অতিশয় সুন্দৰ গীত। সুধা কন্ঠ ড: ভূপেন হাজৰিকা দেৱৰ গীতৰ মাজত বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সমাহাৰ দেখা যায়। তেখেতে সদায়েই বিভিন্ন ভাষা গোষ্ঠী আৰু জন জাতীয় গোষ্ঠী সমূহক একতাৰ ডোলেৰ বান্ধিবলৈ সক্ষম হৈছিল। এনে এটি চিৰসেউজ গীত শুনোৱা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।🙏