No video

"আদালত"ৰ কৃপাত জয়া-ভিক্টৰৰ জয়জয়কাৰ; নেগুৰ পেলোৱা আৰু শিল পৰা কপৌৰ দৰে অৱস্থা হ'ল কাৰ?

  Рет қаралды 175,640

NorthEast Now

NorthEast Now

Күн бұрын

"আদালত"ৰ কৃপাত জয়া-ভিক্টৰৰ জয়জয়কাৰ
নেগুৰ পেলোৱা আৰু শিল পৰা কপৌৰ দৰে অৱস্থা হ'ল কাৰ?
উচ্চ ন্যায়ালয়ৰ এটা ৰায়দানে উফৰালে ভৱেশ কলিতাৰ দাম্ভিকতা!
#JayaKalita #BhabeshKalita #rangia #assampolice #bjp
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 166
@bapanrajbongshi6637
@bapanrajbongshi6637 Жыл бұрын
সিহঁতে লাজ পাই মৰা নাই নেকি | আদলতৰ ৰায়ক Salute জনাইছো |
@jayantajyotika4661
@jayantajyotika4661 Жыл бұрын
বহুত সুখী হ'লো । সত্যৰ সদায় জয় ।
@rajubora3485
@rajubora3485 Жыл бұрын
বিজেপিৰ সচা স্বৰূপ ওলাই পৰিল
@user-vj2kb1sb8k
@user-vj2kb1sb8k Жыл бұрын
ইমান সোনকালেই মিঠাই খাব নালাগে ৰ , খেল এতিয়া আৰম্ভ হৈছেহে 😆
@nandeswarbaruah6041
@nandeswarbaruah6041 Жыл бұрын
খেলখন সোনকালে শেষ হ'ব লাগে।
@user-vj2kb1sb8k
@user-vj2kb1sb8k Жыл бұрын
@@nandeswarbaruah6041 ধয্য ,, ৰিজাল্ট ওলাব দিয়া । সকলো অসমৰ ডেকা , গাভৰু , পৰিক্ষাৰ্থি প্ৰাৰ্থী ৰাইজৰ মন্তব্যই বিবেচনা কৰিব ।
@subratadey9156
@subratadey9156 Жыл бұрын
জয়া কলিতাৰ স্পষ্ট কথা।
@rohanpegu93
@rohanpegu93 Жыл бұрын
ভাল লাগিল ভাল খবৰ শুনি
@abhijitgogoi16
@abhijitgogoi16 Жыл бұрын
কেচু খান্দিলে সাপ ওলোৱাৰ ভয়।
@krishnagogoi1657
@krishnagogoi1657 Жыл бұрын
বাতৰি টো পাই বহুত সুখী হলো |
@nabajyotichaoching4323
@nabajyotichaoching4323 Жыл бұрын
Nitumoni namor ai2 manuh akhomor hangbadik itihakhot ajon bodnami manuh buli hodai sinaki hoi thakibo....bahut nataonki,like whores...
@monoranjangoswami9258
@monoranjangoswami9258 Жыл бұрын
ওফৰালে
@musicalsh0174
@musicalsh0174 Жыл бұрын
সত্যৰ সদায় জয়
@jintuborah8399
@jintuborah8399 Жыл бұрын
Bapere rr murtu
@alokdutta5907
@alokdutta5907 Жыл бұрын
@@jintuborah8399 তোৰ মূৰটো পাগল ।
@arunmissong432
@arunmissong432 Жыл бұрын
সত্য সদায় জয়
@purbakantabarman431
@purbakantabarman431 Жыл бұрын
কথাতে কয় সত্যৰ সদায় জয় । এতিয়া আমাৰ আৰু বুজিবলৈ কিটো থাকিল ।
@chandandeka5633
@chandandeka5633 Жыл бұрын
Very good
@monibora3010
@monibora3010 Жыл бұрын
Thank u high court for yr judgment
@barasharajbangshi719
@barasharajbangshi719 Жыл бұрын
Many Many Thanks.
