sibanibora1443 Ай бұрын
ভাল লাগিল। সুন্দৰ উপস্থাপন লগতে এক সুন্দৰ বাৰ্তা
@minatibaruah3936
@minatibaruah3936 Ай бұрын
অভিনয়ৰে বুজোৱাৰ বাবে ভাল লাগিল
@nirugogoi4576
@nirugogoi4576 Ай бұрын
বাইদেউ ঠিক কৈছে
@utpalborah2896
@utpalborah2896 Ай бұрын
Really a time bound creation in U Tube.....❤
@tulumonigogoi8385
@tulumonigogoi8385 Ай бұрын
ভাল লাগিল শ্ৰীমন্ত দা।
@monjuriborthakur2114
@monjuriborthakur2114 Ай бұрын
সম্পূৰ্ণ সত্য বাৰ্তা প্ৰেৰণ কৰিছে । বহু অভিভাৱকৰ ভূল মনোভাৱৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ ল'ৰা -ছোৱালী বিপথে যোৱা দেখা যায় । পিতৃ-মাতৃৰ সন্তানৰ লগত বন্ধুসূলভ মনোভাৱৰ দ্বাৰাইহে সন্তানৰ মনৰ ভাৱটো বুজি উঠা সম্ভৱ হয় আৰু বিপথে পৰিচালিত হোৱা সন্তানক শুদ্ধ পথটো মৰমৰ মাজেৰে বুজাই দেখুৱাই দিব পৰা হয় ।
@user-fn3jf6vc8f
@user-fn3jf6vc8f Ай бұрын
সমাজলৈ এক সুন্দৰ বাৰ্তা। ভাল লাগিল সঁচাকৈয়ে।
@parbatidas8365
@parbatidas8365 Ай бұрын
সুন্দৰ বাৰ্তা।
@namitarabha1470
@namitarabha1470 Ай бұрын
God good teacher garjen roung
@user-mj8ck8xj4z
@user-mj8ck8xj4z Ай бұрын
লৰাজন অভিভাৱকৰ আলাখৰ লাৰু, Ktm এখন কিনি দিব কওক ।ভবামতে কাম হব 😂
@karna-volgs185
@karna-volgs185 Ай бұрын
বাইদেউ সেই লৰাটোৰ বাপেকৰ মূৰত মাল নাই। তাক বাপেকেই পঢ়োৱক দিয়ক।
@rijumonikonwar9069
@rijumonikonwar9069 Ай бұрын
সুন্দৰ বাৰ্তা
@manobendrabordoloi4630
@manobendrabordoloi4630 Ай бұрын
The madam is educated and right on her points while the person has less knowledge how to deal with his irregular son.More affection to the boy will destroy his. Carrear
@rumineog6736
@rumineog6736 Ай бұрын
সুন্দৰ । সমাজলৈ সুন্দৰ বাৰ্তা
@user-tl3os8xb8p
@user-tl3os8xb8p Ай бұрын
You are a good teacher
Blue Food VS Red Food Emoji Mukbang
00:33
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 12 МЛН
managed to catch #tiktok
00:16
Анастасия Тарасова
Рет қаралды 46 МЛН
Kids' Guide to Fire Safety: Essential Lessons #shorts
00:34
Fabiosa Animated
Рет қаралды 16 МЛН
Can This Bubble Save My Life? 😱
00:55
Topper Guild
Рет қаралды 84 МЛН
Blue Food VS Red Food Emoji Mukbang
00:33
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 12 МЛН