DAYAR THAKUR - Gayatri Mahanta

  Рет қаралды 142,531

Dhwani Records

Dhwani Records

Күн бұрын

Пікірлер: 171
@alimuliassam6405
@alimuliassam6405 2 жыл бұрын
কৃষ্ণ।। গুৰুদুজনাৰ অমৰ সৃষ্টি মাধৱদেৱ বিৰচিত এইয়া আমাৰ স্বাভিমান ।। উত্তম বুলি কৈ ধৃষ্টতা নকৰোঁ,সেয়া অল্পমতীয়ো মোৰ নাই,তেৰাই মোক সেই মতি দান কৰক । অপূৰ্ব নিদৰ্শন গায়ত্ৰী বা । আপোনাৰ সত্ৰীয়া নৃত্য পৰিবেশন দেখিছিলোঁ কিন্তু কণ্ঠৰ কথা শুনিছিলোঁ হে আজি সাক্ষাৎ সেয়া শুনাৰ সৌভাগ্য হ'ল , কি মনপৰশা কন্ঠ আপোনাৰ । আমাৰ সংস্কৃতিক ধৰি ৰখাৰ আৰু প্ৰচাৰ কৰাৰ উত্তম প্ৰয়াসক সেৱা জনাইছোঁ । "নৃত্যাচাৰ্য" গুৰু যতীন্দ্র দেৱগোস্বামী আৰু ৰামকৃষ্ণ দেৱক দেখি আপ্লুত হলোঁ, আজীৱন থাকক আমাৰ মাজত সম্পদ হৈ তেখেত । সেইদিনা গায়ত্ৰী বাক হঠাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত লগ পাইছিলোঁ বৰ ভাল লাগিছিল । যুগমীয়া হৈ থাকক উত্তৰোত্তৰ কাললৈ আমাৰ সম্পাদবোৰ এনেদৰে আমাৰ মাজত ।। 🙏❤❤🙏🌼🌼🙏🙏
@chumisreading3264
@chumisreading3264 3 жыл бұрын
সকলো দিশৰ পৰাই বৰ ভাল লাগিল। সুন্দৰ বৰগীত ভাগিৰ বাবে গায়ত্ৰী বাৰ লগতে সকলো কলা কুশলীলৈ অভিনন্দন।
@hrittiksaikia5297
@hrittiksaikia5297 2 жыл бұрын
Bor xundor hoise..
@lakhimidevi4006
@lakhimidevi4006 3 жыл бұрын
ইমান দিনে আপোনাৰ অভিনয় হে দেখি আহিছো কিন্তু আপোনাৰ কণ্ঠত গান শুনি বহুত বেছিয়েই ভাল লাগিল বা
@rupusentertainment8050
@rupusentertainment8050 3 жыл бұрын
Morom loga gayatri baa jni emn mrom lgixe 💕💕💕
@ডুলূঅনুপ৯৫৬৮
@ডুলূঅনুপ৯৫৬৮ 3 жыл бұрын
গায়ত্ৰী মহন্তৰ সুমধুৰ সংগীত আৰু নৃত্যৰে সুন্দৰ পৰিৱেশন কৰিছে । কৃষ্ণ । জয় গুৰু শঙ্কৰ ।
@gaganchandrahazarika4605
@gaganchandrahazarika4605 3 жыл бұрын
ভক্তি গীতৰ সুন্দৰ অনুস্থান ।👌👌👌
@manashmedhi1361
@manashmedhi1361 3 жыл бұрын
সচাকৈ বহুত ভাল লাগিল ।সকলো দিশৰ পৰা উৎকৃষ্ট প্ৰদৰ্শন । অসমীয়া সম্পদ সচাকৈ বহুত চহকী ।
@ridip.borpatra
@ridip.borpatra 8 ай бұрын
Oti-Sundor 🙏🙏
@munmicharingia4701
@munmicharingia4701 Жыл бұрын
জয় গুৰু শংকৰ কৌটি কৌটি প্ৰণাম জনালো ❤❤
@sukumardutta9260
@sukumardutta9260 4 ай бұрын
It is very honourable rich creation by Srimanta Sankardev who is the key figure of Assamese satriya culture which has profound feeling of heart culture
@jitassam3135
@jitassam3135 3 жыл бұрын
অতি সুন্দৰ ❤️❤️❤️👌👌👌
@pubalipagbondadutta3037
@pubalipagbondadutta3037 3 жыл бұрын
Always my favorite,জীৱনত এবাৰ তোমাক লগ পাবলৈ সচাই মন আছে গায়ত্ৰী বা।
@lachitdutta4292
@lachitdutta4292 3 жыл бұрын
Bhut bhut vl lgil huni.....,,💐💐💐
@pranjalmahanta4827
@pranjalmahanta4827 3 жыл бұрын
বহুত ভাল লাগিল 👌। এইবোৰহে আমাৰ সংস্কৃতি।
@nabajitkalita2752
@nabajitkalita2752 3 жыл бұрын
বৰ ধুনীয়া হৈছে ।
@kamleswardas4209
@kamleswardas4209 3 ай бұрын
