জুবিন গাৰ্গে যি মন্তব্য দিছে ই এক নিন্দনীয়া। গান ভাল গায় তাত সন্দেহ নাই, কিন্তু ভাষাৰ ক্ষেত্ৰত কি ঘেণ্টা ডাল জানে? চেৰা বলিয়া ।
@KulenGogoi2 ай бұрын
👍👍👍👍👍
@himangshudas43542 ай бұрын
জুবিনে ঠিক কথাকে কৈছে। অসমীয়া ভাষা ২০০-২৫০ বছৰ মান হে পুৰণি। কামৰূপী ভাষা হে ২৪০০ বছৰ পুৰণি । নিধানপুৰ তাম্ৰলিপিত কামৰূপী ভাষাহে ব্যৱহাৰ কৰিছে। যেনে- কৰিবাক লাগিলা, খাইবাৰ বেলা, কহি বা কহই যাই, যাবে লাগবে এনেকুৱা ভাষাহে আছিল কামৰূপী।
@NishanAli-v9g2 ай бұрын
@@himangshudas4354 it never prove it
@CharuMohanDas-fh1up2 ай бұрын
@@himangshudas4354kunu bhakha e xodai ekerupot nathake..Jeneke Vedic literature t use kora Sanskrit ajir logot nimile..Thik teneke Kamrupiya bhakha jitu koi ase xeitu ajir Axomiya bhakhare prachin rup kunu prithok bhakha nohoi.Etia ami jodi kobo Axomiya bhakhar guri buli ami xeituke dhoribo lagibo.Jodi Axomiya bhakha 200 years e puroni hoi tenehole Srimanto Shankardev e Borgeet t ji Axomiya bhakhar use korisil xeiya kot paisil?
@Leibert14023 күн бұрын
@@himangshudas4354 Axomiya bhaxa Kamrupi bhaxar pora utpoti hoise jene Kamrupi bhaxa Magadhi Prakrit r pora utpoti hoise aru Magadhi Prakrit bhaxa Sanskrit r pora.
@pkplusaxom31642 ай бұрын
সুন্দৰ বিশ্লেষণ,,,,, আমাৰ ভাষা যে বহু হাজাৰ পুৰণি তাৰ তথ্যভিত্তিক আৰু বৈজ্ঞানিক ভাবে প্ৰমাণিত হল,,,,,,,লগতে অসমীয়া ভাষাৰ সংৰক্ষণ কাৰণে সকলোৱে কাম কৰিব লাগিব,,,যাতে,চন্দ্ৰ দিবাকৰ থাকে মানে অসমীয়া ভাষা জীয়াই থাকে❤❤❤ চিৰ চেনেহী মোৰ ভাষা জননী ,,,,,জয় আই অসম❤❤❤❤❤
Assamese language is much older than Bengali language. The palaeography of the Assamese script goes back to the 5th century AD. On the other hand, Bengali language originated from Sanskrit and Magadhi Prakrit about 1000 to 1500 years ago@@SrutadavKrishnachannel
@pkplusaxom31642 ай бұрын
@@SrutadavKrishnachannel হাঁহি উঠা কথা নকবা দেই,,,,,অসমৰ ৰজাই এতিয়াৰ বাংলাদেশলৈ কে শাসন কৰিছিল,,,,
@pampimali21992 ай бұрын
Tumak kune kole axomiya bhakha je bangla bhakhar upobhakhaa@@SrutadavKrishnachannel
@pavan22052 ай бұрын
@@SrutadavKrishnachannel😂😂😂, Nojonakoi ane bhukibo nahibi sala bangal 😡
@PulinSewali2 ай бұрын
