পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য

  Рет қаралды 108,321

NB News

NB News

Күн бұрын

পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য। সলনি হৈছে পঞ্চায়ত নিৰ্বাচনৰ বহুকেইটা নিয়ম।
#nbnews #nbnewsdigital #Panchayat #PanchayatElection #himantabiswasarma
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Пікірлер: 46
@TarunDasTarundas-i4t
@TarunDasTarundas-i4t 3 ай бұрын
ৰাজনৈতিক গতিবিধি নাই বুলি কৈ গোটেই মন্ত্ৰীপৰিষদৰ লগতে তুমিও নাচি নাচি জপিয়াই পৰিবা।তোমাৰ কথাৰ মূল্য নাই।
@Abdlah98
@Abdlah98 3 ай бұрын
পঞ্চায়ত নিৰ্বাচন বেলত পেপাৰতে হয় ।
@rajibramphookan9034
@rajibramphookan9034 2 ай бұрын
মোবাইলৰ পৰা SMSযোগে ভোট দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷
@rajkumarpatir2204
@rajkumarpatir2204 3 ай бұрын
Symbol noholey kenekoy hobo.
@MRCRAZYBOY786
@MRCRAZYBOY786 2 ай бұрын
Bjp. Khotom
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw 3 ай бұрын
বাতৰিৰ লগত মিউজিকটো কিয়?।টুং টুং তাং তাং।সেইবাবেই বাতৰি দৰকাৰি হলেও চাবলৈ মন নাযায়।
@Sobiborrohman
@Sobiborrohman 3 ай бұрын
Right
@pahimajuli6275
@pahimajuli6275 3 ай бұрын
😂
@TarunDasTarundas-i4t
@TarunDasTarundas-i4t 3 ай бұрын
তেতিয়াহে বেলেগ দলৰ কেইজনক বিজেপিলৈ আনিব পাৰিব ! চালাকি কেইদিন কৰিবা! ষোল্লবছৰীয়া ল'ৰাৰ দৰে কথা কোৱা আৰু কামবিলক কৰি আছা।
@Rana-hg8hg
@Rana-hg8hg 3 ай бұрын
পদুমৰ চিহ্নটোত জনসাধাৰণৰ মোহ ভংগ ঘটিছেগৈ বুলি গম পায় এই প্ৰদখেপ লোৱা হৈছে
@bimanborah-p1o
@bimanborah-p1o 3 ай бұрын
নহয়,এই এক বছৰৰ আগতেই কৈছিল
@bishnuboruahguti7070
@bishnuboruahguti7070 3 ай бұрын
এইবোৰ সম্পূৰ্ণ মিচা নাটক ৰচনা কৰিছে কাৰণ তেওঁ লোকৰ ৰাজনীতি সকলো ক্ষেত্ৰত ই ভংগ কৰিব নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব, এনেকুৱা বোৰ নিয়ম যদি লোকসভা বিধানসভাত কৰিব নোৱাৰে তেতিয়া হ'লে পঞ্চায়ত নিৰ্বাচনত কেনেকৈ হ'ব পাৰে,এই সিদ্ধান্ত বোৰ ৰাইজৰ সমৰ্থনত হোৱা নাই,
@malekuddinsheikh7001
@malekuddinsheikh7001 3 ай бұрын
নিৰ্দলীয় হিচাবে ও কোনো চীন থাকিব নে নাই নে অকল প্ৰাৰ্থী জনৰ নামে হে কেৱল থাকিব।
@krishnakakaty2624
@krishnakakaty2624 2 ай бұрын
Ai. Buror. Kam nai. Xokolu. Faltu. Mamai. Gomhe napai
@abubakkarsiddique7338
@abubakkarsiddique7338 3 ай бұрын
A bilalk natok
@myway3433
@myway3433 3 ай бұрын
নিৰ্বাচনটো আপোনাৰ বাপেকৰ সম্পটি নেকি ।
@bimanborah-p1o
@bimanborah-p1o 3 ай бұрын
সুব ভাল দেচিছন লৈছে অলপ দুৰ্নীতিৰ power কমিব।
@SachinHazarika-u2u
@SachinHazarika-u2u 3 ай бұрын