Bor khundar hoise baa❤❤
@bibhutimahanta351
@bibhutimahanta351 3 жыл бұрын
বহুত ধুনীয়া হ'ল কামটো । আশাশুধীয়া প্ৰচেষ্টাৰে কৰা মহৎ কামটোৱে জনমানসত যুগমীয়া কীৰ্তি স্বৰূপে স্থান পাবলৈ সক্ষম হ'ব।
@dipjyotibaruah1733
@dipjyotibaruah1733 6 ай бұрын
Hundar kantha ba
@drpartha1
@drpartha1 3 жыл бұрын
সুন্দৰ, বৰ ভাল লাগিল।
@yashodharagoswami9414
@yashodharagoswami9414 3 жыл бұрын
Khoob xundar😍😍 ei video tir logot jorito protyek goraki kola-kushaliloi obhinondon aru aantorik xubhessa gyapon korisu🙏🙏💐💐
@zgrobinkhakhlary2882
@zgrobinkhakhlary2882 3 жыл бұрын
100% dhunia lagise
@angkitamahanta4536
@angkitamahanta4536 3 жыл бұрын
❤️❤️❤️ birat dhunia hoise
@pratibhamusicals4369
@pratibhamusicals4369 3 жыл бұрын
খুবেই সুন্দৰ বাইদেউ।
@kiran14555
@kiran14555 3 жыл бұрын
মাৰ্ঘেৰিটাৰ পৰা বহুত মৰম যাচিলোঁ ভিদিও টো চাই ভাল লাগিল
@jyotibora4650
@jyotibora4650 3 жыл бұрын
বহুত ভাল লাগিল বা সুন্দৰ কণ্ঠ 💕 আপোনাৰ লগতে নৃত্য অতি সুন্দৰ
@msaikia849
@msaikia849 3 жыл бұрын
সুন্দৰ ।আপোনাৰ লগতে আপোনাৰ কাম বোৰো ব্যতিক্ৰমী বাবেই আপুনি সদায় প্ৰিয় ♥️
@bastobkalita6328
@bastobkalita6328 3 жыл бұрын
খুব আশা কৰিছিলোঁ আপোনাৰ কণ্ঠত গীত এটি।❤️ ভাল লাগিল
@manabdas9358
@manabdas9358 3 жыл бұрын
অপূৰ্ব 💕।এনে ধৰণৰ কামেহে প্ৰকৃত অসমীয়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগায়।
@gunadachangmai2113
@gunadachangmai2113 6 ай бұрын
❤Val lagil
@rimpichangmai3936
@rimpichangmai3936 3 жыл бұрын
Val lagil . Gayatri ba
@mrigankasaikia6944
@mrigankasaikia6944 3 жыл бұрын
bor val lagil dei❣❤
@anirbanmukherjee6534
@anirbanmukherjee6534 3 жыл бұрын
Bhut dhuniaa lagil 👌
@nayanrai5662
@nayanrai5662 Жыл бұрын
Iman sundr hoise, bohut vl lagil, krishna
@rajibvlog1202
@rajibvlog1202 3 жыл бұрын
Bahut dhunia lagil ba gan to khuni aponar
@abhijeetbora8331
@abhijeetbora8331 3 жыл бұрын
Apurba ba
@pradipgogoi3182
@pradipgogoi3182 Ай бұрын
বহুতো ভাল লাগিল।
@anubordoloi3861
@anubordoloi3861 3 жыл бұрын
Moja 👌👌🙏🙏🙏
@sarbanandasingh269
@sarbanandasingh269 3 ай бұрын
কৃষ্ণ কৃষ্ণ। সুন্দৰ হৈছে।
@swapnaraahi
@swapnaraahi 3 жыл бұрын
Extraordinary video concept... Divine composing... And soothing voice... And all in all a goosebump giving artistic, classic video!!
@rikisvlog1830
@rikisvlog1830 11 ай бұрын
😅
@parameshardas802
@parameshardas802 Ай бұрын
Ati Sundar Parikalpana Dhanya Bad.
@swarajbordoloi1200
@swarajbordoloi1200 3 жыл бұрын
খুব সুন্দৰ বা ❤️
@nibirsagarmusically4201
@nibirsagarmusically4201 2 жыл бұрын
Hundor hoise bou we want more from u
@bhupeshsharma2891
@bhupeshsharma2891 2 жыл бұрын
Beautiful Concept!!!
