Ojaantric || শৃংখল চলিহাৰ জাতীয়তাবাদী চেতনা আৰু আপোচবিহীন সংগ্ৰামী সত্বা | Assamese Podcast Ep.108

  Рет қаралды 253,574

Oasis Motion Films

Oasis Motion Films

Күн бұрын

Пікірлер: 1 700
@Hmnxu3287
@Hmnxu3287 Жыл бұрын
ধন্যবাদ অযান্ত্রিক❤এজন সচাঁ মানুহক নিমন্ত্রণ কৰাৰ বাবে❤ জয় আই অসম✊
@RanjitDas-p4m
@RanjitDas-p4m 11 ай бұрын
joi aei aassom ✊
@factteller5471
@factteller5471 2 ай бұрын
@@Hmnxu3287 mur lewra tu
@mahindryBayan
@mahindryBayan 11 ай бұрын
বোপা শৃঙ্খল তোমালৈ হিয়া উজাৰি আশীৰ্বাদ দিছো।তোমাৰ মনোকামনা ঈশ্বৰে যেন পূৰ্ণ কৰে।
@samujjalgogoi-hb6zv
@samujjalgogoi-hb6zv Жыл бұрын
ইমান বছৰে অযান্ত্ৰিকৰ খণ্ড চালো কিন্তু আজিৰ নিচিনা খণ্ড আগতে দেখা পোৱা নাছিলো।সঁচাকৈয়ে বহুত ভাল লাগিল ❤
@paragburagohain1111
@paragburagohain1111 11 ай бұрын
আজি দৰে অনেক খিলঞ্জীয়াৰ অধিবেশনৰ প্ৰয়োজন , আমাৰ অসমীয়া জাতিৰ উন্নত কৰাৰ উদ্দেশ্যৰে আৰু আলোচনাৰ আয়োজন কৰি উঠি অহা প্ৰজন্মক উনুকিয়াই দিয়াৰ প্ৰয়োজন বোধ কৰিছোঁ। এনেকৈ সামাজিক মাধ্যমত আলোচনা হব লাগে। বহুত ভাল লাগিল কথাবোৰ শুনি । জয় আই অসম।
@bhaskarjyotibora5071
@bhaskarjyotibora5071 Жыл бұрын
নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা এই মানুহজনক সদায় সুস্থ সৱল কৰি ৰাখক সদায়ে শক্তি দিয়ক যুঁজি থাক ককাইদৌ ... বহুত মৰম আৰু শুভেচ্ছা তোৰলৈ ...
@userunavailable__
@userunavailable__ 11 ай бұрын
মৰি যাওক ই
@bhaskarjyotibora5071
@bhaskarjyotibora5071 11 ай бұрын
@@userunavailable__ toi kor kela
@RanjitDas-p4m
@RanjitDas-p4m 11 ай бұрын
Hosa ajir dinot proud you❤✊
@rupamapathak3099
@rupamapathak3099 9 ай бұрын
May you live long!
@debasishadhikary8229
@debasishadhikary8229 11 ай бұрын
এজন সাহসী অসমীয়াৰ নাম শৃংখল চলিহা।এখন খিলঞ্জীয়া অসম গঢ়াৰ যি প্ৰচেষ্টা সেয়া এদিন ফলবতী হব‌ই। জয় আই অসম।
@manabprotimsharmah3019
@manabprotimsharmah3019 Жыл бұрын
আজি এজন সিংঘই অযান্ত্ৰিকৰ মজিয়াত গুজৰি গল🙏 ভবাই নাছিলোঁ অযান্ত্ৰিকত এনেকোৱা বীৰ পুৰুষৰ কন্ঠ শুনিব পাম বুলি। জয় আই অসম। জয় বীৰ লাচিত সেনা । ধন্যবাদ অযান্ত্ৰিক ❤
@kaustavnath1150
@kaustavnath1150 Жыл бұрын
Tumar xinghoi 2020 sonot ajagat piton khai thoise buisa
@TumanPhukan-ti5jp
@TumanPhukan-ti5jp Жыл бұрын
জয় আই অসম ✊✊✊ জয় বীৰ লাচিত সেনা অসম ✊✊✊
@SwarnavGogoi
@SwarnavGogoi Жыл бұрын
​@@kaustavnath1150Tmi mne kbo khujisa ayo fltu ktha koise... maar khalei jniba kntu ktha kita ki bya koise. Sb tu point t ai koise..
