অভিমতত ৰিপুণ বৰা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য৷ কি বিষয়ত চলিল যুক্তিযুদ্ধ ? কোন জিকিল ?

  Рет қаралды 39,823

Real Reaction

Real Reaction

Күн бұрын

Пікірлер: 114
@AjitKumarDeka-n9y
@AjitKumarDeka-n9y Ай бұрын
অতি সুন্দৰ যুক্তি পূৰ্ণ অভিমত শুনি ভাল লাগিল। দুই গৰাকী প্ৰবীন ৰাজনীবিদক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।এনেকুৱা পৰিৱেশত অভিমত অনুষ্ঠান পৰিবেশন কৰিব বুলি আশা কৰিলো।
@swapankumarsarma6840
@swapankumarsarma6840 Ай бұрын
ইমান সুন্দৰ পৰিবেশ আজিৰ অভিমতত। ভদ্ৰ লোকে ভদ্ৰ ভাষাত ভদ্ৰ ভাবে যুক্তি দিয়ে। দুয়ো ভদ্ৰ লোক। এখেতসকলৰ পৰা উত্তৰ পুৰুষে শিকিব লগা আছে। নিতুমনি ডাঙৰীয়াক ভবিষ্যতে অভিমতলৈ এনে ভদ্ৰ ভাবে আলোচনা কৰা মানুহক নিমন্ত্ৰণ কৰাৰ বাবে অনুৰোধ জনালো।
@TarunDasTarundas-i4t
@TarunDasTarundas-i4t Ай бұрын
দুয়োজনৰ ভদ্ৰ আৰু নম্র সমালোচনা শুনি ভাল লাগিল।
@dayarambharali7710
@dayarambharali7710 Ай бұрын
এনেদৰে অভিমত যুদ্ধ হোৱা তো ৰাজনৈতিক অৰ্থনৈতিক সামাজিক দিশতো গুৰুত্ব আৰোপ কৰা তো বাঞ্চনীয় ধন্যবাদ
@babulbora8228
@babulbora8228 Ай бұрын
সিদ্ধাৰ্থ ভট্টাচাৰ্য খুউব ভদ্ৰ ৰাজনীতিবিদ।
@SachinHazarika-u2u
@SachinHazarika-u2u Ай бұрын
অভিমত অনুস্থাটো ভাল লাগিল । । দুয়োজনে বহুত সাবলীল ভাবে উস্থাপন কৰিছে । নবপ্ৰজনম্নয় কথাবিলাক শিকিবলগীয়া বহুত কথা আছে । ।
@binandatalukdar1357
@binandatalukdar1357 Ай бұрын
অছ্লতে এনেকুৱা হ্ব লাগে ।
@punyeswar
@punyeswar Ай бұрын
Well well very good point out Saikia
@navakantachutia5424
@navakantachutia5424 Ай бұрын
বৰ ভাল লাগিল
@Ratan123Das
@Ratan123Das Ай бұрын
সাংবাদিক সকল নিৰপেক্ষ। কিন্তু নিতুমনি ডাঙৰীয়া সাংবাদিক ক্ষেত্ৰখনত আপুনি কিমান নিৰপেক্ষ নিজকে সুধি চাওকচোন ! আপোনাৰ মতামত ৰাইজে সকলো বুজে। ভট্টাচাৰ্য্য ডাঙৰীয়া আপোনাক বহুত বহুত ধন্যবাদ। সঠিক জবাব দিছে।
@DipulCh
@DipulCh Ай бұрын
Nitu moni is Right
@ManikKakoti-p8j
@ManikKakoti-p8j Ай бұрын
Bhattachary sir ৰ লগত নিটো ৰ বেয়া কৈ মুখ মেল খুৱাই দিলে । Bhattachary sir , excellent
@rukmamedak1691
@rukmamedak1691 Ай бұрын
দুয়ো জনৰ কথা শুনি এটাই ৰিজাল্ট দিব পাৰি যে waching machine ত সোমাই CID ,ED,CBI, Income tax আদি আদালতৰ ওচৰ চপা টো নিস্প্ৰয়োজন ।
@gonjanboruah6988
@gonjanboruah6988 Ай бұрын
ৰিপুন বৰা ডাঙৰীয়াই নিজৰ পুৰণি কথা বিলাক পাহৰি বতমান চৰকাৰৰ দোষ দেখি থাকিলে নহয়। কাৰণ তেও কি কাৰণে তৃণমূল কংগ্রেসত যোগ দিছিল।
@rupamtalukdar9627
@rupamtalukdar9627 Ай бұрын
Good Discussion...
