KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Dihanam Ujai ahile Shree Sankar Guru by Bapuji konwar | Horinam | Assamese Bhokti geet | Tukari 2021
11:26
বিপ্ৰ দামোদৰ ,আখ্যান||Kamala gogoi||Dihanam||দিহানাম||Bipra damudar ||
38:52
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
36:55
Этот бой - Самое большое РАЗОЧАРОВАНИЕ за всю КАРЬЕРУ БУАКАВА!
01:00
Леон киллер и Оля Полякова 😹
00:42
To Brawl AND BEYOND!
00:51
Dihanam || Krishna Upojila Karagare by Niyor Kashyap || কৃষ্ণ উপজিলে কাৰাগাৰে || কথা/সুৰ - মুনিন বৰা
Рет қаралды 2,010,735
Facebook
Twitter
Жүктеу
1
Жазылу 763 М.
Anupom Bitupon
Күн бұрын
Пікірлер: 927
@analmahanta8995
3 жыл бұрын
যুৱ প্ৰজন্মৰ এক নতুন শিল্পী।ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা জনাওক যাতে তেওঁৰ এই প্ৰতিভা ব্যাপক ৰূপত বিকশিত হওক।বৰ্তমানলৈকে তেওঁৰ কেইটামান এলবামো ওলাইছে।তেওঁ বিয়া নামতো বহু প্ৰাধান্যতা লাভ কৰিছে। এনে কৰ্মত কিছু খুটি নাতি থকাটো স্বাভাৱিক।তেওঁৰ থাকি যোৱা ভুল-ক্ৰুটি,দোষ,সুৰ, তাল,মান আদি আমি শুদ্ধৰাই তেওঁক আগবাঢ়ি যোৱাত সহায় কৰোঁ আহক।তেওঁ নিজৰ লগতে গীতিকাৰ, সুৰকাৰ,বাদ্যযন্ত্ৰ কাৰীৰো যশস্যা, খ্যাতি, সন্মান বঢ়াওক তাৰেই কামনা কৰিলোঁ।
@aratinath2111
3 жыл бұрын
১ৱ৯|চ০জ্ঞত্রসনি
@magicsworld4731
3 жыл бұрын
P) pí! Nnnnnl
@sadhanaentertainment7181
3 жыл бұрын
বঢ়িয়া দেই
@sadhanaentertainment7181
3 жыл бұрын
বৰ ভাল হৈছে ভাইতি বৰ ধুনিয়া হৈছে
@runusaika4715
3 жыл бұрын
তুমি ঠিক কথা কৈছা,ডাঙৰ সকলে ভূল ক্ৰুটি শুধৰাই ডেকা চামক আগবাঢ়ি যোৱাত সহায় কৰিলেহে আমাৰ সঙকৃষ্টি জীয়াই থাকিব
@rupaliboruah4251
Жыл бұрын
Bhut bhal lagil beta akhirbad thakil tumaluk hokoluloi
@LakshmanDeka-j6f
Жыл бұрын
সছাকৈ বহুত সুন্দৰ হৈছে ❤
@souravsetm7334
4 ай бұрын
Bor Mitha ooo🙏
@progame2847
4 ай бұрын
কৃষ্ণ🙏🙏🙏🙏🙏
@RumiHazarika-l6i
Жыл бұрын
Khub dhunia hoise
@priyomkalitapriyomkalita-oi3nt
Жыл бұрын
Bohut dhuniya hoise dada ,,, xunile xuni thakibo mon jai ❤🙏🙏🙏🙏❣️💕💞💓💗💖💝💘
@rbdrawingandgaming4848
4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@jyotisaikia1355
4 ай бұрын
বহুত সুন্দুৰ আগলে এনেদৰে আগুৱাই যোৱা কৃষ্ণ কৃষ্ণ
@Pori267
7 ай бұрын
কৃষ্ণ 😊😊❤
@GitamoniBora-m5s
