No video

MAYUR BORA , খঙাল নে ৰসাল ?

  Рет қаралды 42,492

BAARTA LAAP

BAARTA LAAP

Күн бұрын

MAYUR BORA , খঙাল নে ৰসাল ?
Contact with Chakrrapanni Parashar on
📷 Instragram: ....
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : youtube.com/@B....
👱‍♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
#chakrapaniparashar #assamesepodcust #Baartalaap #guwahaticity #MAYURBORAH

Пікірлер: 179
@meghaligogoi3935
@meghaligogoi3935 5 ай бұрын
খুব ভাল লাগিল। কটন কলেজৰ সহপাঠীজনৰ এই ধেমেলীয়া ৰূপটো আমাৰ চিনাকী। এতিয়া 'বাৰ্তালাপ'ৰ জৰিয়তে তেওঁৰ গুণমুগ্ধসকলেও এই ৰূপটোৰ স'তে চিনাকি হ'ল।
@bulbulAxom099
@bulbulAxom099 5 ай бұрын
ব্যক্তিত্ব সাংঘাতিক ভাল লগা মানুহ জন ❤️❤️
@anisaikia8348
@anisaikia8348 5 ай бұрын
সুন্দৰ অনুষ্ঠান। কাৰোবাক সন্মান দিওঁ বুলি ভাবিলে আপোনালোকেও পাৰে ।
@prabitachutia448
@prabitachutia448 5 ай бұрын
অতি ভাল লাগিল অনুষ্ঠান টো , ধন্যবাদ আগলৈ
@TridipDoley-ro3rr
@TridipDoley-ro3rr 5 ай бұрын
Dr Mayur Sir is an unique n really highly educated.intelligent n commited great person !🙏
@7gc970
@7gc970 5 ай бұрын
বহুত বহুত ভাল লাগিল ময়ূৰ বৰা মানুহ জন অন্য মানুহত কৈ বেলেগ । বাৰ্তালাপ টো ভাল লাগিল ।
@bulubaishya5454
@bulubaishya5454 5 ай бұрын
বহুত ভাল লাগিল, আৰু দীঘলীয়া হ’ব লাগিছিল যেন অনুভৱ হৈছে ৷
@AlimpyshreyamGogoi
@AlimpyshreyamGogoi 5 ай бұрын
তেখেত প্ৰিয়❤বাৰ্তালাপ ত তেখেতক অতিথি কৰাৰ বাবে ধন্যবাদ❤এনে সাক্ষাতকাৰৰ প্ৰয়োজনীয়তা আছে
@Dhiraj-Bordoloi
@Dhiraj-Bordoloi 5 ай бұрын
One of the ৰখালেষ্ট podcast.
@harikamanpersonal5333
@harikamanpersonal5333 5 ай бұрын
Bhal lagil ajir bartaalap sai
@aradhanabora3554
@aradhanabora3554 5 ай бұрын
বাকপটু ময়ুৰ বৰাদেৱে খুৱ সুন্দৰকৈ কম কথাৰে বহুখিনি কথাই ক'লে। ভাল লাগিল।সুন্দৰ অনুষ্ঠানটিৰ বাবে চক্ৰপাণি পৰাশৰকো ধন্যবাদ
@bhaskarsonowal4468
@bhaskarsonowal4468 5 ай бұрын
Bhal loga manuh jonok palu chakra daa..
