ধিঙৰ ঘটনা, নাৰী সুৰক্ষা আৰু চৰকাৰৰ কৰণীয়,মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

  Рет қаралды 178,581

Pratidin Time

Pratidin Time

Күн бұрын

ধিঙত কিশোৰীক নিৰ্যাতন ৩টা নৰপিশাচৰ, ৰাজপথত মাতৃ সমাজ
এতিয়াও ঘটনাত জড়িত দুই অভিযুক্তক গ্রেপ্তাৰত ব্যৰ্থ আৰক্ষী
ৰাজ্যত এতিয়া চৰম নিৰাপত্তাহীনতাত নেকি নাৰী সমাজ?
মুখ্যমন্ত্রীৰ মতে বিগত দুটা মাহত ২২টা নাৰী নিৰ্যাতনৰ ঘটনা
মুখ্যমন্ত্রীৰ কথাতেই প্রতিফলন ঘটিছে নেকি গৃহ বিভাগৰ ব্যৰ্থতা?
‘নাৰীৰ বিৰুদ্ধে অপৰাধত জড়িত বিশেষ সম্প্রদায়’
অপৰাধ হ’লেও মুখ্যমন্ত্রীয়ে কিয় নাম লয় বিশেষ সম্প্রদায়ৰ?
মুখ্যমন্ত্রীয়ে কোৱা অপৰাধত জড়িত কোন এই বিশেষ সম্প্রদায়?
ধিঙৰ ঘটনাক লৈ সাম্প্রদায়িক ৰাজনীতি হ’ব নেকি ৰাজ্যত?
নাৰী নিৰ্যাতনৰ ঘটনা ৰুধিবলৈ চৰকাৰৰ হাতত আছে কি পন্থা?
বিৰোধীৰ মতে পদত্যাগ কৰিব লাগে মুখ্যমন্ত্রীয়ে
শাসক পক্ষৰ দাবী এই চৰকাৰৰ দিনত সাৰি নাযায় অপৰাধী
ধিঙৰ ঘটনা, নাৰী সুৰক্ষা আৰু চৰকাৰৰ কৰণীয়...
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
#pratidintime #assam #avimot #nitumonisaikia

Пікірлер: 329
@kishoridas6447
@kishoridas6447 20 күн бұрын
আমাৰ অসমীয়া বহু ছোৱালী বোৱাৰী সংখ্যালঘূ অঞ্চলত শিক্ষক পদত চাকৰি কৰি আছে। তেওঁ লোকৰ সুৰক্ষা ব্যবস্থা নিশ্চিত কৰক নহলে সিহঁতৰ নিজৰ অঞ্চললৈ বদলি কৰি আনাৰ ব্যবস্থা কৰক।
@MitaliSonowal-kj1cl
@MitaliSonowal-kj1cl 19 күн бұрын
t
@luhitchetiya1743
@luhitchetiya1743 17 күн бұрын
😊
@DipokMomin-c9y
@DipokMomin-c9y 16 күн бұрын
এনেকুৱা হলে অসমখন অসম হৈ নাথাকে
@Bitu0onGohain
@Bitu0onGohain 8 күн бұрын
😊😊দ❤.😅তট​@@MitaliSonowal-kj1cl
@AbdulRahman-ye5cw
@AbdulRahman-ye5cw 20 күн бұрын
এনে ধৰণৰ ঘৃণনীয় কান্ডৰ সমৰ্থন কোনো এজন মুছলমানে নকৰে গতিকে ইমান চৰ্চা নকৰি অতি সোনকালে এই নৰপিশাচ বিলাকৰ ওপৰত ব্যবস্থা সনোৱাৰ লব লাগে। আমাৰ মূখ্য মন্ত্রীয়ে কেৱল সামপ্রদায়িক ৰহনসানি মানুহক বিপথে পৰিচালিত কৰি ৰাজনৈতিক মুনাফা আদায় কৰাৰ চেষ্টা কৰিছে। এনেকুৱা সামপ্রদায়িক মূখ্য মন্ত্রীয়ে দেশ চলাব নোৱাৰে।
@bikrambrahma2072
@bikrambrahma2072 20 күн бұрын
Apunake CM bonabo lagibo.... 😅😅😅
@nabajyotisaikia9161
@nabajyotisaikia9161 20 күн бұрын
Congress ye paribo sage ....sisi 😡
@wahidabegum679
@wahidabegum679 20 күн бұрын
Congresse paribo..
