দলৰ দায়িত্ব পুৰণা নেতাৰ হাতত নিদিলে সিদ্ধান্ত ল’বলৈ সাজু হৈছে পুৰণা নেতা-কর্মীসকল।

  Рет қаралды 79,531

Pratidin Time

Pratidin Time

Күн бұрын

ন-বিজেপি আৰু পুৰণা বিজেপিৰ সংঘাতে লৈছে পুনৰ ভয়ংকৰ ৰূপ। পুৰণা নেতা-কর্মীক এইদৰে উলাই কৰি থাকিলে কঁপি উঠিব বিজেপিৰ বৰভেটি। এইদৰেই বিস্ফোৰণ ঘটাই উজনি অসমত ইখনৰ পিছত সিখন ৰুদ্ধদ্বাৰ বৈঠকত বহিছে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই। পুৰণা নেতা-কর্মীৰে মিলিত হৈ জ্যেষ্ঠ নেতাজনৰ স্পষ্ট সকীয়নি- দলৰ দায়িত্ব পুৰণা নেতাৰ হাতত নিদিলে সিদ্ধান্ত ল’বলৈ সাজু হৈছে পুৰণা নেতা-কর্মীসকল।
#Pratidintime #assamnews #rajengohain #bjp

Пікірлер: 123
@BhagyaBora-s4l
@BhagyaBora-s4l Ай бұрын
কিবা সুবিধা দিলে মনে মনে থাকিব ।। উদাহৰণ স্বৰুপে Aims খন ৰ সময়ত গম পোৱা গৈছিল ।।
@kishoridas6447
@kishoridas6447 Ай бұрын
ক'ৰবাত ৰাজ্যপাল কৰি দিলে লগে লগে জুইকুৰা নুমাই নগলেই ৰক্ষা।
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
তেওঁ ৰাজ্যপাল হোৱাৰ যোগ্য ব্যক্তি নহষ। ৰাজ্যপাল হোৱাৰ গুন গৰিমা তেওঁৰ গাত নাই। তেওঁ বিদ্ৰোহ কৰিছে পৰোক্ষভাৱে পুত্ৰক ভালদৰে সংস্থাপন কৰিবলৈ। তেওঁৰ গতি অশোক শৰ্মাৰ দৰেই হ'বগৈ যেন লাগিছে।
@AkhilTalukdar-y4r
@AkhilTalukdar-y4r Ай бұрын
Tumi bagori vaal powa neki
@girishchtalukdar2574
@girishchtalukdar2574 Ай бұрын
Right
@rambalram2610
@rambalram2610 Ай бұрын
ৰাজেন গোহাঁই জিন্দাবাদ....!!! তেখেত বিজেপি ৰ এজন পৰ্বত সম নেতা...🙂🙂🙂 বিজেপিৰ উত্থান, পৰিচয়, বিজেপিৰ গ্ৰহণ যোগ্যতা ইত্যাদি ধৰি বিজেপিৰ নদী খন ৰাজেন গোহাঁইৰ দৰে নেতাই বোৱাই ৰাখিছিল... 😢😢 তাৰ বাহিৰেও আমি এনে কিছু পুৰণি ছাত্ৰ নেতাক যেনে মহেন্দ্ৰ কোঁৱৰ হঁতক জানো যি সকলে RSS ৰ হৈ বহুত কাম কৰিছিল... কিন্তু তেওঁলোকে একো নেপালে....🤔🤔🤔 পাবত গজা কংগ্ৰেছৰ দালাল কিছুমানে নিজৰ মাজতে সকলো ভাগ বতৰা কৰি খাই পেলাইছে....🙂🙂🙂 ইয়াৰ বাবে দায়ী হেমন্ত... 😮😮😮 হেমন্ত ই নিজকে অসমৰ সৰ্বে সৰ্বা বুলি দিল্লীক পতিয়ন নিয়াইছে.... আৰু সম্পূৰ্ণ ৰাজনৈতিক পাৱাৰ চল চাটোৰিৰে নিজৰ মুঠিত কৰি... পুৰণা বিজেপি সকলক একাসৰিয়া কৰিছে.....