এটা সাথঁৰ ! পৰেশ বৰুৱাৰ উত্তৰ 'হাবিত কাঁহে ওলাই নাহে'

  Рет қаралды 435,838

BAARTA LAAP

BAARTA LAAP

Күн бұрын

" বিধিগত স্পষ্টীকৰণ"
এই সাক্ষাৎকাৰত অতিথিজনে দিয়া মতামত আৰু মন্তব্য সম্পূৰ্ণ তেওঁৰ নিজৰ। এই সাক্ষাৎকাৰটো কেৱল এটা অনানুষ্ঠানিক কথোপকথন । সাক্ষাৎকাৰ গ্ৰহণকাৰী বা বাৰ্তলাপে অতিথিৰ মতামত বা মন্তব্যক সমৰ্থন নকৰে।

Пікірлер: 908
@Danirojasfc6
@Danirojasfc6 3 ай бұрын
আপোনালোক আছে কাৰণেই অসম আৰু অসমীয়া জাতিটো জীয়াই আছে। জয় আই অসম। 🙏
@amarruchao4596
@amarruchao4596 3 ай бұрын
😂
@hnd8030
@hnd8030 3 ай бұрын
অসম শেষ হলেই আৰু স্বাধীন অসম কিহৰ প্ৰয়োজন?
@BhupenSahariah-er1cs
@BhupenSahariah-er1cs 3 ай бұрын
,🙏🙏🙏🙏
@dhirajbarman1845
@dhirajbarman1845 3 ай бұрын
Apuni hoito dhemaji r ghotonatu pahori gol
@sasankaborah9347
@sasankaborah9347 3 ай бұрын
Akodl vl nhoi taha ako bl dl a naja na . Axomt kiki km krila Assam or lora sowali bura job pbo. Kiki km krila Assam or farmers bur or lv hbo haibur ktha naja nai. Enj boki thakila ki lv 🥹. Okl xoru xru manoh mri ako lv nai prila mla montri ajnk dhori apuna lokr dabi janowk. Xoru xoru mnohk dhori ki lv hbo 😢
@paragsarma4374
@paragsarma4374 3 ай бұрын
ছাৰ আপোনাৰ কথাখিনি হৃদয় চুই গল । আপোনাৰ দৰে আদৰ্শশীল , জ্ঞানী গুণী , মানুহ এজন যদি অসমৰ মুখ্যমন্ত্ৰী হিচাপে পালো হয় আমাৰ দৰেই দুখীয়া নিচলা মানুহখিনিৰ কিমান যে সুবিধা হল হয়। বহুত বহুত মৰম ককাইদেউ ভগৱানে সদায় আপোনাৰ মংগল কৰক । জয় আই অসম 🙏🙏
@biki456
@biki456 2 ай бұрын
@@paragsarma4374 balor sir.. terrorist eta sudmaroni
@myl3291
@myl3291 Ай бұрын
Yes Sir ,who don't have property in politics head ?????
@sogosri.baishya8111
@sogosri.baishya8111 Ай бұрын
​@@myl3291in CG we
@Spacex_43
@Spacex_43 29 күн бұрын
😂😂😂😂😂😂
@gourangagogoi5401
@gourangagogoi5401 3 ай бұрын
এনেকুৱা আলোচনাবোৰ হ'ব লাগে। বৰুৱা ডাঙৰীয়াই ঠিক কথা কৈছে। আমাৰ মানুহবোৰে এই কথাবোৰ জানিব লাগে আৰু বিষেশকৈ নৱপ্ৰজন্মই এই কথাবোৰত গুৰুত্ব দিব লাগে আৰু জনা উচিত। সুন্দৰ পদক্ষেপ চক্ৰপাণি ককাইদেউ।
@M.G.615
@M.G.615 3 ай бұрын
পৰেশ বৰুৱা ডাঙৰীয়াই ঠিকেই কৈছে ৰাজনৈতিক নেতা বোৰৰহে উন্নয়ন হৈছে।অসমীয়া জাতি আৰু অসমীয়া মানুহৰ ব্যক্তিগত উন্নয়ন হোৱা নাই। ভাল কথা কলে---ৰাইজৰ ভোট,ৰাইজৰ টকা, ৰে এজন ৰাজনৈতিক নেতাৰ সৃষ্টি হয়,তথাপিও অসমৰ অসমীয়া সকলো ফালৰ পৰাই বঞ্চিত। ধন্যবাদ পৰেশ বৰুৱা ডাঙৰীয়া, আপোনাৰ কথা খিনিয়ে ৰাজনৈতিক নেতা বোৰৰ নিশ্চিত ভাৱে জ্ঞান ঘুৰি আহিব। প্ৰত্যেক জন ৰাজনৈতিক যিকোনো দলৰ নেতাৰ আছে বিশাল সম্প্ৰতিৰ পাহাৰ আছে ভাল কথা অনুভৱ কৰিছে। ধন্যবাদ 🙏🙏🙏
@rongbongterang5547
@rongbongterang5547 2 ай бұрын
Tekhet tu labhoban huwai nai. Aur hokolu bur janiu kio soku mudi ase...! Nijor family manuh kot ase..?
@apurbahazarika3430
@apurbahazarika3430 2 ай бұрын
Jai AAI Axom.. ❤
@hirahirablog5295
@hirahirablog5295 Ай бұрын
নাজানো কীয়!!! কথা খিনীৰ সত্যতাই মন টো চুই গল, বাস্তবিক কথা যিবোৰ আসমীয়াই সহজতে পাহৰি যায়
@Contentssss
@Contentssss 3 ай бұрын
My father was a professor of history, and since childhood I have learnt all the history of assam, and Paresh uncle is historically and coronogically 100% saying the facts.
