CM On Assamese Classical Language | প্ৰতিগৰাকী অসমীয়াক অভিনন্দন জনালে মুখ্যমন্ত্ৰীৰ। N18V

  Рет қаралды 5,722

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 37
@beejukalita1497
@beejukalita1497 4 ай бұрын
গৌৰৱান্বিত আমি আপোনাক ধন্যবাদ বহুত বহুত
@LinaPasung
@LinaPasung 4 ай бұрын
Thanks for great deals
@JabedaBegum-dv9nb
@JabedaBegum-dv9nb 2 ай бұрын
😊❤
@NabajitGogoi-d6u
@NabajitGogoi-d6u 3 ай бұрын
❤❤❤❤❤
@jayaborah2926
@jayaborah2926 3 ай бұрын
অসমীয়া ভাষাটো ধ্ৰুপদী ভাষা হিচাবে স্বীকৃতি প্ৰাপ্ত হোৱাত মামাৰ লগতে বিশিষ্ট সাহিত্যিক কলধৰ শইকীয়া ডাঙৰীয়াৰ যঠেষ্ট অৰিহণা আছে। প্ৰধান মন্ত্ৰী মোদী লগতে সদৌ টি লৈকে আন্তৰিক শুভেচ্ছা জনালোঁ। 🙏🙏🙏
@DipuSarma-of9se
@DipuSarma-of9se 4 ай бұрын
Thanks Mama
@santanuborah3988
@santanuborah3988 4 ай бұрын
Bohut bohut dhanyabad sir
@derhacharnarzary4555
@derhacharnarzary4555 3 ай бұрын
Bhal hoise❤... Aru atia CAA loi kam kor ,, caa nemanu,cas nalage
@monjuridutta5528
@monjuridutta5528 4 ай бұрын
ThiNK YOU❤❤❤❤❤
@jituborgohaibaba9151
@jituborgohaibaba9151 4 ай бұрын
1:11 hodai monot thake, But Sai sai matbo lage 😂😂😂😂 Sob Rajniti
@MonmiBora-k5t
@MonmiBora-k5t 3 ай бұрын
Sir kindly apse questions paper buru Assamese medium korak.
@ASGh666-rg8lu
@ASGh666-rg8lu 4 ай бұрын
ଉର୍ଦ୍ଦୁ, ହିନ୍ଦୀ, ପ୍ରାୟ ସମସ୍ତ ଆଦିବାସୀ ଭାଷା ଆଉ ଉପଭାଷା ଗୁଡିକ କୁ ଏହି ମାନ୍ୟତା ଦିଅନି। ଅନ୍ୟ ସବୁ ଭାଷା ଗୁଡ଼ିକୁ ମଧ୍ୟ ଏହି ମାନ୍ୟତା ସରକାର ଙ୍କୁ ଦେଇଦେବା ଦରକାର
@ASGh666-rg8lu
@ASGh666-rg8lu 3 ай бұрын
@Gaurav-x9h it was wrong translattion, now translate it
@madhabkalita2292
@madhabkalita2292 4 ай бұрын
ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া❤
@progamer9666
@progamer9666 4 ай бұрын
🎉🎉🎉
@monjuridutta5528
@monjuridutta5528 4 ай бұрын
THINK YOU MAMA❤❤❤❤
@kiranchetry9440
@kiranchetry9440 4 ай бұрын
Mama yee kori dekhuwalee .... Atiya 6 clause tu hbo .... Mojjaa❤❤❤❤
@ABHILASHRay-u1b
@ABHILASHRay-u1b 4 ай бұрын
আমি অসমীয়া কম আগৰ পৰাই অসমীয়া কওঁ, কিন্তু বাকী বোৰ কি কয়,
@RumiBrahma-e1f
@RumiBrahma-e1f 4 ай бұрын
Your very notorious person
@subhraisvlogging7600
@subhraisvlogging7600 4 ай бұрын
Ghenta. Caa Ani vakhai naikia koribi thti. Sanskrit vakhao classical language. Keitai koi. Tur putere axomiya madhyomot pohise ne mama
@layasridas1581
@layasridas1581 4 ай бұрын
🎉🎉🎉🎉
@mborabora6141
@mborabora6141 4 ай бұрын
Dada bahut bahut dhanyabad asomiya bhasa tuk jiyai rakha babe
@rifatgaming9728
@rifatgaming9728 Ай бұрын
ভাই আপনারা র অক্ষর এমন কেন আমরা বাংলা দেশি
@LakhyanDewri
@LakhyanDewri 4 ай бұрын
মামাৰ জিন্দাবাদ ।
@pankajdutta9131
@pankajdutta9131 4 ай бұрын
(১) অসমীয়া ভাষা বঙালী ভাষাতকৈ হাজাৰ বছৰতকৈ বেছি পুৰণি। (২) বাংলা লিখিবলৈ ব্যৱহাৰ হৈ থকা বৰ্তমানৰ লিপি সৌসিদিনা ১৮৫৫ চনত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে অসমীয়া লিপিৰ পৰা নকল কৰি লিখা [('ৰ' টোক ব় কৰিছিল) আৰু নতুনকৈ লিখা ব় আখৰতো 'ৱ' আখৰৰ সৈতে মিল থকাত বিভ্ৰান্তি হোৱাত 'ৱ' আখৰটো নোহোৱা কৰিলে)] (৩) 'ৱ' আখৰটো নোহোৱাৰ বাবে শিৱ আদি শব্দ বঙালীত শিব হৈ পৰে (দেৱনাগৰী লিপিতো 'ब'/'ব' আৰু 'व'/''ৱ' দুয়োটা বেলেগ আখৰ, য'ত শিৱক 'शिव' লিখা হয়, शिब নহয়।) বঙালীৰ নকল লিপিৰ সীমাবদ্ধতাৰ বাবে ই এটা পঙ্গু লিপি হিচাপে পৰিচিত হ'ল। (৪) হিন্দু ধৰ্মৰ যাগ-যজ্ঞত ব্যৱহাৰ হোৱা মন্ত্ৰ আদিৰ সিদ্ধিৰ ক্ষেত্ৰত ইয়াৰ সঠিক উচ্চাৰণ নিতান্তই প্ৰয়োজনীয়। আৰু বাংলা ভাষাই লিপি নকল কৰিবলৈ গৈ 'ৱ' আখৰটো নোহোৱা কৰাত 'শিৱ', 'শিৱায়', 'দেৱী', 'দৈৱিক' আদি শব্দ সঠিক উচ্চাৰণ কৰিব নোৱাৰে ('शिवाय' শুদ্ধ, शिबाय ভুল)।