@itsliton3964
@itsliton3964 5 ай бұрын
Hoi😊
@rashmirekhasaikia5108
@rashmirekhasaikia5108 4 ай бұрын
​@@itsliton3964of ol
@nayanmoniborkotoky6609
@nayanmoniborkotoky6609 4 ай бұрын
নাহৰকটীয়া মহাবিদ্যালয়ত সেই সময়ত মই এজন সান্মাষিক ছাত্ৰ। এটি অনুষ্ঠানত ময়ূৰ বৰা ছাৰক লগ পোৱাৰ সৌভাগ্য হৈছিল। টিভিৰ টক চ' ত ছাৰ থাকিলে তেওঁৰ যুক্তিনিষ্ঠ কথাবোৰ, তেওঁৰ বিবেচনা বোৰ শুনোঁ, বা কাকতৰ লিখা বোৰ যেতিয়াই পালেও পঢ়োঁ। সেইদিনা পুৱাই আমাক সকলোকে গেটৰ সমূখৰ পৰা শাৰী পতাই থিয় কৰোৱা হৈছিল। আমিও ভাবিছিলো ইমান এজন ডাঙৰ অতিথি আহিছে কেনেকুৱা হ'ব কেনেকৈ আদৰিম বহু কথা। তথাকথিত ডাঙৰ মানুহৰ মাজত দেখা যায় যে সময়তকৈ যিকোনো ক্ষেত্ৰত দেৰিকৈ উপস্থিত হয়। বৰা দেৱৰ সময়ানুবৰ্তীতাই আমাৰ তেওঁৰ প্ৰতি ধাৰণাই সলাই দিলে। ৯বজাৰ অনুষ্ঠান ৯বজাতেই আৰম্ভ হ'ল। ছাৰে মোক লিখি দিয়া উৎসাহ অনুপ্ৰেৰণা মূলক ৩টা শাৰী আজিও মোৰ ডায়েৰীৰ পাতত সজীৱ হৈ আছে। মই ধন্য, যে যাৰ যুক্তি পূৰ্ণ বিশ্লেষণ সমালোচনা আজি ইমান দিনে শুনি আহিছিলোঁ তেখেতক সমূখৰ পৰা লগ পালোঁ। ছাৰ ক এবাৰ কোনোবাই লগ পালে ছাৰৰ বক্তৃতা শুনিলে সাঁচ বহিবই। সেই লগ পোৱা ছাৰ আজিও একেদৰেই আছে। প্ৰভূ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰোঁ ছাৰ সু স্বাস্থ্যৰে দীৰ্ঘ জীৱী হওক। অনাগত দিনত ছাৰ ক আকৌ লগ পোৱাৰ সৌভাগ্য ঘটে যেন তাৰে কামনাৰে.......
@pratibhasandhan
@pratibhasandhan 5 ай бұрын
ছাৰৰ কথা শুনি বহুত ভাল লাগে। মই সদায় ছাৰৰ দৰে কথা কʼব চেষ্টা কৰোঁ।
@user-uu8el3rn6o
@user-uu8el3rn6o 5 ай бұрын
Val lagil .
@babybhuyan3022
@babybhuyan3022 5 ай бұрын
ভাল লাগিল অনুষ্ঠানটো ৷
@arotigohain7996
@arotigohain7996 4 ай бұрын
বহুত ভাল লাগিল
@user-rh2rp9ne5z
@user-rh2rp9ne5z 5 ай бұрын
feel lucky because recently on 27 feb PO interview Sir was the interviewer of my panel
@geetadas1015
@geetadas1015 5 ай бұрын
Nice conversation with mayur Bora. I respect Bora' s personality and his presentation in talkshow
@brojengogoi5057
@brojengogoi5057 5 ай бұрын
বহুত ব্হুত ভাল লাগিল।
@digendraborah5631
@digendraborah5631 5 ай бұрын
বৰ ভাল লাগিল । পলাশনিৰ (নগাও) ৰ মানুহ জনক সদায় মনত থাকিব।
@TCF573
@TCF573 5 ай бұрын
Ami Dr Gohain sir k bhalkoi buji pau Boradeu....
