ASSU অকল LECTURE দিয়াৰ বাদে একো কাম নাই।😂😂😂ASSU is a TRAINING CENTRE of POLITICIAN.
@অসমীয়াবোৱাৰী-ঝ৭ব2 ай бұрын
আছু এটা বেপাৰী এজেঞ্চী
@myoldgramophoneinworkingco25592 ай бұрын
আছু হতাশ কিয় হ'ব বাৰু?? পৱিত্ৰ আছু মঞ্চয়েই হ'ল ৰাজনৈতিক নেতা হোৱাৰ কমাৰশাল ।। আৰু এই মঞ্চত লালিত পালিত হৈ যি দিনা ৰাজনীতিৰ নেতা হ'ল সেইদিনাৰ পৰাই এই মঞ্চৰ উদ্দেশ্য আৰু লক্ষ্যক অৱমননা কৰাতোয়েই তেওঁ লোকৰ আদৰ্শ হৈ পৰে ।। উদাহৰণ আপোনালোকেই দিয়ক ।।
@bharatiborah-t5l2 ай бұрын
সুন্দৰ উপস্থাপন কৰিছে কৰিলে ডাঙৰিয়া
@ChaithanyaS-ow8ij2 ай бұрын
অসমত এতিয়া আছুৰ কাম নাই
@DipakBorah-b8e2 ай бұрын
সুন্দৰ কথা কৈছে আপোনি
@ChakraKonwar-tj1bmАй бұрын
1985ত অসম চুক্তি হ'ল, পিছ মূৰ্হুততে অসমত IMDT ,আইশ জাপি দিয়া হল । এতিয়া অসম চুক্তিৰ 6 No দফা ৰুপায়নৰ কথা কৈছে, আগত কা আইন জাপি দিয়া হল ।
@papunath19902 ай бұрын
Aasu jindabad
@ratugogoi77692 ай бұрын
তহতৰ কামনাই শুই থকা
@অসমীয়াবোৱাৰী-ঝ৭ব2 ай бұрын
আছু নেতাবোৰ কেনেকৈ কোটিপতি হয় বিদুৰভাই
@SaifulIslam-uc9tw2 ай бұрын
Very Good😢
@kusheswarbaruah36872 ай бұрын
আছু ভাই সকল ৫১কৰক, বাকী কথা বোৰ কৈ লাভ নাই, ,সাহস কৰক, ধন্যবাদ
@PadmaLalung-iq7ikАй бұрын
হাই অসমীয়া ৷ মুখেৰে ফেল ফেলাই থাকিলেইই নহ’ব ৷বহিৰাগতৰ জনসংখ্যা ৯০%শতাংশ বৃদ্ধি হ’লে এনেও সকলো অধিকাৰ বহিৰাগতই কাঢ়ি ল’ব ৷ যেনে বাংলাদেশ ৷,.d.. H. U.. B. U.. r.. i. জয় আই অসম ব হি ৰা গ ত হ’ ম ভুমি পু। অসমীয়া ৷
AASU and Himantoi Axom Lutaar baade ako kaam Kora naai.😅Congress better than other party.
@MonjitSaikia-k9p2 ай бұрын
Ghenta sob Akai cong aru beya
@user-jhdk777j2 ай бұрын
Congress or nisina Lutura party kotu ni baba
@BhaskarKolita-bu4nq2 ай бұрын
Joi Aai Oxom.🙏
@ajitexplorer13822 ай бұрын
Koi ki labh
@AbdulHoque-fn1twАй бұрын
Thanks
@ManowaraBegum-g1yАй бұрын
Very good
@HemantaNath-nh9gc2 ай бұрын
Thik kasee thanks
@DilipChakraborty-j6b2 ай бұрын
BJP চৰকাৰে অসম চুক্তি কেতিয়াও ৰূপায়ন হব নিদিয়ে আৰু বিদেশী অনিবহে , কিন্তু আজি মই দুখেৰে কওঁ যে ASSU কৰা প্ৰায় ভাগ নেতা সকলে বিজেপি দলত যোগ দি আছে , ইয়াৰ কাৰণ কি এই প্ৰশ্ন থাকিল
@niruhardware92442 ай бұрын
1951 n r c
@arpanbora84232 ай бұрын
Thik ase 1951?? But..apuni caa support kore ne virodh??
@baharzanbibi12972 ай бұрын
Good discussion,
@commenti54592 ай бұрын
মাইকেল কেনেকৈ হতাশ হব গাদী পাৰ্মানেন্ট
@jatinborah-hj9jf2 ай бұрын
Himant biswsorma is a Assam,s very probonshok 😭.joy.aai assom