@dhrubroxy3544
@dhrubroxy3544 4 ай бұрын
*Bengali:* 1. Origin: 10th century AD (from Magadhi Prakrit) 2. Script: Bengali alphabet (derived from Brahmi script) 3. Language family: Indo-Aryan 4. Spoken in: Bangladesh, West Bengal (India), and diaspora communities *Assamese:* 1. Origin: 7th century AD (from Sanskrit and local dialects) 2. Script: Assamese alphabet (derived from Brahmi script) 3. Language family: Indo-Aryan 4. Spoken in: Assam (India) Comparing the age: Assamese is slightly older than Bengali
@pankajdutta9131
@pankajdutta9131 4 ай бұрын
@@dhrubroxy3544 ✓ বাংলা ভাষা লিখিবলৈ ব্যৱহাৰ হৈ থকা বৰ্তমানৰ লিপি (অ,আ.,ক,খ.,১,২..৯) ১৮৫৫ চনত অসমীয়া লিপিৰ পৰা নকল কৰি লিখা (ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ)। য'ত 'ৰ' টোক ব় কৰোঁতে 'ৱ' আখৰটোৰ বাবে বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে বুলি ভাবি ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে 'ৱ' আখৰটোৱেই আতৰাই দিলে। এতিয়া শিৱক (দেৱনাগৰী 'शिव') শিব বুলি কৈ খৰা ভাষাৰ পৰিচয় কঢ়িয়াই লৈ ফুৰিছে। [লোকৰ পিঠাৰে বিহু পাতিব বিচাৰিলে এনে পৰিণতিয়েই হয়গৈ।]
@pankajdutta9131
@pankajdutta9131 3 ай бұрын
✓ বাংলা ভাষা লিখিবলৈ ব্যৱহাৰ হৈ থকা বৰ্তমানৰ লিপি (অ,আ.,ক,খ.,১,২..৯) ১৮৫৫ চনত অসমীয়া লিপিৰ পৰা নকল কৰি লিখা (ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ)। য'ত 'ৰ' টোক ব় কৰোঁতে 'ৱ' আখৰটোৰ বাবে বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে বুলি ভাবি ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে 'ৱ' আখৰটোৱেই আতৰাই দিলে। এতিয়া শিৱক (দেৱনাগৰী 'शिव') শিব বুলি কৈ খৰা ভাষাৰ পৰিচয় কঢ়িয়াই লৈ ফুৰিছে। [লোকৰ পিঠাৰে বিহু পাতিব বিচাৰিলে এনে পৰিণতিয়েই হয়গৈ।]​@@dhrubroxy3544
@SagarPaul-yc3sj
@SagarPaul-yc3sj 4 ай бұрын
Bahot badiya kam korile jai ai axom
@JagannathTemple-v2v
@JagannathTemple-v2v 4 ай бұрын
Jay Shri Ram 🙏🙏🙏🙏🙏
@ashimmanta7909
@ashimmanta7909 4 ай бұрын
Joy mama Himanta biswa sharma sir. Har har Modi. BJP zindabad pijush daa zindabad.bharat Mata ki Jai.❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@sisirsarkar8477
@sisirsarkar8477 4 ай бұрын
Bhal kothaa
@surajkumarbarman4656
@surajkumarbarman4656 4 ай бұрын
Congrat sir....thnx to Prime Minister Modiji.
@jituborgohaibaba9151
@jituborgohaibaba9151 4 ай бұрын
Sob politics,
@AnkurJyoti-g7i
@AnkurJyoti-g7i 4 ай бұрын
Director of Scert Assam ot bohut post khali vacant hoi asa kamor Pressure bohut bahise Elementary school Education Department of Secretariet etia loike Promotion bilak xunkale dibo para nai January pora thogai thogai misa kotha koi thake azi dim kali dim buli kintu dibo para nai azi October 04 10 24 pale Retire hua manuh bohut asa Retirement age to borabo lage 65 koribo lage State government or Dormoha bilak borabo lage October 1st week or vitorot.
@kiranchetry9440
@kiranchetry9440 4 ай бұрын
Congress ahilee heituu napabi 😂😂😂😂😂 poisa dilehe pabi
@AyanPatgiri
@AyanPatgiri 4 ай бұрын
হাই দাগ❤
Леон киллер и Оля Полякова 😹
00:42
Канал Смеха
Рет қаралды 4,7 МЛН
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
好人小丑
Рет қаралды 54 МЛН
My scorpion was taken away from me 😢
00:55
TyphoonFast 5
Рет қаралды 2,7 МЛН
VIP ACCESS
00:47
Natan por Aí
Рет қаралды 30 МЛН
শেখ হাসিনার ভবিষ্যৎ | Zillur Rahman
12:50
Леон киллер и Оля Полякова 😹
00:42
Канал Смеха
Рет қаралды 4,7 МЛН