No video

চিৰাং জিলাৰ বিজনীত দুই প্ৰবঞ্চক আটক।

  Рет қаралды 302

Bongaigaon Times

Bongaigaon Times

Күн бұрын

#BIJNI | চিৰাং জিলাৰ বিজনীত দুই প্ৰবঞ্চক আটক। ইব্ৰাহিম আলী(২৫) আৰু আব্দুল আউৱাল (৪২) নামৰ দুই প্ৰবঞ্চকদ্বয়ে বিজনীৰ বিভিন্ন অঞ্চলৰ সাধাৰন দুখীয়া মানুহক বিভিন্ন প্ৰলোভন দি মটৰচাইকেল শ্বৰুমৰ পৰা ফাইনেন্সত দুখীয়া মানুহৰ নামত মটৰচাইকেল ক্ৰয় কৰি অবৈধ ভাবে বাংলাদেশলৈ বিক্ৰী কৰি ঠগ প্ৰবঞ্চনা কৰি আহিছিল বুলি জানিব পৰা গৈছে।
ইতিমধ্যে বিজনীৰ বিভিন্ন অঞ্চলৰ দুখীয়া মানুহৰ নামত পাঁচ খনকৈ মটৰচাইকেল ফাইনেন্সত উলিয়াই প্ৰবঞ্চকদ্বয়ে বাংলাদেশলৈ বিক্ৰী কৰিছে।
বৃহস্পতিবাৰে বিজনীৰ এটা শ্বৰুমত মটৰচাইকেল ক্ৰয় কৰিবলৈ অহাত ৰাইজৰ সহযোগত বিজনী জিলা আমছুই প্ৰবঞ্চকদ্বয়ক আটক কৰি আৰক্ষীক গতাই দিয়ে।
#bongaigaontimes #chirangnews #Chirang #news #NewsUpdate #BreakingNews

Пікірлер
Gli occhiali da sole non mi hanno coperto! 😎
00:13
Senza Limiti
Рет қаралды 17 МЛН
а ты любишь париться?
00:41
KATYA KLON LIFE
Рет қаралды 3,1 МЛН
Kids' Guide to Fire Safety: Essential Lessons #shorts
00:34
Fabiosa Animated
Рет қаралды 15 МЛН
Gli occhiali da sole non mi hanno coperto! 😎
00:13
Senza Limiti
Рет қаралды 17 МЛН