🤔🤔🤔 ইয়াৰ প্ৰতিফল বিজেপি ইয় নিশ্চিত ভুগিব লাগিব...!!! অৱশ্যে ইয়াৰ বাবে কিছু পৰিমাণে দায়ী নৰেন্দ্ৰ মোদী আৰু অমিত ছাহ ও.... তেওঁলোকে ছিত কিতাৰ আশাত হেমন্তৰ হাতত সকলো দি এৰি দিছে...- তুমি যি কৰা সেয়াই ভাল, আমাক মাথো ৰাজ্য খন আৰু MP চিট কেইটা লাগে....🙂🙂🙂 ইয়াৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি এজনে, ক্ষমতা নিজৰ লগত ৰখাকে আদি কৰি, সুৱে বাওৱে সম্পত্তিৰ পাহাৰ গঢ়ী লৈছে......😮😮😮😅😅 দুষ্টৰ মাত্ৰ দুদিন.... সন্তৰ হে চিৰ দিন....😅😅😅😂😂
@kusheswarnath4034
@kusheswarnath4034 Ай бұрын
সৰ্বানন্দ সোণোৱাল বিজেপিলৈ নহা হলে অসমত কোনো দিনে বিজেপিৰ চৰকাৰ নহ'ল হেঁতেন।
@kishoridas6447
@kishoridas6447 Ай бұрын
@@kusheswarnath4034 সঠিক কথা কৈছে।। ১০০% শুদ্ধ কথা।। ধন্যবাদ।।
@AnujNath-tx6ln
@AnujNath-tx6ln Ай бұрын
যিকোনো এটা পদ দিয়ক সকলো ঠাণ্ডা হৈ যাব
@taradoi7957
@taradoi7957 Ай бұрын
যি কম সঁচা কম ।-------------- বিজেপি দলৰ পুৰণি কমী'সকলৰ অদূৰদৰ্শীতাৰ বাবেই এই অৱস্থা । দলৰ কিছুমান নীতিৰ প্ৰয়োজন ।যোগদান কৰাৰ পিছত অন্ততঃ ৫ বছৰলৈ কোনো দায়িত্ব দিব নেলাগে ।তেনেকুৱা আইন নথকাৰ বাবেই আজি এই অৱস্থা ।
@Eve-d2e
@Eve-d2e Ай бұрын
@@taradoi7957 আজিৰ তাৰিখত অসমত আটাইতকৈ শক্তিশালী দলটোৱেই দেখোন বিজেপি। কংগ্ৰেছ,অজাপ, ৰাইজৰ দল আদিবোৰ সঁচা অৰ্থত বিজেপিৰ বিকল্প হ'ব পাৰিছেনে? ৰাজেনঢ়গোহাঁইৰ এইটো পুৰণি বেমাৰ। মাজে মাজে উক্ দিয়ে।
@yuvasripatir7769
@yuvasripatir7769 Ай бұрын
U r right
@educationforallassam9691
@educationforallassam9691 Ай бұрын
hosa kotha...100%
@amritphukan516
@amritphukan516 Ай бұрын
সচাঁ কথা
@amalloying5806
@amalloying5806 Ай бұрын
এখেতে কিবা এটা পদ বিচাৰিছে। দিলেই ঠাণ্ডা হৈ যাব। অৱশ্যে এওঁক একো নিদিলেও একো ক্ষতি কৰিব নোৱাৰে দলৰ।
@usermridul41
@usermridul41 Ай бұрын
এইজনে দলটো ভঙাৰ চেষ্টা বহু দিনৰ পৰাই কৰি আহিছে ।নিজে একো কৰিব নোৱাৰিলে কিন্তু লোকে ঠনধৰি উঠোৱা দলটো ভাঙি ঠানবান কৰিবলে অপ্ৰান চেষ্টা কৰি আছে ।
@ranjitporgohain8774
@ranjitporgohain8774 Ай бұрын
মই এই কথাটো মানিছো।।
@NivaManiDas-v4f
@NivaManiDas-v4f Ай бұрын
Good step👍
