MAA O MAA - RAGHAV | Jatin | Mridula | Zubeen | Shanta | Diganta Bharati | Pankaj Ingti

  Рет қаралды 1,785,543

Dhwani Records

Dhwani Records

Күн бұрын

Пікірлер: 1 100
@assamiqacademy
@assamiqacademy Жыл бұрын
জুবিন গাৰ্গ মানেই এক বিশেষ শক্তি ❤, পিতৃ-মাতৃ আৰু সন্তানৰ আকুল মৰম, প্ৰেম কেৱল জুবিন গাৰ্গৰ কণ্ঠইহে ফুটাই তুলিব পাৰে। কি কম আৰু ইমান ধুনীয়া 💚🤍💝
@john-8810
@john-8810 Жыл бұрын
এই গীতটোক এটা যাত্ৰাৰ আৰম্ভণি বুলি ক’ব পাৰি। যি যাত্ৰাৰ কোনো শেষ নাই... চিৰদিন এই গীতটো নতুন হৈ গৈ থাকিব... এতিয়া অপেক্ষা মাথোঁ ৰাঘৱলৈ.... ❤
@assamiqacademy
@assamiqacademy Жыл бұрын
জুবিন গাৰ্গ মানেই এক বিশেষ শক্তি ❤, মাতৃ - পুত্ৰ নাইবা পিতৃ - পুত্ৰৰ আকুল মৰম, প্ৰেম কেৱল জুবিন গাৰ্গৰ কণ্ঠইহে ফুটাই তুলিব পাৰে। কি কম আৰু ইমান ধুনীয়া ❤❤❤
@john-8810
@john-8810 Жыл бұрын
@@assamiqacademy মনৰ কথা ক’লে ❤️❤️
@fulashree
@fulashree 6 ай бұрын
Exactly
@RatulDas-d1q
@RatulDas-d1q Жыл бұрын
কৰ্মসূত্ৰে বাহিৰত থাকো কিন্তু এই গানটো শুনিকীনে মা লৈ আজি বহুত মনত পৰিছে।। ভালে থাকক সকলোৰে মা - দেউতা ❤
@ankitapatar2732
@ankitapatar2732 Жыл бұрын
Ww83 😊
@Nabanyash_Sarmah1
@Nabanyash_Sarmah1 Жыл бұрын
They are always with u❤
@pinkubaruah2900
@pinkubaruah2900 2 ай бұрын
😢😢
@hiyasarma99
@hiyasarma99 Жыл бұрын
মা দেউতা অবিহনে এই পৃথিৱী খন শূণ্য.....❤️🌎💫
@jitenpatowary18
@jitenpatowary18 4 ай бұрын
Ok
@BICKY_DEKA_ZG
@BICKY_DEKA_ZG Жыл бұрын
চকুপানী ৰখাব নোৱাৰিলোঁ😢 .. কি সুন্দৰ উপস্থাপন.. লগতে জুবিন দাৰ কন্ঠৰ কথাটো সকলোৱে জানেই.. তেওঁৰ কন্ঠৰ দৰদে সকলোকে আবেগিক কৰি তোলে ❤.. বিৰাতেই সুন্দৰ হৈছে ❤.. এতিয়া মাথোঁ চিনেমাখনলৈ অপেক্ষা ❤.. 💥 ৰাঘৱ 💥
@krishnaborah4375
@krishnaborah4375 Жыл бұрын
কেতিয়া আহিব😢 আমাৰ মাজলৈ ৰাঘৱ
@BICKY_DEKA_ZG
@BICKY_DEKA_ZG Жыл бұрын
@@krishnaborah4375 27 October
@karabimedhi9002
@karabimedhi9002 Жыл бұрын
​@@krishnaborah437527 th October
@anishray6367
@anishray6367 Жыл бұрын
Film khon sai ahok. Nije nije sokupani olai ahibo.
