দেখি আচৰিত 😲 চীনৰ ৰাজধানী Beijing কিমান উন্নত! Beijing City Tour by Bhukhan Pathak. Assamese vlog

  Рет қаралды 196,947

Assamese Mixture

Assamese Mixture

Күн бұрын

Пікірлер: 659
@luhittaid9059
@luhittaid9059 Ай бұрын
বেলেগ আৰু নকওঁ৷ অসমৰ নাম্বাৰ 1 ইউটিউবাৰক চিনি পাইছোঁ ভালদৰে৷ কিমান সাহস, কিমান উদ্যমেৰে তুমি কাম কৰি গৈছা তাক দেখি তবধ মানিছোঁ৷ আন বহুতৰ দৰে তেল মালিচ কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ বিচাৰি কৰা ভিডিও বনোৱা দেখা নাই আজিলৈকে৷ ভূষণ ভাই, তুমি আগবাঢ়ি যোৱা বহু আগলৈ❤❤❤৷
@ritamoniborah2233
@ritamoniborah2233 Ай бұрын
বহুত মৰম দিলো তোমাক। ইমান ধুনিয়া ঠাই বোৰ দেখাই থকা বাবে। তুমি মোৰ ছোৱালী বয়সৰ হবা ছাগে । সেই বাবে তুমি বুলিয়ে কৈছো। আগলৈও চাই থাকিম। ভগৱানে কুশলে ৰাখক তোমাক। চীনৰ মানুহ ইমান ধুনিয়া। মই যোৰহাট ৰ পৰা চাই আছো। ধন্যবাদ।
@খদ্যোতমহন্ত
@খদ্যোতমহন্ত Ай бұрын
চাহ।খোৱা ভাত খোৱা ভিডিও বোৰত কে বহুত উন্নত।।
@neww6220
@neww6220 Ай бұрын
চীন বহুত ধুনীয়া। তোমাক শুভেচ্ছা জনালোঁ আমাক এই সমুহ দেখুওৱা বাবে ।
@rinkigogoi7455
@rinkigogoi7455 Ай бұрын
এনেকৈ চাইকেল আমাৰ ইয়াত থোৱা হলে কিমান চুৰ হল হেঁতেন ঠিক নাই।কিমান সুন্দৰ পৰিবেশ।
@capricorn9186
@capricorn9186 Ай бұрын
@@rinkigogoi7455 road t CC tv camera aase.. cycle t GPS aasee, cycle r lock scan korilehe khul khai..logotee police r punishment tu bhalkoi pithit poree..kot yene kaam hobo taat..😅
@BijoyHandique-md7yg
@BijoyHandique-md7yg Ай бұрын
😮😮😮😮
@manjitbarman2481
@manjitbarman2481 Ай бұрын
দাদা আপুনি অকলে ইমান ধুনীয়া ঠাই বৰ ইমান সুন্দৰ কৈ দেখালে । আজিলৈকে কোনেও অকলে ঘূৰি দেখাব পৰা নাই। আপোনাৰ সাহস মনিব লাগিব। ❤ আৰু আশা থাকিল অকলে ঘুৰা ঠাই বৰ vedio যোগেদি দেখা পাম বুলি ।
@pranjitkalita6538
@pranjitkalita6538 Ай бұрын
কোনোবাই চাই নাচাই পিছৰ কথা যিমান পাৰে Vedio দিয়ক ভাল লাগিছে
@RemadyVlogstar
@RemadyVlogstar Ай бұрын
কোনোবাই চাওঁক বা নাচাঁওক মই কিন্তু চামেই ❤
@LSharma-nm8yb
@LSharma-nm8yb Ай бұрын
যিসকলে চীনৰ মানুহক সাপ ভেকুলী খোৱা বুলি ইতিকিং কৰে সেইসকল জ্ঞানী লোকে এইবোৰ video চাব লাগে।real explore কৰা বুলিলে ইয়াকে কয়,ধন্যবাদ ভূষণ চীনৰ ধুনীয়া ধুনীয়া ঠাইবোৰ দেখুওৱা বাবে।❤👍👍
@pankajPegu-tz4kt
@pankajPegu-tz4kt Ай бұрын
Jenekoi tumaluk Assamese a amar tribal k gahori, leta ,hamuk khai buli ghin kore .
