No video

DY ছিম্ফনী with Krishna Bhuyan || বেণ্ডপাৰ্টি নহ'লেই উকা উকা লাগে বিয়াঘৰ || Marriage Band Services

  Рет қаралды 690,324

DY365

DY365

3 жыл бұрын

DY ছিম্ফনী with Krishna Bhuyan || বেণ্ডপাৰ্টি নহ'লেই উকা উকা লাগে বিয়াঘৰ || Marriage Band Services
#MarriageBandServices
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh

Пікірлер: 288
@assameselive9105
@assameselive9105 3 жыл бұрын
আধুনিকতাৰ ঢৌত উটি ফুৰাসকলে এই ভিডিওটোত Dislike কৰিছে।কিন্তু তেওঁলোকে জানি লোৱাটো ভাল যে পুৰণি অবিহনে আধুনিকতা অসম্ভৱ।
@sgrvlogs4656
@sgrvlogs4656 Жыл бұрын
Old is gold
@subarnasarma9524
@subarnasarma9524 Жыл бұрын
Ughhhhgwe.
@musiclovernilam5455
@musiclovernilam5455 Жыл бұрын
88⁸⁸⁸8⁸8⁸8888888888888888888888888888888⁸88888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888
@ankurray5828
@ankurray5828 Жыл бұрын
11
@Chondonborochennel
@Chondonborochennel Жыл бұрын
​@@subarnasarma9524😊😊😊😊😊😊😊😊
@pranabkumarbrahma2746
@pranabkumarbrahma2746 2 жыл бұрын
বেণ্ডপাৰ্টিৰ আৱাজ শুনিলেই আনন্দৰ এটা বেলেগ সিহঁৰণে দেহ মন জুৰ কৰি পেলায় । এতিয়া এই মুহু্ৰ্ত্তততো মই দৰঙৰ "গণেশ বেণ্ডপাৰ্টি"ৰ বাচকবনিয়া অনুষ্ঠান উপভোগ কৰি আছোঁ । বেণ্ডপাৰ্টিৰ আৱাজ মোৰ বাৰে বাৰে শুনি লেও আমনি নালাগে । মোৰ মতে বিয়াঘৰৰ সৌন্দৰ্য্য বেণ্ডপাৰ্টিৰেহে ৰক্ষা কৰিব পৰা যায় । মই অসমৰ য'ত য'ত বেণ্ডপাৰ্টিৰ অনুষ্ঠান আজিও জীৱিত আছে , তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ আন্তৰিক নিবেদন এই কমেন্টৰ যোগেদি প্ৰেৰণ কৰিবলৈ পাই গৌৰৱ বোধ কৰিছোঁ । ধন্যৱাদ ।
@champakdekanicesong.zubeen2679
@champakdekanicesong.zubeen2679 2 жыл бұрын
দৰঙৰ গণেশ বেণ্ড পাৰ্টি লৈ বহুত বহুত শুভেচ্ছা থাকিল। go ahead for future . লগতে DY Symphony লৈ বহুত ধন্যবাদ
@gopalkalita1536
@gopalkalita1536 3 жыл бұрын
বেণ্ডপাৰ্টিত অংশ লোৱা সমূহ সদস্যলৈ উৎসাহ জনোৱাৰ লগতে দলটিৰ দীৰ্ঘায়ু কামনা কৰিলো ৷
@dineswardas7092
@dineswardas7092 3 жыл бұрын
Nice
@sailenrajbongshi608
@sailenrajbongshi608 3 жыл бұрын
Mojja mojja mojja
@dipjyoti2249
@dipjyoti2249 2 жыл бұрын
