Рет қаралды 221,612
প্ৰাঞ্জল আৰু গায়ত্ৰী শইকীয়া নামৰ এক দম্পত্তীৰ জীৱন যুঁজৰ কাহিনী
এয়া প্ৰাঞ্জল আৰু গায়ত্ৰী শইকীয়া নামৰ এক দম্পত্তীৰ জীৱন যুঁজৰ কাহিনী ৷
এসময় কোম্পানী চাৰিকৰিৰ দৰ্মহাই সংসাৰ চলাব নোৱাৰি তেওঁলোকে আৰম্ভ কৰিলে লোকেল কুকুৰা আৰু হাঁহৰ ফাৰ্ম ৷
মাত্ৰ ১২ টা কুকুৰাই আৰম্ভ কৰা এই ফাৰ্মৰ পৰা এতিয়া একোটা মাহত বিক্ৰী কৰে ৮০০ৰো অধিক পোৱালি ৷ একেদৰে বিক্ৰী কৰে হাহঁৰ পোৱালিও ৷
এতিয়া লখিমপুৰৰ মৈদমীয়াৰ এই শইকীয়া দম্পতীয়ে একোটা মাহত উপাৰ্জন কৰে ৬০ হেজাকৈ টকা ৷ আহকচোন তেওঁলোকৰ মনৰ কথা জানো
uparjan.in