অধ্যক্ষৰ ভূমিকা যে অতি পক্ষপাতদুষ্ট সেয়া অতি স্পষ্ট হৈ পৰিছে। এটকা পালেও পদত্যাগ কৰাৰ কথা একেবাৰে বিশ্বাস কৰিব নোৱাৰি, কাৰণ ৰিপুণ বৰা হাৰিলেও (কংগ্ৰেছত থকা কালত) পদত্যাগ কৰাৰ কথা আছিল নহয়, কৰিলে জানো? মিছলীয়াক কেৱল মূৰ্খইহে বিশ্বাস কৰে।
@anupdas739 Жыл бұрын
আদক্ষ জনক একপকক্ষ দৰে লাগে বিৰোধীৰ কোনো কথাই শুনিব নিবিচাৰে
@PritamDas-si1nz Жыл бұрын
মন্ত্ৰী মহোদয়, আপোনাৰ ইমান মাটি কেলেংকাৰী কিহৰ..?
@dhrubajyotidasnaturalworld3028 Жыл бұрын
অসম খন এতিয়া কেৱল ৰিণিকি আৰু হিমন্ত..
@bikashhandique2050 Жыл бұрын
akhil da ekdom thik ktha koise 👍👍
@BaneswarKonwar-s2c Жыл бұрын
৫ শম বাগান লবলৈ কৰ টকা পালে ৰিনিকি ভূূএাঁই উজনি অসমত আজিলৈকে আমাক বি যে পি চৰকাৰে একো দিয়া নাই
@KhruloraPatar-yt3cf3 ай бұрын
Riniki ji Kam korise apunio kori dekhuwak . Aponak sorkare dib lagib neki ghort .ahe nijar dm ase jdi nije kostar kori luwa
Kot sunile ???? Iat to gogoi gogoi buli to Katha aha nai...ahise mati kina takar kotha ...Toka khai kar bom pet Gela raije najanake thaka nai ...khabar futi fati goise ...bujile
@@ipshita9737প্ৰথম মূখ্যমন্ত্রী কোন আছিল, তেও কি জাতৰ আছিল জানেনে??? যদি বামুন ৰজা হ'লে ৰাজ্য শেষ হয় তেনেহ'লে কোনোবাদিনাই শেষ হ'ব লাগিছিল।। নাজানিলে নক'ব
@ipshita9737 Жыл бұрын
@@kishorsarma1704 Bamun roja hobo nuare. Buronjir pate pate likha ase, Ahom roja asil, Chutiya roja asil, Kachari roja asil, Koch roja asil kintu bamun roja ketiyau hua nai aru hobo nuare. Aru jetiya'e hoise dekh dhongxo kori dise. Udhahoron Longkar Raabon
জ্ঞানীগুণী সৎ লোকে পৰৰ গ্লানি শুনিলে ৰাজনীতি নকৰে ৷ কিন্তু আজি ভক্তপ্ৰাণ ভকতে শাস্ত্ৰ কথা বুজিছে যে দেশত এনে শাসককে উন্নতি নকৰে প্ৰজাৰ দুখদৈন্যতাই বেছি হয় ৷ সেইটো শাস্ত্ৰীয় মত