No video

ধুনীয়া গাওঁখন - Life of a beautiful village 🔥❤️

  Рет қаралды 1,296,914

Dimpu's Vlogs

Dimpu's Vlogs

2 жыл бұрын

life of a beautiful village
• সকলোকে এনেকৈ লগ পাম বু...
#assamesevillagelife

Пікірлер: 3 200
@AnuraG75
@AnuraG75 2 жыл бұрын
ছোৱালীজনীয়ে কৈছে - একো এটা দিবলৈও নহ'ল 😭😭 Uff এইয়াই অসম আৰু এইয়াই অসমৰ অসমীয়াৰ মৰম ❤️ এইয়াই সিৰসেউজ অসম 💚 Please Pin This Comment 📌
@shikharjyotiray4749
@shikharjyotiray4749 2 жыл бұрын
সঁচাই ❤️❤️
@hrishikeshhazarika7864
@hrishikeshhazarika7864 2 жыл бұрын
Soku pani ulai gl 😀💞
@Amar_CDO
@Amar_CDO 2 жыл бұрын
ছোৱালী জনী কথাষাৰ মন চুই গল,❣️
@user-ps5vt4xv7g
@user-ps5vt4xv7g 2 жыл бұрын
💗💗💗💗 🙏🙏🙏🙏
@Himaniskitchen382
@Himaniskitchen382 2 жыл бұрын
Video tur val lga homoi khini suali jonir kotha har a .mor mon tu sui gol.aami horu manuh boror kiman dangor mon aiaai praman♥️♥️♥️
@abinashcreation2.0
@abinashcreation2.0 2 жыл бұрын
গাওঁৰ মানুহ বোৰ মনৰ পৰা ধনী ❤️😌 কোনে কোনে গাওঁৰ পৰা চাই আছা লাইক এটা কৰি যোৱা❤️ I love গাওঁ ।😌😌😌😌❤️❤️❤️❤️❤️❤️
@tulikaray785
@tulikaray785 2 жыл бұрын
From chekowari
@kuldeepgogoi9270
@kuldeepgogoi9270 2 жыл бұрын
Present sir 🙆‍♂️🤧❤
@sumonrkalita6999
@sumonrkalita6999 2 жыл бұрын
Moi tumar gharar kinarar manuh gharar Lora2 tur dada
@dimpolvaiti1973
@dimpolvaiti1973 2 жыл бұрын
Love form Charaideo Assam 🙅🙅
@dimpolvaiti1973
@dimpolvaiti1973 2 жыл бұрын
kzbin.info/www/bejne/nJbQf62Od5p1g9U
@anandmishraips432
@anandmishraips432 2 жыл бұрын
"Ako eta dobole nohol" This Is Assam. Heart touching thing. 🙏🙏❤❤
@rkofficial1868
@rkofficial1868 2 жыл бұрын
Wao....My idol respected Mishra sir.....🙏
@jrlentertainment9924
@jrlentertainment9924 2 жыл бұрын
ছোৱালীজনীয়ে কৈছে "একো এটা দিবৰ ন'হল " ‌ । কথাষাৰে সচাকৈ মন চুই গৈছে , ছোৱালীজনী অতি সুন্দৰ মনৰ মানুহ । তোমাৰ সকলো আশা পুৰন হক তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছো ।
@letslivelife93
@letslivelife93 2 жыл бұрын
"একো এটা দিবলেও নহ'ল।" .... মন চুই গল কথাটোৱে। ❤️ এইয়া য়ে হৈছে গাঁৱৰ মানুহৰ সহজ সৰলতা ❤️ Rich from Heart.
@rajunath8963
@rajunath8963 2 жыл бұрын
kzbin.info/www/bejne/jGrSm2WEnbuWmrs
@__________Alone
@__________Alone 2 жыл бұрын
বেলটো ভাবচা নিকি যতে যা তাতে পাবা বুলি ওহোো🙂
@north-eastnamaste1687
@north-eastnamaste1687 2 жыл бұрын
Dimphu Da এদিন অসমৰ ঐতিহাসিক গাওঁ তিনিচুকীয়াৰ লক্ষীপথাৰ বনাঞ্চলত আহি লক্ষীপথাৰৰ ইতিহাস অসমবাসীক দাঙি ধৰিব বুলি আশাবাদী। আপোনাৰ সৰলতাই মন মুহি যায় দিম্ফু দা❤️❤️❤️❤️
@apurbadeka830
@apurbadeka830 2 жыл бұрын
ডিম্পু ! উপজা মাটিৰ গোন্ধ থকা কথাবোৰ বৰ আলসুৱা...! আপোনালৈ এটি অনুৰোধ , "পাৰে যদি এই ভিদিঅ'টোত লাভ কৰা ধনৰাশি আজলী ছোৱালী জনীক প্ৰদান কৰক!"