@dhritimanbardalai3021
@dhritimanbardalai3021 2 жыл бұрын
অতি সুন্দৰ৷
@tanayabarman6932
@tanayabarman6932 3 жыл бұрын
Dhuniya hoise 👍👍👍👍
@pranabkumarbrahma2746
@pranabkumarbrahma2746 Жыл бұрын
অতুলনীয় ।
@janardansaikia835
@janardansaikia835 3 жыл бұрын
বহুত ধুনীয়া লাগিছে
@gopalsaikia1319
@gopalsaikia1319 3 жыл бұрын
Bohut duniya lagise
@RIJUMONISAIKIA-d3v
@RIJUMONISAIKIA-d3v Жыл бұрын
Bahut bhal lagil.god bless you.
@bhadrakantadas6101
@bhadrakantadas6101 Ай бұрын
পুৱাতে মনপ্রাণ গলি গৈছে। , ধন্যবাদ ।
@zikuvaii3561
@zikuvaii3561 Жыл бұрын
খুব ভাল লাগিল শুনি ❤️
@rebatmahanta9590
@rebatmahanta9590 3 жыл бұрын
গায়ত্ৰী বা বৰ ভাল পালোঁ ।শুভেচ্ছা জনালো ।
@mamonidas5766
@mamonidas5766 3 ай бұрын
Bahut val lagise.
@sheikhsiraj2106
@sheikhsiraj2106 Жыл бұрын
Goddess with all excellence! ❤️❤️❤️
@RubulGogoi-yv7gl
@RubulGogoi-yv7gl 2 күн бұрын
🎉Krishno Krishno 🎉
@Sangeeta_Deka
@Sangeeta_Deka 3 жыл бұрын
গায়ত্ৰী বাৰ কণ্ঠত সুন্দৰ নৃত্যৰ সৈতে গোটেইখিনি বহুত ভাল লাগিল । আগলৈও এনেকুৱা বৰগীত আপোনাৰ কণ্ঠত পাম বুলি আশা থাকিল।
@dhrubamedhi1380
@dhrubamedhi1380 3 жыл бұрын
বহুত ভাল লাগিল .....
@muhitpriyam489
@muhitpriyam489 3 жыл бұрын
Bohut dhuniya gaisa baa aru aguai jua tumi
@mintuyoungs6025
@mintuyoungs6025 3 жыл бұрын
ভাল লাগিছে সুন্দৰ গাইছে
@dr.taralidevichakravarty5180
@dr.taralidevichakravarty5180 3 жыл бұрын
Really a nice contribution to Assamese Culture. Nice recording. Waiting for more.
@shawanagogoi7879
@shawanagogoi7879 3 жыл бұрын
বহুত ভাল লাগিল
@manishadevi1064
@manishadevi1064 2 жыл бұрын
I loved the borgeet.also a big applause for mentioning the name of each and every person involved in its creation and made it a success.
@anjanacharya1261
@anjanacharya1261 3 жыл бұрын
Great , thanks baidau, এইটো মোৰ প্রিয় বৰগীত
@vlogsofdev1827
@vlogsofdev1827 2 жыл бұрын
কণ্ঠ সুন্দৰ দেখোন
@rdeka6716
@rdeka6716 3 жыл бұрын
বহুত বহুত ভাল লাগিছে বাইদেউ । কথা, সুৰ, কণ্ঠ,অভিনয় বৰ সুন্দৰ হৈছে । আগলৈ এনেকুৱা আৰু পোৱাৰ আশা কৰিলোঁ ।
@anangshacreation4862
@anangshacreation4862 3 жыл бұрын
Dhunia lagil ba...
@bhabenbonia9454
@bhabenbonia9454 3 ай бұрын
Very nice .g0 ahead .
