Dihanam // দিহানাম //হৰি নামৰ ধাৰা ASSAMES Dihanam @Bhagyashree Devi

  Рет қаралды 1,430,829

BHAGYASHREE DEVI Official

BHAGYASHREE DEVI Official

Күн бұрын

Пікірлер: 629
@rafikali9163
@rafikali9163 3 жыл бұрын
বহুত বন্ধু বান্ধবীয়ে ৱাটছাপত বিভিন্ন video link বোৰ দিয়ে থাকে তাৰে কিছুমান চোৱা হয় আৰু কিছুমান নোচোৱাকৈ ৰৈ যায়।কিন্তু আজি এটা video link open কৰি এটি সুন্দৰ দিহানাম উপভোগ কৰাৰ সৌভাগ্য হল।উপস্হাপন সুন্দৰ,পৰিবেশন সুন্দৰ,কণ্ঠ সুন্দৰ আৰু লেখক জনৰ সৃষ্টিও অনন্য।ইমান তত্বগধুৰ নাম শুনিয়ে থাকিবৰ মন যায়।মহাপুৰুষজনাৰ সৃষ্টিৰাজি বৰ সুন্দৰকৈ উপস্হাপন কৰিছে।ইমান ৰসেৰে পৰিপূৰ্ণ নাম প্ৰথমবাৰ শুনিলোঁ।আগলৈও এইজনা মহান লেখকৰ নাম শুনিবলৈ পাম বুলি আশা ৰাখিলো আৰু দলটোৰ সকলোকে মোৰ শ্ৰদ্ধাভৰা প্ৰনাম নিবেদিলো।
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 3 жыл бұрын
আপোনালৈয়ো দলটোৰ প্ৰতিজন সদস্য ফালৰ পৰা অশেষ ধন্যবাদ থাকিল
@rafikali9163
@rafikali9163 3 жыл бұрын
@@BHAGYASHREEDEVIOfficial আপোনালোক সদৌটিলৈ শুভকামনা সদায়ে থাকিব।মাথোঁ আপোনালোকে দেশ,সমাজ আৰু জাতিটোৰ ভাল কিবা কৰি যাওক।
@rafikali9163
@rafikali9163 3 жыл бұрын
@@puspendrakalita449 আপোনালোক সদৌটিলৈ শুভকামনা সদায়ে থাকিব।মাথোঁ আপোনালোকে দেশ,সমাজ আৰু জাতিটোৰ ভাল কিবা কৰি যাওক।
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 3 жыл бұрын
আপোনাৰ কমেণ্টতো আমাৰ কাৰনে আশিৰ্বাদ স্বৰুপ । নিশ্চয় আমি আপোনাৰ মূল্যবান কমেণ্টতোৰ কথা ৰাখিম। ধন্যবাদ
@puspendrakalita449
@puspendrakalita449 3 жыл бұрын
Tq so much for ur valuable comment
@jayanta5182
@jayanta5182 20 күн бұрын
Apuna hobor ujjwal bhabisyat kamona korilu. Dhunia hoise word less I am...
@manikdax2858
@manikdax2858 Жыл бұрын
Krishna... Huni thakileo mon novore
@indugogoi9234
@indugogoi9234 Жыл бұрын
সুন্দৰ কণ্ঠৰ সৈতে নামৰ গভীৰতা আৰু তোমাৰ গাম্ভীৰ্যতা সঁচাকৈয়ে শলাগিবলগীয়া ৷ আগবাঢ়ি যোৱা শুভকামনা সদায় আছে ৷
@pachaniaxom1155
@pachaniaxom1155 Жыл бұрын
অমৃত বৰষ কণ্ঠ।মহাপ্ৰভূৱে এনেদৰে সুন্দৰ স্বাস্থ্য অটুট ৰাখক।
@ArunavBaruah
@ArunavBaruah Жыл бұрын
P
@pradipgogoi3182
@pradipgogoi3182 Жыл бұрын
সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্। কৃষ্ণ কৃষ্ণ কৃষ্ণ আই।
@JonalipeguGogoi
@JonalipeguGogoi Жыл бұрын
❤বহুত মৰম দিলো❤
@nirmolandnibirdas1500
@nirmolandnibirdas1500 Жыл бұрын
অতি সুন্দৰ হৈছে দিহানাম ষাৰ আপোনাৰ সুৰ সুমধুৰ শুনি থাকিবলৈ মন যায়।
@lakhyahiragohain2011