@PrafullaBorah-og7zn
@PrafullaBorah-og7zn 29 күн бұрын
Nice
@daibakideka4126
@daibakideka4126 Ай бұрын
যুক্তি কেতিয়াও তৰ্ক নহয়, যুক্তিৰ ব্যাক্ষা যুক্তিয়ে হয়, নিৰবে চাই থকাজনহে জ্ঞানী ৷ অন্ধবোৰে নুবুজে
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
প্ৰয়াত তৰুণ গগৈয়ে তেওঁৰ শাসন কালত এষাৰ কথা তেওঁ কৈছিল বহাগ আহিলেই কুলিয়ে মতাদি ইলেকচন আহিলেই বিজেপি দলে মাত দিয়ে। সেয়া তেখেতৰ অহমিকা আৰু বিজেপি দলক তুচ্ছ তাচ্ছিল্য কৰা ব্যবহাৰ নাছিল নে? কংগ্রেস দলে আন দলক স্বাধীনতাৰ পিছৰ পৰা দবাই ৰাখিলে। ৰিপুন বৰা ডাঙৰীয়াৰ বক্তব্য বোৰ ওপৰলৈ পানী চতিয়াই গাতে পৰাৰ দৰেই হৈছে।
@MainaDad-y2n
@MainaDad-y2n Ай бұрын
sidhartha sir a great person
@NilutpolKhound
@NilutpolKhound Ай бұрын
Kunu great nohoy rajnity ata latara manuhor milon
@MainaDad-y2n
@MainaDad-y2n Ай бұрын
সাংবাদিক জন কংগ্ৰেজৰ যেন লাগিছে
@SatishSarma-p7c
@SatishSarma-p7c Ай бұрын
পিছৰ আলোচনাখিনিৰ ফুকনৰ তুলুঙা বক্তব্যৰপৰা শিকিবলৈ একো নাই।
@TirthaD123
@TirthaD123 23 күн бұрын
Ripun Bora is a good politician
@Sulaiman-i8x
@Sulaiman-i8x Ай бұрын
Bhal Lagil
@surjitkrthakur5538
@surjitkrthakur5538 Ай бұрын
Both are appreciated 👍
@gunajitsarma5579
@gunajitsarma5579 Ай бұрын
আজি nitu moni harile ,teo kajiya logabo nuwarile , আমিও জানো বাল্মিকী 1জনে আছিল ,but বাল্মিকীৰ আদৰ্শ লব পাৰি টো
@hiteshdeka153
@hiteshdeka153 Ай бұрын
সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কথাবোৰ ভাল নালাগিল। তেখেতৰ কথাত এটা বুজি পালোঁ তেখেতে খোলা খুলিকৈ থকা কলে ২৬ ত বিধানসভাৰ টিকট নাপাব বুলি ভাবি প্ৰকৃত কথা লুকালে
@BhupenDas-nj6gh
@BhupenDas-nj6gh Ай бұрын
Ripun bora trinomul Congressat kio goisil
@manujyotidihingia8652
@manujyotidihingia8652 Ай бұрын
B J Pৰ এজন ভাল মানুহ বুলী ভট্টাচাৰ্য দাঙৰীয়া কুৱা হয় কিন্ত আজী কথাখনী ৰাইজৰ মনপুত হোৱা নাই
@ajitnarah8887
@ajitnarah8887 Ай бұрын
Nitumoni is a courageous, fearless repoter
@KarmajitSaikia-h4h
@KarmajitSaikia-h4h Ай бұрын
আজিৰ তাৰিখত কংগ্ৰেছক (অখিল গগৈ)ভোট দিয়া আৰু পাকিস্তানক ভোট দিয়া একে।
@nikhilkumarbarooah2440
@nikhilkumarbarooah2440 Ай бұрын
