"অযান্ত্ৰিক-বাৰ্তালাপ" বিশেষ ❗Ojaantric

  Рет қаралды 184,086

BAARTA LAAP

Жыл бұрын

আজি বাৰ্তালাপৰ অতিথি হ'ল "অযান্ত্ৰিক "...
Oasis Talukdar ৰ জীৱনৰ প্ৰথমটো ইন্টাৰভিউ ...
"অযান্ত্ৰিক" ৰ কেমেৰাৰ আঁৰৰ বহু কথা...
কেনেকৈ আৰম্ভ হ'ল আপোনালোকৰ মৰমৰ "অযান্ত্ৰিক" ?
#baartalaap #chakrapaniparashar #ojaantric #ud #udayanduarah #oasis
baartalaap
baarta_laap
Baartalaapdotin/
baartalaap.in/

Пікірлер: 264
@user-bs1ml1ko7f
@user-bs1ml1ko7f 19 күн бұрын
বাৰ্তালাপ আৰু অযান্ত্ৰিক দীঘায়ু কামনা কৰিলো ।
@bandanabaruah5219
@bandanabaruah5219 Ай бұрын
জয় বাতালাপ👍👍
@user-mk3du4kf6k
@user-mk3du4kf6k 3 ай бұрын
❤❤❤❤❤
@lizabora9478
@lizabora9478 Жыл бұрын
প্ৰিয় মানু্হকেইজন একেলগে❤😍
@nilakhisonowal5032
@nilakhisonowal5032 Жыл бұрын
♥️♥️♥️🤩
@ramennath2710
@ramennath2710 Ай бұрын
Kobitatu dhunia abitritu dhunia hoise tate akou priyo manuh keijon👍👍
@ankusmitadeka4863
@ankusmitadeka4863 Жыл бұрын
"বাৰ্তালাপ আৰু অযান্ত্ৰিক" দুইটাই বৰ প্ৰিয় অনুষ্ঠান❤️
@minipathak8725
@minipathak8725 9 ай бұрын
Val lagil
@janmoni-moni604
@janmoni-moni604 Жыл бұрын
Aio kobita 2 uff 😍❤️❤️ thank you ba bhut dhuniya likhisa aru ba o bhut dhuniya koi prhisa , Xosakoi ojantric aru baartalap xdai bixekh 😌❤️❤️ aji akelge apun manuh khini akelge bhut Val lagil
@MayabiniMou
@MayabiniMou Жыл бұрын
Oasis tumi knk gm pla dark blue colour2 mur favorite buli😌😌
@ankurdeka2186
@ankurdeka2186 Жыл бұрын
বাৰ্তালাপ অনুষ্ঠান সদায় চাও আৰু আগলৈ চাই গৈ থাকিম ❤️
@AishaSharma854
@AishaSharma854 11 ай бұрын
❤❤❤❤❤❤❤😊😊😊😊😊😊😊
@d.p.experiment549
@d.p.experiment549 Жыл бұрын
Voice Talukder❤💙❣️Oasis da majja❤
@diksha8756
@diksha8756 Жыл бұрын
Ojantric is our emotion❤
@nayanjyoti0zah230
@nayanjyoti0zah230 4 ай бұрын
অযান্ত্ৰিক❤
@user-in8ix8br5m
@user-in8ix8br5m Жыл бұрын
অযান্ত্ৰিক মোৰ প্ৰিয় Podcast❤
@DHUN_KONWAR
@DHUN_KONWAR Жыл бұрын
Love frm DHEMAJI Ojaantric ❤️= ❤️Baartalaap 🎉🎉
@swadhinatahazarika6093
@swadhinatahazarika6093 Жыл бұрын
Episode টো আজি ঘৰ ঘৰ feel হৈছে! 🌻
@Rinku_1.O
@Rinku_1.O Жыл бұрын
ভাল লাগিল❤️ বাৰ্তালাপ আৰু অযান্ত্রিক regular চাওঁ দেই❤️
@pronobjyoti4268
@pronobjyoti4268 Жыл бұрын
বাৰ্তালাপলে বহুত ধুনীয়া ধুনীয়া ছোৱালী আহিছে দেই বাৰ্তালাপ এতিয়া চাই অলপ বেছি এ ভাল লাগিব 🙈❤️😎
@tagarrajbonshi4121
@tagarrajbonshi4121 Жыл бұрын
দুয়োজনেই বিশেষ ❤
@karishmarajbongshi4513
@karishmarajbongshi4513 Жыл бұрын