এটা ভাষা জন্ম হ'বলৈ যিমান দিন লাগিব , ধ্বংস হ'বলৈ সিমান দিন নালাগিব । সেই বাবে ইয়াক সংৰক্ষণ কৰা আমাৰ দায়িত্ব । ভাষাৰ জ্ঞান নথকা কে তুলুঙা মন্তব্য দিব নালাগে । এটা ভাষা জন্ম হ'বলৈ আ কাৰ , ই কাৰ ঈ কাৰ , উ কাৰ ,ঊ কাৰ ,এ কাৰ ,ঐ কাৰ ,ও কাৰ ,ঔ কাৰ একে ৰাতিতে জন্ম হোৱা নাই । ভাষা পণ্ডিত সকলে শুৱলা কৈ ক'ব পৰা তথা মাৰ্জিত ভাবে লিখিব পৰা কৈ গাঠনি তৈয়াৰ কৰিছে । ভাষাৰ জ্ঞান নথকা কে তুলুঙা মন্তব্য দিব নালাগে । আই মাতৃৰ নিজৰ ভাষা তোক হেৱজ্ঞান কিয় কৰিব লাগে ।।
@sisterscreation8082 ай бұрын
Good explaining , ❤🎉
@LoneWolf_11-1110 күн бұрын
ভাষা বিশেষজ্ঞ জনে কৈছে এটা কথা আৰু comment box মূৰ্খ বোৰে সংস্কৃত সংস্কৃত কৰি আছে। আমি গৌৰৱ কৰিব লাগে আমাৰ অসমীয়া ভাষাক লৈ। সংস্কৃত পকেটত ভৰাই থোৱা । আমি অসমীয়াতেই কথা পাতি আহি আছো আৰু পাতি থাকিম । 😂😂 Thanks Bhaskar Da🎉🎉🎉Confidence, Clarity 🤩💥⚡🔥
@adityakalita42592 ай бұрын
Xundor👍
@dipankarphukan9432 ай бұрын
Nice to hear from you Bhaskar Sir after a long time.
@dr.apurbakumarmedhi56982 ай бұрын
জুবিন গাৰ্গৰ কথাত লাগি নাথাকিব। কাৰণ তেওঁ প্ৰায় সময়েতেই অপ্ৰকৃতিস্থ হৈ থাকে। তদুপৰি তেওঁৰ আনুষ্ঠানিক শিক্ষাও কম (HS PhD). তেওঁক PhD প্ৰদান কৰিছে ISTM বিশ্ববিদ্যালয়ে, যিখন এক ব্যক্তিগত বিশ্ববিদ্যালয়। গতিকে তেখেতৰ কথাত অসমৰ এক বৃহদংশ জনতাই কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে।
@mriduldas-zj6eq2 ай бұрын
@@dr.apurbakumarmedhi5698 right.seye g ki nohouk jibon borthakure sokolute maat matibo nalage.gaan r manuh gaan sorsa kora bhal.apunar kothat moi akmot.
@navaborah18220 күн бұрын
অসমীয়া ভাষা আমাৰ নিজৰ ভাষা, আমি ভাল পাওঁ, সেই বুলি অযুক্তিকৰ কিছুমান মিছা কথা কয়, সংস্কৃত ও অসমীয়া ৰ পৰা অহা বুলি কোৱা কথাটো অতি তুলুঙা।। এনেকুৱা লাগিছে, নিজৰ টো শ্ৰেষ্ঠ কবলৈ, অদ্ভূত কিছুমান যুক্তি ও দিব নালাগে, যদি আপোনাৰ কথা সঁচা, গোটেই ভাৰতীয় আৰু অসমীয়া পৌৰাণিক ভাষাবিদ সকলৰ কথাবোৰ মিছা, আপুনি মহান 😢😅
অসমীয়া ভাষাৰ স্বীকৃতি আৰু স্বৰূপৰ ক্ষেত্ৰত নিশ্চয় কৈ প্ৰয়োজনীয় হৈ পৰা এনে এক গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়োৱাৰ বাবে দুয়োজন লৈকে অশেষ ধন্যবাদ জনালোঁ ।
@wooodlandd2 ай бұрын
Assamese is the second old language along with kannada ( Canarese) language after Tamil language translated to any regional language from Sanskrit Ramayana
@DipakSaikia-s9j2 ай бұрын
অতি সুন্দৰ ।
@fazlulkarim91232 ай бұрын
This is a very important information.