@daduborah4434
@daduborah4434 3 ай бұрын
ভাল লাগিল।
@nimishaduttabhuyan9542
@nimishaduttabhuyan9542 5 ай бұрын
অতি ভাল লাগিল কথোপকথনৰ অনুষ্ঠান টো।ময়ুৰৰ ধেমেলীয়া কথাখিনি শুনি ও অতিকে ৰস পালোঁ, চান্দমাৰী ত লগ পোৱাৰ পৰা তোমাৰ বৈবাহিক জীৱনলৈ বহুত দিনলৈ লগ পাইছিলোঁ। তাৰপিছত কৰ্ম জীৱনৰ তাগিদাত পৰি তোমাৰ জীৱনশৈলী বেলেগ হ'ল,আৰু লাহে লাহে তুমি সাহিত্য ৰ জগতত আৰু সুন্দৰ সুন্দৰ ভাষন বোৰ টেলিভিছনৰ জৰিয়তে হে দেখিবলৈ পালোঁ। এতিয়া তুমি এজন বিশিষ্ট, বিখ্যাত ব্যক্তি অসমৰ হৈ বহুত ৰে মাজত জিলিকি পৰিলা। সদায়ে মেন এনেদৰে তোমাৰ বিখ্যাত কামৰ বাবে আগুৱাই যোৱাৰ বাবে হিয়াভৰা মৰম শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ, সু-স্বাস্থ্য ৰে থাকি আগবাঢ়ি যোৱা। আৰু শেষত বাৰ্তালাপ ৰ অনুষ্ঠান টোৰ জৰিয়তে মৰমৰ চক্ৰপাণি ক আন্তৰিক মৰম ও অভিনন্দন জনাইছোঁ 👏👏👏💐🌺
@ranjitaxomvlog3605
@ranjitaxomvlog3605 5 ай бұрын
ছাৰক ওচৰৰ পৰা পোৱা সৌভাগ্য হৈছিল বৰঙাজুলি সত্ৰত। অতি সহজ সৰল, নম্ৰ, অমায়িক আৰু হাহিয়াল, ব্যক্তি
@dipankardutta4368
@dipankardutta4368 5 ай бұрын
He is really a highly educated person.
@taralisharma8188
@taralisharma8188 5 ай бұрын
Thank you for inviting him Chakrapani Da. In some so called podcast channels they are inviting Sukur Ali like person as a guest, only for views. Thank you ❤
@bhupendas3078
@bhupendas3078 5 ай бұрын
Very nice reporting, he is fantastic personality, thanks.
@maaprabhabatimusic4049
@maaprabhabatimusic4049 5 ай бұрын
খুউব ওচৰৰ পৰা পাইছো চাৰক , বাৰ্তালাপত ব্যক্তিক্ৰম সাক্ষাৎকাৰ বাবে ধন্যবাদ ৷ চাৰৰ সুস্বাস্থ্য কামনা কৰিলোঁ ৷
@bontimahanta7931
@bontimahanta7931 5 ай бұрын
বৰ ভাল লাগিল বাৰ্তালাপ অনুষ্ঠানটো।ময়ুৰ বৰাদেৱৰ ব্যক্তিত্বৰ নজনা কেইবাটাও দিশৰ লগত পৰিচয় হ'লো। ধন্যবাদ চক্ৰপাণি পৰাশৰ।
@DevabrataChakravarty
@DevabrataChakravarty 5 ай бұрын
বৰ ভাল লাগিল। ৰসাল, নিৰ্ভীক আৰু বাকপটু ময়ুৰ দাৰ কথাবোৰ শুনি থাকিলে সময় কেনেকৈ পাৰ হয়, ধৰিবৈ নোৱাৰি। ধন্যবাদ চক্ৰপাণি।
@dhanrajmedhi3071
@dhanrajmedhi3071 5 ай бұрын
চাৰ স্পষ্ট বাদি সেই কাৰণেই তেখেতৰ বক্তব্য বোৰ শুনিলে খঙেৰে কোৱা যেন লাগে। আচলতে চাৰে উদাত্ত কণ্ঠেৰে কয়। চাৰৰ কুশল মঙ্গল কামনা কৰিলো।
@njyotinjyoti7541
@njyotinjyoti7541 5 ай бұрын
ভাল পাওঁ মানে খুব পাওঁ ময়ূৰ বৰা সুন্দৰ ব্যক্তি, সুন্দৰ কথা জনা মানুহ।
@debikaborpujari6748
@debikaborpujari6748 5 ай бұрын
অতিকৈ ভাল লগা ব্যক্তি জনৰ কথা শুনি আকৌ এবাৰ আপ্লুত হলো। মোৰ সৌভাগ্য যে, ডঃ ময়ুৰ বৰাক মই মুম্বাইত অসম এচচিয়েশ্যনৰ সভাত লগ পাইছিলো আৰু মুম্বাই সাহিত্য সভাৰ বাবে অনলাইন ত দিয়া উদ্দিপ্ত ভাষণ শুনি মুগ্ধ হৈছিলো। আমাক আৰু বহু জন এনে ময়ুৰ বৰা লাগে। গুৱহাটীৰ কথা শুনি নষ্টলজিক হলো।
@user-xv2ny2kn7k
@user-xv2ny2kn7k 9 күн бұрын
বৰ ভাল লাগিল।
@pollobikotoki7718
@pollobikotoki7718 5 ай бұрын
@archanagoswami9502
@archanagoswami9502 5 ай бұрын
ধন্যবাদ বহুত ভাল লাগিস 🙏🙏
@akhilgogoi1869
@akhilgogoi1869 5 ай бұрын
Bhout bhout val lagil.