@salmakhanam73
@salmakhanam73 Ай бұрын
Rajen gohain Zindabad
@pavanbordoloi461
@pavanbordoloi461 Ай бұрын
ৰাইজ এতিয়া বিজেপি লগত লবি কেন্দিক নহয়
@khanindramedhi8083
@khanindramedhi8083 Ай бұрын
100% right
@MonujSaikia-s4u
@MonujSaikia-s4u Ай бұрын
Good decision....😮😮😮
@prabinmallabaruah8845
@prabinmallabaruah8845 Ай бұрын
আপোনালোকে এনেয়ে চিঞৰি থাকে, বৰ্তমান নেতৃত্বৰ গাৰ নোম এডালো লৰাব নোৱাৰে । আপোনা লোকৰ ধন বল আছে নে জন বল আছে যাৰ সহায়ত যুজিব পাৰিব? দিল্লীলৈ এবাৰ মাতি নিলেই সকলো শেষ ।
@BHUPENTALUKDAR-zy3sc
@BHUPENTALUKDAR-zy3sc Ай бұрын
বুঢ়া হাইলা , কাম নাই ।
@NayanjyotiPegu-kt8po
@NayanjyotiPegu-kt8po Ай бұрын
Right sir
@Dhankhuni
@Dhankhuni Ай бұрын
Very good
@umakantabarmahela1346
@umakantabarmahela1346 Ай бұрын
Yes
@Kahinur-sh6zk
@Kahinur-sh6zk Ай бұрын
দাদা আপুনি এইমচ্ খন নাৰাখি, ৰেল মন্ত্ৰী হল ইয়াৰ পিছত কি আশা কৰিব পাৰি |
@pratapborthakur8015
@pratapborthakur8015 Ай бұрын
Right
@Nirmalkumarray2000
@Nirmalkumarray2000 Ай бұрын
গছ পুলি এটা ৰুই থলে গছপুলি ডাল স্বাস্থ্যবান হৈ নুঠে।।।পুৰণা কৰ্মী হৈ অসমত আপোনাৰ কিমান জনপ্ৰিয়তা আছে।।।কেৱল পুৰণা কৰ্মী হৈ যদি খেতি বাৰীৰ পুতলা হৈ থাকা তেন্তে পদ বা দায়িত্ব পাবা নেকি????মই 2012 চনৰ পৰাই বিজেপিত আছো সেইবুলি মই কম নেকি যে মোতকৈ হিমন্তই বিজেপিত পিছত জইন কৰিছে গতিকে মোক প্ৰথমে মূখ্যমন্ত্ৰী পদ লাগিব বুলি???? যোগ্য ভোগ্য বসুন্ধৰা বুলি এষাৰ কথা আছে।বিজেপিৰ নিয়মেই সেইটো।।।যাৰ যি পদত যোগ্য তাক সেই স্থানত দিয়া হয়।গতিকে ৰাজেন গোসাই পুৰণি কৰ্মী হৈ যদি ৰাইজে চিনি নাপায় বা জনপ্ৰিয়তা নাই তেন্তে আপোনাক কিয় টিকট দিব।যোগ্য জনকহে টিকট দিব।।।আগতে নিজকে যোগ্য কৰি লৈ পিছত পদ বিচাৰিবা।
@nilutpalbaruah9747
@nilutpalbaruah9747 Ай бұрын
Murkho ki koise vlkoi xuni lo
@yogeshborpatragohain6775
@yogeshborpatragohain6775 Ай бұрын
Lamto faura 1500 tokiya vikhare
@Batihaloi18
@Batihaloi18 Ай бұрын