@Banidasbordoloi5
@Banidasbordoloi5 3 ай бұрын
আলফা বুলি কমেণ্ট নাই কৰা। অসমীয়া জাতিৰ অসমীয়া মানু্হ বুলি মই পৰেশ বৰুৱা চাৰক বহুত সন্মান কৰোঁ। আৰু তেওঁলোকৰ মাজৰে এজন জ্যেষ্ঠ নেতা সমাজসেৱি উপেন বৰগোহাঁই চাৰক মই লগ পাইছিলো আৰু তেখেতে মোক নিজৰ ছোৱালীৰ দৰে পঢ়া-শুনাৰ ক্ষেত্ৰত বহুত সহায় আগবঢ়াইছিল। ভবিষ্যতৰ দিন বোৰত কেনেদৰে আগুৱাই যাব লাগিব সেই বোৰ বুজাই দিছিলে । মই ভাবো প্ৰত্যেক জন মানুহৰ সদায় নিজস্ব স্বাধীনতা থাকিব লাগে
@Programmer-x7y
@Programmer-x7y 3 ай бұрын
ধুনীয়া মন্তব্য আগবঢ়াইছে ।
@GAHORIJUGULI-wk8oy
@GAHORIJUGULI-wk8oy 3 ай бұрын
একমত
@HGNAH0
@HGNAH0 3 ай бұрын
নিশ্চয়, ✅️
@nathnabajyoti710
@nathnabajyoti710 2 ай бұрын
জয় আই অসম ✊
@AdityaSarmah-k7x
@AdityaSarmah-k7x 2 ай бұрын
Ejon terrorist k xonman kora ? Ajmal kasab aru paresh baruar majot eku difference nai
@mjchetia386
@mjchetia386 3 ай бұрын
পৰেশ ককাই আপুনি সদায় ভালে থাকক সু স্বাস্থ্যৱান হৈ। বহুত মৰম, সন্মান, শ্ৰদ্ধা জনালোঁ। জয় আই অসম।
@Spacex_43
@Spacex_43 29 күн бұрын
😂😂😂😂😂😂
@crazymaker7325
@crazymaker7325 3 ай бұрын
অসম খন বহুত সলনি হল বৰদেউতা। আপুনি দেখা সপোনৰ অসম খনত এটিয়া বহিঃৰাজ্যৰ দপদপনি। আপুনি ভালে থাকক। এইখন অসমক সোণৰ অসম কৰি ৰাখিব কাৰণে মোৰ দৰে বহুত নতুন প্ৰজন্মৰ গজালি মেলিছে। জয় আই অসম❤
@NazrulHaque-n1v
@NazrulHaque-n1v 3 ай бұрын
Jai aai axom
@biki456
@biki456 2 ай бұрын
2004 dhemaji school bom blast pahorili nki
@NorthEastIndia7919
@NorthEastIndia7919 2 ай бұрын
​@@biki456 indian army kiman suali maiki rap korile assam t operation r naam t haibilak ki hol... Kiman ki korile
@arupbahoi6185
@arupbahoi6185 3 ай бұрын
আপোনাৰ কথাই মন চুই গল। যুক্তি পূৰ্ন কথাবোৰ । আপুনি সদায় ভালে থাকক।
@gingul
@gingul 3 ай бұрын
বৰদেউতা আপুনি ভালে থাকক ❤ জয় আই অসম
@korobiingti2157
@korobiingti2157 3 ай бұрын
😊
@gingul
@gingul 3 ай бұрын
@@korobiingti2157 💕
@BhaijanBoruah-zl5cf
@BhaijanBoruah-zl5cf 3 ай бұрын
দদাইদেউৰ দীৰ্ঘআয়ু কামনা কৰিলোঁ।।
@bkp9774
@bkp9774 3 ай бұрын
কেতিয়া মৰিব এই বুঢ়া শগুন টো।
@biki456
@biki456 2 ай бұрын
@@bkp9774 eyak kotit gorom luha vorabo lgbo terrorist eta
@Babatu321
@Babatu321 Ай бұрын
​@@bkp9774toi mor ko
@AdventurousLens318
@AdventurousLens318 Ай бұрын
Marok suda​@@bkp9774
@JayantaRay-qn6ku
@JayantaRay-qn6ku 3 ай бұрын
ভাল লাগিলে লুকাই থকা এনেকুৱা এটা বাস্তৱিক কাহিনী আজি অসমৰ জনগণৰ মাজত প্ৰকাশ হল
@amanbasfor5793
@amanbasfor5793 Ай бұрын
অসমত আলফা আছে কাৰণেহে অসমীয়া জাতিটো জীয়াই আছে ৷ জয় আই অসম ❤❤✊✊
@Spacex_43
@Spacex_43 29 күн бұрын
😂😂😂😂😂
@Spacex_43
@Spacex_43 29 күн бұрын
Loura join kor le. Fri
@beautidihingia7252
@beautidihingia7252 3 ай бұрын
বেলেগ ধনি হওক বা নহওঁক ৰিণিকী বাইদেউ কিন্তূ থিকেই ধনি হৈ গৈছে।।
@Programmer-x7y
@Programmer-x7y 3 ай бұрын
😂😂😂👍🏻👍🏻
@bhaviks5213
@bhaviks5213 3 ай бұрын
Hosa kotha...facts facts
@user-lg8ob3lx7o
@user-lg8ob3lx7o 3 ай бұрын
Fact!!
@baruahaxom4670
@baruahaxom4670 3 ай бұрын
Xsa koise
@gautamkalita4053
@gautamkalita4053 3 ай бұрын
Ako ni tew asomiya hoi ...
@hrishikeshcreation1552
@hrishikeshcreation1552 3 ай бұрын
Salute The Real hero🙏 অসমীয়া জাতিৰ ইতিহাসত সোনালী আখৰেৰে লিখা থাকিব আপোনাৰ নাম। জয় আই অসম....
@nayannath9264
@nayannath9264 3 ай бұрын
সোণৰ অসম খন গঢ়াত আপোনাৰ দৰে এজন সৎ প্ৰকৃত অসমপ্ৰেমীৰ বাবে হে সম্ভৱ। জয় আই অসম আপোনি সুস্থ হৈ থাকক মহাশয়।
@tanumoydas8327
@tanumoydas8327 3 ай бұрын
সেই কাৰণেই কও আমি আমাৰ স্বাধীন অসম লাগে। ভাৰতৰ লগত আমি থাকিব নিবিচাৰোঁ। আমাৰ কাষৰ দেশ ভাৰতবৰ্ষৰ পৰা অসমত বহুতো মানুহ প্ৰবজন কৰি আহিছে সেই কাৰণেই অসমৰ সেনাই ভাৰতৰ সেনাৰ লগত যুদ্ধ ঘোষনা কৰি দিব লাগে। Boycott India, all Indian Go back from our land of Assam .