@sbbaruah4089
@sbbaruah4089 5 ай бұрын
বৰাদেৱৰ বক্তৃতা মই তেজপুৰৰ কলেজ এখনত শুনি বৰ আনন্দিত হৈছিলো....আটাইকেইগৰাকীৰ ভিতৰত তেখেতৰ বক্তব্য অন্যতম...বৰ ৰসাল....আজিৰ বক্তব্যই প্ৰমান নকৰেনে?
@ushahazarika137
@ushahazarika137 5 ай бұрын
বহুত ভাল লাগিল।
@NibaranNath-bx4ee
@NibaranNath-bx4ee 5 ай бұрын
Great conversation
@santimoni7949
@santimoni7949 5 ай бұрын
তেখেতৰ স্পষ্টবাদিতা , বাকপটুতা আৰু জ্ঞানৰ অপৰিসীম গভীৰতাত মুগ্ধ হওঁ। তেখেতলৈ গভীৰ শ্ৰদ্ধা জনালোঁ ।
@kangkansaikia7345
@kangkansaikia7345 5 ай бұрын
Bahut bhal lagil
@junalisaikia9163
@junalisaikia9163 5 ай бұрын
সুন্দৰ অনুষ্ঠান এটা উপভোগ কৰিলোঁ । বহুত ভাল লাগিল । ❤❤❤
@assamesecinemalover5100
@assamesecinemalover5100 5 ай бұрын
🙏
@ujjwal0289
@ujjwal0289 4 ай бұрын
সুন্দৰ অনুষ্ঠান ।
@junalisaikia9163
@junalisaikia9163 5 ай бұрын
প্রিয় ব্যক্তি ।
@user-du1vu5iw4g
@user-du1vu5iw4g 5 ай бұрын
Bohut bhal ligel
@mondiraboruah106
@mondiraboruah106 5 ай бұрын
বহুত ভাল লাগিল অনুষ্ঠানটি চাই।
@TCF573
@TCF573 5 ай бұрын
Apuni Akhom aru Akhomiyar babe ajon oty adoroniya byokti.... ..
@JunmoniChetia55
@JunmoniChetia55 5 ай бұрын
ভাল লগা অনুষ্ঠান ❤❤
@firdusali-zv1vr
@firdusali-zv1vr 5 ай бұрын
Val.lagil.good.job
@debasishbhuyan3217
@debasishbhuyan3217 5 ай бұрын
বিৰাত ভাল‌ লাগিল ময়ুৰ‌ বৰা দেৱৰ কথা খিনি ।
@namitadas9872
@namitadas9872 5 ай бұрын
বহুত ভাল লাগিল দাদা
@bhaskarbaruah1576
@bhaskarbaruah1576 5 ай бұрын
My best person ❤
@kamleswarrabha1995
@kamleswarrabha1995 4 ай бұрын
চক্ৰপাণি দা বহুত দিনৰ পৰাই এনেকুৱা এটা অনুষ্ঠানেই মই বিচাৰি আছিলোঁ। অশেষ ধন্যবাদ। এবাৰ নিতুমনি শইকীয়া ডাঙৰীয়াক আপোনাৰ চেনেলত বিচাৰোঁ।
@ureshbora8416
@ureshbora8416 5 ай бұрын
ভাল লাগিল। ধন্যবাদ।
@binabora5025
@binabora5025 5 ай бұрын
Val lagil kotha khini xuni anupranit hoisu 🙏🙏
@pankajinfo2611
@pankajinfo2611 5 ай бұрын
Bhal lagil sai
@srigunajitsharma8282
@srigunajitsharma8282 5 ай бұрын
Bohut bhal lagile
@samirannath8332
@samirannath8332 5 ай бұрын
বহুত বেছি ভাল লাগিল😊
@pdchannel8869
@pdchannel8869 5 ай бұрын
Very nice sharing
@putolisharma950
@putolisharma950 5 ай бұрын
Xosai bor bhal lagil dei.birat hahilu.
