DHOLE LOGAI MAAT-2022 | BIKASH GOGOI | APURBA JYOTI MOHAN |ঢোলে লগাই মাত | New Bihu song 2022

  Рет қаралды 729,094

Anupom Bitupon

Anupom Bitupon

Күн бұрын

Пікірлер: 501
@SushmitaSushmita-u4i
@SushmitaSushmita-u4i 9 ай бұрын
এইটো গীত ত কি যাদু আছে নাজানো , বাৰে বাৰে শুনিলেও হেপাঁহ নপলায় ❤❤❤
@sangitasaikiaofficial7030
@sangitasaikiaofficial7030 3 жыл бұрын
কি সোৱাদ ঔ! সদাই শ্ৰেষ্ঠ এওঁলোকৰ যুটি! প্ৰিয় প্ৰিয় প্ৰিয়
@simsimagogoi9878
@simsimagogoi9878 3 жыл бұрын
ইমান সুন্দৰ গীত,এপাক ননচাকৈ থাকিব নোৱাৰি।আগবাঢ়ি যোৱা, এইদৰে পুৰণি গীতৰ সুৰৰ ধাৰা বোৱাই নিয়া। বহুত শুভকামনা থাকিল।
@jayantiboro1884
@jayantiboro1884 3 жыл бұрын
" ধোলে লগাই মাত " বিহুখনি সচাই সুন্দৰ পৰিবেশন হৈছে , শ্রোতা দশকৰ মন আকষিত হৈছে । 👍
@NitulDadhara
@NitulDadhara 3 жыл бұрын
বিহু বিহু 🕺
@mayurigogoi
@mayurigogoi 3 жыл бұрын
বিহু হ'লে এনেকুৱা হ'ব লাগে... শুনিলেই নাচো নাচো লাগি গৈছে.... বৰচহকী গাঁৱৰ ৰাইজ আছে বুলি জানি ভাল লাগি গৈছে... কাৰণ মোৰ মা ও বৰচহকী গাঁৱৰ জীয়ৰী....
@hiranyabaruah8515
@hiranyabaruah8515 2 жыл бұрын
hxakoi bht dhuniya lgise bihu tu....anekua hle xunile mn2 blg lgi jy❤❤❤
@papukrnath8
@papukrnath8 2 жыл бұрын
Ane bur bihu gan xunile rokhibo nuwara hau ❤️❤️❤️❤️bihut ghart jabo nuwarile bahut beya lage mon😭😭...bihu buli kole amar axomiya baputi xahon...I love my bihu...bihu amar akhomiya baputi xahon...❤️❤️❤️❤️❤️..lekhuta kiba vul hbo pare beya napabo...
@dipavlogs578
@dipavlogs578 Жыл бұрын
Hosa ke hoi deuk bhut dhniya bihu nasu nasu lagi jai
@kalyankumardutta3789
@kalyankumardutta3789 Жыл бұрын
Hoi😢
@gautamdebnath8141
@gautamdebnath8141 Жыл бұрын
Exactly Bihu Dance is ever best dance all over India
@naba5361
@naba5361 3 жыл бұрын
সংস্কৃতিক ধৰি ৰখাৰ এই প্রয়াস দেখি এজন অসমীয়া যুৱক হিচাপে গৌৰাম্বিত হৈছোঁ 💙🙏 পুৰণা সুৰ আকৌ ঘূৰি অহা দেখি আৰু উৎফুল্লিত হৈ পৰিছোঁ🌺
@bornalimohan514
@bornalimohan514 3 жыл бұрын
গীতটি লগত জড়িত হৈ থকা সকলো কর্মকর্তা লৈ বহুতো ধন্যবাদ ইমান ধুনীয়া বিহু গীত এটি উপহাৰ দিয়া বাবে❤❤
@tapangogoi9480
@tapangogoi9480 3 жыл бұрын
Bihu pagol mur nisina ajonor karone aitu ata masterpiece....... Thank you..... god bless all of you.....