@jyotishborah7659
@jyotishborah7659 Ай бұрын
চীন 2070 চনত আছে ভাৰতৰ তুলনাত
@rupansenapati8820
@rupansenapati8820 Ай бұрын
সুন্দৰ ।ভাল লাগিল আপোনাৰ জৰিয়তে চীন দেশখন চাবলৈ পায়।
@lalitakakati7899
@lalitakakati7899 Ай бұрын
এনেকুৱা লাগিছে আমি যেন বহুতো দিশত পিছ পৰি আছোঁ..China সকলো দিশতে আগবঢ়া,আপোনাৰ ভিডিঅ’ৰ জড়িয়তে সকলোবোৰ দেখি আছোঁ, ভাল লাগিছে ৷ আমাৰ ইয়াত বহুতে চাইকেল চলাবই নুখোজে..তেওঁলোকৰ পৰা বহুত কথা শিকিব লগা আছে আমি ৷ অশেষ ধন্যবাদ ভূষণ দা আপোনাৰ বহুত কথা জানিব পাৰিলোঁ🙏❤️|
@ImranHussain-in1zp
@ImranHussain-in1zp Ай бұрын
অসমৰ এনেকুৱা you tuber কম আছে...যিয়ে বিদেশত গৈ অকলে vdo বনাই, লগতে আপুনি চীনৰ বহুত মানুহৰ লগত সুন্দৰকৈ কথাও পাতিছে এইটো হৈছে সাহস ,,মজা ❤❤👌👌
@devajitkalita1003
@devajitkalita1003 Ай бұрын
প্ৰথম অসমীয়া youtuber যি ইমান বিতংকৈ চীনদেশ দেখুৱাইছে👍👍👍 বহুত বহুত ধন্যবাদ ভূষণ পাঠক ডাঙৰীয়া
@plumberMaster-ke4di
@plumberMaster-ke4di Ай бұрын
😂😂😂😂agoteu goise bahute akho miya😂😂😂
@gyandeep18
@gyandeep18 Ай бұрын
জয় আই অসম জয় জুবিন দা। জয় হিন্দ জয় বিৰাট🫡 ।
@nomadic_dhrubam
@nomadic_dhrubam Ай бұрын
Mojja bhukhan da, next country America'
@GoutomMudoi-qk3zr
@GoutomMudoi-qk3zr Ай бұрын
ভুখন দা কাৰণে ১ টা লাইক ❤❤❤
@phanidharnarah4312
@phanidharnarah4312 Ай бұрын
Nice video jodi pare apuni চীন দেশৰ গাঁওৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিব।
@zreducationallive8000
@zreducationallive8000 Ай бұрын
Yes 🖐️
@PallabHazarika-i4e
@PallabHazarika-i4e Ай бұрын
Right ❤
@AbinashDas-kh1nr
@AbinashDas-kh1nr Ай бұрын
Right bro village lover❤❤❤
@kuheswarpayeng5813
@kuheswarpayeng5813 Ай бұрын
Yes, right 👍
@SantibalaBurung
@SantibalaBurung Ай бұрын
সুন্দৰ অনুভব।তোমাৰ কৃপাত বেইজিং চহৰ দেখিলোঁ।
@HemantakumarDas-s6q
@HemantakumarDas-s6q Ай бұрын
ভূষণ দাৰ ভিডিঅবিলাক বহুত ভাল চাই আপুনি ইমান কষ্ট কৰি চীনদেশ দেখালা সেয়াই মই আপোনাক ধন্যবাদ জনালো....❤🎉জয় ভূষণ দা....💯⚔️💪
@Aisengfa2023
@Aisengfa2023 Ай бұрын
চীনৰ বিদ্যালয় বোৰ দেখাবলৈ চেষ্টা কৰিব চোন।
@KolaLoracomadykViewshoursago
@KolaLoracomadykViewshoursago Ай бұрын
তোমাৰ ভিডিঅ চাই বহুত ভাল লাগে তুমি বাহিৰা দেশত গৈ অসমৰ কিছুমান KZbinr দৰে তুমি থকা ঘৰটো দেখোৱা নাই তুমি হাগা মুটা কৰা ঘৰৰ বিলাক দেখোৱা নাই যে ধন্যবাদ ❤️🙏। তুমি বাহিৰে দেশত গৈ ধুনীয়া ধুনীয়া ঠাই দেখা আছা তোমাৰ ভিডিঅ বিলাক চাই তাৰ কাৰণে বহুত ভাল লাগিছে। তুমি অসমৰ KZbinr ভিতৰত আটাইতকৈ ভাল লগা KZbinr জন ❤। আৰু ভাল ভাল ভিডিঅ'পাম বুলি আশা থাকিল ।
@Nipangogoi-v9f
@Nipangogoi-v9f Ай бұрын
