No video

দুই সন্তানৰ মাতৃ আইমী বৰুৱা, অথচ এবাৰলৈ মনত নপৰিল সেই তিনিবছৰীয়া শিশুটিৰ মুখখনলৈ!

  Рет қаралды 84,394

The CrossCurrent Assam

The CrossCurrent Assam

Күн бұрын

দুই সন্তানৰ মাতৃ আইমী বৰুৱা,অথচ এবাৰলৈ মনত নপৰিল সেই তিনিবছৰীয়া শিশুটিৰ মুখখনলৈ! চেমখৰৰ চিত্ৰগ্ৰহণ হ'ল,প্ৰচাৰো হ'ল,আন্তৰাষ্ট্ৰীয় সমাদৰো বুটলিলে আইমী বৰুৱাই। ফটো উঠিলে ৰেড কাৰ্পেটতো। কিন্তু এদিনো আইমী বৰুৱাৰ মুখত উচ্চাৰিত নহল কিয় সেই তিনিবছৰীয়া শিশুটিৰ মৃত্যুৰ কথা? প্ৰশ্ন কৰিছে ৰাইজে
The CrossCurrent Take

Пікірлер: 274
@manindrabarman7493
@manindrabarman7493 Жыл бұрын
এওঁলোকে নিজৰ স্বাৰ্থ পূৰণ হোৱাৰ পিছত সকলো পাহৰি যায় । কিন্তু সময়ে কাকো ক্ষমা নকৰে , এইটো মনত ৰখা উচিত । সময় বৰ নিষ্ঠুৰ ।
@prasannarabha5582
@prasannarabha5582 Жыл бұрын
ভীষণ স্বাৰ্থপৰ! ধিক্কাৰ তেওঁৰ এই মানসিকতাক...
@bkp9774
@bkp9774 Жыл бұрын
Giiriek pyaz , hbs mumayek sobswarthapar, dhikkar...
@swapnachoudhury4961
@swapnachoudhury4961 Жыл бұрын
সন্তান এটা মৰি যোৱাটো কিমান কষ্টকৰ পিতৃ মাতৃয়েহে জানে....আইমীৰ তেনে অবস্থা হলে গম পাব....তাই টকা পাইছে টো তাৰ পিছত কি লাগে.... ৰজাৰো এদিন প্ৰজাৰো এদিন .... ভগৱানে দিব ....
@Axomiyagiri-t3o
@Axomiyagiri-t3o Жыл бұрын
তেওঁ অভিনেত্ৰীৰ নামত প্ৰকৃততে স্বাৰ্থপৰ ব্যৱসায়ীহে।দুখ লাগে এনে কথা শুনিলে।
@shekharrajbongshi6929
@shekharrajbongshi6929 Жыл бұрын
Hoi deuk bor dukh Lage
@rinkigogoi7455
@rinkigogoi7455 Жыл бұрын
ধনী মানুহ,সময় নাই,অন্তৰ খন কঠিন,কত মনত পৰিব,স্বাৰ্থ পূৰণ হল।ভগৱানে সকলো দেখি আছে,এদিন তাৰ ফল পাব।যেনেকৈ মাকৰ বুকু উদং কৰিলে সময় আৰু ভগৱানে ক্ষমা নকৰে,সহিবলৈ টান কিন্তু তাৰ ফল পাব।
@binitaborgohain5688
@binitaborgohain5688 Жыл бұрын
ধনীয়ে ধনহে চিনি পায় যিয়ে ইয়াৰ প্ৰমাণ
@user-wb6pb2df1z
@user-wb6pb2df1z Жыл бұрын
Eku dhoni nohoy, contractual job kori ase
@manojkumardutta8590
@manojkumardutta8590 Жыл бұрын
তেওঁলোকৰ অন্তৰত মৰম নাই। এইবোৰ তেওঁলোকৰ বেবসায়।
@rajubora3485
@rajubora3485 Жыл бұрын
ডাইনি বৰুৱা
@madhuborah5779
@madhuborah5779 Жыл бұрын
100%right
@bkp9774
@bkp9774 Жыл бұрын
@@madhuborah5779 uporor mal2r maiki hoi, theng bhangibo2r .
