আধৰুৱা আশা | REDFM LOVE STORY BY RJ PAHI |

  Рет қаралды 83,696

Red FM Assamese

Red FM Assamese

Күн бұрын

Пікірлер: 361
@RedFMAssamese
@RedFMAssamese Жыл бұрын
1.আপোনাৰ বয়স ১৮ বছৰৰ ওপৰত হ'ব লাগিব । 2. আপোনাৰ কাহিনীটোয়ে কোনো ধৰণৰ হিংসাত্মক অথবা অপৰাধমূলক কাৰ্যকলাপক উৎসাহিত কৰিব নালাগে। 3.কাহিনীটো সামাজিকভাৱে গ্ৰহণযোগ্য হ'ব লাগিব। 4. গোপনীয়তাৰ বাবে আপোনাৰ সঙ্গীৰ নাম সলনি কৰা হ'ব। 5.এবাৰ কাহিনীটো সম্প্ৰচাৰ হোৱাৰ পাছত delete কৰা নহ'ব। আপোনাৰ চিঠিখনেই ইয়াৰ সন্মতিপত্ৰ হিচাপে গ্ৰহণ কৰা হ'ব । আপোনাৰ কাহিনীটো লিখি post কৰক Red FM Office, Jupitara Palace 1st Floor ,ABC, GS Road, Guwahati, 781005 . . . If you want to share your Love Story kindly follow the below instructions 1. You must be above 18years 2. Your story should not highlight violence or criminal case 3. The story should be socially acceptable 4. Your partner name will be changed for privacy. 5. Once story is broadcasted will not be withdrawn. Your letter is your consent Write you story and post it to Red FM Office , Jupitara Palace 1st Floor, ABC, GS Road Guwahati 781005.
@mitalithakuria1393
@mitalithakuria1393 Жыл бұрын
😊
@juntikaman
@juntikaman Жыл бұрын
77799p
@anjudoley
@anjudoley Жыл бұрын
😢
@rupabegum2017
@rupabegum2017 Жыл бұрын
Ba mr ghr me ghr gowahatit nhii...moi msgr joriote apunr agt me story to share kribo bisaro
@rupabegum2017
@rupabegum2017 Жыл бұрын
Plzz help me ..moi kenkoi mr stroy to dio
@bsgamer244
@bsgamer244 10 ай бұрын
❤❤
@udayjyotibora7561
@udayjyotibora7561 Жыл бұрын
কলি যুগৰ প্ৰেম
@biswajitkumar323
@biswajitkumar323 4 ай бұрын
প্ৰবীণে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে
@mrshyam7064
@mrshyam7064 11 ай бұрын
Actu love nohoy pahi ba aitu. Kiba he
@priyankasaikia5302
@priyankasaikia5302 Жыл бұрын
ৰাজা মোৰ boyfriend ৰ best friend,,,,,but ৰাজা বহুত সলনি হৈ গৈছিল,,,, আজি বুজিলো,,,,, BF য়ে মোক প্ৰায়ে কয় ৰাজা gayeb হৈ গ'ল,,, ফ'ন নাপাওঁ মেছেজ নাপাওঁ,,,,,,, বহুত দুখৰ status বোৰ পাইছিলো তাৰ,,,,, আজি বুজিলো 😢😢,,, 😢😢😢but,,,,,, তোমাৰ ভুল আছিল বৰ্নালী বা,,,, তুমি কাক ভাল পোৱা সেইটো চোৱাতকৈ তোমাক কোনে ভাল পায় সেইটো চাবা,,,,, তুমি বিশ্বাসঘাটকতা কৰিলা ৰাজাক 😢
@manabdeka6509
@manabdeka6509 Жыл бұрын
Kiy anakuya kara najanu 😢😢
@mrmanoj2668
@mrmanoj2668 Жыл бұрын
Xuwali bore kio aneku Kore najanu😢
@Aradhan378
@Aradhan378 Жыл бұрын
Bay apunar love story shear nakarene aru please raja dak tewr love story Tu shear karbo kabo please🙏🙏🙏🙏🙏🙏🙏
@sanghigai834
@sanghigai834 Жыл бұрын
Prem kora najai hoi jai..
@ManabManabkalita
@ManabManabkalita Жыл бұрын
Xasa vl puwa nai aji kali
@lakhyataye8852
@lakhyataye8852 Жыл бұрын
Story tu kintu Naughty Americat k kom nhoi ako deii😂😂..