@BirinAchakraVorty1ACTOR-SINGER
@BirinAchakraVorty1ACTOR-SINGER 5 ай бұрын
💐🙏 ভাল লাগিল
@bornaliduarah9999
@bornaliduarah9999 5 ай бұрын
Bahut vl laga takhatr bhakhan...
@IndiraPhukan-ri9rx
@IndiraPhukan-ri9rx 5 ай бұрын
পোহৰটো ভাল নহল ব্যক্তিত্ব ভাল লগা মানুহজন ভাল লাগিল
@raktimdas3579
@raktimdas3579 5 ай бұрын
Best episode ever
@dadumohan5948
@dadumohan5948 5 ай бұрын
Lakhinandan Lahon'r lgot ata Interview Lage. Teu Bhut dhuniya Bahi bojai
@rupamsaikia9198
@rupamsaikia9198 5 ай бұрын
Great pertion
@sanjibbaruah5601
@sanjibbaruah5601 5 ай бұрын
ভাল লাগিল
@AtulDutta-qs4zh
@AtulDutta-qs4zh 5 ай бұрын
ভাল লাগিল দুইজনক বহুত ভাল পাও।
@domborugogoi971
@domborugogoi971 5 ай бұрын
Bohut dhunia kotha kole.
@user-cn1dh9ls4m
@user-cn1dh9ls4m 5 ай бұрын
Nice man.
@user-tx9jx3hg5i
@user-tx9jx3hg5i 5 ай бұрын
চক্ৰপানপৰাশলৈ ধন্যবাদ ৷আগলৈও এনেকুৱা অনুষ্টানবোৰ পামবুলি আশা ৰাখিলোঁ ৷
@dilipmahanta7020
@dilipmahanta7020 5 ай бұрын
Bhal lagil sakrapani monot thakiboo
@gautamboro9750
@gautamboro9750 5 ай бұрын
Very nice
@tredeepdutta9449
@tredeepdutta9449 5 ай бұрын
সুন্দৰ , ভাল লাগিল
@minuphukon5519
@minuphukon5519 5 ай бұрын
Bhal lagil
@nazinahmed5699
@nazinahmed5699 5 ай бұрын
সঁচাকৈয়ে অসমৰ এজন স্পষ্টবাদী ব্যক্তি যাক আমি মৰম ও শ্ৰদ্ধা কৰি গৌৰৱ অনুভৱ কৰো ।
@deepjyotikalita9686
@deepjyotikalita9686 5 ай бұрын
সম পৰ্যায়ৰ নহলে এনেকুৱা ৰস ভাৱ থকা মানু্হ এজন দিলীপ কুমাৰ ৰয় দেৱ। বেছি খ্যাত নহয় যদিওঁ নামনি অসমত বহুতে চিনি পায়। সুবিধা ক্ৰম কেতিয়াবা তেখেতক আমন্ত্ৰণ জনাবচোন।
@sadeksaikia8168
@sadeksaikia8168 5 ай бұрын
Fine talk show .
@ksibcnworkconsultant7661
@ksibcnworkconsultant7661 5 ай бұрын
শিক্ষিত সকলে অসমৰ জাতিএক কেতিয়া কেনেকৈ হব কব নোখোজে / নাজানে কেনেকৈ হব ?
@surajdas1340
@surajdas1340 5 ай бұрын
Beautifullllll ❤
@pranitaphukan9197
@pranitaphukan9197 5 ай бұрын
Bahut bhal lagil aji Bora dar kathabur.