@kaustavnath1150
@kaustavnath1150 11 ай бұрын
@@akashsall8001 100 percent bro axomiya vs axomiya borhiya hobo, bey tumalukor vivek mani goisu🤣🤣🤣 tumi aru moi kintu one vs one korim dei, lorai gym kore hobola 😖😖🤣 , Aru xivaxagar xonok ebur mar pit kora kotha koi bodnam nokoriba buisa Xivaxagar tumaru aru muru aru pratyek jon axomiyar, ami xokolu mili juli thaku Upper Assam Lower Assam buli tumalukor asam luke bohut ved vab kore please ebur nokoriba moi Nagaon r hoi. Shrinkhal saliha r nisina manuh tumaluk buror karne hobo hero kintu xi ki panir mas hetu ami bhalke janu lime light t ahigole ba dutaman vaxon di famous hoi gole kunuba vyakti leader hoi nejai, leader hobole intelligence, presence of mind, decision making power, way of talking, non hypocratic and protyek Tu situation eta side r pora nhoi sob side r pora sai eta proper decision lua jon he leader okol Buku phindai 10 ta manuhor logot nijoke xahokhi bujua jon ketiau leader hobo nuware, etiya tumare eta example judi moi deu mur comment tu porhi sage tumar xong uthil hekarne tumi joshot ahi ekdom mar pitole gusi gola, tumi mur a comment beleg dhorneu dibo parila heten moi kua kotha xini judi oxotya tumar herok goi xudhiba, tumar hero a nischay xatya kothaye kobo i hope.Jun stable mind set r hoi tak he budhiman buli kobo pari, Xong komjur manuhor xunkale uthe. Hekarne bro gym 🏋🚴💪kora kintu olop maan meditation u koriba.
@kaustavnath1150
@kaustavnath1150 11 ай бұрын
@@SwarnavGogoi eku point t nai kua bhai xi kua besi vaag kotha lastot goi bhul ulai Manuh tu bhal antar xon safa kintu mathat Maal nai etu moiu point t koi tholu tumak Joi Aai Axom
@rahulbhuyan6936
@rahulbhuyan6936 11 ай бұрын
বহুত দিনৰ পৰা চাই আছোঁ অযান্তিক। কিন্তু আজি বেলেগ লাগিছে অনুষ্ঠানটো। অলপো স্কিপ নকৰাকৈ চাইছো। এনেকুৱা অনুষ্ঠান আৰু দীঘলীয়া কৰক। শৃংখল ককাইদেউ, আপোনাক অন্তৰৰ পৰা চেলুত দিছোঁ। বহুতৰে অনুপ্ৰেৰণা আপুনি। ভালে থাকক আপুনি। আৰু অযান্তিকে আৰু এনেকুৱা জাতীয়তবাদী ব্যক্তি আনক। ইয়াৰ আগত কুসুম দাৰ অনুষ্ঠানটো বহুত ভাল লাগিছিল। আৰু আজি এই অনুষ্ঠানটো। বীৰ লচিত সেনা আগবাহী যাওক। আৰু জাতিটোৰ স্বাৰ্থত কোনোদিনে আপোচ নকৰিব। সদাই স্পষ্ট আৰু মূৰ তুলি থিয় হৈ থাকক। আজিৰ খণ্ডটোৰ বাবে আকৌ এবাৰ ধন্যবাদ অযান্তিক।
@Mroycarton
@Mroycarton Жыл бұрын
অসমৰ এজন আপোচবিহীন নেতা শৃংখল চলিহা দা♥️❤️
@abinashhandique6745
@abinashhandique6745 10 ай бұрын
জাতিৰ সন্ধিক্ষণত শৃংখল চলিহাৰ দৰে মানুহৰ অতি প্ৰয়োজন। ধন্যবাদ অযান্ত্ৰিক তেওঁক নিমন্ত্ৰণ জনোৱাৰ বাবে। অসমীয়া জাতীয়তাবাদী সত্তাৰ ধ্বজ সদায় অক্ষুন্ন থাকক, জয় আই অসম, জয় হিন্দ।