@kamalkalita1433
@kamalkalita1433 3 жыл бұрын
সুন্দৰ
@ajitsaikia2442
@ajitsaikia2442 Жыл бұрын
অতি সুন্দৰ । আৰু আশা কৰিলোঁ।
@dineshkakati6824
@dineshkakati6824 12 сағат бұрын
তোমাৰ কণ্ঠত সুন্দৰ বৰগীত শুনি ভাল লাগিছে জয়গুৰু
@SatishBarman-bd9kn
@SatishBarman-bd9kn 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@gajenborah-ee8yl
@gajenborah-ee8yl 4 ай бұрын
Bo Geet bhaug borval lageel ❤
@umeshdas4183
@umeshdas4183 3 жыл бұрын
সুন্দৰ কণ্ঠ বৰ ভাল লাগিছে বৰগীতটো গীত বাদ্যৰে সুন্দৰ সম্পাদন কৰিছে, নৃত্য ভাগিও ভাল লাগিছে। সেৱা জনালো🙏🙏
@kamrupiyasuwalivlogs8876
@kamrupiyasuwalivlogs8876 3 жыл бұрын
Dhunia lagise
@dilipdutta1621
@dilipdutta1621 3 жыл бұрын
Voice is so good baa😍😍
@minakshidevi7064
@minakshidevi7064 2 жыл бұрын
অতি সুন্দৰ গায়ত্ৰী
@abinashthakuria9104
@abinashthakuria9104 3 жыл бұрын
Xundor
@GhanakantaHazarika-r9c
@GhanakantaHazarika-r9c Ай бұрын
অতি সুন্দৰ প্ৰদৰ্শন শুনি আৰু চাই বহুত ভাল লাগিল।মোৰ বৰ প্ৰীয় গীত হয়🙏🙏
@JyotishmanMoran
@JyotishmanMoran 3 жыл бұрын
Eeman dhuniya vocal expression 🥰🥰🥰🥰🥰
@kushaltalukdar6241
@kushaltalukdar6241 3 жыл бұрын
Wow ! amazing borgeet ,amazing voice
@bedantaborah2548
@bedantaborah2548 2 жыл бұрын
Bor Sundar geet
@bhagyashrinath4492
@bhagyashrinath4492 3 жыл бұрын
Bohut dhuni hoise baa
@gitanjalidevi8919
@gitanjalidevi8919 3 жыл бұрын
APUNAR AVINOY SAI BAHUT BHAL LAGE BA AJI GITTU KHUNIU BAHU BHAL LAGIL
@bhadrakantadas6101
@bhadrakantadas6101 Жыл бұрын
খুবেই সুন্দৰ কন্ঠ নিগৰাইছে ।
@bedantaborah2548
@bedantaborah2548 2 жыл бұрын
সুন্দৰ ভাৱে গাইছে
@axomiadhamali8491
@axomiadhamali8491 3 жыл бұрын
Krishna... Khub val hoise
@gaganchandrahazarika4605
@gaganchandrahazarika4605 3 ай бұрын
সুমধুৰ, অনুপম 🙏
@rajatbori1063
@rajatbori1063 3 жыл бұрын
Maaza
@struggler_chiki
@struggler_chiki 3 жыл бұрын
Gayatri Ba, bohut dhunia concept especially you did a great job featuring Padmashree Sir Jatin Goswami 🙏 Now this video will remain everygreen ❤
@lia_thegirly
@lia_thegirly 3 жыл бұрын
Beautiful ❤️
@actorarunbora6300
@actorarunbora6300 3 жыл бұрын
মন ভৰি গ'ল অ বা
@diplinashorts
@diplinashorts 3 жыл бұрын
🙏🙏 কৃষ্ণ 🙏🙏
@rupjyotihajarika5226
@rupjyotihajarika5226 2 жыл бұрын
Beautifull
@sukumardutta9260
@sukumardutta9260 3 ай бұрын
As all Borgeet with abhinoy culture is the form of devotional enrich the language improved literal excellence with a sense of cultural identity
@manojraj6166
@manojraj6166 2 жыл бұрын
So sweet your voice ❤❤❤
@kushalsaikia1214
@kushalsaikia1214 3 жыл бұрын
খুব সুন্দৰ উপস্থাপন । 🙏
@PapuDekaraja-w3z
@PapuDekaraja-w3z 12 күн бұрын
ভাল লাগিছে চাই জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদত।আজি আপোনাৰ লোকৰ জড়ীয়তে দেখিবলৈ পালো
@munidrapawe6876
@munidrapawe6876 3 жыл бұрын
ঠাকুৰৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম।। জয়গুৰু।
@PrakashDas-he5kk
@PrakashDas-he5kk Жыл бұрын
খুব সুন্দৰ গালে দেই
দয়াময় ||Doyamoy || Madhurima Saikia|| Folk Song
10:40
Madhurima saikia
Рет қаралды 2,3 МЛН
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 120 МЛН
“Don’t stop the chances.”
00:44
ISSEI / いっせい
Рет қаралды 62 МЛН
It’s all not real
00:15
V.A. show / Магика
Рет қаралды 20 МЛН
Borgeet//Herohu mai madhura ranga banai//
8:39
Nandita Baruah
Рет қаралды 65 М.
Oisono Muhono | Tarali Sarma | Borgeet | Prabhat Sarma | Windsongs
8:04
Tarali Sarma:Windsongs
Рет қаралды 98 М.
UTHO RE UTHO BAPU - Borgeet
10:04
Riju moni Goswami
Рет қаралды 572 М.
ZUBEEN GARG'S BORGEET | ASSAMESE JUKEBOX | NK PRODUCTION | SERIES 112
31:16
RDC Assamese Official
Рет қаралды 444 М.
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 120 МЛН