@Programmer-x7y
@Programmer-x7y 3 ай бұрын
​@@tanumoydas8327 বহুত কঠিন । কোনো স্থলগীৰিয়ে সমৰ্থন নকৰে আজি ...... সেইকাৰণে অসমীয়া জাতিৰ ভৱিষ্যত অন্ধকাৰ ।
@sahildas7675
@sahildas7675 2 ай бұрын
​@@tanumoydas8327 bhai tu Chinese he kya
@tanumoydas8327
@tanumoydas8327 2 ай бұрын
@@sahildas7675 kyu bola Chinese ?
@PratimaNath-s2c
@PratimaNath-s2c Ай бұрын
Aneu😅ku 😮❤sd ::😢6​@@tanumoydas8327
@JayantaBaruah-sg2pq
@JayantaBaruah-sg2pq 3 ай бұрын
আলফা আছে বুলি আজি আমি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ সাহস কৰি আছোঁ। আলফা নোহোৱা হলেই আমি বহিৰা গতৰ চাকৰ হৈ থাকিব লাগিব। জয় আই অসম
@bikramdebnath4379
@bikramdebnath4379 3 ай бұрын
কিয় ইমান ভয়াতু নেকি অসমীয়া
@pjprotim6009
@pjprotim6009 3 ай бұрын
Voiya2 nhi kin2 heruwabo voi kore ​@@bikramdebnath4379
@papudasinfo
@papudasinfo 3 ай бұрын
nijor dom aai nekt
@syntaxconsultancy2017
@syntaxconsultancy2017 3 ай бұрын
Yeh Dar hona chahiye 😂😂
@3030mana
@3030mana 3 ай бұрын
তেখেতৰ দৃঢ়তা আৰু নিস্বাৰ্থ অসমপ্ৰেম , যুগে যুগে বিৰাজমান হৈ থাকিব !!
@priyalataphukan4619
@priyalataphukan4619 3 ай бұрын
আপোনালোক নোহোৱা হলে আজি অসম অসম হৈ নাথাকিল হলে দাদা ভগৱানে নিশ্চয় সহায় কৰিব 🙏🙏❤️🙏🙏
@mridulnath1556
@mridulnath1556 3 ай бұрын
অসমত বহু অনাঅসমীয়াই দপদপনী কৰি আছে। সোণৰ অসম এতিয়া নাই। অসমৰ স্বাভিমান আছে।
@PinkuNeogAllAssamFamous
@PinkuNeogAllAssamFamous 3 ай бұрын
অসমত আলফা আছে কাৰণে আজি অসমীয়া জাতিটো জীয়াই আছে💯 Thank you bro🫂♥️friend hoi lobo Val lagibo.
@mr.skbhai1214
@mr.skbhai1214 3 ай бұрын
অসমৰ বাঁহ গৈ এতিয়া উত্তৰ প্ৰদেশ পাইছে গৈ।।।।যদি অসমত পেপাৰ মিল থাকিল হৈ।।।সেই বাঁহ আজি অসমতেই থাকি ।।। কাগজৰ ৰূপ ললে হৈ।।।।।সব বেছি আজি।।।এক ৰাতিত ৰজা।।।। সেইহে অসমৰ সম্পদ অসমত থাকি অসমৰ নিবনুৱাসকল আত্মনিৰ্ভৰশীল হব লাগে।,।।। উক্ত কথাষাৰ যদি কিবা ভুল হৈ ক্ষমা কৰিব❤❤❤ জয় আই অসম❤❤⚔️❤️🇮🇳
@Aashingfa6706
@Aashingfa6706 3 ай бұрын
Thik kotha koise..xob bikil aku nai
@dipusarma89
@dipusarma89 3 ай бұрын
সকলো থাকিও একো নাই আমাৰ, বাঁহ বাহিৰত যায় বাহিৰৰ‌ পৰা কাগজ আহে, ইমান‌ স্কুল আছে অসমত,‌ ভাবি চাওক কিমান কাগজ লাগে আমাক😢
@dipankumarnath5199
@dipankumarnath5199 3 ай бұрын
জয় আই অসম
@tutumonisaikia4522
@tutumonisaikia4522 3 ай бұрын
Jagirood papermill henu atiya tata company hobo sau baru amar assamor kimn nobonua km pai
@mr.skbhai1214
@mr.skbhai1214 3 ай бұрын
@@tutumonisaikia4522 take
@BRabha2
@BRabha2 3 ай бұрын
ULFAৰ এই ভিদিঅটো চাই আছো আমি ১৪ জন ল'ৰাই ওদালগুৰিৰ পৰা। ধন্যবাদ চক্ৰপানী পৰাশৰ দাদা আপুনি কোৱাধৰনে আমি আলফাত যাবলৈ সাজু হৈছো।সোনকালে গাড়ী পঠিৱাওক আপুনি ম্যানমাৰ যাবলৈ। বহুত ভাল লাগিল এইদৰে সু সম্পৰ্ক ৰখাৰ বাবে।জয় আই অসম।
@subhajit12356
@subhajit12356 3 ай бұрын
Jbo mon ase jodi direct jabi dom ase jodi toi jodi mota aiat comment t kori blgok dekhabo hunabo nlage
@mdanish6101
@mdanish6101 3 ай бұрын
❤❤❤
@NorthEastIndia7919
@NorthEastIndia7919 2 ай бұрын
Direct jabi... Comment kori morat koi
@Spacex_43