@metintaye5982
@metintaye5982 Жыл бұрын
😅😅😅
@dibyajyotikalita5092
@dibyajyotikalita5092 Жыл бұрын
এইবোৰ হৈছে ভালপোৱাৰ নামত আৱৰ্জনা।।।।।। ৰাজা ভাই ভালে থকা তুমি
@Mumumou2006
@Mumumou2006 8 ай бұрын
Nd that girl too jar lgt pravin relationship t asil...😂😂😂ki story baru eibur che che
@Puzza.senapati
@Puzza.senapati Жыл бұрын
তুমি ৰাজাক কষ্ট দিয়াৰ বাবে তুমিও সেই কষ্ট পালা ।। তুমি ভূল আছিলা ব‌নালী ।। আনক দুখ দি কেতিয়াও সুখী হ'ব নোৱাৰে কোনো।।
@jitumonirabha5287
@jitumonirabha5287 Жыл бұрын
ৰাজাৰ দৰে পৰিস্থিতি জোনে আছে সেই জনে বুজিব ৰাজাৰ কষ্ট 😢আৰু বৰ্নালী দৰে ছোৱালীৰ কাৰণে কাৰোবাৰ মুখৰ হাঁহি নহোবা হৈ যায়
@simonsal
@simonsal Жыл бұрын
Raja nd mur same hol o
@gogoi__
@gogoi__ 11 ай бұрын
Umm aky mur logot hol 😢🥺
@DharitriDas-s6x
@DharitriDas-s6x 6 ай бұрын
এনেকোৱা লৰা ও আছে মোৰ লগতো হয়ছে ৮ বছৰ সম্পৰ্ক ৬ মাহ আগতে শেষ হয়ছিলে এতিয়া সেয় ছোৱালী জনিক আঙুঠি pendala .নাজানো কিয় মোক এনেকোৱা কৰিলে উওৰ আজিও নাপালো .মই নিজে সলনি হয়লো kinto পাহৰিৱ পৰা নাই move on হৱ পৰা নাই 😢
@seemantabasumataryseemanta1154
@seemantabasumataryseemanta1154 Жыл бұрын
প্রেম মানে চাগে সকলো মিছা... এটা সম্পৰ্কত থাকি আন এটা সম্পৰ্কত কেনেকৈ সোমাব পাৰে...
@Medico_600
@Medico_600 Жыл бұрын
Nijor character herai pelua lora swali a tenkua kore 😑 jar jenekua soritro tar tenkeua kormo😊
@dbtravelvlog4461
@dbtravelvlog4461 Жыл бұрын
Umm anekuwa suwali aru lorak. Bonri aru .bonora buli koi
@Riju2-R
@Riju2-R 8 ай бұрын
বৰ্ণালী তুমি আন এটা ছোৱালীৰ ৮ বছৰীয়া ভালপোৱা কাঢ়ি আনিব খুজিছিলা বাবে তোমাৰ আজি কোনো নাই। তোমাৰ লগত কোনো থাকিব o নোৱাৰে😢
@জীৱনৰৰংবিচাৰি
@জীৱনৰৰংবিচাৰি Жыл бұрын
ছোৱালী জনী বনৰ পক্ষী আৰু ল'ৰা to বনৰা কেলা এটাই গম পালোঁ প্রেম মানে ভলুকা বাঁহ 😎👏
@pratikhyakarmakar8306
@pratikhyakarmakar8306 Жыл бұрын
Right
@LakshyaGogoi-d1t
@LakshyaGogoi-d1t Жыл бұрын
100 persent Right
@mousumidevi5232
@mousumidevi5232 Жыл бұрын
Xosakoi😅😂
@moni5939
@moni5939 Жыл бұрын
Mar dimpu da 😂
@BhaskarKachari-lr2wt
@BhaskarKachari-lr2wt Жыл бұрын
Hoi Bhai voluka bah
@anamikabarman3184
@anamikabarman3184 7 ай бұрын
Aibur suwali r karone e tu , baki buro bodnami hoi Jodi nijor feelings khini thike e koribo nuwara, kak bhal puwa kak nupuwa teh relationship ot ohar u jugyo nohoi tumaluk Iman dangor hoiu , olop u maturity nai
@nayandeka5603
@nayandeka5603 Жыл бұрын
Bornalir dore suwali ye lorar jibon Nostho kore pahi ba moi o ajoni suwali
@bastobborah48
@bastobborah48 Жыл бұрын
এনেধৰণৰ প্ৰেমৰ বাবেই বিশ্বাস কৰিবলৈ দিগদাৰ পাহী বা... মই এটা ৯ বছৰীয়া প্ৰেমৰ সম্পৰ্কত আছোঁ... আমাৰ ১১ বছৰীয়া চিনাকী... বহু ঘাত-প্ৰতিঘাত আছে... এদিন লিখিম |
