No video

যোৰহাটৰ জুমনৰ কণ্ঠত বিয়া নাম, ৰৌতাৰ জুনৰ বাঁহীত মন পৰশা সুৰ।

  Рет қаралды 1,056,798

DY365

DY365

Күн бұрын

এটাৰ পিছত এটা সুন্দৰ যোৰানাম || Biya Naam || 2022 || Jumon Bora || joon Gogoi
জুমনৰ কণ্ঠত বিয়া নামেই নহয় এটাৰ পিছত এটা সুন্দৰ যোৰানাম। DYৰ মজিয়াত জুন-জুমনৰ এক সুন্দৰ অনুষ্ঠান। স্নিগ্ধাশিখাৰ সৈতে ‘সংলাপ’।
JUMAN BORA // JOON GOGOI
#biyanaam
#sanglap
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 783
@sanjibhazarika608
@sanjibhazarika608 Ай бұрын
জাতিটোৰ শিপা ডাল ধৰি ৰখাৰ চেষ্টা কৰিছা। বহুত বহুত শুভেচ্ছা জনালো।
@swapnabardoloi1210
@swapnabardoloi1210 Ай бұрын
ইমান ধুনীয়া বিয়া নাম আৰু জুমণৰ মাত ইমান মিঠা সঁচাকৈ সুন্দৰ তুমি আগুৱাই যোৱা চকুৰ পানী ওলাই গল, God bless you ❤
@Rosie_4_shinx
@Rosie_4_shinx 9 ай бұрын
আবেগিক হৈ পৰিলোঁ😢,জুমন আগুৱাই যোৱা,ময়ো যোৰহাটৰ জীয়াৰী আৰু যোৰহাটৰে বোৱাৰী,জুমন আমাৰ গৌৰৱ❤❤
@gurubayan8370
@gurubayan8370 8 ай бұрын
কি যে অনুপম!! আৰু আগুৱাই যোৱাটো কামনা কৰিছোঁ
@munmihazarika779
@munmihazarika779 Жыл бұрын
হয় জুমন, তোমাৰ বিয়া নাম বৰ্তমান সময়ত এক আদৰ্শ। মই কিন্তু বিয়া নাম বহুত ভাল পাও। জুমনৰ জৰিয়তে বৰ্তমান সময়ৰ যুৱক/ যুৱতী সকলক সচেতন কৰি তোলক। তাৰ কামনাৰে জুমনলৈ ধন্যবাদ তথা অভিনন্দন জনালোঁ।
@majanihandique8090
@majanihandique8090 Жыл бұрын
জুমন তোমাৰ বিয়া নাম ইমান সুন্দৰ আৰু আগবাঢ়ি যোৱা আশীৰ্বাদ থাকিল তোমালৈ ।
@user-kq5kb9co3b
@user-kq5kb9co3b 7 ай бұрын
I am satisfied on your BIYA NAAM.. God bless u and u always be happy.....
@tasrinrahman9642
@tasrinrahman9642 Ай бұрын
বাঁহী টোৰ scale টো অলপ ওপৰত ল'ব লাগিছিল। ইমান সুন্দৰ বিয়া নাম।জুমনৰ কন্ঠ অতি সুন্দৰ।❤❤❤
@diptihandique5132
@diptihandique5132 Жыл бұрын
ধন্যবাদ জুমণ যিসময়ত অসমৰ অসমীয়া নাৰীয়ে নিজৰ পৰিচয় বিয়া নাম গাবলৈ এৰিছে সেইসময়ত তোমাৰ এই কামত ম ই বৰ সুখি । মোৰ লিখা বিয়ানামৰ কিতাপ এখন তোমালৈ আগবঢ়ালোঁ।
@RamenBaishya-do2du
@RamenBaishya-do2du Жыл бұрын
dihanam
@MoranorDeka
@MoranorDeka Ай бұрын
সঁচাকৈ আবেগিক হৈ পৰিলো 😢 মোৰ বাইদেউ বিয়া দিনটো লৈ মনত পৰি গ'ল 😪
@kishordas4870
@kishordas4870 Жыл бұрын
জুমন মই ভাবো যে তোমাৰ কণ্ঠত বাজি উঠা হৃদয় চুই যোৱা বিয়া গীত বাঁহ জুমন বাঁহ তুমি আমাৰ আদৰ্শৰ সম্পদ ।
@protivamohanta1572
@protivamohanta1572 Жыл бұрын