@madhuborah5779
@madhuborah5779 Жыл бұрын
@@bkp9774 Sai lom ki kribo pare..moiu uporor maal🤣🤣🤣🤣😂hoi
@anibro4162
@anibro4162 Жыл бұрын
Yes, Dainy Barua.
@bkp9774
@bkp9774 Жыл бұрын
@@anibro4162 barua nohoi bohua.
@manashpratimnath8247
@manashpratimnath8247 Жыл бұрын
নিজৰ সন্তান হোৱা হ'লে গম পালে হয়। আনৰ ল'ৰা ছোৱালী‌ মৃত্যু হ'লে তেওঁৰ কি যায়। কাৰ হৃদয় খন জ্বলি-পুৰি আছে ।।
@purbakantabarman431
@purbakantabarman431 Жыл бұрын
ক্ষমতা, প্ৰাপ্তি আৰু ও ৰ্শয্যই মানুহ ক অন্ধ কৰে।আইমী বৰুৱাৰ বাবে শিশু টি এটি বস্তু হে হৈ পৰিল।
@rewatimali1007
@rewatimali1007 Жыл бұрын
কেচ এটা দিলে কেঁচুৱাটোৱে ন্যায় পাব । মেটৰ ৰো টকা থাকে আইমি , টকা মৰোতে কোনেও লগত নিনিয়ে মানৱতা যদি আছে আপুনি শিশুটিৰ ক্ষতিপূৰণ হিচাপে মাক-দেউতাকক 20লাখ টকা দিয়া ।
@prarinitasaikia4380
@prarinitasaikia4380 Жыл бұрын
আইমী বৰুৱাই এটা কথা মনত ৰখা উচিত আনক কন্দোৱালে নিজেও এদিন খান্দিবলৈ পায় পৃথিৱীৰ খন ইপিঠি হিপিঠি তাক কোনেও বাধা দি ৰাখিব নোৱাৰে ভগৱানে সকলো চাই আছে।
@atulgogoi6831
@atulgogoi6831 Жыл бұрын
6. ᗷᗰ ᗷᗷ ᗷ ᗷ ᗷ ᗷ ᗷ ᗷᗷ ᗷᗷ ᗷ ᗷ ᗷ ᗷᗷ ᗷ ᗷᗷ ᗷ ᗷᗷ ᗷ ᗷ. ᗷᗷᗷᗷᗷ.
@banitadutta9612
@banitadutta9612 Жыл бұрын
Yes
@debashiskhound2160
@debashiskhound2160 Жыл бұрын
খবৰটো কিয় লুকুৱাই ৰখা হৈছিল। সচাঁকৈয়ে নিষ্ঠুৰ, ক্ষমতা থকাৰ বাবেই মানুহে যিকোনো কাম কৰিব পাৰে। নাপায় এনেকুৱা কৰিব। ওপৰত থকাজনে সকলো চাই আছে ফল ভূগিব এদিন নহয় এদিন।
@smritirekhaborgohain153
@smritirekhaborgohain153 Жыл бұрын
Ki hol nu
@darpandeka5141
@darpandeka5141 Жыл бұрын
আইমী বৰুৱা অকল অভিনেত্ৰী অথবা পৰিচালক নহয় অসমৰ বহুত ডাঙৰ মন্ত্ৰীৰ পৰিবাৰ গতিকে কাৰ ঘৰত কি হৈছে এইবিলাক খবৰ লবলৈ সময় ক'ত ।আজি মত মাতিবলৈ পীযুছ হাজৰিকা মহাশয় ক'ত ? অন্য কোনোবাই যদি এনেকুৱা কৰিলেহেতেন পীযুছ হাজৰিকা ডাঙৰীয়াই কিমান ডাঙৰ ডাঙৰ কথা কলেহেতেন ।আইমী বৰুৱাক আইনমতে গ্ৰপ্তাৰ কৰিব লাগে ।
@rewatimali1007
@rewatimali1007 Жыл бұрын
Right 100%
@budheswarnath6516
@budheswarnath6516 Жыл бұрын
বেমাৰত মৰা বুলিহে কব সিহঁতে
@babul8718
@babul8718 Жыл бұрын
Yes
@bkp9774
@bkp9774 Жыл бұрын
@@budheswarnath6516 theng bhangiba tur, uporor mal2r ghoinee hoi eaijoni dainee badua. Kella bal joni.