@debajitrock8469
@debajitrock8469 Жыл бұрын
সুন্দৰ হৈছে,,,😍😍😍বিহু মেইন,,,😘😍😍😍
@simichandi4784
@simichandi4784 2 жыл бұрын
Hosakoi bohut dinor murat bhal bihu geet eta hunibo palo...ajikali enekua bihu gan hunibola khub kom.pua jai...bihu buli kola enekua hobo lage jate nasu nasu lage jai...bohut besi val lagel geet2....in future jateo apunaluk enekua bihu gan d thake jen amak....Rongali bihu huvessa thakil
@magicoflife9878
@magicoflife9878 3 жыл бұрын
Bohut dinor murot eman bhal bihu gaan eta xunilu... Gaa nasi uthise... Thank you so much for this amazing composition 🙏
@deepshikhasahariah
@deepshikhasahariah 2 жыл бұрын
Bihu xsakoi ankua hb lage ..❤️ ..xunilei xuni thaku thaku logaaaa
@niturajgogoi8131
@niturajgogoi8131 3 жыл бұрын
বিহু বিহু লাগিছে গাত ❣️❣️❣️ বৰ বিহু লাগিছে গাত💓💓💓 ....... অ' নেৰিবা......
@MBAdrita
@MBAdrita 3 жыл бұрын
ভাল লাগিল নতুন বাদ্য যন্ত্ৰৰ ব্যৱহাৰ সলনি আমাৰ পৰম্পৰাগত বাদ্য যন্ত্ৰৰ ব্যৱহাৰ কৰি বিহুগীতটি আমাৰ মাজলৈ উলিয়াই দিয়া বাবে।আন্তৰিক ধন্যবাদ। শুভকামনা জনালোঁ।আগুৱাই যাওক।
@akhilgoswami8142
@akhilgoswami8142 3 жыл бұрын
মন আপ্লুত কৰিছে ,ভবিষ্যতলৈও আশা কৰিলোঁ । অভিনন্দন জ্ঞাপন কৰিলোঁ ।
@bikashsarma3486
@bikashsarma3486 3 жыл бұрын
Bohut dhunia majotdanc thoka hola aru moja ??
@jitenthakuria8062
@jitenthakuria8062 2 жыл бұрын
2:08 goosebumps.... পেঁপাৰ মাত শুনিলে ৰবকে নোৱাৰোঁ। বিহু হলে এনেকুৱা হ'ব লাগে । আটাইকে অভিনন্দন আৰু ধন্যবাদ জনালো ইমান ধুনীয়া বিহু গান এটা উপহাৰ দিয়াৰ বাবে।
@lalitagogoi-vt4wx
@lalitagogoi-vt4wx 7 ай бұрын
তোমালোকৰ বিহু গীতে আমাৰ মন জয় কৰিছে ইমানেই ধুনীয়া হৈছে তোমালোকৰ বহু প্ৰগ্ৰেম very nice voice ❤❤❤❤❤❤❤❤❤❤❤❤❤
@hridoydeka2150
@hridoydeka2150 3 жыл бұрын
Mjaaaa...anekuwa buror he proyujn ajikali.....aamar tholuwa bihu bur naiKya hoi goise...aru lagibo..👌👌👌
@dhirajjkg3478
@dhirajjkg3478 3 жыл бұрын
আজ্জৈ। এয়াহে আমাৰ বিহু। অসমীয়া হিচাপে like কৰি দিয়া।
@bickyhazarika
@bickyhazarika 3 жыл бұрын
সুন্দৰ,, বহুত দিনৰ মূৰত বিহু ৰ মাত শুনি বৰ ভাল লাগিছে।।ভাল হৈছে বিকাশ,, আগুৱাই যোৱা।।
@praytushchetia4200
@praytushchetia4200 3 жыл бұрын
শেষৰ ফালে আৰু এটা পেঁপাৰ কলি লাগিছিল ।। বাকী মজা হৈছে 🔥🔥🔥🔥
@nandinikalita2231