বহুত ভাল লাগিলে আজি প্ৰিয় মানুহ দুজন একেলগে ♥️ (Ojantric,Bartalap ❤️)
@biswajyotiarandhara9402
@biswajyotiarandhara9402 Жыл бұрын
মজ্জা লাগিল ঔ দুয়োজনকে একেলগে দেখা পাই 😊❤️
@BLGEntertainmentASSAM
@BLGEntertainmentASSAM Жыл бұрын
অজানিতে সংগোপনে আহি হৃদয়ৰ এটা কোণত ঠাই লোৱা অনুষ্ঠানটিয়ে হৈছে অযান্ত্রিক। প্ৰথমে অলপ সময়ৰ বাবে ভাৱিছিলো যে সদায়ে এনকৈ এই অনুষ্ঠানটি দেখিবলৈ শুনিবলৈ পাম নে? যেতিয়াই দেখিলো হয় পাইছো চাৱলৈ লগতে প্ৰিয় ব্যক্তিসকলৰ মনৰ কথা জানিব পাৰিছো লগতে নিজৰ মনটো অলপ সময়ৰ বাবে হ'লেও হাঁহি আৰু আনন্দৰে ভৰাই তুলিছো।জীৱনত সকলোৰে সুখ-দুখ,কাম, কষ্ট থাকে তাৰ মাজতে যদি অযান্ত্রিকৰ দৰে অনুষ্ঠান এটা থাকে অলপ সময়ৰ বাবে হ'লেও কৰ্ম জীৱনত সকাহ পাওঁ কিছু কথা জানিব পাৰিছো। লগতে বাৰ্তালাপ অনুষ্ঠানটিৰ মই এজন নিয়মীয়া দৰ্শক চক্রপাণি দাৰ লগতে নম্ৰতা প্ৰিয়মৰ অনুষ্ঠানটি চলাই নিয়াৰ কথা শলাগ ল'বই লাগিব।চক্রপাণি দাৰ পাছতে নম্ৰতা প্ৰিয়মৰ কথনশৈলী লাহে লাহে উন্নত মানদণ্ডৰ হৈছে। ধন্যবাদ থাকিল সকলো কৰ্ম-কৰ্তালৈ🙏। লখিমপুৰৰ পৰা ভূপেন লাচিতে মৰম তথা শুভেচ্ছা যাচিলোঁ আগন্তুক ৰঙালী বিহুৰ 🙏 লগতে অজানিতে সংগোপনে আহি ঠাই লোৱা দুয়োটি অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।
@namratapriyam428
@namratapriyam428 Жыл бұрын
ইমান সময় উলিয়াই আমাৰ বাবে ইমান ধুনীয়াকৈ লিখাৰ কাৰণে অশেষ ধন্যবাদ❤😊
@TheUdayan69
@TheUdayan69 Жыл бұрын
Bahut bahut dhonyobaad Bondhu 🙏🙏🙏
@asthajitamou
@asthajitamou Жыл бұрын
Lot's of love 🤍🌻 ......... Big fan of ojaantric and baartalaap 🤍🌻
@nasrinakthar642
@nasrinakthar642 Жыл бұрын
প্ৰিয় অনুষ্ঠান দুটা ❤️❤️
@user-bs1ml1ko7f
@user-bs1ml1ko7f 11 ай бұрын
অযান্তিক মোৰ প্ৰিয়
@pallaviborah1012
@pallaviborah1012 Жыл бұрын
খুব সুন্দৰ অনুষ্ঠান,
@meeraborahvlog
@meeraborahvlog 11 ай бұрын
অ-যান্ত্ৰিক-বাৰ্তালাপ চালো---বহুত ভাল লাগিল। তোমালোকৰ মুখৰ হাঁহি আৰু কথোপকথনখিনিয়ে মনলৈ সজীৱতা কঢ়িয়াই আনিলে । মই এগৰাকী ৬০ + মহিলা হৈও বৰ আনন্দ উপভোগ কৰিলোঁ। তোমালোকৰ মুখৰ হাঁহি যেন সদায়ে এনেদৰে থাকক।
@inocentboy1623
@inocentboy1623 Жыл бұрын
মই দুদিন আগত ভাবিছিলো হে যে যদি আমাৰ অজন্ত্ৰিক ৰ এই দুগৰাকী ক কৰবাত যদি মাতে তেন্তে কেনেকুৱা হব ??.......আৰু আজি পাই গলো
@udeshnahazarika1884
@udeshnahazarika1884 Жыл бұрын
Fav trio♥️
@toralideka1927
@toralideka1927 Жыл бұрын
Love you Ojaantric ❤❤
@Namib-Creations
@Namib-Creations Жыл бұрын
'Voice ' The Talukdar❤
@rashmiboruah3762
@rashmiboruah3762 Жыл бұрын
My fevret show ajantric❤or bartalap
