‘আছু’ সন্দৰ্ভত কি চিন্তা উৎপল শৰ্মাৰ?

  Рет қаралды 14,920

NKTV PLUS

NKTV PLUS

Күн бұрын

আজি কাঠগড়াত উৎপল শৰ্মা
‘আছু’ সন্দৰ্ভত কি চিন্তা উৎপল শৰ্মাৰ?
শংকৰক উৎপলে প্ৰতিশোধ লৈ আঁতৰালে নেকি?
ক’ৰ পৰা টকা আহে ‘আছু’ নেতালৈ?
‘আছু’ত আছে নেকি ‘ল’ৰা ৰজা’?
‘আছু’ৱে চান্দা তোলেনে?
‘আছু’ৰ ভিতৰত কিমান ৰাজনীতি চলে?
বনজিৎ আৰু জবাৰ সৈতে
যি ক’ম সঁচা ক’ম

Пікірлер: 68
@hiranmayedeka2520
@hiranmayedeka2520 12 сағат бұрын
উৎপল শৰ্মাক বহুত বহুত ধন্যবাদ। উৎপল শৰ্মা প্ৰশ্নৰ উত্তৰ আটাইবোৰ 100% চিৰসত্য উত্তৰ দিছে। চৰকাৰক সহায় সয়াযোগিতাৰ হাতৰে সোণৰ অসম খন আগুৱাই নিয়াত ছাত্ৰ সন্থাক বহুত বহুত ধন্যবাদ। অসম খন হিমন্ত বিশ্ব শৰ্মাৰ লগত হাতত হাত মিলাই আমাৰ অসমৰ জনতাৰ মৰমৰ মুখ্য মন্ত্ৰীৰ অসমৰ জনতাৰ কাৰণে অসম খন সোণৰ দৰে সুযোৰ পোহৰ দৰে উজ্জ্বল কৰক। অসমৰ জনতাৰ মৰম আশিবাদ থাকিব। অসমত কংগ্ৰেছৰ চৰকাৰেএকো কৰিব নোৱাৰিলে অসম খন ভোটৰ কাৰণে বাংলাদেশী অসমৰ মাটিত নিগাজিকৈ থাকিবলৈ সুবিধা দিলে তৰুণ গগৈৰ চৰকাৰে । সেহে আজি ভাৰতবৰ্ষত মভী অসমত স্বানন্দ সোণোৱা হিমন্ত বিশ্ব শৰ্মা জনতাৰ কাৰণে ভাল কাম বোৰ কৰাৰ কাৰণে অসম খন বহুত আগুৱাই গৈল তাৰ বাবে জনতাই বহুত বহুত ধন্যবাদ দিবই লাগিব। পৃথিৱীত একজাত আছে নিজেও ডাল কাম কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম বোৰত বিৰোধ কৰে। সেই জাত মহা পাপী পৃথিৱীত নেদেখা জনেও ক্ষমা নকৰে। আ জীৱন মোডী স্বানন্দ সোনোৱা হিমন্ত বিশ্ব শৰ্মা উজ্জ্বল উৎপল শৰ্মা বিজেপিৰ চৰকাৰ আ জীৱন জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ আ জীৱন ❤❤❤❤❤❤❤❤❤❤❤অসমৰ জনতাৰ মাজত জিলিকি থাকিব।
@thedevogramstory7483
@thedevogramstory7483 5 сағат бұрын
Haha BJP katia join kriba xudhiba lagisila....