4 ай бұрын
সুন্দৰ হৈছে ভাইটি
@monmikhaound8102
2 жыл бұрын
Niyor apunar kontho xosakoye bor xundor, valor karone ketiyaba beya u koribo loga hoi, sinta nokoribo, agoloi aru xuniboloi pam buli axa korilu
@অনুপমবিতোপন
2 жыл бұрын
ধন্যবাদ
@monmikhaound8102
2 жыл бұрын
@@অনুপমবিতোপন SWAGATAM
@hemantahazarika9715
3 жыл бұрын
ৰাতিপুৱা বিচনাৰ পৰা নমাৰ আগত এবাৰ, ৰাতি ৰাতি শোৱাৰ আগত এবাৰ এইষাৰ নাম মই শুনো, অথচ আমনিৰ ভাৱ মনলে নাহে আৰু নাহিব কোনোদিনেই, নিয়ৰ কাশ্যপ, মোৰ একমাত্ৰ প্ৰিয় লোক শিল্পী, নিয়ৰ দা, তোমাৰ কন্ঠত যাদু আছে, মোক প্ৰতিপলে মুহিত কৰে , আগুৱাই যোৱা, ইশ্বৰে আগুৱাই দিয়ক তোমাক,
@anjalisaikia2134
2 жыл бұрын
মঠৰ
@anjalisaikia2134
2 жыл бұрын
মজা
@BUNNY-iz8wz
4 ай бұрын
Bahut val lagise aru aug bari gowa
@MaramiDeka-lt1ri
5 ай бұрын
Dhuniya lagise.🙏🙏🙏
@momideka2767
2 жыл бұрын
Bohut dhunia hoise..vogowane akhirbad korok🙏🙏
@অনুপমবিতোপন
2 жыл бұрын
কৃষ্ণ
@jamunalalung7012
10 ай бұрын
বহুত বহুত ভাল লাগিছে তেওঁ লোকে যে এনে কৈয়ে আগুৱাই জাই কৃষ্ণ কৃষ্ণ🙏🙏
@lulugogoi2558
Жыл бұрын
বহুত ভাল হৈছে ৷
@niyarvlog
4 ай бұрын
Krishna krishna❤❤
@buddhaboruah3008
4 ай бұрын
Krishna ❤❤❤🌏🌏🌏🙏🙏🙏
@mjsaikiaentertainment9975
3 жыл бұрын
অতি সুন্দৰ | আজিৰ নৱপ্রজন্মই আমাৰ এই গীত বোৰ একেবাৰে পাহৰি পেলাইছে বুলি সদায় বাতৰি শিৰোনাম দখল কৰে | কিন্তু নিয়ৰ দাৰ এটি সৰু প্রচেস্টা আপোনালোকৰ বাবে আগবঢ়াইছে | সকলোৱেই গঠনমূলক আৰু ইতিবাচক মন্তব্যৰে তেওঁক প্রেৰণা দিয়ক | ধন্যবাদ |
@bhatichurichuckdolongghat2494
3 жыл бұрын
Yiyoqij
@bobisaikia6591
3 жыл бұрын
"
@romenjit7549
3 жыл бұрын
Joy Krisna guru
@NiranjanChutia-ju2li
4 ай бұрын
Krishna❤
@HoriniBorah-v4j
4 ай бұрын
Bohut val lagise 😊😊❤❤❤❤
@juridas3112
4 ай бұрын
বৰ সুন্দৰ হৈছে ।আগবাঢ়ি যোৱা
@anilbora3739
3 жыл бұрын
অতি সুন্দৰ হৈছে কৃষ্ণ কৃষ্ণ।
@kamantikolita2341
3 ай бұрын
কৃষ্ণ কৃষ্ণ ❤❤
@joyramdeuri4232
Жыл бұрын
ঈশ্বৰৰ কৃপা মিলক। ঈশ্বৰতে অৰ্পণ কৰি আগুৱাই যাওঁক।অতি উওম হৈছে।।। কৃষ্ণ।।।
@jurimonisaikia7341
4 ай бұрын
অতি সুন্দৰ পৰিবেশন
@pahisaikia8438
2 жыл бұрын
ভাল লাগিল দিহানাম টো 🥰
@paransarmah7899
4 ай бұрын
সুন্দৰ আগুৱাই যোৱা ❤
@diptibaruah6554
Жыл бұрын