@DharitriDas-s6x
@DharitriDas-s6x 6 ай бұрын
মোৰ ৮ বছৰ সম্পৰ্ক দুয়ো জনক মই বহুত বুজাছিলো Kinto নোবুজিলে শেষত মই নিজে আতৰি আহিলো
@archanabarman4043
@archanabarman4043 Жыл бұрын
এনে কোৱা মানুহৰ বাবে বহুত ৰ জীৱন ধ্বংখ হৈ
@moni5939
@moni5939 Жыл бұрын
Mar dimpu da 😂
@AVNiYoutubeFamily
@AVNiYoutubeFamily Жыл бұрын
Mur mama ghoru nagaon or porunigudam ot
@pikipiku
@pikipiku Жыл бұрын
বৰ্নালী❌ বনৰী✔️
@ankurdutta9081
@ankurdutta9081 8 ай бұрын
বৰ্ণালী চৰিত্ৰ বেয়া।প্ৰবীণ এটা ভুবুলা.ৰাজাক দিয়া কষ্ট খিনি দুদিন দেৰি কৈ হলেও পালে বাৰু শুনি ভাল লাগিল।ৰাজা দিন ভাল আছিল কাৰণ তাই দৰে এজনী নি জীৱনটো শেষ নকৰিলে নিজৰ।
@utdeepkumar1210
@utdeepkumar1210 Жыл бұрын
আজিৰ Love Story টো শুনি কাণেৰে তেজ ওলাব বাকী । I Hope Aru Anekowa Story Jate Xunibo Napao🙌🙌
@Simranmisss
@Simranmisss Жыл бұрын
Xosa oo 😢
@priyankabiswas9549
@priyankabiswas9549 Жыл бұрын
R8
@RanjitDas-f2j
@RanjitDas-f2j Жыл бұрын
পাহি বা‌ xeii Raja jon moi ,,,,সপোন বোৰ সপোন বোৰে হৈ পৰিল ,,মই তাইক আকৌ বুকুত নললো ,,,নগাওঁৰ লৰা জন মই ,,,নাম বোৰ বেলেগ কৈ দিলে ,,
@Priyashigogoi-xh7kq
@Priyashigogoi-xh7kq 6 ай бұрын
Vl krla tmoi,,,,, thgrmi mnhr pra hdai atri thkbo lgee....si emn bea u thke ne mnhh
@nccabinash6337
@nccabinash6337 Жыл бұрын
চৰকাৰী চাকৰিৰ বাবে এইবিলাক ভুল হব এ ।। অসমীয়া বিভাগৰ শিক্ষক যে 😂 ভাল‌ দৰমাহা পায় ।। প্ৰবিন যদি কোম্পানীত কাম কৰা লৰা হ'ল হয় তেতিয়াহলে এই ভূল নহ'ল হয় 😂
@nazimuddin5872
@nazimuddin5872 Жыл бұрын
💯
@Manuhhoi
@Manuhhoi Жыл бұрын
😂😂😂😂
@tridipgogoi7116
@tridipgogoi7116 Жыл бұрын
Moja desa 😂😂
@goutampanging1700
@goutampanging1700 Жыл бұрын
😂😂😂
@jyotimanvolgs249
@jyotimanvolgs249 Жыл бұрын
Pahi ba suwali jonir beya ase
@jyotibarman9196
@jyotibarman9196 Жыл бұрын
Mja tenekuway lage tumak
@Medico_600
@Medico_600 Жыл бұрын
পাহি বা request কৰিছো তোমাক 🙏 এনেকোৱা story বোৰ upload নকৰিবা।
@mrsunu8380
@mrsunu8380 11 ай бұрын
নগাঁওৰ ছোৱালীৰ ৯ টা কথা 😅
@bandanadas1796
@bandanadas1796 7 ай бұрын
মানুহ নাম-প্ৰজাতিক ধৰিলে যে তুমি জানু মানুহত পৰা নিজে দেখুন পাৰ চৰাই দৰে ভাই ভণীৰ চিনো নাৰাখিলা
@jugalkalita4104
@jugalkalita4104 9 ай бұрын
প্ৰবীণ শিক্ষকৰ নামত এজন কলংক হয়।। ছোৱালী জনিৰ কথা নকওঁ আৰু।। বহুত বেয়াকৈ ওলাই যাব। পাহি বা এনেকুৱা কাঁহানি আৰু নপঢ়িব বুলি আশা কৰিছোঁ
@ilovemynalbari9589
@ilovemynalbari9589 Жыл бұрын
I ❤❤❤❤ pahi
@sourabhjyotiboro6113
@sourabhjyotiboro6113 Жыл бұрын
Pahi baa anekuwa love story next time hunibo nibisaru.....please don't share love story like this 🙏🏻
@balennath1867
@balennath1867 3 ай бұрын
Start to a love story jen lga ni...fotuwa suwali sei joni..