@rupjyotisarma7434
@rupjyotisarma7434 20 сағат бұрын
কথাবিলাক সুন্দৰকৈ কব জানে বাবেইটো আপুনি নেতা।।
@SavagemodeON973
@SavagemodeON973 5 сағат бұрын
সমুজ্জল ভট্টাচাৰ্য,হিমন্ত বিশ্ব শৰ্মা,উৎপল শৰ্মা অসমত বাক্ষ্মান্যবাদৰ সুচক এইবোৰ । কুটনীতি কৰি শংকৰ জ্যোতিক উলিয়ালে । বামুনে অসম খনকে হাতৰ মুঠিত ৰাখিব বিছাৰে । কাৰন হিমন্ত ক্ষমতাৰ বলীয়ান হল , ক্ষমতা নাথাকিলে তাৰ কি বিলয় হব ভগৱান জানে । ক্ষমতাৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে এইজন । টকাৰ অভাৱ নাই হিমন্তৰ কিন্ত ক্ষমতাৰ যে অভাৱ হলে তেখেতে কি দিন দেখিব এইয়া ভালদৰে এখেতে জানে । ক্ষমতাৰ ৰাগীত বলীয়া হৈ লৰাজনো ড্ৰাগছ আসক্তি হল । বিদেশৰ ৰিহাবত আছে ।
@pankajkonwar2211
@pankajkonwar2211 18 сағат бұрын
দিনত আছু ৰাতি হিমন্ত এজেন্ট
@gagalkumarmedak9982
@gagalkumarmedak9982 10 сағат бұрын
TMPK ও এনেকুৱাই চব একে
@Manik-k3g
@Manik-k3g 9 сағат бұрын
Proman diyok
@munmuncreation123
@munmuncreation123 19 сағат бұрын
বুঢ়া কেইটাই যেতিয়ালৈকে ASSU ৰ পৰা বিদায় নলয় তেন্তে বিশ্বাস নকৰোঁ।
@PremanandaBora-d1q
@PremanandaBora-d1q 18 сағат бұрын
Sengelia deka ketai mal khai asu solale vl pi nki
@dilipmahanta8479
@dilipmahanta8479 21 сағат бұрын
আছুক আস্থা পূৰ্ণ, শক্তিশালী কৰি ৰখাটো অসমীয়া, খিলঞ্জীয়াৰ বাবে প্ৰয়োজনীয়।সঙগঠনটোৰ প্ৰতি জাতীয়তাবাদী জনসাধাৰণৰ মৰম আছে,।
@SyedaEllinNaharSyeda
@SyedaEllinNaharSyeda 22 сағат бұрын
সঁচা কৈ কালিকা লগা সংগঠন।
@rahul-y8w5v
@rahul-y8w5v 2 сағат бұрын
আছু সদায় অসমৰ ৰাইজৰ মাজত জীয়াই থাকিব ✊✊
@Sanjibbora345
@Sanjibbora345 11 сағат бұрын
উৎপল দা মৰিগাঁৱৰ গৌৰৱ ❤
@BjpHatao
@BjpHatao 7 сағат бұрын
আছু কেইটাক নামাতিবি চোন
@KamalGogoi-y8u
@KamalGogoi-y8u 14 сағат бұрын
ছাত্ৰ সন্থা সংগঠন টো কেনেকৈ চলাই আছে সকলোৱে জানে,,ইমান দামী দামী বাঁহন কত কেনেকৈ পাই এতিয়া ৰাইজে বুজি পাইছে।
@sanjibkonwar7691
@sanjibkonwar7691 21 сағат бұрын
মুখা পিন্ধা নেতা। এইবোৰক অসমীয়ে একেবাৰেই এৰিব লাগে।
@njyotinjyoti7541
@njyotinjyoti7541 8 сағат бұрын
হিমন্ত বিশ্ব শৰ্মাৰ অংগ ।এওঁ ,ছাত্ৰ সন্থা আন্দোলন,৮৫৫ জন চহিদ হোৱা কথা লগত আলফাৰ আন্দোলন এইবিলাক একো নাজানে ১৯৯৩ চনত জম্ম হৈছ যদি। সেই কাৰনে শুনকালে অসম চুক্তি আলোচন কৰিব গৈছে মামাৰ সৈতে
@sushilkonwar7012
@sushilkonwar7012 12 сағат бұрын
যদি বৰ ঘৰ শত্ৰু সোমাই -- শত্ৰু কেনে ধৰণৰ তাৰ ওপৰত যদি নিৰ্ণা য়ক বি😮c
@pankajkonwar2211
@pankajkonwar2211 18 сағат бұрын
সমোজ্বলৰ বয়স কিমান
@indian7083
@indian7083 17 сағат бұрын
63
@DIPTIHAZARIKA_
@DIPTIHAZARIKA_ 6 сағат бұрын
Khub vl lagil anusthantu sai . Utpal Samar kotha bur xosai khub besi vl lage Axirbad thakil teuloi 😊
@Pallabkcreation
@Pallabkcreation 22 сағат бұрын
Eeitu show r eta playlist bonabo sun nktv 1st episode pora
@champaknath3239
@champaknath3239 20 сағат бұрын
Khub val lagile
@thedevogramstory7483
@thedevogramstory7483 21 сағат бұрын