কৃষ্ণ 🙏মইএতিয়া ৬মাহৰ প্ৰেগনেণ্ট,, মই এই নাম ভাগ সদায় শুনো 🙏বৰ ভাল লাগে। সুস্থ, ভাল মানুহ হৈ যাতে জন্ম লয় 🙏কৃষ্ণ
@NitupanChelleng
4 ай бұрын
Krishna👏🌺🌷🌺
@RunumiKalita-uw6oq
4 ай бұрын
Bor xundar hoise bhal lgil Krishna Krishna 🙏
@daimeeborah1845
3 жыл бұрын
অতি সুন্দৰ পৰিৱেশন কবলৈ ভাষা নাই।🙏🙏😉🙏🙏
@KalpanaBora-i7t
4 ай бұрын
Krisna krisna
@ArunGogoi-m7r
5 ай бұрын
hey sri krishna prabhu ishwar ❤❤❤❤❤
@hirusaikia4253
Жыл бұрын
বহুত ভাল লাগিল
@uttamrajbonshi1290
2 жыл бұрын
সুন্দৰ হৈছে দাদা আগলৈ এনেকৈ আগবঢ়ি যোৱা আৰু দিহানাম গাই যোৱা তাৰে কামনা কৰিলো কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম
@অনুপমবিতোপন
2 жыл бұрын
ধন্যবাদ
@SimantaRoy-mg1oh
Жыл бұрын
@@অনুপমবিতোপন Dhuniya haise
@kishordas4870
6 ай бұрын
Niyar tumar dehanamor group tor mangal howak sri krishna provur osarat kamona korilu
@rupasaikia828
Жыл бұрын
Bor Sundor Hoise
@dsray2776
5 ай бұрын
🎉🎉❤❤moja
@hirumonidevi4411
3 жыл бұрын
মজা
@VubneB-cm9ru
Жыл бұрын
eman hundor git 🙏🙏🙏
@ManashiBora-xz4gl
Жыл бұрын
hosakoi huni bohut val lagil ❤❤
@smoke4425
4 ай бұрын
Bor hundur kontha dada jonor aru ag bhai juag😊❤
@assam2515
3 жыл бұрын
সুন্দৰ কন্ঠ আৰু সুন্দৰ দৃশ্য উপভোগ কৰিবলৈ পাই ভাল লাগিছে এই মহামাৰীৰ সময়ত বহুতো দুখ কষ্টেৰে দিন পাৰ কৰিব লগীয়া হৈছে আমাৰ অসমৰ ৰাইজে । কিন্তু তোমাৰ এইটো উপভোগ কৰিবলৈ পাই সকলো দুখ কষ্টেৰে পাৰ কৰা দিনবোৰ পাহৰি যাব বিছাৰিছো আকৌ ভাল দিন আহক আকৌ যেন তোমাক মঞ্চত দেখা পাঁও নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছো।
@pranobgogoi6670
3 жыл бұрын
0
@surenphukan4967
2 жыл бұрын
Mjjjjj👏👏👏👏⚘☺😘🤭
@rpgassamesevideo3907
2 жыл бұрын
,f
@niharikagogoibeauty8693
2 жыл бұрын
Aa
@bhugeswarkonwar3052
2 жыл бұрын
6 my UV,
@jyotibordoloi4071
4 ай бұрын
অতি সুন্দৰ ❤❤❤
@mollikadutta8855
3 жыл бұрын
অতি সুন্দৰ কণ্ঠ ,আৰু বহুত ভাল লাগিল শুনি লগতে বাদ্য যন্ত্ৰ ও খুউব ভাল লাগিল।
@NituGogoi-j5w
4 ай бұрын
Bohut bohut bhal lage hune moiu praie hunu
@purnimakalita3181
2 жыл бұрын
Dhuniya 🙏🙏🙏🙏🙏🙏🙏
@kisnadas373
4 ай бұрын
হে হৰি কৃষ্ণ❤
@munmihazarika779
Жыл бұрын
Xundor oti xundor. Eshware hkloke kusle rakhk. Krishna
@khirasarma5700
Жыл бұрын