@urvashigogoi6734
@urvashigogoi6734 2 жыл бұрын
"একো এটা দিবলৈও নহল।" Uff🥰 মন চুই গল। গাওঁৰ সহজ সৰল জীয়ৰী 😊😊
@rajunath8963
@rajunath8963 2 жыл бұрын
kzbin.info/www/bejne/jGrSm2WEnbuWmrs
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology KZbin Link ::::: kzbin.info/www/bejne/q4LXkoqJjr5ngas
@onsingteron3622
@onsingteron3622 2 жыл бұрын
Yes absolutely ♥️♥️♥️tair babe video tu hekh loike salu.Facebook page te paisilu video clip tu...♥️♥️♥️♥️♥️♥️♥️
@nizargani1780
@nizargani1780 2 жыл бұрын
আজি ছোৱালি জনিৰ কথা বৰকৈ মনত পৰি আছে । আইদেউ একো নিদিলেও তুমি বহুত কিবা দিছা আমি অসমবাসীয়ে তোমাক স্বিকৃতি দিছো।
@kamruptourism4992
@kamruptourism4992 2 жыл бұрын
আমাৰ উজনিৰ ফালে মানুহবোৰ আমি এনেকুৱাই ... এই ডিম্পু পিছে মোমাইদেউৰ পলীয়া হে দেই 😂😂 ( বুজাই বুজিব )
@aminulhoque5762
@aminulhoque5762 2 жыл бұрын
ছোৱালী জনী যে কলে একোঁ এটা দিবলৈ নহল। সঁচাকৈ মোৰ hidoi চুই গল দাদা । ইমান সহজ সৰল ছোৱালী ।আপোনাক লগ পাই তাই কিমান যে আনন্দ পাইছে নিজে বুজাব পৰা নাই । সঁচাকৈ বোৰ মৰমিয়াল ছোৱালী। তাইৰ ভৱিষ্যত ভাল হওঁক।👏👏
@mantuswargiary6830
@mantuswargiary6830 2 жыл бұрын
♥️
@banitadas8337
@banitadas8337 2 жыл бұрын
@@mantuswargiary6830 Hii dimpi da moi tomar friend
@worldofentertainment5801
@worldofentertainment5801 2 жыл бұрын
গাঁৱৰ পৰিবেশ আৰু শেষৰ ছোৱালীজনীৰ কথাষাৰ দুয়োটায়ে হৃদয় চুই গল 🤗❣️
@mridupawanborah4575
@mridupawanborah4575 2 жыл бұрын
"একো এটা দিবলৈ নহল" কি মন চুই যোৱা এষাৰি বাক্য.....ছোৱালী জনীৰ এই নিভাঁজ মৰমত বাৰুকৈএ আপ্লুত হৈ উঠিলোঁ...এইয়াই গাঁৱলীয়া মানুহৰ মৰম❤❤❤
@bikunath5004
@bikunath5004 2 жыл бұрын
"একো এটা দিবলে নহল" বাক্যশৰীতে যেন লুকাই আছে অসংখ্য উপহাৰ ।। মন চুই গ'ল ছোৱালী জনীৰ কথা আৰু সহজ সৰল ব্যৱহাৰটোৱে ।।
@rajunath8963
@rajunath8963 2 жыл бұрын
kzbin.info/www/bejne/jGrSm2WEnbuWmrs
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology KZbin Link ::::: kzbin.info/www/bejne/q4LXkoqJjr5ngas
@bibeknath1739
@bibeknath1739 2 жыл бұрын
"একো এটা দিবলৈও ন'হল" কিমান শুদ্ধ অন্তৰৰ ছোৱালী । ভগৱানে তোমাক মংগল কৰক🙏🙏🙏। আমি অসমীয়া, আমাৰ মৰম-চেনেহ,আদৰ- সন্মান বোৰ যেন সদাই একেদৰে থাকে তাকে কামনা কৰোঁ। জয় আই অসম।
@jkdanceentertainment657
@jkdanceentertainment657 2 жыл бұрын
একো এটা দিবলৈও নহল কথাষাৰে মনটো চুই গল 😥 এয়াই অসমৰ সহজ সৰল ছোৱালীৰ মন❤😌 ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তোমাৰ জীৱনটো সুখ, শান্তি ,সমৃদ্ধিৰে ভৰপূৰ হৈ উঠক🙂👐
@ankitabordoloivlogs2840
@ankitabordoloivlogs2840 2 жыл бұрын
ছোৱালীজনীৰ অন্তৰখোলা মন❤️,,,গাঁৱৰ ধুনীয়া পৰিৱেশ এনেকুৱাই ❤️ চহৰৰ কিছুমানে এই পৰিৱেশৰ অনুভৱ কৰিব নোৱাৰিব,, দিম্পু দা আমাৰ গাঁৱলৈও আহিবচোন এপাক💚
@sabbitkumarkhataniar9495
@sabbitkumarkhataniar9495 2 жыл бұрын
"একো এটা দিবলৈ নহ'ল" ছোৱালী জনীয়ে কোৱা কথাষাৰ অন্তৰ চুই গ'ল। মন্তব্য বাকচত আহি দেখিছো এই কথাষাৰে মোৰ দৰে সকলোৰে মন জয় কৰিছে। ছোৱালী জনীৰ মনৰ পবিত্ৰতাক অন্তৰ পৰা সেৱা জনাইছো।
@user-ps5vt4xv7g
@user-ps5vt4xv7g 2 жыл бұрын