@maramisaikiapatowary7298
@maramisaikiapatowary7298 Жыл бұрын
​@@krishnaborah4375😊😊
@SûjîtÇhútìã-r5c
@SûjîtÇhútìã-r5c Жыл бұрын
যতীন বৰাৰ দৰে অভিনেতা আৰু জুবিন গাৰ্গেৰ দৰে গায়ক অসমত কোনো নাই আৰু জন্ম নহ'ব চাগে 😊🎉❤
@njcreative1990
@njcreative1990 Жыл бұрын
Really
@biswajitbaruah2831
@biswajitbaruah2831 Жыл бұрын
সঁচা কথা, গানটোত বহুত অৰ্থ আছে।
@tikendrajitassom871
@tikendrajitassom871 Жыл бұрын
1:37 😅
@dkblog5226
@dkblog5226 11 ай бұрын
Zubeen da xdai zubeen da a hoi thakib ❤🙏🥀 !! Kin2 jatin dat koi rabi dar raghupati besi val lagisile 😊
@KabitaBoruah-ks9ok
@KabitaBoruah-ks9ok Жыл бұрын
মা--- মা----মা-----অ'-----মা ---উফ' এই সুন্দৰ মা গীতে মোক আকৌ কন্দুৱাই গল ।🙏🙏মা সমান কোন হব পাৰে ।ইমান সুন্দৰ কণ্ঠৰ অধিকাৰী জুবিন।বোলছবিখন চাবলৈ অপেক্ষ্যাত আছো।🙏🙏❤️❤️🙏🙏
@kushalgogoi8806
@kushalgogoi8806 Жыл бұрын
মা পৃথিৱীৰ শ্ৰেষ্ঠতম উপহাৰ। সকলোৰে মা - দেউতা ভালে থাকক। ৰাঘৱলৈ শুভেচ্ছা থাকিল।
@apran...
@apran... Жыл бұрын
Fantastic 👌👌👌👌❤
@meeradeka4667
@meeradeka4667 Жыл бұрын
খুব ভাল লাগিল
@kushalgogoi8806
@kushalgogoi8806 Жыл бұрын
Thanks 🙏🙏
@Kingk175
@Kingk175 Жыл бұрын
Thanks
@sampakrobidas8950
@sampakrobidas8950 Жыл бұрын
@Kaushik632
@Kaushik632 Жыл бұрын
জুবিন দাৰ কন্ঠত যতীন দাৰ অভিনয়.... অপেক্ষা..❤
@Rockstar0500
@Rockstar0500 Жыл бұрын
Bht val lgil raghab sai.❤❤Joi Raghab.❤❤joi zubeen Daa
@RatulReehit
@RatulReehit Жыл бұрын
জুবিন দা আৰু মাৰ সংঞ্জ্যা বহু ওপৰত❤❤..জয় জুবিন দা❤❤
@PallabiBora-w5g
@PallabiBora-w5g Жыл бұрын
জুবিন দাৰ অনুৰাগী সকলে like কৰি যোৱা ...👍💝🥰
@Satishdutta-um6xw
@Satishdutta-um6xw 10 ай бұрын
❤ Zubin. Da. Zindabad
@gautambaro1816
@gautambaro1816 5 ай бұрын
❤❤❤❤
@debajitzgVlog
@debajitzgVlog Жыл бұрын
কি শক্তিশালী কণ্ঠ চকুপানী ওলাই গ'ল 😢 ৰাঘৱৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ ❤
@jayantatalukdar1966
@jayantatalukdar1966 11 ай бұрын
জুবিন দাৰ সৃষ্টি খুবেই হৃদয় স্পর্শ, ওঁ মা , কোত মোৰ মা, মোৰ মা, মাজনী, অ' দেউতা, পিতাই ঐ , মোৰ কেচুৱাই কান্দিছে এইবাৰ আকৌ "মা অ মা" জুবিন দা আপুনি মহান❤️🥰
@mjsaikiaentertainment9975
@mjsaikiaentertainment9975 Жыл бұрын
দিগন্ত দাৰ কথা আৰু দাদাৰ সুৰৰ মায়াজালত প্রাণ পাই উঠিছে গীতটিয়ে | সঁচাকৈ চকুলৈ নিগৰিছে আজি.......যতীন দা আৰু টীম ৰাঘৱলৈ অলেখ অযুত মৰম আৰু শুভকামনা | আৰু উজলি উঠক আমাৰ অসমীয়া চলচিচত্র উদ্যোগটো | ❤❤❤
@lipikaray3592
@lipikaray3592 Жыл бұрын
Raghav cinema khon moja lagise..geet tio khubei dhunia..eman kanduwaise cinema khone..khub val lagise❤❤❤..hokoluwe sab khub val pab👍👍👍
@BitopanBorah
@BitopanBorah Жыл бұрын
উফ..... ভাষাবিহীন❤ জয় জুবিন দা ❤
@pranjitpartho
@pranjitpartho Жыл бұрын
গানেই কন্দুৱাইছে আৰু ফিল্ম বাকী আছেই ❤❤ বহুত শুভেচ্ছা থাকিল "ৰাঘৱ" লে 🎉🎉