নিতুমনি বোলা জনক নিৰপেক্ষ সাংবাদিক বুলি কোনোবাই কব পাৰিবনে ? এনে ধৰণৰ তথাকথিত সাংবাদিকে সেই "বিশেষ" ৰাজনৈতিক দলটোত যোগদান কৰাই শ্ৰেয়। তেওঁৰ কথা বতৰাত ; এজন সাংবাদিক হিচাপে লোৱা পক্ষপাতিত্বৰ কাৰণে সেই বৃত্তিৰ বাবে তেওঁৰ অযোগ্যতাহে প্ৰকাশ কৰে।
@JagannathBaishya-xr1pf
@JagannathBaishya-xr1pf Ай бұрын
Ripun Bora Tihar jail Kanakia kuasun
@BhupenDas-nj6gh
@BhupenDas-nj6gh Ай бұрын
Nitumani saikia tumio gakhiredi ga dhuwa nai
@narakantachutia4369
@narakantachutia4369 Ай бұрын
মই ভাবো ৰিপন ইমানেই ভাল আছিল তেতিয়া হ'লে তেওঁ কংগ্ৰেছ এৰি কেলৈ অন্য দলত যোগদান কৰিছিল। আকৌ টিনমুল এৰি কংগ্ৰেছত যোগদান কৰিলে। কিয় মাত্ৰ গাদীৰ কাৰণে ৰাজনীতি কৰি আছে নেকি । আৰু আজি সেই কাৰণে কংগ্ৰেছৰ অসমত নাম নাইকীয়া হৈছে। আৰু হ'ব।
@dilipdeka3355
@dilipdeka3355 Ай бұрын
অতল বিহাৰী বাজপেয়ীৰ পুৰণি বিজেপি আউট দেখোন এতিয়াৰ চৰকাৰৰ মুখ্য কেইজনে কংগ্ৰেছৰ ট্টেণিং লোৱা হয় আৰু কেইজনমান অগপ দলৰ সদস্য ই চৰকাৰ চলাই আছে তাতেই আকৌ বিৰোধীও আহিল।
@DwipenBorah-zw7lw
@DwipenBorah-zw7lw Ай бұрын
Descent and logical argument .
@dineshchakravarty8710
@dineshchakravarty8710 Ай бұрын
নিতুমনি নিৰপেক্ষ নহয় ।তেখেতে কংগ্ৰেছ ৰ পক্ষত মাজত বহিছে ।
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
কেতু মনি শইকীয়াই ঠিকঅজিত কুমাৰ ভূঞাৰ দৰে আচৰণ কৰিবলৈ লৈছে। ইয়াৰ বহুত অন্তৰ্নিহিত অৰ্থ আছে। বৰ্তমান কংগ্রেসৰ প্ৰতি তেওঁৰ চফ্ট কৰ্ণাৰ যে আছে সেয়া স্পষ্টকৈ প্ৰকাশ পাইছে। তেওঁৰ লক্ষ্য উদেশ্যে নিশ্চয়ই আছে। সেয়েহে মানুহে কয় এদেও দুদেও লোটা নিয়া চেও অৰ্থাৎ চকুতো ৰাজ্য সভাৰ সাংসদ।
@rajdeepsaikia3439
@rajdeepsaikia3439 Ай бұрын
নিগুমনি বাবু কংগ্ৰেছৰ ভবিচ্যত ৰাজ্য সভাৰ সংসদ। চাব্বছ নিতিয়ামনি
@budhinduttadutta1575
@budhinduttadutta1575 Ай бұрын
বৰ্তমান কেন্দ্ৰীয় চৰকাৰে অসমক যিমান পুজি তথা অনুদান পাইছে পূৰ্বৰ কঙগেছ চৰকাৰ দিনত পোৱা নাছিল। গতিকে বিজেপি সফতা সাধাৰণ ৰাইজৰ চকুত পেলাব পৰা হৈছে বাবে ক্ষমতা ধৰি ৰাখিব পাৰিছে ও ৰাখিব।কঙগেছৰ চৰকাৰ দিনত দুখীয়া হয় নহয় বিচাৰ কম লয়। মাত্ৰ নিজৰ দলৰ হলেহে চৰকাৰী সুবিধা পায়।যিটো ভুল বৰ্তমান চৰকাৰে কৰাটো কম দেখা গৈছে। এইটো তৃণমূল পৰ্যায়ৰ সকলো দলৰ লোকে কব। আমিও সাধাৰণ ভোটা হিচাপে প্ৰতিদিন টাইমৰ অভিমত অনুষ্ঠানৰ ভিডিঅটো চাই অকণমান কমেন্টত দিলো। ইয়াত সাঙবাদিক তথা দুজন প্ৰাক্তন মন্ত্ৰীতকৈ দুটা দলৰ চৰকাৰৰ কাৰ্যকলাপৰহে গুৰুত্বপূৰ্ণ বুলি ভোটাৰে ভাৱে!
