আটাইতকৈ ধুনীয়া প্ৰাৰ্থনাটোৰ নাম ভালপোৱা...

  Рет қаралды 384,409

BAARTA LAAP

BAARTA LAAP

Жыл бұрын

আটাইতকৈ ধুনীয়া প্ৰাৰ্থনাটোৰ নাম ভালপোৱা || মৃত্যু আৰু জীৱনৰ মাজত প্ৰেম এডাল সাঁকো...
আচলতে প্ৰেম কি? পাৰ্থবিজয় দত্ত আৰু
ড° স্বাতী কিৰণৰ এই কাহিনীয়ে আপোনাকো দি যাব প্ৰেমৰ এক ন সংজ্ঞা.....
ড° স্বাতী কিৰণৰ যোগাযোগ নম্বৰ- +91 84730 90647
#baartalaap #chakrapaniparashar #assam #dibrugarh #assampolice #police #writer #artiest
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/

Пікірлер: 488
@user-uq1eo1kt9b
@user-uq1eo1kt9b Жыл бұрын
হৃদয়ৰ একোণ বিষাই গ'ল।এয়াই প্ৰেম,যি কবিয়ে কোৱা দৰে আৱৰণ খুলি হৃদয় জুৰাই। এগৰাকী নাৰীৰ জীৱনৰ প্ৰিয় মানুহজন নাইকীয়া হ'ল বুলিয়েই তেওঁৰ জীৱনৰ ৰং শেষ হৈ নাযায়। ৰঙীন কাপোৰ, ৰঙা সেন্দুৰৰ আৱিৰেৰে সদায় কপালত উজ্বলাই ৰাখি তেওঁক জীয়াই ৰখা উচিত। তেওঁৰ হাঁহি, তেওঁৰ মুখৰ আভাই প্ৰমাণ কৰি দিছে যে তেওঁৰ বুকুৰ কোণত ,ঘৰৰ চুকে কোণে এতিয়াও মানুহজন সজীৱ হৈ আছে। প্ৰকৃত প্ৰেম আজীৱন সেউজীয়া হৈ থাকে।বৰ ভাল লাগিল বাইদেউ। বহুত সাহস পালোঁ জীৱনটো নতুনকৈ ভাৱিবলৈ। (পবিত্ৰ আৰু স্বৰ্গীয় প্ৰেমক কলংকৃত কৰা প্ৰতিজন পুৰুষ, মহিলা ই এই সাক্ষাৎকাৰ চোৱা উচিত।প্ৰেমে ধ্বংস নকৰে, সৃষ্টি হে কৰে।)
@alpanagogoi463
@alpanagogoi463 Жыл бұрын
বহুত ভাল লাগিল 'বুকুত সেয়াই যোৱা বিষাদ বোৰ কঢ়িয়াই লৈ ফুৰাৰ সাহস বহুত আপোনাৰ জেতুকা ৰংঙী হৈ সমাজত থকাটো বহুত দাঙৰ ।
@simantadas8441
@simantadas8441 Жыл бұрын
অহা জন্মত আপোনালোক দুয়ো জনেলগ হোৱাৰ কামনা কৰিছো।কি লিখিম এক বুজাব নোৱাৰা ভাষা।
@sandhyadevi9094
@sandhyadevi9094 12 күн бұрын
এনে প্ৰেমক শ্ৰদ্ধা কৰো ৷এটি শক্তিশালী আত্মা স্বাতী কিৰণ ৷
@pallabikaboruah5879
@pallabikaboruah5879 Жыл бұрын
বৰ্তমান সমাজৰ এগৰাকী সাহসী নাৰী যিয়ে নিজৰ লগতে ঘৰখনৰ প্ৰতিটো কোণত স্বামীক জীয়াই ৰাখিছে।তেখেতৰ কথাখিনিৰে মন চুই গ'ল।
@TarunChDeka-cb4go
@TarunChDeka-cb4go Жыл бұрын
জীয়াই থাকিবলৈ সাহসী মন ,সুন্দৰ মানসিকতাই অনুপ্ৰেৰনা যোগায় ,সমাজৰ প্ৰচলিত ৰীতিক অতিক্ৰম কৰিবলে
@bhanita898
@bhanita898 Жыл бұрын
সছাই নাৰী দুৰ্বল হব নালাগে তাৰে এটা প্ৰামান বাইদেউ দিছে ৱাহ ভাল লাগিল 🙏🙏🙏
@tilutammaborah6620
@tilutammaborah6620 2 ай бұрын
বাইদেউৱে হাঁহি হাঁহি কৈছে কিন্তু আমাৰ চকুৰ পানী ওলাই গল 😢😢😢প্ৰেমৰ অনুভৱ ইম্মান সুন্দৰ ❤❤❤❤
@nayanjyotibarman5841
@nayanjyotibarman5841 Жыл бұрын
স্বাতী-পাৰ্থ সদায় ৰঙীন হৈ থাকক।ধন্যবাদ বাৰ্তালাপ
@monmayuriboruah9914
@monmayuriboruah9914 Жыл бұрын
অতিকৈ হৃদয়স্পৃৰ্শী..চক্ৰপাণী দা....বৰ সুন্দৰ এক অনুষ্ঠানৰ লগত আমাক চিনাকি কৰি দিলে...বৰ্তমানৰ কংক্ৰিতৰ পৃথিৱীৰ বাবে অতিকৈ প্ৰয়োজনীয় অনুষ্ঠান...