@Rupam_ZG_Kakati1845
@Rupam_ZG_Kakati1845 Жыл бұрын
সঁচাকৈ এক অভূতপূৰ্ব কন্ঠৰ সমাহাৰ কালজয়ী গীত ❤ বহুত ধুনীয়া গীত এটি উপহাৰ দিছে জুবিন ককাইদেউ এ 😇🙏 বহুত বহুত শুভেচ্ছা থাকিল "ৰাঘৱ" চিনেমাখনলৈ ।
@One_an_only_Hindu
@One_an_only_Hindu Жыл бұрын
ধন্যবাদ জুবিন দা আৰু যতীন দা, ইমান ধুনীয়া এটা গীত দি আমাক উপহাৰ দিয়াৰ বাবে ❤❤🙏🙏
@pinkumoniborah5914
@pinkumoniborah5914 Жыл бұрын
হৃদয়স্পৰ্শী এটি গীত। ভাল লাগিল। ৰাঘৱলৈ বহুত বহুত শুভেচ্ছা থাকিল
@sahidulalamkhan6368
@sahidulalamkhan6368 Жыл бұрын
জুবিন গাৰ্গ - যাৰ গানেই সাহস, প্ৰেৰণা যোগায়! ❤️
@nishancreation3614
@nishancreation3614 Жыл бұрын
আপোনাৰ কণ্ঠত স্পষ্ট মা শব্দৰ মূল্য, প্ৰকাশ,মৰম আৰু আদৰ বহুত গুনে বঢ়াই । জুবিন দা ❤ ককাইদেউ ❤
@assamesepoem7953
@assamesepoem7953 Жыл бұрын
কণ্ঠত চকুলো নিগৰিছে উফ কি যে সুন্দৰ অনুভৱৰ চকুলো জয় জুবিন দা যতিন দা❤
@karishmadas1173
@karishmadas1173 Жыл бұрын
Masterpiece ❤ চকুপানী ৰখাব নোৱাৰিলোঁ 😢😢😢
@anupamneog4660
@anupamneog4660 Жыл бұрын
কোনে কি নকয়, কোনোবাই কয় পাগল, কোনোবাই কয় বিজেপিলৈ বিক্ৰী হ'ল, কোনোবাই কয় মদাহী কিন্তু মদ হ'লে চবেই খায়,,,,, এটা কথা মন কৰিব যে জুবিন গাৰ্গ মদাহী হ'ব পাৰে, কিন্তু সকলো মদাহীয়ে জুবিন গাৰ্গ হ'ব নোৱাৰে। এই সকলোবোৰ কথা আওকাণ কৰি ডাঙৰ হোৱা গছ জোপাই হ'ল জুবিন গাৰ্গ। যিয়ে কেতিয়াবাই আকাশ চুলে কিন্তু ভৰি মাটিতেই আছে। দাদা ❤️ ।।
@rihanaj1818
@rihanaj1818 Жыл бұрын
@monuranjanbaisya5819
@monuranjanbaisya5819 Жыл бұрын
I ❤ zubeen da mon sui gol gaan Tu xuni Love you zubeen da
@puspaengtipi7611
@puspaengtipi7611 Жыл бұрын
Always loved zubeen da❤❤
@NayanDeka-u9u
@NayanDeka-u9u Жыл бұрын
Wow kiman hundar katha kala Tumi ,mon sui gol akabara
@ABHIMANIMON-yh2nv
@ABHIMANIMON-yh2nv 11 ай бұрын
Uff❤
@BuddhaBayushman7575
@BuddhaBayushman7575 Жыл бұрын
সঁচাকৈ দেহ মন শীতল কৰি তোলা এটি গীত, ইমান দিনে youtube খুচৰি খুচৰি audio গীত শুনি আছিলোঁ আজি video গীতটি পাই মনটো বহুত ভাল লাগিল thank you jatin da and Zubin da and all team of raghav
@RATUL-VLOGS
@RATUL-VLOGS Жыл бұрын
মা'ৰ মৰমেই মাএ এনেকোৱা এটা medicine যাৰ কোনো experiedate নাথাকে ❤😊_ভালে থাকক সকলো মা_❤❤
@bikramdas58
@bikramdas58 Жыл бұрын
প্ৰিয় ব্যক্তি কন্ঠত এটি সুমধুৰ গীত..❤️ ‍ Zubeen Da is the voice 😉 and Acting #Jatin Bora no words ⚡
@sagarikalifeline9883
@sagarikalifeline9883 Жыл бұрын
মা..... এক আচৰিত শক্তি মা 🙏
@crezycreativity5406
@crezycreativity5406 Жыл бұрын
মা তুমি নাহিলেই অস্থিৰতাই আগুৰি ধৰে হিয়া....❤
@charliechaplin3271
@charliechaplin3271 10 ай бұрын
Child artist superb acting... video moja
@DEBAJIT.PATHAK
@DEBAJIT.PATHAK Жыл бұрын