@bimalbiswas4029
@bimalbiswas4029 Жыл бұрын
জোকৰ মুখত চূণ পৰিল।👍 🤣 সুন্দৰ সাহসী ছোৱালী জয়া কলিতা। ধন্যবাদ
@satishdas2783
@satishdas2783 Жыл бұрын
Bhabesh da zindabad
@KaoriMai
@KaoriMai Жыл бұрын
Bhal kotha
@dhrubadas2364
@dhrubadas2364 Жыл бұрын
সেই জনী মানে কি মন্ত্ৰীৰ মুখত এনে বাক্য শুভা নাপা‌য়।
@kalitadeepak7488
@kalitadeepak7488 Жыл бұрын
right
@sibaprasadbora01
@sibaprasadbora01 Жыл бұрын
নিৰ্বাচনৰ পাছত গম পাব।
@bajalitimes6091
@bajalitimes6091 Жыл бұрын
উচ্চ ন্যায়ালয়ক শত কৌটিবাৰ প্ৰণাম ।
@runusaika4715
@runusaika4715 Жыл бұрын
হেৰা ভবেশ তোমাৰ দাম্ভিকতাক ওফৰাই দিলে ন্যায়ালয়য়ে,তোমোলোক চৰকাৰত আছা বুলিয়েই যি ইচ্ছা তাকে কৰিবা জনসাধাৰণৰ ওপৰত,মনত ৰাখিবা ৰাইজৰ ভোটেৰে তোমালোক ৰজা হৈছা
@AbdulRahman-ye5cw
@AbdulRahman-ye5cw Жыл бұрын
চুৰৰ চকুৰ ফালে চালেই গম পোৱা যায় তাৰ আচল চৰিত্ৰ।
@ashokdas8961
@ashokdas8961 Жыл бұрын
ভৱেশ কলিতাৰ গোচৰটো যদি ৰঙিয়া থানাই পঞ্জীয়নেই নকৰিলে তেন্তে আদালত কেনেকৈ পালেগৈ আৰু ৰায় কেনেকৈ দিলে বুজি নাপালো । ভিক্তৰৰ ৰায়টো শুনি ভাল পালো
@somnathmudoi969
@somnathmudoi969 Жыл бұрын
এজনি সৰু ছোৱালীৰ লগত ৰাজ্যিক বিজেপিৰ সভাপতি পৰাস্ত। এতিয়া জয়া কলিতাই ভবেশ কলিতাৰ ওপৰত মানহানি গোচৰ তৰিলে ভবেশ কলিতাৰ কি অৱস্থা হ'ব।
@gojongapol4448
@gojongapol4448 Жыл бұрын
Good
@kushalbaruah7185
@kushalbaruah7185 Жыл бұрын
সত্যৰ সদায় জয় ।কি হ'ল দাম্ভিকতা মৰা ।
@pinkimedhi6131
@pinkimedhi6131 Жыл бұрын
আৰু যি অভিযোগ বিলাক কি হৱ...?
@muninsaikia1130
@muninsaikia1130 Жыл бұрын
দেখাতেই চিন শাল নে শিঙি
@chaochingblockpattu1350
@chaochingblockpattu1350 Жыл бұрын
এই দালালি যুগত জয়া কলিতাক এগৰাকী বীৰাংগণা হিচাবে গণ্য কৰিছো।তেওক ধন্যবাদ কৰাৰ লগতে মহামান্য উচ্চ ন্যায়ালয়কো অশেষ ধন্যবাদ।
@alokdutta5907
@alokdutta5907 Жыл бұрын
আদালতৰ ৰায়ক আমি সন্মান জনাইছো,সত্যৰ সদায় জয় ।
@dreamboy3495
@dreamboy3495 Жыл бұрын
Thank you for justice
@manjitdas6191
@manjitdas6191 Жыл бұрын
Go Back BJP 🖕 হিমন্ত মুৰ্দাবাদ 🐷 👞 👢
@sukumarsarma1739
@sukumarsarma1739 Жыл бұрын
Ha...ha...ha
@Ramayanbarman5255
@Ramayanbarman5255 Жыл бұрын
Low is not a political party.....low is low thanks high court 🙏
@souravpaul2179
@souravpaul2179 Жыл бұрын
Law...law
@hndekari8011
@hndekari8011 Жыл бұрын
ভিক্টৰ মানেই জয় আৰু জয় মানেই ভিক্টৰ । দুযোটাই মিলি সত্য আৰু ন্যায়ৰ জয়।। আদালতলৈ অশেষ ধন্যবাদ জনালোঁ ।।
@bhubangogoi7169
@bhubangogoi7169 Жыл бұрын
লললফঌল
@arusmitagogoi5814
@arusmitagogoi5814 Жыл бұрын
Right 🙂
@bhupalisharma7627
@bhupalisharma7627 Жыл бұрын
Socakoi 🙏
@nimibharali349
@nimibharali349 Жыл бұрын
হাই চৰকাৰৰ কি মহিমা বুজিকে নাপাওঁ পাই।।মেঘে যিমান গজে সিমান বৰষূণ যে নিদিয়ে প্ৰমাণ এইয়া।।দিনত হলে সাত হাল বায় দিনত হলে এহালো নাই এইখন চৰকাৰৰ ।।
@dilipmahanta8479
@dilipmahanta8479 Жыл бұрын
Police knows better l
@chandanchetia8365
@chandanchetia8365 Жыл бұрын
Victor/Jaya ❣️❣️❣️🔥🔥🔥
@hemalatachetia3765
@hemalatachetia3765 Жыл бұрын
এই পৃথিৱীত আজিও জীৱিত প্ৰভু ঈশ্বৰ আছে ।সত্ত্য সদায় জয় হ'ব।।কিন্তু ধৈয্য আৰু সাহস লাগিব ।। আইন সকলোৱে বাবে সমান বুলি উচ্চ ন্যায়্যালয়ে প্ৰমাণ কৰি দেখু্ৱালে 🙏🙏🙏
@nksarkar9676
@nksarkar9676 Жыл бұрын
🙄ohjoiiu onoon
@bidulboruah8351
@bidulboruah8351 Жыл бұрын
কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত
@dr.sanjibdeka7402
@dr.sanjibdeka7402 Жыл бұрын
খুবেই ভাল খবৰ। লাজ পোৱা নাই জানো সেই সকলৰ??