@karabiboruah2662
@karabiboruah2662 Жыл бұрын
স্বাতী বাইদেউ দৰে অকলশৰীয়া জীৱন ম ইও আজি তিনিটা বছৰ অতিবাহিত কৰিছো , কিন্তু তেখেতৰ দৰে সজাব পৰা নাই বৰ্তমান লৈকে আশা কৰো মনৰ ভাব বোৰ প্ৰকাশ কৰিবলৈ । আজিৰ বাৰ্তালাপ অনুষ্ঠানলৈ বহুত ধন্যবাদ ।
@dibyabora3753
@dibyabora3753 Жыл бұрын
Likhibosun baideu apuni....... Nijok bisaribo jotno koroksun.....dadar atma sodai thakibo apunar logot jodihe apuni hukhi hoi thakibo
@nirupamasaloi4578
@nirupamasaloi4578 Жыл бұрын
বাইদেউ...আপোনাৰ চাৰৰ প্ৰেমৰ অমৰ সৃষ্টি চিৰসেউজ হৈ ৰওঁক 🙏♥️ আপোনাৰ সাহসী মন হাজাৰ হাজাৰ মহিলাৰ শক্তি হওঁক 🙏🙏🙏
@dr.rupshikhadutta2873
@dr.rupshikhadutta2873 Жыл бұрын
এগৰাকী মানুহক জীয়াই ৰখাৰ এক অভিনৱ উদাহৰণ 💞" ভালপোৱা এক অজয় অমৰ অনুভৱ " । বাইদেউক লগ পাই বৰ ভাল লাগিল 🙏
@pratibhabaruah7780
@pratibhabaruah7780 Жыл бұрын
দুখৰ মাজতো ,সুখ বিচাৰি পাইছোঁ। ভগৱানে আপোনাক শক্তি আৰু সাহসী কৰি তোলক । মাতৃৰ হৃদয়ৰ পৰা আৰ্শীবাদ কৰিছোঁ।
@manasrimoumun8432
@manasrimoumun8432 Жыл бұрын
আটাইতকৈ ধুনীয়া প্ৰাৰ্থনাটোৰ নাম ভালপোৱা ❤️...
