মোৰ অতিকৈ প্ৰিয় অভিনেতা ৷ তেখেতে আৰু বহু বছৰলৈ নাটক কৰি যাওক ঈশ্বৰৰ ওচৰত তাৰেই কামনা কৰিছো ৷
@bhairabbaishya19053 жыл бұрын
চম্পাক দাৰ নাটক থাকিলে বহু বাট অতিক্ৰম কৰি হলেও উপভোগ কৰোঁ ৷ মঞ্চ জগতৰ এজন সুদক্ষ অভিনেতা ৷ যাৰ অভিনয়ে দৰ্শকক আপ্লুত কৰে ৷
@Kaushik6324 жыл бұрын
মোৰ প্ৰিয় নাট্যকাৰ আৰু প্ৰিয় অভিনেতা❤️
@pawanbordoloi18514 жыл бұрын
মোৰ অতিকৈ প্রিয় শিল্পী❤️ ধন্যবাদ DD ASSAM
@PIXELEXPRESSION4 жыл бұрын
It's good that you have brought such a genuine personality into your program....He is one of the finest actor in Assamese theatre industry and is very rarely seen in TV interviews
Dadak mor bohut val lage aru ovenay bor sokut vahi thake moi dada jote ahe tate sabo jau a kintu gadhuli tiket katiba gali teket a napy bahut kosta kori sau kiba ata val lage