অই, ঐ ৰাতিতো শুব অই, ঐ ভাগৰে চুব অই, ঐ নৱমিৰে জোন অই, ঐ আঁতৰি যাব । মা ও মা কৰি দে ক্ষমা ক'তেবা লগালোঁ জগৰ তোৰ চেনেহ বিচাৰি বিচাৰি লাগিছে আজি মোৰ ভাগৰ সোণ বুলি এবাৰ নামাতো নেকি দুহাতে সাৱটি নলওঁ নেকি মা ও মা কৰি দে ক্ষমা ক'তেবা লগালোঁ জগৰ তোৰ দুটি নয়নৰে এটি মইও হ'ব খোজো অৱহেলা কিয়নো মোলৈ ও মা জানিব খোজো তোৰে ভৰিত কলিজা থেকেচিম তাৰে তোলৈ দুটি হাঁহি কিনিম ও মা এনে সপোনে মোৰ মা ও মা কৰি দে ক্ষমা ক'তেবা লগালোঁ জগৰ নিচুকণি শুনা যে নহ'ল খোৱা নহ'ল তোৰ হাতৰে হাতে বুলাই দিয়ো বুলি ৰ'লোঁ মাথোঁ বহু বছৰেই মৰা মৰা লৰালি যৌৱন ভিৰৰ মাজতো একাকি জীৱন ভাঙি দিবিহি এই সাঁথৰ মা ও মা কৰি দে ক্ষমা ক'তেবা লগালোঁ জগৰ অই, ঐ ৰাতিতো শুব অই, ঐ ভাগৰে চুব অই, ঐ নৱমিৰে জোন অই, ঐ আঁতৰি যাব ।। যিসকলে গান গাবলৈ বিচাৰে বা যিসকলে গান ভাল পায় তেওঁলোকলৈ দিগন্ত ভাৰতী দাৰ কলমেৰে নিগৰা আৰু জুবিন দাই প্ৰাণঢালি কণ্ঠদান কৰা এই আবেগ ভৰা গীতটো অসমীয়াত শব্দৰে আগবঢ়ালোঁ । গীতটো বহুবাৰ শুনিছোঁ কাৰণ আগতেই Audio টো মুক্তি পাইছে সেয়ে শুনি শুনি গীতটোকেই লিখিলোঁ । আজি Video টো মুক্তি দিলে , ভিডিও টো চালো, যদিও চকু পানী ওলায় অহা যেন হৈছে তথাপিও ভাল লাগিছে , মাক থাকিও মাকৰ অভাৱ , নোপোৱাৰ বেদনা কিমান যন্ত্ৰণাদায়ক ...সেয়া ৰাঘৱ ত যতীন দাই সকলোকে অভিনয়ৰ যোগেৰে প্ৰকাশ কৰিব।। Waiting for Raghav 💛 #Raghav #JatinaBora #NishitaGoswami #ZubeenGarg #Debajitpathakzg
@manashdeka7545
@manashdeka7545 10 ай бұрын
তোৰ দুটি নয়নৰে এটি ম‌য়ো হ'ব খোজো .....😌💝
@AnkJN-u9q
@AnkJN-u9q Жыл бұрын
যেতিয়া এই গানটো চিনেমা হলত বজে নহয় তেতিয়া বেলেগ এটা Goosebumps আহি যায় আৰু মোৰ ওচৰত বহা(চিনেমা হলত) প্ৰায় সকলোৱে লাহে লাহে উচুপি কান্দি আছিল।❤❤❤😢😢
@NipudasNipu-d1t
@NipudasNipu-d1t Жыл бұрын
Mjjah hoise film khon jatin Dak anei king buli nokoi ❤❤❤
@RanuKakati-st7cb
@RanuKakati-st7cb Жыл бұрын
Moiu kandisilu bhut dukh lagisil nijoke rokhab nuyarilu
@Borlung
@Borlung Жыл бұрын
বৰ্তমান মোৰ মা আছে সেইকাৰণে বহুত সুখী বা বহুত কষ্টৰ পৰা দূৰত আছো কিন্তু মই বুজো যিসকলৰ মা নাই সেই সকলৰ কিমান দুখ মই কেতিয়াও ভাবিৱ নোৱাৰো মা অবিহনে মই কেনেকৈ জীয়াই থাকিম .... জুবিন দা আপুনি মহান ❤❤❤❤️
@Astreamofwater4440
@Astreamofwater4440 Жыл бұрын
জুবিন দা আৰু যতীন দা সদায়েই অনুপম❤❤
@priitam_xutradhar
@priitam_xutradhar Жыл бұрын
মা তুমি অনান্য। মা তুমি ভগৱান। মা তুমি ধৰণী। ❤❤❤
@vaskarboruah8255
@vaskarboruah8255 Жыл бұрын
❤❤❤
@OldAgeHomeUtpal
@OldAgeHomeUtpal Жыл бұрын
সকলো ককা - আইতা আবেগিক হৈ পৰিছিল গানটো দেখি। ❤ কেইগৰাকীমান আইতাই চকুলো তুকিছিল। আমাৰ আশ্ৰমত গানটো শুভ মুক্তি দিয়াৰ বাবে আকৌ এবাৰ শ্ৰদ্ধাৰ শ্ৰীযতীন বৰা দাদালৈ আৰু শ্ৰীনৱনিতা বৰা শৰ্মা বাইদেউলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ।
@sudarshansarma07
@sudarshansarma07 Жыл бұрын
@enushkulalung8138
@enushkulalung8138 Жыл бұрын
সচাঁই আবেগিক হৈ গলো
@PrinceGogoi-np3ou
@PrinceGogoi-np3ou Жыл бұрын
Hokolue saboge bohut dhuniya hoise cinema khon ❤....