Ai Bilak Valli Baji . Janakai Election Patak B J P Hariba ...100% .
@labheswarmoran7494
@labheswarmoran7494 3 ай бұрын
বছৰ বছৰ ধৰি বেলত পেপাৰতেই ভোট দিয়া হৈ আহিছে পঞ্চায়ত নিৰ্বাচন, এইটো কোনো নতুন কথা নহয়
@BrightAssam24
@BrightAssam24 3 ай бұрын
নিৰ্বাচন কেতিয়া
@bimanborah-p1o
@bimanborah-p1o 3 ай бұрын
ডিচেম্বৰ অত
@SumantakumarDas-u7q
@SumantakumarDas-u7q 2 ай бұрын
Panchayat nirbachan ketia o EVM t hoa nai.
@PrasantaRajkhowa-j1v
@PrasantaRajkhowa-j1v 3 ай бұрын
পূৰ্বে ইভিএমত হে হৈছিল যে
@nirubora3660
@nirubora3660 3 ай бұрын
চতূৰ মূখ্যমনতীয়ে বুদ্ধিএটা উলিয়ালে ।
@minahazarika7578
@minahazarika7578 2 ай бұрын
এই বাৰো ঠগিব
@PurnanandaGam
@PurnanandaGam 3 ай бұрын
Evm enu nhoi agr porai
@RRajkhowa-i3o
@RRajkhowa-i3o 3 ай бұрын
Kam nai aru
@KrishnaDeka-hq3pq
@KrishnaDeka-hq3pq 3 ай бұрын
কেতিয়া লৈ হব
@MRCRAZYBOY786
@MRCRAZYBOY786 2 ай бұрын
We loveindia
@melbinebarjo1727
@melbinebarjo1727 3 ай бұрын
100% wallet paperot korile bhal hole hoi
@dimbeswarkonwar7659
@dimbeswarkonwar7659 3 ай бұрын
প্ৰতিবাৰেই বেলটত হয়
@tajbaba00-ws3tq
@tajbaba00-ws3tq 2 ай бұрын
লজ্জিহিন নিজর দল নিজর নাম বাপেকর নাম কবলৈ লাজ পোআটো😊
@KANGKANHALOI-ii5fp
@KANGKANHALOI-ii5fp 3 ай бұрын
Ki fotuya hy news ne ki ... Ketiya EVM t hoisil
@RafiqulIslam-j5k
@RafiqulIslam-j5k 3 ай бұрын
❤❤❤❤ very nice and beautiful. Mama 🎉🎉🎉😂😂
@r.7833
@r.7833 3 ай бұрын
Women reservation thakibone
@rukmaborah3345
@rukmaborah3345 3 ай бұрын
NO CHANCE AGP BJP ALLIANCE
@DhananjayBaishya
@DhananjayBaishya 3 ай бұрын
😂😂😂😂😂
@pabinsarma2989
@pabinsarma2989 3 ай бұрын
Good night
@pabinsarma2989
@pabinsarma2989 3 ай бұрын
Thank you
@khembahadurnewar3558
@khembahadurnewar3558 3 ай бұрын
Khundar🎉🎉
@lakhipriya5994
@lakhipriya5994 3 ай бұрын
😅😅
@bipinbipin6446
@bipinbipin6446 3 ай бұрын
Election himantay he patibo mane
@pahimajuli6275
@pahimajuli6275 3 ай бұрын
😂
@FaizurRahman-jv1gu
@FaizurRahman-jv1gu 3 ай бұрын
Mama i laj pabo j
Миллионер | 1 - серия
34:31
Million Show
Рет қаралды 2 МЛН
Brawl Stars Edit😈📕
00:15
Kan Andrey
Рет қаралды 57 МЛН
Пришёл к другу на ночёвку 😂
01:00
Cadrol&Fatich
Рет қаралды 11 МЛН
Electric Flying Bird with Hanging Wire Automatic for Ceiling Parrot
00:15
M80 MOOSAKKEM PATHOOM FLOWERS TV SHOWYIL
15:07
Jasim Peringattuthodi
Рет қаралды 763 М.
Миллионер | 1 - серия
34:31
Million Show
Рет қаралды 2 МЛН