বহুত ভাল লাগিল।আমাৰ পৰিবাৰেএই নাম ভাগ নাম ঘৰত পৰিবেশন কৰিছে,আপোনালোকৰ পৰা শিকি,ধন্যবাদ জনাইছো ।
@musicplus4443
3 жыл бұрын
সুন্দৰ হৈছে। আনে কি কৈছে সেই কথাত মন বেয়া কৰি নাথাকিবা । ভূল হ'ব পাৰে ভুল মানুহৰে হয় সেই ভাবি মন মাৰি নাথাকি আহিব লগা কামবোৰ ভালদৰে কৰি যোৱা । শুভেচ্ছা থাকিল 👍👍👍👍
@krishnagohain6850
4 ай бұрын
❤❤❤
@nirabjyoti.nath744
3 жыл бұрын
সুন্দৰ হৈছে , ভাল লাগিল
@nicetenga6529
4 ай бұрын
জয় শ্ৰী কৃষ্ণ ❤ জয় শ্ৰী কৃষ্ণ ❤ জয় শ্ৰী কৃষ্ণ ❤ ❤❤
@tarunloying7732
2 жыл бұрын
বহুত ভাল
@AnitaDevi-to9gn
4 ай бұрын
So wonderful, God bless you 🙏
@bornaliborah3401
3 жыл бұрын
বহুত ভাল লাগিছে সুন্দৰ কণ্ঠ
@UshaDevi-mg6it
4 ай бұрын
Vl lagise.aguwai joa ,axirbad thakil.
@akashbhuyan2201
2 жыл бұрын
Krishna provu 2mr name khuneu soku Pani ulai Mur 😭😭😭❤️❤️❤️
@alpanagogoi463
4 ай бұрын
সুন্দৰ কন্ঠ কৃষ্ণ কৃষ্ণ
@munindradas4444
3 жыл бұрын
অতিকে মধুৰ ।সেৱা জনাইছো কৃষ্ণ।
@MadhushmitaBarman
Жыл бұрын
বহুত ধুনীয়া গাইছে আপুনি দাদা । আপুনি যাতে আৰু আগুৱাই যাওক । আশা কৰোঁ আপোনাৰ পৰা এনেকুৱা ভাল ভাল নাম আৰু পাই থাকো ❤️
@kirandas3581
Жыл бұрын
X fssvmm
@amiyabaruah1216
3 ай бұрын
Joi,sri,krishna
@pranabjyotihazarika7145
3 жыл бұрын
বহুত ভাল লাগিল👏👏👏👏
@BrajendraChangmai
5 ай бұрын
Huni bohut valll lagil
@dipakhazarika4588
Жыл бұрын
Krishna krishna krishna krishna krishna
@biditphukon6464
4 ай бұрын
সুন্দৰ
@putumaibora9829
11 ай бұрын
হৰি মোৰ অ বৈকুণ্ঠত আছিলা প্ৰভু তুমি চতুৰ্ভূজ ধৰি গকুল বিন্দ্ৰা বণে না না ৰূপে লীলা কৰি ৰাধাৰ সৈতে যমুনাৰ পাৰত মনে মনে আলফুলেৰে আনিছো হৃদয়তে ভৰি অমৃত মধুৰ বাণী ম ই দিম ভকতিৰ মধুৰ অমৃত বাণী তুমি য়ে বোয়াই হৰিৰ ধ্বনি গুপ্ত কৰি ৰাখিছোঁ ধৰি ধিৰে ধিৰে আহে কণ্ঠে নিগৰি প্ৰিয়া চিৰ শ্মৃতি ৰে
@HoriniBorah-v4j
6 ай бұрын
❤❤❤❤❤❤❤
@pratimadas2550
3 жыл бұрын
সুন্দৰ হৈছে আৰু আগুৱাই যাওক কৃষ্ণ,
@Gyanjyoti46-l7s
Жыл бұрын
ভাল লাগিল।।।।মাত মধুৰ
@Gyanjyoti46-l7s
Жыл бұрын
Hi
@labhiramsaikia844
3 жыл бұрын
অতি সুন্দৰ সুৰ সুন্দৰ শঙ্কৰদেৱৰ সৃষ্টিক ধৰি ৰাখিব বিচাৰিছে বহুত ধন্যবাদ আগুৱাই ৰোৱা নিয়ৰ
@hiteshdeka2368
2 жыл бұрын
বহুত ধুনীয়া হৈছে।🙏🙏🙏
@rupamoniburagohain2108
2 жыл бұрын
Moy bht bar namtu hunilu bht vl lgil
@অনুপমবিতোপন