অনুগ্ৰহ কৰি আপুনি চীনৰ সকলো ভ্ৰমণ কৰিবলগীয়া ঠাই ভ্ৰমণ কৰি অসমৰ মানুহক শিক্ষা দিব । পৰ্বতৰ ওপৰত স্বৰ্গৰদৰে লগা 4 lane দলং বিলাক দেখুৱাব।
@jayantaraval4861
@jayantaraval4861 Ай бұрын
Amar mongoliyo country iman unnoto
@kamalnath4925
@kamalnath4925 Ай бұрын
জয় আই অসম ❤ ইমান ভাল লগা ঠাই❤❤❤ আপুনি বহুত লাকি মানুহ দাদা, ইমান ভাল ভাল যেগা চাব পাৰিছে ❤❤
@harunurrashid5711
@harunurrashid5711 Ай бұрын
আমাৰ ভাৰতত মিডিয়া বিলাকে ভাৰতৰ তুলনাত চীন দেশ সৰু আৰু উন্নত দেশসমূহৰ তলত বুলি ভাবে ।
@usharanirabha8158
@usharanirabha8158 Ай бұрын
চালোঁ দে আপোনাক ধন্যবাদ
@nayanroy7561
@nayanroy7561 Ай бұрын
কি চাফা...আমাৰ হলে তামোল চিখৰৰ পিক থাকিলে হেতে...কিমান পিছপৰা আমি সিহতৰ তুলনাত
@northeastnewsky-919
@northeastnewsky-919 Ай бұрын
বহুত বহুত ভাল লাগিল চাইনা ভিডিঅ' চাই ভূক্ষন দা ।❤❤❤
@SunilPatar-qb6yy
@SunilPatar-qb6yy 18 күн бұрын
চাইনাৰ সাশন ব্যৱস্থা বহুত ভাল | মানুহৰ মানসিকতাও বহুত উন্নত মানুহৰ নিৰাপত্তাও বহুত ভাল | তাৰ বিপৰীতে আমাৰ দেশৰ অৱস্থা চাওকচোন কি অবস্থা |
@Assamcarbazar
@Assamcarbazar Ай бұрын
ভাল লাগিল video টো চাই। বেলেগৰ দৰে আলহিৰ ঘৰ দেখাই থকা নাই।volgor নামত।। কষ্ট কৰিছে আপুনি ।
@prakashgurung-k9h
@prakashgurung-k9h Ай бұрын
ভুষন দা মজ্জা লাগিল ভিডিয়টো চাই ।
@udassamesevlog7483
@udassamesevlog7483 Ай бұрын
আপোনাৰ নতুন ভিডিঅ ৰৈ থাকো ভাই বহুত ভাল লাগিল ধন্যবাদ ❤❤❤❤❤❤
@jayantatalukdar9164
@jayantatalukdar9164 Ай бұрын
ধন্যবাদ ভূষন, চীনৰ ৰাজধানীখন দেখুওৱা বাবে।
@HemangaKalita-l6j
@HemangaKalita-l6j Ай бұрын
তোমাৰ বহুত সাহস আছে এই ভাই লগতে তুমি বহুত Nologe থকা মানুহ ❤🙏 love from pathsala baksa district
@mrinalvlogs6611
@mrinalvlogs6611 Ай бұрын
বহুত বহুত মৰম পঠালো বাংগালোৰ ৰ পৰা ।
@khokansarkar1483
@khokansarkar1483 Ай бұрын
আগুৱাই যাওক। বহুত ভাল লাগিল
@Kiran-si2bf
@Kiran-si2bf 28 күн бұрын
ইমান ধুনীয়া ঠাই বোৰ, যাবলৈ মন গৈছে,
@PoorManzindabad
@PoorManzindabad Ай бұрын
ছাই আছো ভাল লাগিল,,, সকলো ভিডিঅ চাইছো, লখিমপুৰ জিলাৰ ঢেকীয়াজুলিৰ পৰা মৰম যাছিলো ❤❤।
@sikumonidutta1420
@sikumonidutta1420 Ай бұрын
ভূষণ দা সকলো যদি ঠিকেই থাকে এবাৰ জাপান লৈ যাব ❤ ভাল লাগিব
@manjudaschoudhury2224
@manjudaschoudhury2224 Ай бұрын
বহুত ধুনীয়া ঠাই
@dp22vlogs123
@dp22vlogs123 Ай бұрын
অতি সুন্দৰ ভিডিঅ' আগবঢ়ালে দাদা ।। দাদা চীনা মানুহে আমাৰ ভাৰতৰ বিষয়ে কি বুলি ভাবে ভিডিঅ' জৰিয়তে জনাবচোন তেওঁলোকৰ ভাৰতৰ প্ৰতি কি মনোভাৱ।
@faruk-official-asm
@faruk-official-asm Ай бұрын
চীন দেশ বুলিলে ভয় লাগে কিন্তু তাতে আপুনি বিনদাছ ঘুৰি ফুৰিছে আপুনি সুৰক্ষিত বুলি অনুভৱ কৰেনে জনাব বুলি আখা থাকিল