@nandinikalita2231 3 жыл бұрын
হেৰাই যাব ধৰা পুৰণি বিহুগীতক নতুন ৰূপ দিয়া বাবে অশেষ ধন্যবাদ ❤️
@axomiyasuwalijusmi9137
@axomiyasuwalijusmi9137 3 жыл бұрын
নেৰিবা.... বৰ ভাল লাগিল দেই 💕 নাচিবলে হে মন গৈছে ❤️❤️❤️❤️❤️
@bishalsaikia5795
@bishalsaikia5795 3 жыл бұрын
Bondhu Bikash❤️Apurba❤️ Biplov Da❤️Bishwa da ❤️Dhurva da❤️Rajiv Da 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥Entire team bht bht huvesha
@Jitumoniborah1
@Jitumoniborah1 3 жыл бұрын
সুন্দৰ ৷ ৰাতিপুৱাই বিহু বিহু লাগি গ’ল।
@neelakashsiakia9122
@neelakashsiakia9122 3 жыл бұрын
Bihu Bihu got up in the morning
@hemaborgohain556
@hemaborgohain556 2 жыл бұрын
এইয়াহে বিহু। বহুত ভাল লাগিল দেই।
@dibyajyotinath6961
@dibyajyotinath6961 Жыл бұрын
Aru aku nalaga aru eman sundor hoisa aru Val Val songs Pam bola asa korisu keep it up all teams 😍😍😍😍🔥🔥🔥🔥❤️
@lalitagogoi-vt4wx
@lalitagogoi-vt4wx 7 ай бұрын
ইমান ধুনীয়া কণ্ঠ very nice voice congratulations🎉❤🎉❤🎉❤
@ritupondihingia6094
@ritupondihingia6094 3 жыл бұрын
বিহু বিহু লাগি গৈছে দেই কঁকাইহঁত ।। হিট হৈছে একদম ।।
@nitusgohain131
@nitusgohain131 3 жыл бұрын
Bondhu axomiya herai jua gaan ghurai paisuu ....🙏🙏👍👍👍👍
@monjyotsnahazarika7333
@monjyotsnahazarika7333 2 жыл бұрын
Ki j hundor ❤️❤️❤️❤️ Gan tu huni Ga hat khon ath khon hoi gol
@অসমীয়াখূহুতিয়া
@অসমীয়াখূহুতিয়া 3 жыл бұрын
সুন্দৰ, অসমীয়াৰ বাপোতি সাহোন বিহুৰ মাদকতা ৰাখি সুন্দৰ ভাৱে অতিজৰ সেই নিভাজ বিহু গীত উপস্থাপন কৰা বাবে ধন্যবাদ ❤️
@b.jgogoi9698
@b.jgogoi9698 2 ай бұрын
Ai bihu tu huni akebare nasi diu ken lagise❤❤❤
@sanjibbora1789
@sanjibbora1789 3 жыл бұрын
বিহু ৱে প্ৰাণ পাই উঠিছে ,অনুপম বিটোপন চেনেলত সঁচাকৈ নিৰ্বাচিত অনুষ্ঠান সমূহে ৰাইজক বহু উপকৃত কৰিছে আগলৈও এনেকৈ আগবাহি যাওক
@sadhansonowal2693
@sadhansonowal2693 3 жыл бұрын
অতি সুন্দৰ আকৰ্ষণীয় হৈছে 🔥🔥🔥🔥🔥
@karobigogoi1963
@karobigogoi1963 Жыл бұрын
Eiburhe bihu....nasu nasu loga...🥰🥰🥰
@rekhachangmai5378
@rekhachangmai5378 3 жыл бұрын
ৰাতিপুৱাই মনতো ভাল লাগি গল।এপাক নাচিয়ে দিলো😊😊😊💃
@madhusmitaborah7840
@madhusmitaborah7840 3 жыл бұрын
ধুনীয়া ✨ বিহু বিহু লাগি গৈছে ❤️✨
@mrinmoyjitsaikia6730
@mrinmoyjitsaikia6730 3 жыл бұрын
Bikash da..apurba da..🔥♥️jui jui..