@budheswarnath6516
@budheswarnath6516 Жыл бұрын
@@bkp9774 জন্তুৰ ভৰিক হে " ঠেং " বুলি কয় , মানুহৰ হলে " ভৰি " বোলে বূৰবক টো কৰ'বাৰ 😁😜🤓
@kiranborgohain3820
@kiranborgohain3820 Жыл бұрын
তাই চিনেমা চাবই নালাগে॥ #boycott
@mayachungkrang2668
@mayachungkrang2668 Жыл бұрын
ইহঁতে নাটক কৰে যে, 3 মহীয়া কেচোৱা জনী যে মৰিলে তাই ভাবিছে চাগে আকৌ জী উঠিব বুলি। এতিয়া আইমী বৰুৱাই ছোৱালী জন্ম দিব লাগে। মানুহৰ জীৱনটো এবাৰেই পাই। আমাৰ নিচিনা দুখীয়া মানুহ ক খেলাটো বেয়া। ৰাইজে কিবা এটা কৰিব লাগে ।
@rewatimali1007
@rewatimali1007 Жыл бұрын
ওপৰৰ মালৰ ঘৈণীয়েকে কৰিছে এইটো একো ডাঙৰ কথা নহয় । নিজৰ লৰা ছোৱালীৰ যদি মৃত্যু হল হয় তেতিয়া বুকুত ভুকুৱাই কান্দিলে হৈ । টকাৰ গৰমত মানৱতা হেৰাই গৈছে । মুখ্যমন্ত্ৰীয়ে উচিত তদন্ত কৰি দোষী ক উচিত শাস্তি দিয়ক আৰু শিশুটিক ন্যায় দিয়ক ।
@dhanjitrabha5809
@dhanjitrabha5809 Жыл бұрын
ক্ষমতা আৰু পচাৰৰ বাৱে মানুহে সকলো কৰিব পাৰে এইয়াই উদাহৰণ নহয়নে?
@mollikadevi9309
@mollikadevi9309 Жыл бұрын
ভগৱানে সকলোৰে বিচাৰ কৰিব সময় আহিলে ।ভগবানৰ বিচাৰত ৰজা প্ৰজা সকলো সমান ।কেঁচুৱা টো আৰু মাক দেউতাকৰ কাৰণে বোৰ দুখ লাগিল ।
@Rahulpatar4500
@Rahulpatar4500 Жыл бұрын
এইবোৰে নিজৰ স্বাৰ্থৰ পূৰ্ণ হোৱাৰ পাছত,আনৰ কথা চিন্তা নকৰে,ঘটনাটোৰ ওপৰত ভালকৈ বিচাৰ কৰি,এসেকা দিব লাগে ইহঁতক। ।😡😡
@bkp9774
@bkp9774 Жыл бұрын
Theng bhangiba dei tur, uporor mal2r ghoinee hoi eaijoni dainee bahua.