@NabaBorah-d7n2 ай бұрын
Sri Bhaskar Bordoloi,s well researched ,and bold statement about the origin of Assamese language is highly praiseworthy and appreciable. Hope Assam Sahiyatya Sabha and Assam Govt will help him to do further research in this matter.
@dr.lakshmikalita88572 ай бұрын
লিপি হৈছে একোটা ধ্বনিৰ প্ৰতীক। অসমীয়া বাংলা আৰু উৰিয়া ভাষাৰ মূল একেটাই; কিন্তু উৰিয়া ভাষাৰ লিপিৰ আকৃতি অসমীয়া বাংলাতকৈ বেলেগ হ'ল।
@DebojitGogoi-k9w2 ай бұрын
Assamese language tu Urisa language r Logot olopu mil nai.
@Shadow-1xyz2 ай бұрын
@@DebojitGogoi-k9w ase mil.... Tumi KZbin t sailua tumi.
@dr.lakshmikalita88572 ай бұрын
সঁচা কথা অসমীয়া ভাষাৰ উদ্ভৱ প্ৰক্ৰিয়া অতি প্ৰাচীন। প্ৰাচীন ভাৰতীয় আৰ্য বৈদিক-সংস্কৃতৰ পৰা ক্ৰমবিকাশ হৈছে। অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে আগৰ পণ্ডিত সকলে যি অধ্যয়ন কৰিছিল সেই অধ্যয়ন বিজ্ঞান সন্মত।
@rupjyotisarma74342 ай бұрын
নানা মুনিৰ নানা মত।। অৱশ্যে অসমীয়া ভাষা যে বহুত পুৰণি এই কথাটো প্ৰায় সকলো ভাষাবিদেই তথ্য সহকাৰে উল্লেখ কৰিছে, কিন্তু সংস্কৃত, পালি,পাকৃত এই ভাষা কেইটা হে আটাইতকৈ পুৰণি ভাৰতীয় ভাষা।। আৰ্য সকল যে আচলতে ভাৰতৰেই বাসিন্দা আছিল সেই কথাটো আজিকালি বহুত বুৰঞ্জীবিদে কোৱা দেখা গৈছে।
@himangshudas43542 ай бұрын
হয়। যদি অসমীয়া সংস্কৃততকৈ পুৰণি তেতিয়াহ'লে উত্তৰ ভাৰতৰ ভাষাৰ লগত কিয় মিল আছে, অথচ স্থানীয় Tibeto-Burman জনজাতীয় লোকৰ ভাষাৰ সৈতে অকনো ১% ও মিল নাই। আনকি অসম উপত্যকাত প্ৰথম বসতি কৰা Austro-Asiatic group খাচীসকলৰ ভাষাও অসমীয়াৰ লগত নিমিলে। এইজন মানুহৰ প্ৰত্যাহবান Class 10 ৰ ছাত্ৰ এজনে ও প্ৰত্যাখান কৰিব পাৰিব। অসমীয়া হ'ল- পালি, মগধী প্ৰাকৃত আৰু সংস্কৃতৰ পৰা সৃষ্টি হোৱা এটা ভাষা। বয়স প্ৰায়-২০০০ বছৰ। কিন্তু সংস্কৃতৰ বয়স-প্ৰায় ৩৫০০ বছৰ। কলিতাসকল উত্তৰ ভাৰতৰ কুলু উপত্যকাৰ পৰা অহা বুলি ক'লে এতিয়া মোক বহুতে গালি দিব। কিন্তু এয়াই সত্য। যেনেকৈ আৰ্য্য সকলৰ উৎপত্তি মধ্য এচিয়াৰ বিস্তৃত তৃণভুমি।
@ankurraj83502 ай бұрын
এখেতে ভুল কৈছে কাৰণ পৃথিৱীৰ সকলোতকৈ পুৰণা ভাষা হৈছে সংস্কৃত তাৰ পিছত পালি ,প্ৰাকৃত তাৰ পৰা ইণ্ডো এছিয়াটিক মাগধীৰ অপভ্ৰংশ হৈ অসমীয়া ভাষা ৰূপ পাইছে । ইয়াৰ পৰা প্ৰমাণ কৰিব পাৰি যে অসুৰ বংশৰ পিছতে বৰ্মণ বংশৰ সময়ত নালন্দা বিশ্ববিদ্যালয়ৰ শিলালিপীত অসমীয়া লিখা পোৱা গৈছে । আৰু অসমীয়া ভাষা বঙালী ভাষাতকৈ বহু পুৰণা
@BenudharBorah-ie2dn2 ай бұрын
Bhakhar khettrot h s l c pas kora ji kunu ajoni biyoktir monttobiyok guruttodibo diboi. Nelage.
