KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
ABHIMANYU | ABHIMANYU 1 | RINTU SAIKIA | SOMIRAN MALAY | SHYAMAL BHUYAN | ACHYUT BORA | BISHNU BORA
8:12
Dihanam Protijugita Sasoni 2024 !
12:09
Как Я Брата ОБМАНУЛ (смешное видео, прикол, юмор, поржать)
00:59
Farmer narrowly escapes tiger attack
00:20
This Game Is Wild...
00:19
Turn Off the Vacum And Sit Back and Laugh 🤣
00:34
সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা | পৰিবেশন নুপূৰ দিহানাম দল "দুলীয়াজান | Dihanam Protijogita
Рет қаралды 1,068,727
Facebook
Twitter
Жүктеу
1
Жазылу 160 М.
SK JUBAHOMAJ🙏
Күн бұрын
Пікірлер: 682
@promilagogoi2326
Жыл бұрын
অতি সুন্দৰ, নামতি , বাদ্য বাদক সকলোৰে অতি সুন্দৰ প্ৰদৰ্শন। ভাল লাগিল আগবঢ়ি যাওক , কৃষ্ণ কৃষ্ণ
@pranjoldutta7038
Жыл бұрын
ইমান কম বয়সত ইমান সুন্দৰ দিহানাম। জয় গুৰু শঙ্কৰ 🙏🏿 অতি সুন্দৰ ❤️ গুৰু জনাৰ সংস্কৃতি উজ্বলি উঠিছে!
@pradipgogoi3182
Жыл бұрын
সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল আই। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰিব্ আগবাঢ়ি যোৱা।
@monjyotidas2750
Жыл бұрын
সুন্দৰ 🙏নামৰ মাহাত্ম্য আৰু গাম্ভীৰ্য দুয়োটাই প্ৰকাশ পাইছে,,, প্ৰভু ভগৱন্তই কৃপা কৰক কৃষ্ণ
@ajitkumarphukan9736
Жыл бұрын
Oti sundor hoise kripa houk Krishna আগুৱাই যোৱা আন্তৰিক অভিনন্দন জনালো কৃষ্ণ
@lalitantha6135
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@thebigdog9039
9 ай бұрын
😢🎉🎉😂😂❤❤❤❤❤❤😊😊😊 💀😃💕💕💕🌀🌀🌀👁🥰🥰
@minakshibora9900
9 ай бұрын
বৰ ধুনীয়া পৰিবেশন। সুন্দৰ কণ্ঠ। দলটোৰ আটাইৰে সুন্দৰ পৰিবেশন
@rinkusaikia1459
9 ай бұрын
🙏 🙏 দেহ মন সাত পৰি যায় ।অতি সুন্দৰ পৰ্দষন । আগলৈ আগবাঢ়ি যোৱা । কৃষ্ণ । জয় গুৰু শঙ্কৰ ।🙏🙏🙏
@nirupomanirmolia2820
Жыл бұрын
বহুত ভাল লাগিল শুনি।ইমান ধুনীয়া কন্ঠ।নাম ভাগি বহুত ভাল লাগিল, দ'ল টি লৈ মোৰ হিয়া ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।আগ বাঢ়ি যোৱা ভগৱানে সহায় কৰক । ধন্যবাদ ধন্যবাদ।
@manuranjanchetia6867
Жыл бұрын
হে হৰি হে ৰাম হে কৃষ্ণ হে বাসুদেৱ হে শ্যাম কানু হে মাধৱ হে দৈৱকী নন্দন হে মধুসুধন হে বাসুদেৱ হে শ্যাম কানু