@RanujDoley-jb6jx
@RanujDoley-jb6jx 20 күн бұрын
Musalmaanor prai bhage ane karyot lipto thaake...kihor homorthonor kotha koisa,,,
@YusufImdadBorah
@YusufImdadBorah 20 күн бұрын
​@@RanujDoley-jb6jx ei kothakhar apuni kihor uporot bhitti kori kole baru.....prai bhag buli kole 70-80% buli dhori lobo lagibo sage.....basis tu kihor pora loise alop stats dekhale bhal paam, criminal records baa tene kiba. Enei apunar tene monobhab thakibo pare pise xeya kunu solid fact buli kobo nuwaribo.
@JadObDoley-h2z
@JadObDoley-h2z 19 күн бұрын
বীৰ লাঢিত সেনাক ধন্যবাদ
@mohannath2757
@mohannath2757 20 күн бұрын
অসিল গগৈয়ে ধৰ্ম আৰু সম্ৰদায় বিষয় ভালদৰে নেজানে।ধৰ্ম সকলৰ বাবেই এটাই মিঞা এটা সম্প্ৰদায়হে।
@nayankumarpawe2671
@nayankumarpawe2671 20 күн бұрын
আমাৰ ৰজাই সুবিধা বিছাৰি আছিল। ভালেই পাই গল।
@RanujDoley-jb6jx
@RanujDoley-jb6jx 20 күн бұрын
Ki kobo bisarisa
@Nahar01864
@Nahar01864 18 күн бұрын
Rojai jitu bisarisil xeitu hol
@Nahar01864
@Nahar01864 18 күн бұрын
Oporadhi muslim hole high' light hoi kintu beleg hole nhoykio pujari jonr kotha gom pai ne nai
@taigerking01ga
@taigerking01ga 17 күн бұрын
@@Nahar01864 aru Kolkata Sanjay Roy
@kumudbaruah2001
@kumudbaruah2001 20 күн бұрын
অখিল গগৈ মিঞা মুছলমান অপৰাধীবোৰ ৰখ্যক হৈ দেখা দিছে।
@renasharma8968
@renasharma8968 20 күн бұрын
নৰপিশাচ কেইটাৰ গুপ্তাঙ্গ কাটি পেলাব লাগে। নহ'লে ফাঁচী কাঠত উঠাই ফাঁচী দিয়া উচিত।
@uddhabsarma-lr8ss
@uddhabsarma-lr8ss 20 күн бұрын
ধৰ্ষণৰ বিৰুদ্ধে সৰ্ব স্তৰৰ পৰা অসম ত এটা গনআন্দোলন কৰিব লাগে
@apurbabhuyan8121
@apurbabhuyan8121 20 күн бұрын
অখিল গগৈৰ উচটনিত এই ঘটনাবোৰ হৈ আছে।
@rameshpayang7871
@rameshpayang7871 19 күн бұрын
Hoi ,appuni thik koise, akhil uddin anekua. Gotana hole bosabo bisare
@kamaleswarbordoloi993
@kamaleswarbordoloi993 20 күн бұрын
২৩টা ঘটনা হৈছে ইয়াৰ আৰত চৰকাৰক শলথেকত পেলাবলৈ কোনোবা চক্ৰ জড়িত হৈ আছে নেকি?
@basantahira8645
@basantahira8645 20 күн бұрын
কাউৰী বাহত জুই লগা অনুষ্ঠান। কাৰো কথা কোনেওঁ নুশুনে। কি ফটুৱা মানুহ অ ইহত
@StatusStore07
@StatusStore07 20 күн бұрын
অসমীয়াৰ কথা পুলিচ, আদালত, চৰকাৰে নুশুনে। অসমীয়াৰ নিজেই ওলাই আহিব লাগিব ।
@chinmoybaruah464
@chinmoybaruah464 20 күн бұрын
Gogoi upadhito muslim neki
@StatusStore07
@StatusStore07 20 күн бұрын
@@chinmoybaruah464 নহয় Akhil Gogoi ❎ Akhil Uddin Ahmed ✅
@Sukanya123-jf3fk
@Sukanya123-jf3fk 20 күн бұрын
​@@chinmoybaruah464 okol 1jon a muslim
@prabitachutia448
@prabitachutia448 19 күн бұрын
সমাজৰ আবৰ্জনা ইহঁতবোৰ , কোনো কাৰণত যাতে জেলত জিৰণি ল'বলৈ সুযোগ নাপায় তাৰ ব্যৱস্থা আগতীয়াকৈ কৰক , ধন্যবাদ
@krbofficial7783
@krbofficial7783 19 күн бұрын
নিতুমণি শইকীয়া আজি কালি নিৰপেক্ষ নহয়
@Runjunmoni
@Runjunmoni 20 күн бұрын
নিজৰ মা ,ভনী ছোৱালী যদি ধষিতা হোৱা হ'লে আপোনালোকে এনকৈ ৰাজনীতি কৰিলেহেতেননে? বি জে পি ৰ বিৰুদ্ধে কৰা মন্তব্যই এজন এংকৰৰ আচল চৰিত্ৰ ৰাইজৰ আগত দাঙি ধৰিলে।অকল মুখ্যমন্ত্ৰীক দোষী সাব্যস্ত কৰাৰ আগতে নিজৰ স্বাৰ্থ বোৰৰ কথা এবাৰ ভাবি চাওক। সকলোৱে নিজৰ স্বাৰ্থ কথা ভাবি এগৰাকী অসহায় ধষিতাৰ কথা পাহৰি গৈছে কিয়?