@lakhyajitkalita1194
@lakhyajitkalita1194 Жыл бұрын
শৃংখল দাক দেখি বহুত দিনৰ মূৰত অযান্ত্রিক চাইছো..... ধন্যবাদ অযান্ত্রিক.... এজন ভাল লগা স্পষ্টবাদী অতিথি উপহাৰ দিলে।🙏
@mousumgogoi3904
@mousumgogoi3904 11 ай бұрын
Ojaantric r aitu best episode.... As a axomiya moi aji bht nojona kisuman ktha huni Shringkhal Chaliha dada r lgt adin holeu ktha patibole mon thakil aru kisuman bikhoi loi..❤❤❤❤❤
@hemantahazarika9715
@hemantahazarika9715 Жыл бұрын
আজি প্ৰথম অযান্ত্ৰিক চালো, আৰু একমাত্ৰ শৃংখল চলিহাৰ থামনেইল দেখিহে চালো, ❤ বহুত বেছি ভাল পাও মানুহজনক, জয় আই অসম, ❤❤❤❤❤❤❤❤❤❤
@userunavailable__
@userunavailable__ 11 ай бұрын
Val puwar aku naii 😂
@deepjyotichamuah3867
@deepjyotichamuah3867 11 ай бұрын
Kun ei toi baalsinga​@@userunavailable__
@chayankhazarika7525
@chayankhazarika7525 11 ай бұрын
এজন সচাঁ অসম আৰু অসমীয়াপ্ৰেমী ব্যক্তি আমাৰ শৃংখল দা। জয় আই অসম
@Manab757
@Manab757 Жыл бұрын
ৰাতিপুৱাই উঠি প্ৰথমে ভিদাওটো চালো ভাল লাগিল ❤ প্ৰয়োজন এনে মানুহৰ❤প্ৰথম বাৰৰ বাবে ধুনীয়া প্ৰশ্ন কৰিছে আজি ভাল লাগিল😊
@lachitphukan1578
@lachitphukan1578 11 ай бұрын
আজি AASU কা আন্দোলনৰ সময়ৰ সভাপতি জন বিজেপিত যোগদানৰ পিছত শৃংখল চলিহা কথা বোৰ যে সম্পূৰ্ণ সত্য তাৰ প্ৰমাণ পালোঁ । জাতি জাতি কৈ চিঞৰি ভণ্ড তথা স্বাৰ্থপৰ নেতা সমূহক ৰাইজে বৰ্জন কৰিব লাগে সময় থাকোঁতেই । শৃংখল চলিহা এজন প্ৰকৃত অসমী আইৰ সন্তান ।
@debasishsaikia7463
@debasishsaikia7463 Жыл бұрын
The best episode of OJANTRIC till now. জয় জাতীয়বাদ ! জয় আই অসম!
@dipaklama6711
@dipaklama6711 11 ай бұрын
Jai ai akhom
@behappyalways2472
@behappyalways2472 9 ай бұрын
Bohot kotha janisu njona ktha bur aji hosake new generation loi dorkare hoi ....Anekua video sai bohot val lgise...
@Hirakzeet567
@Hirakzeet567 Жыл бұрын
one of the powerfull episode of ojantric till date❤️🔥 জয় আই অসম❤️✊
@lianbaruah4771
@lianbaruah4771 Жыл бұрын
I thought your show was going down the drain with the previous jabor sumi bikash episodes but today you have revived it . Top notch episode kudos to thinking #Joi Aai Axom .. Assam First and Always 🙏
@nomadicmind555
@nomadicmind555 Жыл бұрын
এনেকোৱা episode হ'ব লাগে। ❤❤❤ জয় আই অসম ✊ এতিয়াও বহুতে সোধে ইয়াত,,,অসমৰ পৰা আহিছা নেকি বুলি। মোক এগৰাকী শিক্ষয়িত্ৰীয়ে সুধিছিল এই কথাটো। অসমৰ মানুহ হৈ অসমৰ পৰিসীমাৰ কথা নজনাটো স্বাভাৱিক জানো,,,নে কথাৰ আৰঁত উদ্দেশ্য বেলেগ...!! তাতেই আকৌ তেখেত এগৰাকী শিক্ষয়িত্ৰী হয়,, ভাৱি চাওঁক কথাটো...!!