@karabibaishya6906
@karabibaishya6906 Жыл бұрын
Oasis Da❤ ek hi dil he kitni bar jeetoge ☺ throughout the whole video I am just smiling and blushing❤ uffff
@dhrubajyotibora2774
@dhrubajyotibora2774 Жыл бұрын
Bhtt bhl lagil❤❤❤ 2nd episode to joldi dibo 🙏🙏🙏
@ANAMIKABORUAH-gl8wq
@ANAMIKABORUAH-gl8wq Жыл бұрын
Oasis da❤❤
@neerab429
@neerab429 Жыл бұрын
এই দুটা মানুহক টো চাবৈ লাগিব, মোৰ সাঁচ মানুহ 😊
@sobhitkamalbora8266
@sobhitkamalbora8266 10 ай бұрын
বাৰ্তালাপ সদায় প্ৰিয়।💚
@jyotishreesaikia4257
@jyotishreesaikia4257 Жыл бұрын
প্ৰিয় মানুহ 😍❤
@manashabmusicvolg6222
@manashabmusicvolg6222 Жыл бұрын
Love you both ❤🥰🙂
@zituldaimari
@zituldaimari Жыл бұрын
Our favourite show ❣️
@amulyaborgohain875
@amulyaborgohain875 Жыл бұрын
প্ৰিয় মানু্হদুজন ❤
@junmonidas203
@junmonidas203 9 ай бұрын
"বাৰ্তালাপ" আৰু "অযান্ত্ৰিক" দুয়োটাই বৰ প্ৰিয় অনুস্থান❤
@bhanita_b
@bhanita_b Жыл бұрын
Bohut dhunia episode
@jurideka5185
@jurideka5185 Жыл бұрын
প্ৰিয় মানুহ UD daa n oasis daa 😍😍😍😍
@susmitaborah73
@susmitaborah73 Жыл бұрын
One of the best..❤
@tanmanasubhasini5949
@tanmanasubhasini5949 Жыл бұрын
4:01 Bor dhunia!💌 মনৰ ভিতৰত থকা কথাবোৰক বৰ সুন্দৰকৈ উপস্থাপন কৰিলা। সদায় ভাবি থকা বোৰ প্ৰাণ পায় উঠিল আজি!💌 বহুত মৰম.. অযান্ত্ৰিক আৰু বাৰ্তালাপ জিলিকি থাকক।🤍 ~ অজান্ত্রিকৰ পৰিয়ালৰ পৰা বাৰ্তালাপলৈ বহুত মৰম আৰু শুভেচ্ছা🤍~
@mjsaikiaentertainment9975
@mjsaikiaentertainment9975 Жыл бұрын
Uffff....Kobita ❤❤❤ Best wishes in future Suali joniloi ❤❤
@ahompuwallivlogs
@ahompuwallivlogs Жыл бұрын
মনৰ পৰা ভাল লগা দুজন মানুহ আজি বাতালাপ শ্রেণী কোথাত দেখি বহুত বেছি ভাল লাগিল ❤❤️‍🩹
@pabitraborah9777
@pabitraborah9777 Жыл бұрын
God bless u Bartalap . Iam from haydrabad
@jayantidekaofficial3907
@jayantidekaofficial3907 Жыл бұрын
Bohut val lagil dei ❤
@karobigogoi1963
@karobigogoi1963 Жыл бұрын
U d dar homane....oasis dak u khubei vl lge..nd voice...wow..😍😍👌👌
@priyankabaruah1481
@priyankabaruah1481 Жыл бұрын
Aio 3 jonei val loga mnuh akeloge dekhi vl lgil ❤
@ringkuhazarika1305
@ringkuhazarika1305 Жыл бұрын
Aji hosakoi khub vl lagise...ojantric ru Bartalap 2tai mur favourite show... Best wishes thakil🙏🙏
@jonaliskitchenworld8207
@jonaliskitchenworld8207 Жыл бұрын
♥️♥️
@krishnashreehandique6668
@krishnashreehandique6668 Жыл бұрын
Oasis da, apunar mat tu❤..duijonoke bohut val lage.