@himangshudas43542 ай бұрын
@@ankurraj8350 অসমীয়া ভাষা বঙালীতকৈ পুৰণা কিন্তু সৃষ্টি সংস্কৃত, মাগধী প্ৰাকৃত আৰু পালিৰ পৰা হে হোৱা। কিন্তু তামিল সংস্কৃততকৈ ও পুৰণি যদিও ই আৰ্য্য ভাষা নহয়।
@rb7471-c9r2 ай бұрын
কিবা তথ্য আছে যদি জনাওক । আমাৰো জানিবৰ মন আছে ।@@himangshudas4354
@KulenGogoi2 ай бұрын
অসমীয়া ভাষাটো জুবিন গাৰ্গে সৃষ্টি কৰিছিল।
@BibidhaSamgraha2 ай бұрын
হয় ।
@rajenbora22222 ай бұрын
অসমৰ এই মহা পণ্ডিত সকলৰ পণ্ডিতালিয়ে অসমৰ মানুহক বিভ্ৰান্তি কৰাই অসম ৰসাতলে নিয়াইহে এৰিব।হিন্দী ,ইংৰাজী ভাষাই এইবোৰ ধ্ৰুপদী ভাষাৰ মূৰৰ ওপৰত নাচি আছে দেখা নাই অন্ধহঁত ।নিজৰ ভাষাটোৰ প্ৰতি তহতি কি কৰিছ?অসমীয়া ভাষা 10,00,000বছৰৰ আগৰ বা এদিনৰ আগৰ তাতে কি আহে যায়।এই অলাগতিয়াল কথা আমি জানিবৰ কোনো দৰকাৰ নাই।
@TapanDuttabaruah-cb1dl2 ай бұрын
সুন্দৰ আৰু সত্য বিশ্লেষণ
@Mathew-b8d2 ай бұрын
Actually the British and American missionaries was created the Assamese language to communicate amongst the Bengali, garo rajbangshi karbi boro rabha deori....etc.
@dineshdeka88932 ай бұрын
ভাস্কৰ বৰদলৈ sir r বক্তব্য তথ্যসমৃদ্ধ। তেঁও নতুন গৱেষণা ৰ পথ উলিয়াই দিছে । brahmanavadi r হাটোৰা ৰ পৰা অসমীয়া ভাষাক উদ্ধাৰ কৰিব পাৰিলেই তেখেতৰ বক্তব্য প্ৰতিষ্ঠা কৰিব পৰা যাব ।
Our language has already been recognised as a classical language by the central government. Why do you go for discussion. Please try to explore other more and more ornamental worlds or dialects to make the Assamese language richer and richer.Assamese is a pure Independent language and modern.ou Assamese language is very vibrant and powerful.Our responsibility is to make it more and more attractive and useful.
@ankurraj83502 ай бұрын
অসমীয়া ভাষা পুৰণা হয় চতুৰ্থ শতিকাতে হোৱা কিন্তু সংস্কৃততকৈ পুৰণা নহয় এখেতে ভুল কৈছে কাৰণ সংস্কৃত হৈছে দেৱ ভাষা
@prasantagogoi25292 ай бұрын
Apuni ki ei jugotu bhut pret devata adit biswas kore neki?
