চুমিৰ মায়াজালত কোন কোন চিকিৎসক বন্দী হৈছিল? || SATYA || ATANU BHUYAN

  Рет қаралды 371,723

Satya - The Truth India

Satya - The Truth India

Күн бұрын

বহু চিকিৎসকে চুমিৰ জৰিয়তে বিশালৰ ওচৰত ধন বিনিয়োগ কৰিছিল
লাখ লাখ ক'লা ধন দিছিল চুমিক
চুমিৰ সন্ধানত ডিব্ৰুগড় আৰক্ষীৰ অভিযান

Пікірлер: 594
@ritusaikia1446
@ritusaikia1446 11 күн бұрын
চিকিত্সকৰ যে ধন মাৰা গৈছে... খুবেই আনন্দিত.. আজি কালি চিকিত্সক বিলাক এটা এটা ডকাইত
@ArpanSaikia-ld1rv
@ArpanSaikia-ld1rv 11 күн бұрын
100% Right hosa kotha
@karabichoudhury9450
@karabichoudhury9450 9 күн бұрын
Doctor nohole bemar kenekoi val koribo, doctor profession tu bahut kosto kori pai,so anekuya comments nilikhibo
@user-xm9np5iop34
@user-xm9np5iop34 9 күн бұрын
ডাকতৰ দকাইত তাতোতকৈ ওপৰৰ দকাইত বিচাল চুমি ডাকতৰ বোৰকো অলপমান পুলিচে ধুলে ভাল আছিল ডাকতৰ বোৰে চুমিক চুদন দিলে কিজানি নতুবা ডাকৰে টকা ভিখাৰিকো নিদিয়ে
@jaisychowdhury8666
@jaisychowdhury8666 8 күн бұрын
Dada mod tu ekdam dami dami khai apuni , gari dami dami kine , bemarot poisa gole doctor dokait hoi jai nohoine ?
@hridoychetry1933
@hridoychetry1933 6 күн бұрын
​@@karabichoudhury9450 jetia nojor poriyalor kunuba be mari hoi doctor usorot niyar pisot jetia tokabur lutiboloi aaram bha kore tetiya gom pabo.
@JINTUBORA-g3s
@JINTUBORA-g3s 11 күн бұрын
প্ৰশ্ন. ২০২৪ বৰ্ষত অসমৰ একমাত্ৰ মহিলা ডকাইড গৰাকী নাম কি ? উত্তৰ- চুমী বৰা😂
@rajpriyamborah5747
@rajpriyamborah5747 11 күн бұрын
Right answer 👍
@TheGorkHaGuyy
@TheGorkHaGuyy 11 күн бұрын
most imp question for current affairs bhai...note bonai lo​@@ytdesert3581
@juniorcrisbaruah8179
@juniorcrisbaruah8179 11 күн бұрын
Exam t ahibo sage 😂😂
@KakoliGayan-xg4gj
@KakoliGayan-xg4gj 11 күн бұрын
Option A is correct answer😂😂😂😂🤣🤣🤣🤣
@surenboruah3241
@surenboruah3241 11 күн бұрын
👌😂😂😂
@user-kc9xl2vf3t
@user-kc9xl2vf3t 11 күн бұрын
চুমী বৰাৰ নামত কালিৰ পৰা আপুনি আৰু আপোনাৰ পুত্ৰই বহুত তথ্য দি আছে । চুমীৰ বিয়াৰ পাছত আপোনাৰ পুত্ৰই পড্‌কাষ্ট কৰিছিল । বহু কথা সুধিছিল even দাঁত উলিয়াই দুয়োজনে খুব হাঁহিছিল । তেতিয়াই যদি আপোনাৰ পুত্ৰই চুমীক ইমান luxury বিয়া পাতিবলৈ ইমান টকা ক'ত পাইছে বা তাইৰ উপাৰ্জন কিমান এবাৰ সুধিবলৈ সাহস কৰিলেহেতেন হয়টো কালিৰ পৰা আপুনি চুমী বৰাৰ নামত ইমান চিঞৰিব লগা নহয় । এতিয়া আপুনি ইমান তথ্য দিয়াৰ কিবা প্ৰয়োজন আছে বুলি নাভাৱো । এতিয়া পুলিচে নিজৰ কাম কৰিবই ।
@MathhackAssam
@MathhackAssam 11 күн бұрын
Podcast t poisa loi interview kore,image saaf koribo
@deepjyotidas6261
@deepjyotidas6261 11 күн бұрын
Right
@Viralnigga6789
@Viralnigga6789 11 күн бұрын
Right 👍
@mutemind1291
@mutemind1291 11 күн бұрын
hei podcast kora loru tu eu'r he putek niki?😂😂😂 accha baru
@sarangabora5252
@sarangabora5252 11 күн бұрын
Axomor podcasts maane biyoni mel 😂😂.. Okol fotua maanuh aahe.. Aru egoraki aase jss unscripted.. Okol black magic, ghosts, aatma, bez, tantrik heinur dekhai...