@binandakonwar3929
Жыл бұрын
কি কম ? ইমাম ধুনীয়ায়াকৈ উপস্থাপন কৰিছে ।কবলৈ ভাষা নাই🙏🙏🙏🙏🙏🙏🙏🙏🙏! তেখেতহৱহ উজ্জ্বল ভবিষ্যত কামনা কৰিলো 🙏
@manuranjanchetia6867
Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@bishnusaikia6741
Жыл бұрын
এইয়া হে চেমনীয়া সকল। ভৱিষ্যত উজ্জ্বল কামনা কৰিলো
@nagench.baishya4486
Жыл бұрын
দলটোৰ পৰিবেশন বৰ সুন্দৰ হৈছে ৷ আাৰু বহুত আগবঢ়ি যোৱা ৷ আশীৰ্বাদ থাকিল ৷
@chanchalbaruah4962
Жыл бұрын
বৰ সুন্দৰ হৈছে নামভাগ, দলটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভগৱানে তোমালোকক আশীৰ্বাদৰ কৰক।
@jitengogoi981
Жыл бұрын
বৰ হৃদয় হৰিনীয়া মিঠা সুৰে পৰিবেশন কৰি আমাৰ হৃদয়ত নৱ ঝঙকাৰ তুলিলা ধনৃবাদ
@trailokyasahariah801
Жыл бұрын
Plz likhoni to diak
@RitumoniSaikia-p8w
3 ай бұрын
সকলৌলৈকে আশিবাদ থাকিল বৰ সুন্দ্বৰ হৈছে দ'লটিলৈ মৰম দিলো আগুৱাই যোৱা
@punyalatagohain6596
Жыл бұрын
সুন্দৰ পৰিবেশন আগবাঢ়ি যোৱা শুভেচ্ছা থাকিল
@jitulbaruahchannel4855
Жыл бұрын
আই গৰাকীলৈ সেৱা জনাইছো। ভগৱানে আৰু শক্তি দিয়ক।
@narayangogoi6763
Жыл бұрын
আন্তৰিক অভিনন্দন ও অলেখ শুভ কামনা জনালোঁ 🎉❤। আগুৱাই যোৱা দুপদ দুপে🎉।
@abhidasdewri4959
Жыл бұрын
কি সুন্দৰ সুৰ বুজাব নোৱাৰা❤❤। হায়দৰাবাদৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা যানিলো
@BultonBorah-g4q
7 ай бұрын
❤️🩹বহুত বহুত ভাল লাগিল লখিমপুৰৰ পৰা মৰম যাচিলোঁ।❤️🩹💝
@DibyaJyotiBora-ue8qh
Жыл бұрын
খুবেই সুন্দৰ, একেধাৰে দুবাৰ চাইছোঁ। আপ্লুত হৈছো, এটা গুৰুত্বপূৰ্ণ দল হ'ব। আগুৱাই যাওঁক।
@AditiBoruah-b4k
3 ай бұрын
ইমান সুন্দৰ কণ্ঠ।ঈশ্বৰে মঙ্গল কৰক তোমালোকক আশীৰ্বাদ থাকিল।
@dipasonowal7448
5 ай бұрын
আন্তৰিকতাৰে অভিনন্দন জনালোঁ।আৰু আগুৱাই যোৱা। শেষত লিখিত ৰূপত বিচাৰিছোঁ নাম ভাগি। কৃষ্ণ
@pranabjyotihazarika7145
Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏 দেহ মন হাত পাৰি গল ভাল লাগিল দেই ❤
@jayantaborgohain7642
Жыл бұрын
বহুত সুন্দৰ কণ্ঠ তোমাৰ লগতে সকলোৰে। বহুত ভাল লাগিল । আগুৱাই যোৱা।
@mousumisaikia9574
Жыл бұрын
🎉🎉
@BabaBora-o2w
Жыл бұрын