@r.hazarika9231
@r.hazarika9231 Жыл бұрын
বৰ আবেগিক হৈ পৰিলোঁ, হৃদয়স্পৰ্শী গীত,ৰাঘৱলৈ শুভ কামনা জনালোঁ ❤
@anilkumardas8454
@anilkumardas8454 Жыл бұрын
উফ্ কি অপূৰ্ব কন্ঠ ❤সচাইয়ে মন প্ৰাণ শেতা পৰি গ'ল।“জয় জুবিন দা”🙏 আপুনি সদায় ভালে থাকক‌ তাকে ভগৱানৰ ওচৰত প্ৰণিপাত জনাইছোঁ। অনাগত দিনত আৰু ভাল ভাল গান অসমবাসীক দি যাব বুলি আশা ৰাখিলোঁ। আজিৰ ঘৰৰ পৰা কৰ্মসূত্ৰে ওলাই অহা বহু দিনে হ'ল। মালে বহুত মনত পৰিছে😢 “মা" গানটো শুনি বহুত কান্দিলো। অবশেষত ৰাঘৱ বাবে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অপেক্ষা কৰি আছোঁ চাম বলি।
@AkashPatar-ww6or
@AkashPatar-ww6or Жыл бұрын
গান তো হুনি জেন মোৰ বুকু খন হাত পৰি গল ।। 😢কব নোৱাৰা এটা বহুত ভাল লাগিল ❤❤। গানটোৰ প্ৰতিতো হুৰ প্ৰতিতো শব্দ ত যেন বহুতৰে জীৱনৰ এটা এটা কাহিনী জৰিত হৈ আছে। বহুত বহুত ভাল লাগিল ❤। And love you jotin daa ❤ ❤
@ChinmoyVlogs06
@ChinmoyVlogs06 Жыл бұрын
ও মাঁ তোমালৈ বহুত মনত পৰিছে ও গীতটি শুনাৰ পিছত বহুত কান্দিছো এবাৰ যদি লগ পালো হয় তোমাক বহুত কথা কব লগা থাকি গল ও মাঁ তই মোক কিয় এৰি গলি ও মাঁ আজি কালি সকলো সলনি হল সচাঁ মৰম তোমাৰ বাহিৰে বেলেগে দিব নোৱাৰে মাঁ তোমাৰ কোলাত মূৰ থয় শুৱ মন গৈছে ও মাঁ 😢😢😭
@unofficialtopic9129
@unofficialtopic9129 5 ай бұрын
😢😢😢
@simplelifewithasimplegirl7852
@simplelifewithasimplegirl7852 Жыл бұрын
😢😮❤❤❤❤❤ বহুত ধুনীয়া ❤❤❤❤❤❤ এই কাৰণে জুবিন দা,জুবিন দায়ে হয়,only one
@hirokjyotisaikia2503
@hirokjyotisaikia2503 11 ай бұрын
মা দেউতা অবিহনে জীবন কিমান কষ্ট সেইতো নথকা সকলে হে অনুভব কৰে। ❤
@pilingadeka
@pilingadeka Жыл бұрын
উফ জেগাত লাগি গৈছে মোৰ❤ mon pran sui goise ane dhoror geet bur hunile deha xat pori jai montu kiba kiba lagijai
@banashmitasaikia662
@banashmitasaikia662 Жыл бұрын
Raghav ❤bht vl lagil ❤
@Nitishkalitaflute
@Nitishkalitaflute Жыл бұрын
bidya purona axomiya film r feel ahi gaise, borhiya ekdom
@RatulDehingia-gy6mx
@RatulDehingia-gy6mx 6 ай бұрын
Ma deuta bhogoban hoi amar krne❤❤❤
@WakeupKrishna339
@WakeupKrishna339 Жыл бұрын
1st song t kuwa yang mane Deuri maa bli koi Deuri olp ase val pysu bhut bhut aru val lagil bhut😊😊😊❤❤❤
@Bhashkar_007
@Bhashkar_007 Жыл бұрын
Gaar num xiori jua eti geet❤️✨
@gitarthazgmedhi.
