No video

ধান ৰোৱা মেচিনৰ সহায়ত ধানখেতি কৰক আৰু লাভবান হওক।

  Рет қаралды 64,286

Tanvi Tanaya, All in One.

Tanvi Tanaya, All in One.

Күн бұрын

ভিডিওটিত ধান ৰোৱা মেচিনৰ সহায়ত ধানখেতি কৰিবলৈ কঠিয়া পৰাৰ পৰা ৰোৱালৈকে সকলোবিলাক সুন্দৰভাৱে দেখুওৱা হৈছে।
ভিডিওটিত দিয়া তথ্য সমূহ APART, অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্র, যোৰহাট ৰ কৰ্মকৰ্তা সকলে আমাক দিয়া ধৰণে উপস্থাপন কৰা হৈছে।
আশা কৰো ভিডিওটিৰ দ্বাৰা আপোনালোক উপকৃত হব আৰু এই প্ৰযুক্তিৰে অতি কম খৰছতে ধানখেতি কৰি লাভবান হব।

Пікірлер: 61
@SayantiRabha-s8c
@SayantiRabha-s8c 11 күн бұрын
Dada assamt ay machin Guwahati Sidet pabo nki dhan rowa machine
@tanvitanayaallinone.928
@tanvitanayaallinone.928 10 күн бұрын
@@SayantiRabha-s8c পাব, আপোনাৰ জিলাত থকা কৃষি বিজ্ঞান কেন্দ্ৰত যোগাযোগ কৰক ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব।
@bimolrongpi2553
@bimolrongpi2553 3 жыл бұрын
Bahut bhal lagil
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
অশেষ ধন্যবাদ।
@someswarkhanikor8144
@someswarkhanikor8144 2 ай бұрын
অসমত এই মেনুৱেল মেচিন ক'ত পাম ?
@tanvitanayaallinone.928
@tanvitanayaallinone.928 2 ай бұрын
আপোনাৰ জিলাত থকা কৃষি বিজ্ঞান কেন্দ্ৰত যোগাযোগ কৰক।
@dharanidhardeka141
@dharanidhardeka141 3 жыл бұрын
All the best
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
Thank you.
@papuneog8924
@papuneog8924 3 жыл бұрын
A mojja
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
ধন্যবাদ।
@rajkumarpegu8679
@rajkumarpegu8679 3 жыл бұрын
ভাল লাগিল
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
আন্তৰিকতাৰে অশেষ ধন্যবাদ।
@trailokyakalita9055
@trailokyakalita9055 Жыл бұрын
Anei kothia amer fale matit lew diba e nohobo
@abhiseklampha737
@abhiseklampha737 3 жыл бұрын
Sr manual transplants machin, so this veatnam,
@plovejee
@plovejee 3 жыл бұрын
Kot knekoi log pam ba sabo parim alop gyan ahoron krne plz jonabo Dist-Dibrugarh
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
আপোনাৰ ওচৰত থকা কৃষি বিজ্ঞান কেন্দ্র ৰ লগত যোগাযোগ কৰক।
@bipulborah4521
@bipulborah4521 3 жыл бұрын
Plz call me 6006231376
@bipulborah4521
@bipulborah4521 3 жыл бұрын
Call me 6006231376
@uttamsinha4525
@uttamsinha4525 3 жыл бұрын
Bahut agotei South East Asian countries ot choliasil, etia hee Axom palehi! Natun kibahe invention korok .....
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
ধন্যবাদ।
@user-jt6fy2ub2s
@user-jt6fy2ub2s Жыл бұрын
এই্।মেচিন্্টোৰ।্দাম্্কিমান কত্্পায়্্কেনেকৈ্্পাব্্পাৰি
@tanvitanayaallinone.928
@tanvitanayaallinone.928 Жыл бұрын
আপোনাৰ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ ৰ লগত যোগাযোগ কৰক ।
@emkumarchetry3006
@emkumarchetry3006 Жыл бұрын
Sir prize to kiman pribo
@alizasonowal1639
@alizasonowal1639 3 жыл бұрын
Emn sapor kothia
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
১৫ দিনত কঠিয়া বিলাক সিমানেই ওখ হয়।
@hrishikeshkonwar1382
@hrishikeshkonwar1382 3 жыл бұрын
Normaly kothiya janakoi pari tanakoi kothiya parila kiba problem hbo nki?
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
মেচিনত ৰোবৰ বাবে কঠিয়া বিলাক mat ত পাৰিব লাগিব। mat ত কঠিয়া পাৰিবলৈ তেনেই সহজ আৰু কঠিয়া উঠাবলৈ ও সহজ।
@purneswarbaruah1112
@purneswarbaruah1112 3 жыл бұрын
Sis
@purneswarbaruah1112
@purneswarbaruah1112 3 жыл бұрын
Sistemto sai bhalai lagise .
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
@@purneswarbaruah1112 thank you.
@kingdd9640
@kingdd9640 8 ай бұрын
পিছৰ খিনি kio nedekhalr
@manikgogoi7813
@manikgogoi7813 3 жыл бұрын
Daam kiman aru kot jugajug karibo lagibo
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
Company অনুসৰি দাম বিলাক ভিন্ন ভিন্ন হয়। 1.5 - 2.5 লাখ ৰ ভিতৰত পাব। আপোনাৰ ওচৰত থকা কৃষি বিজ্ঞান কেন্দ্র ৰ লগত যোগাযোগ কৰক subsidy সৈতে ক্ৰয় কৰিব পাৰিব ।