একো এটা দিবলৈ নহল,,,,,, মন চুই গোল 💞💞💞💞❤❤❤ ভাল লাগিল ছোৱালীজনীৰ মন্তব্য,,,,, ১০০% অসমীয়াৰ সন্তান 🙏🙏🙏
@hirakbhaiytmouse4687
@hirakbhaiytmouse4687 2 жыл бұрын
Mur monar kotha kole apuni.,,bhut bhut vl lagi gl
@rajunath8963
@rajunath8963 2 жыл бұрын
kzbin.info/www/bejne/jGrSm2WEnbuWmrs
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology KZbin Link ::::: kzbin.info/www/bejne/q4LXkoqJjr5ngas
@kanikatamuli6294
@kanikatamuli6294 2 жыл бұрын
সঁচাকৈ
@FarzanaAhmed
@FarzanaAhmed 2 жыл бұрын
সচাকৈ মন চুই গ'ল 🥰😥 তাই কথা শুনি।এয়াই গাঁৱৰ মানুহৰ মন, সহজ সৰল মৰমীয়াল।
@chhotabablu6925
@chhotabablu6925 2 жыл бұрын
14:06 ❤️ eman khundor monor manuh aji kali pabole khub tan , tair expression tu sai mon tu goli gol 💕. Dimpu da apuni taik akbar log dhoribo buli akha thakil
@jyotishsonowal6574
@jyotishsonowal6574 2 жыл бұрын
14:20 "একো এটা দিবলেও নহল" মন চুইগল ।🙂
@jahnobeekohar8224
@jahnobeekohar8224 2 жыл бұрын
একো এটা দিবলৈ নহ'ল 🥺🥺 এনেকৈয়ে আমাৰ গাঁৱৰ বেছিভাগ মানুহৰ ইচ্ছা থাকিলেও ইচ্ছাবোৰ পূৰণ কৰিব পৰা ক্ষমতা নাথাকে 😢🥺 গাঁৱৰ নিভাজ মৰমবোৰ ল'ব জানিলে তাতেই সুখ পায় ধন্যবাদ Dimpu দাদা❤️
@MahananGogoi
@MahananGogoi 2 жыл бұрын
"Eku eta diboloi nohol" I don't know why I'm in tears after listening to her words. God bless you sister 🙏
@DebasDekaVlogs
@DebasDekaVlogs 2 жыл бұрын
"একো এটা দিবলৈ নহ'ল" - সচাঁই হৃদয় স্পৰ্শ কৰি গ'ল বাক্য শাৰীয়ে । এয়াই আমাৰ অসম, আৰু অসমীয়া মানুহৰ মৰম।
@trolakyasonowal2186
@trolakyasonowal2186 2 жыл бұрын
14:09 কিবা এটা ভাল লাগিলে ছোৱালী জনীক।"একো এটা দিবলৈ নহ'ল।" উফ....❤️
@diptikalita4039
@diptikalita4039 2 жыл бұрын
'একো এটা দিবলেই নহল'.. কথাষাৰ শুনি আৱেগিক হৈ পৰিলোঁ .. ইমান যে সহজ সৰল .. বৰ ভাল লাগিল video টো দিম্পু..!!
@ranjitvy6636
@ranjitvy6636 2 жыл бұрын
Suwali joniye koise."dimphu dak aku ata diboloi nohol" this line ...heart touch kori gol...mane dimpu dak usorot dekha pai ...nijoke somlavo pora nai..what a moment .aye the power of Dimphu.we are proud of you..
@Yuvil0987-h7s
@Yuvil0987-h7s 2 жыл бұрын
এয়াই দুখিয়া মানুহৰ মন দিবলৈ বহুত মন কিন্তু দিবলৈ নোৱাৰে হৃদয় চুই গল ছোৱালী জনীৰ কথাটোৱে... ❤🥺
@biswajitkalita7422
@biswajitkalita7422 2 жыл бұрын
একো এটা দিবলে নহ'ল ❤ , এইবোৰেই প্ৰকৃত গাৱঁলীয়া মৰম । মাজুলীৰ পৰা মৰম যাঁচিলো দিম্পু দা ❤
@flyingbird131
@flyingbird131 2 жыл бұрын
Next level vidio❣️..."একো এটা দিবলেও ন'হল"...is আৱেগ.....😊
@dipsikhachetia111
@dipsikhachetia111 2 жыл бұрын
এইয়াই গাঁৱৰ মানুহৰ নিস্বাৰ্থ মৰম । KZbinr হিচাপে তুমি বহু ভাগ্যবান আৰু সফল ‌। উজনিৰ পৰা নামনিলৈ মানুহে‌ তোমাক হৃদয়ত ৰাখিছে ।এইয়া কম কথা নহয় । ❤️❤️
@pujachangmaivlog2383
@pujachangmaivlog2383 2 жыл бұрын
আমি গাওঁৰ ছোৱালী সপোন সুন্দৰী। আমাৰ গাওঁৰ ছোৱালী বিলাকৰ অন্তৰ খন বহুত কোমল আৰু মৰমীয়াল।❤️❤️
@abinash2885
@abinash2885 2 жыл бұрын
"একো এটা দিবলৈও নহল" ছোৱালী জনীৰ এই কথাষাৰে অন্তৰ চুই গল।।💖 এইয়াই নিভাজ মৰম ❤️
@manalishadas2421