@janardanbora2803
@janardanbora2803 Жыл бұрын
অহংকাৰী হল এইবোৰ ভগৱান আছে
@freeworldshop1840
@freeworldshop1840 Жыл бұрын
ভগবানে বিচাৰ ল'ব।
@bharatibhuyan1851
@bharatibhuyan1851 Жыл бұрын
ক্ষমা খোজা,দুখ প্ৰকাশ কৰা -এইধৰণৰ কথাৰেই ইমান ডাঙৰ ঘটনা এটাৰ সামৰণি পৰিব নোৱাৰে। তদুপৰি,চেমখৰত তুলি ধৰা কাহিনী আৰু পৰম্পৰাগত নিয়মক লৈও তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। প্ৰথম কথা--আইমী বৰুৱাই ছবি খনৰ কাহিনীভাগ ডিমাছা সম্প্ৰদায়ৰ কোনো জনা-বুজা লোকক দেখুৱাইছিল নে? ইমান ভুল প্ৰথা বৰ্তমান অসমৰ কোনো সম্প্ৰদায়ৰ মাজত প্ৰচলিত নাই। দ্বিতীয় তে,--তেখেতে তে ছবি খনৰ যোগেদি পুৰস্কাৰ বুটলিলে, সেয়া পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনালোঁ। নহ'লে আন্তৰ্জাতিক প্ৰেক্ষাপটত অসমৰ লোক সকলৰ বিষয়ে মিছা ধাৰণা বিয়পি পৰিব।যিটো মুঠেও গ্ৰহণ যোগ্য নহয়। তৃতীয়তে,--অতি দুৰ্ভাগ্য জনক, শিশুটিৰ মৃত্যুৰ খবৰ তেখেতে ক'তো এবাৰ লৈও উল্লেখ নকৰিলে। এয়া সভ্য মানুহৰ আচৰণ নে?
@janardonbora2795
@janardonbora2795 Жыл бұрын
উচিত তদন্ত হব লাগে।
@anjumanidas1175
@anjumanidas1175 Жыл бұрын
দুদিনমান আগতে আইমি বৰুৱাই এটা সাক্ষাৎকাৰত কোৱা দেখিছোঁ যে তেওঁ হেনো সৰু ল'ৰা ছোৱালীক ইমান ভাল পাই যে,,,,বেলেগৰ ল'ৰা - ছোৱালীৰো হেনো শেঙুণ মচি দিবলৈ অকণো কুণ্ঠাবোধ নকৰে। সঁচাকৈয়ে তেখেত এগৰাকী ভাল অভিনেত্ৰী।
@banjitchangmai4047
@banjitchangmai4047 Жыл бұрын
কোৱা আৰু কৰা মাজৰ যিখিনি ব্যৱধান... আকাশ আৰু পাতালৰ পাৰ্থক্য
@user-cb8vx2gx3d
@user-cb8vx2gx3d 6 күн бұрын
Tai ovinetri karone to koi eta kore eta dexiboe noyaro xei patok
@kiranborgohain3820
@kiranborgohain3820 Жыл бұрын
নিউজটো কই আছে ৩মহীয়া কেচুৱা আকৌ লিখিছে ৩বছৰীয়া বুলি॥ অলপ ভাল কে চাই মেলি লিখিব লাগে
@Axomiyagiri-t3o
@Axomiyagiri-t3o Жыл бұрын
তুমি ন্যায়ৰ হকে এফাকি লিখা, বাতৰিৰ শব্দত ভুল ধৰিবলে বাদ দিয়া।এবাৰ মন কৰিছানে,যে এই বাতৰি আৰু অন্য কোনো চেনেলে ৰাইজৰ আগত তুলি ধৰিব সক্ষম হৈছেনে।
@greentomato2638
@greentomato2638 Жыл бұрын
3 mah bosr matter nhoi...