@KESHABCHANDRASAIKIA-b5z2 ай бұрын
জুবিন গাৰ্গ এটা গায়ক আৰু মদপী। সি ভাষাবিদ নহয়। ছাগলে নাখায় কি মদপীয়ে নহয় কি? জুবিনৰ কন্ঠটোৰ বাদে একোৱেই ভাল নালাগে। বিশ্লেষণাত্মক যুক্তিৰে কথা ক'লে ভাল লাগে। 🙏🙏🙏
@DhanNath-ft8xt2 ай бұрын
সকলো বাদ দিয়ক নিজৰ ভাষা টো জীয়াই ৰাখিব লাগে। অসমত সকলো বিষয় অসমীয়া ভাষাত হব লাগে। জয় আই অসম
@vimaldeepkashyap34412 ай бұрын
ফকটীয়া জুবিনে Round table ৰ পণ্ডিত সকলক মাতি বুজি লওক। নহলে মদাহী জুবিনৰ কথাৰ মূল্য যে নাই সেই কথা সকলোৱে বুজিব পাৰিব॥
@rahulgogoi69592 ай бұрын
অসমীয়া ভাষা এটা সংমিশ্ৰণ ভাষা , অসমীয়া ভাষা বয়স প্ৰায় এহেজাৰ বছৰৰ ভিতৰত হৈছে
জন্ম ৰহস্য খূচুৰী থকাতকৈ , সাম্ভব্য মহাসঙ্কতৰ পৰা ( ???অসমীয়াই অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িব নোখোজা অবস্থাটো ) ,কেনেকৈ ভাষাটো উত্তৰণ কৰিব পাৰি তাৰহে চিন্তা-চৰ্চা কৰাৰ আৱশ্যক আহি পৰিছে । ধ্ৰুপদী ভাষাৰ স্বীকৃতি নেপালেও হিন্দী, ভোজপুৰী, মৈথিলী, পাঞ্জাবী, উৰ্দু আদি বহুত বহু উন্নত ভাষা সেয়ে বাক-বিবান্দা নকৰি যিয়ে যেনেকৈ পাৰে ভাষাটো উন্নত কৰিব লাগে কাৰণ আমাৰ পুৰ্বজ বহু মনিষী, ভাষা সাধক, সাহিত্যিকে অসমীয়া ভাষাটো বৰ শুৱলাকৈ গঢ়ি থৈ গৈছে, @ আমাৰ কাম বিশ্ব দৰবাৰলৈ আগুৱাই নিয়া !!! ।।🙏🙏🙏জয় মোৰ ভাষা জননী অসমীয়া 👍👍👍।।
@ghanashyamborah10632 ай бұрын
Bad diyokhe Jubin Garg what he knows about Assemese Language? Jubin Garg only knows how to sing a song very nicely. We respect Jubin Garg as a best singer.
@kishorekumardas5159Ай бұрын
গ্রন্থখনৰ নাম কি ? কিতাপ খন কেনেকৈ পাম ??
@Hariparshadboruah2 ай бұрын
Apunak danabad
@RajuDas-b2i2 ай бұрын
Ako najane e kela. Sanskrit k new language buli koi ase. World r oldest book Rigveda sanskrit t likha hoisil.
@mriduldas-zj6eq2 ай бұрын
@@RajuDas-b2i toi jano neki
@bijubiswas42492 ай бұрын
sab padal sanskritot koi Asomiya vasa puroni hobo noware.....
@mriduldas-zj6eq2 ай бұрын
Jitu najano toi kun bhakha bid neki.bangladeshi bure kunu comments nidibi assamiya bhakhar uporot.