@paparikalita3283
@paparikalita3283 Ай бұрын
তুমাৰ সাহসক মানিবলগীয়া দেই অকলে অকলে বিদেশ ঘুৰি আছা ইমান টকা পইচা খৰছ কৰি। ধন্যবাদ তুমাক।
@BinodPathak-dv9zj
@BinodPathak-dv9zj Ай бұрын
ভুষন ভাইটি তোমালৈ মৰম পঠালো আমি বাক্সা মুছলপুৰৰ পৰা।
@marlenbo1333
@marlenbo1333 Ай бұрын
ভূষণ দা চীনদেশৰ গাওঁ ৰ পৰিবেশ অলপ দেখুওৱা
@JayPegu321
@JayPegu321 Ай бұрын
সঁচাই চাই ভাল লাগিল...
@prasantaneog2401
@prasantaneog2401 Ай бұрын
চীনতকৈ আমি ১০০ বছৰ পিছত আছোঁ ।😢
@talien1126
@talien1126 Ай бұрын
Aru wrong dekhr lgt join habi enakai habo😂
@RemadyVlogstar
@RemadyVlogstar Ай бұрын
​@@talien1126😢😢
@Programmer-x7y
@Programmer-x7y Ай бұрын
​@@talien1126 ki kola ?? Buji napaalu
@LalitaDAS-zi8wg
@LalitaDAS-zi8wg Ай бұрын
Bidekhr manuhr niyambor iman dhuniya...allkintu amr asamto jdi tenekuwa hl hoi...tmr video bor Sai bhut vl lagise❤❤❤
@arupbaruah4382
@arupbaruah4382 Ай бұрын
development, decepline, technology...aiburtu next level..baki kiman Safa...wow..every street, every corner...unbelievable..not just Administrator Administrator strict...tar citizen buru bht educated, dedicated aru responsible...
@Nipangogoi-v9f
@Nipangogoi-v9f Ай бұрын
চীনে copy কৰা লণ্ডন, venis, Paris city দেখুৱাব। পৃথিৱীৰ ভিতৰতে আগবঢ়া chongqing city ভ্ৰমণ কৰিব। পৃথিৱীৰ ভিতৰতে দ্ৰুতবেগী Beijing আৰু Shanghai Meglev train ত যাত্ৰা কৰিব।
@nabakishurdutta9718
@nabakishurdutta9718 Ай бұрын
9.39 বোৱালা প্ৰেমৰ অলকানন্দা
@MiraDevi-f2g
@MiraDevi-f2g Ай бұрын
বহুত সুন্দৰ ।
@RajuRajkonwar-sf9bt
@RajuRajkonwar-sf9bt Ай бұрын
Is there anyone help me😢
@jitchaliha4495
@jitchaliha4495 Ай бұрын
Vdo bilak sai Vaal lagise...anekuwa vdo Assamese language ot Frist time palu... Thanks
@jollywoodassam4377
@jollywoodassam4377 Ай бұрын
Best Assamese travel vlogger ❤
@nirovmiliofficial4226
@nirovmiliofficial4226 Ай бұрын
আগুৱাই জুৱা Nice🎉🎉🎉
@babuljonak3828
@babuljonak3828 Ай бұрын
মজা মজা ভূষন দা। কিন্তু মানুহবোৰক আপুনি ৱেলকাম জনোৱাৰ পিছত যেতিয়া হাহিটো মাৰি দিয়ে তেতিয়া তেওঁলোকে ঠাট্টা কৰি উৰুৱাই দিছে বুলি ভাবে নেকি বাৰু?মই এনেই কথাটো মনত পৰা কাৰনে কলো বেয়াকে নেভাবিব দেই🙏বাকী আপোনাৰ এই বিদেশ ভ্ৰমন যাত্ৰা অব্যাহত ৰাখক আমি সদায় আপোনাৰ ভিডিঅ'চাবলৈ সাজু আছো আৰু আগলৈ থাকিম।❤
@nayandas3729
@nayandas3729 Ай бұрын
Bhukhon ...tumi jetiyai bidekhot trip start kora...oky..tetiya tumi tumar Ma..k je xewa kori jua...he2 mor Sai ....bohut val lge....❤❤ Proud of u...man..
