No video

এটা সুখী পৰিয়াল, এটা যুটীয়া পৰিয়াল

  Рет қаралды 202,291

BAARTA LAAP

BAARTA LAAP

Күн бұрын

এটা সুখী পৰিয়াল, এটা যুটীয়া পৰিয়াল
#baartalaap #chakrapaniparashar #assam #nagaon #music #beharbarioutpost #guwahati
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/

Пікірлер: 206
@user-uq1eo1kt9b
@user-uq1eo1kt9b Жыл бұрын
ৰাতিপুৱা ই বৰ ভাল লাগিল এই সংস্কৃতিবান পৰিয়ালটো দেখি। ধন্যবাদ বাৰ্তালাপ।মানহে সৰু সৰু কথাতে সন্তোষ হ'লে, মনটো ভাল হ'লে সকলোৰে লগত মিলিজুলী থাকিব পাৰে। এতিয়া আকৌ ছোৱালী এজনীৰ বিয়াৰ কথা ওলালেই অকলশৰীয়া পৰিয়ালৰ সন্ধান কৰে।পাৰিলে শাহু শহুৰ ও নথকা হে লাগে। আচলতে আমি ছোৱালী এজনী ডাঙৰ দীঘল কৰোঁতে ই আত্মকেন্দীক কৰি গঢ়ি তুলিছো।এই পৰিয়ালৰ সন্তান সকল ব্যতিক্ৰম।ভালে থাকক সকলো মোৰ শুভকামনা জনালোঁ।
@hemsandra9269
@hemsandra9269 Жыл бұрын
.
@hemsandra9269
@hemsandra9269 Жыл бұрын
P
@hemsandra9269
@hemsandra9269 Жыл бұрын
p
@sunishakalita3615
@sunishakalita3615 Жыл бұрын
Xosa kotha koise
@user-ln1tr1tx7z
@user-ln1tr1tx7z 4 ай бұрын
God bless you 🙏 happy family members
@khagenchandrarajbongshi-ix1sp
@khagenchandrarajbongshi-ix1sp Жыл бұрын
অতি ভাল লাগিল।এই পলৰিয়ালটি আজিৰ সমাজৰ বাবে আদৰ্শ হয যেন
@aarondaisyvlogs9490
@aarondaisyvlogs9490 Жыл бұрын
🎉🎉😮
@snandasarma2329
@snandasarma2329 Жыл бұрын
চক্ৰপাণি ভাল লাগিছে তুমি আমাক সমাজৰ মাজত চিনাকি কৰি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইন্দ্ৰপুৰী .
@swadhinitalukdar1699
@swadhinitalukdar1699 Жыл бұрын
বহুত ভাল লাগিল আপোনালোকৰ সুন্দৰ পৰিয়ালটো আগলৈও এনেকৈয়ে মিলা প্ৰিতিৰে থাকক ভগবানৰ ওচৰত কামনা কৰিলো।
@linasarmah3833
@linasarmah3833 Жыл бұрын
আপোনালোক সকলো এনেদৰেই থাকক, ভগৱানে সকলোকে কুশলে ৰাখক তাৰে কামনা কৰিলো।
@nijaradas6861
@nijaradas6861 Жыл бұрын
আমাৰ ঘৰখন আজিও খুৰা পৰিয়ালৰ সৈতে একে লগে আছো।মুঠ ঌজন ।আমি সদায় সুখী ।
@rashmiborah1103
@rashmiborah1103 11 ай бұрын
সুন্দৰ সাক্ষাৎকাৰ গ্ৰহণ ভাল লাগিল সুন্দৰ যুটীয়া পৰিয়াল অভিনন্দন ঘৰৰ সকলোলৈ আগলৈও দেখিবলৈ পোৱাৰ আশাৰে🙏🌹🙏
@bipindeka560
@bipindeka560 Жыл бұрын
এতিয়াও ইমান ডাঙৰ যৌথ পৰিয়াল।সুন্দৰ আদৰ্শ ।ধন্যবাদ জনাইছো।
@shewalidevi9729
@shewalidevi9729 Жыл бұрын
সঁচাকৈয়ে আজিৰ বাৰ্তালাপ অনুষ্ঠানটি দেখি অভিভূত হ'লো । ময়ো এই পৰিয়ালটিক নিচেই ওচৰৰপৰা পাই নিজকে ধন্য মানিছো । এই সুযোগতে চক্ৰপাণি পৰাশৰকো হৃদয়েৰে ধন্যবাদ জনালোঁ । "বাৰ্তালাপ"ৰ দীৰ্ঘায়ূ কামনা কৰিলোঁ ।
@abianshbarman4026
@abianshbarman4026 Жыл бұрын
God bless yors family
@gitalinath2600
@gitalinath2600 Жыл бұрын
পৰিয়ালটো সমাজৰ আদর্শ স্বৰূপ ।এনেদৰে সুখী হৈ থাকক ❤❤❤
@krishnasaikia5193
@krishnasaikia5193 Жыл бұрын
All family thanks and parashar da thanks val lagil
@mukundadeka-us2xl
@mukundadeka-us2xl Жыл бұрын
বহুত ভাল লাগিল। ঘৰখন সচাকৈ মৰম চেনেহৰে পৰিপূৰ্ণ।
@AmirHamza1amir.