@awesomeassam889
@awesomeassam889 Жыл бұрын
পৃথিৱীৰ আটাইতকৈ ধুনীয়া ভিডিঅ'টো চোৱাৰ সৌভাগ্য হ'ল। ❤️ ধন্যবাদ 'বাৰ্তালাপ'। 🙏🏼
@pallabisharma8815
@pallabisharma8815 Жыл бұрын
তেখেতৰ কথাখিনিয়ে মন চুই গল। ফেচবুকত দেখি অহা মানুহগৰাকীৰ আজি ইমান সুন্দৰ সাক্ষাৎকাৰটি দেখা পালোঁ। ❤
@ParulMoranchetia-uo6mh
@ParulMoranchetia-uo6mh Жыл бұрын
আপোনালৈ বহুত বহুত শ্ৰদ্বা আৰু সেৱা জনাইছো।হৃদয়ৰ পৰা কিমান মৰম আৰু ভালপোৱা হলে মৃত্যুৰ পাছতো সকলো দিশৰ পৰা সাতোৰঙী হৈ নিজৰ প্ৰেমক চিৰযুগমীয়া কৰি জীয়াই ৰাখিব পাৰে সেয়া সচাকৈ কল্পনা কৰিব নোৱাৰি।আপোনাৰ প্ৰেমে সাতোৰঙী কিৰণ হৈ বিজয়ী হৈ ৰওক।তাৰে কামনাৰে
@minotichetia9972
@minotichetia9972 Жыл бұрын
বাৰ্তালাপ সদায় প্ৰিয়, আজিৰ অনুষ্ঠান টো উফ্ হৃদয় চুই গল। এই প্ৰেম স্বৰ্গীয় 🙏🙏❤❤
@yuzuke1647
@yuzuke1647 6 ай бұрын
@parishmitasarmah1307
@parishmitasarmah1307 Жыл бұрын
তোমাক কি দিলোঁ মই।।।। এটা জীয়া কবিতা।।।।আচলতে কবিতা আকাৰে যেন তেওঁৰ মনৰ অনুভৱ খিনি।।। তেওঁ যেন সকলো জানিছিল মৃত্যুৰ আগত।।।। হৃদয় খনে যেন অলপ বিষ অনুভৱ কৰিছে।।।।বাইদেউ ক এবাৰ দেখা হৈছিল।।দেউতাকৰ আদ্য শ্ৰাদ্ধত।।কথা পতাৰ সুযোগ নাপালোঁ।।। আপোনাৰ সত্বাক সন্মান কৰো।।।আপোনাক বৰ ধুনীয়া লাগে এনেকৈ।।।।প্ৰেম আচলতে এনেকুৱাই যি মানুহক আবৰি ধৰে।।।।কেতিয়াও হেৰাই যাব নিদিয়ে।।।।।মনৰ অনুভৱ বোৰ আৰু অধিক শক্তিশালী হবলৈ অনুপ্ৰেৰণা দিলে আপুনি।।।।।।বহুত ধন্যবাদ আপোনাক।।।।।💓💓
@horenbokotial3845
@horenbokotial3845 Жыл бұрын
কিয় বাৰু ভগৱানে ভাল মানুহক সোনকালে এই পৃথিৱীৰ পৰা লৈ যায়.....
@manjulaborah1351
@manjulaborah1351 Жыл бұрын
আজিৰ বাৰ্তালাপৰ অনুষ্ঠান চাই বহুত ভাল লাগিল প্ৰেৰণা দায়ক, সচাকৈয় নাৰী সাহসী হোৱা দৰকাৰ ❤❤❤
@enjoywithniku845
@enjoywithniku845 Жыл бұрын
কিমান সাহস থাকিলে এনেদৰে জীয়াই থাকিব পাৰে কিমান সাহস থাকিলে কথা বোৰ শুভ্ৰতাৰে ক'ব পাৰে......... উফ্.... ❤আপুনি সদায় ভালে থাকক ❤
@bababhai9817
@bababhai9817 Жыл бұрын
বাৰ্তালাপৰ সকলোতকৈ ভাল লগা Episode ❤️❤️❤️❤️❤️❤️
@ronjitboruah9381
@ronjitboruah9381 Жыл бұрын
চকুপানী ৰখাব নোৱাৰিলো। বাইদেউ হৃদয়ৰ পৰা প্ৰণাম জনাইছো আপোনালোকৰ প্ৰেমক।
@alankitakhanikor2686
@alankitakhanikor2686 Жыл бұрын
মন চুই গ’ল তেখেতৰ কথা খিনিয়ে❤ তেখেত সদায় ভালে থাকক
@tinashriborah6841
@tinashriborah6841 Жыл бұрын