@পলাশৰয়
@পলাশৰয় 11 күн бұрын
Ranu mondol দৰে অৱস্থা হব চুমি বৰা যেনেকৈ ওপৰত উঠিছিল তেনেকৈ তল পৰিৱ
@assamjobandeducation
@assamjobandeducation 11 күн бұрын
Eku uporot utha nasil tai bro😂 keitai sini paisil taik😂......okol gali dibo krone nam dal mnot asil xali😂
@mastersahil251
@mastersahil251 11 күн бұрын
Taik bosabo himesh Reshammiya u naai😂😂😂😂
@Pakhi_111
@Pakhi_111 11 күн бұрын
Yes😂
@sibenshome
@sibenshome 10 күн бұрын
ৰাইট 😂
@sarbanandagogoi6549
@sarbanandagogoi6549 11 күн бұрын
অতনু ভূঞাঁ দাঙৰীয়াই উল্লেখ কৰা এই মহাপবঞ্চক চুমী বৰা আৰু বিশাল ফুকনৰ কুকৰ্মৰ সত্যসত্যা আছে
@Pakhi_111
@Pakhi_111 11 күн бұрын
Right👍
@8191raj
@8191raj 11 күн бұрын
বেছি সংখ্যক ডাক্তৰ kidney বেছি income কৰে আৰু 1 টকাৰ বিল 10 টকা বনাই nursing home খুলিছে । পইছা থবলৈ ঠাই নাই যেতিয়া invest কৰিছে।
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI 11 күн бұрын
Hiuman Doctor is a dokait
@RajumoniRajumonidas
@RajumoniRajumonidas 11 күн бұрын
এই চিকিৎসাক সকলকো তদন্তৰ আওতালৈ আনিব লাগে ।
@parthajyotidas9528
@parthajyotidas9528 11 күн бұрын
কৰ্ম ফল
@DiSaTLC
@DiSaTLC 11 күн бұрын
government hospital t gole hol..mod-bhang,refined oil,fast food nakhalei hol..bemaru nohobo
@DrAkibulHassan
@DrAkibulHassan 11 күн бұрын
Nursing home nije agor khulsun.tar pisot kobi nursing home keneke solabo lage.
@SanatanBiswas-jy1yw
@SanatanBiswas-jy1yw 11 күн бұрын
ধনী মানুহে বেছী ধনী হব বিচাৰে সেই কাৰণে ফল পালে হাতে কামে ।
@Pakhi_111
@Pakhi_111 11 күн бұрын
😂😂😂
@satyajitkumargogoi358
@satyajitkumargogoi358 11 күн бұрын
আজিকালি ডাক্তৰ বোৰ ধন ঘটা এটি মানৱ যন্ত্ৰ,সিহঁত বোৰে গৰীৱ -দুখীয়া সকলোকে বেমাৰৰ লগত ডকাইতি কৰি ধনী হয়,সিহঁতক বিশালে ভাল শিক্ষা দিলে।
@hridoychetry1933
@hridoychetry1933 6 күн бұрын
Mojja /bohut val palu
@beutyhatimuria7289
@beutyhatimuria7289 11 күн бұрын
ভাল কথা কৈছে। বিনিয়োগ কৰা বিলাকে ওলাবলৈ লাজ পাইছে black Mony...