@AmirHamza1amir. Жыл бұрын
Ei family'r soboke salute jonaisu.
@khargeswardeka3827
@khargeswardeka3827 Жыл бұрын
❤Very good : An Ideal family 🎉!
@Dipshikharay-ph9wk
@Dipshikharay-ph9wk Жыл бұрын
4joni buwari kio hl ba buji napalu..kothatay proti 3 joni..3 joni buwari buli a koi ase...kintu baki ajoni Kunfalor bujat akhubidha hoise.... Sai vl lgile dei❤️
@nirusaikia7631
@nirusaikia7631 Жыл бұрын
আজি কালি এনে এখন ভৰা ঘৰ দেখিবলৈ নাই। প্ৰায় ১৯৭০ চনৰ কথা, আমাৰ ঘৰখনটো মা দেউতা,দাদা বৌ,ভতিজা ভতিজী,কে ধৰি ২১ জন আছিল। খুব মজাৰ দিন আছিল। এতিয়া অতীত শুৱৰি ভাল লাগে। এতিয়া ভাগ ভাগ হ'ল। সদায়ে এই পৰীয়াল টি মিলি জুলি থাকক ❤🙏🌹
@dipalikalita2546
@dipalikalita2546 Жыл бұрын
Bhayti Parasar tomak bahut bahut dhnyabad eman dhuniya pariyal eta sinaki kari dila Thank you
@kankanabarman8553
@kankanabarman8553 Жыл бұрын
Ajir bartalab sai bohut val lagise because iman sundor ati joutho poriyal xosakoi manibo lagibo iman sanskari xokolu manuh khini khub kom ase anekua joutho poriyal . Apunaluk xokoluloike mur oxex dhanyawad
@munnarealvlog9341
@munnarealvlog9341 Жыл бұрын
First view দাদাক কোনে কোনে ভাল পোৱা এটাকৈ like দি যাব
@kuntalasharma8390
@kuntalasharma8390 Жыл бұрын
Xosaka bahut Val lagil❤❤
@munumini-qo6bt
@munumini-qo6bt Жыл бұрын
Bht vl lagil❤❤❤
@dipendrakalita6224
@dipendrakalita6224 Жыл бұрын
ধন্যবাদ আপোনালোকৰ মিলাপ্ৰীতি বাবে এই মিলাপ্ৰীতিৰ চিৰ যুগমীয়া হক ।
@anilbora2237
@anilbora2237 Жыл бұрын
ভাল লাগিল ডাঙৰ যৌথ পৰিয়াল টোৰ মিলন দেখি। 💐👍🌹🦋🐝🌷🌺💕
@user-hq8mv4he1r
@user-hq8mv4he1r Жыл бұрын
পৰিয়াল টোলৈঅশেষধন্যবাদ থাকিল। এনে দৰে সদায় চলি থাকক।
@user-wj2ej5zf2i
@user-wj2ej5zf2i Жыл бұрын
আমাৰ ঘৰতো মানুহ ককাই ,ভাই,ভনি,ভাগিনী,মিলি এঘাৰজন ইয়াৰে, ভনিভাগিনী,বিয়া,হলত,ককাইভাই বিয়া কৰয়াত বৰ্তমান পৰিয়ালত,জা জলি পাচজনি আৰু ভতিজা,ভতিজীমিলি সাতজনী ,ভাবি চাওকচোন কিমান সুন্দৰ,নজৰ নালাগে যাতে ভগবান ।
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL Жыл бұрын
মোৰ ফালৰ পৰা মৰম যাচিলো পৰিয়ালৰ লৈ ❤️❤️
@Duboricreation4792
@Duboricreation4792 Жыл бұрын
আমাৰ ঘৰতউ ১৩ জন আছিলোঁ। আজি এই পৰিয়াল টো দেখি মনত পৰি গৈছে,‌, আমাৰ সেই ভাল লগা দিন বোৰ 😢😢😢
@jitendrasaikia9508
@jitendrasaikia9508 Жыл бұрын
অনুষ্ঠান টো খূবেই ভাল লাগিল । শব্দৰ সংযোজন খিনি আৰু অলপ ভাল হ'ব লাগিছিল । বহুত ভাল লাগিল হেঁতেন ।
@mondirabaruah5414
@mondirabaruah5414 Жыл бұрын
বহুত ভাল লাগিল।তেখেতসকলৰ ঘৰলৈ যাবৰহে মন গৈছে ।
@tultulboruah9037
@tultulboruah9037 Жыл бұрын
Hosakoi bhut hundor porial...