অতি সুন্দৰ প্ৰদৰ্শন উজ্জল ভৱিষ্যত কামনা কৰিলো
@LakshyahiraBorah-jh7uq
8 ай бұрын
Khub sundor hoise hubheisa thakil agbarhi juwa
@Buludas005
3 ай бұрын
এই সুৰ কণ্ঠ নিশ্চয় ভগৱান ৰ দান অশেষ অশেষ প্ৰণাম আই স্বৰসতী
@BinapaniDowarah
4 ай бұрын
শুৱলা কণ্ঠ, উন্নত পৰিবেশন। উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ।
@tilokkonwar3616
Жыл бұрын
নাম শুনি অভিভূত হলো।আশীৰ্বাদ কৰিছো ভগৱন্তই এওঁলোকক এইদৰে আগুৱাই যোৱাত সহায় কৰক।
@madhudas5790
10 ай бұрын
অতি সুন্দৰ,ঈশ্বৰৰ কৃপা মিলোক।
@RomenMohanti
3 ай бұрын
প্ৰভুৰ আৰ্শীবাদ থাকিলে সকলো সম্ভব হৈ উঠে । তেখেতৰ ইচ্ছাই ইচ্ছা । যিহেতু প্ৰভুৰ ইচ্ছা নাথাকিলে পৃথিৱী অচল হৈ পৰিব । ধন্য প্ৰভু ধন্য ।
@DEEPJYOTIASSAM
Жыл бұрын
তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। ভগৱানে কুশলে ৰাখক। A lots of love from Hajo Assam❤️🤗
@bhaskarhazarika4429
Жыл бұрын
এয়াই হৈছে অসমৰ মানৱ সম্পদ।কৌটি কৌটি প্ৰণাম🙏🙏🙏
@junboruah6679
Жыл бұрын
Ol ye
@DipaBorah-k4y
5 ай бұрын
নাম ভাগ বৰ সুন্দৰ হৈছে সেয়েহে বাবে বাৰে চাইছো❤❤❤🙏🙏🙏🌹🙏🙏
@mramdhenu5770
Жыл бұрын
অতি সুন্দৰ । অসমৰ সম্পদ বুলি মোৰ বিবেকে অনুভৱ কৰিছে।চৰকাৰক আশা নকৰি ৰাইজে এই মানৱ সম্পদ বোৰৰে গুৰু জনাৰ সৃষ্টি ৰাজিক বিশ্ব দৰবাৰলৈ নিয়াত সহায়ৰ হাত আগবঢ়াব লাগে।
@funusenapoti9220
Жыл бұрын
দিহানাম ৰ দলটিৰ নাম পৰিবেশন ইমান সুন্দৰ হৈছে আৰু নাম'টি সকলৰ সাজ-পোছাক মাৰ্জিত লগতে প্ৰসাধনৰ কোনো গুৰুত্ব দিয়া নাই । সচাঁকৈ দিহানাম এই দৰেই পৰিবেশন কৰাটো উচিত । দ'ল টিৰ ভৱিষ্যত উজ্বল কামনা কৰিলোঁ। 🙏🙏🙏
@PronotiMohon
2 ай бұрын
অকল মূৰব্বী গৰাকীৰেই নহয় আটাইকেইগৰাকী অকনমানিৰে কণ্ঠ অতি মধুৰ ।সকলোৰে সহযোগতহে নাম ভাগিয়ে প্ৰাণ পাই উঠিছে ।লগতে বাদ্যযন্ত্ৰী কেইগৰাকীৰ সহযোগত ।আৰ্শীব্বাদ থাকিল দলটিলৈ ।আৰু সুন্দৰ পৰিবেশনৰ অধকাৰী হৈ নাম উজ্জ্বলক তেওলোকৰ ।❤❤
@Bigbossjhvfuik
9 ай бұрын
সঁচাকৈ শুনিলে শুনি থাকিবলৈ মন যাই.... আৰু এজনী কৰিশ্মা নাথ মাত শুনিলে মোবাইল টোকে ভাঙি দিব মন যায়...... উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
@jyotirajad6575
Жыл бұрын
Dhuniya karisa. Isware sahai karak.