বিয়া নাম বুলি ক'লে বহুত দুখ লাগে 😭😭 তোমাৰ কন্ঠত শুলিলে আৰু বেছি দুখ লাগে 😭তোমাৰ কন্ঠৰ বিয়া নাম বুৰ আবেগ দেখা পাওঁ ।কিন্তু তোমাৰ বিয়া নাম বুৰ শুনিলে শুনি থাকিব মন যায়। আগলৈ আৰু শুনিবলৈ আশা বাদী বহুত ❤️❤️❤️
@amulyaKalita-uv4pe
@amulyaKalita-uv4pe 10 ай бұрын
BIA NAM ANIMA CHOUDHARY AUDIO SONG AJI MAIL VOICE MOI 5 NOHAI 6 STAR AVO ❤❤ MANCHA BULI KOLE BIHU MANCHALE ANIB LAGE SHARAIGHATOLE
@rubigogoi2299
@rubigogoi2299 11 ай бұрын
জুমন তোমাৰ বিয়া নাম শুনি কান্দি গলো তোমাৰ ভবিষ্যত উজ্জ্বল হওঁক তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ❤❤
@savitadevee2892
@savitadevee2892 Жыл бұрын
ঔ গছৰ কোমল কুঁহি ভাটো পৰি খায় ভাটো পৰি খায় মা দেউতাৰ চকুৰ মণি লোকে লৈ যায় । বহুত ভাল লাগিল। ❤
@DevajitGogoi-vh1lr
@DevajitGogoi-vh1lr Ай бұрын
বহুত বহুত avinondon নমস্কাৰ ধুনীয়া কণ্ঠ
@sanjibpegu5834
@sanjibpegu5834 11 ай бұрын
জুমন তুমি অনন্য, বহুত বহুত মৰম আৰু আশীৰ্বাদ কৰিছোঁ সদায় সকলোৰে মৰমৰ পাএ হোৱা আৰু আগুৱাই যোৱা। ভৱিষ্যত উজ্বল কামনা কৰিলোঁ।
@jayatinialisivasagar2094
@jayatinialisivasagar2094 9 ай бұрын
ইমান ধুনীয়া কণ্ঠ, তোমাৰ আবেগ ভৰা বিয়া নাম বিলাক শুনি কান্দি ওঠিলো জুমন
@user-jv4yd8uc2d
@user-jv4yd8uc2d 9 ай бұрын
সুন্দৰ কন্ঠ দাদা আগবাঢ়ি যোৱা এনেকৈই
@pranabbhagawati3174
@pranabbhagawati3174 11 ай бұрын
ইমান ধুনীয়া কণ্ঠ।
@atuldeka.6476
@atuldeka.6476 25 күн бұрын
Moor iman val lagil st di dilu. Juman tumi aguyai joya. ❤❤❤
@NRabha755
@NRabha755 Жыл бұрын
বহুত ভাল লাগীল জুমন তুমি সদাই আগুৱাই যোৱা
@paporiborah1143
@paporiborah1143 9 ай бұрын
জুুমন তোমাৰ। কঠত বাজি উঠা হৃদয় চুই। যোৱা বিয়া গীত তুমি আদশৰ সম্পদ 👍👍👍
@tarulatadsingh5997
@tarulatadsingh5997 8 ай бұрын
Good
@user-uw2ni5rm2j
@user-uw2ni5rm2j 7 ай бұрын
​@@tarulatadsingh5997😊❤ ki ni
@pronitaneog9997
@pronitaneog9997 11 ай бұрын
অতি সুন্দৰ জুমন, চকুৱেদি লোতক বাগৰি গল কব নোৱাৰাকৈয়ে😪 এয়াই ছোৱালীৰ জীৱন । তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ।
@sunilkrnath7443
@sunilkrnath7443 Жыл бұрын
বিয়া নাম শুনিলেই মই বৰ আবেগিক হৈ পৰো । বৰ সুন্দৰ গাইছা জুমন ।
@user-hm3lr6bq1y
@user-hm3lr6bq1y Ай бұрын
Jumon amar gourob....moi jorhat r hoi...... Aguai jua.....❤️👍👍👍
@binamudoi6151
@binamudoi6151 Жыл бұрын