@digantatamuli667
@digantatamuli667 11 күн бұрын
এইবোৰ নাছ গান কৰাৰ নামত এক নম্বৰৰ হাৰামী । যেনে তেনে টকা ঘটাই একমাত্ৰ ধান্দা । অসমৰ -অসমীয়াৰ প্ৰতি কোনো দায়বদ্ধতা নাই ।
@assamjobandeducation
@assamjobandeducation 11 күн бұрын
কোন এইডাল চুমি বৰা কি অৱদান আছে তাইৰ চিনেমা জগতত.......কেৱল সমালোচনা, গালি আৰু Troll ৰ কাৰণে বিখ্যাত বাকী ঘেন্তাও একো নহয়, তাইতকৈ আমাৰ গাওঁত ভাওনাত অভিনয় কৰা ৰাইজৰ স্থান বহুত ওপৰত।
@EmoniBorah
@EmoniBorah 11 күн бұрын
চিকিৎসা বোৰ ডকাইত হয়, দুখীয়াৰ তেজ খাই ব্লেক money জমা কৰে।
@ApurbaApurba352
@ApurbaApurba352 10 күн бұрын
😂
@karabichoudhury9450
@karabichoudhury9450 7 күн бұрын
Xokolo doctor ake nohoy anekuya comments pass nokoribo,pahori najabo apunar bemar holeo doctor ajon dorkar hobo
@joygogoi9828
@joygogoi9828 11 күн бұрын
ম‌ই প্ৰথম দেখাৰ পৰাই গম পাইছিলো এইজনী এক নম্বৰ হাৰামি বুলি
@Abhijitjitu
@Abhijitjitu 2 күн бұрын
Straight to the point news, no bakwas. I also believe, those doctors and high profile investors only kept 20% of their black money and so they don't want to come out.
@ManashChetia-ur1yd
@ManashChetia-ur1yd 11 күн бұрын
আমাৰ নিচিনা হাজিৰা কৰিবলৈ লাজ লাগে। আৰু ৰাইজৰ ধন ঠগি বিলাসীতাৰ জীৱন কটায় সিহঁতে । নিৰ্লজ্জ
@Pakhi_111
@Pakhi_111 11 күн бұрын
Right👍
@user-nq1or5qc5e
@user-nq1or5qc5e 11 күн бұрын
ভাগিন -ভাগিনীহঁতৰ অৰ্থনৈতিক কেলেংকাৰীৰ সত্য উন্মোচন কৰি আছে ঠিকে আছে ৷ পিছে মামা-মামীহতঁৰ সম্পত্তিৰ হিচাপ উন্মোচন কৰাৰ সাহস দেখুৱাব পৰা নাই কিয় ? ক’ৰবাত ....???
@Pakhi_111
@Pakhi_111 11 күн бұрын
😂😂
@tinadeka2251
@tinadeka2251 11 күн бұрын
Karon mama mami teur nijor hoi
@jonalimahanta7649
@jonalimahanta7649 8 күн бұрын
Bishal is a most talented boy in our North East,at the age of 22❤
@rupakalita2893
@rupakalita2893 11 күн бұрын
ডাক্তৰ সকলৰ কলাধনৰ ভাগ পবঞক বিশাল আৰু চুমিয়ে পালে। বেয়া হোৱা নাই।
@monjurulislam6773
@monjurulislam6773 11 күн бұрын
Hahahaha 😂😂😂
@monsoondowerah4294
@monsoondowerah4294 11 күн бұрын
Bor bhal lagil Atonu daa. Truth tu apuni bor xundorkoi dangi dhora.🙏
@imanali-xs6ww
@imanali-xs6ww 11 күн бұрын
আপুনি উল্লেখ কৰা অসমত এনে ধৰণৰ নিশ্চয় বহুত চিকিৎসক আছে আৰু সেই সকলক চৰকাৰে কি‌য় বলে নোৱাৰে ,? আপোনাৰ মতামত কেতিয়াবা জনাবচোন।
@anjubezbaruah9999
@anjubezbaruah9999 11 күн бұрын
চিকৎসকক আমি বহু মেধাৱী বুলি ভাবোঁ । টকাৰ বাবে মেধাক নস্যাৎ কৰা সকলৰ এনে হোৱাৰ বাবে সুখী হৈছোঁ ।
@explore_with_bhitali
@explore_with_bhitali 11 күн бұрын
লোভে পাপ, পাপে মৃত্যু
@rituparnabhardwaj760
@rituparnabhardwaj760 11 күн бұрын
চুমি বৰাই দেখাতেই গম পাই বহুত ডাঙৰ অংক আছে বুলি, বিয়া খনৰ ভালকৈ চি.বি.আই তদন্তৰ আওতালে আনিলে ওলাই যাব উক্ত ঘটনাটো...! কোনো বিশ্লেষণাত্মক অৰ্থ নহোৱাকৈ সম্পতিৰ আওতাত আহিলে ৰহস্য নিশ্চয় থাকিব...!
@rambalram2610
@rambalram2610 11 күн бұрын
RTI is applicable only on Govt institutions. Private Party does not come under RTI's purview. Because no one has right to an individual's private information. Only Police, CBI, ED can do Investigations.