@kushalkalita7921
@kushalkalita7921 20 күн бұрын
মই কোনো সাম্প্ৰদায়িক আৰু ৰাজনৈতিক মন্তব্য কৰিব বিচৰা নাই ,ৰাইজ মনত পেলাওক চূণ কি পৰিবেশ গহি উঠিছিল জাতি মাটি ভেটি সুৰক্ষা দিব বুলি এক পৰিবেশ হৈ ছিল তেতিয়া অসমৰ খিলঞ্জীয়া মানুহে হিল দল ভাঙি এটা আশা লৈ বিজেপি দল টো ক ভোট দি ক্ষমতালৈ আনি ছিল , এতিয়া এটা বস্তু নতুনকৈ আহিছে যে জাতি মাটি ভেটি ,নতুন টো হল নাৰী , এতিয়া এটা মাত্ৰ প্ৰশ্ন আৰু কিমান বছৰ লাগিব ,2014 পৰা এতিয়া 2024 হল ,জাতি মাটি ভেটি কেতিয়া সুৰক্ষিত হব খালি কৈ থাকিল হব নে,নে চৰকাৰে এইবোৰ হৈ থাকিলে পৰোক্ষ ভাবে চৰকাৰ খন লভানিত হয় নেকি
@ranakhan3554
@ranakhan3554 20 күн бұрын
Problem solved hoi gole hihote rajniti ki loi koribo
@nizamuddinahmed8016
@nizamuddinahmed8016 15 күн бұрын
Jetia manuh amor hobo Bhai.
@om6083
@om6083 20 күн бұрын
খিলঞ্জীয়া অসমীয়া সকল ওলাই আহক 🙏 নাৰী সমাজৰ সুৰক্ষা নিশ্চিত কৰক 🙏
@KuhimaMahanta-f4d
@KuhimaMahanta-f4d 19 күн бұрын
অখিল গগৈ দৰে মানুহৰ বাবে আজিৰ এই অৱস্থা । বৰ বেয়া মনৰ মানুহ ।
@Kiran-si2bf
@Kiran-si2bf 20 күн бұрын
অখিল গগৈ ডাঙৰীয়া ই সঁচা কথা কৈছে,
@CreativeAYT22
@CreativeAYT22 20 күн бұрын
অখিল মিয়াৰ দালাল , এইটোক কিয় ইমান গুৰুত্ব দিয়ে মানুহে ।
@gakulhazarika5746
@gakulhazarika5746 20 күн бұрын
ধৰ্ষণকাৰীক ৰাজহুৱা স্থানত ফাচী বা গুলীয়াই দিব লাগে ৷ আপোৰ মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক বক্তব্য অতি তিক্ততাপূৰ্ণ ৷ জনগনই ইতিমধ্যে দেখি/শুণি আছে বিজেপি হিন্দু নেতা বা সমৰ্থনকাৰী সকলৰ মাজতে ধৰ্ষণ কাৰীক কেনেদৰে আইনৰ অৱমাননা কৰি আছে , তেনেস্থলত সাম্প্ৰদায়ি ৰাজনীতি সকলোয়ে বুজি পায় ৷
@assamnoobgamer9752
@assamnoobgamer9752 20 күн бұрын
ৰাজহুৱা ফাঁচী দিয়ক।এনকাউনতাৰ কৰি লাভ নাই।দাইৰেক ৰাজহুৱা ফাঁচী দিয়ক।এই ঘনতা ‌কেইতাই মুখ্য মন্ত্ৰী কিবা ক'লে সাম্প্ৰদায়িক বুলিয়ে কয়। অবশ্যে মুখ্য মন্ত্ৰী ও একো কৰিব পৰা নাই।সৰু সৰু ছোৱালী বিলাকক ধৰ্ষণ কৰি আছে দুখো লাগে খঙ ও উঠে।
@Nahar01864
@Nahar01864 18 күн бұрын
Opradhik makor hotuyai guli koribo lage
@krbofficial7783
@krbofficial7783 19 күн бұрын
আজিকালি অসমৰ কিছুমান সংবাদ গোষ্ঠী আৰু কিছুমান ৰাজনৈতিক দল অসমৰ খিলঞ্জীয়া বিৰোধী এটা বিশেষ সম্প্ৰদায়ৰ ৰক্ষণাবক্ষক
@konvlogs2886
@konvlogs2886 19 күн бұрын
অখিলূদিন।
@Manju-ej3wm
@Manju-ej3wm 13 күн бұрын
Bohut hundor kotha kole amar akhil gogoi dangoriyei dhanyabad
@babusaikia7886
@babusaikia7886 19 күн бұрын
ঘটনা পৰিঘটনা এই বিলাক হলেই কেবল ৰাজনীতিলৈ তানে,,,
@babitahazarika6300
@babitahazarika6300 20 күн бұрын
ফাঁচী দিয়া উচিত
@user-yz2rj5xt5s
@user-yz2rj5xt5s 15 күн бұрын
অখিল গগৈৰ মন্তব্য খিনি মোৰ ভাল লাগিল। ধন্যবাদ......