মই এই অনুষ্ঠানটো আজিহে চালোঁ ( 19 ছেপ্টেম্বৰ 2021 ) বহুত ভাল লাগিল অনুষ্ঠানটো চাই । নাচি দিব মন গৈছে মোৰ সঁচাকৈ । বহুত প্রিয় প্রিয় গান বজালে । গণেশ বেণ্ডপাৰ্টী লৈ মোৰ অলেখ অযুত শুভ কামনা যাছিলোঁ আৰু আগলৈ বাগবাঢ়ি যাওক তাকে কামনা কৰিলোঁ ।
@ManojDas-fe9wp
@ManojDas-fe9wp 2 жыл бұрын
🙏
@narapatihaloi4030
@narapatihaloi4030 3 жыл бұрын
আপোনালোকৰ আটাইৰে দীৰ্ঘায়ু কামনা কৰিছো । অতি সুন্দৰ।
@sibanathburagohain7573
@sibanathburagohain7573 2 жыл бұрын
গনেশ বেন্দপাৰ্টিলৈ শুভেচ্ছা থাকিল বিশেষকৈ নৱপ্ৰজন্মই এই বিষয়বোৰ ধৰিৰখাৰ বাবে ধন্যবাদ
@gupikantahazarika2113
@gupikantahazarika2113 3 жыл бұрын
মহামান্য সুধাকণ্ঠৰ গীতেৰে সুন্দৰ পৰিবেশন কৰিলে ভাল লাগিল বহুত বহুত ধন্যবাদ আপোনালোকলৈ আন্তৰিক শুভেচ্ছা যাছিলো।🙏
@rohiniborgohain7654
@rohiniborgohain7654 2 жыл бұрын
বহুত বছৰৰ পাছত বেন্দপাতি পৰিবেশন ছালো আৰু শুনিলো ভাবিব নোৱাৰা এটা ভাল লাগিল । দ'লটোলৈ ধন্যবাদ জনালোঁ ।
@hirakmusicvlogs483
@hirakmusicvlogs483 3 жыл бұрын
মনোমোহা.....💕
@dks8965
@dks8965 3 жыл бұрын
খুবই ভালো অতি সুন্দর ও ঐতিহাসিক ঐতিহ্যবাহী ব্যবস্থাপনা।
@tarunnath2007
@tarunnath2007 2 жыл бұрын
প্ৰথমতে গনেশ বেণ্ডপাৰ্টিক শুভেচ্ছা তথা দীৰ্ঘায়ু কামনা কৰিছোঁ।। ডি ওয়াই ৩৬৫ য়ে কোৱা মতে বেণ্ড পাৰ্টি আমাৰ কৃষ্টি সংস্কৃতিৰ ভিতৰত নপৰে নেকি!! এই কথা বিজ্ঞজনলৈ এৰিলোঁ।।
@prafulladas6597
@prafulladas6597 2 жыл бұрын
কিয় নপৰিব বিবাহ অনুষ্ঠান সংস্কৃতিতে পৰে সেইবাবে বিবাহ বহুত পৌৰাণিক পৰম্পৰাৰ মাজেৰে হে সম্পন্ন হয় । কিন্তু আজি কালি দি. জে. আহিল কৰ্টমেৰেজ আহিল পাৰ্টী আহিল দোলা ঠাইত গাড়ী আহিল কিন্তু সকলো খিনি কৃষ্টি সংস্কৃতিৰ মাজতে সীমাবদ্ধ । আপোনাৰ প্ৰশ্নটো পাই আপোনাৰ লগত কথা খিনি আগবঢ়ালোঁ ।
@yoyogamer6072
@yoyogamer6072 3 жыл бұрын
অতি সুন্দৰ
@hirakbarman4066
@hirakbarman4066 2 жыл бұрын
বিয়াখনত আপোনালোকৰ বাহী, পেপা, ড্ৰামচেদ আদি জন্ত্ৰবোৰৰ শব্দয় বিয়াৰ সৌন্দৰ্জ দুগুণে বিদ্ধি কৰে 🙏
@champakdekanicesong.zubeen2679
@champakdekanicesong.zubeen2679 2 жыл бұрын
গণেশ Bandparti ৰ লগতে দৰঙৰ আন সকলোদললৈ শুভেচছা থাকিল। সচাকৈ দৰঙ ত বহুকেইটা এনে বিশেষ দল আছে। Then great thank All of you with DY Cimphony ,,,,,
@rakeshnath6316
@rakeshnath6316 2 жыл бұрын
Bendparti
@143champak
@143champak 3 жыл бұрын
Saxophone বজোৱা ল'ৰাজন বহুত অমায়িক, দেখিলেই গম পায় ।
@suntobora9806