@lakhyahiragohain2011 2 жыл бұрын
দিহা নাম ভাগ খুব সুন্দৰ। পৰিবেশন ৰ লগতে সুৰ শৈলী আৰু সংগীবৃন্দ অতি সুন্দৰ। সন্ধিয়া সময় কন ত শুনি মন প্ৰফুল্ল হ'ল। আশীৰ্বাদ কৰিলো আই সবক। কৃষ্ণ কৃষ্ণ 🙏🏼🪔🙏🏼
@DeepakTamuli
@DeepakTamuli 5 ай бұрын
Maan jurai gol ,emaanei bhal lagil, Krishna ❤❤❤🪔🪔🪔🙏🙏🙏🙏🙏🙏🙏
@rumantikadancestudio
@rumantikadancestudio Жыл бұрын
অনন্য সুন্দৰ কণ্ঠ। আপ্লুত হ'লোঁ। আগুৱাই যাওক দলটি।
@NarendraDas-h6g
@NarendraDas-h6g Жыл бұрын
শুনি বৰ ভাল লাগিল দিহাতো
@HareshNath-tt7rv
@HareshNath-tt7rv 9 ай бұрын
অতি সুন্দৰ হৈছে দিহা নাম ষাৰ আপোনাৰ সুৰ সুমধুৰ আপুনি আগবাঢ়ি য়াযক
@jitumoniphukan844
@jitumoniphukan844 2 жыл бұрын
বহুত ভাল লাগিছে দিহানাম ভাগ শুনি। ঈশ্বৰে আশীৰ্বাদ কৰক ।
@debojeetcr794
@debojeetcr794 Жыл бұрын
Krishna Krishna🙏🙏🙏
@RabinJun
@RabinJun Жыл бұрын
আপোনালোকৰ ভিডিও বোৰ চায় ভাল লাগে। সচাই অতি সুন্দর ।
@sewalihazarika4187
@sewalihazarika4187 Жыл бұрын
Bahut basii vl lagila baaa❤️✨
@RitupanRabha-h8l
@RitupanRabha-h8l Жыл бұрын
Bahut bahut val lgil xuni ❤
@gobinbhuyan2158
@gobinbhuyan2158 2 жыл бұрын
Maan jurai gol ,emaanei bhal lagil, Krishna 🙏🙏🙏
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 2 жыл бұрын
ধন্যবাদ
@NipenGogoi-vd5fe
@NipenGogoi-vd5fe 10 ай бұрын
Vall liga apunar horinam bilak huni bt very very nice baideo 😍😍😍🙏
@najrulhussain1021
@najrulhussain1021 3 жыл бұрын
বহুত ধুনীয়া হৈছে আৰু আগুৱাই যাব লাগিব
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 3 жыл бұрын
ধন্যবাদ
@pranabhazarika4985
@pranabhazarika4985 3 жыл бұрын
কি সুন্দৰ কন্ঠ॥ আশিৰ্বাদ জনালো আগুৱাই যাওক🙏🙏
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 3 жыл бұрын
ধন্যবাদ
@akshaykumardas1928
@akshaykumardas1928 3 жыл бұрын
Mind blowing voice & excellent DIHANAM
@LakshmanKrRay
@LakshmanKrRay 3 жыл бұрын
সচাকৈ বহুত বহুত ধুনীয়া হৈছে ॥ বহুত ভাল লাগিল একদম মজা
@BiplabChutia-hb1uc
@BiplabChutia-hb1uc Жыл бұрын
Imnyi hundr huni mur saku pani oulai gol oooo
@harakumarnarah8726
@harakumarnarah8726 2 жыл бұрын
Kisno Kisno Kisno so Suit Bhagyashree Devi More More again👌👌👌👌👌🌺🌺🌺🌺🌺🌺🌺🌺
@harakumarnarah8726
@harakumarnarah8726 2 жыл бұрын
Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Nice job More More again Bhagya shree DeVi sugar🌺🌺🌺🌺🌺🌺🌺🌺🌺
@violeenalaskar3742
@violeenalaskar3742 Жыл бұрын