@pikusaikia5953
@pikusaikia5953 20 күн бұрын
অখিল গগৈ মিয়া প্ৰেমী
@yttd2507
@yttd2507 16 күн бұрын
Right speak . hemonta Biswa Sharma. joy bharat,joy asom
@user-fj1fv6ke7q
@user-fj1fv6ke7q 20 күн бұрын
akhil gogoi e nijor vote bank r kotha bhobatkoi olp jati tur kotha bhabok namoni axom xekh.. Bki ase ujoni axom ontoto ujoni axom khn bosai rakhok nhle axomiya buli aku basi nathakiba..
@kumudbaruah2001
@kumudbaruah2001 20 күн бұрын
নিতুমনি শইকিয়া কংগ্রেসৰ দালালত পৰিণত হ, ল। নিতুমনি শইকিয়া আপোনাৰ পক্ষপাতিত্ব মুলক এংকৰিঙ গৰিহনা যোগ্য।
@insanurrahman7384
@insanurrahman7384 20 күн бұрын
News live r sambadikor kotha kiyo nokoi
@Sukanya123-jf3fk
@Sukanya123-jf3fk 20 күн бұрын
Ketiaba a goise saikrne dirct koe cm a pratidin r ktha
@ayangentertainer9975
@ayangentertainer9975 20 күн бұрын
suali ejoni rap hol tohot dutai bjpk defend koribo goi Anchor ejonk target korisa..emn bjp prem..suka kita khula..
@birak8581
@birak8581 19 күн бұрын
News live BJP ৰ দলাল হয়নে, কাৰণ গণতন্ত্ৰ ৰ চতুৰ্থ স্তম্ভ হিচাপে প্ৰতিদিন টাইম একমাত্ৰ channel যিয়ে প্ৰকৃত নিউজ প্ৰচাৰ কৰে
@rameshpayang7871
@rameshpayang7871 19 күн бұрын
Yes, news live r pora eyak kedile je ,
@samudranathdeka4879
@samudranathdeka4879 18 күн бұрын
দিগন্ত কলিতা দা ধন্যবাদ । মিয়া বুলি কলে বহুতে জ্বলে কিয় নাজানো ! ৰাইজে সকলো বুজি পায় নহয় কোনে কি ধৰণে কাৰ পক্ষত কথা কয় !