@ProdipSaikia-sq7hz
Жыл бұрын
সুন্দৰ হৈছে আশিৱাদ কৰিছোঁ আগুৱাই যোৱা
@rinachutia3723
Жыл бұрын
আমাৰ অসমৰ আকাশৰ ভোটাতৰা হৈ জিলিকি থাকক এই সকল মানৱ সম্পদ , ইয়াকে ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ, কৃষ্ণ 🙏🙏🙏🙏
@mintugogoi7031
Жыл бұрын
বহুত সুন্দৰ কণ্ঠ আৰু উপস্থাপন ।তিমৰ সকলো ৰে ভাল গাইছে ।ভাল লাগিল ।🙏🙏🙏👍👍👍
@parag9463-bd3bj
Жыл бұрын
বৰ ভাল লাগিল ।সুন্দৰ উপস্থাপন ।সকলো ৰে ভাল লগিছে ।আৰু যে কণমানি টিপটিপি জনীৰ ইমান সুন্দৰ কৈ জুনুকা বজাই ছে বভাল লাগিল ।
@bdcreation1222
Жыл бұрын
Krisana Sankar Guru'Hari Ram Ram Ram 🙏🙏🙏🙏. Sundar.Hyse.Aagle Aagbhrai jawk .Aaisb . Satkuti Pranam 🙏🙏🙏🙏
@rebasaikia1639
11 ай бұрын
অতি সুন্দৰ অদিতিয়। কনমানি কেইজনীৰ নাম শুনি দুগাল বাগৰিল। ভগৱানে তোমালোক সকলো সময়তে মঙ্গল কৰক।
@tomaderpiryobitupan8350
Жыл бұрын
Ati hundor..iman dhuniya ke gaisa...bhogobane tmlkr monor akha puron korok..tare kamona korilu
@NIRUBORAH-h8u
Ай бұрын
অতি সুন্দৰ। শুনিলে শুনি থাকিবৰে মন যায়। কৃষ্ণ কৃষ্ণ ।
@minakshidas899
Жыл бұрын
❤❤God🙏 bless you... Sundar dihanaam...... Aguwae jowa aaeeee.... Best 👍👍👍👍👍👍👍
@bharatborah9847
Жыл бұрын
Hundar poribehon..vonty kaijoni bor vl lagil
@Motivation_PD_Quotes
11 ай бұрын
এয়া হে অসমৰ আচল নৱপ্ৰজনম । কৃষ্ণ কৃষ্ণ।এই সকলৰ পিতৃ মাতৃক সহস্ৰ সেৱা। ইমান সুন্দৰকৈ গড় দিছে আপোনাসবৰ সন্তানক।
@ManjuBorah-p8i
11 ай бұрын
কৃষ্ণ কৃষ্ণ কিমান পুণ্য কৰিলে নিজৰ সন্তান এনে গুণবান হ'ব পাৰে! কণমানি আই কেইগৰাকীৰ চৰণত সেৱা কৰিছো কৃষ্ণ। আজীৱন চৰ্চা কৰি যোৱা আই।ভগৱানে মঙ্গল কৰক কৃষ্ণ।
@murulimuruli6816
2 ай бұрын
অতি সুন্দৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো
@dipankorgohain1974
Жыл бұрын
বহুত সুন্দৰ কণ্ঠ,শুনিলে শুনি থাকিব মন যায়।তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো আগুৱাই যোৱা।❤❤
@JugeshBori-zm5iy
4 ай бұрын
ইমান সুন্দৰ দিহানাম ভগৱানে মংগল কৰক
@Niyortupal-ei7go
4 ай бұрын
কৃষ্ণ নাৰায়ণ আপোনা হবৰ হো মধু হৰিনাম হোনি ভাল লাগিল কৃষ্ণ
@Kuhi2602
Жыл бұрын
Likhito rupot dibo...xokolure ujjal future kamona korilu ..
@pranjalsaikiaR16
Жыл бұрын
দেহ মন শিহৰিত কৰি তুলিলে । উদীয়মান শিল্পীবৃন্দৰ উজ্জ্বল ভৱিষ্যত আন্তৰিকতাৰে কামনা কৰিলোঁ । নামতি আইগৰাকীৰ কণ্ঠত আই সৰস্বতী বিৰাজমান ! কৃষ্ণ 🙏 জয় গুৰু শঙ্কৰদেৱ ।
@ronjitborah1997
Жыл бұрын
Hoi
@BimalPathak-xp3kh
Жыл бұрын
সুন্দৰ আৰু ভাল হব নিশ্চয়।
@jyotibordoloi2664
Жыл бұрын
ইমান সুন্দৰ কণ্ঠ, নাম ভাগ শুনিলে শুনি থাকিবৰ মন যায়,
@nivatamuli4358
Жыл бұрын
সুন্দৰ কণ্ঠ আগুৱাই যোৱা। অতি সুন্দৰ
@nilakshithakuria4247
2 ай бұрын