@dilipdeka3355
@dilipdeka3355 Ай бұрын
2014 চনত ভাৰত স্বাধীন হোৱাৰ পিছত হে সকলো সম্ভৱ হৈছে নহয়নে।
@arpondas7642
@arpondas7642 Ай бұрын
নিতুমণি শইকীয়া ডাঙৰীয়া কংগ্ৰেছত বৰ্তমান কোন কোন চুৰ ডকাইত আছে এতিয়াই ৰাজহুৱা কৰক । নহলে কংগ্ৰেছত থাকোতে ভাল আৰু কাইলৈ বিজেপিলৈ যোৱাৰ পাছত চুৰ ডকাইত বুলি যাতে কব লগা নহয় । আপোনাৰ বক্তব্য মতে বিজেপিলৈ অহা সকলো কংগ্ৰেছত চুৰ ডকাইত আছিল । কিজানি আৰু ওলাই আগতিয়াকৈ চুৰ ডকাইত কেইজনক আইনি ব্যৱস্থালৈ আনিবলৈ প্ৰশাসনক সহায় কৰক ।
@HarmohanDas-pd1fp
@HarmohanDas-pd1fp Ай бұрын
Ripun Bora are you actually a politician?
@Nirmalkumarray2000
@Nirmalkumarray2000 Ай бұрын
নিতুমনি শুনা বাল্মিকী এজনেই হয় ঠিকেই কিন্ত বাল্মীকিৰ দৰে হাজাৰ লাখ মানুহে নিজকে পৰিৱৰ্তন কৰিব পাৰে।।।।নিতুমনিয়ে এটা কথা নাজানে আজি যদি এজন ছাত্ৰ মূৰ্খ সেইজন কিন্ত ডাঙৰ হৈ প্ৰধানমন্ত্ৰী হয়।।গতিকে নিতুমনিয়ে এই সাধাৰণ কথাকে নাজানে।।।মানুহ সদায় পৰিৱৰ্তনশীল।।। সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ ৰিপ্লাইক সন্মান জনাইছো।
@sanatankalita5214
@sanatankalita5214 Ай бұрын
লগৰ এজনে যদি নিজতকৈ যদি বহুত বেছি আগুৱাই যায় আন জনৰ ঈৰশা লগাটো‌ ধ্ৰুৱ
@KushalNath-e4t
@KushalNath-e4t Ай бұрын
Tihari babu
@arunpathak2120
@arunpathak2120 Ай бұрын
কঙগেছৰ মানুহৰ মুখত দুৰ্নীতিৰ বিৰুদ্ধে কোৱা কথা শুনিলে হাঁহিহে উঠে ।
@surenkalita3491
@surenkalita3491 Ай бұрын
এতিয়াৰ বিজেপি আদানিৰ বিজেপি ।
@labamonibaruah1199
@labamonibaruah1199 Ай бұрын
Nitumonik P .M bonaba Lage
@gonjanboruah6988
@gonjanboruah6988 Ай бұрын
চাৰ আপুনি তৃনমূল কংগ্রেসলৈ যাওতে কি কৈছিল বতমানে পাহৰি গৈছে নেকি।
@dilipdeka3355
@dilipdeka3355 Ай бұрын
ঠিকেই ৰাজনৈতিক ব্যেবসায়ী সকল তেনেকুৱাই আজিৰ পৰা কেইবছৰমান আগতে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ আহিছিল এতিয়া গঙ্গাৰ পানী অহাৰ দৰে দাইলকৰ পৰিবৰ্তন হৈ থাকে আমি সাধাৰণ ভোটাৰ হে।
