ধিং কাণ্ডৰ তফাজ্জুলক লৈ মুখ্যমন্ত্ৰীৰ লগতে DGP কিয় নিমাতী কন্যা হৈ আছে?

  Рет қаралды 20,462

NorthEast Now

NorthEast Now

Күн бұрын

⛔ধিং কাণ্ডৰ তফাজ্জুলক লৈ মুখ্যমন্ত্ৰীৰ লগতে DGP কিয় নিমাতী কন্যাৰ ভূমিকাত অৱতীৰ্ণ হৈছে?
⛔সঁচাকৈয়ে আদালতৰ গোচৰ উঠাই ল'বলৈ ধিং আৰক্ষীয়ে ৫০ লাখ টকাৰ বাম্পাৰ অফাৰ দিছিল নেকি তফাজ্জুলৰ পিতৃক?
⛔পিতৃৰ বিস্ফোৰক অভিযোগৰে বাতৰি প্ৰচাৰৰ পাছতো কিয় কোনো স্পষ্টীকৰণ নাই নগাঁও আৰক্ষীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানৰ?
⛔হিমন্তবিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত ২০২১ ৰ পৰা আৰক্ষীৰ বৰ্বৰতাৰ ইতিবৃত্ত সামৰি এই বিশ্লেষণ!
⛔আইন-আদালতলৈ বাট নাচাই আৰক্ষীয়ে নিজে
শাস্তি প্ৰদান কৰাটো সাধাৰণ জনতাৰ বাবে কিমান ভয়ংকৰ?
⛔আৰক্ষীৰ জিম্মাত মৃত্যুৰ দৰে ইমান ডাঙৰ ডাঙৰ কাণ্ড সঘনাই ঘটি থকাৰ পাছতো বিৰোধী শক্তিৰ নীৰৱ ভূমিকাও ৰহস্যজনক!
⛔সকলো সামৰি নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান সাময়িকী!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 85
🎙RADIO JEKAFO 20 SEPTEMBRE 2024 🔴EN DIRECT
34:13
KABALA
Рет қаралды 39 М.
Players vs Corner Flags 🤯
00:28
LE FOOT EN VIDÉO
Рет қаралды 40 МЛН
Modus males sekolah
00:14
fitrop
Рет қаралды 26 МЛН