এইবোৰ বুঢ়াৰ লোভৰ বাবেই দল খতি হয,নাৰি কেলেংকাৰীত পৰি তিকেত কতাই লাজ পোৱা নাই , ইযাৰ মুৰৰ মতিভ্ৰম হৈছে আৰু বযস হলে হযো ,অলপ ভুল বকে ,ইযাৰ মতে নতুনক দলৰ দায়িত্বভাৰ দিৱ নালাগে তেতিয়া হলে ৰাজেন গোঁহাই থকালৈই লৰাই ঘৰত বিয়া ও পাতিৱ নোৱাৰে কাৰন নতুনত্বৰ দৰকাৰ নাই নহয
@jupango460
@jupango460 Ай бұрын
RIGHT
@atulhazarika4227
@atulhazarika4227 Ай бұрын
ৰাজেন গোঁহাইক গৰ্বণৰ লাগে। বহু খাতনি ধৰিও অঙ্ক মিলাব পৰা নাই।
@Eve-d2e
@Eve-d2e Ай бұрын
কিছুমানৰ গঢ়া অভ্যাস আৰু কিছুমানৰ ভঙা অভ্যাস। সময়ে সময়ে আমাৰ ৰাজেনদাই কি যে নকৰে!
@KRay-g7t
@KRay-g7t Ай бұрын
কিমান লুটিৱা আৰু বাদ দিয়া হে
@pronabjyotimahanta4308
@pronabjyotimahanta4308 Ай бұрын
পুৰণি ফকটীয়া নাম নজনা চোৰ এইকেইটাক কোনে চিনি পায়??সৰ্বা হিমন্ত নাথাকিলে বিজেপিক কোনেও চিনি নাপালে হয়।
@DIGAMBARMEDHI
@DIGAMBARMEDHI Ай бұрын
বিষ নোহোৱা সাপৰ ফোপনীয়ে সাৰ।
@madanchandrakarjee2283
@madanchandrakarjee2283 Ай бұрын
নতুন দল কৰিব পাৰে
@AmarSarania-l3t
@AmarSarania-l3t Ай бұрын
👏👏👏👏👍✊
@dipubora3518
@dipubora3518 Ай бұрын
এইজন কেনেকুৱা মানুহ অসমৰ ৰাইজে ভালকৈ জানে 😅
@munindradeka6123
@munindradeka6123 Ай бұрын
100/
@hiranyabaruah3085
@hiranyabaruah3085 Ай бұрын
দিয়ক দিয়ক ৰাজেন গোঁহাইকে গোটেই দেশৰ দায়িত্ব দিয়ক। তেওঁ হে দলৰ মানুহ আছে।
@jitusarmah7454
@jitusarmah7454 Ай бұрын
এইজনৰ কাম নাই । নিজে একো কৰিব নোৱাৰে আনে কৰিলে জ্বলন হয় ।
@alamali773
@alamali773 Ай бұрын
Ok
@BinudPatar-b2w
@BinudPatar-b2w Ай бұрын
অটল বিহাৰী বাজপেয়ী আৰু L K আদ্বানি দৰে নেতাৰ বাবে হে এইজন MP বনাই আছিলোঁ। নহ'লে এইজনক কোনে ভোট দিব 😂
@pinkisarmah8400
@pinkisarmah8400 Ай бұрын
Beserar vuk lagise kibaeata de himontor
@nizamkazi4889
@nizamkazi4889 Ай бұрын
Hosa kotha koise rajen da
@sonowalguwahativlog5320
@sonowalguwahativlog5320 Ай бұрын
Ami new Cm bisaru
@pinkisarmah8400
@pinkisarmah8400 Ай бұрын
B j p mane himontor tumakukor kamnai
@BiswajitsaikiaBiswa
@BiswajitsaikiaBiswa Ай бұрын
This is called Tug of war in politics
@nripendas9926
@nripendas9926 Ай бұрын
পিয়োজ হাজৰিকা কত লুকালে?