@sabbirahmed4260
@sabbirahmed4260 Жыл бұрын
লাজ বোলা বস্তুটো সিহঁতৰ আছেন?
@gayatrilahkar9573
@gayatrilahkar9573 Жыл бұрын
Bahut vl paiso
@harmohankalita2903
@harmohankalita2903 Жыл бұрын
ভৱেশ কলিতা দেৱ, এতিয়া আপোনাৰ মন্তব্য কি হ'ব ক'বনে ?
@aarshadulhaque2293
@aarshadulhaque2293 Жыл бұрын
কেচু খানদুতে সাপ ওলোৱাৰ ভয়
@kironsarmah9040
@kironsarmah9040 Жыл бұрын
We have faith and trust with honorable High court and judiciary of India all aways stand with truth
@gayatrilahkar9573
@gayatrilahkar9573 Жыл бұрын
Irrigation t paisa Lai sakari dise
@rgrg5472
@rgrg5472 Жыл бұрын
দাগী থাকিলেহে ভাল লাগে কিছুমান দলৰ নেতাক 😊
@gapalsaikia9491
@gapalsaikia9491 Жыл бұрын
Bjp go back
@mantukalita4915
@mantukalita4915 Жыл бұрын
ভৱেশ কলিতাৰ জৰিয়তে অসম ৰাজ্যিক বিজেপিৰ নগ্ন স্বৰূপ উদং হ'ল । এতিয়া ভৱেশ কলিতাই যদিহে সামান্যতমো আত্ম সন্মানবোধ আছে তেতিয়াহ'লে পদত্যাগ কৰা উচিত । আনহাতে ভিক্টৰৰ কেচটোৰ জৰিয়তে অসম আৰক্ষীৰ নগ্ন স্বৰূপ উদং হ'ল ।অসম আৰক্ষীৰ জধে-মধে ধাৰা আৰোপ কৰাটো যিহেতু আইন সংগত নহয় বুলি খোদ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰাই প্ৰমাণিত হ'ল সেয়ে ভিক্টৰে সংশ্লিষ্ট আৰক্ষী বিষয়া জনৰ বিৰুদ্ধে এক উচ্চ পৰিমাণৰ ক্ষতিপূৰণ বিচাৰি মানহানীৰ গোচৰ ৰুজু কৰিলে ইয়াৰ অন্তৰালত থকা ৰাজনৈতিক অভিসন্ধি ওলাই পৰাৰ সম্ভাৱনা আছে । আনহাতে যিসকল অন্ধ ভক্ত আৰু চুৱা চেলেকাই জয়া আৰু ভিক্টৰৰ বিৰুদ্ধে সমাজ মাধ্যমৰ জৰিয়তে অশোভনীয় মন্তব্য কৰিছিল সিহঁতৰ বিৰুদ্ধেও দুয়োজনে Cyber Crime Branch গোচৰ ৰুজু কৰা উচিত বুলি ভাৱো । শেষত এটা কথাই ক'ব লাগিব যে " সত্যমেৱ জয়তে " কথাষাৰ যে সম্পুৰ্ণ সচা মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে তাকেই পুনৰবাৰ প্ৰতিস্থা কৰিলে । ধন্যবাদ ।
@rebulali1210
@rebulali1210 Жыл бұрын
Majja lagil honi.