@rituparnabhardwaj760
@rituparnabhardwaj760 11 күн бұрын
@@rambalram2610 হয়, ধন্যবাদ...!
@jyotisikhaphukan4102
@jyotisikhaphukan4102 11 күн бұрын
সহজ ভাবে ধন ঘটিলে হয়তো ভগৱানে ও বেয়া পায়।আমি কিন্তু উচিত শাস্তি দিয়াটো বিচাৰো।কিছু ব্যক্তি এ বহুত আশাৰে তেওঁলোকক টকা দিছিল।বিশাল আৰু চুমী এ টকা বিলাক ঘূৰাই দিব লাগে।লোকৰ টকা লৈ ৰজা হব বিচাৰিছিল।
@parthajyotidas9528
@parthajyotidas9528 11 күн бұрын
২০২৪ বৰ্ষ টি হৈছে শনি দেৱৰ বৰ্ষ, গতিকে এইতো বৰ্ষতে সকলোৱে কৰ্মফল লাভ কৰিব।
@kiddlynikha
@kiddlynikha 11 күн бұрын
Thik koiseee🎉
@abhilashasaikia5242
@abhilashasaikia5242 11 күн бұрын
Sumi bora vs indrani Bora😀😀😀😀
@baka69454
@baka69454 11 күн бұрын
Bora mne jeng aru mur ex jni u Bora asil laat Mari gusi gol 😂😂😂😂
@apsc5230
@apsc5230 11 күн бұрын
Heijoni doctor psychiatrist Joni asil nhoi.
@rupaphukan2451
@rupaphukan2451 11 күн бұрын
Hosai dei, akei
@eyebeesvlogs4544
@eyebeesvlogs4544 11 күн бұрын
😂😂​@@baka69454
@bkp9774
@bkp9774 11 күн бұрын
​@@baka69454লাঠ টো কণিত পৰা নাই টো ,?
@pranjalsarma1471
@pranjalsarma1471 11 күн бұрын
চুমি বৰাক ৰাইজৰ মাজত এৰি দিব লাগে...
@closeup3030
@closeup3030 11 күн бұрын
Sobei Sudi bo😂
@Tiger-qj1pg
@Tiger-qj1pg 11 күн бұрын
Gonodhorkhon 😂😂😂
@Tiger-qj1pg
@Tiger-qj1pg 11 күн бұрын
Why has police not been able to arrest Sumi Bora yet? Xadharon Sumi Bora'k bisari uliyabo nuara police 'e terrorist ba extremist keneke dhoribo. If Sumi is not arrested in the next 24 hours, I'll question the integrity of the police.
@prantikdas9974
@prantikdas9974 11 күн бұрын
Shirt tu val lagise atanu daa 🎉
@captainhodl4023
@captainhodl4023 11 күн бұрын
Great journalism
@hridaysaikia9455
@hridaysaikia9455 11 күн бұрын
ফুটপাথত আহিবলৈ আৰু বেছি বাকি নাই দিয়া 😂
@pravachutia931
@pravachutia931 11 күн бұрын
বিশাল বিশাল বহুত বিশাল ,সচাঁই মানিব ইমান টকা ঘটাৰ উপায় , বেলকি বাজিত অধিক ধনৰ লোভ ।মানুহৰবোৰে চীৰ জীৱন জীয়াই থাকিম বুলি ভাবিছে নে কি ?
@bakulinath4649
@bakulinath4649 8 күн бұрын
valuk r gatt kuhiar roule
@golapitamuli5972
@golapitamuli5972 11 күн бұрын
এই চুমি বৰা নামৰ নাচনী জনী আচলতে ৰেন্দিহে
@user-yk1wl8qb9j
@user-yk1wl8qb9j 11 күн бұрын
Hasa katha bandhu
@Harsh44gmail
@Harsh44gmail 11 күн бұрын
O bishal a dile kela 😂
@deepjyotidas6261
@deepjyotidas6261 11 күн бұрын
Hoi right
@ZumanSarmah
@ZumanSarmah 11 күн бұрын
Tai ganesguri flyover r tolot bohibo
@dekajyotish719
@dekajyotish719 11 күн бұрын
@@golapitamuli5972 right rendy hoi
@wondeerbe25
@wondeerbe25 11 күн бұрын
21 din mein paisa double.....Sumi borah....is next Bipasha Basu😂
@saratbordoloi9533
@saratbordoloi9533 11 күн бұрын
Meri Anuradha aisi nhi ho sakti😂
@wondeerbe25
@wondeerbe25 11 күн бұрын
😂
@monjurulislam6773
@monjurulislam6773 11 күн бұрын
​@@saratbordoloi9533 Exactly 💯😊🤟
@rocksrahul8264
@rocksrahul8264 11 күн бұрын
😂😂😂
@nomi9320
@nomi9320 11 күн бұрын
😂😂😂😂
@as-02unlimitedoff-roader49
@as-02unlimitedoff-roader49 11 күн бұрын
আপোনাৰ লৰা টো trend 📈 অত আছে... #অতনো uncle...