@kaushikgohain8941
@kaushikgohain8941 11 ай бұрын
The iron man of Assamese people. Genuinely the legacy of Assamese identity is defined through the words of Srinkhal Chaliha. May god bless you to serve this land 🙏 ✨️ ❤❤
@GaurabBorahofficial-r3d
@GaurabBorahofficial-r3d Жыл бұрын
বহুত বেছি ভাল লাগিল আজি , আৱেগিক অভিনেতাতকৈ হাজাৰ গুণে বহুত বেছি ভাল লাগিল । এদিন অখিল গগৈ আৰু লুৰিনজ্যোতি গগৈ ডাঙৰীয়াক মাতক এবাৰ আপোনালোকৰ অনুস্থানলৈ
@manashchetia4558
@manashchetia4558 11 ай бұрын
এনেকোৱা Episode আৰু কেইটামান আমি বিচাৰোঁ দেই ককাইকেইটা..খুউব ধুনীয়া.
@mrinalkumarbaruah6138
@mrinalkumarbaruah6138 Жыл бұрын
ভাল লাগিল আজি খণ্ডটো। আগলৈও এনে জাতীয়তাবাদী লোকক আমন্ত্ৰণ জনাব চোন।
@himangshucat3084
@himangshucat3084 11 ай бұрын
16 cr luwa party tu. AASU buli voba hkle like kora
@uddipnath753
@uddipnath753 Жыл бұрын
One of the finest episode of Ojantric till date ❤🔥💯
@sonvitocorleonedon2145
@sonvitocorleonedon2145 11 ай бұрын
Dada Allah he apunaluk hokoluke bhal korok, khub bhal lagil podcast Tu sai ekebare genuine asil. JOI AAI AXOM 💪🏻💪🏻 Srinkhal Chaliha da we are proud of people like you. Xubaisha rakhilu jate hokolu aru aagbarhi jai aamr Axomiya jati Tu aag borhai niye logot... 🥰
@funnyvedio-en4sb
@funnyvedio-en4sb Жыл бұрын
এজন সচাঁ জাতীয়তাবাদী নেতা, ভাল লাগে।মুখৰ আগত কথা কোৱা মানুহ সদায় এনেদৰেই থাকক।আনবহুজনৰ মনত জাতীয়তাবাদ জগাই তোলক। আজিৰ এপিছড বহুত ভাল লাগিল।জয় বীৰ লাচিত সেনা।❤❤❤❤
@Astrologer-Pranab-Kr-Sarmah67
@Astrologer-Pranab-Kr-Sarmah67 11 ай бұрын
ভাল লাগিল শৃংখল চলিহাৰ বক্তব্য শুনি। অযান্ত্ৰিক ব্ৰডকাষ্টিং চেনেলত ভৱিষ্যতে এনে ধৰণৰ ব্যাক্তিক নিমন্ত্ৰণ কৰি আনিলে ভাল হ'ব।
@ayeshakhatoon8885
@ayeshakhatoon8885 Жыл бұрын
Best episode till date❤ ajir dinot i think bohut kom manuh ase enekoi bhoi nokori kotha kobo pora,heikaronei manuhjonok bhal lage..i feel so proud as a sivsagarian🎉
@mousumidas989
@mousumidas989 11 ай бұрын
One of the best episode of ojaantric❤....xosakoi bohut besi val lagil.... next akou enekua episode amak lge ...❤️
@agastyabaruah1380
@agastyabaruah1380 Жыл бұрын
দাদাজনৰ কথাবোৰ ভাল লাগে।‌ জাতীয়তাবাদৰ কথা ক'লে Goosebumps আহি যায়।❤️
@userunavailable__
@userunavailable__ 11 ай бұрын
Xenophobic je
@munmigogoi1104
@munmigogoi1104 11 ай бұрын
খুব ভাল লাগিল এই সাক্ষাৎকাৰটো, আৰু যেন জাতীয়তাবাদী প্ৰকৃত নেতাৰ সাক্ষাৎকাৰ দেখিবলৈ পাও অনাগত দিনত।
@guwalijaneastgolaghaticds4740
@guwalijaneastgolaghaticds4740 Жыл бұрын
Aji r episode tu really most important ntunprojnmor babe ....val lagil ...aji OjANTRIC a ata most important step hatot lole thank to all of you...❤
@bijuburhagohain
@bijuburhagohain 9 ай бұрын
ধন্যবাদ অযান্ত্ৰিক❤ . . বিৰাট ভাল লাগিল . . শৃংখলদাৰ স্পষ্টবাদিতাক হৃদয়ৰপৰা চেল্যুট কৰিছোঁ‌ . . জয় আই অসম🙏
@padumdutta2142
@padumdutta2142 Жыл бұрын
সূর্য হোৱা...সূৰ্য হোৱা... জাতীৰ নতুন সূৰ্য হোৱা...!