@prasantagoswami1477
@prasantagoswami1477 Жыл бұрын
বৰ ভাল লাগিল। ধন্যবাদ
@tamanna2813
@tamanna2813 Жыл бұрын
Vl lagil.hundar family. Family tu aru vl hok
@akankhyaduttaakankhya5063
@akankhyaduttaakankhya5063 Жыл бұрын
এনেকুৱা যৌথ পৰিয়াল আজিৰ দিনত খুব কম হে দেখা যায়। ভগৱানে সকলো কে কুখলে‌ ৰাখক।
@manabtalukdar6376
@manabtalukdar6376 Жыл бұрын
কিয় নাথাকিৱ আমাৰো তিনিটা পৰিয়াল একেলগে আছো বাইদেউ আৰু মৃত্যুৰ দিনা লৈই একলগে থাকিম এইটো সম্ভৱ হৈছে মোৰ দেউতাৰ সহজ-সৰল মনোভাৱ আৰু তেওঁৰ আদৰ্শৰ বাবে।
@dimpicreation4856
@dimpicreation4856 Жыл бұрын
আমাৰো যৌথ পৰিয়াল ❤ আমি 9জন সদস্য ❤❤
@m.bsvlogs9470
@m.bsvlogs9470 Жыл бұрын
আমিও যৌথ পৰিয়ালতে থাকো তেওঁ লোকৰ দৰে আমাৰো তিনিজন পুত্ৰ-বোৱাৰী, সন্তান,মা আছে সেইদৰে থাকি ভালে লাগে
@JitenDeka-fx8xf
@JitenDeka-fx8xf Жыл бұрын
Bor xundor 🤗❤
@sunishakalita3615
@sunishakalita3615 Жыл бұрын
Monbor udar hole pari enekoi ekeloge thakibo. Monborei asol kotha. Khub bhal lagil teulokk dekhi.
@mausumiborthakur6028
@mausumiborthakur6028 Жыл бұрын
Khub bhal lagil❤
@prankitborgohain5061
@prankitborgohain5061 Жыл бұрын
Fatafati,solid,jhakas lagise.🙏👍
@kshirodsarma2283
@kshirodsarma2283 Жыл бұрын
Happy join family.
@hirumonimadhi7301
@hirumonimadhi7301 Жыл бұрын
বহুত ভাল পাও এনেকৈ থকা পৰিয়াল। পৰিয়ালটো আগলৈকে ভাল হওক।
@hemkantaborah7434
@hemkantaborah7434 Жыл бұрын
সুন্দৰ যৌথ পৰিয়াল। মিলাপ্ৰীতিৰ এক অনবদ্য উদাহৰণ।এনেকুৱা বোৱাৰীও পাবলৈ টান।
@minakshikurmi7414
@minakshikurmi7414 Жыл бұрын
সংস্কৃতিবান আদৰ্শ সুখী পৰিয়াল সদায় সুখী হৈ থাকক।
@sadhanasultanajehirblogs4600
@sadhanasultanajehirblogs4600 Жыл бұрын
Khube khube bhal lagil.
@jimpirekhaSaikia
@jimpirekhaSaikia Жыл бұрын
@NanditaSarmah-df5mm
@NanditaSarmah-df5mm Жыл бұрын
Bahut bhal lagil porial tu
@himanibanikya8168
@himanibanikya8168 Жыл бұрын
বহুত ভাল লাগিল এনে পৰিয়াল পাবলৈ নাই তেওলোকক নমস্কাৰ জনালো❤❤❤❤❤❤❤❤
@gitanjalidevi6754
@gitanjalidevi6754 Жыл бұрын
Bhal lagil
@mitalinath6601
@mitalinath6601 Жыл бұрын
চাৰি নম্বৰ গৰাকীৰ ৰহস্য থকা বুলি কলে but khuli নকলে, বাকী এনে পৰিয়ালৰ প্ৰতিগৰাকী সদস্য একো একোখন বহল হৃদয়ৰ গৰাকী হয় ❤
@popibora2843
@popibora2843 Жыл бұрын
Bhut vl lagile❤
@nilakshiborah863
@nilakshiborah863 Жыл бұрын
Wow!