@Spacex_43 29 күн бұрын
Or. Me a rahu hu tuje encounter korne 😂😂
@SatishDaimary-wg6sl
@SatishDaimary-wg6sl 3 ай бұрын
বৰুৱা আপোনাৰ উদ্দ্যম অটুত থাকক ৷তাৰে কামনা কৰিলোঁ ম
@Programmer-x7y
@Programmer-x7y 3 ай бұрын
Love you.....we should unite
@Scientist.yt__
@Scientist.yt__ 3 ай бұрын
আমি অসমীয়া হৈ আছো আৰু সদায় থাকিম । অসমৰ কাৰণে সদায় যুঁজ দি যাম🙏🏻🙏🏻🇰🇮 জয় আই অসম ❤❤
@Programmer-x7y
@Programmer-x7y 3 ай бұрын
পতাকা খন , মজা দিছে ।
@HappyBuffalo-co4uu
@HappyBuffalo-co4uu 2 ай бұрын
​@@Programmer-x7y❤❤ By 😊
@ashimadas76
@ashimadas76 2 ай бұрын
খুব সুন্দৰ মন্তব্য আগবঢ়ালে চাৰ,, আপোনালৈ বহু ত বহুত ধন্যবাদ জনালো 🎉🎉🎉 আপোনালোক আমাৰ পিতৃ স্বৰূপ 🎉🎉 দেশখনৰ বাবে বহুত ভাল চিন্তা কৰে,, পুনৰ অসম লৈ আহক চাৰ, welcome sir🎉🎉
@radaliassame3397
@radaliassame3397 3 ай бұрын
কথাতো কিমান দুৰ সত্য হব মই নেজানো কিন্তু এনেকুৱা লাগে যেন পৰেশ বৰুৱা ককাই আছে কাৰনে হয়তো অসমীয়া অলপ হলেও সুৰক্ষিত 😢
@BipulMoran-km6vs
@BipulMoran-km6vs 3 ай бұрын
ককাই 🎉আপোনাৰ জন্মভুমিৰ প্ৰতি থকা জাতি প্ৰেম আৰু নিস্বাৰ্থ মৰম ভালপোৱা নিস্থাৰে আৰু সততাৰে পালন কৰি যাওক। 🎉জই আই অসম❤❤❤❤❤
@HDRMUSICALLIANCE
@HDRMUSICALLIANCE 3 ай бұрын
আপুনি সুস্থ হৈ থাকক❤❤❤ অসমৰ বাবে যুঁজি যাবলৈ ভগৱান শক্তি দিয়াক
@kkvlogs108
@kkvlogs108 2 ай бұрын
ভগৱানে আপোনাক ভালে কুশলে ৰাখক 🕉️🙏🏻 জয় আই অসম ✊🏻
@ms.Rao7539
@ms.Rao7539 3 ай бұрын
পৰেশ ককাই আপুনি অসমীয়া জাতিটোৰ বাবে কৰা ত্যাগ সদাই আমাৰ বাবে অমৰ হৈ ৰব। আপোনালোকৰ বাবেই অসমীয়া জাতিটো সুৰক্ষিত হৈ আছে আজিৰ দিনত।।। আপুনি সদাই ভালে থাকক ককাই❤ জয় আই অসম🤍
@mr.bidyutkumarpathak
@mr.bidyutkumarpathak 3 ай бұрын
১০০ জন IAS বিষয়াৰ সমান ১ জন মানুহ হল পৰেশ বৰুৱা (অসম)। আপোনাক হাজাৰ কৌটি প্ৰণাম।। ❤️❤️🙏🙏🙏
@banjitdas4593
@banjitdas4593 3 ай бұрын
🙏❤️
@Xoyabon
@Xoyabon 3 ай бұрын
100 জন Nhoi লাখ জন কাছ বিষয়া
@papudasinfo
@papudasinfo 3 ай бұрын
IAS officer xoman Kuntu angle't
@syntaxconsultancy2017
@syntaxconsultancy2017 3 ай бұрын
Wah 😂😂😂😂
@RingkhangBoro-b9h
@RingkhangBoro-b9h Ай бұрын
Ghenta
@ajoybarman-kl2lb
@ajoybarman-kl2lb 3 ай бұрын
বৰুৱা দদাইদেউৰ কথা বোৰ শুনি ভাল লাগিলে। জয় আই অসম।🙏
@gitarthabora9993
@gitarthabora9993 3 ай бұрын
জয় আই অসম সোনৰ অসম আমাৰ অসম অসম অসমীয়াৰ ইয়াৰ পাহাৰ ভৈয়াম জগত জনন। পৰেশ বৰুৱা ডাঙৰীয়া🙏
@RintuKalita-t5l
@RintuKalita-t5l 3 ай бұрын
ছাৰ আপোনাৰ বিশ্লেষণ , অসমৰ প্ৰতি থকা আপোনাৰ ভালপোৱা ❤
@hydralobo1808
@hydralobo1808 3 ай бұрын
আজিৰ পৰা প্ৰায় 20 বছৰ আগত। মই মোৰ দেউতাক হেৰুৱাইছো। তেওঁ surrender কৰাৰ এবছৰ পাছত হত্যা কৰা হৈছিল। আজি লৈকে না আলফাৰ পৰা কিবা সহাৰি পাইচো না চৰকাৰৰ পৰা। পৰেশ বৰুৱা ডাঙৰীয়া যদি মোৰ comment তো আপুনি পঢ়ে যতিন তালুকদাৰ নামটো মনত কৰিবচোন ।
@Nobyakishor
@Nobyakishor 3 ай бұрын
Kune korile hotya😢
@progamers1068
@progamers1068 3 ай бұрын
​@@Nobyakishorpolice hbo
@subhradeepsinha2
@subhradeepsinha2 3 ай бұрын
​@@progamers1068ki j koi ru de.. surrender krile teo
@mgnkl
@mgnkl 3 ай бұрын
Gupta Hatya time r nki?