কৃষ্ণ,ভকতিৰ পথাৰত সদায় জিলিকি থকা। সুন্দৰ পৰিবেশ ন।মন চুই গৈছে। শুভেচ্ছা থাকিল।ৰাম ৰাম,।।
@sishuramchutia1880
@sishuramchutia1880 2 жыл бұрын
কৃষ্ণ 🙏 বৰ সুন্দৰ হৈছে ।
@GulapiSaikia-s4b
@GulapiSaikia-s4b Жыл бұрын
বৰ সুন্দৰ হৈছে বোৱাৰী
@RitaDas-k5m
@RitaDas-k5m Жыл бұрын
অতি সুন্দৰ। কৃষ্ণ 🙏🙏
@momibora548
@momibora548 2 жыл бұрын
Iman dhunia Kontha he Bhagavan...sunile suni thakibale mon jai
@HirakjyotiDas-nw2tq
@HirakjyotiDas-nw2tq 4 ай бұрын
বহত ভাল লাগিছে বাইদেউ
@munmikataki7036
@munmikataki7036 Жыл бұрын
সুন্দৰ ❤️🥰
@PpermitaBora
@PpermitaBora 11 ай бұрын
Bahut dhuniya lagise ❤❤❤❤❤❤ Hunile huni thakiba mon jai
@manjuray1284
@manjuray1284 2 жыл бұрын
Xumodhur poribexon 🙏🙏🙏🙏bahi khubei dhuniya bojaise ahhhhaaa Eman xundor poribexon 🙏🙏🙏
@KunjaBora-mh3jg
@KunjaBora-mh3jg Жыл бұрын
Bohut Sundar mat tu khsai val lagise
@JodumoniBorah-g3s
@JodumoniBorah-g3s 8 ай бұрын
অতি মধুৰ লাগিল।কৃষ্ণ
@arupkalita-zb7gd
@arupkalita-zb7gd Жыл бұрын
সুন্দৰ অতি সুন্দৰ আজিৰ ৰাতিপুৱাটো সুন্দৰ ভাবে পাৰ হব
@royalstar6417
@royalstar6417 3 жыл бұрын
খুওব সুন্দৰ পৰিবেশন ॥ আপোনাৰ দিহানাম দলৰ সকলোলৈকে অভিনন্দন জনালোঁ ॥
@dilipgogoi2312
@dilipgogoi2312 2 жыл бұрын
বৰ সুন্দৰ লাগিল বাইদেউ।আজি নাৰায়্ণপুৰৰ ফুলনিথানত শুনি আপ্লুত হলো।
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 2 жыл бұрын
ধন্যবাদ
@prabalbania4477
@prabalbania4477 2 жыл бұрын
Nice voice excellent performance . God will bestow his blessings open you and your team.
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 2 жыл бұрын
Thanks
@prabalbania4477
@prabalbania4477 2 жыл бұрын
Wishing you and your team a bright and prosperous future.
@pasantakakita7527
@pasantakakita7527 3 жыл бұрын
সুন্দৰ কণ্ঠ, শুনি বহুত আপ্লুত হ'লো, দিনবোৰ এনেকৈ হৰি নাম শুনিবলৈ পালে মনটো নিকা হৈ যায় , আগলৈ এনেদৰে পৰিৱেশন কৰি যাবা । উপস্থাপন, লেখনি ,কণ্ঠ সকলো এক সুন্দৰ মিলনৰ সৃষ্টি কৰিছে, লগতে দলটো ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ, জয় গুৰু শঙ্কৰ।
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 3 жыл бұрын
ধন্যবাদ
@joishreeborahjoya3925
@joishreeborahjoya3925 2 жыл бұрын
❤️🔥🔥🔥
@monaboravideo781
@monaboravideo781 Жыл бұрын
Bahut bahut val lagil baido
@poragjyotisaikia499
@poragjyotisaikia499 Жыл бұрын
Thanks🌹 from hyd. Nice.
