ধুবুৰীৰ কোচ ৰাজবংশীৰ গাঁও ঘেৰাও কৰি ৰাখিছে মুছলমানে! হিমন্ত বিশ্ব

  Рет қаралды 42,887

NB News

NB News

4 күн бұрын

ধুবুৰীৰ কোচ ৰাজবংশীৰ গাঁও ঘেৰাও কৰি ৰাখিছে মুছলমানে! সংবাদ মাধ্যমৰ ওপৰত পুনৰ কিয় অসন্তুষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?
#nbnews #nbnewsdigital #HimantaBiswaSarma #assampolitics
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Пікірлер: 124
@abuhammadqasimi9842
@abuhammadqasimi9842 2 күн бұрын
আইনী ক্ষমতা থকা সকলে আইন প্ৰয়োগ নকৰি মেডিয়াত দম্ভালি মাৰি ফুৰাৰ ৰহস্য কি ?
@amiyachetia2017
@amiyachetia2017 3 күн бұрын
ঠিকেই কৈছে মন্ত্ৰী ডাঙৰীয়াই। মিডিয়াৰ কান্দ সকলোৱে বুজি পোৱা হ'ল।
@anupkrdas6798
@anupkrdas6798 2 күн бұрын
আমাৰ অসমীয়াই ইহতক হাতেৰে নামাৰি কাম কাজেৰে ইহতক মাৰক। ইয়াৰ বাবে প্ৰত্যেক অসমীয়াই সকলো কামতে পৈনত হব লাগিব । কৃষি কৰ্মৰ পৰা আদি কৰি ঘৰ বনোৱা মিস্ত্ৰী, হাজিৰা কৰা বনুৱা , আদি সকলো কামতে পাকৈত হব লাগিত যাতে ইহতৰ কোনো কামতে প্ৰয়োযন আহি নপৰে । অসমীয়া চেস্টা কৰিলে সকলো কাম সম্ভব হব পাৰে । আগতে আমাৰ মানুহে কৰি খোৱা নাছিল নেকি । চৰকাৰী মাটিবোৰ, চৰৰ মাটি আৰু সত্ৰ মাটিবোৰ উদ্ধাৰ কৰিব লাগে অতি সোনকালে ।
@user-bl9bk1wp5p
@user-bl9bk1wp5p 3 күн бұрын
যদি কঙগেছৰ চৰকাৰ আহে অসমীয়াৰ অবস্থা দুখ লগা হব
@Surajjamanprodhani
@Surajjamanprodhani 3 күн бұрын
Orunodoi pai nki
@buddhachoudhury3368
@buddhachoudhury3368 2 күн бұрын
Aamar Hindu hokole Cong vot di nijor bhorit niji kuthar marise.
@asmsamurai3993
@asmsamurai3993 6 сағат бұрын
​@@Surajjamanprodhani আপুনি বাংলাদেশী মিয়াৰ Supporter নেকি অসমৰ বদনৰ বংশধৰ নেকি আপুনি ।
@user-xw2sz7hr2w
@user-xw2sz7hr2w 3 күн бұрын
Sob miya. Miya thakile sob ses hoi jabo. Habodhan.
@jetukimech3484
@jetukimech3484 2 күн бұрын
25 বছৰে হিমন্ত ই দেখা নাছিল নেকি বিশেষ লোকে কোচৰাজবংশী লোক সকলক যে আগুৰি আছিল
@radheradhe14542
@radheradhe14542 2 күн бұрын
Bangladeshi supportr neki apuni
@mridulduwarah7897
@mridulduwarah7897 2 күн бұрын
এটা কথা ভাৱি পোৱা নাই,গোটেই ক্ষমতা আপোনাৰ হাতত আছে এতেকে সৎ ব্যবহাৰ নকৰে কিয়. নে এতিয়াও আশা পালি আছে সেই সোপায়ে ভোট দিব বুলি.