@tanujsaikia6950
@tanujsaikia6950 Жыл бұрын
ৰজা ৰাণী হৈছে । সকলো প্ৰজা । কবলৈ কোনো নুলাই । চাই চে চাওক আৰু শুই থাকক ।
@kiranborgohain3820
@kiranborgohain3820 Жыл бұрын
আইমী বৰুৱা মাঠাত মাল নাই নেকি
@nityanandamahanta1849
@nityanandamahanta1849 Жыл бұрын
ওপৰ মালৰ ঘৈনিয়েক যে সেইকাৰণে কাম হল বছ কিয় খৱৰ লৱ ,
@simabegumsima6577
@simabegumsima6577 Жыл бұрын
Thik koisa
@namitaneog2807
@namitaneog2807 Жыл бұрын
দোষ আমাৰ সমাজৰো কাৰণ এখেত সকল ডাঙৰ মানুহ যে সেইকাৰণে দুদিন পাছতে পাহৰি যায়। আইন সকলোৰে বাবে সমান সেইতো সকলোৱে মনত ৰখা উচিত।
@najirhussain7540
@najirhussain7540 Жыл бұрын
ওপৰৰ মালৰেইতো বংশধৰ হয় না।
@monadeka248
@monadeka248 Жыл бұрын
নিজৰ জীয়েক পুতেকৰ এনেকুৱা হোৱা হলে কেনেকুৱা লাগিল হয়?
@manisharajkumari4393
@manisharajkumari4393 Жыл бұрын
তেওঁৰ আৰু কি নিজে জনাজাত হ'বৰ বাবে নিজৰ ঘৰখন মচা ভিডিঅ' কৰিও ফেচবুকত আপল'ড | এইবিলাক মানুহৰ মানসিকতা ইমানেই, ইয়াতকৈ বেছি আৰু কি কৰিব পাৰে? নিজৰ স্বাৰ্থ পূৰণৰ বাবে আনক ব্যবহাৰ কৰিব পাৰে, কিন্তু পিচত কেতিয়াবা ব্যবহাৰ কৰি অহা মানুহখিনিৰ খবৰ লবলৈ হে আহৰি নাই
@krishaykoushik508
@krishaykoushik508 Жыл бұрын
আইমী বৰুৱাৰ পোষ্ট বৰত বা আপোনাক বহুত ভাল লাগে মোৰ বুলি কোৱা মানুহ বোৰক এইবিলাক দেখুৱাব লাগে,
@digantajyotibordoloi5528
@digantajyotibordoloi5528 Жыл бұрын
ডাঙৰ মানুহৰ এই বোৰ সৰু কথা বুলি ভাৱে আমি নো কি কম ৰাইজে বিচাৰ কৰিলে ভাল হব
@manokhisensua8403
@manokhisensua8403 Жыл бұрын
ভগৱানে এৰি নিদিব কিন্ত৷সময় সকলোৰে আহে।
@vaskarphukan5701
@vaskarphukan5701 Жыл бұрын
Boycott Aime baruah
@probingogoi9151
@probingogoi9151 Жыл бұрын
আইমী বৰুৱাই হত্যাকাৰী হল ।বৰষুণত নিতিতা হলে শিশুটি বেমাৰ নহয় ।আৰু তিনিমহীয়া শিশুটি নদীৰ কাষৰ জলবায়ু স্বাস্থ্যৰ বাবে উপযোগী নহয় ।এইফালৰ পৰা আইমী বৰুৱাক হত্যাকাৰী হিচাপে গ্ৰেপ্তাৰ কৰিব লাগে ।,,,,,আন জনতা হোৱা হলে কেতিয়াবাই গ্ৰেপ্তাৰ কৰিলেহেতেন,,,,,,,,চৰকাৰে,,,,,,
@jugalkishor4219
@jugalkishor4219 Жыл бұрын
চেমখৰে পোৱা আটাইকেইটা পুৰস্কাৰ উভতাই নিব লাগে
@rajeshsaikia7942
@rajeshsaikia7942 Жыл бұрын
Earr jogoriya Aimee boruah hoi 👍.....Dukhi punishment pabo lage
@GD-ib4jf
@GD-ib4jf Жыл бұрын
So sad news.