@minakshisaikia8832
@minakshisaikia8832 17 сағат бұрын
Thanks to Mr. Atanu Bhuyan.
@Ignite__786
@Ignite__786 11 күн бұрын
দায়িত্বশীল সম্প্ৰদায়ৰ মানুহ 😮। কোটি টকাৰ চুৰ ☠️🤡
@dibyada
@dibyada 11 күн бұрын
Apunar news keta Sai bhal lage. Direct point to point kotha
@owfacts3156
@owfacts3156 11 күн бұрын
Like father like Son
@w1572w
@w1572w 11 күн бұрын
Sleazy filmy news was always ur strongest journalistic skills. Yellow journalism. Hope to see more videos on this
@adamsguy2704
@adamsguy2704 11 күн бұрын
Exactly right
@Aloeshea-1487
@Aloeshea-1487 11 күн бұрын
100% right. In the podcast, Aboyob was actually supporting Sumi borah. Etia everybody is abandoning the sinking ship
@Debajitdutta1502
@Debajitdutta1502 11 күн бұрын
*বেছিকৈ মুখ মেলিলে কোৱাৰি ফাতে 👍*
@Pakhi_111
@Pakhi_111 11 күн бұрын
😂
@nipulchandraghorphalia8836
@nipulchandraghorphalia8836 11 күн бұрын
বৰ নিউজ.. সকলোকে ধৰিব লাগে... চৰকাৰৰ উচিত পদক্ষেপ.. সকলোকে ধৰিব লাগে আৰু কাকো এৰা উচিত নহয়..
@auralife1500
@auralife1500 10 күн бұрын
Bhupen Bora + Ripun Bora = Sumi Bora
@MainuGogoi-h6b
@MainuGogoi-h6b 8 күн бұрын
Reporter , apunar niews hosa ,nirvic n niropea bhout vhal lage❤
@myoldgramophoneinworkingco2559
@myoldgramophoneinworkingco2559 10 күн бұрын
তাৰ মানে গালো বালো খোলা কুটিৰ তাল হ'বগৈ যেন লাগিছে ।।কাৰণ এই কাৰ্যত বিয়াগোম বিয়াগোম প্ৰভূ সকল জড়িত হৈ আছে।।😢😢😢😢😢
@sweetchildhood3479
@sweetchildhood3479 11 күн бұрын
Aijone ASTC bus. Sobay uthiba paray
@Shortcutclip860
@Shortcutclip860 11 күн бұрын
যেতিয়া মামা সম্পৰ্ক কোনোবা ওলাব তেতিয়াই কেছ খতম কথা সিমানে
@mridulsharma5357
@mridulsharma5357 11 күн бұрын
ডিব্ৰুগড়ৰ চিকিৎসক কেইজনমান আচলতে চিকিৎসক হয় না নাই😂
@tikendraborah2901
@tikendraborah2901 11 күн бұрын
Perhaps description of Mr Atanu is true
@dekajyotish719
@dekajyotish719 11 күн бұрын
Sumir sage penty tu dam 5 crore toka pati luwa bhaite dise
@jitenrajbongshi7815
@jitenrajbongshi7815 11 күн бұрын
আপুনি যদি সৎ সাহসেৰে এই সকলোবোৰ তথ্য ৰাইজৰ মাজত প্ৰচাৰ কৰে তেনেহলে আপোনাৰ সততাৰ বাবে আমি সদায় আপোনাৰ পক্ষত মাত মতিম🙏 মাত্ৰ ৰাইজৰ স্বাৰ্থত ।
@JinuDutta-qk1tl
@JinuDutta-qk1tl 11 күн бұрын