@suntobora9806 3 жыл бұрын
আপ্লুত হলো, সেয়েহে দুবাৰ উপভোগ কৰিলোঁ।সকলো কেইজনলৈকে আন্তৰিক শুভেচ্ছা জনোৱাল লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@khembahadurthapa2947
@khembahadurthapa2947 2 жыл бұрын
P
@tunumonisonowal727
@tunumonisonowal727 Жыл бұрын
​@@khembahadurthapa2947 😂 ~¢©℅™ $ zzp
@nipukalita489
@nipukalita489 3 жыл бұрын
মই প্ৰথমে,,গনেশ বেংপাটি দলক শুভেচ্ছা জ্ঞাপন কৰিলোঁ,, লগতে তেওঁ লোকৰ কম্ম ৰাজিক যে শুদীঘায়ু,,কামনা কৰিছোঁ নেদেখা জনৰ ওচৰত প্ৰাথনা জনাইছোঁ,,,
@chinmoybaruah8812
@chinmoybaruah8812 3 жыл бұрын
Q
@magnuslarry1455
@magnuslarry1455 3 жыл бұрын
a tip: you can watch series on flixzone. I've been using them for watching all kinds of movies lately.
@kyreeforest4868
@kyreeforest4868 3 жыл бұрын
@Magnus Larry definitely, been watching on flixzone for since december myself =)
@lokesorrabha7225
@lokesorrabha7225 2 жыл бұрын
@@chinmoybaruah8812 q
@otsob956
@otsob956 2 жыл бұрын
@@magnuslarry1455 AAaa
@azmiresultana3879
@azmiresultana3879 3 жыл бұрын
আপোনালোক আটাইকেইজন এইদৰে আগবাঢ়ি যাওক তাৰে কামনা কৰিছো।
@tikenroy6299
@tikenroy6299 2 жыл бұрын
P9
@debojyotihazarika81
@debojyotihazarika81 2 жыл бұрын
V বহুত বহুত ধন্যবাদ জনাইছো। হেৰাই য়াব যেন লাগিছিল। পুনৰ দেখা পাই বহুত ভাল লাগিছে।
@bdas5703
@bdas5703 2 жыл бұрын
অতি সুন্দৰ , wish you all the best.
@surjyachaliha450
@surjyachaliha450 3 жыл бұрын
Bohut vl lagel.... Aapunaluke aaru aaguai jaok...........
@keshadutta8302
@keshadutta8302 Жыл бұрын
সকলোৰে সু স্ৱাস্থ্য কামনা কৰিলো। ভগৱানে এখেত সকলক আৰু আগবঢ়াই নিয়ক ।
@dipalideka8266
@dipalideka8266 3 жыл бұрын
বহুত ভাল হৈছে মোৰ আশিবাদ থাকিল আৰু আগববাঢ়ি জোবা
@djelectricals34
@djelectricals34 2 жыл бұрын
অতি সুন্দৰ হৈছে শুভেচ্ছা যাচিলোঁ।
@probinborgohain5814
@probinborgohain5814 3 жыл бұрын
মজা দিছা 👍👍👍
@simanta2883
@simanta2883 3 жыл бұрын
অতি সুন্দৰ প্ৰদৰ্শন ❤️🔥💜
@dipakkalita5189
@dipakkalita5189 3 жыл бұрын
rsssq
@ramdhenu5399
@ramdhenu5399 2 жыл бұрын
Thanks to Dy Symphony with Krishna Bhuyan. I wish they will try best to make this Band extraordinary and excellent.