তোমালোক আটাইকেইজনীৰে কণ্ঠস্বৰ ইমান শুৱলা যে শুনিলে শুনি থাকিবৰে মন যায়। ❤❤❤
@harakantabaruah9060
11 ай бұрын
অতি সুন্দৰ জয় শ্ৰীকৃষ্ণ
@nituchetia6695
Жыл бұрын
Val lagile Khub hundor aguai jua
@SyamUrang
7 ай бұрын
Wonderful performance Krisho
@rajuphukan2250
3 ай бұрын
Vl lagise ❤
@dineshdas2860
11 ай бұрын
ইমান সুন্দৰ কবলৈ একো ভাষা নাই , সকলোৰে উজ্বল ভবিষ্যত কামনা কৰিলোঁ।
@mintumedhi3780
Жыл бұрын
Khundor namoti grakiloi dhanyvad thakil ako anekua nam apuner pora khunim buli akha thakil
@priyakalita3953
3 ай бұрын
Bohut bohut dhuniya lagil huni
@GunajitKalit-mo9ns
Жыл бұрын
অভিনন্দন জ্ঞাপন কৰিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ
@aparajitagogoi329
Жыл бұрын
নামতি গৰাকী বৰ সুন্দৰ কন্ঠ ❤❤❤
@dr.pradipmahanta6445
5 ай бұрын
অতি সুন্দৰ লাগিল। নমস্কাৰ
@priyangkusharma8658
Жыл бұрын
সুন্দৰ কন্ঠ, উজ্জ্বল ভবিষ্যত কামনা কৰিলো ।
@KarishmaChutia-i4k
3 ай бұрын
Hundr hoise dei krishna
@NabinKachari
4 ай бұрын
Bohut bohut hundor kontho deh mon hori niya krishna krishna dhanyabad jonalu. ❤❤
@simantadutta2030
8 ай бұрын
কৃষ্ণ কৃষ্ণ আই সমস্ত অতি সুন্দৰ প্ৰদৰ্শন 🙏
@ManashjyotiSaikiaxyt
3 ай бұрын
Bahut Val lagile suni nam Jana aru aag bahi jauk❤❤❤
@SumsumBorah-jj8ru
9 ай бұрын
অতি সুন্দৰ।এইয়াহে আচল নাম।।। আগুৱাই যোৱা। তোমালোকৰ কণ্ঠত আই সৰস্বতীয়ে বিৰাজমান কৰক।।ভগৱানৰ আশীৰ্বাদ সদায় থাকক তোমালোকৰ লগত।।।
@bhupendrachauhan2509
8 ай бұрын
Jay Shri Krishna namaste from Gujarat, Pranam
@Urishmagogoi6621
Жыл бұрын
বহুত সুন্দৰ কণ্ঠ, তোমালোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ❤❤
@atulhazarika4227
Жыл бұрын
মহাপ্ৰভু ভগৱন্তৰ ওচৰত এনেদৰেই নিম্ন স্বৰত দিহানাম পৰিবেশন কৰা যুগুত।
@gitadas185
10 ай бұрын
😊eman dhunaia gaise tumalokak isware kripa karak agaloi aru bhal hawk.
@blazyvlogs6830
Жыл бұрын
Bhut val lagil huni.
@daisyrabha2343
Жыл бұрын
Oti sundar kantha krishna Krishna🙏🙏 bhakti bhara sewa janaisu🙏🙏 krishna🙏🙏🙏🙏
@bulletboy2
Жыл бұрын
Bahut hundor hoise
@sunmonisaikia7354
Жыл бұрын
Dhuniya lagise 👌❤️❤️❤️
@satyadas1230
Жыл бұрын
ইমান ধুনীয়া কন্ঠ, বহুত ভাল লাগিছে শুনি
@nirupamadevi4899
10 ай бұрын
Bahut dhunia haise
@umasankarchuri1905
Жыл бұрын
বহুত সুন্দৰ কন্ঠ আগুৱাই ৰোৱা । ঈশ্বৰে সদায় মঙ্গল কৰক কৃষ্ণ আই।
@queenligira6526
9 ай бұрын
Bhut dhuniya gaise atiyaloike keiber hunisu hisap ni 😊😊
@BijuSaikia-d4t
8 ай бұрын
Oti hundor.mja
@runubharali1716
3 ай бұрын
Krishna bohut hundor hoise
@gitashreeborah7539
Жыл бұрын
উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ...বৰ সুন্দৰ কন্ঠ...