Sanda dhanda party.... Quality asa but manage kort ai jon bht bhl.... 2nd HsB is in progress
@jadumonithengal5510
@jadumonithengal5510 21 сағат бұрын
ভাল লাগিলে অনুষ্ঠানটো চাই।উৎপল দাৰ কথাবোৰ শুনি ভাল লাগে, তেখেত বৰ স্পষ্টবাদী
@indian7083
@indian7083 17 сағат бұрын
😂😂
@SavagemodeON973
@SavagemodeON973 5 сағат бұрын
কেইদিন মানৰ পিছত ৰাজনীতি লৈ আহিব,বেছিদিন নাই ।
@rupjyotisarma7434
@rupjyotisarma7434 20 сағат бұрын
স্পষ্ট কথা
@rahul-y8w5v
@rahul-y8w5v 2 сағат бұрын
সদৌ অসম ছাত্র সন্থা✊✊✊✊✊✊
@dibyodas9662
@dibyodas9662 21 сағат бұрын
কাম নাই।
@JadavGogoi-od8de
@JadavGogoi-od8de 3 сағат бұрын
সাহিত্য সভাৰ প্ৰাথমিক গোট, আৰু আছুৰ শাখা সমিতিৰ মাজত কোনো পাৰ্থক্য নাই। এই গোট সমূহ নেতৃত্বৰ দ্বাৰা পৰিচালিত হয়। নেতৃবৃন্দই যাক সমৰ্থন কৰিবলৈ আহ্বান জনায় সেইমতেই হয়। ৰাইজে নিৰীক্ষণ কৰি আছে।
@JadavGogoi-od8de
@JadavGogoi-od8de 3 сағат бұрын
1982-83 ৰ পৰা 1992ৰ'লৈকে আছু'ত আঞ্চলিক'ত থকাৰ কাৰণে কেতিয়াবা গা'টো পোৰে। পোৰে এই কাৰণেই, বৰ্তমান আছুৰ নেতৃত্বই আমাক বুৰ্বক সজাব বিচাৰে। ৰাজনৈতিক আদৰ্শ আৰু আছুৰ আদৰ্শ মাজত প্ৰভেদ নোহোৱা হৈছে। চৰকাৰৰ ল'গত মানুমালিন্য হ'বলৈ আছুৱে ভয় কৰে কিয়?
@parthapratimsaharia2502
@parthapratimsaharia2502 4 сағат бұрын
উৎপল দা♥️✊
@TulikaboraKkp
@TulikaboraKkp 12 сағат бұрын
এই সকলে সাধাৰণ নিৰ্বাচনৰ সময়ত কাক ভোট দিবৰ অতি গোপনীয় ভাবে সিদ্ধান্ত লয় ?
@debeswarigohain481
@debeswarigohain481 11 сағат бұрын
Utpal sarmak thankyou
@nilutpalchangmai4690
@nilutpalchangmai4690 Сағат бұрын
Aap ki Adalat 😂
@Youtubefanpage7
@Youtubefanpage7 21 сағат бұрын
Michael lgt val hle val pod ahi ahi a jai
@jayantachakravarty6129
@jayantachakravarty6129 3 сағат бұрын
AASU jindabad.
@Ridip137
@Ridip137 21 сағат бұрын
অলপ ধুলে
@travelsphere9985
@travelsphere9985 5 сағат бұрын
11:55 hsa kotha moi u anchalikor hompadok ... mur onchalot kotu orytho xongrah r hubodha nai ... hodai kiba eta onusthan hole nijor poketr poisa sobe milai onusthan patu ... dhori louk aji kunuba dhukal saki jolabo lage enekiwa bosrt kimn ta onusthan ahe dhoribo nuwaru hbo pare emn khoros nohoi kintu eta eta kori onsunthn patute nijr pocket r kinn jai gome npw ghrr pora niu poisa ... ma dewta pora ... tar past u jodi hudhe j poisa kot pai aasu e dujh lage ... ami bhikhari ghror niki
@TulikaboraKkp
@TulikaboraKkp 20 сағат бұрын
আছুৰ পূৰ্বৰ গৰিমা আছে জানো ?
@rajdeepbhuyan898
@rajdeepbhuyan898 5 сағат бұрын
BJP agent
@kabitabhuyan545
@kabitabhuyan545 11 сағат бұрын
Irony মাত্ৰ।
@saratkalita7685
@saratkalita7685 20 сағат бұрын
ত ই এটা ফাল্টু লিদাৰ
@assamonly
@assamonly 9 сағат бұрын
Jotin borak ak bar mate deyok
@brojenkhargharia15
@brojenkhargharia15 11 сағат бұрын
Nk tvya val prosno koresa
@rajengogoi193
@rajengogoi193 19 сағат бұрын
Sukti aakou vul nohoy tou ?