@dimpalgohain7614
@dimpalgohain7614 3 ай бұрын
আমি সকলোৱে কথাবিলাক বুজিব হ'ল, নহ'লে অসমত অসমীয়া ৰ অষ্টিত্ত নাইকীয়া হ'ব। সদায় আমি প্ৰতিটো কামতে বেলেগৰ তলতেই থাকিব লাগে । দেশ ৰক্ষা কৰিবলৈ আমি পৰেশ বৰুৱাৰ ওচৰলে গ'লেহে যে পাৰিম তনেকোৱা একো কথা নাই তেওঁ তাৰ পৰা চেষ্টা কৰিছে আৰু আমি ইয়াতে থাকিও বহুত কৰিব পাৰিম । সকলো কথাতে আমি বেলেগৰ তলতীয়া হৈ থাকিব লাগে, অসমৰ প্ৰায় বিলাক অফিচাৰ এ বাহিৰৰ । আমি সকলো অসমৰ মানুহ একগোট হৈ থকাটো আৱশ্যক। দেশ বুলিলে নালাগে আদেশ, জয় আই অসম ❤️❤️❤️
@Programmer-x7y
@Programmer-x7y 3 ай бұрын
সঁচা কথা , প্ৰত্যেক ক্ষেত্ৰতেই আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব অসমৰ খিলঞ্জীয়া জাতিএ ।
@anupamdas1823
@anupamdas1823 3 ай бұрын
বতমান অসমীয়া জাতিটোৰ দূৰ্গতি হোৱা কাৰণটো আমি নিজেই, বৰ্তমান সময়ত যি হাৰত মাৰোৱাৰী, বিহাৰীক আমাৰ কৃষিভূমি সমূহ পানীদৰত বিক্ৰী কৰিছোঁ। সচাকৈ আমাৰ হাতত ভূমি বুলিবলৈ একো নাথাকিব।
@anupamdas1823
@anupamdas1823 3 ай бұрын
জয় আই অসম।
@অসমীআই-ধ৭ন
@অসমীআই-ধ৭ন 3 ай бұрын
আপুনি ঠিকেই কৈছে দাদা 🙏 ধনী বোৰ হে ধনী হৈছে। দুখীয়া বোৰ আৰু দুখীয়া হে হৈছে। ডাঙৰীয়াই ঠিকেই কৈছে।কেতিয়াও নোৱাৰে । চৰকাৰে ধনীক হে ধন দিয়ে।🙏 সঁচা কথা কৈছে।❤❤❤ জয় আই অসম।✊✊✊
@sofikulislam7533
@sofikulislam7533 3 ай бұрын
পৰেশ বৰুৱা ডাঙৰীয়া আপোনাৰ কথা শুনি ভাল লাগিল।আপুনি ভালে থাকক।
@gauravborah8184
@gauravborah8184 3 ай бұрын
জয় আই অসম ✊❤️ সদায় সুখত থাকক ককা❤️
@kaustavsarmah5351
@kaustavsarmah5351 3 ай бұрын
আজি অনুষ্ঠানটো আৰু এটা কাৰণে ভাল লাগিলে, কাৰণটো হ'ল প্ৰশ্নকৰ্তাজনে উত্তৰ দিবলৈ যথেষ্ট সময় দিছে আৰু মাজত ঘপককৈ বিষয়টো সলনি কৰি দিবলৈ বিচৰা নাই
@Programmer-x7y
@Programmer-x7y 3 ай бұрын
সঁচা কথা
@SPK_Pulakesh_96
@SPK_Pulakesh_96 20 күн бұрын
ঠিক
@scaryp_gaming_9902
@scaryp_gaming_9902 3 ай бұрын
Axomot axomiya r rajotto hoboi lagibo..himane ktha...JOI AII AXOM ✊🏻❤️
@Anku-s5b
@Anku-s5b 3 ай бұрын
চক্ৰপাণি দা, পৰেশ অসমীয়াৰ সাক্ষাৎকাৰৰ ব্যৱস্থা কৰাৰ বাবে ধন্যবাদ
@oxomormusic4453
@oxomormusic4453 3 ай бұрын
মই এটা কথাই কওঁ আৰু জানো যে পৰেশ বৰুৱা ডাঙৰীয়া আছে কাৰনে অসমীয়া জাতি অকন মান হলেও সুৰক্ষিত হৈ আছে ❤❤❤।জয় আই অসম
@mridulkalita5982
@mridulkalita5982 3 ай бұрын
aibor ktha a moi vabi thaku ,ru Amar dekhor neta borok dekhi atiya mor Amar public borloi ako Val vab nohowa hoise,krn publicr krne a neta bore chance paise, full support Paresh Baruah Sir, স্বাধীন অসম আমাক লাগিবইয়ে ।
@Programmer-x7y
@Programmer-x7y 3 ай бұрын
সম্ভৱ হব , খালি বিশ্বাস ৰাখক । আৰু জাতিক একগোট কৰিবলৈ চেষ্টা কৰিব লাগিব ।
@tanumoydas8327
@tanumoydas8327 3 ай бұрын
সেই কাৰণেই কও আমি আমাৰ স্বাধীন অসম লাগে। ভাৰতৰ লগত আমি থাকিব নিবিচাৰোঁ। আমাৰ কাষৰ দেশ ভাৰতবৰ্ষৰ পৰা অসমত বহুতো মানুহ প্ৰবজন কৰি আহিছে সেই কাৰণেই অসমৰ সেনাই ভাৰতৰ সেনাৰ লগত যুদ্ধ ঘোষনা কৰি দিব লাগে। Boycott India, Indian Go back from our land.
@nayanmonidas8068
@nayanmonidas8068 2 ай бұрын
জীৱনত এবাৰ লগ পোৱাৰ হেঁপাহ আছে
@pulakkonwar5082
@pulakkonwar5082 3 ай бұрын
নিজ দেশক/থলগিৰিক আগুৱাই যোৱাত ভাল পোৱাতো বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো জীৱিত‌ৰেই লক্ষণ যেন লাগে দেই
@NajrulAli-NA
@NajrulAli-NA 3 ай бұрын
Write 100% write gota khani kotha xosa. Moi akmot dangriyar kothat. Aje ha kiba patol patol lagil monto.amar jono xadharan or mont soli thoka kotha bor koi dela dangriyai salut aponak. Apuni dirgha jebi hoiok sir. Apunar sinta dhara bor write...................