@manalishadas2421 2 жыл бұрын
গাওঁৰ কথাই বেলেগ 😍 গাওঁৰ মানুহবোৰ ধনী নহলেও মনৰপৰা বহুত ধনী হয় ❤I love village ❤😍
@rajunath8963
@rajunath8963 2 жыл бұрын
kzbin.info/www/bejne/jGrSm2WEnbuWmrs
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology KZbin Link ::::: kzbin.info/www/bejne/q4LXkoqJjr5ngas
@satishsutradhar1991
@satishsutradhar1991 2 жыл бұрын
100% Right
@jayantadas1357
@jayantadas1357 2 жыл бұрын
সচা কথা
@mainarabha688
@mainarabha688 2 жыл бұрын
Hoi diya baa😘😘😘
@bikashbordoloi8392
@bikashbordoloi8392 2 жыл бұрын
🚶‍♂দিম্পু দাক আপোনাক ছোৱালী জনীয়ে 🌈বহুত সন্মান কৰিছে কিয়নো তাই মানসিকতা সচায় সলাগ লবলগীয়া ।💕💕❤আপোনাৰ প্ৰতি থকা ছোৱালী জনীৰ 💖💖এয়া মৰম দিম্পু দা মৰম 🤗
@AterAaoLakhinandan
@AterAaoLakhinandan 2 жыл бұрын
সছাকৈ বহুত ভাল লাগিল
@madhuryaborah414
@madhuryaborah414 2 жыл бұрын
সহজ সৰল মানুহজন❤️ "একো এটা দিবলৈও নহ'ল "🥺❤️ মন চুই গ'ল দিম্পু দা ইমান সহজ সৰল মনৰ বা জনী🥰... দিম্পু দা তোমাক আৰু মৰমৰ বা জনীক মোৰ ফালৰ পৰা বহুত বহুত মৰম যাচিলো ❤️🥰🤗
@bgmihighlights9053
@bgmihighlights9053 2 жыл бұрын
"একো এটা দিবলে নহল" কথাষাৰ য়ে মন চুই গল ।।অসমীয়া সহজ সৰল জীয়ৰী ।। ভাল থাকক তাই ।।তাই যাৰ কপালত আছে তেওঁ সঁচাই ভাগ্যৱান♥️💐
@user-ps5vt4xv7g
@user-ps5vt4xv7g 2 жыл бұрын
তাই যাৰ কপালত আছে সছাকৈ ভাগ্যবান,,
@dibyabristivlogs1611
@dibyabristivlogs1611 2 жыл бұрын
সহজ সৰল ছোৱালী জনী❣️একো এটা দিবলেও নহলে 🥺মন চুই গ'ল কথা ষাৰে🥰গাঁৱৰ মানুহৰ মৰমে সুকীয়া।
@bikromsagor6434
@bikromsagor6434 2 жыл бұрын
Suwali Joni eman morom loga.... Khub Hundor Monor Goraki Tai....
@dipjyotibaruah190
@dipjyotibaruah190 2 жыл бұрын
"একো এটা দিবলৈ নহল" কথাখাৰে মন চুই গল। নিভাজ গাৱলীয়া দুখীয়া সমাজৰ মৰম কোনো ভৌতিক বস্তুৰ লগত তুলনা নহয়।
@bohikhuwa6136
@bohikhuwa6136 2 жыл бұрын
" একো এটা দিব নোৱাৰিলো ।" কথাষাৰেই মন চুই গল। যেন শ্ৰেষ্ঠতম উপহাৰ।
@RATULHALOI156HALOI
@RATULHALOI156HALOI 2 жыл бұрын
গাঁওৰ মানুহখিনী বহুত মৰমিয়াল হয় আৰু ছোৱালী জনী লৈ বহুত মৰম লাগিল একো এতা দিব নোৱাৰিলু বুলি কোৱা কাৰনে গাওৰে সৰু লৰা ছোৱালী 🙏🙏🙏✌✌✌❤❤❤
@Evergreencollections6614
@Evergreencollections6614 2 жыл бұрын
Axom manei aabeg ♥️... Village peoples are always incredible ....
@santanusarmah2380
@santanusarmah2380 2 жыл бұрын
আমাৰ গাঁওত অহা বাবে বহুত বহুত ধন্যবাদ দিম্পো দা❤️❤️❤️
@wong2292
@wong2292 2 жыл бұрын
❤️
@ABoys
@ABoys 2 жыл бұрын
Longpotiya hoi ne
@ritugohain9067
@ritugohain9067 2 жыл бұрын
Ki goan
@ritugohain9067
@ritugohain9067 2 жыл бұрын
Goixu moi longpotia
@nibirmomsmixer9759
@nibirmomsmixer9759 2 жыл бұрын
Yes
@krishnabora6728
@krishnabora6728 2 жыл бұрын
14:22 uff Suwali joni 🥰🥰🥰aku ata dibole nohol😍😍mon sui gol ❤
@user-id8pz7ch3w
@user-id8pz7ch3w 2 жыл бұрын
"Eku eta diboloi nohol" matro 4ta baikiyo kin2 kimn morom ador honman humai ase bujabo nuwari... Goanlia suali'r mon enekua e kiba eta dibo nuwari u mnt dukh... Lots of love Dimphu da 4rm SIVASAGAR....