@SanjibPhukan-ui3xt
8 ай бұрын
Bohut val lagil dhanyabad
@BinitaBhuyan-lp1mt
11 ай бұрын
অতি সুন্দৰ হৈছে ❤❤❤ আই সকল নামতো লিখিত ৰূপত দিলে ভাল হয়।
@HopunMathu
3 ай бұрын
ইমান সুন্দৰ কণ্ঠ, আগুৱাই যোৱা তোমালোক
@Jitadutta-iu6sy
Жыл бұрын
সঁচাই বৰ ধুনিয়া আৰু আগবাহি যাওঁক ❤
@mainimaini5745
Жыл бұрын
Namvag xuni bhut vl lgil.saraswati aai hodai aidore tmr konthot birajman hoi thakok 🙏🙏
@tonoyvlog7055
Жыл бұрын
Khub hundor protiva
@bhaswatideka9720
Жыл бұрын
সকলোলৈ আন্তৰিক অভিনন্দন জনালো। এয়াই অসমীয়াৰ গৌৰৱ।
@bornalichoudhary195
Жыл бұрын
Bohut bohut bohut hundor❤❤❤❤
8:12
ABHIMANYU | ABHIMANYU 1 | RINTU SAIKIA | SOMIRAN MALAY | SHYAMAL BHUYAN | ACHYUT BORA | BISHNU BORA
Somiran Malay Official
Рет қаралды 2,4 МЛН
12:09
Dihanam Protijugita Sasoni 2024 !
SK JUBAHOMAJ🙏
Рет қаралды 155
00:59
Как Я Брата ОБМАНУЛ (смешное видео, прикол, юмор, поржать)
Натурал Альбертович
Рет қаралды 4,1 МЛН
00:20
Farmer narrowly escapes tiger attack
CTV News
Рет қаралды 6 МЛН
00:19
This Game Is Wild...
MrBeast
Рет қаралды 171 МЛН
00:34
Turn Off the Vacum And Sit Back and Laugh 🤣
SKITSFUL
Рет қаралды 5 МЛН
11:47
বিচাৰকৰ প্ৰশ্নৰ উত্তৰ কিদৰে দিলে নুপুৰ যুৱতী দিহানাম দলটিয়ে ॥দ্বিতীয় শ্ৰেষ্ঠ দল।দলপতি :- নম্ৰতা ফুকন
Pronabjit Borah Vlog
Рет қаралды 17 М.
13:05
এটি সুন্দৰ দিহানাম ।। শ্ৰেষ্ঠ নামতি :- নম্ৰতা ফুকন।।সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা ।।
Pronabjit Borah Vlog
Рет қаралды 17 М.
35:24
কৃষ্ণৰ লগত ৰাস নৃত্য কৰা গোপীসকল পূৰ্বতে কোন ||এঞ্জেলা চাংমাই || anjela changmai || @bhaktirsagor
ভক্তিৰ সাগৰ Bhaktir Sagor
Рет қаралды 38 М.
11:06
#Dihanam // #Hiranyakashipur by @ Princhipriya kalita // #হিৰণ্যকশিপূৰৰ ঔৰষতে
Amiya Neog Kalita's Dihanam World official
Рет қаралды 347 М.
13:25
সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা//এনাজৰী নামতি দল,তেজপুৰ//Dihanam//Dihanaam
Deepjyoti Bayan
Рет қаралды 8 М.
19:10
Phut Gadhuli - ফুট গধূলি | 25th November 2024 | Ep No 325
Rang TV
Рет қаралды 7 М.
13:24
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় কৰ্মশালাৰ নাম। প্ৰহ্লাদে মাতৃৰ গৰ্ভতে। দিহানাম।
charcha ( চৰ্চা )
Рет қаралды 40 М.
19:07
মানৱী দেহালৈ আহিলা যিদিনা/তৰনি ফুকন/Manabi deha/Dhemaji harinam/2022 //6001911318#jmmix
JB Jadumoni
Рет қаралды 464 М.
30:19
নামঘৰৰ ৰাইজক কপাই তুলিলে এঞ্জেলা চাংমাই | Angela Changmai | বৰ নাৰায়ণপুৰ নামঘৰ
Kalindee Bhomora
Рет қаралды 344 М.
13:21
শ্ৰেষ্ঠ সন্মান লাভ ' নুপুৰ' চেমনীয়া দিহানামদল ।
A Dhamaka
Рет қаралды 152 М.
00:59
Как Я Брата ОБМАНУЛ (смешное видео, прикол, юмор, поржать)
Натурал Альбертович
Рет қаралды 4,1 МЛН