@aidul197
@aidul197 3 ай бұрын
আজিৰ পৰা 20 বছৰ আগতে মই মোৰ মামাক হেৰুৱালো। মামাক লৈ মা, মাহী, নানি হতে সদাই কান্দে। পৰেশ বৰুৱা ডাৱৰীয়া যদি আপুনি মোৰ কমেন্ত টো চাই কাদেৰ আলিক মনত কৰিবচন এবাৰ।
@User_Lala_zx
@User_Lala_zx 3 ай бұрын
Xorur pora apunar kotha xuni ahisu aru eitu bartalap t jikhini kotha kole bohut vll lagil💯% juktipurno kotha koise apuni vale rakhok vogobane apunak ami asu apunar logot aru xodai thakim❤jai aai axom💪❤
@fcdaisyentertainment1945
@fcdaisyentertainment1945 3 ай бұрын
জল জীৱন আঁচনি নামত কিমান মাৰোৱাৰী বিহাৰী কোটি পতি হল কোনে জানে
@ChintuSonowal-d9v
@ChintuSonowal-d9v 3 ай бұрын
Joi ai axom✌️🤘moi apunak deuta hisape honman koru❤
@bornaleemahanta5791
@bornaleemahanta5791 3 ай бұрын
আমি যেতিয়া লৈকে এলাহ নেৰো তেতিয়ালৈকে যিমান স্বাধীন অসম হ'লেও নিবনুৱা থাকিব‌ই।প্ৰথম কৰ্ম কৰিব লাগিব।এনেই কথা পাতি থাকি লাভ নাই। নহ'লে সদায় বহিৰাগত তলতীয়া হৈ থাকিব‌ই লাগিব
@theplaymaker868
@theplaymaker868 3 ай бұрын
বৰদেউতা আপোনাক সন্মান জনাই লগতে আপোনাৰ ‌‌শুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদৰে জয় এই অসম
@axyarnav1557
@axyarnav1557 3 ай бұрын
Thankyou for the interview....aji he janilu teu kiman informative, how brilliant personality
@himangshudeka4364
@himangshudeka4364 3 ай бұрын
১০০% সঁচা কথা Sir❤
@dipikahazarika991
@dipikahazarika991 3 ай бұрын
যাৰ নাম লবলেও অসমৰ মন্ত্ৰী MLA সকলোৱে ভয় কৰে । তেওঁ গৈছে পৰেশ ডাঙৰীয়া ❤❤❤❤❤🙏🤙
@kushalbaruah8438
@kushalbaruah8438 3 ай бұрын
Eyake koi. Assamiya.... good speech....God. Will help him...once upon a time by help public of ASOM...THALGIRI... THANKS OF LOTS...
@ag5541
@ag5541 3 ай бұрын
উন্নয়ন হৈছে ।অসমৰ থলুৱা সংস্কৃতি বিলুপ্তি পথেৰে আগুৱাইছে।অসমৰ অসমীয়া ভাষা বিলুপ্তি পথেৰে আগুৱাইছে।অসমৰ দুখীয়া পৰিয়াল দিনকদিনে দুখীয়া পথেৰে গতি কৰিবলৈ আগুৱাইছে।অসমৰ ৰাষ্টা-পদুলি হৈ থকাবিলাক ভাল হৈছে ।বেয়া বিলাক বেয়াতেই ধুনীয়া বোকা হৈ ৰৈছে।চৰকাৰী বিদ্যালয় বিলাক বন্ধ দিশেৰে আগবাঢ়িছে।শৈক্ষিক পৰিবেশ বিনষ্ট হৈ মদৰ গোন্ধৰে আমোল-মোলাছে।
@dhirubarman3458
@dhirubarman3458 3 ай бұрын
বৰ জ্ঞানশীল ব্যক্তি। তেখেতৰ দৰে ব্যক্তি মুখ্যমন্ত্রী হোৱাটো আমাৰ কাম্য।
@chinmoydeka5303
@chinmoydeka5303 3 ай бұрын
আপোনাৰ লগতে আপোনালোকৰ বীৰ সেনানী সকলক শতকৌটি বাৰ প্ৰনাম জনাইছো । নাজানো আৰু অসমীয়াই এই ত্যাগৰ মূল্যায়ন কিদৰে কৰে । ঈশ্বৰে আপোনালোকৰ মঙ্গল কৰক 🙏
@Surajgogoi-
@Surajgogoi- 3 ай бұрын
জয় আই অসম ❤❤❤❤❤❤❤আপোনাৰ সু-মঙ্গল কমনা কৰিলো❤❤❤❤
@himantagogoi248
@himantagogoi248 3 ай бұрын
হাবিত কাহে ওলাই নাহে কথাষাৰ অলপ হুকীয়া ধাৰণা বৰণ কৰিছে দাদা । পৰেশ বৰুৱাৰ হৈতে বাৰ্তালাপ হোৱা হলে বেছি ভাল হয় বুলি ভাবোঁ। পতক্ষ ভাবে নহলেও কোনোবা এখিনিত উলফা নামৰ বাবে অসম ৰ ওজন বাঢ়ি থকাৰ উমান পাও
@AbhinashSaikia-zb2lw
@AbhinashSaikia-zb2lw 3 ай бұрын
জয় আই অসম ❤😊 বৰদেউতা আপুনি আছে দেখি অসম খন আছে ❤
@mintutravelnfoodblogs9871
@mintutravelnfoodblogs9871 3 ай бұрын
শেষৰ কথা খিনি য়ে সকলো অসমীয়া লোকৰ চকু মেল খাব লাগে কিছুমান কথাত যুক্তি আছে ।
@ankurnath8742
@ankurnath8742 3 ай бұрын
Finally i discovered a true talk show in assam👏👏.. Joi Aai Axom..