@apurajentertainment4988
@apurajentertainment4988 2 жыл бұрын
আমাৰ গাওঁ হয় এইখন দিম্পু৷ভাল লাগিল আমাৰ গাওঁলৈ আহিলা।
@user-dn3wk8mx8i
@user-dn3wk8mx8i 2 жыл бұрын
সফলতাই আকাশ চুলে তথাপি মাটিৰ লগত তোমাৰ যি সম্পৰ্ক সঁচাকৈয়ে অতুলনীয় । একো এটা দিবলৈ নহ'ল ❤️❤️❤️ এয়াই গাওঁ এয়াই সহজ সৰল মানুহৰ নিভাজ মৰম আৰু আকুলতা ,ভাল লাগিল ভাল হওঁক সকলোৰে চহৰৰ কলুষিত বতাহজাকে স্পৰ্শ নকৰক সৰল মনবোৰ , শিৱসাগৰৰ পৰা বহুত বহুত মৰম❤️❤️
@mixturepj3377
@mixturepj3377 2 жыл бұрын
Ako ata dibole nohol....uff hridoy sui goise.....This is assam..morom senehore bhora...Love from dudhnoi goalpara ❤️
@zubinray8861
@zubinray8861 2 жыл бұрын
Ksm se mru hidoi sui goise
@mixturepj3377
@mixturepj3377 2 жыл бұрын
Ohh🥰🥰🥰🥰❤️❤️
@mkumarsvlogs4889
@mkumarsvlogs4889 2 жыл бұрын
hoi de vai, keneke je koise 💖love from dhanubhanga
@mixturepj3377
@mixturepj3377 2 жыл бұрын
Yo bro... অসমীয়া বোৰৰ morom
@sumitrva622
@sumitrva622 2 жыл бұрын
Love From Dudhnoi❣️
@proveenmangarvlogs7493
@proveenmangarvlogs7493 2 жыл бұрын
Best simple and motivation dimpu da... Lots of love
@swapnalisarmah7081
@swapnalisarmah7081 2 жыл бұрын
"একো এটা দিবলৈও নহল"...........অনুভৱ কৰিলো যে কিমান নিভাঁজ মৰম সোমাই আছে কথাষাৰ ত😢সচাই দিম্পু দা হৃদয় চুই গ'ল❤️তাতে সেইখন গাঁওত আমাৰ জেঠাই আৰু মাহীৰ ঘৰ খুবেই এখন চিনাকি ঠাই😍ভাল লাগিল বহুত❤️❤️
@Mkkhan7614
@Mkkhan7614 2 жыл бұрын
সেউজীয়া বৰণৰ ধুনীয়া এটা গাওঁ এইটোৱেই হৈছে আমাৰ প্ৰকৃত পৰিবেশ ❤️👍
@dimpolvaiti1973
@dimpolvaiti1973 2 жыл бұрын
kzbin.info/www/bejne/nJbQf62Od5p1g9U
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology KZbin Link ::::: kzbin.info/www/bejne/q4LXkoqJjr5ngas
@guninpathak
@guninpathak 2 жыл бұрын
একো এটা দিবলৈ নহল । ছোৱালী জনীয়ে বহুত কিবা শিকাই দিলে, তথাকথিত ধনী নহলে কি হল , হৃদয়ৰ পৰা বহুত ধনী । মানুহ হলেই নহৱ ,এই মৰম খিনি হৃদয়ৰ মাজত থাকিব লাগিব,সংস্কাৰৰ এক জলন্ত উদাহৰণ ছোৱালীজনী
@paitaoomigang9660
@paitaoomigang9660 2 жыл бұрын
Dimpu da apunak log korar hopun eta ase love from Dhemaji Assam ❤️.
@MadhurimaDreamvlogs
@MadhurimaDreamvlogs 2 жыл бұрын
গাঁওৰ পৰিবেশ সঁচাই ভাল লাগে।ভাল লাগিল। ছোৱালী জনিয়ে কোৱা কথা ই মন চুই গল
@stutipriyasaikia2458
@stutipriyasaikia2458 2 жыл бұрын
"একো এটা দিবলৈয়ো নহ'ল " উফ ❤ মনৰ কোনোবা এটা কোণত চুই গ'ল অ' কিমান যে সহজ-সৰল ❤🤗 এইয়াই গাৱলীয়া সমাজৰ নিভাঁজ মৰম💞
@ji2lkonwar904
@ji2lkonwar904 2 жыл бұрын
Suali jonir kotha hini huni moram lgil.. "eko eta dibo le nhol"❤️ Uff ki antorikata❣️
@dulalchandradas715
@dulalchandradas715 4 ай бұрын
Ujani oxomor manuhbur bohut moromial aru atithi porayan.
@JCLifevlogsjishnu
@JCLifevlogsjishnu 2 жыл бұрын
borhiya lagil aji video tu sai ekhun gaonr khub shundor poribesh.khub vl lagil.