@tridipborghain8585
@tridipborghain8585 3 жыл бұрын
Oti Sundar otike bhal lagil arshibad thakil agbarhi jaowk thanks
@prasenjitpci
@prasenjitpci 3 жыл бұрын
তেওঁ লোকৰ প্ৰতিভা প্ৰশংসনীয়।
@hemantabaruah3693
@hemantabaruah3693 2 жыл бұрын
ইমান ভাল লাগে,সেয়ে বারে বারে চাওঁ।সচাকৈ বৰ ভাল হৈছে।
@binaboruah1650
@binaboruah1650 2 жыл бұрын
বহুত ভাল লাগিল।
@MajulirDekaVlogs
@MajulirDekaVlogs 3 жыл бұрын
Aji he Val lagil video tu bohut Val lage ..and news,,
@dhrubaskvlog7457
@dhrubaskvlog7457 Жыл бұрын
সচাকৈ মই যিমান বিয়া খালো এইটো নুশুনাকৈ পাৰ হৈ যোৱা নাই 😇
@zubingarganuragi7113
@zubingarganuragi7113 3 жыл бұрын
মেইন টপিক... ভাই বাজনা বজাও 😍
@jahahoralmushahary9682
@jahahoralmushahary9682 2 жыл бұрын
Good band party of Assam thanks
@khanindradeka6123
@khanindradeka6123 2 жыл бұрын
Long life Ganesh bandparty
@u.h7910
@u.h7910 3 жыл бұрын
এই মজা 👌♥️👍
@dadulborah6003
@dadulborah6003 2 жыл бұрын
ধন্যবাদ
@gajendas616
@gajendas616 3 жыл бұрын
নমস্কাৰ |আপোনালোক সকলোকে স্বগতম জনাইছো |
@gagandahal1381
@gagandahal1381 5 ай бұрын
বাজানা বাজাও বহুত ভাল লাগিছে বেন্ড পাৰ্টিৰ এক সুকিয়া আমেজ আছে মই শুনো
@alexdfigo572
@alexdfigo572 2 жыл бұрын
আমি অসমবাসী গৌৰৱান্বিত।
@arunchutia5529
@arunchutia5529 10 ай бұрын
আপোনালোক সকলো লৈ‌ আন্তৰিক ‌অভিনন্দন‌ জনালো ‌।‌সকলোৰে‌‌ দীঘায়ু‌ কামনা ‌কৰিলো 🎉🙏🙏💓💓💓👍👍👍
@nobinburagohain2753
@nobinburagohain2753 3 жыл бұрын
Aru aguwai jauk yar Vogoban usorot pathona krisu apuna lukor agontok aru val houk raij khohari jonauk
@ranjitray4118
@ranjitray4118 3 жыл бұрын
বহুতো ভাল লাগিছে আপোনালোকৰ বেণ‌‌দ পাৰতি
@mintubharali3092
@mintubharali3092 2 жыл бұрын
Bohut bohut xuvesha jonalu. Ati sundar modhur prty
@harendradastunumonidas
@harendradastunumonidas 3 жыл бұрын
অতী সূন্দৰ
@kanakkalitakalita2940
@kanakkalitakalita2940 3 жыл бұрын
Bohut dhuniya deai . congratulations
@harenkrbhuyan7593
@harenkrbhuyan7593 3 жыл бұрын
বেন পাৰ্টিত ড্ৰাম অপৰিহাৰ্য কিন্তু এই পাৰ্টিত কিয় বেৱহাৰ কৰা নহল। ভবিষ্যতে বেৱহাৰ কৰিলে অতি সুন্দৰ হব। এয়া মোৰ অনুৰোধ হে।
@suntrapegu1177
@suntrapegu1177 3 жыл бұрын
Mojjaa.lagil.huni
@banti5775
@banti5775 3 жыл бұрын
Bhut vl lgise
@assameseddvlog1324
@assameseddvlog1324 2 жыл бұрын
Moi maje maje Atu Video sau mon to Furti logai diye but comments likhi koi dilu Mur monor kotha ❤️❤️