@chinmoydas4475
@chinmoydas4475 Күн бұрын
শাসন যন্ত্ৰ ব্যৱহাৰ কৰক।আইনি ব্যৱস্থাৰে শান্তি ঘূৰাই আনক । জীয়াই থকাৰ অধিকাৰ মানুহৰ মৌলিক মানৱীয় অধিকাৰ।
@user-er9se1md5x
@user-er9se1md5x 2 күн бұрын
জেতিয়ালৈ হিন্দু মুচলমানৰ কাজিয়া নালাগে তেতিয়া সান্পদায়েকতা চলাই জাওক মহাশয় জেতিয়া লাগিব তেতিয়া বুজিব ৰাইজেও বুজিব তেতিয়াহে হিমন্তৰ চলনা জেতিয়া গোন্দোগোল লাগিব তেতিয়া হিমন্তৰ লৰা চোৱালি ইয়াত নাথাকে মৰিব লাগিব আমি বোৰ সতি হব আমাৰ লগোৱাবোৰৰ শতি নহয়। ৰাইজ আমি চিন্তা কৰিবৰ হল।
@prodeepdas9024
@prodeepdas9024 3 күн бұрын
Bopeta is in Same condition so take a better step..we are in great danger......
@asmsamurai3993
@asmsamurai3993 17 сағат бұрын
বানপানীৰ সমস্যাত কৈ ও বাংলাদেশী মিয়াৰ সমস্যা তো অসমত দাঙৰ সমস্যা হৈ পৰিছে ।
@AbulkalamAzad-mg9ej
@AbulkalamAzad-mg9ej 2 күн бұрын
CM sorobhog Ahi sabolage. Hosa misasay kiba Kobo lage
@assamecomedy2275
@assamecomedy2275 3 күн бұрын
কংগ্ৰেছৰ চৰকাৰ আহিলে ,অসমীয়া মানুহে তালি তুপুলা বান্ধিব লাগিব।ভুপেন বৰাই অসমীয়া তেজ খাবলৈ আগ বাহিছে।
@user-pm1gv4zv2h
@user-pm1gv4zv2h Күн бұрын
😂😅 camera agot bor bor kotha.. kintu action noloi.. politics
@user-hy9gv3ob2r
@user-hy9gv3ob2r 2 күн бұрын
পুলিচ প্ৰশাসনে কি কৰি আছে।সকলো দিশতে কেবল ৰাজনিতি কৰাতো শুভলক্ষন নহয়।
@bot.R55
@bot.R55 3 күн бұрын
এতিয়াহে গাত লাগিছে না যোৱা ১৫ বছৰ টো মিয়াৰ ওপৰত এটা আছৰো পৰিব দিয়া নাছিল না ?
@mssofadesign8160
@mssofadesign8160 2 күн бұрын
বিশেষ সম্প্ৰদায় মানে বুজাব খুজে
@user-rg5bv6fw7n
@user-rg5bv6fw7n 2 күн бұрын
এতিয়া মামা আপুনি কি পদক্ষেপ গ্ৰহণ কৰিব।
@ab.barkhiya786
@ab.barkhiya786 2 күн бұрын
Cm sir misa koise
@laliachutiaChutialalit
@laliachutiaChutialalit 3 күн бұрын
Good good good nice B j p❤❤❤
@bidyadharmilik7427
@bidyadharmilik7427 2 күн бұрын
কামপুৰ ৰাজহ চক্ৰ অন্তৰ্গত নতুন বস্তি বিশেষ সম্প্ৰদায়ৰ লোক সকলেও পথাৰৰ শস্য চুৰি কৰা,গৰু চোৰ পথাৰত থকা কৃষি বিভাগৰ পৰা পোৱা চলাৰ প্লেট চুৰি কৰি হিন্দু মানুহখিনিক উপদ্ৰৱ কৰি আছে।
@MantuRay-fb6sp
@MantuRay-fb6sp 9 сағат бұрын
Never trust social influencer ... 😂😂😂😅..
@giasahmed1944
@giasahmed1944 3 күн бұрын
ৰাম পিটনি দিব লাগে ।
@apurbadas4151
@apurbadas4151 3 күн бұрын
মহম্মদ পিটন দিব লাগে!!
@pintudas4726
@pintudas4726 Күн бұрын
Please take necessary action.
