Рет қаралды 6,032
• নিতৌ পোহৰলৈ আহিছে ধিং কাণ্ডক লৈ ন ন চাঞ্চল্যকৰ তথ্য
• পানীত পৰি মৃত্যু হোৱা তফাজ্জুল প্ৰকৃততে বলাৎকাৰত অভিযুক্ত তফাজ্জল নহয়
• থানাতে হত্যা কৰি পুখুৰীত পেলাই দিয়া হৈছিল তফাজ্জুলৰ মৃতদেহ
• মৃত তফাজ্জল, ধর্ষণত অভিযুক্ত তফাজ্জল দুজন ভিন্ন ব্যক্তি
• গোচৰ উঠাই ললে ৫০ লাখ টকা, ৫ টা ঘৰ, দুবিঘা মাটি প্ৰদানৰ প্রলোভন
• মৃত তফাজ্জলৰ পৰিয়ালৰ দাবী আৰক্ষীৰ অকথ্য নির্যাতনতহে মৃত্যু হ'ল তফাজ্জলৰ
#SangbadPrahari #AssamPolice #Dhing #Taffajul #BulbulJamanur