2 жыл бұрын
ধন্যবাদ
@Kabitadas-h8d
Жыл бұрын
Bohot bout val lgise. Krishna.krishna.krishna.❤
@meghalimili6808
2 жыл бұрын
Bhut bhut vl lagile apunalukor dihanaam ki buli je Kom mur vakha ni iman vl lagise agoloi aru vl hok vogobane ru agbahi juat hohai krk
@arpanamech8480
Жыл бұрын
অতি সুন্দৰ কণ্ঠ।কৃষ্ণ!
@animasaikia4167
Жыл бұрын
5:45 5:47 5:48 5:48 5:48 5:49 5:50 5:51 5:51 5:51 5:51 5:52 5:52 5:52 5:53 5:53 5:53 5:54 5:54 5:54 5:54 5:55 5:55 5:55 5:55 5:55 5:56 5:56 5:58 5:58 5:58 5:59 5:59 5:59 6:00 6:00 6:01 6:02 6:02 6:02 6:02 6:03 6:03 6:04 6:04 6:05 6:05 6:05 6:05 6:06 6:06 6:07 6:07 6:08 6:08 6:08
@rekhadangoria5905
Жыл бұрын
Bhout bhout dhoybad thkil tumaloi ru ankoie agbahi just kamonre
@RAJU285K
Жыл бұрын
Ki je samodhur kontho.👍👌 Krishna 🙏
@animanath3732
4 ай бұрын
বহুত বহুত ভাল লাগিছে ❤❤❤
@RajibDas-bz6fw
2 жыл бұрын
Xoni val lagile, Bhobiswot Kamona korilu
@karabibhuyan
Жыл бұрын
বৰ সুন্দৰ ।🙏 কৃষ্ণ
@monalishadutta1349
2 жыл бұрын
সুন্দৰ কন্ঠ ভাল হৈছে
@অনুপমবিতোপন
2 жыл бұрын
ধন্যবাদ
@KumudGoswami-cn4hw
4 ай бұрын
কৃষ্ণ।সুন্দৰ
@rupalidutta8812
3 жыл бұрын
কৃষ্ণ । শুনি ভাল পালো। সুন্দৰ কণ্ঠ।
@THEGOJO-t1k
Жыл бұрын
বহোত বহোত ভাল লাগিলে
@roshmiburagohain2819
3 жыл бұрын
সুন্দৰ হৈছে😍👍👍👍👍
@kishordas4870
6 ай бұрын
Sundar hoise kontha val
@anismitasarmagour2670
3 жыл бұрын
ধুনীয়া
@RimaSaikia-b1w
4 ай бұрын
Bahut sundar haise.
@nilakhisonowal5032
3 жыл бұрын
Krishna oti hundor hoise 🙏🙏🙏🙏
@rajdipsonowal123
3 жыл бұрын
🙏🙏🙏
@ruliborah4594
2 жыл бұрын
কৃষ্ণ...কৃষ্ণ ...... . কৃষ্ণ , বাপ ~ বান্ধৱ সকল | আই মাতৃ আৰু দুইগৰাকী থাকিলে সুন্দৰ হব | আপোনালোক গুৰু দুজনাৰ ( শঙ্কৰদেৱ আৰু মাধবদেৱ ) কৃপা দৃষ্টি পৰওক ||
@jibandutta2477
3 жыл бұрын
Bohut dhuniya hoise
@PapuDutta-mo6ht
4 ай бұрын
Nice very very nice bohut dhunia gai se
@jadunathborah8891
3 жыл бұрын
সুন্দৰ হৈছে কৃষ্ণ 🙏
@mauchumichoudhury3381
Жыл бұрын
Aaguwai jowa bhaity❤❤❤❤
@pushpadas5208
3 жыл бұрын
সুন্দৰ হৈছে 🙏🙏
11:26
Dihanam Ujai ahile Shree Sankar Guru by Bapuji konwar | Horinam | Assamese Bhokti geet | Tukari 2021
Anupom Bitupon
Рет қаралды 869 М.