@putulgayan648
@putulgayan648 3 күн бұрын
কঠোৰ হাতেৰে দমন কৰক । অসমত সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই --- সকলো মিলি-জুলি বসবাস কৰিব লাগিব অসমত ।
@umeshjaan-mg3uc
@umeshjaan-mg3uc Күн бұрын
এনেকুৱা বহু গাওঁ তথা অঞ্চল হেৰুৱাইছে থলুৱা লোকে । এইবোৰ আমাৰ পূৰ্ব পুৰুষ সকলৰ অতিথি পৰায়ণ স্বভাৱ বা অজ্ঞানতাৰ ফলত এটাৰ পিছত এটাকৈ বহু ঠাই এৰি দিব লগা হৈছে - সহজ সৰল হজা থলুৱা ৰাইজে ।
@mainaborah6592
@mainaborah6592 15 сағат бұрын
Etya Asomiya holoni hbo hol
@mainaborah6592
@mainaborah6592 15 сағат бұрын
Hindur ru Asomiyak hokolute agt sthan dibo lage miyak eku hubidha dibo nlage
@TahirKhadem
@TahirKhadem 2 күн бұрын
Wha wha mama what idia😮
@jayantadeka1312
@jayantadeka1312 2 күн бұрын
Hindu sabdhan......nohole adin ses
@jaduroy2449
@jaduroy2449 2 күн бұрын
Akhilok ki kori ase
@dipalisonowal8842
@dipalisonowal8842 3 күн бұрын
Miya Muslim neki Assam r pora khedabo lage
@zeemusicassam2332
@zeemusicassam2332 2 күн бұрын
Hoi
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 3 күн бұрын
Aru vote diok Congress k
@DurgeshwarDeka
@DurgeshwarDeka 2 күн бұрын
Sorkar bjp.kio miyak domon koribo pora nai aji 15bosore toi muk bujai de tu jodi aukaad ase
@manishdeb2240
@manishdeb2240 7 сағат бұрын
সময় থাকোঁতেই উপযুক্ত ব্যৱস্থা ল'ব লাগে।
@MemeRaniganj
@MemeRaniganj 2 күн бұрын
What are you doing being a CM??
@sibarajkhowa5495
@sibarajkhowa5495 2 күн бұрын
থিক কথা কৈছে
@user-kt9nv4qo3l
@user-kt9nv4qo3l 2 күн бұрын
Muslim Bangladeshi
@laliachutiaChutialalit
@laliachutiaChutialalit 3 күн бұрын
I lover hamonta ❤❤❤❤❤
@rcdas109
@rcdas109 2 күн бұрын
Akhil miya aru Gorab gogai jikile enekuwai haba aru vot de g g
@m.purbajyotibora6973
@m.purbajyotibora6973 2 күн бұрын
Axomt axomia hsloihe ase hsa kthabloi gle axom hol ceken bangladesh .
@brahmachari7306
@brahmachari7306 2 күн бұрын
Kiba ata disition lobo lage
@SanjayKrDas-hb2kf
@SanjayKrDas-hb2kf 3 күн бұрын
Sir, Action/step
@jitendas1790
@jitendas1790 3 күн бұрын
BJP Thakilehe assamiya jiyai thakib nohole miyar dop doponi dekha goise
@from862
@from862 2 күн бұрын
Apuni ahok election korok
@pikubora9865
@pikubora9865 2 күн бұрын
১০ লাখে বিপদ ঘটায়ছে হিন্দুৰ
@Surajjamanprodhani
@Surajjamanprodhani 3 күн бұрын
Police ki kore
@rajennath5788
@rajennath5788 2 күн бұрын
চৰকাৰ খনকাৰ কংগ্ৰেছ নে বিজেপিৰ, লাজলগা কথা
@asmsamurai3993
@asmsamurai3993 17 сағат бұрын
কংগ্ৰেছ চৰকাৰ দিনত এই বিলাক বাতৰি প্ৰকাশ কৰিব নিদিয়ে ।
@rcdas109
@rcdas109 2 күн бұрын
Rukibol jai howar pist ehtr otpat beci haise Ajmal dint thkei acil
@vivekhazarika
@vivekhazarika 2 күн бұрын
What is bishek sampraday,,,,,, why not specify the name of them.,,,,,, this is the present situation . Now the people of assam must decied.
@ashishdas4453
@ashishdas4453 18 сағат бұрын
Black cat commondo niya falwk Assam sarkar
@buddhachoudhury3368
@buddhachoudhury3368 2 күн бұрын
Aamar Hindu manuhor dosh karon aami mati besile musolmanor taat bikri koro tare porinam atiya aami du sokure dekha pai aaso.