Sir sumi borah ৰ মায়া জলত অকল চিকিৎসক এই নহয় আপোনাৰ পুত্ৰ ও বন্দী যেন অনুমান হ'ল কাৰণ কিছু দিন আগতে আপোনাৰ পুত্ৰ ই তেওঁ chanal ত চুমি বৰাক মাতি আনি যি সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল তাত আপোনাৰ পুত্ৰ ই চুমিৰ কথাৰ সুৰত ত সুৰ মিলাই সাধাৰণ অসমীয়া মানুহ খিনিক বৰ ঠাত্তা সুৰত কথাবোৰ কৈছিল। আপোনাৰ পুত্ৰ ই কিন্তু তাত উদ্গনি যোগায় ছিল। বৰ অহংকাৰী ভাৱে কৈছিল তাই -- they are not invited also. Dialog টো মনত আছে নে বাৰু sir . য'ত আপোনাৰ পুত্ৰ ই তাইৰ কথাৰ support কৰি বিশ্লেষণ আগবঢ়াইছিল। আপোনাৰ পুত্ৰ ও কিন্তু কম পানীৰ মাছ নহয়।
@cuzsix4681
@cuzsix4681 10 күн бұрын
Moja bohut bhal hoise
@babuld
@babuld 11 күн бұрын
বাকী একো নকও, বিনিয়োগকাৰী সকলৰ মোটা টকাৰ হিচাব হব লাগে , বৈধ নে অবৈধ টকা। যি শুনি আছো 10-20-50 লাখ , তথা কোটিৰ ঘৰতো বিনিয়োগ কৰিছে ।
@manash907
@manash907 11 күн бұрын
Nice explanation clear hol aji...mama k kobo lgibo poisa bilak dukhiya k vagai dia 😂
@jimidas7050
@jimidas7050 11 күн бұрын
Ekdm thik... Dukhiyak vogai dbo lge👍👍
@dasbikash1991
@dasbikash1991 11 күн бұрын
আপোনাৰ লৰাই দুৰ্ধষবোৰৰ ইন্টাৰভিউ কিয় লয় সুধিবচোন..
@punadas361
@punadas361 11 күн бұрын
Nari bule. Purukhar. logot. homane jabo. pare. Kintu. Sumi. Bora. purukhatkoi. bohut. agat. Dhanyabad. Nari. Sakti.
@sewalisingh6226
@sewalisingh6226 11 күн бұрын
Thank you for information
@tapankumarvlogs9570
@tapankumarvlogs9570 11 күн бұрын
এনেকুৱা ফৰ্মূলা কেইবছৰ মানৰ আগতে আমাৰ গাওঁৰ এজন লৰাই কৰিছিল বহুত লাখ টকা লুন্ঠন কৰিছিল কিন্তু কোটিৰ ঘৰ চুবলৈ নাপাওঁতে ধৰা পঢ়িছিল কথা হল লৰাজন এতিয়াও পলাতক।
@BabluUrang-by1py
@BabluUrang-by1py 11 күн бұрын
এই খন অসম হয় ভাই !!😁😁
@BeautyGogoi-o9z
@BeautyGogoi-o9z 3 күн бұрын
Moza😂😂😂
@Mamonigogoi-l6c
@Mamonigogoi-l6c 11 күн бұрын
যিমান পানীৰ মাছ সিমানতে নাথাকি নদী সাগৰ বিছাৰি ফুৰোতে মাছৰুকা বগলীয়ে পায় গল যা, এতিয়া কি হব আৰু ? 😅😅😅😅😅😅
@Speed_bhai
@Speed_bhai 11 күн бұрын
Papor dhon nathake doctor e ho ba he labour e hok ..
@simantaofficial9154
@simantaofficial9154 9 күн бұрын
মইনা কলিজা কাহিনীটো ইমান সচাঁ বনাৱ লাগেনে 😂😂 মোক কিয় একাশৰিয়া কৰিলা ঔ আই।।
@abhilekhR1
@abhilekhR1 11 күн бұрын
Birat dhuniya bujai de bhal lage sai
@channelp769
@channelp769 11 күн бұрын
All doctors are sitting on black money .
@bksworld4751
@bksworld4751 11 күн бұрын
And all politicians..😂 they are the main culprit..not the doctors
@boonsaikia8526
@boonsaikia8526 11 күн бұрын
Not all doctors, mur bhai govt doctor kunu nursing home, private practice nokore kebol salary loi soli thake, dukhiya manuhok help kore tar karone ami proud koro.
@rocksrahul8264
@rocksrahul8264 11 күн бұрын
Lol Doctors are at least saving lives, aru account tot nothoi practicer poisa netar nisina poisa sur nokore..