বহুত ধোনিয়া লাগিল । ধন্যবাদ 👍🙏🙏👌👌👌
@lakhyahiragohain2011
@lakhyahiragohain2011 Жыл бұрын
সচাঁ ই বৰ সুন্দৰ।মন চুই গ'ল ❤❤
@RobinSaikia-z8n
@RobinSaikia-z8n Ай бұрын
সুন্দৰ কণ্ঠ গৰাকি তুমি bro ❤❤❤❤❤
@SamlalSatnami
@SamlalSatnami Ай бұрын
Bohut bohut bhal lagi se dada
@nirjugogoi2832
@nirjugogoi2832 Жыл бұрын
জুমনৰ বিয়া নাম শুনি চকুপানী ওলাবলৈ ধৰিলে, আশিবাদ কৰিছো আৰু আগবাঢ়ি যোৱা ঈশ্বৰে মংগল কৰক ❤❤❤
@ushasharma4499
@ushasharma4499 9 ай бұрын
😢😂😢❤
@user-br2ny4ge8g
@user-br2ny4ge8g Ай бұрын
বহুত ভাল লাগিছে
@ripugohain9384
@ripugohain9384 Ай бұрын
Wonderful superb bro jati Maan rakhisa tumi
@pranjitdeka7452
@pranjitdeka7452 14 күн бұрын
বহুত ধুনিয়া
@swapnagogoi8702
@swapnagogoi8702 9 ай бұрын
Bohut bhal hoise namoti gorakir konthotu sundor Krishna sundor podokhyap ashirbad korisu bohut agbarhi jua oshomiyar krishtry jiyai rokhat orihona jugabo
@HemantaPrasantaBora
@HemantaPrasantaBora 11 ай бұрын
❤❤যোমণ। বিয়া নামেৰেই আবেগৰ যোৱাৰ আৰু সেই আবগে মিলনৰ‌ ‌ বান্ধোনৰ জৰি কতকতি‌য়া‌ কৰি তোলে।। সেই য়া‌‌তোমাৰ ‌কনঠথ
@sumigogoi-pq4ii
@sumigogoi-pq4ii 4 ай бұрын
Bhut vl lgil
@monjuriborthakur2114
@monjuriborthakur2114 Жыл бұрын
অতি সুন্দৰ কন্ঠ জুমন, তুমি আমাৰ অসমীয়া সমাজৰ পৰা লোপ পাব ধৰা বিয়ানাম সমূহ সুৰীয়া কন্ঠেৰে গাই খহি পৰাৰ পৰা উদ্ধাৰ কৰি ধৰি ৰাখিছা | তুমি এনেদৰেই আগলৈ আগুৱাই যোৱাৰ আন্তৰিক শুভ কামনা কৰিলোঁ |
@user-tq6bv3vi3z
@user-tq6bv3vi3z 10 ай бұрын
জুমনৰ উজ্জ’ল ভবিষ্যত কামনা কৰিলো ৷
@LatugogoiGogoi
@LatugogoiGogoi 3 ай бұрын
Eman dhunia hur❤❤
@luijiranigogoi2462
@luijiranigogoi2462 Ай бұрын
agbahi jawk dada ...bor dhuniya hoise..jorhat r buli Jani bohut vl lagise...👌👌👌
@saminkalita4772
@saminkalita4772 Жыл бұрын
বহুত বহুত ধুনীয়া ৷ ইয়াতকৈ আৰু ধুনীয়াকৈ কোনোৱে গাৱ নোৱাৰে দাদা
@pampyvlogs4152
@pampyvlogs4152 Жыл бұрын
ইমান ধুনীয়া কণ্ঠ😊 শুনিলে শুনি থাকিবৰ মন যায়😊 কন্দুৱাই দিলা অ😢😢
@prianshreevlogs5380
@prianshreevlogs5380 9 ай бұрын
Xundor
@prianchigogoi9168
@prianchigogoi9168 Жыл бұрын
অতি সুন্দৰ তুমাৰ বিয়া নামৰ সুৰ জুমন বহুত ভাল লাগিল তুমাৰ বিয়াৰ নাম শুনি মোৰ হদয চুই গল জুমন বহুত বহুত ধন্যবাদ থাকিল ।
@jesminbegum4609
@jesminbegum4609 9 ай бұрын
Bohut bohut val lagise❤