@birajprotimborah3847
@birajprotimborah3847 3 жыл бұрын
ধুনীয়া লাগিল। থলুৱা বিহু গীত বোৰ শুনিলে মন প্ৰাণ জুৰাই যাই।
@knowledgetv3821
@knowledgetv3821 2 жыл бұрын
juii bhaityy
@pankajgogoi9233
@pankajgogoi9233 3 жыл бұрын
বিহু বিহু লগাৰ এক সঁচা অনুভৱ... ৰাতিপুৱাই মনটো ভাল লাগিল... মাঘ বিহুত নাইবা জানুৱাৰীৰ দিনা অলপ হেৰি গিলি নাচিবলৈ কমটি ভাল লাগিব নে😀😀
@dipankarrajkonwar5796
@dipankarrajkonwar5796 3 жыл бұрын
Dhunia... Bohu dinor murot bor dhunia bihu geet eta hunibo palu 👌
@lobojeetarandhara314
@lobojeetarandhara314 2 жыл бұрын
এইয়া হে আমাৰ আচল বিহু । এনেকুৱা বিহু শুনি নানাচি থাকিব পাৰি জানোঁ !! 💥💥🔥✨❤❤
@sanjibkonwar7691
@sanjibkonwar7691 2 жыл бұрын
বৰ সুন্দৰ গায়কী, ঢোলৰ লগতে গুঁইছালৰ বীণখন অতি উত্তম।
@m.bminabakathial.5636
@m.bminabakathial.5636 3 жыл бұрын
বহুত বহুত ভাল লাগিল দাদা সকল👍🏻👍🏻👍🏻👍🏻❤️❤️ বিহু, বিহু লাগিছে 👍🏻👍🏻🙏🙏
@SandipanPhukon
@SandipanPhukon 3 жыл бұрын
সুন্দৰ। ধন্যবাদ জনালোঁ।
@bibdraws
@bibdraws 3 жыл бұрын
"বিহু বিহু বৰ বিহু লাগিছে গাত" 🖐️🥰🖐️
@mainasikhadasofficial6278
@mainasikhadasofficial6278 3 жыл бұрын
আজ্জৈ ককাইহঁত নেৰিবা❤️বিহু বিহু 🙏
@prokashdas972
@prokashdas972 2 жыл бұрын
সুন্দৰ সুন্দৰ , মন খুচ ৷
@krishnarajkonwar4232
@krishnarajkonwar4232 3 жыл бұрын
মজা লাগিল বন্ধু
@jitamonikonwar2974
@jitamonikonwar2974 2 жыл бұрын
বিহু হ'লে এনেকোৱা হ'ব লাগে শুনিলে নাচো নাচো লাগে ধন্যবাদ ❤️❤️
@devajitgogoi1o1
@devajitgogoi1o1 2 жыл бұрын
সুন্দৰ ❣️
@shivangigogoi2075
@shivangigogoi2075 3 жыл бұрын
বহুত ধুনীয়া ❤❤
@jullybhuyan7247
@jullybhuyan7247 8 ай бұрын
Very beautifully composed.keep it up
@barshabaishya4403
@barshabaishya4403 3 жыл бұрын
ইমান ধুনীয়া 💕
@puspakonch7731
@puspakonch7731 2 жыл бұрын
ভাল লাগিল গীতৰ কথা সুৰ কন্ঠ লগতে সকলো।।
@barnalibarman8973
@barnalibarman8973 3 жыл бұрын
Congratulations... Bohut dhunia hoise de
@kabitaboruah9602
@kabitaboruah9602 3 жыл бұрын
সুন্দৰ ।বহুত ভাল লাগিল ।আগুৱাই যোৱা ।
@dipanjalichetia455
@dipanjalichetia455 3 жыл бұрын
সুন্দৰ ।
@tukuborah480
@tukuborah480 3 жыл бұрын
কি গাইছে অ ।বৰ ভাল লাগিল দেই।
@ratnedas9418
@ratnedas9418 3 жыл бұрын
Dhuniya hoise 👌👌👌💕💕💕🥰🥰
@amritmissong3381
@amritmissong3381 3 жыл бұрын
Aijoy Bihu bihu lagi goise dei bohut dhuniya😍🔥🔥🔥🔥🔥🔥
@pabitradas1768
@pabitradas1768 3 жыл бұрын
wow....bhal lagil dei broaagbahi jua
@santanuneog4795
@santanuneog4795 3 жыл бұрын
সুন্দৰ ভাই অপূব🥰🥰🥰 আগুৱাই যা আৰু
@bijoydeep8926
@bijoydeep8926 3 жыл бұрын
Mojaa 🔥🔥🔥bihu bihu lagise gaat 💚🔥
@sarangabora285
@sarangabora285 3 жыл бұрын
অতি সুন্দৰ বিহু গীত ❤️
@madhurjyakalita6130
@madhurjyakalita6130 3 жыл бұрын
বঢ়িয়া লাগিল দেই ।
@nitulsaikia6162
@nitulsaikia6162 3 жыл бұрын
Uff mrng mrng mn tuei vl lgi goise
@borakhaborgohain7296
@borakhaborgohain7296 3 жыл бұрын
বহুত বহুত ভাল লাগিলে চাৰ বিহু গানটো শুনি 👍👍
@fluteminal538
@fluteminal538 3 жыл бұрын
Bohut dhuniya hoise😍😍🥰🥰❤❤
@sureshmohan8165
@sureshmohan8165 3 жыл бұрын
প্ৰকৃত বিহু নাম৷ভাল লাগিল৷
@surajgogoi9513
@surajgogoi9513 3 жыл бұрын
Hundor hoise aag barhi jua
@monujbhuyan6676
@monujbhuyan6676 3 жыл бұрын
Oti hundor hoise bondhu
@mukeshchamuah2099
@mukeshchamuah2099 3 жыл бұрын
সুন্দৰ হৈছে
@swapnabikashphukan6021
@swapnabikashphukan6021 3 жыл бұрын
এপাক নাচিবৰে মন।। সুন্দৰ।।
@binitaborah7850
@binitaborah7850 3 жыл бұрын
ভাল লাগিল। অভিনন্দন আৰু শুভকামনা থাকিল।
@khirudkonwar3094
@khirudkonwar3094 3 жыл бұрын
It's all about Assamese rural bihu. Need more........