@MinakshiChoudhury-c9j
@MinakshiChoudhury-c9j Ай бұрын
Nitumoni to congres hoi
@abanidas6895
@abanidas6895 Ай бұрын
নিতুমনি শইকীয়া ডাঙৰীয়া আপুনি প্ৰশ্ন কিয় কৰিছে। প্ৰশ্ন তেখেত সকলৰ মাজত হব আৰু উত্তৰটো তেখেত সকল দুই জনৰ মাজত হব। আপুনি কংগ্ৰেছৰ পক্ষত আছে। সেইটো নকৰিব।
@harendrabarman2736
@harendrabarman2736 Ай бұрын
Borhia hoise
@Eve-d2e
@Eve-d2e Ай бұрын
ৰিপুন বৰা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যক সমুখত লৈ নিতুমণিয়ে কথাবোৰ ক'লৈ পোনাইছে সাধাৰণ লোকেও বুজি পাইছে। নিতুমণিৰ পক্ষপাত বাৰু কেতিয়া শেষ হ'ব?
@DwipenBorah-zw7lw
@DwipenBorah-zw7lw Ай бұрын
An anchor is underrated if he indulges in biasness. Let the audience themselves judge the opinions put forward by the participants .
@TarunPayeng
@TarunPayeng Ай бұрын
Hidartha ডাঙৰীয়াই মনৰ কথা খুলি কব পৰা নাই,,
@manojtalukdar6647
@manojtalukdar6647 Ай бұрын
🦮🐕‍🦺🐈‍⬛🐩🐈 ৰ নেজ কেতিয়াও চিধা নহয় ⁉️💯
@lokheswarronghang607
@lokheswarronghang607 Ай бұрын
Tihar babu harise aru ripun da uttor dibo para nai.
@pradipphukan8575
@pradipphukan8575 Ай бұрын
ৰিপুণ বৰা "নীলা শিয়াল" আৰু নিতুমনি "অসংকাৰী" সাংবাদিক।নিতুমনিয়ে নিজকে অসমৰ জ্ঞানী বুলি পৰিচয় দিববিছাৰে। অন্যমানুহ বোৰ জ্ঞান শূন্য ১০০%।
@deboborah5858
@deboborah5858 Ай бұрын
একেবাৰ শুদ্ধ ময়ো ভাৱো।
@Bikashgohain4x
@Bikashgohain4x Ай бұрын
ত্ৰেতাযুগৰ ৰাৱণ এজনেই আছিল, কিন্তু এই যুগত ঘৰে ঘৰে ৰাৱণ জম্ম হ'ল। এই ৰাৱণ সকলক ভাল কৰা যিবিলাকে নিজকে শিক্ষিত বুলি ভাৱে, তেওঁ সেই সকলক ভাল কৰাটো প্ৰচেষ্টা কৰক।
@Tox1keditzzz-s5y
@Tox1keditzzz-s5y Ай бұрын
হেইজনে বৰ দূৰলৈ দেশে হেই কাৰণে ?
@samarendrabiswas6050
@samarendrabiswas6050 Ай бұрын
Hemanta is always powerful minister.....