প্ৰেম মানে ধ্বংস নহয় ,ই এক সৃষ্টি। মানুহৰ মন গহ্বৰত কোনোবা বিশেষ জনৰ প্ৰতি বৈ থকা এটা অজৰ -অমৰ শক্তি। আটাইতকৈ ভাল লগা‌ এটা ব্যতিক্ৰমী খণ্ড । সেয়ে বাৰ্তালাপ সদায় বিশেষ। পাৰ্থ- স্বাতিৰ সপোন বোৰ ,মৰম বোৰ এনেদৰেই সদায় ফুলি থাকক।❤❤❤❤🌺🌺
@rinjugogoi5969
@rinjugogoi5969 Жыл бұрын
আপোনালোক দুয়োৰে প্ৰেম কিমান গভীৰ আৰু অমৰ হ'ব পাৰে বাৰুকৈয়ে অনুভৱ কৰিলো। বহুত শুভেচ্ছা জনালো বাইদেউ, সুন্দৰ সাধনাৰে এনেকৈয়ে হাঁহি হাঁহি জীৱনটো উদযাপন কৰক।
@pujaranibordoloi9783
@pujaranibordoloi9783 Жыл бұрын
বাইদেউৰ কথাবোৰ সদায় ভাল লাগে কিন্তু আজি কথা বোৰে হৃদয় চুই গ'ল
@priyankahazarika9418
@priyankahazarika9418 Жыл бұрын
প্ৰিয় নাৰী স্বাতি কিৰণ বাইদেউ❤ আৰু বাৰ্তা লাপত আজিৰ caption টোৱে মন চুই গ'ল 💗💗পাৰ্থ বিজয় দত্ত আৰ্ট গেলেৰী সঁচাই বৰ ধুনীয়া 🌸🌸
@user-qg9dt9zb1c
@user-qg9dt9zb1c 2 ай бұрын
অমৰ প্ৰেমৰ এক উৎকৃষ্ট উদাহৰণ ।
@prona_mi
@prona_mi Жыл бұрын
"তোমাক কি দিলো ম‌ই" ।‌এটি প্ৰিয় কবিতা । ভিডিঅ'টো চাই সচাঁই ভাল লাগিল ।❤
@husnabegum132
@husnabegum132 10 ай бұрын
প্ৰেম স্বৰ্গীয়। তাৰেই এটি উদাহৰণ। এগৰাকী সাহসী আৰু শক্তিশালী নাৰীৰ লগত সান্নিধ্য পালোঁ। ধন্যবাদ চক্ৰ পানী পৰাশৰ। ভগৱান তেওঁৰ লগত সদায থাকক।
@sanjibbaruah9803
@sanjibbaruah9803 3 күн бұрын
বৰ ভাল লাগিল
@junalidas3795
@junalidas3795 Жыл бұрын
খুব ভাল লাগিল আপোনালোক দীর্ঘদিন আজীবন জীয়াই থাকক আৰু ভগৱানে সদায় ভালে ৰাখে যেন..., আৰু সাংবাদিক দাদা গৰাকীৰ ও ভালে থাকা সদায় পৰম পিতাই যেন ৰাখকক
@rekharanidevi1165
@rekharanidevi1165 Жыл бұрын
ভাষাহীন❤. . . কবিতাটো শুনি চকুলো ওলাই গ'ল😥
@pallabbora8682
@pallabbora8682 Жыл бұрын
হৃদয়ৰ একুনত চুই গল 💗💗💗
@sumitradeb8538
@sumitradeb8538 Жыл бұрын
আপোনাৰ কথাখিনিয়ে মনত বহুত সাহস দিছে সদায় সুখী হৈ থাকিব ❤️❤️
@shashiburagohain4558
@shashiburagohain4558 Жыл бұрын
পাৰ্থ বিজয় দত্ত ছাৰৰ লেখনিসমূহ পঢ়িছোঁ। পঢ়ি বৰ ভাল লাগে। আপোনাৰ দৰে নাৰী সমাজত অতি দুৰ্লভ। আপোনাৰ মহানুভৱতাক নমস্কাৰ 🙏🙏
@DibakarJAB
@DibakarJAB 15 күн бұрын
ভাল লাগিল কথাবোৰ শুনি, বাইদেউৰ কথাবোৰে অন্তত চুই গৈছে,,
@rashmirekhabaruah3128
@rashmirekhabaruah3128 Жыл бұрын
প্রিয় নাৰী গৰাকী❤ ধন্যবাদ বার্তালাপ।আৰু 1ঘন্টা মানৰ হব লাগিছিল।
@birendranathhazarika5422
@birendranathhazarika5422 Жыл бұрын