@arhan-alriadzodder9174
@arhan-alriadzodder9174 Ай бұрын
Piyoj nohoy. #Uporor_Mal_Hoy
@NIKETANPAUL-j8o
@NIKETANPAUL-j8o Ай бұрын
BIG BUSTERD
@BenudhorGogoi-y7y
@BenudhorGogoi-y7y Ай бұрын
Himanta ohar porai puroni neta aloi athani hol ........
@ParthaFF45
@ParthaFF45 Ай бұрын
টকালুটি পুতি খালি নতুন চামক আগুৱাই যাব দিয়ক |
@bubulkardong8382
@bubulkardong8382 Ай бұрын
Purana manuhe dolok beya kobo nuware o dada
@ProvinProdsnia
@ProvinProdsnia Ай бұрын
নিজৰ নাক কাটি সতীনৰ যাএ। কৰিব খোজা কথা।
@SwapanBasumatry
@SwapanBasumatry Ай бұрын
❤❤❤
@kamalahmed1278
@kamalahmed1278 Ай бұрын
Khabo nepale petor bikh sobor hoy
@khagebhaientertainment9516
@khagebhaientertainment9516 Ай бұрын
E ata kam nokra manhu ।।
@jitubarman6162
@jitubarman6162 Ай бұрын
অগপ+কংগ্ৰেছ= বিজেপি
@BiswajitsaikiaBiswa
@BiswajitsaikiaBiswa Ай бұрын
I think he wants something
@cyber9345
@cyber9345 Ай бұрын
Right 👍 but kotha hoisa experience manuh k power dibo lga.. anai korbar pora ahi minister hwa han bhab hoi kisuman
@uttamgogoi1128
@uttamgogoi1128 Ай бұрын
Pogel Sarkar
@paragdas9337
@paragdas9337 Ай бұрын
Ki sartha luvi manuh vi
@AmjadAligh
@AmjadAligh Ай бұрын
Good👍
@rintumajumder4514
@rintumajumder4514 Ай бұрын
CM ai cogress pora aha
@biswadeka6753
@biswadeka6753 Ай бұрын
BJP বুলি একো নোহোৱা হোৱাৰ পৰাই সাংসদ হিচাপে সন্মান কৰিব লাগিব ।
@bharatchandagogoi2739
@bharatchandagogoi2739 Ай бұрын
সচা ক
@abdurrouf2996
@abdurrouf2996 Ай бұрын
Etiya he gom pale neki?
@pikusaikia5953
@pikusaikia5953 Ай бұрын
প্ৰতিদিনে বাতৰি পৰিৱেশন কৰি কি ভাল পাইছে😂😂
@dreamShddch
@dreamShddch Ай бұрын
তুমি আকৌ নিউজ লাইভৰ ৰিণিকি ৰিণিকি নাচটো চাই ভাল পোৱা 😂😂😂😂
@bijukumarmali8786
@bijukumarmali8786 Ай бұрын
😂😂😂😂
@Mimbrangboro4589
@Mimbrangboro4589 Ай бұрын
Eta jono khomagom kori dekhewaksoon kiman supporter aase dekha pabo.
@RishikeshDas-q8u
@RishikeshDas-q8u Ай бұрын
Sangbidhan nama dol dorkar nai
@pavanbordoloi461
@pavanbordoloi461 Ай бұрын
Kam ni
@biltudebnath8999
@biltudebnath8999 Ай бұрын
আপোনাক, হোজাই লঙ্কা লামডিং বনাইছিল দাদা MP, আমি বেংগলী মানো CM Sir লগত আছোঁ
@LilimaPandit-n5s
@LilimaPandit-n5s Ай бұрын
Rajenor only podovi lage 3cls mano aijon
@bcgogoi4256
@bcgogoi4256 Ай бұрын
AIIMS r karane Rahat manuh mori gol , result ki pale raije.