@jayantakalitavlogatoz3648
@jayantakalitavlogatoz3648 Жыл бұрын
Love from Bangalore
@jotadhari83
@jotadhari83 Жыл бұрын
কবিতা টো❤️🔥
@purobeegogoi1343
@purobeegogoi1343 Жыл бұрын
দুয়োজনলৈ আন্তৰিক শুভকামনা ও আগন্তোক ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ। ধন্যবাদ বাৰ্তালাপ দুয়োজনক একেলগে নিমন্ত্ৰণ কৰা বাবে
@gubinbantho3702
@gubinbantho3702 Жыл бұрын
বাৰ্তালাপ অনুষ্ঠানটো মোৰ প্ৰিয় তাতে আকৌ আজি প্ৰিয় মানুহকেইজনক দেখি বহুত ভাল লাগি গল।
@nayandeep9738
@nayandeep9738 Жыл бұрын
Chakra sir, please try to post the next episode as soon as possible(eagerly waiting).There is no word to say anything about this episode,just a masterpiece. It was great to see my three favourite person in my favourite show "Baartalaap". Long live your "Bartalap" and Ud daa and oasis daa's "Ojaantric".
@nilotpalbhatta9917
@nilotpalbhatta9917 Жыл бұрын
Takei.... Iman rokhibo nuari hee 🥹 xunkale diok next part tu..
@ankusmitadeka4863
@ankusmitadeka4863 Жыл бұрын
তাইৰ লিখনীয়ে আবেগিক কৰি তুলিলে আগবাঢ়ি যাওঁক তাই
@prayashihazarika2157
@prayashihazarika2157 Жыл бұрын
Kaushik Nandan boruah dada k matib lge 🎉
@janmoni-moni604
@janmoni-moni604 Жыл бұрын
Hoi kaushik da k lage
@trishnadutta2584
@trishnadutta2584 Жыл бұрын
Oasis da♥️♥️
@dance4ud311
@dance4ud311 Жыл бұрын
Duita fvrt show Uff ♥ akeloge aji val lgil
@diksha8756
@diksha8756 Жыл бұрын
❤❤❤❤❤❤❤❤❤❤❤
@dhrubajyotikalita5887
@dhrubajyotikalita5887 Жыл бұрын
One of my favourite ❤❤
@jyotimoni5674
@jyotimoni5674 Жыл бұрын
ভাল লাগিল চাই অনুষ্ঠান তো দুয়োৰে একেলগে
@borasaborah9387
@borasaborah9387 Жыл бұрын
🔥🔥💌
@purnanathborah2729
@purnanathborah2729 Ай бұрын
ইমান সুন্দৰ কবিতা ৷ বাৰ্তালাপ আৰু অযান্ত্ৰিক দুয়োটা মোৰ বৰ প্ৰিয় ৷
@simientertainment4331
@simientertainment4331 Жыл бұрын
ভাল লগা মানুহকেইজন একেলগে দেখা পালে আৰু কি লাগে আৰু ❤❤❤❤
@debajanisvlogs528Hz
@debajanisvlogs528Hz Жыл бұрын
Mojjaaahh lagil.🔥🔥🔥
@himashreeparashar4869
@himashreeparashar4869 Жыл бұрын
😍😍😍
@rimasaikia416
@rimasaikia416 Жыл бұрын
Xundor
@bandeepsarma2393
@bandeepsarma2393 Жыл бұрын
Best duo of podcast
@hasinamannan9085
@hasinamannan9085 Жыл бұрын
chakra daa......bht vl mnuh jen lgy.....komal hridoy r
@trishnadas2022
@trishnadas2022 Жыл бұрын
Bhute vhl lagile... My best fav Show's finally Get-together 🤩❤️ Thank You So Much 🙏
@darshanasaikia730
@darshanasaikia730 Жыл бұрын
❤️ Ojaantric ❤️....yeah 😍😍😍😍
@buliborah4698
@buliborah4698 Жыл бұрын
দুয়োটা অনুষ্ঠানেই প্ৰিয় ❤️
@i.b.g.entertainment7942
@i.b.g.entertainment7942 Жыл бұрын
👍👍❤❤
@anugyadowerah4915
@anugyadowerah4915 Жыл бұрын
❤️❤️❤️❤️❤️
@bikashgogoi5104
@bikashgogoi5104 Жыл бұрын
Chakra vai bor borhiya . Full enjoy 💕😘.