38:52
বিপ্ৰ দামোদৰ ,আখ্যান||Kamala gogoi||Dihanam||দিহানাম||Bipra damudar ||
SUMIT SAIKIA OFFICIAL
Рет қаралды 1,7 МЛН
36:55
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
bayGUYS
Рет қаралды 1,9 МЛН
01:00
Этот бой - Самое большое РАЗОЧАРОВАНИЕ за всю КАРЬЕРУ БУАКАВА!
БЕЗУМНЫЙ СПОРТ
Рет қаралды 2 МЛН
00:42
Леон киллер и Оля Полякова 😹
Канал Смеха
Рет қаралды 4,7 МЛН
00:51
To Brawl AND BEYOND!
Brawl Stars
Рет қаралды 17 МЛН
15:25
Namore Mohima || নামৰে মহিমা || সৌৰভ হাজৰিকা || ভক্তিৰস হৰিনাম দ'ল || ঘিলামৰা ঘাঁহিগাঁও ||
Nilamoni Hazarika
Рет қаралды 96 М.
18:09
নাম প্ৰসঙ্গ হিৰেণ বাৰূৱতীৰ কণ্ঠত #naamprasanga by #hirenbaruati. Jaya Hori Govinda
Hiren Baruati
Рет қаралды 315 М.
15:19
গধূলি গোপাল ফুলে, এটি সুন্দৰ হৰি নাম ।। কণ্ঠ - ভাস্কৰ চুতীয়া।। সুদৰ্শন হৰি নামৰ দল মাছখোৱা ,ধেমাজি।
অসমীয়া সংস্কৃতি
Рет қаралды 579
15:10
অ' মোৰ হৰি ঐ অনন্ত মুৰাৰি ,| এটি জনপ্ৰিয় দিহানাম_ গজেন্দ্ৰ উপাইখ্যানৰ |
SK JUBAHOMAJ🙏
Рет қаралды 153 М.
23:16
Jaya Radhe Jaya Krishna Jaya Vrindavan ☀️ জয় রাধে জয় কৃষ্ণ জয় বৃন্দাবন 🔴 Kamal Gopal Das
Bhakti Geeti
Рет қаралды 1,2 МЛН
17:58
অসমীয়া ভক্তিমূলক গীত //Puwar Horinam // Assamese Bhakti Geet // Hori Naam // পুৱাৰ হৰিনাম | Song
Jaan Dipankar
Рет қаралды 192 М.
10:50
কৈলাসতে নাচে শিৱই | kailashote Nase shivai | Dihanam | Shivarati geet | Tukarigeet | Pranab dihingia
Anupom Bitupon
Рет қаралды 636 М.
18:00
"তেজ পানী বতিয়াই" -- প্রণৱ দিহিঙ্গীয়া || Taz Pani Botiyaiii Bhajyaa Mur || Dihanam ||Pranab Dihingia
Anupom Bitupon
Рет қаралды 891 М.
19:06
প্রভাতের অপূর্ব মধুর হরেকৃষ্ণ নামসংকীর্তন || Beautiful Hare Krishna Nama Samkirtana
Nirupam Banerjee
Рет қаралды 28 МЛН
12:08
।। শংকৰদেৱে দি গ'ল নামৰ মালা ।। কণ্ঠ:- মুনিন্দ পচনি ।।
PAL DAS
Рет қаралды 55
36:55
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
bayGUYS
Рет қаралды 1,9 МЛН