@papukalita1164
@papukalita1164 11 ай бұрын
সুন্দৰ🙏... ধন্যবাদ অযান্ত্রিক এনেকুৱা এজন সচাঁ মানুহক আপোনালোকে নিমন্ত্রণ জনোৱা বাবে। জয় আই অসম🙏
@sarumaiburagohain188
@sarumaiburagohain188 Жыл бұрын
One for tha best episode.....Thank you Ojaantrik❤ জয় আই অসম🔥✊
@GDutta-w4u
@GDutta-w4u 11 ай бұрын
"নিজৰ মাটিত প্ৰটিবাদ কৰিব লগীয়া হৈছে তেটিয়াহলে উগ্ৰহ হবয়ে লাগিব।" Great line.
@SantoshMohanPhukan
@SantoshMohanPhukan Жыл бұрын
I don't know whats going to be his neat future , but his motto towards our Assamese people is top notch. Such graceful personality with a clear vision. Hope his dreams towards Assamese community fulfills
@mridusmita_jaankonwar6680
@mridusmita_jaankonwar6680 11 ай бұрын
তেওঁৰ বিষয়ে ভুল মনোভাৱ লৈ আছিলো সেইকাৰণে podcast টো চোৱাও নাছিলো | ভাল লাগিল কথাবোৰ জানি শুনি; একেবাৰে চিন্তাধাৰাই সলনি কৰি দিলে
@BiswajitNeog-f6x
@BiswajitNeog-f6x Жыл бұрын
শৃংখল মোতকৈ ২০বছৰ সৰু।কিন্তু তেওঁৰ নিৰ্ভিকতাক মই চেলুট জনাওঁ।ডিব্ৰুগড়ত এই সংগঠন শক্তিশালী হব লাগে ।ইয়াত বহুত কৰিব লগা আছে।
@NKMedia-d6k
@NKMedia-d6k 11 ай бұрын
আজিৰ সময়ৰ দুজন অসমীয়া লুৰিণজ্যোতি আৰু শৃংখল চলিহা যেন লাগে, অনাগত দিনতো যেন এনেকৈ থাকে দুয়োৰে জাতীসত্বা৷
@anuraagpanging3597
@anuraagpanging3597 Жыл бұрын
Tyag ase karone khong ase....shrinkhal lived it ❤
@RanuBuragohain-h2z
@RanuBuragohain-h2z 11 ай бұрын
অসমৰ সিঙহ পুৰুষ। অৰণ্যৰ ৰজা সিঙহ।শিয়াল নহয়। তুমি শৃংখল। সদায় শৃংখল। বিশৃঙ্খল তুমি কেতিয়াও নহয়। ধন্য তুমাৰ পিতৃ মাতৃ। তুমাৰ দৰে সন্তান ক জন্ম দি ধন্য তেওঁ লোক। ভগৱান সদায় তুমাৰ সহায় হ ওক।
@nilakshidevipuja
@nilakshidevipuja Жыл бұрын
প্ৰয়োজন আছিল এই খণ্ড টোৰ, বিৰাট ভাল লাগিল সঁচাকৈ ❤️
@alion-z3z
@alion-z3z 11 ай бұрын
Very nice episode. জাতিৰ বাবে মাত মতা মানুহ বহুত কম আজি কালি। আপুনি এনেদৰেই জাতিৰ বাবে যুঁজ দি আমাকো অনুপ্ৰাণিত কৰক ।
@smritisikhabora8187
@smritisikhabora8187 Жыл бұрын
অসম বুলিবলৈ এতিয়া অকল উজনি অসমত হে আছে। হয় হাৰিছো সঁচা। এদিন জিকিম আমি অসমীয়া।
@Pranitidiaries
@Pranitidiaries 11 ай бұрын
Best episode.. শৃংখল দাদা লৈ বহুত বহুত মৰম ❤️ নতুন প্ৰজন্মৰ বাবে তেওঁ প্ৰেৰণা আৰু সাহস।। জয় আই অসম ✊
@jaydeepkalita5717
@jaydeepkalita5717 Жыл бұрын