@Sushmita-e5o
@Sushmita-e5o 11 күн бұрын
C'mon not directly say these things 70% doctors might be all over India the rest 30% are not and also in every profession 70% people are not good u know why because they are not good as a human being 30% are you only good so stop only saying this that all doctors are same it's sad how people can't think things in broader way
@pkh200
@pkh200 11 күн бұрын
Income tax department gom napai kintu ei dhadua james bond bure duniar sob khabar rakhe !!!!!
@bijay7660
@bijay7660 11 күн бұрын
চব মেনেজ হৈ যাব নেকি পিছত । চুমি বৰাক যদি হেৰীৰ কাৰণে ইমান টকা দিব পাৰে নিজৰ জীৱনতোৰ কাৰণে বহুত টকা খৰচ কৰিব দে আৰ। পিছত গম পাম যে যিমান কৰি আছে ৰাইজৰ ভালৰ কাৰণে কৰি আছে ।
@motivateaxom3269
@motivateaxom3269 11 күн бұрын
Moina.............,...tumi hasakoi 🔥🔥🔥🔥🔥
@MahatKhakhulary-kc3uz
@MahatKhakhulary-kc3uz 11 күн бұрын
বহুত বহুত ধন্যবাদ
@bhupenkakati-v2v
@bhupenkakati-v2v 11 күн бұрын
শোষণৰ ধন নেথাকে নহয়। ঠগি ঠুগি যিমানেই কেৰোণেৰে চপাই ধন নঘটক কিয় যিমান থাকিব লাগে সিমানহে থাকিব। যি ধনেৰে আনৰ উপকাৰ সাধন কৰিব নোৱাৰে সেই ধন এনেদৰেই উলাই যাই।
@thecoconuts8807
@thecoconuts8807 10 күн бұрын
Great explanation
@sabitrisvlog721
@sabitrisvlog721 11 күн бұрын
পাপৰ ধন পৰাচিতত । মুখা পিন্ধা ভদ্ৰলোক। সমাজ তথা দেশৰ কল্ংক ইহঁত ,শ্বাথপৰ ,টকা চিনি পায় মাএ ।
@haya3691
@haya3691 11 күн бұрын
Papor dhon sure khai khub vl lagise. Doctor bilakor hobo lage manuh bosuwa namot bepar korise asam Doctor a
@monstertruck4585
@monstertruck4585 11 күн бұрын
Sumi borah baru dalali sob dhora poril ,pise baba atanu tumiu kom nhoi tmr lifestyle u hanghatik. Next level or journalist tmi.
@manjulaborah1351
@manjulaborah1351 11 күн бұрын
পৃথিৱী খন ঘূৰণীয়া, য'তেই নাথাকক ঘূৰি অসমতেই আহিব লাগিব, এইখন অসমত যাৰ যি মন যায় যিকোনো কাম কৰিব পাৰে, ডাঙৰ ডাঙৰ মানুহ হাতত থাকিলে,এষাৰ কথা আছে, কেতিয়াবা ৰজা ও চন্দাল হয়, ইহঁতৰ বা কি হয়😮
@rupaphukan2451
@rupaphukan2451 11 күн бұрын
iman hanta manuh jonor jiyek joni kenekoi iman pakhori hol. Besi swadhinota pale sage.
@DigitalDiaryAssamese
@DigitalDiaryAssamese 11 күн бұрын
আজিৰ কুইজ: কাৰ পুত্ৰই চুমি বৰাৰ ইন্টাৰভিউ লৈ প্ৰশংসা কৰিছিল?