@user-vs1id9iz2t
@user-vs1id9iz2t 3 ай бұрын
মই ভাল পাওঁ বৰুৱা চাৰক❤ জয় আই অসম।
@mizanurrohman7015
@mizanurrohman7015 3 ай бұрын
Bht axa asile apnr ata interview sua... aji puron hol... . Hosake manisu apnk... . Bht val lagil... .. Bht tyag krile... huhaistha kamona krisu
@kangkanborah6556
@kangkanborah6556 3 ай бұрын
Podcast anekua guest anok je youtube algorithm u confusion t gusi jai😅 !! unexpected broo Joi aai axom❤
@Food19978
@Food19978 2 ай бұрын
This is very Important Live show. I love Paresh Baruah Sir. But I think that CM of Assam BJP Govt should be watch this video with carefully
@greatjubairkhan3220
@greatjubairkhan3220 3 ай бұрын
এইজন অসম ত mp খেলিব লাগিছিল 🙏 পৰেশ বৰুৱা sir legend hoi ❤❤❤❤❤❤❤❤❤❤❤❤
@axomextra1
@axomextra1 2 ай бұрын
সকলো অসমীয়া সজাগ হোৱা । ইজনে সিজনক সহায় কৰা । ❤
@kishornath3113
@kishornath3113 3 ай бұрын
কথাবোৰ ১০০% সত্য
@surujsapun5308
@surujsapun5308 Ай бұрын
জয় আই অসম। অসমীয়া এটি আৱেগ।
@ASSAMESEYOUTUBE-wx2hn
@ASSAMESEYOUTUBE-wx2hn 3 ай бұрын
জয় আই অসম✊জয় আই অসম✊ জয় আই অসম✊
@babusaikia9635
@babusaikia9635 3 ай бұрын
Ulai ahok
@love-z2s8p
@love-z2s8p 3 ай бұрын
bohut bhal lagil. bortoman okhomot ata khub jotil bekhoi dekha dese . aetu hol jonohadharonor majot apun vab nuhua hoise. gustigoto boikhommyo, kokai vai beleg hua, gari-ghor-matir babe hingkha. aru ata bekhoi j adhunikotar rasta dekhuai manuhor mon-mogojubur ketei patol kori pelaise. dhormo dhormo kori dhormor voi dekhuai manuhok haririk, manokhik pongu bonua. kunu karu logot mil nai. sob arampryo hoise. kormo korahokol kebol hazira kora luk hoi kentu hazira kora hokolor kunuba jode toka bahil ba kanabakoi dhoni hol heu alop dinor pasotei alehua hoi pora dekha jai. kunuba boheragoto tolua seleka dusto sokroi goru bemar, sagoli bemar, kukura, gahori bemar beopai d okhomor tholua hokol jate orthonoitekvabe hobol hobo nuare aebur kori ase. manuh jemanei hikkhito hoi goise hemanei mathabur gubor humai hoktihin hoise. bekhekh dostoibbo -mur comnent khini kunu okhom varotor honghator logot hongutto nohoi. kebol okhomor poribekh poristitir bekhoi kua hoise
@talesofassam6786
@talesofassam6786 3 ай бұрын
Paresh Baruah Next C.M
@prabal_here
@prabal_here Ай бұрын
😂 Dhei
@utpalsonowal713
@utpalsonowal713 3 ай бұрын
পৰেশ বৰুৱা ডাঙৰীয়াৰ মন্তব্য ১০০% সচা। 🙏🙏❤❤❤জয় আই অসম❤❤❤
@dekapranjal...33k
@dekapranjal...33k 3 ай бұрын
আপোনাৰ কথাবোৰৰ যুক্তি আছে ❤
@rocktimborah8500
@rocktimborah8500 Ай бұрын
ডাঙৰীয়া আপুনি ভালে থাকক সদাই 💗।জয় আই অসম ❤️
@ProsantoPhukon-qs5mu
@ProsantoPhukon-qs5mu 3 ай бұрын
হাবিৰ মাজত বহি দেশ স্বাধীন কৰিব পাৰি বুলি কোনে কোনে ভাবা...? বাকী জয় আই অসম ❤
@AnuraagBora-b1z
@AnuraagBora-b1z 3 ай бұрын
আলফা যোগদান কৰিছিলৈ বিচাৰোঁ!! সহায় আৰু সহযোগিতা পালে!
@biswajitboruah914
@biswajitboruah914 3 ай бұрын
পৰেশ বৰুৱা ডাঙৰীয়াৰ কথাই সছাকৈ অন্তৰ ছুই গ'ল । আপুনি প্ৰকৃত সত্য কথা কইছে । আপোনাৰ কথাত মই সন্মত ।
@Scientist.yt__
@Scientist.yt__ 3 ай бұрын
52:58 মই যিমান যি হ'লেও ‌এজন সছা অসমীয়া হ'বলৈ চেষ্টা কৰো❤
@SamirprabhaGogoi
@SamirprabhaGogoi 3 ай бұрын
বৰ্তমান এটা চক্ৰই উঠি অহা সকলক চল চাতুৰিয়ে বিপথে পৰিচালিত কৰা, অসমীয়াই কিছুমান উপাধি চাই বিপদত পেলাই মানসিক অত্যাচাৰ চলাই আছে, ব্যৱস্থা কৰক।ভাই ভাই মাজত সংঘাত লগুৱা সকলক বিচাৰক। আমাৰ শদিয়াত এটা জাতিৰ মাজত শিক্ষকতা কৰিব নোৱাৰা অবস্থা হ'ল, যিয়ে মাত মাতে মিছা অপবাদ দিয়া, মিছাকৈ প্ৰশাসন জনায়। উপাধি চাই, একাগ্ৰতা ৰে কৰ্ম কৰা সন্তানক বিপদৰ পেলায় ধ্বংস কৰা সকলক নাকি লগাওক।
@khanabadoshi_soul
@khanabadoshi_soul 3 ай бұрын
A big drawback of this video is that there should have been subtle for audience from the other parts of the world. Confining a discussion or discourse to a limited audience doesn’t help anyone…
@rip2ns
@rip2ns 3 ай бұрын
গুৱাহাটীলৈ বাৰিষা আহিলে সঁচাকৈ অনুভৱ হয়, অসমৰ কিমান উন্নতি হৈছে। অন্য এটা কথা আলফাৰ কৃপাত আমাৰ গাৱঁৰ ঘৰত গুলীয়াগুলী হ'ল, বিনা দোষত স্কুলশিক্ষক বৰদেউতা ৰঙাঘৰৰ আলহী হ'ল, দেউতাই বছৰৰ পিছত বছৰ ধৰি কৰ্ট-কাছাৰীলৈ তাতঁ-বাটি কাঢ়িল, গাওঁবাসীয়ে আৰ্মী পুলিচৰ অত্যাচাৰ ভুগি থাকিল, আৰু কত'না কি দেখা নাছিলো ৯০ৰ দশকত। গোটেই জীৱনৰ অভিজ্ঞতা পালো সেইখিনি সময়ত । অসমখন স্বাধীন হলেও আজিৰ তাৰিখত ম্যানমাৰতকৈ ভাল অৱস্থাত থাকিলহেতেঁন বুলি ভাৱ নহয় । এইটোৱো কৈ থওঁ আলফা গঠন হোৱাৰ আগতে দেউতা, দদাইহঁতে পৰেশ বৰুৱাৰ লগত একেলগে ফুটবল খেলিছিল । ইমানখিনি হোৱাৰ পিছতো কিন্তু উন্নয়নৰ নামত সুবিধাবাদী এমখা শিয়ালেহে অসমত ৰজাঘৰীয়া সবাহ পাতি আছে ।
@hiteshborgohain6393
@hiteshborgohain6393 3 ай бұрын
অসমত আলফা আছে কাৰণে অসমীয়া জাতিটো জীয়াই আছে! জয় আই অসম 🙏🙏🙏
@user-xm6tp6ys4y
@user-xm6tp6ys4y 3 ай бұрын
২০২৬ চনত ইয়াণ্ডাবু সন্ধি শেষ হ'ব। গতিকে বিপ্লৱৰ সময় এয়া। জয় আই অসম ✊
@Programmer-x7y
@Programmer-x7y 3 ай бұрын
কি বুজালে?