@kamaldutta-g4v
@kamaldutta-g4v Ай бұрын
চীনৰ ৰাস্তা ঘাট বোৰ দেখিলোঁ, বহুত উন্নত আৰু চাফ চিকুন, পাৰিলে ট্ৰেফিক ব্যৱহাৰ বিষয়ে দেখাব,
@BhimLama-e1i
@BhimLama-e1i Ай бұрын
চীন দেশত অপৰাধ আমেৰিকা যুক্তৰাষ্ট্ৰত কৈ কম আৰু ভ্ৰমণৰ কাৰণে সুৰক্ষিত।
@tarundoley1722
@tarundoley1722 Ай бұрын
সুন্দৰ দাদা, বহুত ভাল লাগিল ❤
@monimonsterofficial7112
@monimonsterofficial7112 Ай бұрын
ধুনিয়া ❤
@Rahulali499
@Rahulali499 Ай бұрын
সকলো ফালৰ পৰা আমি চাগে পিছপৰি আছোঁ যেন লাহে চিন্তা চৰ্চাৰ পৰা আৰম্ভ কৰি সকলো ফালৰ পৰা?
@sumimechchutia5489
@sumimechchutia5489 Ай бұрын
Bohut hundor
@dipakkumarkalita7059
@dipakkumarkalita7059 29 күн бұрын
এই বিলাক ভিডিঅ'দেখিবলৈ লাজ লাগে আছলতে।
@prafulladas7224
@prafulladas7224 Ай бұрын
একে দিনাই বহু কেইটা video চালোঁ এইটো শেষত চালোঁ ভাল লাগিল কমেন্ত কৰা নাই কত কেৱল লাইক কৰিছোঁ ইয়াত last বাবে কমেণ্ট কৰিলোঁ । কেতিয়া আহিব ঘূৰি?
@pardipsakia7085
@pardipsakia7085 25 күн бұрын
ভাল লাগিছে চাই চাই
@lankeswardas1596
@lankeswardas1596 27 күн бұрын
Nice
@bhrigukalita6479
@bhrigukalita6479 Ай бұрын
সুন্দৰ ভিদীয় 👍
@mukundagogoi955
@mukundagogoi955 Ай бұрын
সুন্দৰ উপস্থাপন
@bikashborgohain8999
@bikashborgohain8999 Ай бұрын
Bohut hundor thai
@MinalKuddus-mn3ml
@MinalKuddus-mn3ml Ай бұрын
Amar asamor manuhe chinise chainse kri thakile ki hb aji dekhilu bht develop country hoi tmr video dekhisu mne ghrr kunba ajonr pora Sai thoka jen lagise
@jimisaikia1851
@jimisaikia1851 Ай бұрын
সুন্দৰ ভাল লাগিল ❤
@prasantkasyap3922
@prasantkasyap3922 Ай бұрын
There peoples are very down to earth and free frankly and very kind...No arrogant no attitude Despite being so Smart.. It's truly impressive thing..👍
@xhobdo
@xhobdo Ай бұрын
Great to watched Amazing Beijing City, Keep sharing Bhukhan, Best wishes 💚
@nltdvlogs
@nltdvlogs Ай бұрын
Mojaaaaa lagil bro❤China 🇨🇳🇮🇳
@PranjalGohain-si3ex
@PranjalGohain-si3ex Ай бұрын
Apunar jothere China khan dekhibole paisu God bless u Bhukhan da lv from Dhemaji(Assam)❤❤
@BikashDas-xv6ph
@BikashDas-xv6ph Ай бұрын
Barpeta Rockstar ❤❤❤🎉🎉🎉❤❤❤❤
@manashgohain4942
@manashgohain4942 Ай бұрын
অতি সুন্দৰ
@KhagenBora-c9l
@KhagenBora-c9l Ай бұрын
সুন্দৰ, ধন্যবাদ ।
@DhritismitaDas-h9e
@DhritismitaDas-h9e Ай бұрын
Dekhiye jabo mon hoise muru adin holew xopun tu puron korim a bhukhon da apunar dore😩💗🇨🇳dream country 'China' 🇨🇳😌
@movimovi9654
@movimovi9654 Ай бұрын
ভাল লাগিল, ধন্যবাদ থাকিল
@satyajitkalitaofficial8223