@bijubiswas42492 ай бұрын
@@mriduldas-zj6eq Bangladesi vasar pora Asomiya vasar sristi hoise .tar proman writing method like ko,kho .O ,Aa ,bujisa
@mriduldas-zj6eq2 ай бұрын
@@bijubiswas4249 ha 🤣🤣😂🤣🤣😂.murkho Mahabharata t pragjyotish purr ullekh ase Assam totha .n.e. bharotot ongo rastroi nachil . history porhi bi.yandaboo treaty pora bharotot onto vukto hoichil.bangali buror Roja kun achil.aamar koch,kochari,ahum,moran,motok,lalung,missing Roja bengoli buror ki porichoy.miya Roja r tohot gulam.gour ka nawab kintu mughol ohar aagote kun Roja I bengol t achil muk jonabi ne.bhogodutta,ghotutkos,hirimba lage neki tuk history.sanskrit bhakhat koi assmiya bhakha puroni toi ki bhakha bid ne history bid.so Abe Miya r maar khai polai aha geda bongal aasmiya bhakhar uporot jodi Gyan nai tetiya hole pel pelai nathak.tohotor nijotto buli aku.nai bhagyo bhal je tohotor British ahi rajdhani patichil bengolot nohole tohote party baji kori Mori thakile hoi.british pata rajdhani khon tohote dhori rakhibo nuwarili guchi gol Delhi t .khobordar assamiya bhakhar bisoyea ata kotha nusunu.poloriya tohot.
@mriduldas-zj6eq2 ай бұрын
@@bijubiswas4249 17 baar mughol akromon kori jikibo nuwarile Assam khon .tohot bengoli keitai mugholor gulam hoi goli aru 2024 atiyou miyar maar khai thaka ata jatiye assamiya bhakhar songya diye aamak.w.b.r sandehkhali.example.
@khoni2672 ай бұрын
@@bijubiswas4249 অ বা আমাৰ অসমৰ ৰজাই তহঁতৰ westbengal দখল কৰিছিল, nagajari khonikor gao rock inscriptiont ত ৰ আৰু ৱ ৰ কথা ভালকৈ উল্লেখ আছে যিটো খ্ৰীষ্টপূৰ্ব ৫শতিকা পুৰণি। তহতৰ বেংগলী ভাষা হে আমাৰ ভাষাৰ পৰা লোৱা।
Bohut besi dinei hol jeniba.....jodi vakha tuk roikhya koriboloi kunu agbarhi nahe ..tetya ki hobo ??????? Axomor kisuman school t enekuwa kore....jen English nokole Akora he jeniba
@rupamdas13722 ай бұрын
অসমীয়া ভাষাৰ লিখিত ৰূপৰ প্ৰকাশ খ্ৰীষ্টপূৰ্ব সময়লৈ আগুৱাই যোৱাৰ সমল মোৰ জ্ঞাত নাছিল । এই তথ্য সূত্ৰৰ বাবে ধন্যবাদ ।
@sakuntalaray17672 ай бұрын
Ahomr naamere Axom nahoy Axom mane uneven peerless mane pahar bhyam
Joben lokor kotha motaha solanake nejor geyan nai nake
@rishixonowal88242 ай бұрын
Jubin r montyba shudha nohoy
@bijoydeka91342 ай бұрын
Aibor khuchuri nethaki , asomot kebol asomiya madhyamor school bor he jiyai rokhar bebosta korok. English aru ata Hindi, bodo, missing Rabha. Karbi ata koi subject samil korok. Bengali asomot bahiskar korok.
@dinbandhudey42782 ай бұрын
Mukot jikile no hobo kamot jikibo lagibo
@apurbadas41512 ай бұрын
Jubin 😁😁😁😁😁😁😁😁
@ghanasroy75582 ай бұрын
Telegu lEnguage is old
@WoonMilon2 ай бұрын
Jubin r logot amar time borbad nokoribo.
@SamsungA23-r1q2 ай бұрын
Jubin garg r hikkha kiman
@jeetdey51682 ай бұрын
অসমীয়া ভাষাৰ প্ৰাচীন গ্ৰন্থৰ নাম কি আছিল?জনালে উপকৃত হ'ম।
@সোনভড়ালী2 ай бұрын
মাধৱ কন্দলিযে অনুবাদ কৰিছিল -অসমীয়া ৰামায়ণ।
@prasantagogoi25292 ай бұрын
Agote bongalir ataitkoi purani grantho khonor nam ki hoi take kosun.
