Рет қаралды 140,341
দৰিদ্ৰতা আৰু হতাশাৰে ভৰা জীৱনক বিদায় দি সফল খেতিয়ক হ'ল ধনীৰাম চেতিয়া
ছবছৰ বয়সতে পিতৃহাৰা হৈছিল তেওঁ
ইয়াৰ পাছৰে পৰা তেওঁ যুদ্ধ কৰিছিল দৰিদ্ৰতাৰ লগত
এদিন ভোকত আনৰ বাৰীৰ পৰা কবি পাত বুটলোটে তেওঁ গিৰিহঁতৰ নৃশংসতাৰ বলি হৈছিল ৷
সেইদিনাই তেওঁ ঠিক কৰিছিল যে তেওঁ এদিন খেতিয়ক হ’ব ৷
প্ৰথমে চাৰিবিঘা নদীপৰীয়া মাটি আনৰ পৰা লিজত লৈ আৰম্ভ কৰিছিল ভোট জলকীয়া খেতি ৷
এতিয়া তেও ২৫ বিঘা মাটিৰ গৰাকী ৷ এই যুৱ খেতিয়ক জনৰ নাম ধনীৰাম চেতিয়া । ঘৰ তিনিচুকীয়াৰ পেঙেৰীত ৷
বিলাহী -বেঙেনাৰ পৰা আৰম্ভ কৰি অমিতা মাকৈলৈকে ধনীৰামৰ পথাৰত অন্তহীন খেতি ৷
ইয়াৰো পৰি শশ নাৰিকল /আম / তামুল /বগৰী গছৰে উদ্যান শস্যৰ পথাৰ ৷
লগতে লোকেল কুকুৰা আৰু ছাগলী ফাৰ্ম ৷
দৰিদ্ৰতা আৰু হতাশাৰে ভৰা জীৱনক বিদায় দি সফল খেতিয়ক হোৱা ধনীৰাম চেতিয়াৰ মনৰ কথা জানো আহক :