@hemantapatar3992
@hemantapatar3992 Жыл бұрын
শালিকা প্ৰেম বুলি কয় ইয়াক। আমি জানো প্ৰেম কাক কয়, যত নেকি ৪-৫ বছৰ ধৰি তাইৰ কাৰণে অপেক্ষা কৰি আছোঁ
@BiplopBorah-t7q
@BiplopBorah-t7q Жыл бұрын
Ajon ok dhuk desela ja haikarona ateyaa nija pai asa vhl a paisuu moi mori jua
@simangsrisimangsribasumata3634
@simangsrisimangsribasumata3634 11 ай бұрын
Bornali tumi tarei juigyo
@nilutpolboruah9260
@nilutpolboruah9260 Жыл бұрын
এইবোৰক প্ৰেম নকয়,খজতি বুলি কয়। এনেকুৱা প্ৰেম কাহিনী আৰু যাতে প্ৰকাশ নকৰে পাহি বা🙏
@Medico_600
@Medico_600 Жыл бұрын
Thik koisa
@soilenkalita4462
@soilenkalita4462 Жыл бұрын
Absolutely right
@hiteshkalita1842
@hiteshkalita1842 9 ай бұрын
akdm juti he loi ase duiyo
@brahmastramusic992
@brahmastramusic992 Жыл бұрын
Idk what others say but pahi baa enekua story aru share koriba because etu e society r reality hodai sweet love stories hunile nohobo harsh reality o janibo lagibo
@shivani3813
@shivani3813 Жыл бұрын
Pahi baa anekuwa story aru nidibo please🙏
@bishwadas6267
@bishwadas6267 Жыл бұрын
Val loga love story ❤
@Phukon_gaming_54
@Phukon_gaming_54 Жыл бұрын
Enekuwa suwali bilakok kei bnori buli kuwa hoii, prithibit anekwa lakh lakh ghotona pori ase😂😂
@Phukon_gaming_54
@Phukon_gaming_54 Жыл бұрын
Enekuwa burrok love story buli nkoi ruu😅😅
@EjazAhmed77u7
@EjazAhmed77u7 Жыл бұрын
তাই কাকো ভালে পোৱা নাছিল। আচল কথাটো এই যে তাৰ চৰকাৰী চাকৰি আছিল আৰু তাই তাৰ চাকৰিটো দেখি বহুত সপোন দেখিছিল। সেই কাৰণে সি বাদ দিয়াত তাইৰ বহুত কষ্ট পাইছি 😂
@imranshah3110
@imranshah3110 Жыл бұрын
লৰা তেনেকুৱা থাকে কিছুমান। আৰু সেইটো স্বাভাৱিক। কিন্তু ছোৱালী যদি বৰ্ণালীৰ নিচিনা হ'লে পৃথিৱী ধ্বংস হ'বলৈ বেছি দিন নালাগে। কাৰণ ভগবানে ছোৱালী ক সংযম তথা ধৈৰ্য শক্তি বেছিকৈ দিছে।
@manojdas3231
@manojdas3231 Жыл бұрын
Eibur k Val pua nubule ,aru tumiu share koribo nalage
@gangster7464
@gangster7464 Жыл бұрын
ৰজাক গাজা দি পবিনৰ লগত লিলিমাই 😂 ওচৰতে পাইছে অাৰু 😅
@moni5939
@moni5939 Жыл бұрын
Mar dimpu da 😂
@bijoy4524
@bijoy4524 Жыл бұрын
Mr raja
@toralisaikia3496
@toralisaikia3496 Жыл бұрын
Prabin a vul korise but xe kunudin nakande...karon tar usrt bishakh aru xsha val pua ajon biokti ase...mrs bornali ajonk thogi aku xukht thakibo nuara...i hope ahibo logiya dinburt jate bonor pokhi nhoi vl dre thaka🙏
@sangeetasonar3178
@sangeetasonar3178 Жыл бұрын
Actually apuni manuh sinibo nwarile birnali ba..June apunak imn vl paisile tauk apuni ari dile..aru june apunak..sarthor karone vl paisile .tk ha apuni..😔
@moyuri9503
@moyuri9503 Жыл бұрын
বহু অপেক্ষাৰ অন্তত, পাহি বাৰ মাতত ভাল লগা ভাল পোৱা বোৰ...❤😍
@meghaligam1627
@meghaligam1627 10 ай бұрын