@GoswamiPradip-k9s
@GoswamiPradip-k9s Ай бұрын
Gohain deu,apuni burha hol aru ajon apodartha u,iman din m p hoi apuni ako koribo nowarile aru nari kelenkari t jorito hoi charitra hin buli porichoi dile.Ajir tarikh t apuni ajon arthohin manuh.apuni rajniti bad diok,ajir date t aponar kono grahan jogyota nai.
@HimangshuDas-kw4di
@HimangshuDas-kw4di Ай бұрын
You talk outh Korea Lagl
@girishchtalukdar2574
@girishchtalukdar2574 Ай бұрын
Now where is BJP. All are outcomer. All are coming from dustbin
@TimePass-qo7ch
@TimePass-qo7ch Ай бұрын
Sakir lubhat jump kori thaak
@mintugogoi5156
@mintugogoi5156 Ай бұрын
Mamai leng marile besera kitak
@snehawishings1438
@snehawishings1438 Ай бұрын
Biscut lage
@nayankaibarta3206
@nayankaibarta3206 Ай бұрын
Burah baghor ako kam nai...
@salimindiaoo.1451
@salimindiaoo.1451 Ай бұрын
😂😂😂
@BijitSaikia-x2e
@BijitSaikia-x2e Ай бұрын
@RishikeshDas-q8u
@RishikeshDas-q8u Ай бұрын
Kam nai aaru BJP ses ambedkar k opoman kori
@AkshendraDas-bv5ef
@AkshendraDas-bv5ef Ай бұрын
Bura bura manhu borrr ke hoishe,,,,,,,,, aram koribo lagy ,,,,,, 10000 vot o napay notun dol khulily ,,,,,,,,,,,,,,,,,,,,,,
@DebasishBhuyan-f4i
@DebasishBhuyan-f4i Ай бұрын
Ji koise gutei khini hosa kotha koise.
@chondondas5028
@chondondas5028 Ай бұрын
Ako koribo noware. Koribo pare jodi bas congress ot jabo paribo ba AGP t
@rupaksarma9722
@rupaksarma9722 Ай бұрын
jatiya rastar kukur ghrt poha hoy ...tatiya ghoror mnhyok tuk kamur dibo a..rastar kukur blk brtmnor rastat dhori ani jalor vt
@NashirAhmed-x4n
@NashirAhmed-x4n Ай бұрын
junior aru senior manibo lage
@RanjanKalita-lf1ow
@RanjanKalita-lf1ow Ай бұрын
C m sir kiba ata karak d c m diyak
@apurbabhuyan8121
@apurbabhuyan8121 Ай бұрын
Pratidin Mane Congresi. Congresi mane Pratidin🤣🤣🤣
@mukutnath1419
@mukutnath1419 Ай бұрын
Obsolete
@arindambarthakur
@arindambarthakur Ай бұрын
Dom tu nai... Dekha paise ai raij e😂😂😂
@mithunchoudhury995
@mithunchoudhury995 Ай бұрын
Toy akko karibo nuara
@DIPANKARASSAM-b5p
@DIPANKARASSAM-b5p Ай бұрын
Eyr nmot swali case Ata asl nhoi😂😂😂😂
@error404linknotfound
@error404linknotfound Ай бұрын
Good
@arunsingh-yl3zj
@arunsingh-yl3zj Ай бұрын
Right
@GopeshDeka-z9r
@GopeshDeka-z9r Ай бұрын
Right
@PpSarkar-d9w
@PpSarkar-d9w Ай бұрын
Right
Правильный подход к детям
00:18
Beatrise
Рет қаралды 11 МЛН
Cheerleader Transformation That Left Everyone Speechless! #shorts
00:27
Fabiosa Best Lifehacks
Рет қаралды 16 МЛН
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
好人小丑
Рет қаралды 54 МЛН
BJP's vote share falls drastically in Upper-Assam....
7:34
Prag News
Рет қаралды 528 М.
দিল্লীত বিজেপিৰ বৃহৎ জয়
2:00
Правильный подход к детям
00:18
Beatrise
Рет қаралды 11 МЛН