@MouPriYaA
@MouPriYaA 2 жыл бұрын
ভিডিঅ টোৰ আৰম্ভিৰ পৰা দলং খনৰ লৈকে আমাৰ হাতীপুখুৰী গাওঁখন💚🍃বহুত ভাল লাগিল দিম্পু দা,, লগ পোৱাৰ সৌভাগ্য নহ'ল আশা থাকি গ'ল নিশ্চয় পাছত এদিন লগ পাম❤Love you More❣️ এইয়াই আমাৰ গাঁৱৰ পৰিৱেশ💚আমি ধনৰ ধনী নহব পাৰো কিন্তু মনৰ পৰা বহুত বেছি ধনী❤গাঁৱৰ জীয়ৰী হিচাপে গৌৰৱ অনুভৱ কৰো🌻
@karunakantakhanikar5969
@karunakantakhanikar5969 2 жыл бұрын
অসমীয়া মানুহ সহজ সৰল মনৰ ধনী.... বৰ্তমান সময়ত কৃত্ৰিমতাই কিছু পৰিমাণে ছানী ধৰিছে যদিও আপোনালোকৰ গাঁওৰ আদৰ স্নেহ সম্ভাষণ দেখি আপ্লুত হলো |
@MouPriYaA
@MouPriYaA 2 жыл бұрын
@@karunakantakhanikar5969 ধন্যবাদ আপোনালৈ
@gauranga8430
@gauranga8430 2 жыл бұрын
এইয়াই গাওঁৰ জীয়াৰী ❤️ নিভাঁজ অসমীয়া.. অসমৰ আবেগ অনুভূতি আৰু ডাঙৰ ৰ প্ৰতি থকা মৰম স্পষ্ট ৰূপত দেখা গৈছে❤️ হয়... বেলেগে কিবা কথাত গাঁৱলীয়া বুলি হাঁহিলে লাজ নাপাওঁ.. বৰং বুকুখন ফুলি উঠে গৰ্বত❤️ গাওঁৰ চহা জীৱনৰ সহজ সৰলতা বোৰত প্ৰাণ পাই উঠে অকৃত্ৰিম মৰম,ভালপোৱা 💚।
@travelzindagiblogs8328
@travelzindagiblogs8328 2 жыл бұрын
Good comment for this vidio
@manashdas5869
@manashdas5869 2 жыл бұрын
একো এটা দিব নহ'ল ,, কথাষাৰে একেবাৰে মন‌ চুই গ'ল, ভণ্টী তোমালৈ আৰু তোমাৰ পৰিয়ালৰ সকলো লৈ বহুত আশীৰ্বাদ থাকিল । ♥️
@aksdam2690
@aksdam2690 2 жыл бұрын
Such a beautiful village only greenery around with only fresh air to breathe simplicity is what one can describe about this village.people have no complex their lives are so simple.yet they stay so happily.Really loved this village video.Thanks for ur wonderful choices of making videos.❣💕💕
@bitupan6190
@bitupan6190 2 жыл бұрын
একো এটা দিবলৈ নহল! এই কথাষাৰে হৃদয় চুই গল 🥰❤️
@nilutpalgogoi6086
@nilutpalgogoi6086 2 жыл бұрын
Sapekhati Rohon goisila, bahut hundor gaw .... Bahut moromiyal manuhbur
@therabha5615
@therabha5615 2 жыл бұрын
14:22 real feelings jen paisu swalijonik. Val lagil swalijonik. This is called true Gauliya. Everything is pure.
@togetherproduction7607
@togetherproduction7607 2 жыл бұрын
একো এটা দিবলৈ নহ'ল,❤️❤️❤️ এয়াই গাওলীয়া ছোৱালীৰ সহজ সৰল মন ♥️♥️♥️।
@riturajsonowal1916
@riturajsonowal1916 2 жыл бұрын
আমাৰ আপা অসমৰ গাঁওলীৱা ছোৱালীৰ মৰম 😘❤️
@bablidandachetry525
@bablidandachetry525 2 жыл бұрын
Gaon khon hosai bohut dhunia 💚💚💚 manuh bilaku bohut vl. Aru aku ata dibo nuarilu buli kua suali joniu bohut hohoj horol monor aetu a hoisai gaon ❤
@user-le4tl2dy2j
@user-le4tl2dy2j 2 жыл бұрын
সচাকৈয়ে বহুত বহুত ভাল লাগিল মোৰ গাঁওলিযা যেতিয়া আমি অসমীয়া ।
@udeshnahazarika1884
@udeshnahazarika1884 2 жыл бұрын
সৰলতাৰ এক নিদৰ্শন তাই ❤️।এইয়াই মৰম , নিভাজ অন্তৰৰ। দিম্পু দাক ধন্যবাদ, ইমান সুন্দৰ উপস্থাপন।আপোনাৰ সৰলতা বোৰেও অন্তৰ জিনে।
@pranjalchangmai9035
@pranjalchangmai9035 2 жыл бұрын
ছোৱালী জনীৰ যিটো মৰম সেই মৰমে সকলোকে হৃদয় চুই গৈছে,,,তাই একো নাই কৈছে ,,কিন্তু তাই বহুত আন্তৰিকতা আছে,,, তাই এখন হৃদয় আছে বহুত বহল,,,তাতকৈ আৰু একো নালাগে,,,
@poemofrongraj4485
@poemofrongraj4485 2 жыл бұрын
সঁচাই দাদা ছোৱালী জনীৰ কথাটোত চকু পানী ওলাল মোৰ।ইমান সহজ সৰল ।অলপো কৃতিমতা নাই কথা খিনিত মনৰ নিভৃত কোণৰ এটি বাক্য হৃদয় চুই গল।
@asmabegum4575
@asmabegum4575 2 жыл бұрын
মধ্যাহ্ন ভুজন 🤣 আমিও খাইছোঁ 8 লৈকে 🥰😢 বহুত বহুত ধৈনবাদ দিম্পু দা এনেকুৱা এখন সেউজীয়া পৰিৱেশ দেখুওৱাৰ কাৰণে😘😘 আপুনি আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিলো 🥰
@bhanishmitavlogs
@bhanishmitavlogs 2 жыл бұрын
ধুনীয়া লাগিলে ভিদিওতো চাই দিম্পু দা । ইমান ধুনীয়া পৰিবেশ গাঁওখনৰ । বা জনী সঁচাকৈয়ে বৰ মৰমিয়াল । একো এটা দিবলৈ নহল 😍
@ARFared_
@ARFared_ 2 жыл бұрын
একো এটা দিবলৈ নহল ! Ufff ❤ গাওঁৰ এজনী সহজ সৰল ছোৱালী ইছছছ কিন্তু গাওঁৰ মানুহ মনৰ পৰা বহুত ধনী ❤ এয়াই অসম ভাই !