Powerful Episode🔥 বৰ্তমান অসমৰ জাতীয় সত্বাৰ ওপৰত হোৱা এটা সুন্দৰ সামগ্ৰিক আলোচনা।
@pallabigogoi8564
@pallabigogoi8564 11 ай бұрын
Bahut besi bhal lgile sai..ekdm gar num tej kholokoni uthi golge...best episode ever❤
@hkmixturevideo3197
@hkmixturevideo3197 Жыл бұрын
Special episode of ojantric podcast ❤🔥🔥🔥
@baruahaxom4670
@baruahaxom4670 9 ай бұрын
সুন্দৰ লাগিল জয় আই অসম
@dipubora5237
@dipubora5237 Жыл бұрын
ভাল লাগিল খণ্ডটো❤ জাতীয়তাবাদী সকল সদায় প্ৰিয়❤
@krishnasaikia9122
@krishnasaikia9122 11 ай бұрын
শৃংখল দা আপুনি সঁচাকৈয়ে স্পষ্ট বাদী, বহুত ভাল লাগিল।
@ranipriyaentertainment8694
@ranipriyaentertainment8694 Жыл бұрын
খোলা মনৰ মানুহ ,,, যি কয় চিধা কই। বহুত ভাল লাগিল episide2 l
@trishnajyotisaikia6238
@trishnajyotisaikia6238 11 ай бұрын
Aji comment eta korilu...❤ Aibur kothai ketiaba muku gujori gumori thky
@moran8420
@moran8420 Жыл бұрын
বহুত আগৰ পৰাই চিনাকি Ojantric Chenal টো, কিন্তু কোনো দিন এটা Comments বা এটা like দিয়া নাই, আৰু কোনো দিন full episode চোৱা নাই, অলপ চাই বাদ দিও। কিন্তু আজি 1hrs 2minit 51 scnd.. বহা ঠাইৰ পৰা একে ৰাহে চাই দিলোঁ।। only For lion,,, জাতিৰ বিপদ হলে আন কোনো নেথাকিলে ও এজন আছে আমাৰ বাবে বুকু ডাঠ কৰি কব পাৰোঁ।।। সেই জনেই 🙏Srinkhol Saliha ❤ ..
@mridugogoi6123
@mridugogoi6123 11 ай бұрын
একদম মনৰ কখাষাৰ কলে
@user-ko9ie1gk9s
@user-ko9ie1gk9s 7 ай бұрын
মৰিয়নি সমষ্টি সম্পৰ্কত সচাঁ কথা ক'লে।
@kalpanahazarika311
@kalpanahazarika311 4 ай бұрын
আমি পুজি আৰু শিক্ষা আনক চেৰ পেলোৱাকে আয়ত্ব কৰি আপুনি ভবাৰ দৰে আগ বাঢ়ি যাব পাৰিম বুলি হৃদয়ত সাসখ আহি গৈছে ৷বহুত ধন্যবাদ জনালো ৷
@jumonoutofmind
@jumonoutofmind Жыл бұрын
One of the best episode ! Loved it … saw a different side of Srinkhal Chaliha!
@himadrisonowal4017
@himadrisonowal4017 11 ай бұрын
মজা এনেকুৱা মানুহ আনিব লোকেআপোনালোকে, যাৰ তেজত সছা জাতীয়তাবাদ আছে,এনেকুৱা মানুহৰে আমাৰ অসমত প্ৰয়োজন,জয় আই অসম
@pranabjyotiboruah7269
@pranabjyotiboruah7269 Жыл бұрын
One of the best episode.. Thank you Ojaantrik.. Keep going❤
@arifrehman8260
@arifrehman8260 11 ай бұрын
Ultimate episode...lst part t ata hahi ulai ahea Monr pora...aru ata josh puwa jai...ktha khini hsa kronea sui gol ....