@Shortyoutube239
@Shortyoutube239 2 жыл бұрын
Great to hear and I want to thank all the members of the band party and keep going like this.🙏
@katirambasumatary2180
@katirambasumatary2180 2 жыл бұрын
Katiram 2no nagapwr gami boswmtay
@sachindeka7870
@sachindeka7870 3 жыл бұрын
অতি সুন্দৰ। গণেশ বেণ্ডপাৰ্টিৰ যোগাযোগ নম্বৰটো পাম নেকি
@lipangkudas1390
@lipangkudas1390 3 жыл бұрын
Nice
@prasantasaikia8652
@prasantasaikia8652 3 жыл бұрын
বহুত ভাল লাগিছে শুনি থাকিবলৈ মন গৈ থাকে।
@surendasvlogs9804
@surendasvlogs9804 3 жыл бұрын
Dhuniya ♥️
@user-ep5xb6lh9p
@user-ep5xb6lh9p 5 ай бұрын
আপোনালোকৰ অনুষ্টনতো বহূত ধুনিয়া হৈছে হৰেকৃষ্ণ🙏🙏🙏
@anupamnc1386
@anupamnc1386 3 жыл бұрын
So beautiful good music
@rudrasinghkoch8289
@rudrasinghkoch8289 3 жыл бұрын
mor biyato aijur band party ke nimontron krb lgb ro😁😁💃💃💃💃💃
@mukutbaruah2016
@mukutbaruah2016 3 жыл бұрын
Happy new year
@nakuldeka184
@nakuldeka184 3 жыл бұрын
Very nice 👌 beautiful
@deepmoniborah2625
@deepmoniborah2625 3 жыл бұрын
Hosa ke bohut bhal hoise. Aru agg bahi Jaouk apunaluk. Axibaad thakil apunalukoloi Mur falor pora
@rishabhborah5347
@rishabhborah5347 3 жыл бұрын
Very very nice
@jayantakalitabdsgovt.hssch4534
@jayantakalitabdsgovt.hssch4534 3 жыл бұрын
The velocity of the circulation of my blood becomes 120km/hr after watching this 🔥🔥🔥🔥🔥🔥
@breadbon1610
@breadbon1610 2 жыл бұрын
😂
@breadbon1610
@breadbon1610 2 жыл бұрын
Baajna bajao
@subarnasarma9524
@subarnasarma9524 Жыл бұрын
An'll
@narayansarma6965
@narayansarma6965 Жыл бұрын
Real culture,go,ahead
@dipudeka5108
@dipudeka5108 3 жыл бұрын
Very nice
@digantadas9290
@digantadas9290 3 жыл бұрын
God bless you 🙏
@rajukalita7417
@rajukalita7417 3 жыл бұрын
Mojaa
@sanjibasm3898
@sanjibasm3898 2 жыл бұрын
Very nice congratulations
@dhanjitbaishya1998
@dhanjitbaishya1998 3 жыл бұрын
Biyat Band Party ru Tamul main🔥🔥🔥
@putulkalita3115
@putulkalita3115 2 жыл бұрын
সকলোটিলৈ বহুত বহুত ধন্যবাদ থাকিল ।
@jekismani
@jekismani 2 жыл бұрын
What a intelligence
@jayanta5182
@jayanta5182 2 жыл бұрын
Long live band party. Best wishes to all the performers
@dipenaxom9211
@dipenaxom9211 3 жыл бұрын
Nice bandparty group
@dandirammedhi4592
@dandirammedhi4592 2 жыл бұрын
No
@durgabaro2900
@durgabaro2900 3 жыл бұрын
Best performance thanks