@satyajitkalitaofficial8223 Ай бұрын
Dhuniya lagil , aru val dore aguwai juwa ❤❤❤❤
@BasudebBaishya-qk8db
@BasudebBaishya-qk8db Ай бұрын
Thank you Bhukhan Next Aamerika ❤❤❤
@AashutoshDas-gt3ce
@AashutoshDas-gt3ce Ай бұрын
😂😂😂vai Amaerika😂😂😂😂
@RupamGogoi-pt4qy
@RupamGogoi-pt4qy Ай бұрын
Hundor👌
@AmitVlogs647
@AmitVlogs647 Ай бұрын
Apunar video bilak sai Bhal lage
@ashokekumardas6271
@ashokekumardas6271 Ай бұрын
The Name of the roadside trees you have shown are Ginkgo tree (Scientific Name: Ginkgo biloba). These trees are china's sacred tree. It is a living Fossil plant.
@chinuBorah-w8g
@chinuBorah-w8g Ай бұрын
বঢ়িয়া👌👌👌
@assamesestory-wj3di
@assamesestory-wj3di 10 күн бұрын
Jimanei unnot nohok kio axomor bihuk koneo patta napai. Amak dangor dangor building nalage velaghar r meji Tu a jothesto. Ami axomiya. Amak bihu aru culture lage. Baki dekh tokat. dhani aru ami culture aru moromot dhani❤. I love golden assam. Next jonomtu jate axomote pao. Jai ai axom. .. My heart assam. Who agree with mee❤❤❤❤❤
@joykalita9849
@joykalita9849 Ай бұрын
সুন্দৰ ভাই
@dhanjitbaba5589
@dhanjitbaba5589 Ай бұрын
বহুত ভাল লাগিছে দে ❤
@Kiran-si2bf
@Kiran-si2bf 28 күн бұрын
ভাল লাগিল চাই,
@jkboruah1971
@jkboruah1971 Ай бұрын
সুন্দৰ
@DevaaDass
@DevaaDass 7 күн бұрын
Val lagila video sai
@GaneshRabha-z6n
@GaneshRabha-z6n Ай бұрын
Val lagil video to.
@RamPegu-jp8hs
@RamPegu-jp8hs Ай бұрын
Bohut sundar paribesh
@BijoyHandique-md7yg
@BijoyHandique-md7yg Ай бұрын
Bro your English speaking method is superb 👍👍👍
@Mainabora-jt4ru
@Mainabora-jt4ru Ай бұрын
আৰু দাদা আগুৱাই যাওক ❤❤
@arungogoi-bz2pn
@arungogoi-bz2pn Ай бұрын
Bhukhan দা ঘৰলৈ উভতি আহোঁতে এজনী লৈ আহিব 😎
@udaygogoi9458
@udaygogoi9458 Ай бұрын
Chongqing city khon dekhabole napahoribo bhukhan daa 💗
@OipuliPegu-k6f
@OipuliPegu-k6f Ай бұрын
ধুনীয়া লাগিছে দাদা ❤❤❤🎉👌👌👌
@durgeswardutta3313
@durgeswardutta3313 Ай бұрын
Bohut mozza, Dutta, Duliajan
@rahuldeka6123
@rahuldeka6123 Ай бұрын
@bhushan pathak 1 million nohowake jate axomot ghuri naha bhushan da
PRANK😂 rate Mark’s kick 1-10 🤕
00:14
Diana Belitskay
Рет қаралды 12 МЛН
The Ultimate Sausage Prank! Watch Their Reactions 😂🌭 #Unexpected
00:17
La La Life Shorts
Рет қаралды 7 МЛН
ТВОИ РОДИТЕЛИ И ЧЕЛОВЕК ПАУК 😂#shorts
00:59
BATEK_OFFICIAL
Рет қаралды 4,8 МЛН
PRANK😂 rate Mark’s kick 1-10 🤕
00:14
Diana Belitskay
Рет қаралды 12 МЛН