@arnabbaruah6063
@arnabbaruah6063 Жыл бұрын
Views , likes doesn’t matter . This is by far the best ep. Of ojantric .. aru anekua leaders vurok matok ai podcast r loi #joi aii axom
@bhargabsaikia03
@bhargabsaikia03 11 ай бұрын
Aji thik manuh jon matise 🫡👍🏻..Amazing episode ,kotha khini xuni khub bhal lagil ❤..Akau matibo lage 👍🏻
@udeshnahazarika1884
@udeshnahazarika1884 Жыл бұрын
ভাল লাগিল ❤ অতিথি আমন্ত্ৰনত ভালকৈ চালি জাৰি চালে অনুষ্ঠানটি এনেদৰে আগবাঢ়ি যাব। শুভকামনা 🎉
@puranibihugita
@puranibihugita 11 ай бұрын
ভাল লাগিল । এই episode টোৱে সৰ্বশ্ৰেষ্ঠ episode ।
@hdworld85
@hdworld85 Жыл бұрын
Best episode till date...you light up the room, shrinkhal..
@debasishbhuyan3217
@debasishbhuyan3217 11 ай бұрын
One of the best episode of Ojaantrick.. অসম আৰু অসমীয়াৰ কাৰণে যিখিনি কথা শৃংখলদা এ‌‌ খোলাকৈ‌ কৈ থৈ গ'ল অতি গুৰুত্বপূৰ্ণ ...জয় আই অসম
@bhaskarsarma8829
@bhaskarsarma8829 Жыл бұрын
ৰবি শৰ্মা, নমিতা ভট্টাচাৰ্য্যৰ পিছত এইটো খণ্ড চাই বৰ ভাল পালোঁ। শৃংখলদাৰ কথা শুনি বহু কথা জানিব পাৰিলোঁ। জয় আই অসম। ✊
@userunavailable__
@userunavailable__ 11 ай бұрын
হয় কাৰণ অসমীয়া অনা অসমীয়া কৰি থাকে 😂
@probhatboruah229
@probhatboruah229 11 ай бұрын
Verry energetic show💪💪 100%true spech, 🤘🤘🤘 1st of the best show ajantric🏆
@rupamsvlog6194
@rupamsvlog6194 Жыл бұрын
Dekhe Maatise bir'or bekh, Morile Sworgo Torile Dekh. Love you Ojaantric ❤✊️✊️✊️ Jai Aai Axom ✊️✊️✊️
@putulnath1715
@putulnath1715 11 ай бұрын
Good interview, মন চুই গল, জয় আই অসম,
@rubuldas6688
@rubuldas6688 Жыл бұрын
Need these type of podcasts...so that our new generation can learn and know about their roots and sacrifices of our people...
@dipimonidutta7263
@dipimonidutta7263 11 ай бұрын
Thank you so much ojaantric…excellent show…
@raktimdeka2045
@raktimdeka2045 Жыл бұрын
Ojantric এইবাবেই একক আৰু অনন্য, আশা কৰিছো যাত্ৰা অব্যাহত থাকিব
@dhandeka3747
@dhandeka3747 11 ай бұрын
I was totally wrong about this man before watching this episode.. What a 💎 he is...Joi Aai Axom🌹🧡
@gauravgunjan9424
@gauravgunjan9424 Жыл бұрын
A Quality Episode ❤️
@Assamkaanupam
@Assamkaanupam 11 ай бұрын
জয় বীৰ লাচিত সেনা,সচাকৈয়ে চকুৰ টিপ নমৰাকৈ Episode তো চালো। ধন্যবাদ OJANTRIC
@user-lg8ob3lx7o
@user-lg8ob3lx7o Жыл бұрын
Amar syllabus bilakot Assam Movement.r kotha included naasil. Honestly, civil service exam prep.t he porhibo paisu. It's good that recently HS syllabus covered it....History should be read, discussed and preserved without concealing.
@wazibur1
@wazibur1 11 ай бұрын
Srinkhal Chaliha is a gem of a person. Good to see his valuable contribution towards Assamese society. Immense Respect for him.
@hrishikeshbhargav212
@hrishikeshbhargav212 Жыл бұрын
Best podcast till date 🔥🔥... enekua political guest matibo sun aru
@smrjt9102
@smrjt9102 11 ай бұрын
Aitu seriously one for the far most best episode till now in OJANTRIK
@neetagogoibaishya639
@neetagogoibaishya639 Жыл бұрын
Congratulations. More than 1600 views in 1 hr. An episode of worth. 20:14
@binapanichetia582
@binapanichetia582 9 ай бұрын
বহুত ভাল লাগিল , চলিহা ৰ কথা খিনি, ধন্যবাদ অজানতিকলৈ❤❤❤
@deeppritamkashyap1706
@deeppritamkashyap1706 Жыл бұрын
অযান্ত্ৰিক মই বহুত দিনৰে পৰা চাই আহিছোঁ কিন্তু কেতিয়াও comment দিয়া নাছিলোঁ কিন্তু আজিৰ episode তো চাই বহুত বেছি ভাল লাগিল ।
@sidharthaburagohain8999
@sidharthaburagohain8999 11 ай бұрын
Phukan. He needs exposure and there can be no better platform than this. Don't want this legend to fade away.