@sangitaborah5519
@sangitaborah5519 Жыл бұрын
বহুত ভাল পাওঁ দুয়োটা অনুস্থান ❤
@minakhisaikia406
@minakhisaikia406 Жыл бұрын
Priyo manuh keijon❤️❤️❤️
@BaruvaUttara-rw5tq
@BaruvaUttara-rw5tq Жыл бұрын
It was interesting , enjoyed the show. Keep it up Bartalap. I wish good luck to three of you.
@biturajsinger2421
@biturajsinger2421 Жыл бұрын
বহুত ভাল লাগিল
@mridusmita_jaankonwar6680
@mridusmita_jaankonwar6680 Жыл бұрын
#ojaantric ❤❤❤ next episode hunkale lage
@sangitadeka5022
@sangitadeka5022 11 ай бұрын
Dhunia❤❤❤
@hasinamannan9085
@hasinamannan9085 Жыл бұрын
wao bartalap........ojantrick
@bornalihazarika..colony6183
@bornalihazarika..colony6183 Жыл бұрын
Superb 👌🏻👌🏻
@manibankalitanath3648
@manibankalitanath3648 Жыл бұрын
বাৰ্তালাপ আৰু অযান্ত্ৰিক অতিকৈ প্ৰিয় অনুষ্টান । আজি বাৰ্তালাপৰ শ্ৰেণী কোঠাত প্ৰিয় ব্যক্তি দুগৰাকী দেখি আৰু শুনি খুবেই আনন্দিত হৈছোঁ । সদায় এনেদৰে আটাইৰে প্ৰিয় হৈ ৰওঁক শুভ কামনা 💐💐 কাৰোবাৰ কাৰণে সুন্দৰ কবিতা ৰ সৃষ্টি তাতেই হব পাৰে যত আশা থাকে । 😊🙏👍
@lakhyajitkalita1303
@lakhyajitkalita1303 Жыл бұрын
Bhut axa ase chakra Dak adin log puar ❤
@mayuribhatta416
@mayuribhatta416 Жыл бұрын
oasis da your smile uff😍😍
@labanyagogoi5116
@labanyagogoi5116 Жыл бұрын
Tq emn dhunia ata episode agbohuwa babe
@sangitadeka5022
@sangitadeka5022 11 ай бұрын
Mr vl lga actor
@BIPULGOGOI
@BIPULGOGOI 5 ай бұрын
বহুত বেছি ভাল লাগিল ❤❤❤❤❤❤😂❤❤😂❤❤😂😂❤❤
@janmoni-moni604
@janmoni-moni604 Жыл бұрын
Fainely 🤩❤️❤️
@bobita9713
@bobita9713 Жыл бұрын
❤️❤️❤️
@tinkupriyamsaikia3029
@tinkupriyamsaikia3029 Жыл бұрын
❤😮
@wanderlusttheexplorer9680
@wanderlusttheexplorer9680 Жыл бұрын
কবিতাটো শুনি বহুত ভাল লাগিল লগতে আবৃত্তি ধুনীয়া হৈছে🥰🤗
1❤️
00:17
Nonomen ノノメン
Рет қаралды 13 МЛН
3M❤️ #thankyou #shorts
00:16
ウエスP -Mr Uekusa- Wes-P
Рет қаралды 14 МЛН
Мы никогда не были так напуганы!
00:15
Аришнев
Рет қаралды 6 МЛН
NERF WAR HEAVY: Drone Battle!
00:30
MacDannyGun
Рет қаралды 52 МЛН
1❤️
00:17
Nonomen ノノメン
Рет қаралды 13 МЛН