@aikankalita6733
@aikankalita6733 Жыл бұрын
Bahut val lagil
@nagench.baishya4486
@nagench.baishya4486 Жыл бұрын
এটা আদশ’ পৰিয়াল ৷ সদায় সুখী থাকক ৷ পৰিয়ালটোৰ নতুন প্ৰজন্ম ই এটা সুন্দৰ পৰিবেশত ডাঙৰ হোৱাৰ সুযোগ পাইছে৷ এইটো গৌৰবৰ বিষয় ৷
@rupasaikiabora2967
@rupasaikiabora2967 Жыл бұрын
ময়ো নগাঁও ৰে হয় আমি আমাৰ পাঁছজন একেলগেই বৰ্তমান লৈকে আছো ।মই ঘৰৰ ডাঙৰ হয় অৱশ্যে মোৰ স্বামী ঢুকুৱা বেছি দিন হোৱা নাই আৰু শহুৰ দেউতাকো আটাইকেইগৰাকী এ পাইছিল ।বৰ্তমান আমাৰ পৰিয়ালত 15 গৰাকী সদস্যই একেটা পাকঘৰ ৰ একেটা চৰুতে খাওঁ।
@JLI321
@JLI321 Жыл бұрын
Iman dhuniya ganor logote kontho
@alakabordoloi3439
@alakabordoloi3439 Жыл бұрын
আপুনি মোৰ প্ৰিয় মানুহ❤ বাৰ্তা লাভ অনুষ্ঠান চাও আশীৰ্বাদ দিছো আগুৱাই যোৱান নে❤❤❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
🎉❤🎉❤ unique and ultimate video hoi. Possitive news for us. All the best wishes to all Always be positive and happiness.
@aparajitarajkhowa3578
@aparajitarajkhowa3578 Жыл бұрын
পৰিয়ালটি দেখি খুব ভাল লাগিল । 👌👌
@pratibhahazarika335
@pratibhahazarika335 Жыл бұрын
BOHUT dhuniya lagise aru khadai anakei thakib
@gitimonigogoi6022
@gitimonigogoi6022 Жыл бұрын
Love from naharkatia ❤❤❤
@dimpicreation4856
@dimpicreation4856 Жыл бұрын
আমাৰো যৌথ পৰিয়াল ❤❤ আমি বহুত সুখী 😘♥️♥️
@Moni_Bailung
@Moni_Bailung 4 ай бұрын
ইমান ভাল লাগিল
@villagelife9307
@villagelife9307 Жыл бұрын
❤❤❤
@kalendas1935
@kalendas1935 Жыл бұрын
❤️❤️❤️ lovely 🙏🙏🙏🙏
@kk-bf6ol
@kk-bf6ol Жыл бұрын
আপোনালোক সৌভাগ্যবান । ভগবানে আপোনালোকক সদায়ে সুখী কৰি ৰাখক ।
@sikhagoswami2900
@sikhagoswami2900 Жыл бұрын
ভাল লাগিল
@Pratim_Sarmah.
@Pratim_Sarmah. Жыл бұрын
পুৱাই পুৱাই এটা সুন্দৰ অনুস্থান উপহাৰ দিয়াৰ বাবে চক্ৰপানী দাঙৰীয়াক ধন্যবাদ 🙏
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL Жыл бұрын
এনেকুৱা ভিডিয় চাই ভাল লাগে👍❤️
@mamonipator7640
@mamonipator7640 4 ай бұрын
Anusthanti sai bar val lagil ❤❤
@narayandas1655
@narayandas1655 Жыл бұрын
Sarma Da God bless you and your family
@kingofpoultry
@kingofpoultry Жыл бұрын
Beautiful family 🙏 God bless ❤
@jyotirekhabordoloi3892
@jyotirekhabordoloi3892 4 ай бұрын
আমাৰো যৌথ পৰিয়া খুৰা দুজন খুৰী দুগৰাকী মা দেউতা আৰু আমাৰ বাই ভনী দাদা ভাইতি বৌ ভতিজা মিলি মুঠ 16 জন আচো আমি বহুত সুখী ❤❤❤❤❤
@rinjudutta4934
@rinjudutta4934 Жыл бұрын
আমাৰো তিনিটা পৰিয়াল একে লগে আছো
@jyotsnadevimusic2509
@jyotsnadevimusic2509 Жыл бұрын
😊 খুবেই ভাল লাগিল
@bikashkakati4376
@bikashkakati4376 Жыл бұрын
Xundor poribex ❤
@pobontamuli4168
@pobontamuli4168 Жыл бұрын