@gitarthazgmedhi. Жыл бұрын
জুবিন দা বুলি কলে হৃদয়ত লাগি ধৰে ও 😌😢 ভগৱানক দেখা পোৱা নাই কিন্তু মই মানৱ ৰূপী ভগৱানৰ ৰূপত জুবিন দাক দেখা পাইছো 🥺😩 প্রভুদেৱ আপুনি সদায় মোৰ ভগৱান ❤❤
@BhimmAZ
@BhimmAZ Жыл бұрын
জুবিন গাৰ্গ দা অতুলনীয় ❤🙏
@RUWAT777
@RUWAT777 Жыл бұрын
চকুলো নিগৰি গ'ল 😥 বহুত বেছি ধুনীয়া হৈছে।👍
@pranjaldas-ri2pp
@pranjaldas-ri2pp Жыл бұрын
জুবিন দাৰ এনে এটা গুণ হঠাৎ নচুৱাব পাৰে আৰু কন্দোৱাব পাৰে। তেওঁ অসমৰ অমূল্য সম্পদ। জয় জুবিন দা।
@PabitrasonowalX
@PabitrasonowalX Жыл бұрын
জুবিন দা অমৰ হৈ থাকক তাকে কামনা কৰিলো আমাৰ অসমীয়াৰ বাবে❤
@TulshiPhukan-rk8ye
@TulshiPhukan-rk8ye Жыл бұрын
যতীন দাৰ অভিনয়,জুবিন দাৰ কণ্ঠ ❤❤❤❤
@introvert_sanjib
@introvert_sanjib Жыл бұрын
জুবিন গাৰ্গ দাৰ কন্ঠ অতুলনীয়।‌ Zubeen + Jatin = 💥💥
@shabitriborkakotibora9109
@shabitriborkakotibora9109 Жыл бұрын
Bohut sundor git.zubin da aru jotin da amar bohut moromor hoi jar soman kono hobo pora nai aji loika.raghoboloi bohut2 subhessa thakil jotin da.
@milliondreams0762
@milliondreams0762 Жыл бұрын
জুবিন দা আৰু যতীন দা দুয়োজনে মোৰ সকলো সময়ৰে favourite ❤
@dutta585
@dutta585 Жыл бұрын
❤Maa❤Bujabo nuwara koi val puwa manuh goraki hoise maa...gaan2 huni hokoluwe maak Miss krise😍Hodai hustho hoi thaka maa❤️...Raghav saboloi ami exited hoi asu🤗
@nijansarmah3706
@nijansarmah3706 Жыл бұрын
Though Zubeen da is one of the versatile singers in India...but when a song comes related to MAA....Zubeen da sounds to its peak....loved it❤❤
@bhaskarjyotiroy007
@bhaskarjyotiroy007 Жыл бұрын
❤❤
@ankurboruah32
@ankurboruah32 Жыл бұрын
❤❤
@sayashree5568
@sayashree5568 Жыл бұрын
​@@bhaskarjyotiroy007🎉🎉🎉
@Dev-mc9xv
@Dev-mc9xv Жыл бұрын
😊l
@IsmitaFamilyFuns
@IsmitaFamilyFuns Жыл бұрын
😢too much heart touching song
@pagolsoraiZG
@pagolsoraiZG Жыл бұрын
কি সুমধুৰ কণ্ঠ ❤️🥺 জুবিন দাৰ গান শুনিলে যেন ক'ৰবাত বেলেগ এখন পৃথিৱীৰত ভাহি যাও 🎧😇
@nikumonichakravarty6426
@nikumonichakravarty6426 Жыл бұрын
Right I love zubeen da❤❤
@pagolsoraiZG
@pagolsoraiZG Жыл бұрын
@@nikumonichakravarty6426 ohhh ❤️
@jowandutta4685
@jowandutta4685 Жыл бұрын
দৰদ আৰু দৰদী কণ্ঠ। Superb ❤
@pratapsaikia3049
@pratapsaikia3049 Жыл бұрын
অতি সুন্দৰ উপস্থাপন। সুন্দৰ কণ্ঠ। সুন্দৰ অভিনয়।❤
@sonomshyamvlog6662
@sonomshyamvlog6662 Жыл бұрын