@prasantagogoi25292 ай бұрын
@@সোনভড়ালীe beta bongaliye barukoi jolise karon ehotor hatot bongali bhakhatu akhomiyatkoi puroni asil buli konu tothyo pramanit nai enei uporote matro dangkup mora kothahe.
Sanskrit ke puroni hobo nuware Axom khon ami sobei bhal pau...kintu nasut nabut kotha .....din to rati buli koi diya took prem buli nokoi.
@prasantagogoi25292 ай бұрын
Apuni matra jani thouk je bharotoloi arjyo hokol ahar bohut agotei Dravidian sobhyotai bohu uporoloi goi hindhu hobhyotar bikakh ghotaisil aru tar proman horoppa aru mohenjodaro. Dravidian sobhyota je arjyotkoi puroni hoi apunak aru ki praman lage eyatkoi?
@rg95772 ай бұрын
@prasantagogoi2529 agreed baba. I love intellectual debate. But what about the Ahom dynasty who claims to have founded assamese language. And people like akhil gogoi has fully taken over the same ideology. If u are right and history is to b followed than most of the organisations running its bread and butter through misinterpretations is null and void. Who will rectify them ? Someone has to
@prasantagogoi25292 ай бұрын
@@rg9577 Assamese language was the linguafranca of assam that time and ahom kingdom sponsored the linguafranca as it's state language within its political boundaries. After the expansion of ahom kingdom Assamese language has spread beyond its boundaries. Anyway I couldn't understand your views about the main topic. So what's the point of akhil gogoi and his political view here in this discussion?
@himangshudas43542 ай бұрын
যদি অসমীয়া সংস্কৃততকৈ পুৰণি তেতিয়াহ'লে উত্তৰ ভাৰতৰ ভাষাৰ লগত কিয় মিল আছে, অথচ স্থানীয় Tibeto-Burman জনজাতীয় লোকৰ ভাষাৰ সৈতে অকনো ১% ও মিল নাই। আনকি অসম উপত্যকাত প্ৰথম বসতি কৰা Austro-Asiatic group খাচীসকলৰ ভাষাও অসমীয়াৰ লগত নিমিলে। এইজন মানুহৰ প্ৰত্যাহবান Class 10 ৰ ছাত্ৰ এজনে ও প্ৰত্যাখান কৰিব পাৰিব।
@prasantagogoi25292 ай бұрын
Apuni doinyondin jibonot byabahar kori thoka khati akhomiya sobdo buror prai 10 sotangkho sobdoi tibeto burman bhakhar pora aha sobdo hoi apuni matra bhalkoi adhyaon kora nai kebol upore upore montabyo dise. Study more.
@Leibert14024 күн бұрын
@@prasantagogoi2529 Ami Axomiya bhaxa revive koribo lage, ajikali Axomiya bhaxa t bohut Tibeto-Burman aru hindi hobdo byohar kora hoise.
@SiddhAbanti2 ай бұрын
Bharat mne aarja.... Ji ti koi nthkibo.... Ei Dex khnr naam eta xamayt aaryavart tu asil.... Sanskrit sristi jetiya r pora ase... Tetiya r porai ase... Ved sanskrit t likha ved t k prasin blg eku nai
@monjitsarmah22192 ай бұрын
জুবিনৰ জ্ঞানৰ অভাৱ।
@Gamingyoo332 ай бұрын
mittani lipi r nam sunise apuni?? bhul information kio di ase??