@chandramitakalita4396
@chandramitakalita4396 2 жыл бұрын
video tut gaon r poribekh Tu sai bohut val lagil.. Enekua gaon etya dekhibole nhua hoi ahise.. Axom buli kole ai prakitik hudorjya burei
@farhasuhana9646
@farhasuhana9646 2 жыл бұрын
২০১৮ চনৰ পৰা মই আপোনাৰ ভিডিঅ' চাই আহিছোঁ সেই তেতিয়াৰ পৰা আপুনি অকৃত্রিম হৈ আছে যাৰ কাৰণে আপোনাৰ ভিডিঅ' সদায় প্ৰিয়... আপুনি মানুহজন সদায় অকৃত্রিম হৈ থাকক সেয়াই আশা❤ অসমৰ বহুত ইউটিবাৰে অলপ সফলতা পোৱাৰ পিছতেই অতি বেছি কৰিবলৈ ধৰিছে যিবোৰৰ কাৰণে আজিকালি বহুতৰ ভিডিঅ' আগৰ দৰে প্ৰিয় নহয়🙂 আপোনাৰ ভিডিঅ'ত সঁচা ছবি ফুটি উঠে... আৰু আগুৱাই যাওঁক😊
@bikashbora9750
@bikashbora9750 2 жыл бұрын
Axom r manuh beleg State t ghuribo juwat k aijegat juwae vall ...... I Love Assam ❤️🥰
@dipangkardas8041
@dipangkardas8041 2 жыл бұрын
Jay Aai axom❤️
@rajunath8963
@rajunath8963 2 жыл бұрын
kzbin.info/www/bejne/jGrSm2WEnbuWmrs
@bikashbora9750
@bikashbora9750 2 жыл бұрын
@Phungkha Bhai ronghor kot ase❤️
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology KZbin Link ::::: kzbin.info/www/bejne/q4LXkoqJjr5ngas
@jishnudeka653
@jishnudeka653 2 жыл бұрын
গাওঁ খ্নৰ মানুহ খিনিৰ মন বহুত ভাল দে।🙏🙏🙏
@Manoj_Barua
@Manoj_Barua 2 жыл бұрын
বহুত ভাল লাগিল Video tu চাই.... ইমান সুন্দৰ গাঁও খন.. শেষত ছোৱালী জনীৰ সেই কথাষাৰে মন ভৰাই দিলে... "" একো এটা দিব নহল..."" তাই Dimpu দা k তেনেকৈ হঠাৎ লগ পায় আবেগিক হৈ পৰিছিল যেন লাগিছে... ভাল লাগে এনেকুৱা পৰিবেশ বোৰ.... 🥰🥰
@godblessyou3767
@godblessyou3767 2 жыл бұрын
ছোৱালীজনীৰ কথাষাৰে সকলোৰে মন চুই গ'ল, এইয়াই অসমীয়াৰ মৰম❤️
@MOMENTS-tm6sw
@MOMENTS-tm6sw 2 жыл бұрын
এয়াই দিম্পুৰ যাদু।। সদায় দেখি থকা পৰিবেশ এটাকে কিমান সুন্দৰ ভাৱে উপস্হাপন কৰিব পাৰে।।। গাঁৱলীয়া ভন্টি জনীৰ কথাই হৃদয় চুই গল। বাকী youtuber সকলে পাৰিলে শিকিব চেষ্টা কৰিব।
@kaushiklifestyle6975
@kaushiklifestyle6975 2 жыл бұрын
Hosake gaowor manuh hosakoiye horol monor hoy ❤️❤️❤️❤️bohut moromor bhonti joni ,,,dimpu legend manuhor mon sini pay 👍👍🙏🙏🙏
@missjun5084
@missjun5084 2 жыл бұрын
আপুনি সদায় যেন এনেদৰে এ থাকে সাধাৰণ ভাবে ☺️ কিবা এটা ভাল লাগে ,,সকলোৰে লগত ইমান ধুনীয়া কৈ কথা পাতে।
@nurlatif6213
@nurlatif6213 2 жыл бұрын
খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ , বহুত ভাল লাগিছে দিম্পুদা👌
@kahanindrathakur3383
@kahanindrathakur3383 2 жыл бұрын
TOI.ETTᗩ.ᖇᗩᑎᗪE.ᗩᑭEᖇ.KOTE.SᗩᒪKE.ᗩSᗩ.SᑌOᗩᖇOᖇ.ᗷᗩᗪSᕼᗩ
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology KZbin Link ::::: kzbin.info/www/bejne/q4LXkoqJjr5ngas
@jayantanath2966
@jayantanath2966 2 жыл бұрын
ডি্ম্পু ডা‌ অসমৰ কোনো এটা ঠাই নাই যে আপোনাক চিনি নোপোৱা মানুহ আছে , কোকৰাঝাৰৰ পৰা মৰম‌ যাছিলো ❤️❤️❤️
@fflover1878
@fflover1878 2 жыл бұрын
👍
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology KZbin Link ::::: kzbin.info/www/bejne/q4LXkoqJjr5ngas
@lakhigs578
@lakhigs578 2 жыл бұрын
গোটেই অসমৰ ৰাইজৰ হৃদয় চুই গৈছে। দিম্পু পাৰিলে দীঘলীয়া কৈ ভিদিঅ এটাত এই ছোৱালী জনিৰ লগত কথা বতৰা দেখি দেখিবলৈ পাম।