ইমান ধুনীয়া কথা খিনি মন ভৰি গল সাহস দিলে নাৰী সমাজক ❤
@barnalipatgirigohain3993
@barnalipatgirigohain3993 3 күн бұрын
শব্দ ই নাই বা তোমাক ক'ব লৈ ❤❤❤
@Pinkipranab_mini_vlogs_
@Pinkipranab_mini_vlogs_ Жыл бұрын
_তেখেতৰ কথাবোৰে হৃদয় একুনত চুই গ'ল ❤ সদায় ভালে থাকক 😊❤️_
@WIX210
@WIX210 Жыл бұрын
Qap
@pranjalbhuyan3210
@pranjalbhuyan3210 Жыл бұрын
পাৰ্থ দাক মই খুব close ভাৱে পাইছিলোঁ। নামৰূপৰ dsp হৈ থাকোতে। তেওঁৰ সৃষ্টি কৰ্ম বা আদৰ্শৰ বিষয়ে কবলৈ নাযাওঁ, কিন্তু তেওঁৱেই হয়তো একমাত্ৰ আৰক্ষী বিষয়া যি চাকৰি জীৱনত এটকাও খোৱাৰ অভিযোগ নাই। তেওঁক লৈ নীলিম কুমাৰে লিখা এটা কবিতা মই আবৃত্তি কৰিছিলোঁ। স্বাতী কিৰণৰ হাতত আছে কবিতাটো চাগে।
@labanyaborah5191
@labanyaborah5191 13 күн бұрын
অপূৰ্ব , ভালপোৱা আৰু প্ৰেমৰ এনে ৰূপ বিৰল।
@mayureebhattacharyya2858
@mayureebhattacharyya2858 Жыл бұрын
মন চুই গল তেখেতৰ কথাখিনিয়ে...কবিতাটোয়ে....ধন্যবাদ বাৰ্তালাপ...চক্ৰপানি পৰাশৰৰ অনুষ্ঠান অতি মনোগ্ৰাহী হয় সদায়...
@sumongogoi2617
@sumongogoi2617 Жыл бұрын
স্বাতী বাইদেউ 😘ডিব্ৰুগড় বিশ্ববিদ্যালয়ে দিয়া অন্য এক উপহাৰ ❤❤
@gauribhagawati2445
@gauribhagawati2445 Жыл бұрын
ইমান গভীৰ প্ৰেম সচাকৈ হৃদয় চুই গল। এগৰাকী সাহসি মহিলাক প্ৰনাম।🙏
@WIX210
@WIX210 Жыл бұрын
A@0€
@ashisdutta8076
@ashisdutta8076 Жыл бұрын
ধুনীয়া মনৰ বাইদেউ গৰাকীক বহুত মৰম দিলো।ভালে থাকক সদাই।
@mondirabaruah5414
@mondirabaruah5414 2 ай бұрын
বহুত বেছি ভাল লাগিল।প্ৰেম আৰু কিতাপৰ মন্দিৰৰ ঘৰ যেন লাগিছে। আপোনাকো ধন্যবাদ।
@swadhinitalukdar1699
@swadhinitalukdar1699 Жыл бұрын
বাইদেউ আপোনাক ‌ বহুত বহুত ধন্যবাদ পৃথিৱীৰ সকলো সকলো নাৰীয়ে যদি আপোনাৰ নিচিনা হল হেতেন পৃথিৱী খন কিমান ধুনীয়া হল হেতেন ।
@spananigogoichetia6171
@spananigogoichetia6171 Жыл бұрын
স্বাতী বাইদেউৰ কিতাপৰ টেবুলত থকা ছন্দগুচ্ছ আলোচনীত বাইদেউৰ ফটো দিছিলোঁ। সুন্দৰকৈ ভিডিঅ'টোত দেখি ভাল লাগিল। এই প্ৰেম অপৰাজেয়।
@prastutikashyap9308
@prastutikashyap9308 Жыл бұрын
wow! i don't know how to write or from where to start! what a lady she is! he might not be here physically but its her afford, that his art, his work thats always going to be immortal! the way she love him, its totally divine, she herself the definition of love! Thanks to bartalaap for this amazing episode! kudos to her❤ 🙏🙏