@0007Gobi
@0007Gobi Жыл бұрын
Good❤️❤️❤️
@papuboro6360
@papuboro6360 Жыл бұрын
একো কাম নাই। এনেবোৰ মানুহ কেতিয়াও নেতৃত্ব প্ৰদান কৰিব নোৱাৰা।
@satishdas2783
@satishdas2783 Жыл бұрын
Bjp zindabad.
@Pranjal7903
@Pranjal7903 Жыл бұрын
🥰🥰🥰🥰🥰
@hemantadas6963
@hemantadas6963 Жыл бұрын
Borhia
@nirmalikumar7002
@nirmalikumar7002 Жыл бұрын
Good justice Jai adalot
@amalborah3169
@amalborah3169 Жыл бұрын
এইবোৰত মামা একো নুশুনা একো নোকোৱা আৰু একো নোচোৱা সেই বান্দৰ কে ই তা হৈ পৰে
@abbaskhanassam7398
@abbaskhanassam7398 Жыл бұрын
😂😂😁
@user-me3dw8ui9w
@user-me3dw8ui9w Жыл бұрын
Mama nije ek no vrastasari... khyomota luvi. Congress r pora BJP r washing machine t humale j😂
@asomiaasom6008
@asomiaasom6008 Жыл бұрын
বিজেপি , অসম আৰক্ষী দুৰ্নীতি কেলেংকাৰী অপৰাধত যে জৰিত দুৰ্নীতি কেলেংকাৰী কৰা সকলোক ৰক্ষণাবেক্ষণ দিবলৈ দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে তথ্য প্ৰমাণ অভিযোগ দিয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰি ডজন ধাৰা লগাই আক্ৰোশমুলক ভাবে নিৰ্যাতন কৰা প্ৰমাণিত কৰিলে ন্যায়পালিকাই ।
@ruhitdihingia8210
@ruhitdihingia8210 Жыл бұрын
এইয়া কাগজৰহে" গদা " আছিল নেকি ?
@nomikonwar6739
@nomikonwar6739 Жыл бұрын
Hocha kotha voi koreba
@chandanateron6699
@chandanateron6699 Жыл бұрын
When the issue will investigate against the culprits and curruption
@amritphukan4217
@amritphukan4217 Жыл бұрын
BJP go back Assam govt.
@dipensaikia5494
@dipensaikia5494 Жыл бұрын
Ci ci cocooooo
@srimontabora3894
@srimontabora3894 Жыл бұрын
bohut bhal hol .hai karone aineok uport bohut besak koru.👍👍👍👍👍
@monuramtaid7943
@monuramtaid7943 Жыл бұрын
বেছেৰা হঁতে এমেলে মন্ত্ৰীক সন্তুষ্ট আৰ তৈলমৰ্দন কৰোতেহে এই অৱস্থা।
@khagennath9180
@khagennath9180 Жыл бұрын
যদি ৰঙিয়া আৰক্ষীয়ে গোচৰেই ৰুজু কৰা নাই তেন্তে গোচৰটো নায়েই আকৌ আদালতৰ মজিয়া পালেগৈ কেনেকৈ বুজি নাপালো । তথাপিও জয়া কলিতা ডাঙৰীয়ানীআৰু ভিক্টৰ দাস ডাঙৰীয়াই প্ৰসংসনীয় তথা সাহসিক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে তেওঁলোকৰ সপক্ষে সদায় আছো ।
@sansumaboro5593
@sansumaboro5593 Жыл бұрын
As per law procedure .. she has applied anticipatory bail for her secure... Say police arrest, incounter etc... so she has got anticipatory bail by the court proceedings.... So her hearing is mention on the court.... That's all...
@khagennath9180
@khagennath9180 Жыл бұрын
@@sansumaboro5593Thanks for having me to understand the situation.
@balendramashahary1005
@balendramashahary1005 Жыл бұрын
Wright sister.
@gayatrilahkar9573
@gayatrilahkar9573 Жыл бұрын
Ekdom saca kaise
@harikantagogoi2607
@harikantagogoi2607 Жыл бұрын
Eibeli to pattan nishit
@bhabanandabordoloi5112
@bhabanandabordoloi5112 Жыл бұрын
Good news
@harikantagogoi2607
@harikantagogoi2607 Жыл бұрын
Burbok keitai kiba janilehe..... Ahise bor neta boni rajniti kari desh chalabaloi.....
@rezabulkarim2147
@rezabulkarim2147 Жыл бұрын
Honestly is power
@manujdas3004
@manujdas3004 Жыл бұрын
Kiman je goo khudoli thake sanbadik bilake.