আমাৰো যৌথ পৰিয়াল। যৌথ পৰিয়াল ত থকাৰ আমেজেই সুকীয়া । কেতিয়াবা, কিছুমান সমস্যা লৈ খং উঠে যদিও সেয়া খন্তেকীয়া ।
@hemendas6482
@hemendas6482 Жыл бұрын
Best of luck
@prabhatkumargogoi2717
@prabhatkumargogoi2717 Жыл бұрын
পৰিয়ালটোত বৰাচাউলৰ ভাতৰ এঠা সদায়েই থাকক তাকে কামনা কৰিলোঁ ৷
@hemkantaborah7434
@hemkantaborah7434 Жыл бұрын
হিংসাকুৰীয়া, পেটভাটৌ, অহংকাৰী মানুহে কেতিয়াও এনে সুন্দৰ পৰিয়াল গঠন কৰিব নোৱাৰে।
@Lovacurious2
@Lovacurious2 Жыл бұрын
🙏🙏Bor bhaal lagil
@pratapborthakur8015
@pratapborthakur8015 Жыл бұрын
Nice
@latumonisaikia6852
@latumonisaikia6852 Жыл бұрын
বৰ ভাল লাগিছে চাই ।
@binagohain9329
@binagohain9329 Жыл бұрын
Vl.lagil
@bijitgogoi3753
@bijitgogoi3753 Жыл бұрын
Very nice family .
@parinitasarmah6477
@parinitasarmah6477 Жыл бұрын
Bahut val lagil apona lokar fameli tor mila priti dekhi
@bijulitalukdar3193
@bijulitalukdar3193 Жыл бұрын
Val lagil anusthanto
@jojneswarsarma1446
@jojneswarsarma1446 Жыл бұрын
So sweey voice. .........Bumoni sarma
@himanshugogoi5036
@himanshugogoi5036 Жыл бұрын
❤❤❤ bhaka nai ,,,❤❤❤
@ranjitbora734
@ranjitbora734 Жыл бұрын
ঠাই খিনিৰ নামেইচোন ইন্দ্ৰপুৰী। ভাল লাগিল।
@Poragjyotisaikia.-su1kb
@Poragjyotisaikia.-su1kb Жыл бұрын
Thanks from ❤andharpradesh.
@narendraboruahofficial
@narendraboruahofficial Жыл бұрын
Mojja
@akanbaishya417
@akanbaishya417 Жыл бұрын
সচাই সুন্দৰ পৰিয়াল। আজিকালি এনেপৰিয়াল খুব কম দেখা যায় ।নজৰ ন লগে ।
@mukundagogoi-gi1km
@mukundagogoi-gi1km Жыл бұрын
V nice family.
@jojneswarsarma1446
@jojneswarsarma1446 Жыл бұрын
Sasai bhal lagise.........B.devi
@user-to2pl4tf7j
@user-to2pl4tf7j 7 ай бұрын
Gharkhan dekhuwar babe bhal lagil
@niveditahazarika8476
@niveditahazarika8476 Жыл бұрын
Happy family
@julikalita804
@julikalita804 Жыл бұрын
❤❤❤❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Congratulations to all
@putulkalita7782
@putulkalita7782 Жыл бұрын
ভাল লাগিল চাই
@user-og6mb5cv5u
@user-og6mb5cv5u Жыл бұрын
Good very good ILove you ❤❤❤❤❤
@tapanbaruah1006
@tapanbaruah1006 Жыл бұрын
Val. Lagil enekua eta family dekhi.Tate mur nijor thair.
@kukimahanta2815
@kukimahanta2815 Жыл бұрын
একেলগে থকা মজাই বেলেগ, এৰা ধৰা মিলা প্ৰীতিৰ মাজেৰে চলিব পাৰি। তাতে সোণত সুৱগা চৰায়ছে সঙ্গীতে সেয়ে লক্ষী বাস কৰিছে। ভগৱানে মঙ্গল কৰক
@smitabaishya8122
@smitabaishya8122 Жыл бұрын
Happy Family ❤️
🩷🩵VS👿
00:38
ISSEI / いっせい
Рет қаралды 26 МЛН
Kind Waiter's Gesture to Homeless Boy #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 15 МЛН
Prank vs Prank #shorts
00:28
Mr DegrEE
Рет қаралды 10 МЛН
গাঁৱলৈ আহিল জী-জোৱাঁই, গাওঁবাসীৰ তত নাই
1:11:23