@madarauchiha4928
@madarauchiha4928 21 сағат бұрын
আছুৰ আজিৰ দিনত কোনো মূল্য নাই।
@Manik-k3g
@Manik-k3g 9 сағат бұрын
আপোনাৰ কি মূল্য আছে
@nikunjamedhi7828
@nikunjamedhi7828 3 сағат бұрын
16 crore manag aasu
@lsd4889
@lsd4889 21 сағат бұрын
Quality n personality thoka mnh ..vlpao teok... utpal sarma i future t vl km krb ..eor dre mnh aasu t thoka2 bht dokar ase buli moi anubhav kro ..moi ejn swahidr poriyal lora hichabe.. samujjal kumar Bhattacharya ejn aasu r bhisma dre moi vbo
@jajaborhati
@jajaborhati 19 сағат бұрын
❤❤❤
@abhilashbarman989
@abhilashbarman989 20 сағат бұрын
@manujyotidihingia8652
@manujyotidihingia8652 9 сағат бұрын
চহীদৰ তেজ খুৱক নেটা
@DibyajyotiChoudhury-l9e
@DibyajyotiChoudhury-l9e 8 сағат бұрын
শ্বহীদ এইটো প্ৰথমে শুদ্ধ কে লিখিব ডাঙৰীয়া।
@Mr_sarma_01
@Mr_sarma_01 21 сағат бұрын
😁😁😁😁😁😁
@sanjibkonwar7691
@sanjibkonwar7691 20 сағат бұрын
এইটোক ো নাচাওঁ
@pankajkonwar2211
@pankajkonwar2211 18 сағат бұрын
উৎপল এটা হিমন্ত এজেন্ট
@FunnyCornflowers-jj7fs
@FunnyCornflowers-jj7fs 21 сағат бұрын
Dinot aasu ratit bjp
@SavagemodeON973
@SavagemodeON973 5 сағат бұрын
হিমন্ত বিশ্ব শৰ্মায়ে যি কৰিছে ভাল কৰিছে , যিহেতু তেখেতৰ ৰাজনৈতিক জীৱনৰ বেলিকাৰ অস্ত যোৱাৰ সময় ওচৰ চাপিছে , এইয়ে লগত বুঢ়া ছাত্ৰবোৰক লগত লৈ একেবাৰে শেষ গজালটো পিঠিত মাৰিব লৈছে । আছুৰ লগতে অসমৰ বিভিন্ন দল সংগঠন বোৰ বৰ্তমান সময়ত ৰাইজৰ কথা আৰু অসুবিধাৰ কথা কবলৈ পাহৰি হিমন্তৰ ব্যক্তিগত সহায়কাৰী দৰে কথা কবলৈ আৰম্ভ কৰিছে । আজিৰ দিনত কিমানে মূল্যবৃদ্ধিৰ ওপৰত মাত মাতিছে ,স্মাৰ্ট মিটাৰৰ ওপৰত কোনে মাত মাতিছে ,ৰাজ্যত ট্ৰেডিংৰ নামত হাজাৰ কোটি টকাৰ দুৰ্নীতি হৈছে , ৰাজ্য খনত সুস্থ পৰিৱেশ নাই । এইবোৰৰ বিষয়ে মাত মাতা কোনো নাই । এই দল সংগঠন বোৰৰ ওপৰত ৰাইজে আশা এৰিব লৈছে লাহে ধীৰে । হিমন্তৰ ব্যক্তিগত সহায়ক আৰু নিজৰ লাভালাভৰ বাবে এই সকলে জাতিক লৈ ৰাজনীতি কৰিছে ।
@bitusaudbitusaud
@bitusaudbitusaud 3 сағат бұрын
Assu kam nai bjp agent😢😢
@jyotishmoyboiragi460
@jyotishmoyboiragi460 10 сағат бұрын
Sasta apki adalat
The joker favorite#joker  #shorts
00:15
Untitled Joker
Рет қаралды 30 МЛН
Win This Dodgeball Game or DIE…
00:36
Alan Chikin Chow
Рет қаралды 37 МЛН
Spongebob ate Patrick 😱 #meme #spongebob #gmod
00:15
Mr. LoLo
Рет қаралды 18 МЛН
India vs. Pakistan on Kashmir and terrorism
5:15
Brut India
Рет қаралды 1,2 М.
Sadhguru makes a foreign anchor speechless | Best reply
11:00
Varun Sharma
Рет қаралды 2,9 МЛН
The joker favorite#joker  #shorts
00:15
Untitled Joker
Рет қаралды 30 МЛН