@kashyabhazarika5323
@kashyabhazarika5323 5 ай бұрын
Val lagel dai 😊😊
@utpalbaruah5963
@utpalbaruah5963 5 ай бұрын
ময়ুৰ বৰাৰ খঙাল ৰূপ কেতিয়াও দেখা নাই। তেওঁক খঙাল বুলি মনে নধৰে। তেওঁ মোতকৈ বহু কনিষ্ঠ। তথাপি তেওঁৰ যুক্তি বাদী কথাবোৰ শুনি/পঢ়ি তেওঁ যে বহু ওপৰলৈ যাব, সেইতো মই নিশ্চিত। ময়ুৰলৈ বহুত শুভেচ্ছা জনালোঁ।
@DiptiGogoi-ob8ux
@DiptiGogoi-ob8ux 5 ай бұрын
Val lagil Kathabor huni❤❤
@user-hu7vi7fh6h
@user-hu7vi7fh6h 5 ай бұрын
First time gutei video to saiso skip nokorai ..only because of mayur bora sir
@TCF573
@TCF573 5 ай бұрын
Gohain sir is really a genius ...
@promodgoswami2100
@promodgoswami2100 5 ай бұрын
ময়ুৰ বৰা যথেষ্ট অধ্যয়নশীল ব্যক্তি, তেখেত প্ৰকৃততেই এজন সন্মানীয় ব্যক্তি কিন্তু দুৰ্ভাগ্যজনক ভাৱে এই সকল লোক কিন্তু সাধাৰন মানুহৰ ৰ লগত জড়িত নাথাকে তেওঁলোকে কথা বিক্ৰী কৰে, চক্ৰপানি সেই পথত গৈ আছে বা যাবলৈ চেষ্টা কৰিছে।
@khanhamidul
@khanhamidul 5 ай бұрын
Sir was my interview expert....I was nervous but he made me feel comfortable....Will remember my whole life... Because it was my first interview,I got anxious...He asked me to calm down for a moment and then asked ques along with other expert....
@humpty48
@humpty48 5 ай бұрын
IBPS PO?
@khanhamidul
@khanhamidul 5 ай бұрын
RRB scale 1
@sewaliburagohain7328
@sewaliburagohain7328 3 ай бұрын
Bohut bhal lagil cai. Babar(Mayur) saru kalor cehera tu monot pori gol..
@pranjalborah9097
@pranjalborah9097 5 ай бұрын
Moza👍 chakra da T shirts 2 val lagesa
@janulahon9911
@janulahon9911 5 ай бұрын
সচা কথা ময়ো সেই কথা ভাবো।যিহেতু ডাঙৰীয়া ডাঙৰীয়া কৰি থাকি সময়ৰ অপব্যয় হয়।
@Mridul_Hazarika.
@Mridul_Hazarika. 5 ай бұрын
সুন্দৰ পদক্ষেপ। আদৰণীয় ‌ব্যক্তি।🙏🙏
@phunumonikalita4701
@phunumonikalita4701 5 ай бұрын
অনুষ্ঠান টি চাই বৰ ভাল লাগিল।❤❤
@ashokdas6426
@ashokdas6426 5 ай бұрын
Mor priyo manuh.
@mouchumidutta5737
@mouchumidutta5737 5 ай бұрын
Hosakoi bohut bhal lagil
@bijaydas5508
@bijaydas5508 5 ай бұрын
মই ভাল পোৱা মানুহজন। ধন্যবাদ আপোনালৈ
@NayanNiyor
@NayanNiyor 5 ай бұрын
Sir❤
لااا! هذه البرتقالة مزعجة جدًا #قصير
00:15
One More Arabic
Рет қаралды 52 МЛН
7 Days Stranded In A Cave
17:59
MrBeast
Рет қаралды 94 МЛН
OMG what happened??😳 filaretiki family✨ #social
01:00
Filaretiki
Рет қаралды 13 МЛН
拉了好大一坨#斗罗大陆#唐三小舞#小丑
00:11
超凡蜘蛛
Рет қаралды 12 МЛН
Manas Robin: Dikhow Noi, Junbai, Zubeen Garg, UNTOLD Stories - Assamese PODCAST - 77
59:10
Ojaantric || Assamese Podcast ft. Chakrapani Parashar || Ep.96
1:01:56
Oasis Motion Films
Рет қаралды 141 М.
Who is Rajit Kapur? The Only Actor To Have Played Modi, Nehru and Gandhi
1:40:28
UNFILTERED by Samdish
Рет қаралды 284 М.
Baartalaap with Padma Shri Kailash Kher @kailashkher
40:52
BAARTA LAAP
Рет қаралды 97 М.
لااا! هذه البرتقالة مزعجة جدًا #قصير
00:15
One More Arabic
Рет қаралды 52 МЛН