@NirmaliAcharjee-cl6ey
@NirmaliAcharjee-cl6ey 11 күн бұрын
হয় এনেকুৱা টকা থকাতকৈ নিজৰ সৎ পথেৰে ঘটা টকা কেইটাতেই শান্তি। দুষীয়ে উচিত শাস্তি পাব লাগে
@auralife1500
@auralife1500 10 күн бұрын
Bhaiya Bana Seiyan😂
@abhinandanagoswami4355
@abhinandanagoswami4355 11 күн бұрын
Hodai hadharon jibon e val, besi pale manuhor sobhab bea hoi, pai mane nate, lubhei paap , paap e mitru, nas gan e thik asile sage mur mote, choreographer, pri manuhe sini paisil, atya ki hl , emn besi bisaribo goi, sob ses hl, gutei future gol, emn khini orjon kri atya mnuh r haw hoponi sob paise, haikrnei lubh to hosai bor bea dei, g ase tate hukhi hobo lage
@rafalemosey7021
@rafalemosey7021 11 күн бұрын
Ehotok 50 years jail dibo lage...nohole ehote lawyers logai dibo 2 yearsot ulai ahi, khasi thua poisa di world tour koribo...ED logai property seal kori dibo lage...😶😶
@rijubarthakur8641
@rijubarthakur8641 11 күн бұрын
লোভেই পাপ পাপেই মৃত্যু।
@StatusStore07
@StatusStore07 11 күн бұрын
Sumi Suhi Khale Bishal k
@anatadas6074
@anatadas6074 11 күн бұрын
সম্পূৰ্ণ Network ব্যৱস্থাটো উদ্ঘাটন কৰিব লাগে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ যাতে আন এজন ব্যক্তিয়ে এনেধৰণৰ লুণ্ঠন চিন্তা আহাৰ আগতে লাখ বাৰ চিন্তা কৰিব লাগে এনে চিন্তা অহাৰ পিছৰ পৰিণতি কি হ’ব৷
@arjunchandrakoch7117
@arjunchandrakoch7117 11 күн бұрын
অধিক লোভেই পাপ পাপেই মৃত্যু
@Minusxthor
@Minusxthor 11 күн бұрын
Sapnanil e jodi poisa mara nai beleg r pora tetya hole tar eku bhul nai. No doubt Sebi authorised nhoi. Kin2 as a professional trader tar kobo right ase. Baki june tar kotha huni loi hejon manuhor nijor risk hoi.. Baki courses besa mela ebur bahirot sobe kore. Eku bhul nhoi etut.
@Wednesdaytravelling
@Wednesdaytravelling 11 күн бұрын
Case divert kori diya hoi ase ei chance loi dipankar aru swapnanil ulai jabo .. karon sobor focus only sumi borah 😢😢😢😢😢
@sibaninath8483
@sibaninath8483 11 күн бұрын
Borhiyaa
@sujitranjankashyap7979
@sujitranjankashyap7979 11 күн бұрын
Biniyogkarir against-t strict action hobo lage.
@pbarman7369
@pbarman7369 11 күн бұрын
💯% satya kotha
@MathhackAssam
@MathhackAssam 11 күн бұрын
Doctor ketak lamba mar diok,ehote bohut poisa dukhia manuh r pora loi, medicine company r pora poisa loi posa medicine bese,jail kori diok
@user-uj9iy2oh7x
@user-uj9iy2oh7x 10 күн бұрын
আপুনিও চুমি বৰাৰ পিতৃ ক দোসমুক্ত কৰাৰ চেষ্টা কৰিছে কিয়? পিতৃ য়ে কি নাজানিছিল তেওঁৰ কন্যাই কি কাম কৰে, কিমান টকা ইনকাম কৰে? তাৰ পিছতো ৰাজস্থান ৰ পঞ্চতাৰকা ৰিজৰ্টত কোটি টকাৰে কৰা আয়োজন ৰ বিষয়ে এবাৰো সুধা নাছিল পিতৃ য়ে??
@aspirant-tp
@aspirant-tp 11 күн бұрын
চেৰেংকৈ লাগিলে বুকুতে জুই
@silentnight2001
@silentnight2001 11 күн бұрын
Bhal ai hol black money gol raijor tej khuwa doctor
@amarh9566
@amarh9566 11 күн бұрын
Dibrugarh r kisuman doctor bur e kintu bohut fees loi, recheck koribo jaute u fees dibo lage.
@BidyutBikashBaruah-yi9jv
@BidyutBikashBaruah-yi9jv 11 күн бұрын
Sumi borah k angela white r nisina lage 😂
@rupalibora961
@rupalibora961 11 күн бұрын
সুপ্ৰভাত
@AshtonMcD-t6g
@AshtonMcD-t6g 11 күн бұрын
Exactly, the money invested by all people via sumi borah is black money
@dwipenpathak8836
@dwipenpathak8836 4 күн бұрын
অসমৰ আদানী আম্বানী।
@lakhyajitbhuyan5692
@lakhyajitbhuyan5692 11 күн бұрын
Heikrne dibrugarh private hospital 1000 loi ....first swa fess
Cute
00:16
Oyuncak Avı
Рет қаралды 9 МЛН
An Unknown Ending💪
00:49
ISSEI / いっせい
Рет қаралды 33 МЛН
小丑在游泳池做什么#short #angel #clown
00:13
Super Beauty team
Рет қаралды 36 МЛН
Cute
00:16
Oyuncak Avı
Рет қаралды 9 МЛН