@mamonitalukdar2503
@mamonitalukdar2503 Жыл бұрын
এই আইমী জনী পুতনা ৰাক্ষসী ৰ আখ্যা দিব লাগে, এদিন পাব নিজৰো দুটা সন্তান আছে, ভগৱান ৰ লাঠীৰ মাৰ সকলো পাপীৰ মুৰত পৰিবই, এদিন হ'লেও নিজেও সেই শোক পাবই।
@aijulhaque9850
@aijulhaque9850 Жыл бұрын
ইয়াৰ বিঢাৰ নেদেখা জনে সঠিক ভাবে কৰিব ।
@leenagoswami1281
@leenagoswami1281 Жыл бұрын
চিঃ আইমি তোমালৈ ৰাইজে থুৱাইচে । যি দেখিছোঁ ডাঙৰ মানুহবোৰৰ দুটা চৰিত্ৰ ।
@dakeswartaid438
@dakeswartaid438 Жыл бұрын
ভগৱানে চাই আছে।
@Juri820
@Juri820 Жыл бұрын
কেমেৰাৰ সন্মুখত আকৌ তেওঁৰেই কি মাতৃত্বৰ ভাষণ চাবা.......!😡😡
@bulendeka1005
@bulendeka1005 Жыл бұрын
ৰজাৰো এদিন প্ৰজাৰো এদিন নিশ্চয় আহিব
@champakdeka9703
@champakdeka9703 Жыл бұрын
কাণ্ডজ্ঞান নাইনেকি তেওঁৰ ?
@anantaborgohain3971
@anantaborgohain3971 Жыл бұрын
আনক চকুপানী দেখুৱাই সতী সাবিত্ৰীৰ দৰে অভিনয় কৰি দৰ্শকৰ সমাদৰ লৈ শ্ৰেষ্ঠা অভিনেত্ৰীৰ পুৰস্কাৰ পোৱা আইমী বৰুৱাৰ বাস্তৱ ৰূপ এয়াই নেকি । ইমান স্বাৰ্থপৰ হ'ব নেপায় ।
@halimaparbin2510
@halimaparbin2510 Жыл бұрын
So sad
@sunrisene9992
@sunrisene9992 Жыл бұрын
We want justice for child.. Law should be equal for all. Royal family but poor mind and thought..
@diptidevi4055
@diptidevi4055 2 ай бұрын
এই বোৰ তথাকথিত ভদ্রলোক বহুত আত্মকেন্দ্রিক হয়। সিহতে যি কৰে কেৱল টকাৰ বাবে কৰে। সিহঁতৰ হৃদয়ত কোনো মানৱতাবোধ নাথাকে।
@satyajitsaikia549
@satyajitsaikia549 Жыл бұрын
শিশু টিৰ মৃত্যুৰ কথা আজি ৩/৪ মাহৰ পাছত হে গম পাইছে নেকি? আগতে কোনেও গম নাপায় নেকি?
@digantachetia4630
@digantachetia4630 Жыл бұрын
অ আচৰিত,,,
@namitadas7682
@namitadas7682 Жыл бұрын
মানুহে এইবোৰ কাম নিজৰ সুবিধাৰ্থে কৰে
@banjitchangmai4047
@banjitchangmai4047 Жыл бұрын
ভগবান আছে....
@nabakantamitherphangsa6053
@nabakantamitherphangsa6053 Жыл бұрын
Justice for clearing baby
@jyotikaboruah3303
@jyotikaboruah3303 Жыл бұрын
এই বিলাক মানুহৰ হ্নদয়ে নাই ।সিহতে নিজৰ স্বাথৰ কাৰনে কাম কৰে । নিজৰু লৰা ছোৱালী আছে । সময় ইমান নিস্তূৰ নহয় সময় আহিব সিহঁতৰো কাৰণে ।
@mb.divine5992
@mb.divine5992 Жыл бұрын
মানৱতা শূন্য ।সময়ে এদিন ভালকৈ শিক্ষা দিব মাথো অপেক্ষা কৰক ।
@ilovemybharatdesh5697
@ilovemybharatdesh5697 Жыл бұрын
Are they artist ?