@dhimanpathak1271
@dhimanpathak1271 19 күн бұрын
শুনিবলৈ ভালনালাগিলেও , মুখ্য মন্ত্ৰীৰ বক্তব্য ১০০%সচা
@Highlightsmusic123
@Highlightsmusic123 20 күн бұрын
Miya channel
@creation1704
@creation1704 20 күн бұрын
ইয়াত ৰাজনৈতিক ভাৱে কথা পতাতকৈ যদি এজন সাধাৰণ নাগৰিক হিচাপে কথাখিনি পাতিলে সমাজৰ বাবে আৰু কি কি ব্যবস্থা কৰিব পাৰি তাকে নকৈ কাৰ দিনত কিমান‌ টা ধৰ্ষণ হৈছে সেইটো লৈ ও ৰাজনীতি আপোনালোকৰ, মৰমৰ অখিল গগৈ ডাঙৰীয়া আপুনি ৰাজনীতি প্ৰতিযোগিতাত ইমানেই নামিছে নে । আপোনাৰ সমষ্টিৰ ঘটনাটো আপুনি গম নোপোৱাকৈ ঘটনাটো কৰি দিলে সেইটো ৰোধ কৰিবলৈ পাৰিলেহেতেন ।চৰকাৰে সমাজৰ সকলো কথাই আগতীয়াকৈ জানিলে এই ঘটনা বিলাক নহ'ল হেতেন । মানুহৰ মানসিক চিন্তা‌ ধাৰাক কোনো ও সলনি কৰিব নোৱাৰে l
@sanatpatar7265
@sanatpatar7265 17 күн бұрын
অখিল গগৈ ডাঙৰীয়া আপোনাক শিৱসাগৰ বাসীয়ে জেলত থকা পিছো আপোনাক জয়ী কৰাইছিল কিন্তু আপোনাৰ সমষ্টিত ধৰ্ষন হোৱা পিছত আপুনি এবাৰো কিয় মাত নামাতিলে...ষ্টুডিঅত থাকি বিধান সভাত ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই..অসমীয়া বিপক্ষে বংগীয় মুছলমানৰ হৈ সপক্ষে মাত মতা প্ৰথমজন মানুহ অখিল গগৈ..
@pabitranath4675
@pabitranath4675 20 күн бұрын
সত্য ঘটনাৰ মিমাংসা কৰি উছিত শাস্তি প্ৰদান লেহেমীয়া কৰি ৰাজনীতি কৰি থাকি ভাল পায় ৰাজনৈতিক দল বোৰে। নিজৰে চৰকাৰ দেখোন তৎকালীন ভাৱে ব্যৱস্থা গ্ৰহন নকৰে কিয় ।
@basantahira8645
@basantahira8645 20 күн бұрын
আজি ৰাতিৰ ভিতৰতে চাফা কৰি দিব লাগে। কিহৰ বিচাৰ কৰি থাকিব লাগে।
@ghirenpait7526
@ghirenpait7526 18 күн бұрын
খিলঞ্জীয়া অসমীয়াৰ জীয়ৰী বোৱাৰ এক বিশেষ সম্প্ৰদায়ৰ কামনাৰ বলী হ'ব লাগিব?
@jenifahmed6860
@jenifahmed6860 19 күн бұрын
Akhil Gogoi Zindabad 👍
@user-yh3mf6ef1z
@user-yh3mf6ef1z 20 күн бұрын
দীগনত কলিতা মামাৰ ধামাধৰা
@Sukanya123-jf3fk
@Sukanya123-jf3fk 20 күн бұрын
Aru akhil gogoi congress aru miyar
@ayangentertainer9975
@ayangentertainer9975 20 күн бұрын
​@@Sukanya123-jf3fkAkhil raijor kontho.
@Immantu
@Immantu 19 күн бұрын
নিটু কি ভালকৈ চিনিছো এওৰ অনুষ্ঠানকি হ'ব পাৰে গম পাও অখিল্লুদ্দিনৰ কথা কি কম আৰু দিছলাইক এটাহে মাৰিলো চেলুলাৰ মহোদয় সকলে ৰাজনীতি কৰক মই নিজৰ কাম কৰোঁ
@JugaPrasadBorthakurJugaPrasadB
@JugaPrasadBorthakurJugaPrasadB 16 күн бұрын
মুঠতে নাৰী সুৰক্ষাৰ হকে অসমত কঠোৰতম আইন প্ৰণয়ন নহলে নাৰীৰ সুৰক্ষা অসম্ভৱ ।
@pranabdas6502
@pranabdas6502 20 күн бұрын
হিমন্ত বিশ্ব শৰ্মা এনেই চিঞৰি থাকে হিন্দু মুছলিম বুলি কিন্তু হিন্দু হৈ আজি হিন্দুৰ মন্ত্ৰী হৈ তেওঁৰ শাসন কালত আজি আমাৰ অসমীয়া বোৱাৰী জীযোৰী শিশু ধৰ্ষণৰ কবলত পৰি লগীয়া হৈচে নিজৰ দেশতে নিজে আজি ভগনীয়া হব লগীয়া হৈছে কিন্তু হিন্দু চৰকাৰ থাকিও আজি আমাৰ আই মাতৃৰ এই অৱস্থা এনেই হিন্দু হিন্দু চিঞৰি থাকিলে নহব হিন্দুৰ কাৰণে কাম কৰিব লাগিব ।
@digantaborah1705
@digantaborah1705 19 күн бұрын
Conclusion is outstanding by the chief editor. Thank you 🙏
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 16 күн бұрын