@suprabhatassamgobindatrave1541
@suprabhatassamgobindatrave1541 2 жыл бұрын
Very nice vdo Chai bahut val lagil Hahaj haral manuh Suwali joni kothakhare mon chui gol
@deemienterprise5601
@deemienterprise5601 2 жыл бұрын
Her polite and lovely behaviour won the hearts of so many of us. Every one should try to be rich by that nature. 🙏🏼🙏🏼
@Success_With_Me
@Success_With_Me 2 жыл бұрын
এনেকুৱা পৰিৱেশ দেখিলে মন মোহিত হৈ যায় । ধন্যবাদ dimpu da আমাক এনেকুৱা শান্তিপূৰ্ণ পৰিৱেশ দেখুওৱাৰ বাবে।
@jyotishsaikia1660
@jyotishsaikia1660 2 жыл бұрын
Aikhn amar e gaon
@Success_With_Me
@Success_With_Me 2 жыл бұрын
@@jyotishsaikia1660 duniya lagil sai
@jyotishsaikia1660
@jyotishsaikia1660 2 жыл бұрын
@@Success_With_Me thank you
@nitaientertainmentclub
@nitaientertainmentclub 2 жыл бұрын
সুন্দৰ পৰিৱেশ দিম্পু দা ভাল লাগিল video টো চাই
@sumisarma3207
@sumisarma3207 2 жыл бұрын
ইমান মৰমলগা ছোৱালীজনী। কি কম মাজনী তোমাক। তোমাৰ শিষ্টাচাৰ আৰু সৰলতাই বাৰুকৈয়ে আপ্লুত কৰিছে। জীৱন পথত সফল হোৱা আইজনী। তোমাৰ সৈতে এবাৰ কথা পাতিব মন গৈছে।।
@babulcharen3296
@babulcharen3296 2 жыл бұрын
বস্তুৰে নহয়, বুকুত হাত থৈ দিয়া অন্তৰৰ ভাষা সকলোতকৈ ডাগৰ উপহাৰ... সেই ছোৱালীজনীৰ মৰমৰ আবেগ... অন্তৰ চুই গল...🙏🙏🙏🙏
@hridayjeet3221
@hridayjeet3221 2 жыл бұрын
অসম সদায়ে চিৰসেউজীয়া 💚💚💚
@joyanta4958
@joyanta4958 2 жыл бұрын
গাওৰ প্ৰকৃত নিভাজ মৰমবোৰ😍😍😊😊
@sangitasistrideka5826
@sangitasistrideka5826 2 жыл бұрын
একো এটা দিবলে নহ'ল...উফফ❣🥀..হৃদয় চুই গল কথাষাৰে❤বুজাই দিছে কথাষাৰে যে টকাৰ দুখীয়া হব পাৰো মনৰ দুখীয়া কেতিয়াও নহয় ...ভগৱানে ভালে ৰাখক বা জনীক❤🤗❣🥀
@themonalisa5947
@themonalisa5947 2 жыл бұрын
Noone would believe but when that girl said “kiba eta dibole nohol” it just brought tears to my eyes instantly. Gaon or manuh bur je eman simple and kind hoi dekhi bhal lagi gol❤
@zehirulislam7498
@zehirulislam7498 2 жыл бұрын
গাও খনৰ মানুহ বিলাকৰ কোনো কৃত্ৰিমতা নাই নিভাঁজ অন্তৰৰ মানুহ আপোনালোক সদায় সুখত থাকক তাৰেই প্ৰাৰ্থনা কৰিছো । মাইনা জনীৰ ব্যৱহাৰে সকলোৰে মন মোহিত কৰিছে ঈশ্বৰে তেওঁক মংগল কৰক🙏🙏🙏
@kapilbaruah3690
@kapilbaruah3690 2 жыл бұрын
'একো এটা দিবলৈও নহল 'uffffff কব ভাষা নাই জেগাত চুই গৈছে ❤❤❤
My Birthday Vlog 2024 😍😍😍
13:08
Dimpu's Vlogs
Рет қаралды 128 М.
Love is like that - গৈ আছোঁ 😍
13:37
Dimpu's Vlogs
Рет қаралды 834 М.
Jumping off balcony pulls her tooth! 🫣🦷
01:00
Justin Flom
Рет қаралды 28 МЛН
Nastya and SeanDoesMagic
00:16
Nastya
Рет қаралды 44 МЛН
বম ডাঙৰ সাপ - Hatibondhu and Human 🐘🐘
13:50
Dimpu's Vlogs
Рет қаралды 1,1 МЛН
Biggest mobile BAZAR in assam - Mickey mobile - Dimpu Baruah
7:14
Dimpu Baruah
Рет қаралды 504 М.
এখন নাটকত মই - Me on hengool theatre 😍
12:07
Dimpu's Vlogs
Рет қаралды 736 М.
মাজুলী ৰাস - This is MAJULI RAKH 2022 😍
17:30
Dimpu's Vlogs
Рет қаралды 741 М.
Jumping off balcony pulls her tooth! 🫣🦷
01:00
Justin Flom
Рет қаралды 28 МЛН