@anamikadas6575
@anamikadas6575 3 жыл бұрын
Wow... dhoniya lagise
@raniburagohain5270
@raniburagohain5270 3 жыл бұрын
Bhut dhunia. Bhal lagil huni. Aedore hunibo paam buli akha korilu
@tangkadahal1961
@tangkadahal1961 2 жыл бұрын
বজানা বজোৱা সকলোকে ধন্যবাদ কেতিয়াবা নেপালি গান বজাই দিলে শুনি ভাল লাগিলে হেতেন,
@babitatalukdar8541
@babitatalukdar8541 3 жыл бұрын
Thank you ganesh band. Party go ahead
@bapdas1671
@bapdas1671 3 жыл бұрын
❤️❤️❤️❤️❤️❤️❤️❤️
@user-ob6ml9py8k
@user-ob6ml9py8k 5 ай бұрын
Excellent performance ,best of luck,😅😅😅😅,best wishes, forwarding,,,,,,,,,,,,😅
@jharnabora8388
@jharnabora8388 2 жыл бұрын
sundur ❤❤❤
@debajitrock
@debajitrock 3 жыл бұрын
𝐷𝑎𝑟𝑟𝑎𝑛𝑔 ....😍😍😍
@maheswarnath7059
@maheswarnath7059 3 жыл бұрын
great job 🙏🙏🙏🙏🙏🙏🙏🙏.
@user-ne2vh8jk4x
@user-ne2vh8jk4x 6 ай бұрын
Bahut bahut dhanyawad
@user-qt2xn7eu6k
@user-qt2xn7eu6k 5 ай бұрын
Bhut Val lagil❤
@probindas5084
@probindas5084 2 жыл бұрын
Majja ligha dia🙏
@rajensingh1404
@rajensingh1404 2 жыл бұрын
Beautiful
@bornillifestyle
@bornillifestyle 7 күн бұрын
জয় আই অসম ❤❤
@bhaskarmedhi1307
@bhaskarmedhi1307 3 жыл бұрын
Mojaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaa
@tapandeka7753
@tapandeka7753 3 жыл бұрын
Borhiya 👍👍👍❤️ ❤️❤️🙏 🙏🙏👌👌👌
@probirdutta2790
@probirdutta2790 2 жыл бұрын
মোৰ ফালৰপৰা শুভেচ্ছা জ্ঞাপন কৰিছো কুশলে ৰাখক আগলৈ শুনি বলৈ পাম বুলি আশা কৰিলো
@debangankonwar3042
@debangankonwar3042 3 жыл бұрын
Aaaa mojjja lgsa dai deba ha
@babulalbhaiti8846
@babulalbhaiti8846 3 жыл бұрын
Best super fine Sir KRISHNA KRISHNA
@binudsaikia4709
@binudsaikia4709 3 жыл бұрын
Must
@manashvai96
@manashvai96 3 жыл бұрын
মনোমোহা🤗😍
@narapatihaloi4030
@narapatihaloi4030 3 жыл бұрын
আনলাইক কৰিব লাগিলে হিংসাত কৰিব লাগিব।
@user-yq7wh1bt7p
@user-yq7wh1bt7p 11 ай бұрын
Great job ❤❤❤😮😮
@subhashsut8955
@subhashsut8955 2 жыл бұрын
Best .of .lacks very nice
@S.M.8439
@S.M.8439 3 жыл бұрын
best.
@LalitChDas-fj4lt
@LalitChDas-fj4lt Жыл бұрын
Great magic at your band music
SCHOOLBOY. Последняя часть🤓
00:15
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 12 МЛН
phoolon sa chehra Tera // viral song / band party cover .
5:01
pranjal saikia musical
Рет қаралды 101 М.
Koi nidiya kiyo papon song
4:44
Bisnhu Jyoti bend party
Рет қаралды 589 М.