@human73762 ай бұрын
Keidin man pist ajone kobo jetia bhagawane bishwo brahmandar shristi korisil tetia axomiya t he kotha patisil. Tar pist he sanskrit ba aan aan vakha utpanno hoise. Axomiya holo buli jihoke tihoke mani lom neki😂
@brojenkhargharia152 ай бұрын
Jubenor assameya vasar kono geyan nai tar kata degree asa vasar oprot kono adheon nai ke dal jana joben assameyer ovevabok nohoi tar kothat goruto debo nalaga
@mriduldas-zj6eq2 ай бұрын
Bengoli buror roja i nai.mane king.kun jon rojai rajotto korichil w.b. baru😂😂😂😂😂😂
@khoni2672 ай бұрын
আমাৰ ৰজাৰ copperplate কৰ্ণসুবৰ্ণ ত কেনেকৈ পালে নহলে।যিটো বৰ্তমান ঢাকাত আছে,আমাৰ ৰজাই গৌঢ় ৰ ৰজাক(বেংগল) শোসাংক ক হৰুৱাই ছিল হৰ্ষবৰ্ধনৰ লগত তাৰ প্ৰমাণ এতিয়াও আছে। কামৰূপৰ ৰজাই সম্পূৰ্ণ wb দখল কৰিছিল।নাম আছিল মহেন্দ্ৰ বৰ্মন,next দখল কৰিছিল ভুতি বৰ্মনে, অসমৰ ৰজাৰ নাম মহাভাৰতত উল্লেখ আছে,ভগদত্ত,গুৱাহাটীৰ দীঘলী পুখুৰীটো জীয়েকৰ বিয়াৰ পানী তুলিবলৈ ক্ষণ্ডিছিল।বিয়া দিছিল দুৰ্য্যধনলৈ,। Wb ৰ কোঁনজন ৰজাৰ নাম উল্লেখ আছে মহাভাৰতত,
@Zazeee2 ай бұрын
Gubin garg eta serabolia
@pradipkalita65802 ай бұрын
Right
@popysaikia8332 ай бұрын
Amar ghrt u eyitu poisa ase rupor poisa 🎉🎉🎉🎉
@Sansktitam2 ай бұрын
মোক এটা প্ৰশ্ন লাগে বেদ কোনে লিখিছিল? আৰু কি ভাষাত লিখিছিল?
@prasantagogoi25292 ай бұрын
Moiye likhisilu kela akhomiya bhakhat tate ki hol?
@khoni2672 ай бұрын
চিৰ চেনেহী মোৰ ভাষা জননী
@mriduldas-zj6eq2 ай бұрын
Bharat aru pragjyotishpurr different achil . Mahabharata ullekh aase.moghol gutei bharat dokhol korichil kintu n.e specially assam khon dokhol koribo pora nachil n.e. sotronto achil.sanskrit koi puroni hobo pare.
@arindomnath18392 ай бұрын
Bhaskar bordoloi alop pagol hoise....totally wrong analysis by bhaskar bordoloi
@bikramganjam28372 ай бұрын
The reference of rigved 10.71.2 given by the linguistic here is correct but the meaning of the verse is totally wrong...and his claim that Sanskrit derived from family of Assamese language is baseless..सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त । अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ॥ (२) जिस प्रकार सत्तू वाले भुने हुए जौ सूप से शुद्ध किए जाते हैं, उसी प्रकार विद्वान् लोग मन में विचार करके शुद्ध भाषा बोलते हैं. उस समय विद्वान् लोग मित्रताओं को जानते हैं. इनके वचनों में मंगलकारिणी लक्ष्मी छिपी रहती हैं. (२)
@Himanta4412 ай бұрын
What script is use in Sanskrit?
@bikramganjam28372 ай бұрын
@@Himanta441 any language can be write in any script. Now we use Devnagari to write Sanskrit Before it Brahmi use to write Sanskrit. Even now Indus script partially deciphered by Yajmadebam is in Sanskrit language.
@Himanta4412 ай бұрын
@@bikramganjam2837 then why not English
@Himanta4412 ай бұрын
@@bikramganjam2837 Then all languages are classical languages as per your definition.
@bikramganjam28372 ай бұрын
For your kind information we write English in Roman scripts.. Script is not English. A,B,CD this is Roman scripts.