‘Divisive’ Political Move? Uproar In Assam Over Renaming Karimganj To Sribhumi | Manash Pratim Deka

  Рет қаралды 5,040

ND24

ND24

Күн бұрын

Пікірлер: 27
@asabuddin2221
@asabuddin2221 2 сағат бұрын
ধন্যবাদ সিদ্দিক দা ।
@DebojitKumarBoraBora-i9n
@DebojitKumarBoraBora-i9n 3 сағат бұрын
জিলা সলনি কৰা লগে লগে জনসাধাৰণৰ নথি-পত্ৰ সমুহৰ কাৰণে হাবু দুবো হ'ব।।
@pgoswami5378
@pgoswami5378 2 сағат бұрын
খুৱ সম্ভৱ অসুবিধা নহব লাগে।এলাহাবাদ গুচি প্ৰয়াগৰাজ হোৱাত হয়তো জনতাৰ কোনো অসুবিধা হোৱা নাই।
@AnantaDebnath-w4h
@AnantaDebnath-w4h 2 сағат бұрын
Good news assam Government
@ShahAlam-hf6hr
@ShahAlam-hf6hr 2 сағат бұрын
This will be renamed again after 26
@hafijali7903
@hafijali7903 2 сағат бұрын
কৰিমগঞ্জৰ নাম সলনিক লৈ ইমান চৰ্চা কিয় এনেই আজিকালি মানুহৰ সময় নাই, মানুহবিলাকে কৰ্ম জীৱনক লৈ ব্যস্ত । এইবিলাকক লৈ ৰাইজৰ সময় নাই । গতিকে ৰাজনৈতিক নেতাসকলৰ মৰ্জী মৰ্মে ৰাইজক যি শাৰা-শাস্তি কৰিছে। তাৰ উওৰ ৰাইজে অনাগত দিনবোৰত দিব । বাকী ৰাইজেই ৰজা সেই কথাটো নেতাসকলৰ জ্ঞাতাথে জনাওঁ।
@daniathecuty3323
@daniathecuty3323 2 сағат бұрын
পিচে কলকাতাত দেখোন এখন শ্ৰীভূমি আছেই।
@bollywoodaction4212
@bollywoodaction4212 Сағат бұрын
সাধাৰণ মানুহৰ খতিয়ে হব বাকিএকোয়ে নহয় নামত কি আহে জায়
@ShaharAliAhmed-xz8rb
@ShaharAliAhmed-xz8rb 3 сағат бұрын
অসমৰ কৰিবলৈ আৰু কাম কৰিবলগীয়া কাম নাই নেকি অকল নাম সলাই দিলে দেশৰ উন্নতি সাধন হয় তেতিয়া হ'লে সকোলৰ নাম সলাই দিয়কচোন আমি কোনো মানুহ কাম কৰিবলগীয়া নহ'ব মই সকলো অসমৰ জন গনক অনুৰোধ জনাও যে এই বিজিপি ওলোটা গণিত শিক্ষা গ্ৰহণ নকৰাৰ বাবে অনুৰোধ জনালো এয়া এক ৰাজনৈতিক পৰিকল্পিত নাটকৰ অভিনয় চলাই আছে
@ShaharAliAhmed-xz8rb
@ShaharAliAhmed-xz8rb 2 сағат бұрын
এয়া হৈছে বাঙলা দেশৰ বাঙালী বিলাক বাংলা দেশী সাশন চলাবলৈ উঠি পৰি লাগিছে কাৰন ইহঁতে আছলে বাংলা দেশী খাব নোপোৱা এই বাঙালী বিলাকে অসমৰ খিলঞ্জীয়া মানুহৰ বুকুৰ কুটুম হৈ অসম খন নিঃশেষ কৰিবলৈ বাঙালীক বিজেপিয়ে মুৰত বহাই দি অসম খন নিঃশেষ কৰিবলৈ ধৰিছে
@jahangirali2251
@jahangirali2251 2 сағат бұрын
Airtel jivan Katha
@DuluGogoi-i1e
@DuluGogoi-i1e 2 сағат бұрын
শিলাদিত ই হিন্দু। মুছলমান ৰ মাজত কাজিয়া লগাবলৈ চেষ্টা চলাইছে।
@kumudbaruah2001
@kumudbaruah2001 3 сағат бұрын