এটা relationship ত থকাৰ পাছতো আনৰ মাজত সোমাব চেষ্টা কৰিছে । চেষ্টা কৰিছে কৰিছেই share ও কৰিছে সমাজত। বৰ্ণালী আৰু প্ৰবীন দুয়োৰে ভুল আছিল। কিন্তু প্ৰবীন ৰ মগজ তো মানিব লাগিব বিয়াৰ কথা পাতিম বুলি কৈ ওলোটা বৰ্ণালীকে ফছালে 😅। But... বৰ্ণালী তোমালে এটা কথা তুমি যদি আজি ৰাজাৰ সতে loyal হৈ থাকিলা হয় আজি তোমাৰ এনে দহা নহল হয়। পিছে একো নাই যিহেতু ভুল হলেই তাক তুমি accept কৰিবই লাগিব । And সকলো বোৰ বেয়া সময় পাহৰি আগুৱাই যোৱা। I hope all good now.all the best.❤
@MGHimanta
@MGHimanta Жыл бұрын
অচিন আকাশৰ তুমি এটি চিনাকি তৰা যেন । শব্দবিহিন কবিতাত তুমি অৰ্থৰে ভৰা যেন । প্ৰতিটো সপোনত মোৰ ,তুমি আঁকোৱালি ধৰা যেন । সময়ৰ শেষ অধ্যায় টো তুমি মোৰ হৈ ৰোৱা যেন
@ASMforcevlogs8192
@ASMforcevlogs8192 9 ай бұрын
Mor val nalagil pahi ba..pobin aru tai r sovab tu beya Jen he palu ...ehot duio jon ktia o hpy hbo nuware...beleg k mari, kosto di nije ktia o hukhi hbo nuware .pobin ee dukhon gaari solai ase 😂😂😂😂
@Krishnakantaray-s3x
@Krishnakantaray-s3x Жыл бұрын
Anekua story nokolei Val pam agoloi
@rk112kalita3
@rk112kalita3 Жыл бұрын
Moye moye😅
@Ashikul_choudhary
@Ashikul_choudhary Жыл бұрын
Napai de ane kwa koriba
@hrishirajphukon889
@hrishirajphukon889 Жыл бұрын
পথাৰত ফুৰিব গৈছে guys 😂
@swapnalimohan2792
@swapnalimohan2792 Жыл бұрын
😆
@MamunSonowal-mr3qi
@MamunSonowal-mr3qi 8 ай бұрын
😂😂😂
@bhitalideka
@bhitalideka Жыл бұрын
Aibur val pua nhoi Val loga he Just like 😴
@ManashjyotiDeka-zg7kw
@ManashjyotiDeka-zg7kw Жыл бұрын
Enkua story ndbo bht ksto paisu khuni ।। Moi etia eta mdahi Holu aru sakri u gl ।। Sbbb khkh ❤️❤️ btt ma papa krne jiyaii asu ❤️ 8bsr val pua asl pahi baa ।
@imranshah3110
@imranshah3110 Жыл бұрын
দুয়ো বিশ্বাসঘাটক।
@sahidulhoquechoudhury1061
@sahidulhoquechoudhury1061 Жыл бұрын
Rajar job nasila aru probin govt teacher so ultimately buji paisai😅
@manaspratimkalita2161
@manaspratimkalita2161 Жыл бұрын
"Karma hits back "
@himad1111
@himad1111 Жыл бұрын
Barnali probin e enjoy korile tmr lgt... ru tmi tar boli hoi khosa vlpua jnk eri dila.... actually karma returns... rajai kandile so tmi kndibo lga hol.... kobo npai bt truth is truth.... nxt jn ketiao tnkua nkora kru lgt... cz ji kora tmi kheye pba... baki happy thka
@DaizyHassan-d9g
@DaizyHassan-d9g 10 ай бұрын
But probinor janu bhul nasile????????????ei story t sobbot ke besi bhul asile probin or ........
@sbgamer2305
@sbgamer2305 Жыл бұрын
Rajar dore same problem Mur lgt hoise 😔😔
@allcraftdesign
@allcraftdesign Жыл бұрын
ajnr lgt vl poa thaki an ajnr lgt emn kenekai ag barhe mnh br.....nijr dehatr prti ghin nalagene baru.,...vl poat kajia hya....sru ktha buli vbile amni nalage.
@mridulmunuthakuria2468
@mridulmunuthakuria2468 Жыл бұрын
ৰাতি লিলিমাই ভালে চলিছিল নঃ 🤣🤣🤣🤣
@hiteshkalita1842
@hiteshkalita1842 9 ай бұрын
akdm thik koisa
@Fun76.