@user-cr8rd9yt9e
@user-cr8rd9yt9e 13 күн бұрын
বহুত ভাল লাগিল।
@pratyashi4914
@pratyashi4914 Жыл бұрын
কি ধুনীয়া, কি স্বাস্বত, কি হেঁপাহ। প্ৰেম আবেগ, কিন্তু প্ৰেমে আবেগক নিয়ন্ত্ৰণো কৰে। প্ৰেমে জীৱনক জীয়ন দিয়ে, জীৱনে প্ৰেমক। আচলতে প্ৰেম আৰু জীৱন পৰিপূৰক, যেনেকৈ পাৰ্থ-স্বাতী। ভবিষ্যত জীৱনলৈ শুভকামনা আপোনালোকলৈ।
@Asomiyasajpar
@Asomiyasajpar Жыл бұрын
আটাইতকৈ ধুনীয়া প্ৰাৰ্থনাটোৰ নাম ভালপোৱা ❤..... বহত বেছি ভাল লাগিল। বুকুখন বিষয়াই গৈছে video টো চাই। ইমান বেছি ভালপোৱা 😢❤❤
@renusaikia2749
@renusaikia2749 13 күн бұрын
Bor xahosi nari, salute tomak
@mamonidevi617
@mamonidevi617 3 күн бұрын
Bhal lagil kint
@himadriborah9198
@himadriborah9198 Жыл бұрын
বহুত ভাল লাগিল অন্তৰ চুই গ'ল। বুকু বিষায় গ'ল বহুত। বাইদেউৰ সাহসক সন্মান জনাইছো। বাইদেউৰ পৰা বহু শিকিবলগীয়া কথা আছে। বহুত বহুত ধন্যবাদ চক্ৰপানি পৰাশৰ দাদালৈ।
@SujaliSonowal
@SujaliSonowal 6 ай бұрын
জীয়াই থাকিবলৈ গোটেই জীৱন কাষত থাকি মৰম দিব লাগিব বুলি প্ৰয়োজন নাথাকে।থকা কেইদিনত যদি সঁচা মৰম আন্তৰিকতা যাঁচে গোটেই জীৱন স্মৃতিবোৰ লৈ জীয়াই থাকিব পাৰি।
@nabanitarabha5271
@nabanitarabha5271 Жыл бұрын
বহুত ভাল লাগিল বেষ্ট apisot
@ashaborah9083
@ashaborah9083 Жыл бұрын
আপোনাৰ আদৰ্শ ই বহুত ৰ বাবে শক্তি 🙏
@moushumisharma6711
@moushumisharma6711 Жыл бұрын
বৰ ভাল লাগিল অনুষ্ঠান টো👍 নাৰী সাহসৰ মূৰ্ত প্ৰতীক 🙏
@melodytunerecords658
@melodytunerecords658 8 ай бұрын
সাহসী নাৰীগৰাকীলৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত৷৷৷তেওঁ কুশলে থাকক৷৷পাৰ্থবিজয় দত্তৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে৷৷
@shayanikakalita4960
@shayanikakalita4960 Жыл бұрын
অন্তৰ চুই গৈছে❤️
@prayax731
@prayax731 Жыл бұрын
বাইদেউ লৈ শতকৌতি প্ৰনাম। মোৰ মনে ভবা ধৰণে সেন্দুৰৰ কথা কলে । সুন্দৰ হওঁক আপোনাৰ জীৱন।🙏
@pallikaburagohain8602
@pallikaburagohain8602 Жыл бұрын
বুকুখন গধুৰ হৈ আহিল চকু সেমেকি গ'ল।বাইদেউ গৰাকী সদায় প্ৰিয় সাহসীতাৰ প্ৰতীক তেওঁ
@kanans3209
@kanans3209 Жыл бұрын