@mintusaikia8875
@mintusaikia8875 3 күн бұрын
CM মহোদয় আপুনি জীয়াই আছে কিয়? আপোনাৰ লাজ লগা নাই? ইমান দুৰ্বলতা প্ৰকাশ কৰিবলৈ ? আপুনি কোন খন অসমৰ CM হে ? লাজ লাগিছে । লাহে লাহে দেখিছো আপোনাৰ কাম নাই কিয় হৈ আহিছে যেন পাইছো ।থেট ,,,
@asmsamurai3993
@asmsamurai3993 17 сағат бұрын
কংগ্ৰেছ চৰকাৰৰ দিনত এই বিলাক নিউজ প্ৰকাশ নাপায় মেনেজ কৰি ৰাখে ।
@matiurrahman1262
@matiurrahman1262 3 күн бұрын
Natak
@JulinaKhatun
@JulinaKhatun 10 сағат бұрын
Cm jhut bole
@debajitdas5480
@debajitdas5480 2 күн бұрын
Akhiluddine ei hamporke ki koba etia Tak gadi lage
@dineshbrahma1598
@dineshbrahma1598 2 күн бұрын
Stern action hobo lage.
@ThakursingBorkola-eq4jv
@ThakursingBorkola-eq4jv 3 сағат бұрын
Hemantai katha kuat pakoit agot dakh nasel nake bangladase nadhra karonat ............😢
@desithugbaba9136
@desithugbaba9136 2 күн бұрын
Nd 24 dy, protidin time aikeitar editor keitak zalim lotion logabo hoise
@azimuddinsk1751
@azimuddinsk1751 3 күн бұрын
😮
@NoorAlam-fu5ql
@NoorAlam-fu5ql 2 күн бұрын
2026 r rajniti
@user-yz5rt2wj8i
@user-yz5rt2wj8i 2 күн бұрын
Minipurot musolman asil ne?
@jotindulia5604
@jotindulia5604 2 күн бұрын
Lakhimpur to same dekhisuu
@azimuddinsk1751
@azimuddinsk1751 3 күн бұрын
Tarmane Ajmal CM hobo nki
@Ramboruslee.1234
@Ramboruslee.1234 Күн бұрын
Discrimination is not good for every person. But politics always to finger over muslim , so , it is not good
@mita-hi9su
@mita-hi9su 2 сағат бұрын
We will never accept miya. They are evil
@mosudurrahman907
@mosudurrahman907 2 күн бұрын
Kela aitu moha johora cm hoi.law and order kune maintain kori ase?
@woman178
@woman178 3 күн бұрын
Silarai ji bilakawr pawrisoy anekuwa kwnedawre hawbaw pale buja taan
@ratulkumardeka8682
@ratulkumardeka8682 2 күн бұрын
Ihat mirjafr jati ihatk ji biswas kare ?
@user-yz5rt2wj8i
@user-yz5rt2wj8i 2 күн бұрын
Himontor ata samprothaik montobo
@mita-hi9su
@mita-hi9su 2 сағат бұрын
Tumi bangladeshi nki . Bangladeshi bur kintu foreigner okol himonto nhy miya burok ami kuneo accept nokoru
@PujaBarman-fh7sk
@PujaBarman-fh7sk 2 күн бұрын
Rokebul joi nd cong joi holot , pokor purone hoise bjp r gat aibur je sob natok raij hojag houk aku ni sob natok rosese
@Lalung88
@Lalung88 2 күн бұрын
BJP❤❤Mama
@aminulhoque5873
@aminulhoque5873 2 күн бұрын
Cm anekoi faltu kori hampromdaik jeng nolgabo bhai
@mita-hi9su
@mita-hi9su 2 сағат бұрын
Nothing more just we don't want bangladeshi that's it
@chinmoydeka5303
@chinmoydeka5303 2 күн бұрын
Jiman ji holeu amar secular khinie eibilak nedekhe soku bondho kori thoi hihotor vori seleki thakiboloi laj napai
@ProdipHazarika-lw2qb
@ProdipHazarika-lw2qb 3 күн бұрын
9 bachar aagaly mant palauk
@lia_leo_lily_19
@lia_leo_lily_19 5 сағат бұрын
Bjp jindabad
@ronujdole9721
@ronujdole9721 2 күн бұрын
😂
@ab.barkhiya786
@ab.barkhiya786 2 күн бұрын
Misssa Kota Ene koise
@golamrasul5081
@golamrasul5081 2 күн бұрын
তয় কি কৰি আছা হিমন্ত ? তয় কেৱল হিন্দু মুছলিম কৰি কাজিয়া লগাব বিচাৰি আছা।যাতে মুছলমানৰ নাম লৈ লৈ আকৌ election ত হিন্দুক আবেগিক কৰি জিকিবা পাৰা।
@radheradhe14542
@radheradhe14542 2 күн бұрын
Axomiya Muslim aru Bangladeshi blg apuni Bangladeshi support r
@asmsamurai3993
@asmsamurai3993 17 сағат бұрын
এই টো আবৰ জনা বদন কংগ্ৰেছক স্বাপট কৰিলেই নহ'ব দেশৰ ভবিষ্যত চিন্তা কৰিব লাগিব ।
@habibullahhoque5305
@habibullahhoque5305 2 күн бұрын
ছাৰ আপুনি বানপানীৰ কথা অলপ ভাবক
@ApuChakraborty-dq3dg
@ApuChakraborty-dq3dg Күн бұрын
Ban Pani hole aponar homprodae riliefor. bostu. Kini agote pabo
@mita-hi9su
@mita-hi9su 2 сағат бұрын
Sob thik hobo lahe lahe bangladeshi bur nohoa hole
@abhinandansaikia4780
@abhinandansaikia4780 3 күн бұрын
নিৰ্বাচনত এই বিশেষ সম্প্ৰদায়ৰ ভোট বিচাৰিছিল নে???????