অসমৰ অধিকাৰ আসমীয়াৰ হাতত থকা বুলি কোন শ্ৰেণীৰ লোকে ভাবি আছে মুখ্যমন্ত্ৰী মহোদয়ে বুকুত হাত দি কব পাৰিবনে যি দুজন পলাবলৈ সক্ষম হৈছে পুনৰ আটক কৰিবলৈ সক্ষম হ'ব বুলি।। মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ প্ৰতি অনুৰোধ জনতাৰ ওপৰত লাঠি চলাই অত্যাচাৰ নকৰিব।।
@monalishasaiki7842
@monalishasaiki7842 20 күн бұрын
Serious discussion with Bharat Natah, thank you so much,Natah sir
@user-un8cb8qv3g
@user-un8cb8qv3g 19 күн бұрын
এই দিগন্ত বোলাতোক উলিয়াই দিব লাগে
@raidiongiaphulogurikhagari5187
@raidiongiaphulogurikhagari5187 17 күн бұрын
জেলত ৰাখি ভাত খুৱাই লাভ নাই নৰপিশাছবো
@DhritimanBhardwaj-pp3nt
@DhritimanBhardwaj-pp3nt 20 күн бұрын
সকলোৱে আইন খন role কৰি নিজৰ নিজৰ কটিত ভৰাই ল
@Ranju-t7j
@Ranju-t7j 17 күн бұрын
Akhil Gogoir kotha xokolue jodi mone mone xuni ase tene Akhil Gogoie kio mone mone xunibo nuare
@taigerking01ga
@taigerking01ga 17 күн бұрын
Okhil gogoi sar aponi thiky koisay aponi riell hero 🙏🙏
@nirupomachetia327
@nirupomachetia327 15 күн бұрын
ফিৰিঙতিৰ পৰাই খাণ্ডব দাহ নহয় যেন নিতুমনি তোমালোকৰ দায়িত্ত্ববহুত বেচি হৈ পৰিছেে ।
@duetfamily8580
@duetfamily8580 12 күн бұрын
Thank you Pratidin time🎉🎉?👍👍👍
@bikrambrahma2072
@bikrambrahma2072 20 күн бұрын
Buldozar solabo lage culpritor ghorot....
@user-yz2rj5xt5s
@user-yz2rj5xt5s 15 күн бұрын
ধন্যবাদ নৰহ ডাঙৰীয়া.... ।
@kamaleswarbordoloi993
@kamaleswarbordoloi993 20 күн бұрын
অপৰাধী অপৰাধীয়েই এই ৰেডিমেদ কথাবোৰৰ পৰাই যে লাই পাই পাই এই জাতিটো কিমান আগবাঢ়ি গৈ আছে দেখা নাইনে ? কংগ্ৰেছ আৰু অশিলে কি বেচ নোহোৱা কথা কৈ আছে অপৰাধীয়ে আত্মগোপন কৰিআছে ইমান সহজে ধৰিব পৰি নেকি ? এইদল কেইটাই এই জাতিটোক বুকুচাত তুলি লৈ বুকুৰ কুটুম কৰি উচতনি দি থাকিলে কোন চৰকাৰে আইন শৃংখলা কৰিব? ধৰ্মনিৰপেক্ষ সকল তহতৰ এয়া কি আৰু কিমান নহব চাই লবি । তহতে গাডীৰ লোভত অসমীয়া জাতিটো কি কৰিবলৈ গৈ আছ এবাৰ ভাবি চাবি ।
@hikmatali7538
@hikmatali7538 14 күн бұрын
এই বিজেপির নেতা জনে ধৰসনৰ দৰে দুসিক ৰাজনিতি ফালে টানি লৈই জায় আৰু হামপৰদাই ৰাজনিতি কোৰি বোলৈ হদাই উঠি পৰি লাগি থাকে৷ দুসি জুনে তাৰ কুন জাতি ধৰ্ম নাই বাৰ বাৰ কৈই থাকে বিশেষ হামপৰদাই বুলি কৈই থাকে হিন্দু হক বা মুচলিম হক দুসিক লৈই জাতিক টানি আনিব নালাগে এই টুএ মোৰ আহভান ৰাইজোলৈ জয় আই অসম
@monjulahon7712
@monjulahon7712 20 күн бұрын
অখিল গগৈ য়ে 100% শুদ্ধ কথা কৈছে ।
@kumudbaruah2001
@kumudbaruah2001 20 күн бұрын
অখিল গগৈয়ে মিঞা মুছলমান অপৰাধীবোৰ পক্ষ লৈছে। এই পাষণ্ড ই লুঞি, টুপি পিন্ধি ইতিমধ্যে মুছলমান হ'ল গতিকে ইয়াৰ পৰা হিন্দু ৱে একো ভাল আশা নকৰাই ভাল।
@user-ge9it2cl7u
@user-ge9it2cl7u 19 күн бұрын
দিগন্ত চৰকাৰৰ দোষ নাই যদি সাধাৰণ মানুহৰ দুখ আছে বুলি কব খুজিছে মানে।
@abanibayan4266
@abanibayan4266 19 күн бұрын
জিতুমণি শইকীয়া এই বিলাক আলোচনাৰ পৰা আপোনালোকে অপৰাধীক উৎসাহে জগাই আছে।আৰু ভণ্ড কৃষক নেতাক কিয় গুৰুত্ব দিয়ে। তেওঁ চিঞৰি থকাত বাদে আন একো নাই।
@GMORANGHUB
@GMORANGHUB 20 күн бұрын
অসমৰ এৰি বেলেগ দেশৰ লৈ গুছি যোৱাৰ সুবিধা থকা কাৰনেই
@BimanSaikia-eh6gc
@BimanSaikia-eh6gc 19 күн бұрын
আৰক্ষী এ কিয় লাঠী চাৰ্জ কৰিছে?