@duluboruah1097
@duluboruah1097 Ай бұрын
ৰিলুণ বৰা কোন জন
@KhagenBora-y8i
@KhagenBora-y8i Ай бұрын
Good
@HarmohanDas-pd1fp
@HarmohanDas-pd1fp Ай бұрын
Himanta is good person
@s.ploveassam2433
@s.ploveassam2433 Ай бұрын
Congress zindabad
@ParthaFF45
@ParthaFF45 Ай бұрын
সংবাদীক জন কংগ্ৰেছৰ মালিক |
@pankajpegu4867
@pankajpegu4867 24 күн бұрын
Abously siddhartha is the winner. BJP zindabad
@apurbadas6799
@apurbadas6799 Ай бұрын
সাংবাদিকজন নিৰপেক্ষ নহয়৷তেওঁ কংগ্ৰেছৰ পক্ষত আছে
@rambinaymahato9085
@rambinaymahato9085 Ай бұрын
BJP jindabad BJP jindabad CM sir jindabad Sidartha jindabad
@Nirmalkumarray2000
@Nirmalkumarray2000 Ай бұрын
কংগ্ৰেছৰ দিনত কোনো চছিয়েল মিডিয়া ৰ ভাল বেয়া প্ৰচাৰ হোৱা নাছিল।।কংগ্ৰেছৰ সময়ত তেতিয়াৰ ইমান দূৰ্ণীতি আছিল যে পিছত চছিয়েল মিডিয়াত কংগ্ৰেছৰ দূৰ্নীতিবোৰ প্ৰচাৰ হোৱাৰ পিছত কংগ্ৰেছ ডুবি গল।।।এতিয়া অসমৰ মানুহ বুৰ্বক নহয়।সকলোৱে ৰাজনীতি বুজি পায়।এই সময়ত ৰাজনৈতিক পাৱাৰ থকাটোহে বহু ডাঙৰ কথা।।।ৰিপুন বৰাই ভাৱে যে হিমন্ত কংগ্ৰেছ এৰাৰ পৰা কংগ্ৰেছ ক্ষতি হৈছে,গতিকে বিজেপি এৰি কংগ্ৰেছত আহিব লাগে বুলি ভাৱে।।।আজিৰ জনগনৰ মতে মই এইখন চৰকাৰৰ পৰা কি পাইছো আৰু ৰাইজে কি পাইছে? যদি দুয়োটাই অলপ হলেও পোৱা বুলি ৰাইজে ভাৱে তেন্তে চৰকাৰখন ভাল বুলি ভাৱে।আজিৰ দিনত এইটোৱেই।।
@rupamdibrugarh4763
@rupamdibrugarh4763 Ай бұрын
Akhomr mnhe jnu Ripun bora.k vl pai😅😅😅
@SambaruBania
@SambaruBania Ай бұрын
বৰা মহাশয় চল চাই কঠিয়া পাৰা।
@bapandeka
@bapandeka Ай бұрын
Jiman. Kalao. B. J. P. Jikiba. B. J p. A. Jiman. Kam. Karisa. Koño. Sarkara. Kariba. Para. Nasil. 70. Basara
@nazimahmed1610
@nazimahmed1610 Ай бұрын
Gentle talk show by gentle and respected people. In another talk show I feel, some monkey fighting and somebody enjoying it. Very shameful
@jitukumardas4990
@jitukumardas4990 Ай бұрын
Nitu mani dakha gol tumi baya manow .tumi ha harila.
@bishnuramdas2708
@bishnuramdas2708 Ай бұрын
Iman daikhya manuhal mantri nideo kio
@rajafoamhouse5044
@rajafoamhouse5044 Ай бұрын
Ripon borah xongbad melot nijei koisil jetia teo xobhapoti asil tetiacongress or bidhan khonhar candidate or list xon bole himanta biswa sarmai disil aru xei mormei election o hoi gol ...hai re rajniti
@rupakranjandas-jg6ci
@rupakranjandas-jg6ci Ай бұрын
Media editor(chief) is anti BJP. Studio arrangement of seats clearly points in that direction. Questions repeated thousand times in various talk shows shamelessly by anchor and congress leaders.
