দুৰ্নীতিগ্ৰস্ত প্ৰমাণ কৰিবলৈ মোদীয়ে ষড়যন্ত্ৰ কৰাৰ বাবেই পদত্যাগ কৰিলে কেজৰিৱালে !

  Рет қаралды 16,382

NorthEast Now

NorthEast Now

Күн бұрын

Пікірлер: 15
@hndekari8011
@hndekari8011 Ай бұрын
বিজেপি-আৰএচএচৰ ভণ্ডামিৰ ৰাজনীতিয়ে ভাৰতবাসীক জ্বলাকলা খুৱাইছে ৷ ৰাষ্ট্ৰবাদৰ গেৰোৱা বসন পিন্ধি এওঁলোকে সৰ্বত্ৰ সন্ত্ৰাসবাদ ছটিয়াই দিছে যাক জনসাধাৰণে ঘৃণা কৰিলেও বিপদৰ আশংকাত একোকে নোকোৱাকৈ থাকে ৷ বিগত দহ বছৰীয়া শাসনকালত ধৰ্মৰ আফিং খাই নিষ্ক্ৰিয় হৈ পৰা জনতাই সম্বিত ঘূৰাই পাবলৈ আৰম্ভ কৰিছে বাবে বিজেপিৰ সান্দহখোৱা কলহ ক্ৰমে বালিত তল যাবৰ উপক্ৰম হৈছে ৷ ইয়াৰ পিছত বিজেপিৰ শাসন যে সুদূৰপৰাহত হ’ব সেয়া নিশ্চয় অনুমেয় ৷৷
@ankitabarman9770
@ankitabarman9770 Ай бұрын
দেশৰ জনগনে অৰ্জা স্বাধীন দেশত আৰ এছ এছৰ অধিকাৰ নাই। স্বাধীন দেশত কেৱল স্বাধীনতা আন্দোলনৰ অংশীদাৰ সকলেই থাকিব পাৰে, তাৰ বিৰোধী সকলৰ নাই।
@nitudeka-ks1sc
@nitudeka-ks1sc Ай бұрын
কেজৰিয়াল ডাঙৰীয়াই যি কৰিছে কোনোবা বি যে পি cm এ কৰিব পাৰিছেনে ? নোৱাৰে আৰু সেই কাৰণে তেওঁক আৰু সতিৰ্থক এই বিলাক কৰিছে ।
@MaoBourah
@MaoBourah Ай бұрын
Write to freedom
@ronjitsaikia-wy3le
@ronjitsaikia-wy3le Ай бұрын
Mudi murdabaad, kejriwal zindabaad.
@s...s....
@s...s.... Ай бұрын
You are right Kajriwal sar
@litysa4236
@litysa4236 Ай бұрын
Right 😊
@AzadAli-bs9oj
@AzadAli-bs9oj Ай бұрын
Good
@KundonKondon
@KundonKondon Ай бұрын
কেজৰিৱাল এটা মহা ভান্ডক মহা চুৰ।
@pradiprabha5067
@pradiprabha5067 Ай бұрын
BJP Go Back
@MaoBourah
@MaoBourah Ай бұрын
Aadani (modi ek
@kushalbaruah8438
@kushalbaruah8438 Ай бұрын
BJP HATAW ASOM ASAMIYA BASAW RAIJ SOSETON HOWAK PLS. ..
@ashokdey1100
@ashokdey1100 Ай бұрын
Kattar baiman
@lokheswarronghang607
@lokheswarronghang607 Ай бұрын
Beiman keijiwal ,bohut jhut bolta hai
Planning Of Article 370 Removal
43:06
Nitish Rajput
Рет қаралды 10 МЛН
When u fight over the armrest
00:41
Adam W
Рет қаралды 24 МЛН
Perfect Pitch Challenge? Easy! 🎤😎| Free Fire Official
00:13
Garena Free Fire Global
Рет қаралды 77 МЛН
WEDDING NIGHT EP 9 FT MORAL MARCUS ANIGES MAA GIFTY GYAMFI PAPA JAY
23:24
BJP's vote share falls drastically in Upper-Assam....
7:34
Prag News
Рет қаралды 462 М.
When u fight over the armrest
00:41
Adam W
Рет қаралды 24 МЛН