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 3 күн бұрын
Miya r vote nalage buli direct koisel
@asmsamurai3993
@asmsamurai3993 6 сағат бұрын
জানি শুনি এই বিলাক কমেন্ট কিয় কৰে বিশেষ সম্প্ৰদায় টোৱে জানো বিজেপিক ভোট দিয়ে । একেটা ইহঁতৰ আছে আমাৰ নাই ৫০০ প্ৰেটল ৩০০ চাউলৰ কেজি হ'লেও ইহঁতে ভোট কংগ্ৰেছকে দিয়ে ইহঁতৰ ধৰ্মত বদন নাই আমাৰ ধৰ্মত বদন আছে ।
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh 3 күн бұрын
অতনু ভুঞাৰ সন্ৰাস। হিমন্টৰ মিছা কথা।নাটক।
@RitopanRajbongshi4
@RitopanRajbongshi4 3 күн бұрын
মিঞা 👎👎👎
@pranjitbaruah6278
@pranjitbaruah6278 2 күн бұрын
এই সচাঁ কথা কৈচে। তোমাৰ বহুত লাজ লাগিছে।
@mita-hi9su
@mita-hi9su 2 сағат бұрын
Nah miya get lost
@nobulahmed4631
@nobulahmed4631 2 күн бұрын
I love Hindi I no CM
@irabc7581
@irabc7581 2 күн бұрын
** আপোনাৰ হাতত ৰাইজে ক্ষমতা প্ৰদান কৰিছে ! ** এয়া আপোনাৰ ব্যৰ্থতা নহয় নে? ** ৰাজনৈতিক মাইলেছ লোৱা চেষ্টা কৰা যেন অনুভৱ হয় | ** সাংবাদিক আজিকালি বিচাৰি পোৱা টান হ'ল! ** গৃহ বিভাগ এটা থকাৰ পিছতো এনে ধৰণৰ ঘটনা খুবেই বিফলতা যেন লাগে |
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh 3 күн бұрын
তোমাৰ পুলিচে কি কৰে?
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 3 күн бұрын
Hoi. Miya k dakhile encounter korebo lage
@pratulkumarsaikia8110
@pratulkumarsaikia8110 10 сағат бұрын
গুলিয়াই দিয়া উচিত। যিমান ঘৰ অৰোনোদয় আঁচনি দিয়ক, লাভ নাই কেতিয়াও বি,জে পিক ভোট নিদিয়ে।
atanu bhuyan"s  video
5:37
atanubhuyan"s news video
Рет қаралды 43 М.
atanu bhuyan"s  video
6:05
atanubhuyan"s news video
Рет қаралды 21 М.
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 170 #shorts
00:27
КАРМАНЧИК 2 СЕЗОН 7 СЕРИЯ ФИНАЛ
21:37
Inter Production
Рет қаралды 479 М.
Василиса наняла личного массажиста 😂 #shorts
00:22
Денис Кукояка
Рет қаралды 10 МЛН
atanu bhuyan"s  video
6:33
atanubhuyan"s news video
Рет қаралды 30 М.
Workshop | AI: A Serious Look at Big Questions (360°)
2:34:24
Harvard Data Science Initiative
Рет қаралды 16 М.
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 170 #shorts
00:27