@dhrubajyotichakravarty5617
@dhrubajyotichakravarty5617 16 күн бұрын
এটা দোষীক ধৰিৱ নোৱাৰা পুলিছ suspend কৰক।
@mohendradohutia-dj5km
@mohendradohutia-dj5km 19 күн бұрын
মিয়া অসমৰ পৰা সম্পূৰ্ণ খেদায় দিব লাগে।।
@firuzuddin9961
@firuzuddin9961 18 күн бұрын
তই কেলা কচু খাবি
@user-zl1mn5jn2k
@user-zl1mn5jn2k 20 күн бұрын
ধা মাকা আগষ্ট ৰ 3 বুজিছে যেন লাগে।বা জতা টেমি ক টা ৰি । কাক বুলিব ককা ?
@BimanSaikia-eh6gc
@BimanSaikia-eh6gc 19 күн бұрын
কিয় হৈ থাকিব বন্ধ কৰক
@harrisnarahcreation3355
@harrisnarahcreation3355 18 күн бұрын
Wonderful speak to bharat chandra narah all are Tru speak ❤you 👏
@nirengogoi6132
@nirengogoi6132 19 күн бұрын
Amar অসমীয়া মানুহে অকলে প্ৰতিবাদ e কৰি থাকিব , amar eyat eaibur nohoi o যদি হয় তেনে gutai মুছলিম বস্তি উঠি যাব
@user-tk9gk1zf7z
@user-tk9gk1zf7z 20 күн бұрын
I Want Justice 100 Percent By CMSir please 🙏🙏
@user-tk9gk1zf7z
@user-tk9gk1zf7z 20 күн бұрын
Arest him
@UpenDeka-t9r
@UpenDeka-t9r 20 күн бұрын
অখিল গগৈয়ে সঁচা কথা কৈছে
@jibanbarman4631
@jibanbarman4631 17 күн бұрын
🙏🌼🇮🇳🌿🏹🌺🔱🕉️ নম জয় আই অসম আৰু ভাৰত মাতা কী হিন্দ জয়
@DebNath-fx3zj
@DebNath-fx3zj 17 күн бұрын
ফাঁচি দিব লাগে ধৰ্ষণ কাৰিক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে
@gopiram1364
@gopiram1364 17 күн бұрын
Akhil gogoir montobyat moi dhanyabad jonaiso
@caborah5874
@caborah5874 20 күн бұрын
মিঞা উচতনি দিয়া একমাত্ৰ বিধাইক অখিল
@subratachakrabarty9095
@subratachakrabarty9095 20 күн бұрын
Good
@dhrubajyotichakravarty5617
@dhrubajyotichakravarty5617 16 күн бұрын
অসম পুলিছ অত থলুৱা অসমীয়াৰ বাহিৰে আনৰ recruitment বন্ধ কৰক।
@prodip2284
@prodip2284 19 күн бұрын
সংৱাদ মেল পতা বিধায়ক অখিল গগৈ য়ে বিহাৰী -মাৰোৱাৰীক বহিৰাগত বুলি চিঞৰি টেটুফালি চিঞৰী থাকে আৰু মিঞাক মিঞা বুলি বেলেগে কলে অখিল গগৈৰ ইমান গা পুৰে কিয় ।😂
@islamicofficial3873
@islamicofficial3873 16 күн бұрын
Akhil Gogoi Right
@BaharulIslam-sm5bx
@BaharulIslam-sm5bx 17 күн бұрын
বিধান সভাত উত্থাপন কৰিছে, শিৱসাগৰত নগলে কি হ'ল।
@kaberimoran5496
@kaberimoran5496 18 күн бұрын
এই বোৰত ৰাজনীতিৰ সোমাব দিব নালাগে নহ'লে বৰ বেয়া হব। প্ৰতিবাদ সুৰক্ষা দিব লাগে নহ'লে সুবিধা বাদি বোৰে সুবিধা লব।
@pravachutia931
@pravachutia931 18 күн бұрын
আগৰ দিন কালবোৰেই ভাল আছিল ,যদিও মানুহবোৰ শিক্ষিত নাচিল জ্ঞানী আছিল আধ্যাত্মিক ভাবে ,।
@GautamBaruah-o6i
@GautamBaruah-o6i 20 күн бұрын