@user-xm6tp6ys4y
@user-xm6tp6ys4y 3 ай бұрын
@@Programmer-x7y ইয়াণ্ডাবু সন্ধিমতে অসম ব্ৰিটিছ ইণ্ডিয়াৰ হাতলৈ ২০০ বছৰ কাললৈ গৈছিল ১৮২৬ চনত। গতিকে ২০২৬ চনত এই সন্ধি মাৰ যাব আৰু ভাৰতে অসমক সাৰ্বভৌমত্ব প্ৰদান কৰিব লাগিব সন্ধি মতে।
@Programmer-x7y
@Programmer-x7y 3 ай бұрын
​​@@user-xm6tp6ys4y অ সেইটো কিন্তু সম্ভৱ হব , এইটো এটা ভাল সুবিধা হব , যদি জন গণে মনে প্ৰাণে আশা ৰাখে । মই এটা বিশ্বাস ৰাখোঁ অসম খনে বহুত বেছি পোৱাৰ যোগ্যতা আছে । এদিন সেয়া সম্ভৱ হব আৰু অসমীয়া( সমূহ খিলঞ্জীয়া) অৰ্থনৈতিক ভাৱে সৱল হৈ পৰিব ।
@sangitagogoi6085
@sangitagogoi6085 3 ай бұрын
Paresh sir bht dhuniya kotha koise apuni..❤..Jai Aai Akhom❤...Moi gourab Karu Moi Akhomiy ❤
@TankeswarNath-un4mq
@TankeswarNath-un4mq 3 ай бұрын
Bohut dinor pora ane ata video akha kri asilu xundar bohu naja na kotha khikilu❤❤🙏🙏🙏 jai ai axom
@palashkalita7291
@palashkalita7291 3 ай бұрын
সুন্দৰ প্ৰগতিশীল উপস্থাপন
@prince_nasib_1M
@prince_nasib_1M 3 ай бұрын
এই vedio ৰ important বোৰ short vedio আকাৰত প্ৰকাশ কৰিব লাগে। যুৱ প্ৰজন্মই short vedio বেছিকৈ চাই। কথাবোৰ যুৱ প্ৰজন্মই বুজাৰ প্ৰয়োজন আছে।
@HirenPhukan-jv7rp
@HirenPhukan-jv7rp 3 ай бұрын
নিস্বাৰ্থভাৱে জাতিৰ বাবে কৰা কষ্ট, ত্যাগৰ বাবে আপোনাসৱক সদায় চেল্যুত। কুশলে থাকক সকলো।
@RiyansArt
@RiyansArt 3 ай бұрын
2ta koi lora ase.. You enjoy life first
@PagalKukur-t3u
@PagalKukur-t3u Ай бұрын
জয় আই অসম ❤
@murhopun
@murhopun 2 ай бұрын
Bahout bhal lagil apunar kotha khini hunii aruu apunak dekhi moi hodaii ataii kotha kouu apunii hodaii bhale khukole thakok jate apunar kotha bur huni jodi kunuba neta bilak bhal hoi tetya hole amar axom bahout aghh bahibo 🙏 Joi aii axom 🙏
@অসমীআই-ধ৭ন
@অসমীআই-ধ৭ন 3 ай бұрын
ৰাইজক সহায় কৰিব কৰ পৰা ৰাইজক লুতিছে হে। ৰাইজে গমেই পোৱা নাই।আপোনাৰ দৰে সত আৰু সাহস কাৰো নাই।✊✊✊
@manikchandradas7057
@manikchandradas7057 3 ай бұрын
বহুত ধন্যবাদ বৰুৱা ডাঙৰীয়া আপোনাক ভূপেন দাৰ সলাগ লোৱাৰ কাৰণে। 🙏🙏🙏
@NipujitKalita
@NipujitKalita 3 ай бұрын
ৰাজনীতি ক্ষেত্ৰখনৰ ব্যক্তি সকলে সময় উলিয়াই এই বাৰ্তাৰ পৰা সৎ জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰে যাতে, জয় আই অসম 🙏
@JayantaRay-qn6ku
@JayantaRay-qn6ku 3 ай бұрын
সত্যৰ সদায় জয়
Worst flight ever
00:55
Adam W
Рет қаралды 43 МЛН
How To Get Married:   #short
00:22
Jin and Hattie
Рет қаралды 28 МЛН
Worst flight ever
00:55
Adam W
Рет қаралды 43 МЛН