শ্রী হট্ট জিলাৰ নাম সলাই কি কাৰণত চিলেট ৰখা হৈছিল তাৰো সদুত্তৰ লাগে।
@pgoswami5378
@pgoswami5378 3 сағат бұрын
শ্ৰীহট্ট ই চিলেট।ইংৰাজ সকলে শ্ৰীহট্ট উচ্চাৰণ কৰিব নোৱাৰি চিলেট বুলি কৰিছিল। সেই চিলেট এতিয়া বাংলাদেশত। চিলেট নামক লৈ চৰ্চা কৰা অনাৱশ্যক। ই আমাৰ দেশত নহয়।
@pgoswami5378
@pgoswami5378 2 сағат бұрын
শ্ৰীভূমি নামাকৰণ কৰাত কি অসুবিধা আছে? এলাহাবাদ গুচি প্ৰয়াগৰাজ হোৱাত কি অসুবিধা হৈছে? ফেপেৰি পাতি ধৰিলেতো কিছু বিতৰ্ক হয়েই। কিন্তু এই কৰিম নাম সলনিত ফেপেৰি পাতি ধৰিব লগা কিয় হৈছে তাকো বিশ্লেষণৰ আৱশ্যকতা আছে। এই কৰিম শব্দটি আৰাবী নে পাৰ্চী নে উৰ্দূ নে অসমীয়া নে বাঙালী? ই কি ধাতুৰ পৰা উদ্ভৱ হৈছে তাক লৈও বিশ্লেষণ হলে ভাল। অৰ্থ ভাল হব পাৰে কিন্তু জনতাই হয়তো এই শব্দটিয়ে শ শ বছৰৰ পিচত আমুৱাই এক নতুন নামেৰে পুণৰ আৰাম্ভ হোৱাটো বিচাৰিছে।বৃটিছৰ দিনতে হোৱা নামটি এতিয়া সলনি হলেই যেনিবা তাতে ইমান বিতৰ্ক কিয় হৈছে বাৰু?ঠাইখনতো সলনি নহয় বা জিলাখনৰ পৰিসীমাতো একেই থাকিব।
@BijitHazarika-u9s
@BijitHazarika-u9s 3 сағат бұрын
Guwahati nàmto huniboleu bohut beya nàmto holale val hobo
@IrfanMasud-i5o
@IrfanMasud-i5o Сағат бұрын
Karimjang e kom ami insallla
@BijitHazarika-u9s
@BijitHazarika-u9s 3 сағат бұрын
Mudi ji alop dinor agot Jorhat ahi Lasit moidamot lasitor murti uddudhon kori gol tente jorhator namtu holabo lagisil
@julfikkaraAli-t5x
@julfikkaraAli-t5x 2 сағат бұрын
শিলাদিতা দেৱৰ টিকেট ফাইনেল
@padmapatar-dx7rq
@padmapatar-dx7rq 2 сағат бұрын
Siladidtya and kamala rajneeti korise and ......
@ManojdekaManojdeka
@ManojdekaManojdeka Сағат бұрын
Siladattak talk show mateb nelage. Eko njane kebol hindu aru muslim kri thake..
@padmapatar-dx7rq
@padmapatar-dx7rq 2 сағат бұрын
Siladitya ata pagal mal nai
@AsifKhan-fk6jc
@AsifKhan-fk6jc Сағат бұрын
Johra..khai..pat .fola..johra k.omalokho
@childimprove2585
@childimprove2585 Сағат бұрын
Name holaisa bal hoisa but bostu bahenir dam kumai deyok petrol degail cylinder dam kumai deyok son cylinder 400 toka korok
Disrespect or Respect 💔❤️
00:27
Thiago Productions
Рет қаралды 41 МЛН
When Cucumbers Meet PVC Pipe The Results Are Wild! 🤭
00:44
Crafty Buddy
Рет қаралды 55 МЛН
Article 370 & 35-A : Jammu-Kashmir (1947 to 2019) by Dr. @vikasdivyakirti
3:22:40