Anupam Chakraborty nisina news korok raije vhal pabo
@BirenRai-xr2xk
@BirenRai-xr2xk 18 күн бұрын
BahutBhalKathaKaleHimantaSire❤
@pranatiborthakur9462
@pranatiborthakur9462 19 күн бұрын
ধৰ্ষণ কাৰি সকলক ফাচি দিব লাগে।
@AbdusSalam-p6g
@AbdusSalam-p6g 19 күн бұрын
Akil Gogoi zindabad
@TulendraSaikia-tj1hn
@TulendraSaikia-tj1hn 18 күн бұрын
নিটুমনীয়ে অখিলক দাইলৰ মাৰিবৰ বাবে টকঢু পাতেনেকি
@pallabkakati3526
@pallabkakati3526 20 күн бұрын
নাটক - ধাৰাবাহিক নবনাই , অপৰাধী ধৰা পৰিছে যেতিয়া বা ধৰা পৰাৰ লগে - লগেই এইবোৰক মাৰি দিব লাগে । সব ক্ষেত্ৰত ৰাজনীতি নকৰিলে ভাল লাগে 🙏
@KiranChoudhury-jh2xy
@KiranChoudhury-jh2xy 20 күн бұрын
Cmiscorrect
@ViaresXxco
@ViaresXxco 20 күн бұрын
One nation one education is the need of the hour.
@taigerking01ga
@taigerking01ga 17 күн бұрын
Ami ata mosulman lora kintu ami katiyao nababu j ahomiya balag manu hihotor logot school kolaj pohi hqrur pora dagor hoisu .konubak dada konubak boni konubak khura konubak aita konubak anti boli matu .aru amar mattibaha ahomiya boli likhu aru likhima joi ai Assam 😓 🙏🙏
@nakulbanikya6653
@nakulbanikya6653 19 күн бұрын
এটা নিৰ্দিষ্ট গোষ্ঠীক সদায় (target)কৰি, মন্তব্য কৰিলে পৰিস্থিতি বেয়ালৈ যায়।
@user-mp4lc9nn9j
@user-mp4lc9nn9j 20 күн бұрын
অখিল গগৈয়ে ডাঙৰীয়া ঠিক কথা কৈছে ❤❤❤
@dhrubajyotichakravarty5617
@dhrubajyotichakravarty5617 16 күн бұрын
এইজন সিহতৰ নেতাই ধষর্ণ ৰ কথা কৱলৈ আহি আলফা ৰ কথা উল্লেখ কৰিছে কিয়????????
@sukurambordaloi
@sukurambordaloi 15 күн бұрын
@ahidulshek2607
@ahidulshek2607 19 күн бұрын
সোনৰ অসম গৰকনা আমি আছু ৰজনিতি কৰি কিলাপ হব বৰং খতিহে দেখা পাওয়া নিজৰ ঘৰ নিজৰ গাও নিজৰ অসম
@jutikamonidas...8400
@jutikamonidas...8400 20 күн бұрын
Akhuldden hai hai
@duetfamily8580
@duetfamily8580 12 күн бұрын
Akhil Gogoi jindabad❤❤❤
@phanindradevagoswami4635
@phanindradevagoswami4635 18 күн бұрын
লেংটা বা অৰ্দ্ধনগ্ন video, বলীয়া কিশোৰীৰ BF trend,বাইকত পুৰুষৰ দৰে বহা,অপৰাধী নাৰীৰ চকুত পটি লগোৱাূূ সংবাদ সংযত কৰিব নোৱাৰিনে?
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20
Секрет фокусника! #shorts
00:15
Роман Magic
Рет қаралды 84 МЛН
Blue Food VS Red Food Emoji Mukbang
00:33
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 36 МЛН
Rahul Gandhi Addresses Public Rally In Ramban | Jammu Kashmir Election
2:52:05
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20