@BipinBorah-f3u
@BipinBorah-f3u 10 ай бұрын
খুব সুন্দৰ হৈছে
@mintubaishya6462
@mintubaishya6462 Жыл бұрын
কৃষ্ণ আই ,জয় গুৰু শংকৰ,তেৰাই কৃপা কৰক ,অনুপম 🌼🙏
@srigurudsa9521
@srigurudsa9521 Жыл бұрын
বহুত ভাল লাগিল নামটো শুনি
@gulsanengti6184
@gulsanengti6184 2 жыл бұрын
Bhut.dhuniya.hoise.mat2.bhut.dhuniya
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 2 жыл бұрын
ধন্যবাদ
@arundutta9013
@arundutta9013 Жыл бұрын
ইমান সুন্দৰ হৈছে।।।
@ptdutta3036
@ptdutta3036 Жыл бұрын
আপোনাৰ কণ্ঠ সঁচাই শলাগ লৈছোঁ।আগুৱাই যাবলৈ ভগৱন্তযে সদায় শক্তি দিয়ক।
@Fojivloger763
@Fojivloger763 Ай бұрын
বহুত আনন্দ উপভোগ কৰিলোঁ আপোনাৰ নাম শুনি
@osinakimon3073
@osinakimon3073 Жыл бұрын
Bohut dhuniya kantho....Krishna 🙏🙏🙏
@KrishnaBoruah-n6t
@KrishnaBoruah-n6t 4 ай бұрын
Bhut dhuniya lagise xuni.. Krishna, 🙏🙏🙏🙏
@anilnath3188
@anilnath3188 Жыл бұрын
ধুনীয়া৷হৈছে গুৰু অবিহনে একো নাই নিয়ম নাপাহৰিব কৃষ্ণ
@JitenBharali-o4g
@JitenBharali-o4g Жыл бұрын
কৃষ্ণ কণ্ঠ অতি সুমধুৰ আগলৈ এইদৰে আগবাহি যোৱা ।ভগৱানে সহায় কৰিব।
@balingogoi4341
@balingogoi4341 Жыл бұрын
dhuniya hoi ... 🙏🙏🙏
@lenintalukdar7314
@lenintalukdar7314 Жыл бұрын
Krishna 🙏 ai vl lagil
@shrimntaparta871
@shrimntaparta871 2 жыл бұрын
Duniy. Hide🙏🙏🙏
@psworld7875
@psworld7875 Жыл бұрын
Veri nice kanth ,god bless you.D s
@pariboruah3099
@pariboruah3099 3 жыл бұрын
।।গুৰুজনাৰ অনুপম সৃষ্টিৰ সুন্দৰ উপস্থাপন।।
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 3 жыл бұрын
ধন্যবাদ
@pranabjyotidutta1837
@pranabjyotidutta1837 2 жыл бұрын
বহুত সুন্দৰ দিহা , লগতে আপোনাৰ কণ্ঠৰ জাদুৰ তুলনা কৰিব নোৱাৰি 🙏🏿🙏🏿🙏🏿
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 2 жыл бұрын
ধন্যবাদ
@Rekhamonrkonwar
@Rekhamonrkonwar Жыл бұрын
সুন্দৰ লাগিছে
@KrishnaDas-uc6wr
@KrishnaDas-uc6wr 3 ай бұрын
বাদেও আপোনাৰ ইমান ধুনীয়া কন্ঠ আপোনাক ধন্যবাদ জনাইছো। মই সদাই ৰাতিপুৱা আপোনাৰ দিহা নাম শুনো, মোৰ মন দিনতো কাৰনে পৱিত্ৰ হয় পৰে। আপোনাৰ ভৱিষ্য জীৱন উজ্ ল হক।
@srimantadas8919
@srimantadas8919 Жыл бұрын
Ati xumadhur
@himanibanikya8168
@himanibanikya8168 Жыл бұрын
VERY2 nice দিহা নাম আপোনাৰ নাম শুনি থাকো চাচ্ ক্ৰাইব কৰিছো Godbless all of u❤❤❤❤❤❤❤❤
@a.k.b976
@a.k.b976 17 күн бұрын
❤❤😊
@binitapathak7377
@binitapathak7377 3 ай бұрын
বহুত ভাল লাগিল
@KoshakantaDutta
@KoshakantaDutta Жыл бұрын
Krisna kirpa moi.....🙏🙏🙏🌹🌹
@deeptideka8218
@deeptideka8218 Жыл бұрын
কৃষ্ণ সুন্দৰ হৈছে 🙏🏻🙏🏻🙏🏻
@bitulkakotibitulkakoti4147
@bitulkakotibitulkakoti4147 Жыл бұрын
❤🙏Krishna👏🙏 Krishna 🙏👏❤
@jyotishnath3186
@jyotishnath3186 3 жыл бұрын
সুন্দৰ লাগিছে।আৰু আগুৱাই যোৱা আশীৰ্বাদ কৰিছোঁ
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 3 жыл бұрын
thanks jyotish da
@babuborah6314
@babuborah6314 2 жыл бұрын
Dhuniya hoise..🙏🙏🙏🙏🙏🙏
@uddhabdas3864
@uddhabdas3864 Жыл бұрын
Bohut dhuniya,, krishna
@HimantaGogoi-g4z
@HimantaGogoi-g4z Жыл бұрын
Dhuniya haise baideo
@jugeswarkaleta9929
@jugeswarkaleta9929 Жыл бұрын
Eman dhuniya kontho huni thaki or monjai
@NabinChDeka
@NabinChDeka 2 жыл бұрын
Bhal lagil. Dhannabad
@dibyakhanikar2256