@Fun76. Жыл бұрын
এইবোৰ আচলতে ধেমালি প্ৰেম,, যৌৱনৰ প্ৰেম,, অন্তৰৰ হব নোৱাৰে, জীৱনত ইঁহতি কেতিয়াও সুখী হব নোৱাৰে
@dhritimankalita2083
@dhritimankalita2083 Жыл бұрын
সপোন বোৰ দেখায় কিয় যদি সম্পূৰ্ণ কৰাব নোৱাৰে আধৰুৱা কৰি যায় সম্পৰ্কবোৰ প্ৰেম আহে ঠিকে কিন্তু ধুমুহা হৈ আতৰি যায় কিন্তু বৰ্নালী আৰু প্ৰবীন ভুল তোমালোক দুইটাৰে এইটো ঠিক নকৰিলা ৰাজাৰ লগত অন্যায় কৰি কাৰোবাৰ হৃদয় আৰু সচা ভালপোৱাৰ লগত খেলিলা ।
@mrmanoj2668
@mrmanoj2668 Жыл бұрын
Right 👍 bro
@pulenbarman7761
@pulenbarman7761 Жыл бұрын
Right bro 👍
@Medico_600
@Medico_600 Жыл бұрын
Thik koisa … besike swali jonir bhul jodi tai nij morji re prabin or kakh nujua hole prabin a chance napai aeibur aru anu swali a jodi chance nidie lora a patta ketiau lbo nuaru
@sangitadeka7153
@sangitadeka7153 Жыл бұрын
বেলেগক দুখ দিলে নিজেও দুখ পাই সেইয়াই হ'ল বৰ্নালীৰ লগত।।। ৰাজাক দুখ দিওতে ভাবিছিল নে তেওঁ কিমান কষ্ট পাব পাৰে বুলি।।এইবোৰক জানো প্ৰেম বুলি কয় 🙂কি যে হ'ব।।।
@phukanvlog1123
@phukanvlog1123 Жыл бұрын
এই ছোৱালী জনী চৰিত্ৰ বৰ ভাল নহয়। নিজান‌ ৰাতি হে লগ কৰে। আনৰ সম্পৰ্কত জুই লগাই ।😂😂 লগতে নিজৰ ভালপোৱা ক আঘাত দি।
@ringkuahmed6204
@ringkuahmed6204 Жыл бұрын
কাহিনী টো একো বুজিই নাপালো .......😮 এনেকুৱা কাহিনী প্ৰকাশ নকৰিবা 😢 🙏
@pranjalbora3494
@pranjalbora3494 10 ай бұрын
Prabinar Val pua2 xosa nasil 8yer karubk vl pai kenekoi ako belegik vl pable pare
@manashsaikia5926
@manashsaikia5926 Жыл бұрын
New Generation 🙂
@DaizyHassan-d9g
@DaizyHassan-d9g 10 ай бұрын
Sobbei eyate najanu kaak bhul buli koise but moi manu ejoni suwali eta relationship ot thaki belegor bhalpuwa nibichare....bornali aru rajar bhalpuwat kiba nohoi kiba kami toh asilei jar babe bornali belegor bhalpuwa bicharibo logia hoise..kintu iyate probinor he besi bhul asile hi ji ki nohouk khi tu etiya happy asei..i think bornalik o rajai akowali lobo lage aru past pahoribo lage..aji jodi bornali enekoi mori gole hoi tetiya sobbei tair karone kandile heten..aru jiyai ase babe bhul buli koi ase !!!!this is great truth of human being 😅Bhul toh manuhei koribo aru hokolu bhulore kiba nohoi kiba solution thakei so wait bornali , tumar life eu tumak edin hukhor ghor dibo...
@BeautiDas-qk1qs
@BeautiDas-qk1qs Жыл бұрын
I don't like this love story pahi baa ❤😢
@manashpratimrajkhowa8228
@manashpratimrajkhowa8228 9 ай бұрын
Tmr nisina suyali lgt anakuai hobo lge.