@purnanandarajkhowa8712
@purnanandarajkhowa8712 Жыл бұрын
বুজিলো!
@tankswargohain6701
@tankswargohain6701 Жыл бұрын
ভবেশ কলিতাক গ্ৰেপ্তাৰ কৰিব লাগে অতি সোনকালে।
@girindeka4444
@girindeka4444 Жыл бұрын
Faltu neta
@munmigogoi2377
@munmigogoi2377 Жыл бұрын
God bless you viktor
@brojenray5921
@brojenray5921 Жыл бұрын
নেতা বোৰ খালি ধৱা তুলশিৰ পাত সাজে।
@nomikonwar6739
@nomikonwar6739 Жыл бұрын
Voi korela
@dhrubatalukdar72
@dhrubatalukdar72 Жыл бұрын
moi physially chalanged apuni kiba help korobi papibo neke kam kori lage fokotiya nalage apunar ambis.... ki hoi law kar hoi bohute jane. purona kitab try koribo lage best wishes.....
@abbaskhanassam7398
@abbaskhanassam7398 Жыл бұрын
aadalotok mur falor pora salam. aadalot khodai niropekhyo hobo lage aaru khoittor pokhyot thakibo lage.
@sonavlogs6181
@sonavlogs6181 Жыл бұрын
Ain ankua he hbolge sobor karne homn..🙏🙏🙏
@nazimahmad7346
@nazimahmad7346 Жыл бұрын
দেখিলেই ধান্দাবাজ যেন‌ লাগে😜
@bimald1
@bimald1 Жыл бұрын
সুবোধ, হেৰা
@uddhabsarma3991
@uddhabsarma3991 Жыл бұрын
পুলিচৰ পাৱাৰ আমাৰ সাধাৰণ মানুহৰ ওপৰতহে । অবশ্যে তেওঁলকো স্বাধীন নহয় ।
@pranitakalita800
@pranitakalita800 Жыл бұрын
Xosa katha aibor
@Ramayanbarman5255
@Ramayanbarman5255 Жыл бұрын
High court zindabad 🙏balor bhavesh johora
@borannyagogoi4893
@borannyagogoi4893 Жыл бұрын
Laj nai
@dipankarboro1109
@dipankarboro1109 Жыл бұрын
Victor & Jaya winer b j p sorkar failor.
@janardonborgohain3801
@janardonborgohain3801 Жыл бұрын
Ei utpal medhi bulajon kot o aji?
@videoassamese.123
@videoassamese.123 Жыл бұрын
TET December2022🙏Assam Tet নহয়।kzbin.info/www/bejne/iaGrh2ajq6agodU
@subratachoudhury3999
@subratachoudhury3999 Жыл бұрын
Dadagiri thanda hol. Positiont thakote dadagiri koribo nelaga. Kiya no mlak jikai raije. Aru raijor logot ketiao jujibo nalage.
@pranabgogoi6283
@pranabgogoi6283 Жыл бұрын
Bhabesh kalitar biruddhae Ona ovijug bur Satya buli proman hoisae . Teu jiman jukti nedekhuak kio , teur kotha ami biswas nokoru.
@dadulali7296
@dadulali7296 Жыл бұрын
Aji xokolo olai poril
@user-me3dw8ui9w
@user-me3dw8ui9w Жыл бұрын
Police haha hanhi uthe hunile....dukhik toh arrest kribo nuwarei Katya o...rastar a niaporadhi ata k uthai loi😂😂
@surajitdeymagicshow8105
@surajitdeymagicshow8105 Жыл бұрын
Tur subut tur ghorot tho ,,
@utpaldeka5628
@utpaldeka5628 Жыл бұрын
More of politician are sor .....
@lakshmanbaruah8961
@lakshmanbaruah8961 Жыл бұрын
Vobesh kalita dangaria,apunar voy asil Karone regd. Kora nasil,apuni ajoni sualir Kotha misha buli proof koribo nuarile bor lajor kotha
@biswajitpegu6387
@biswajitpegu6387 Жыл бұрын
Bobesh kolita is nounchance
@tapandas908
@tapandas908 Жыл бұрын
Eman low
123 GO! Houseによる偽の舌ドッキリ 😂👅
00:20
123 GO! HOUSE Japanese
Рет қаралды 5 МЛН
SCHOOLBOY. Последняя часть🤓
00:15
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 13 МЛН
Please Help Barry Choose His Real Son
00:23
Garri Creative
Рет қаралды 21 МЛН
🔥🔥🔥
30:08
NMP 0.1
Рет қаралды 631 М.