মাজুলীৰ সত্ৰ সুৰভি | খণ্ড ১ | MAJULIR SATRA SURABHI | EP 1

  Рет қаралды 14,549

DD ASSAM

DD ASSAM

Күн бұрын

Пікірлер: 21
@japanchandrabora7502
@japanchandrabora7502 2 жыл бұрын
মাজুলীৰ নিৰ্মল আকাশ, আধ্যাত্মিক বতাহ, অৰ্হনিশে গুঞ্জৰিত সত্ৰৰ হৰিনাম ধ্বনি, ভক্তি বিগলিত গদগদ কণ্ঠৰ সত্ৰাধিকাৰ প্ৰভুসকলৰ আধ্যাত্মিক চিন্তা-ভাৱনা, শিশু ভকতসকলৰ সাংস্কৃতিক সাধনা, এই সকলোবোৰৰ সাৱলীল বৰ্ণনা আৰু ভিডিঅ'ৰে মহাপুৰুষ গুৰু দুজনাৰ স্মৃতি বিজড়িত প্ৰৱিত্ৰ মাজুলীক উপস্থাপন কৰা গোস্বামী দেৱক অশেষ ধন্যবাদ। জয় গুৰু শংকৰ সৰ্ব গুণাকৰ যাকেৰি নাহিকে উপাম । তোহাৰি চৰণক ৰেণু শতকোটি বাৰেক কৰোহো প্ৰণাম ।
@pranjitdas9681
@pranjitdas9681 7 ай бұрын
Srimanta Sankardev Gurujona amar asomiya jati r babe ek ishwar'r aashirbaad ❤️ Jai Guru Sankar... Krishno Krishno..
@pradipgogoi3182
@pradipgogoi3182 Жыл бұрын
মাজুলী সত্ৰলৈ কুটি কুটি বাৰ প্ৰণাম জনাইছো কৃষ্ণ, কৃষ্ণ, কৃষ্ণ বাপ।
@ChakradharSaud-qq1rj
@ChakradharSaud-qq1rj Жыл бұрын
Very nice video.
@samarhaz8608
@samarhaz8608 Жыл бұрын
Proud majulian
@porikhitaboruah5125
@porikhitaboruah5125 2 жыл бұрын
সত্ৰ নগৰী মাজুলীলৈ কৌটি কৌটি প্ৰণিপাত ।কৃষ্ণ কৃষ্ণ।
@somethingnew6691
@somethingnew6691 2 жыл бұрын
Val lagil👍
@junumech653
@junumech653 2 жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏প্ৰভূ ঈশ্বৰপণাম অতি সুন্দৰ কৃষ্ণ কৃষ্ণ
@BabolDas-er4zg
@BabolDas-er4zg 8 ай бұрын
গীতাত লিখা আছে কৰ্মকাণ্ড আৰু ব্ৰত উপবাস,প্ৰিণ্ডদান ,শ্ৰাদ্ধ,পৃতপূজাক নিষেধ বুলি । ইয়াৰ পৰা কোনো শান্তি ,সিদ্ধি আৰু গতি নাই । তথাপিও জনসমোদায়ে ইয়াকে কৰি আছে।
@mrigankacreation1955
@mrigankacreation1955 Жыл бұрын
I love my majuli
@shyamantabora6421
@shyamantabora6421 3 жыл бұрын
Real peaceful place
@rupamdas4885
@rupamdas4885 2 жыл бұрын
Krishna
@nilutpolsaikia3678
@nilutpolsaikia3678 3 жыл бұрын
Kune kobo jjjjj sootradikar only goswami sarma kioo hoo
@প্ৰতিভাৰপাঞ্চৈ
@প্ৰতিভাৰপাঞ্চৈ 3 жыл бұрын
প্ৰথমতে আপুনি কক সকলো ভকত হব পাৰে জানো ?
@NEBOY7
@NEBOY7 3 жыл бұрын
হয় , বহুত সত্ৰ আছে যি গুৰুজনাৰ আদৰ্শ ত চলি আছে যেনে শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰ বৰঙাজুলি
@nilutpolsaikia3678
@nilutpolsaikia3678 3 жыл бұрын
Bht ase bokot jun brhmn nhoi teuluk tu nhoi and sotradikar fod tu father hola tr pist mhn jono r son hoi kihr Kotha abur re
@nilutpolsaikia3678
@nilutpolsaikia3678 3 жыл бұрын
Really thnx dada kua krna Moi reach kri Sam bru
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 59 МЛН