@chanakyachetia90
@chanakyachetia90 3 жыл бұрын
Borhiaa sir ❤️🎉🎉🥳bihu bihu
@fkotiyaboy3275
@fkotiyaboy3275 3 жыл бұрын
Bohut vl lagil
@jahidzee-2427
@jahidzee-2427 3 жыл бұрын
বহুত ধুনীয়া, মনটো ভাল লাগি গ'ল ৰাতিপুৱাতে।
@debajanidutta5586
@debajanidutta5586 3 жыл бұрын
বৰ ভাল লাগিল।👏👏👏
@chayanikagogoi956
@chayanikagogoi956 3 жыл бұрын
বঢ়িয়া হৈছে 👌👌
@Kavyamvloger9999
@Kavyamvloger9999 3 жыл бұрын
Bahut bhal lagise biki aru apur ,,,,,aru aguwai juwa Amar akhibad hadai as 👌👌👍👍👍
@sanjeebaxom58
@sanjeebaxom58 3 жыл бұрын
Borhiya
@niharikabg8821
@niharikabg8821 3 жыл бұрын
Bohut val lagise bihu bihu lagi goise ❤️❤️nasu nasu lagi gol😁
@Joonborah86
@Joonborah86 3 жыл бұрын
এ মজা লাগিল
@assamlover8084
@assamlover8084 3 жыл бұрын
বৰ সুন্দৰ হৈছে
@joyshreegogoi837
@joyshreegogoi837 3 жыл бұрын
অতি সুন্দৰ হৈছে😍😍
@anushreebaishya9996
@anushreebaishya9996 3 жыл бұрын
বিহু ❤️❤️❤️ খুব ধুনীয়া হৈছে❤️💫
@subantigogoi7745
@subantigogoi7745 3 жыл бұрын
গীত শুনি নথৈ আনন্দিত হ'লো । উজ্বলময় ভৱিষ্যতৰ গতি অৱধাৰিত হ ওক , শুভেচ্ছা থাকিল ।
@manashpratimbora8614
@manashpratimbora8614 3 жыл бұрын
বিহু ত কে ওপৰত একো নাই। ❤️❤️❤️।
@anantacreation0791
@anantacreation0791 3 жыл бұрын
Val lagil dada 😍
@gitashreedanceworld1799
@gitashreedanceworld1799 3 жыл бұрын
Ajiooo🔥🔥💖
@dhrubabardoloi7599
@dhrubabardoloi7599 2 жыл бұрын
ধন্যবাদ জনালোঁ আনপোনালোকলৈ সুন্দৰ এটি বিহুৰ গীত আমাৰ মাজৰলৈ আগবঢ়াই দিয়া বাবে লগতে সকলো কে নতুন বছৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ
@kabitagogoi941
@kabitagogoi941 3 жыл бұрын
এইটো গানত বিহুত এপাক নাচিম বুলি আশাৰে বাট চাই ৰৈ আছো❤️❤️❤️
@jumanlala8490
@jumanlala8490 3 жыл бұрын
এইয়া হে আমাৰ বিহু।।।
@hudipbodkakotyhudipbodkako7801
@hudipbodkakotyhudipbodkako7801 3 жыл бұрын
Moja Video Moja 😘😘😘
@urmimalahduarah1505
@urmimalahduarah1505 3 жыл бұрын
ইয়াতকৈ ধুনীয়া নাই💣💥
Что-что Мурсдей говорит? 💭 #симбочка #симба #мурсдей
00:19
Арыстанның айқасы, Тәуіржанның шайқасы!
25:51
QosLike / ҚосЛайк / Косылайық
Рет қаралды 681 М.
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 64 МЛН
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
好人小丑
Рет қаралды 37 МЛН
Что-что Мурсдей говорит? 💭 #симбочка #симба #мурсдей
00:19