@dilipbaro9655
@dilipbaro9655 Жыл бұрын
Nyc love story
@ArupOrang-qp1zc
@ArupOrang-qp1zc Жыл бұрын
Barnali Tumi baru manuhar xarit parane..Tumer nijare control nai anak ki buli kaba
@jagannath...deka..65
@jagannath...deka..65 Жыл бұрын
মোমায়েৰ ৰ লগত প্ৰেম, কি আচৰিত 🙄🙄
@Damsel960
@Damsel960 Жыл бұрын
Balor bhal pua ihotor 😂😂etuk bhl pua nokoi o bupaihot cheat kori blgr lgt lelai thka buli koi, duyutake dui gale dui sor bohabo he mon goise🤣
@pratikhyakarmakar8306
@pratikhyakarmakar8306 Жыл бұрын
Ekebare hosa kotha koisa 😂😂😂😂
@rupamkalita696
@rupamkalita696 10 ай бұрын
পাহি বা ইহঁত দুজনে বহু ভুল সম্পৰ্ক ৰাখিছিল।আগলৈ এনেকুৱা চিঠি নাপাওঁ তাৰে আশা ৰাখিলো।
@rdassam9458
@rdassam9458 Жыл бұрын
দুটা relettionship চলোৱা মানুহৰ ওপৰত বহুত খং উঠে কাৰণ মই নিজে ভুক্তভোগি 😢😢
@sukanyakonch8763
@sukanyakonch8763 Жыл бұрын
Love r nmt ki ki jjj ,,, 😮
@sagarikadas1491
@sagarikadas1491 Жыл бұрын
Pahi baa It's a request এনেকুৱা কাহিনীবোৰ আগলৈ upload নকৰিব।
@rupabegum2017
@rupabegum2017 Жыл бұрын
Mr stry to share kribo bisaro 😢
@trishnabora1314
@trishnabora1314 Жыл бұрын
প্ৰেম প্ৰাৰ্থনা আৰু সেইবাবেই ই পবিত্ৰ। দুটা আত্মাক কষ্ট দি কেতিয়াও তেওঁলোক সুখী হ'ব নোৱাৰে। ভালপোৱাক আচলতে সন্মান কৰিব নাজানে তেওঁলোকে। নিজৰ অভিজ্ঞতাৰ পৰা কৈছো এনেকুৱা কৰিব নাপায় কাৰণ নিজৰ ভিতৰৰ চাকিগছি নুমাই গ'লে কিমান কষ্ট পাই সেয়া কেৱল কষ্ট পোৱাজনেহে বুজে। প্ৰেম সদায় পবিত্ৰ। ইয়াত কেৱল কিছুমান মানুহে দাগ সানে।❤
@Medico_600
@Medico_600 Жыл бұрын
Hoi hoi thik koisa🥲
@priyankasaikia5302
@priyankasaikia5302 Жыл бұрын
😢😢😢😢🙏🙏🙏🙏🙏👍👍👍👍👍👍,,,,,,
@MATIURRAHMAN-jw3zb
@MATIURRAHMAN-jw3zb Жыл бұрын
Really
@munmidevi6863
@munmidevi6863 Жыл бұрын
Barnali tumi definitely vul...kintu kunuba khinit amr emotions r uport control nathake.. xeikaronei Tumi eibur korila...bht r hy enekua tumi express korisa bht e nkre...n prabin r o bht vul ase.....by the way vul manuhei kore xomoy ase nijok thik kora...eibur actually lv nhy physical attraction...
@bhagyashribhuyan8916
@bhagyashribhuyan8916 Жыл бұрын
Swli jni aru lratutuk dusor mn dib mn goise...knkwa faltu re😡😡
@hemantapatar3992
@hemantapatar3992 Жыл бұрын
এটা অনুৰোধ, এইবোৰ কাহিনী প্ৰকাশ নকৰিব। প্ৰেমৰ মহত্ব বুজাবোৰে দুখ পাব, কাৰণ এইটো কেতিয়াও Love story হ'ব নোৱাৰে।
@maina097
@maina097 Жыл бұрын
বৰ্ণালী বিশ্বাস কি আগতীয়াকৈ শিকি লোৱা নিজক অলপ time দিয়া আমাক সকলোকে ভাল পোৱা লাগে জীৱন ত আগুৱাই যাবলৈ আৰু আমি পাইও হেৰুৱাই দিও। তুমি যিখিনি আঘাত পইচা সেই খিনি ৰাজা/ সেই ছোৱালী জনিও বহুত বেছি আঘাত পাইছে ।। এতিয়া নিজক শুদ্ধ কৰা জীৱন ত আগুৱাই যাবলৈ চেষ্টা কৰা অকল ভাল পোৱা ত লাগি থাকিলেই নহব ।। Wish you all the best তুমি পাৰিবা 🎉সকলো কথা বাদ দি এতিয়া নিজক time দিয়া ঘৰৰ মানুহক time দিয়া জীৱনটো বহুত ধুনীয়া হব ।। ❤
@leenapathak1300
@leenapathak1300 Жыл бұрын
Aji moi 1st cmnt krixu ai2 page t.krne mur.lgt olp milise.1st tmk koixu tmi aculy tmr vlpua jnk kast bisarixila sai krne Raja k phri ank vl pabo prisa.ase tenkua munuh nijr vlpua jnk usr pora pua2.bt Raja u2 tmk vl paixil n so ata vlpua end nhua koi an anjr lgt vlpua khel khelisa.moiu paisu ank proposed kri rpl nopua loike belgr lgt vlpua acting kora..bt ai2 right nhoi n.