@prasannasaikia3225
@prasannasaikia3225 Ай бұрын
নিতুমনি কংগেছৰ মানুহ
@prashantamorang6971
@prashantamorang6971 Ай бұрын
Both leader are great
@jagadishsarma4189
@jagadishsarma4189 Ай бұрын
Nitu mani e smayar prasangik prasna karise uttarar he khelimei karise karise bhatta sire 😊
@upenchandradeka426
@upenchandradeka426 Ай бұрын
Nitumoni nirapekha nohoi.teo congressi
@অসমীয়াইউটিউবচেনেল
@অসমীয়াইউটিউবচেনেল Ай бұрын
Duyutai expiry joa maal.
@abdurrouf2996
@abdurrouf2996 Ай бұрын
Duyo ekei.Xuni kaam nai
@Ratan123Das
@Ratan123Das Ай бұрын
Ripun Bora eta dollar Bogari.Tar eko Kam nai.
@MoniDas-rj1ry
@MoniDas-rj1ry Ай бұрын
Letera kapur duwar karaney kak aanisey kun letera manuah
@HarmohanDas-pd1fp
@HarmohanDas-pd1fp Ай бұрын
Bora please be try to maintain to stand in your future position
@promodgoswami2100
@promodgoswami2100 Ай бұрын
যুক্তিত সিদ্ধাৰ্থ ভট্টাচাৰ্য্য ক বলে নোৱাৰে
@BhupenDas-nj6gh
@BhupenDas-nj6gh Ай бұрын
Xosa kotha raije kobo
@kamalchetry3643
@kamalchetry3643 Ай бұрын
Nitumoni ligat bjp patty avimot nokor to bhall.
@JagannathBaishya-xr1pf
@JagannathBaishya-xr1pf Ай бұрын
Ripun Ali
@pankajpegu4867
@pankajpegu4867 24 күн бұрын
Niiiituuu you are Congressiiii fellowship 😂😂😂😂😂 you don't want to see the development of assam. Haa haa you want assam to remain in poverty line only 😢😢
@kusheswarmedhi3307
@kusheswarmedhi3307 Ай бұрын
Nitumoni Saikia tumi olop niropskhya hoi kotha kowatu bhal
@monimasaikia5074
@monimasaikia5074 Ай бұрын
Bhattachargy you are gain
@pankajpegu4867
@pankajpegu4867 24 күн бұрын
Ripun is the best loser person 😂😂
@JagannathBaishya-xr1pf
@JagannathBaishya-xr1pf Ай бұрын
Nitu Moni Ali namto bhal habo na
@makhanborah7726
@makhanborah7726 Ай бұрын
নিতুমনি শইকীয়াক অসমৰ ৰাইজে ভাল দৰে জানে প্ৰকৃত reporter হয় নে নাই? তেওঁ এজন ঘৰ ভঙা মানুহ। কিয় কলো কি বিষয় ওপৰত তেওঁ ৰিপুন বৰা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগত protidin time বাক বিতৰ্ক মাজলৈ আনিল ? কাম নাই বিষয় বস্তু নাই।
@deboborah5858
@deboborah5858 Ай бұрын
তপ্পৰ কথা মণত পৰে নে?
@rupamsaikia2418
@rupamsaikia2418 Ай бұрын
Nitu moni coges manuh
@tikendrakr.kakoty8007
@tikendrakr.kakoty8007 Ай бұрын
Ripon Bora tamar kam nai
@JayramBordoloi-tk5qn
@JayramBordoloi-tk5qn Ай бұрын
Oi nitumoni Saikia tur pettu I conggress bahirarkhon hol niropaykha na nitumoni Ali . Protidin time chanelor news saboloi nepai . Ehathol complately I conggress supporter hoi .
@subratamazumder1372
@subratamazumder1372 Ай бұрын
কিয়, আপুনি দেখুন --মমতাৰ ভৰি চেলেকি খালে, ভাৰতীয় ৰাজনীতিত আটাইতকৈ বদমাছ -গুণ্ডা হৈছে মমতা বন্দ্যোপাধ্যায়
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН
黑天使被操控了#short #angel #clown
00:40
Super Beauty team
Рет қаралды 61 МЛН