@bhargavbora388
@bhargavbora388 Жыл бұрын
এটি সুন্দৰ অধ্যায়।আৰু এজন আছে তেখেতৰ লগৰ বিকাশ অসম বুলি।তেখেতক ও মাতিব যদি পাৰে।
@adv.surajdutta6564
@adv.surajdutta6564 4 ай бұрын
Lion heart! Kothar manuh nohoi khali, kaamor manuh hoi Soliha! Sposthobadi aru daringly courageous. Tumi aag badhi jua Srinkhol aru jati tuku logote aagbodhai nia ❣
@Bhabensaikia26
@Bhabensaikia26 Жыл бұрын
তেওঁ সদায় শক্তিশালি হৈ থাকক জাতিটোৰ কাৰণে ❤️ জয় আই অসম ✊️
@mriduldas8887
@mriduldas8887 11 ай бұрын
কিয় আপোনাৰ নিজৰ শক্তি নাই নেকি? পৰৰ ওপৰত কিয় ইমান নিৰ্ভৰশীল অসমীয়া জাতি?
@userunavailable__
@userunavailable__ 11 ай бұрын
অসমীয়া অনা অসমীয়াৰ নামত ৰাজনীতি 😂
@krishnankumarbora5288
@krishnankumarbora5288 11 ай бұрын
শৃংখল চলিহাক অলপ ভাল কৈ জানিবলৈ সুবিধা পালো। অযান্ত্ৰিকৰ উপস্থাপন ভাল লাগিল।
@bastabboruah9260
@bastabboruah9260 Жыл бұрын
ধন্যবাদ অযান্ত্ৰিক ।জয় আই অসম
@jyotimonisaikia1195
@jyotimonisaikia1195 10 ай бұрын
অসমত এতিয়া এনেকুৱা মানুহৰ বহুত প্ৰয়োজন
@Anuragaxomm
@Anuragaxomm Жыл бұрын
My favourite srinkhal da ❤❤❤❤
@bishwajyotidas1543
@bishwajyotidas1543 10 ай бұрын
Aji 10 days r pst episode 2 sai hakh krisu...alp alp k sai...bht vl lgile...
@ayushkonwar69
@ayushkonwar69 Жыл бұрын
The best episode of OJANTRIC জয় আই অসম ✊
@DipankarGogoi-ff7jx
@DipankarGogoi-ff7jx Жыл бұрын
Power ful💯💯 episode ❤
@mritunjoys6579
@mritunjoys6579 11 ай бұрын
Episode tur ekebare begining tu loi objection ase... Sree Ram lala 🙏🙏 part tu loi comment koribo nalagosil. It's the Best and proud moment for all of us as a Sanatani जय श्री राम 🙏🙏
@PinkuNeog
@PinkuNeog Жыл бұрын
Best episode 🔥🔥
@geetimoniborah5442
@geetimoniborah5442 11 ай бұрын
যথেষ্ট ভাল লাগিল অনুষ্ঠানটি। ধন্যবাদ অযান্ত্ৰিক
Ojaantric || Assamese Podcast ft. @KussumKailash  || Ep.61
1:03:08
Oasis Motion Films
Рет қаралды 298 М.
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 81 МЛН
To Brawl AND BEYOND!
00:51
Brawl Stars
Рет қаралды 17 МЛН
VIP ACCESS
00:47
Natan por Aí
Рет қаралды 30 МЛН
Manas Robin: Dikhow Noi, Junbai, Zubeen Garg, UNTOLD Stories - Assamese PODCAST - 77
59:10
Ojaantric || Assamese Podcast ft. Chakrapani Parashar || Ep.96
1:01:56
Oasis Motion Films
Рет қаралды 145 М.
Ojaantric || Assamese Podcast ft Khagen Gogoi || Ep.75
1:15:39
Oasis Motion Films
Рет қаралды 353 М.
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 81 МЛН