@basantiboro4314
@basantiboro4314 Жыл бұрын
আজি জানিলো মৰমৰ অভিনেত্রী গৰাকীৰ ফুফলা চৰিত্ৰ।
@rgrg5472
@rgrg5472 Жыл бұрын
সিহঁতৰ পিজ্জা বাৰ্গাৰ খোৱা সন্তানৰ বাদে সেইবোৰ সন্তান জানো ?
@assamlifestyleinvillage9099
@assamlifestyleinvillage9099 Жыл бұрын
OMG...
@dipankarboro1109
@dipankarboro1109 Жыл бұрын
Justice ⚖ 👩‍⚖️ habw lagai.
@uyeah672
@uyeah672 Жыл бұрын
Cinama khobor baba mat motar karona dhanyabad
@minotipb8341
@minotipb8341 Жыл бұрын
Es bohut dukhor kothar .kesuato thanda humai gol hol .
@prataphazarika.pratap.7854
@prataphazarika.pratap.7854 Жыл бұрын
Aimi borua mattir namot kalanka hoi.
@biswajitgogoi9860
@biswajitgogoi9860 Жыл бұрын
Uporor malor wife, etia thier phalor eta baby dia.
@utpalpatowary5721
@utpalpatowary5721 Жыл бұрын
ডাইনী বৰুৱা
@dailyseries2738
@dailyseries2738 Жыл бұрын
অসমীয়া চলচ্চিত্ৰ জগতৰ পৰা কঠোৰ মনৰ আইনী বৰুৱাক Boycot কৰিব লাগে। দুই সন্তানৰ এজনী মাতৃ হয়ো এনেকুৱা । এতিয়া এই ছেমখৰ" চিনেমা খন boycott কৰিবলৈ অনুমতি দিব লাগে
@user-ko9ie1gk9s
@user-ko9ie1gk9s Ай бұрын
এইবোৰে মানুহ চোবাই-চোবাই খাব।
@mouchumitamuly4477
@mouchumitamuly4477 Жыл бұрын
বিচাৰ কৰিব লাগে শিশুতিয়ে ন্যায় পাব লাগে
@jatinkalita1832
@jatinkalita1832 Жыл бұрын
😭😭😭
@budheswarsaikia3103
@budheswarsaikia3103 Жыл бұрын
Bhagawaban ase Jodi byabastha lobo
@budheswarnath6516
@budheswarnath6516 Жыл бұрын
আৰে এই সকলে কেৱল অভিনয় হে কৰে ....
@aratigohain5885
@aratigohain5885 29 күн бұрын
নিজৰ সন্তানৰ মৃতু হলেহে গম পাব
@razeevsonu729
@razeevsonu729 Жыл бұрын
EU ako bohut uporor maalor monor manuh no EU kio ei horu horu manuhburor kotha sinta koribo.....
@romenjit7549
@romenjit7549 Жыл бұрын
Uh so sad
@sonmonidas201
@sonmonidas201 Жыл бұрын
bhagwane sai ase tairo ase duti santan ketiya bhagwane tairo buku udong kori loi jay seiya bhagwanehe jane.. bhagwane usit bisar kore jen🙏🙏🙏🙏🙏
@lakhinathgogoi2859
@lakhinathgogoi2859 Жыл бұрын
আকৌ এবাৰ ধিক্কাৰ আমি
@ashimboruah5261
@ashimboruah5261 Жыл бұрын
Nijor hontaan jetia mritu hobo tetia anuvob koribo hontaan biyugor dukh kiman
@chayanikalalung7313
@chayanikalalung7313 Жыл бұрын
এই জনি (CAA) মানে কি সেতোহে বুজাবলৈ জানে আৰু নো কি জানে।
@majidabegum8235
@majidabegum8235 Жыл бұрын
যাৰ অন্তৰত মমতা নাই তেওঁ মাতৃৰ যোগ্য নহয়
@dpvlog5838
@dpvlog5838 Жыл бұрын
Aimee jiman flim ulabo bahiskar karibo lage..
