দেউতাকৰ সৈতে স্কুটীৰে গৈ থকাৰ সময়তে মৰ্মান্তিক ঘটনা

  Рет қаралды 32,234

Asom Live 24

Asom Live 24

6 күн бұрын

দেউতাকৰ সৈতে স্কুটীৰে গৈ থকাৰ সময়তে মৰ্মান্তিক ঘটনা। জ্যোতিনগৰৰ এটা উন্মুক্ত নলাত উটি গ’ল ৭ বছৰীয়া এটি শিশু। পুত্ৰৰ সন্ধান লাভ নকৰাত শোকত ভাগি পৰিছে পিতৃ-মাতৃ।
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 24
@rakibulhussain9815
@rakibulhussain9815 4 күн бұрын
কি শব্দ লিখিম😢 কি বুজাম মা-দেউতাক 😭
@chinmoydas4475
@chinmoydas4475 4 күн бұрын
বিপদৰ সময়ত কোনেও ৰাজনীতি কৰণ কৰিব নালাগে। সকলোৱে মিলি সমস্যাৰ সমাধান কৰিব লাগে।
@puspadhardowarah1932
@puspadhardowarah1932 4 күн бұрын
এইয়ে অসমৰ উন্নয়ণ।ভাৰতৰ ভিতৰত পাচ খনৰ ভিতৰত এখন।
@Foodu_soul_2005
@Foodu_soul_2005 4 күн бұрын
হয় বাইদেউ ঠিকে কৈছে আপুনি কিন্তু আপুনি জানে নে দিল্লীত কেইজন মানুহ নলাত পৰি মৰিছে ।গতিকে দায়িত্ব ইমানে আপোনাৰ ।মেক আপ লিপষ্ঠিক সানি যে দায়িত্ব সামৰিলে আপোনাক জয়ী কৰাৰ সুফল দিলে আজি ধন্যবাদ বাইদেউ
@mrinmoydas9243
@mrinmoydas9243 3 күн бұрын
Bjp hotao , log bosao
@rakibulhussain9815
@rakibulhussain9815 4 күн бұрын
বাইদেউ আপুনিওঁ কিন্তু কুইন বাইদেউৰ নিচিনা কথাৰ শোৰ😂 কিন্তু পৰিয়ালৰ এতিয়া কি অবস্হা ? কি দুখৰ কথা😢
@bontisarmah7541
@bontisarmah7541 4 күн бұрын
বেলেগক শুধিলে,ও গম পাবা তেওঁক এতিয়া দিগদাৰী নকৰাই ভাল
@Foodu_soul_2005
@Foodu_soul_2005 4 күн бұрын
দুখ লাগিছে বুলি যে কলে বুজি নাপালো দে ,কাৰ ভুলৰ কাৰণে এনেকুৱা হল আজি, ৰাজনীতি ৰাজনীতি আৰ। কেৱল ৰাজনীতি সিঁহতৰ ।নিজৰ হলে হে গম পালে হয় কিমান ৰাজনীতি কৰে হে ভগৱান ।
@binodsaikia1882
@binodsaikia1882 4 күн бұрын
জন্ম মৃত্যু কেতিয়া হয় কোনেও নেজানে।
@tapanbarman3404
@tapanbarman3404 4 күн бұрын
Bijuli r alop basi hoise labal tair new sansad hoi Abe maak joni 8 yrs r lora xandhan hin but bijuli r mukhot dux nai are ji joni maiki r ati xoru lorar le dux nalagil maak bapek k xantana dibo nuarile tai aru janata r le ghenta kam karibo new politics xalise noh uri ase basi nuribo are alop 2 dux kar tair putek jiyak r hole buji pale hoi ajoni maak r dux
@manashinath7106
@manashinath7106 4 күн бұрын
কণমানিটোৰ ক্ষতি তকৈ এওঁলোকৰ ৰাজনীতিহে বেছি হৈছে .. কংগ্ৰেছৰ দিনত টু এনে ঘটনা হোৱায়ে নাছিল
@mrinmoydas9243
@mrinmoydas9243 3 күн бұрын
Bjp hotao , log bosao
@punjanbaruah9427
@punjanbaruah9427 4 күн бұрын
ববিতা শৰ্মাৰ দিনত হোৱা নাছিল দেই 😂😂😂😂
@montudutta7017
@montudutta7017 4 күн бұрын
👍👍👍👍👍👍
@irarupumoon8598
@irarupumoon8598 4 күн бұрын
Bhogobanr lila dukh nokoribo tr mitru asil sage anekoi .kopalr likhn apuni my naikia koribo nuwaru .bhut dukh lgise l
@SonaliPegu-uy3lr
@SonaliPegu-uy3lr 4 күн бұрын
He prabhu
@khirodadas-rt9fe
@khirodadas-rt9fe 3 күн бұрын
Bijuli. .
@BISHWAJITDUTTABABA-gw5te
@BISHWAJITDUTTABABA-gw5te 4 күн бұрын
GUWAHATI IS THE MOST UNPLANNED CITY' IN INDIA.
@NaturalLoversVlogs
@NaturalLoversVlogs 4 күн бұрын
Flood muktu nohobo sage amar axom
@TarunPayeng
@TarunPayeng 4 күн бұрын
Nije kuwa bjpr bipolata bur,,
@khirodadas-rt9fe
@khirodadas-rt9fe 3 күн бұрын
O. Baidew Val. Ne.
@ratuldas9939
@ratuldas9939 4 күн бұрын
Bul amar bhut ase
Who has won ?? 😀 #shortvideo #lizzyisaeva
00:24
Lizzy Isaeva
Рет қаралды 14 МЛН
Я нашел кто меня пранкует!
00:51
Аришнев
Рет қаралды 4 МЛН
LOVE LETTER - POPPY PLAYTIME CHAPTER 3 | GH'S ANIMATION
00:15
Behar bari out post Artist Mukut Da Hve new  getup , looks amazing
12:52