Bukukhan bikhai gol sakuduta bhari gol panire.. Compare korilo nijor manuhjonar logot teor manuhjanak.. Bidai eta dukhar sabda.. Hahiboror majoto dekhon ase teor iman kasta..bhalpuwa kiyo iman besi strong..herai heraio herai juwa nai jen anuvav hoi.. Ajir episode tuwe bhalpuwa bula ei shaktitok bahut besi respect,care diboloi sikai gol..🙏
@jumidas3146
@jumidas3146 Жыл бұрын
কথাখিনিয়ে হৃদয় স্পৰ্শ কৰিলে ❤️
@bornalikonwar2700
@bornalikonwar2700 Жыл бұрын
বহুত কান্দিলোঁ - " তোমাক কি দিলো " 💝
@rimasaikia4068
@rimasaikia4068 Жыл бұрын
সকলো মহিলা এনে দৰে। হব পৰা হলে আপোনাক মোৰ ফালৰ পৰা🙏🙏🙏🙏🙏
@amiyamoran6608
@amiyamoran6608 Жыл бұрын
বহুত ভাল লাগিল। অশেষ ধন্যবাদ চক্ৰপাণি দাদা। বাইদেউ ক চিনি পাওঁ, মহাবিদ্যালয়ৰ সৃষ্টিশীল লেখনিৰ পাঠ্যক্ৰমত এবাৰ বাইদেউক পাইছিলো। পুনৰ বাৰ ওচৰৰ পৰা লগ পোৱাৰ ইচ্ছা আছে বাইদেউক। আপুনি ভালে থাকক বাইদেউ। বাৰ্তালাপৰ এটি প্ৰিয় খণ্ড হৈ ৰʼব এই খণ্ডটো।
@nirupoma5935
@nirupoma5935 Жыл бұрын
বাইদেউ আপোনাক হৃদয়েৰে প্ৰণাম জনাইছোঁ 🙏
@bulbulgohain9649
@bulbulgohain9649 Жыл бұрын
বহুত ভাল লাগিল ।জীৱন যুদ্ধত আগুৱাই যাবলৈবহুত সাহস পালো
@kanikathakuria4613
@kanikathakuria4613 Жыл бұрын
আপোনাক আন্তৰিক ধন্যবাদ ।আপোনাৰ আদৰ্শ অনুকৰনীয়
@jagadishdawar
@jagadishdawar Жыл бұрын
*নাৰী তুমি অনন্যা, মহয়সী* । ***** অন্তৰ চুই যোৱা বাৰ্তালাপ ।
@ponsomiburagohain928
@ponsomiburagohain928 Жыл бұрын
প্ৰথমতে চক্ৰ পাণি দা লৈ ধন্যবাদ থাকিল। সচাকৈ ভাষাহীন হলো ক্ষন্তেকৰ বাবে। স্বাতীকিৰণ বাইদেউ আপুনি সমাজৰ প্ৰত্যেক গৰাকী নাৰীৰ বাবে আদৰ্শ হৈ ৰ'ব।
@dipalirrandhonixal
@dipalirrandhonixal Жыл бұрын
বাইদেউৰ কথাখিনি শুনি কিমান ভাল লাগিল ভাষাৰে বুজাব নোৱাৰিম।🙏
@assameseculture4759
@assameseculture4759 2 ай бұрын
প্ৰেম অপৰাজেয়...ভালে থাকক বাইদেউ সদায়
@pranitakakati9658
@pranitakakati9658 Жыл бұрын
প্ৰিয় স্বাতী বাইদেউৰ কৰ্ম আৰু কথাবোৰ সদায় ভাললগা❤️#পাৰ্থবিজয়দত্ত আৰ্ট gallery❤️
@dolilukhurakhan3996
@dolilukhurakhan3996 Жыл бұрын
Apunar logote hokolure monot teu jiyai thakibo
@pinkiscreativity2810
@pinkiscreativity2810 Жыл бұрын
বৰ সুন্দৰ অনুষ্ঠান ।উফ ....মন চুই গল
@digitalindia7191
@digitalindia7191 2 ай бұрын
মন চুই যোৱা অনুস্থান। বহুত সাহস পালো
@kangkanakangkana111
@kangkanakangkana111 Жыл бұрын