@amarjitdeori4194
@amarjitdeori4194 Жыл бұрын
এনে ধৰণৰ লাভ ষ্টৰি শুনিব নিবিচাৰোঁ পাহী বা
@rupshreebora7463
@rupshreebora7463 Жыл бұрын
এনেকুৱা ছোৱালী লৰা কাৰণে টো ভাল এটা সম্পৰ্ক হেৰাই যায় যি এটা সম্পৰ্কত থকা পিছতো ভুল কৰি আছে,, আনক দুখ দিছে আৰু সিহঁত ও দুখ পাইছে।। এনে হোৱা বাবে বিশ্বাস নামৰ শব্দ টো হেৰাই যাব ধৰিছে। আজি ইমান বছৰে বহুত শুনিলো স্তৰী কিন্তু এনেকুৱা পাগল প্ৰেমিক প্ৰেমিকা দেখা নাই।
@utpalkalita630
@utpalkalita630 9 ай бұрын
Anekuwa man bor pahi ba anekuwai hoi o pahi ba tekhete vul karisil
@trishna342
@trishna342 Жыл бұрын
তাই নিজেই ৰাজাক বিশ্বাসঘাটকতা কৰিলে তাৰ পিছত তাই কৈছে মানুহক বিশ্বাস কৰিবলৈ টান😂কি ফাল্টু ছোৱালী ৰে এনেকুৱা ছোৱালী বোৰৰ কাৰণেই আমাৰ গোটেই ছোৱালী জাতিটোক বিশ্বাস নকৰে কিছুমানে ..আজিৰ নিচিনা ফাল্টু লভ ষ্টৰি শুনাই নাই আজি লৈকে।
@rajulali9563
@rajulali9563 Жыл бұрын
Soitan api upload diboi nlagisil pahi baa a❤❤
@asmabegum6936
@asmabegum6936 Жыл бұрын
😂😂
@jyotishmangoswami98
@jyotishmangoswami98 Жыл бұрын
​@@rajulali9563ঠিকেই কৈছা।
@moni5939
@moni5939 Жыл бұрын
Mar dimpu da 😂
@BhagirathBarman-rc3rk
@BhagirathBarman-rc3rk Жыл бұрын
Pahi ba tumar mukhere love story bilak suni bohut val lage❤❤❤
@sarabjandeorimajuli
@sarabjandeorimajuli Жыл бұрын
Eta kotha confirm j bornaliye prabin k sakori dekhi vl paisile..eyat .bornali eyat swartho jorito hoi ase...karubak dukh di tumi ketiyau hantit. Thakibo nuware..
@krishnakantalahon6167
@krishnakantalahon6167 Жыл бұрын
অন্তৰখন বহুত বহল চাগে...!😂এটা Boyfriend থকা পিছতো, এজনী Girlfriend থকা পিছতো তৃতীয় এজনৰ লগত লিলিমাই। 😅😅💔কি নাম দিম এই ভালপোৱাক?? 😂😂😂
@vreegudekavlog4773
@vreegudekavlog4773 Жыл бұрын
Love From Mangaldoi Ba 🥰🤗❣️ বৰ্ণালী বা তুমি নিজে টো পাগল হৈচা ই বাকী কেইজনক ও পাগল কৰি দিচা 😤
@moni5939
@moni5939 Жыл бұрын
Mar dimpu da 😂😂😂😂
@pramilaray2919
@pramilaray2919 Жыл бұрын
Aanok thogisa jee.tar babe nije thogisa
@nayanjyotisaikia7751
@nayanjyotisaikia7751 Жыл бұрын
Pahi baa, apunar hokolubur kahini moi byostotar majote holeu xhunu.... Lot's of Love pahi ba
@hirokjyotidohutia9349
@hirokjyotidohutia9349 Жыл бұрын
ৰাতি ৩ তা বজাত কথা পাতিছিল নে বেলেগ কিবা
@jagannath...deka..65
@jagannath...deka..65 Жыл бұрын
কি কম যি নহওঁক ভগৱানে যি কৰে ভাল কৰে দে🎉
LOVE IS LIFE || REDFM LOVE STORY BY RJ PAHI
35:11
Red FM Assamese
Рет қаралды 342 М.
When you have a very capricious child 😂😘👍
00:16
Like Asiya
Рет қаралды 18 МЛН
Quiet Night: Deep Sleep Music with Black Screen - Fall Asleep with Ambient Music
3:05:46
CORAN POUR DORMIR QUI APAISE LE COEUR (Recitation magnifique) 2021
1:31:41
DOUAA PROTECTION
Рет қаралды 10 МЛН
2 May 2023
2:53
Usha roy Life style
Рет қаралды 54 М.
What is the mantra to be successful? Dr. Vikas Divyakirti
1:13:28
Vikas Divyakirti
Рет қаралды 9 МЛН