@dibyakhanikar2256 Жыл бұрын
সঁচাকৈ বহুত ভাল লাগিল
@rajibsaikia5725
@rajibsaikia5725 3 жыл бұрын
বহুত বহুত ভাল লাগিল বাইদেউ। শুনিলে শুনি থাকিবলৈ মন যোৱা কণ্ঠ আপোনাৰ। পুৱাতো জীপাল কৰি তোলে আপোনাৰ কণ্ঠই ।আগলৈ আৰু আশা কৰিলো। কৃষ্ণ কৃষ্ণ।
@gautambora403
@gautambora403 2 жыл бұрын
ধুনীয়া লাগিছে। শুভেচ্ছা থাকিল তোমালে।।।ঘৰ কত তোমাৰ।
@prasantabora4558
@prasantabora4558 2 жыл бұрын
Dhuniya Hoisy
@ashishdas6517
@ashishdas6517 3 жыл бұрын
বহুত ধুনীয়া কন্ঠ বা
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 3 жыл бұрын
ধন্যবাদ
@palvisha7275
@palvisha7275 3 жыл бұрын
Toiu kin2 kishu bojaiso deiii👍👍👏
@vaskarsaikia4491
@vaskarsaikia4491 10 ай бұрын
অতি সুন্দৰ❤
@Minecraft_gaming25
@Minecraft_gaming25 2 жыл бұрын
This video is nice
@manturamdasmonalisha2145
@manturamdasmonalisha2145 2 жыл бұрын
বৰ সুন্দৰ কন্ঠ
@anantalaskar445
@anantalaskar445 Жыл бұрын
Bahut val lagil,xuni thakibor mon jai❤
@bharatborah3762
@bharatborah3762 3 жыл бұрын
Krisn krisn val hoise
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 3 жыл бұрын
ধন্যবাদ
@nilamranjanborah6410
@nilamranjanborah6410 Жыл бұрын
খুবেই ভাল লাগিল শুনি
@Rimjhimdevi-e7s
@Rimjhimdevi-e7s Жыл бұрын
Eman xundor kontho🙏🙏🙏....aguai jua agoloi......
@happiestgirljimi6303
@happiestgirljimi6303 3 жыл бұрын
Xundor ashis vaity lgte xklure dhunia hyse xewa jnaisu xkluke 🙏
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 3 жыл бұрын
Krishna
@ratulborah9760
@ratulborah9760 3 жыл бұрын
Bohut Val lagise
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 3 жыл бұрын
ধন্যবাদ
@BishnupriyaBordoloi
@BishnupriyaBordoloi Жыл бұрын
ভাল গাইছা
@ruliborah4594
@ruliborah4594 2 жыл бұрын
গুৰু মা , প্ৰণাম |
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 2 жыл бұрын
আপোনাৰ cntc number2 দিয়কছোন
@girindrahazarika4400
@girindrahazarika4400 2 жыл бұрын
Nam suni bor bhal lagel . Krishna krishna
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 2 жыл бұрын
ধন্যবাদ
@BinuDutta-vd4uo
@BinuDutta-vd4uo 6 ай бұрын
Bohut dhuniya hoisa ❤❤❤❤
@bhadragogoi2351
@bhadragogoi2351 2 жыл бұрын
Dhuniya haise
@deepjyotilaskar1030
@deepjyotilaskar1030 3 жыл бұрын
খুব খন্দৰ Good morning 🙏🌺🌺🙏
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 3 жыл бұрын
ধন্যবাদ
@bikramsaikia7721
@bikramsaikia7721 Жыл бұрын
Val hoise .....
@timesassam2761
@timesassam2761 3 жыл бұрын
বহুত ধুনীয়া হৈছে ।
@BHAGYASHREEDEVIOfficial
@BHAGYASHREEDEVIOfficial 3 жыл бұрын
ধন্যবাদ
@rameshsharma-zz8ho
@rameshsharma-zz8ho 3 жыл бұрын
সুন্দৰ হৈছে
ЛУЧШИЙ ФОКУС + секрет! #shorts
00:12
Роман Magic
Рет қаралды 21 МЛН
Não sabe esconder Comida
00:20
DUDU e CAROL
Рет қаралды 62 МЛН
СОБАКА И  ТРИ ТАБАЛАПКИ Ч.2 #shorts
00:33
INNA SERG
Рет қаралды 1,7 МЛН
Dihanam//কালিয় দমন by Bhagyashree Devi               cntc :~7399692438
9:12
BHAGYASHREE DEVI Official
Рет қаралды 709 М.
ককাই প্ৰশ্ন কৰিলে what is meaning by name
53:52
জ্যোতিময় Jyotimoy
Рет қаралды 93 М.
ЛУЧШИЙ ФОКУС + секрет! #shorts
00:12
Роман Magic
Рет қаралды 21 МЛН