কি যে সুন্দৰ গীত মা মা অ মা ♥️♥️♥️
@LataDekaraja1994
@LataDekaraja1994 Жыл бұрын
শিশুৰ বঞ্চিত মনস্তত্ত্বক তুলি ধৰা এটি অনুভৱী গীত৷ বাৰে বাৰে শুনিও আমনি নলগা৷
@farukdiscuess4237
@farukdiscuess4237 Жыл бұрын
👑Jatin Bora is a Un compareable Actor. His acting can be compared to bollywood actors. ( specially emotion parts)👌👌 Waiting❤❤❤❤
@H.J.K.CREATION
@H.J.K.CREATION Жыл бұрын
উফ‌:কি গাইছে অ জুবিন দাই🥲 লাভ ইউ জুবিন দা ❤️ আপুনি মোৰ বাবে ভগৱান হয় 🙏❤️🔥
@one9-dhi
@one9-dhi Жыл бұрын
জুবিন দাৰ কাৰণে এবাৰ শুনা গানটো তিনি-চাৰিবাৰ শুনিছোঁ যদিও চকুদুটাই আমনি পোৱা নাই❤ cinematography👌
@jadabdas7755
@jadabdas7755 Жыл бұрын
Ekdom Khosa kotha hei
@chinmy3979
@chinmy3979 Жыл бұрын
Ki gaise bee 🥺❤ dada r voice ufffffffff
@sanjibborah9156
@sanjibborah9156 Жыл бұрын
বহুত ভাল লাগিল❤❤❤❤❤❤❤❤❤ ৰাঘৱলৈ শুভেচ্ছা থাকিল।
@naineebora8211
@naineebora8211 7 ай бұрын
Excellent acting jatin da...imn dhunia emotions sin apunar bahire blge kunau nuare kribo
@Mousumsarma
@Mousumsarma Жыл бұрын
অসমৰ মান আৰু আমাৰ প্ৰাণ ♥️♥️... জয় জুবিন দা ..♥️
@rahulgogoi705
@rahulgogoi705 Жыл бұрын
Hundra hoise vl lagil
@amarjyotidas2467
@amarjyotidas2467 Жыл бұрын
ভাল লগা এটা গান ❤মা মই তোৰ বাবেই জীৱন জীয়াই থাকিম ৷হাজাৰ কষ্ট হলেও তোৰ এশাৰী মাতে মোক সজীৱ কৰি তুলে৷❤
@thejollywood280
@thejollywood280 Жыл бұрын
Dhunia Lagise❤️❤️
@hirakjyotikalita4491
@hirakjyotikalita4491 Жыл бұрын
গম পোৱা গৈছে যে চিনেমা খন কিমান ধুনীয়া হব ❤❤❤❤ waiting.......
@BishwajitTaid-gn8xz
@BishwajitTaid-gn8xz Жыл бұрын
❤️💝 মা তুমি সচাকে অনন্ন্যা❤️💝 মা মানেই জীৱন দাতা💝❤️♥️❤️ মা মানেই নিৰাপত্তা 🙏🙏মা ❤️❤️💝মা দেউতা 🌍🌎💫🌈 গানটো হ্নদয় চুই গল জুবিন দা আৰু যটিন দা ♥️❤️💝 জয় জুবিন দা🙏💝
@GJK550
@GJK550 Жыл бұрын
Without Zubeen da incomplete any assamese movie 💪⚡
@tiku5593
@tiku5593 Жыл бұрын
মা মাথোঁ এটা শব্দ নহয়... গোটেই পৃথিৱীৰ সবাতোকৈ সাহসৰ উৎস...❤
@ankuran8534
@ankuran8534 Жыл бұрын
Zubeen + Shanta ❤ Perfect composition. Love from #Tokyo
@smritanjaliboragi8416
@smritanjaliboragi8416 Жыл бұрын
কি যে সুন্দৰ শব্দৰ গাঠনি , মন ভৰি ভৰি পাৰ ভঙা কন্ঠ ❤
@sandiponsharma
@sandiponsharma Жыл бұрын
Happy wishes to Raghav. Jatins acting expressions & Zubins composition and voice.. combination unbeatable. Good luck. Raghav is going to be a big hit.