@mallikatalukdar9317
@mallikatalukdar9317 3 жыл бұрын
Garu nai... Haal nai.... Ruoni nai.... Dauni nai....... Sabbb machine 😥😥😥😥😥
@najimali2164
@najimali2164 3 жыл бұрын
Bhal. Lagilmachintardamkiman. Kenekoipam
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
আন্তৰিকতাৰে অশেষ ধন্যবাদ। মেছিনটো ৰ দাম company আৰু model অনুসৰি ভিন্ন ধৰনৰ হয়। ১.৫ -২.৫ লাখৰ ভিতৰত পাব। যদি ক্ৰয় কৰিব বিচাৰে তেনেহলে আপোনাৰ ওচৰত থকা কৃষি বিজ্ঞান কেন্দ্র ৰ লগত যোগাযোগ কৰক। ৯২ হাজাৰ পৰ্যন্ত ৰেহাই মূল্যত প্ৰদান কৰে। এনেকুৱা বিভিন্ন ধৰণৰ ভিডিও ৰ বাবে চেনেলটি subscribe কৰিবলৈ নাপাহৰিব।
@mobilegame.kalitabipul133
@mobilegame.kalitabipul133 3 жыл бұрын
Mesinto r dam kiman
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
Company অনুসৰি দাম বিলাক বেলেগ বেলেগ হয়৷ ১.৫- ২.৫ লাখ ৰ ভিতৰত পাব।
@mobilegame.kalitabipul133
@mobilegame.kalitabipul133 3 жыл бұрын
Emi hoine
@guninborah6852
@guninborah6852 3 жыл бұрын
কঠিয়া পাৰোতে পলিথিন খন তলতে থাকিব নেকি?
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
হয়। পলিথিন খন নাথাকিলে কঠিয়া তেনেকৈ উঠাব নোৱাৰিব। পলিথিন ৰ ওপৰত মাটি দি কঠিয়া পৰাৰ বাবেই তাক mat type nursery বুলি কোৱা হয়।
@lakhyaborah8570
@lakhyaborah8570 3 жыл бұрын
১৬/১৭ ইঞ্চি পানী থকা মাটিত এই মেচিনটোৰে কঠীয়া ৰুব পাৰি নে?
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
ৰোৱাৰ আগত পানী শুকুৱাই লব লাগিব, যিহেতু মাত্র ১৫ , ২০ দিনৰ কঠিয়াহে ৰোৱা হয়।
@chongthamopen9738
@chongthamopen9738 3 жыл бұрын
I would like to be trained about it please address me
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
bandanaindst@gmail.com
@barllom5849
@barllom5849 3 жыл бұрын
Amar Assam loy ahi pale nay ekon mesin kon
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
আপুনি যদি মেছিনটো ক্ৰয় কৰিব বিচাৰিছে বা চাব বিচাৰিছে তেনেহলে, আপোনাৰ ওচৰত থকা কৃষি বিজ্ঞান কেন্দ্রৰ লগত যোগাযোগ কৰক।
@samudrabijoytaid6296
@samudrabijoytaid6296 3 жыл бұрын
Machine tu kinibor babe mobile number pam neki
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
আপোনাৰ ওচৰত থকা কৃষি বিজ্ঞান কেন্দ্রৰ লগত যোগাযোগ কৰক। ধন্যবাদ।
@bipulborah4521
@bipulborah4521 3 жыл бұрын
Plz call me 6006231376
@dhirajmoran1203
@dhirajmoran1203 3 жыл бұрын
Amazing 😱😱😱
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
Thank you.
@debajitphukon9720
@debajitphukon9720 3 жыл бұрын
আচলতে মেচিনটো হব লাগিছিল backward হ’ল forward ৷ আৰো মেচিনটো এটা সহজলভ্য নে বিজ্ঞাপনহে ৷
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
আপোনাৰ জ্ঞাতার্থে জনাব বিচাৰো যে ইয়াত কোনো বিজ্ঞাপন প্ৰচাৰ কৰা নহয়। মই এজন সাধাৰণ কৃষক। বৰ্তমান ৰোৱনী,তুলনীৰ যি সমস্যা আৰু খৰচ অনুপাতে ধানৰ যি নিম্নগামী মূল্য, এই পদ্ধতিৰে মাত্র এজন মানুহেই অতি সহজতে, অতি কম খৰচতে ৰোৱা-তোলা কৰিব পাৰি। এই ভিডিওটি ৰ লক্ষ্য আৰু উদেশ্য- কৃষক সকল যাতে ইয়াৰ দ্বাৰা অলপ হলেও উপকৃত হয়। কৃষি বিজ্ঞান কেন্দ্র সমূহত এই মেছিনটো সহজলভ্য।
@jonaigamer9820
@jonaigamer9820 3 жыл бұрын
Apunar phone number tu dibasun
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
9101974119
@babuxaikia5142
@babuxaikia5142 3 жыл бұрын
ভাল লগা নাই এইবোৰ
@bindassbanditadas9723
@bindassbanditadas9723 3 жыл бұрын
মেচিন টোৰ দাম কিমান
@tanvitanayaallinone.928
@tanvitanayaallinone.928 3 жыл бұрын
যোৰহাট, টিয়ক স্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰক, 92000 লৈকে ৰেহাই মূল্যত প্ৰদান কৰে। ইয়াৰ দাম ২.৫ লাখ।
@emkumarchetry3006
@emkumarchetry3006 Жыл бұрын
Sir prize to kiman pribo
Мы сделали гигантские сухарики!  #большаяеда
00:44
Bony Just Wants To Take A Shower #animation
00:10
GREEN MAX
Рет қаралды 7 МЛН
My Cheetos🍕PIZZA #cooking #shorts
00:43
BANKII
Рет қаралды 28 МЛН
Hokolu dhoronor machine pabo || 30% Subsidy loan pabo ||
15:29
উচুপনি
Рет қаралды 262 М.
Мы сделали гигантские сухарики!  #большаяеда
00:44