সচাকৈ আজি আপোনাৰ পৰা বহুত ভাল এটা অধ্যায় শিকিলোঁ বাইদেউ আপুনি বহুত সাহসী আৰু মহান । আপোনাৰ জ্ঞানে মোক আপোনাৰ অনুৰাগী কৰি পেলালে।আপুনি অদম্য সাহসৰ প্ৰতীক।🙏
@pranamee7260
@pranamee7260 Жыл бұрын
ইমান সাহসী নাৰী।ভগৱানে সেই সাহস ৰ এটা চুক দিয়ক। তাতকৈ বেছি একো নালাগে। সদায় হাঁহি থাকক বাইদেউ ❤
@Himadribaruah-c6z
@Himadribaruah-c6z 4 күн бұрын
Ki xundor Val pwa❤
@anitabora2768
@anitabora2768 Жыл бұрын
বহুত সাহসী বাইদেউ বৰ ভাল লাগিল ভগৱানে সহায় কৰিব। ❤❤
@nirusaikia7631
@nirusaikia7631 Жыл бұрын
নাৰী তুমি অন্যন্যা 🙏🌹 বৰ্তমান সময়ৰ নাৰীৰ প্ৰতীক , বাইদেউলৈ প্ৰণাম। যিটো সময়ত বিধবা বুলি ইটো নেপায়, সিটো নেপায়,বিধবা আজিৰ সময়ত কলঙ্ক। কাৰণ ময়ো এগৰাকী বিধৱা। বহুত দুখৰ সময় পাৰ কৰি আহিছোঁ। সেয়েহে লিখিলোঁ। 😂 😂
@user-iu7pf9rr1u
@user-iu7pf9rr1u 2 ай бұрын
Bohut bhal lagil
@nitumonikalita5568
@nitumonikalita5568 Жыл бұрын
ভালপোৱাৰ আন এটা নামেই হ'ল "স্বাতী-পাৰ্থ"। বাইদেউ প্ৰেমৰ পূজাৰী হৈ আপুনি আজীৱন সুখেৰে থাকক❤❤
@Swastikacooking579
@Swastikacooking579 2 ай бұрын
বৰ ভাল লাগিল কবিতা টো❤ আৰু বাইদেউৰ কথাখিনি ❤
@nirathengal1872
@nirathengal1872 Жыл бұрын
কথা বিলাক ইয়াক ধুনীয়াকৈ কয় বহুত ভাল লাগিল তেখেতলোক দুয়ো জনলৈ বহুত শুভেচ্ছা থাকিল🙏
@rudrahandique81
@rudrahandique81 2 ай бұрын
স্বাতী কিৰণ তোমাক শতকোতি প্ৰণাম 🙏🙏🙏🙏
@gsvlogs4288
@gsvlogs4288 Жыл бұрын
Sokur pani nigori goise video tu Sai. Hosa premor aku hima nai❤
@user-gg8fn2uu7k
@user-gg8fn2uu7k 18 күн бұрын
Hundor ❤️
@manjitsutradhar-sl1dn
@manjitsutradhar-sl1dn Жыл бұрын
Baidor kotha khini Buji palu je kiman val poya asil❤❤❤❤❤❤❤ xhadya vale thakoko😢❤♥️♥️
@sonomshyamvlog6662
@sonomshyamvlog6662 8 ай бұрын
খুব ভাল লাগিল আজিৰ অনুষ্ঠানটো চাই, মন চুই গৈছে কথাবোৰে ♥️
@tilukakati1541
@tilukakati1541 2 күн бұрын
আপোনাৰ ভবাতো ভুল বা কাৰন আপূনি যিমানেই নকৰক পাথ এই পৃথিবীত নাই আৰৃ আপৃনি কোনোদিনেই পাথক দেখা নাপাই আৰু পাথযো দেখানপাই
@diptitayeng5385
@diptitayeng5385 2 ай бұрын
বাইদেউ আপোনাৰ কথাই মোৰ অন্তৰ চুই গল চকুৰ পানী ৰখাব নোৱাৰিলোঁ। ভগৱানে যেন সদায় আপোনাক সুখত ৰাখে আৰু আপোনাৰ হাঁহিয়ে সদায় আপোনাৰ মুখত বিৰিঙি থাকে।
@monikhasaikia2151
@monikhasaikia2151 Жыл бұрын
হৃদয় চুই গৈছে 🙏🙏🙏
I CAN’T BELIEVE I LOST 😱
00:46
Topper Guild
Рет қаралды 108 МЛН