@apurbadas8443
@apurbadas8443 Жыл бұрын
উচিত বিচাৰ কৰিব লাগে?
@mayurigogoi7490
@mayurigogoi7490 Жыл бұрын
মাথাত একো নাই নহয় থকা হলে এনে কাম নকৰে নহয়।পইচা মূৰত উঠিলে।
@ak-ui1mg
@ak-ui1mg Жыл бұрын
Boycott aime boruah
@vdm219
@vdm219 Жыл бұрын
तिनि बसरिया नहय तिनि माह only
@kalpanahazarika7631
@kalpanahazarika7631 Жыл бұрын
Hosa i nedarun .
@jaynalabdin8062
@jaynalabdin8062 Жыл бұрын
কিয় দিব লাগে ? এতিয়া সেই শিশুটো ঘুৰাই দিব পাৰিবনে??
@armyanantavlogtankman2428
@armyanantavlogtankman2428 Жыл бұрын
Paisai murot dhorile enekuwa hoi kaku sini napai ....tumi janu maa nohoi
@rezwangieijjhy7182
@rezwangieijjhy7182 Ай бұрын
Daynee hoi Aimee Baruah
@pragyaprithibipurabigogoi8996
@pragyaprithibipurabigogoi8996 Жыл бұрын
Hosakoi bor dukh lagil..
@manomitaroyofficial6565
@manomitaroyofficial6565 Жыл бұрын
Boycott semkhor
@rojihazarika5893
@rojihazarika5893 Жыл бұрын
Aimee y nijoke bohut val dekhabo jai, tai emn selfish hoi, tair batcha k D diyok heigoraki maa kok, emn u common sense ni ne tair j 3 months old baby k thanda t rakhibo lage ne nalage, tai n tair cinema t k hei baby2 bht gune valueable hoi, khelar putola buli vabise nki tai
@dhongogoi964
@dhongogoi964 Жыл бұрын
Rajaghoria mall
@champaksaikia2913
@champaksaikia2913 Жыл бұрын
Bohut dukh lagil.tekhet emn selfish buli voba nasilu.dhikkar disu Aimee boruak.vogobane tar Uttar dibo adin
@simigogoi3899
@simigogoi3899 Жыл бұрын
এইবোৰ অকল নিজৰ কথা ভাবে লাজ নাই আইমি বৰুৱা ৰ
@Bindazz-Hazarika
@Bindazz-Hazarika Жыл бұрын
ডাঙৰ মানুহ অ লাভ নাই 😀
@rupaliborahrosemajuli1507
@rupaliborahrosemajuli1507 Жыл бұрын
ন্যায় পাব লাগে
@vihaankalita614
@vihaankalita614 Жыл бұрын
Enekua lagise Jen ulai goi xokolue Dhoru oporadhi Jun hoi birat dukh lagise Justice for Clearing
@ripondowarah7256
@ripondowarah7256 Жыл бұрын
Poisa ase heavy manuh...big background ase ooo heibilak manuh nahoi jon2
طردت النملة من المنزل😡 ماذا فعل؟🥲
00:25
Cool Tool SHORTS Arabic
Рет қаралды 9 МЛН
Советы на всё лето 4 @postworkllc
00:23
История одного вокалиста
Рет қаралды 5 МЛН
Smart Sigma Kid #funny #sigma #comedy
00:40
CRAZY GREAPA
Рет қаралды 38 МЛН
طردت النملة من المنزل😡 ماذا فعل؟🥲
00:25
Cool Tool SHORTS Arabic
Рет қаралды 9 МЛН