@ankurmedhiofficial
@ankurmedhiofficial 18 күн бұрын
উফ্ জুবিন দাৰ কন্ঠত কি আচৰিত সৃষ্টি.. মা-দেউতাৰ সমান কোনো হ'ব নোৱাৰে এই পৃথিৱীত.. ভালে থাকক মাক-দেউতা ভগৱানে ভালে ৰাখক সদায় 🙏 জয় জুবিন দা ❤
@dipanjaligogoi8851
@dipanjaligogoi8851 Жыл бұрын
মন বিগলিত কৰি যোৱা এটি গীত । কণ্ঠ ,সুৰ অনন্য ।
@hiteshbarman4055
@hiteshbarman4055 Жыл бұрын
Cinema khon j kimn vl lagibo sai.. অপেক্ষা মাথোন চিনেমাখনলৈ
@sboro1520
@sboro1520 Жыл бұрын
Zubeen da apunak jimun Tarif koru khek nhob apunr dore kunu hob nuware aru naiii ,ami bura hoi goleuu lora sowali kob parim apunr song khunabo parim moi proud koru je Bollywood koi uport amar axomt singr ase amr morom Zubeen da ❤love you zubeen Da❤
@coversongsmazikmaniadipank9952
@coversongsmazikmaniadipank9952 Жыл бұрын
Bohut dhunia gaan. Sokupani ulai gol.
@hmmhimangshu5843
@hmmhimangshu5843 Жыл бұрын
Super hit hbo Jdi jatin dak log pau dekham Aru kom Apuni axomor super star Moi Himangsgu Dekai kolu
@Frustratedmitu
@Frustratedmitu Жыл бұрын
"মৰা মৰা ল'ৰালি যৌৱন ভীৰৰ মাজতো একাকী জীৱন......" These lines 💔😫
@PompiBora-c2o
@PompiBora-c2o Жыл бұрын
চকু পানী উলিয়াই দিলা,, উফ কি কণ্ঠ,, zg,,❤❤
@ShivaBania
@ShivaBania Жыл бұрын
Xundor ____ zubeen Dar Ganor Ktha Nu Ki Kom Vakha Nai ___ Aru Ei Konmani Loratur Acting Uff Bohut Xundor____Aagole Val Actor Hbo Ee❤
@pijushzubeendas9221
@pijushzubeendas9221 Жыл бұрын
Zubeen Daa’s rendition of the song “Maa” is truly a masterpiece. His heartfelt vocals and emotional depth in this song capture the essence of a mother’s love and sacrifice. The lyrics are beautifully written and resonate with anyone who has a special place in their heart for their mother. Zubeen Daa’s ability to convey such profound emotions through his music is what makes this song one of his best and an enduring tribute to mothers everywhere.❤Love you Zubeen Daa❤
@Sanjib-Shorts
@Sanjib-Shorts Жыл бұрын
Zubeen da nohole axomiya cinema industry adhoruwa... Aii gaantu xuni gaar lum xiyori uthe kobo nuwaru ki jadu ase teur gaanbilakot... Zubeen da love u ❤️😘
@champakbora5551
@champakbora5551 Жыл бұрын
Best combo ever. ZG + JB = WORLD CLASS CONTENT
@juliraniroy5491
@juliraniroy5491 Жыл бұрын
অতি সুন্দৰ,,,, চকুপানী ওলাই আহিলে
@gyandeepnath3600
@gyandeepnath3600 Жыл бұрын
উফফ্ জুবিন দাৰ কণ্ঠৰ এই দৰদ্ ❤লগতে শান্তা বাইদেউলৈ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ❤️অপেক্ষা মাথোঁ ৰাঘৱলৈ
@lashyamoyee
@lashyamoyee Жыл бұрын
ইমান ধুনীয়া ❤
O Deuta By Zubeen Garg | Lyrical Video | Chiranjeeb Theatre
6:47
AC MULTIMEDIA
Рет қаралды 8 МЛН
Вопрос Ребром - Джиган
43:52
Gazgolder
Рет қаралды 3,8 МЛН
Counter-Strike 2 - Новый кс. Cтарый я
13:10
Marmok
Рет қаралды 2,8 МЛН
УЛИЧНЫЕ МУЗЫКАНТЫ В СОЧИ 🤘🏻
0:33
РОК ЗАВОД
Рет қаралды 7 МЛН
Andro, ELMAN, TONI, MONA - Зари (Official Music Video)
2:50
RAAVA MUSIC
Рет қаралды 2 МЛН
A Car Trip to My Grandma | D Billions Kids Songs
2:05
D Billions
Рет қаралды 2,3 МЛН
Bakr - За любовь (Lyric Video)
3:01
Bakr
Рет қаралды 386 М.
Sivchik feat. Badabum - Бадаладушки (КЛИП 2022)
2:25
FLAGMANMUSIC ® | MUSIC COMPANY
Рет қаралды 5 МЛН
V $ X V PRiNCE x DE LACURE - СУ (Mood Video)
3:06
V S X V PRiNCE
Рет қаралды 1,1 МЛН
Арман (Сені күнде көру)
2:51
IL'HAN - Topic
Рет қаралды 1,6 МЛН