@supmihatiboruah9408
@supmihatiboruah9408 11 ай бұрын
কন্দুৱাই দিলা অ জুমন😢😢 আগুৱাই যোৱা তুমি।
@golapisaikia9982
@golapisaikia9982 6 ай бұрын
জুমন সচাঁকৈয়ে তোমাৰ কনণ্ঠত বহুত ৰসাল ' মৌৰ ৰস আৰু সুন্দৰ জিপাল হৈ উঠক তোমাৰ ভবিষ্যৎ উজ্বল কামনা কৰিলো নেদেশা জনৰ উচৰত 👌👌👌👌👍👍👍❤🙌🙌
@heerasvlogs4231
@heerasvlogs4231 Жыл бұрын
তোমাৰ বিয়া নামবোৰ শুনিলে শুনি থাকিবৰ মন যায় ,বৰ সুন্দৰ গাইছা ভাইটি ❤
@baijayantibarman511
@baijayantibarman511 Жыл бұрын
Bhal lagise tumi bhale thakiba
@paraggohain3086
@paraggohain3086 Жыл бұрын
@@baijayantibarman511 l l l lol free little l no yl good yl veer
@user-yw3ul1eg5q
@user-yw3ul1eg5q Жыл бұрын
Very nice.
@user-fd1by7ev9g
@user-fd1by7ev9g 11 ай бұрын
😂
@MainuBorah-bv4mu
@MainuBorah-bv4mu 7 ай бұрын
Moja
@user-xs9rp9zi3h
@user-xs9rp9zi3h 9 ай бұрын
ইমান সুন্দৰ কণ্ঠ ।আগবাঢ়ি যোৱা জুমন ।
@monjyotidas2750
@monjyotidas2750 11 ай бұрын
সঁচাই তোমাৰ কণ্ঠ ঈশ্বৰৰ দান... আগবাঢ়ি যোৱা 🙏
@user-tu2do7it2s
@user-tu2do7it2s 9 ай бұрын
বিয়া নামে যুগ্ম জীৱনৰ দায়িত্ব আৰু কৰ্তব্য শিকাই।সুন্দৰ উপস্থাপন।
@runukalita4427
@runukalita4427 Жыл бұрын
Bht bht dhuniya gaisa juman .... Ru agoloi aag barhi jua .... God bless you
@user-xh9yt5ls4j
@user-xh9yt5ls4j Ай бұрын
Jumon agbahi juwa aru tumr lgt bahi bojai hohojuk kora junoku thnk u jonaisu bohut dhuniya gaisa tumi hodai aguwai juwa .tumr biya nam hunile huni thkibo mon jai .vgobanr usrt parthona korisu jen tumi hdai dhuniya dhuniyake gai juwa agbahi juwa .moi jorhtr hoi.tumi amr gourob.....
@jayantadas-bl8qz
@jayantadas-bl8qz Ай бұрын
Bohut val
@DhrubaRabha-pw5xl
@DhrubaRabha-pw5xl Ай бұрын
❤❤❤bhuhut val lagil dei
@Rosie_4_shinx
@Rosie_4_shinx 9 ай бұрын
স্নীগ্ধা বাৰ কথাখিনি সঁচাকৈ বৰ মোহনীয়া,শুনিলে শুনি থাকিবৰ মন যায়
@pulakdas6054
@pulakdas6054 Ай бұрын
So nice. God bless you. Go ahed.
@jayantaneog4122
@jayantaneog4122 Жыл бұрын
বহুত বহুত ভাল লাগিল। কৃতজ্ঞতা জ্ঞাপন কৰিলো।
@khanindas4586
@khanindas4586 22 күн бұрын
Beutiful❤❤❤❤song❤❤❤❤guman
@user-bh3kb8zy6o
@user-bh3kb8zy6o 11 ай бұрын
❤really incredible Juman ❤🎉
@BhoniBhoni-yu5iq
@BhoniBhoni-yu5iq 15 күн бұрын
মজা❤️❤️
@GitikaKalita-bw2om
@GitikaKalita-bw2om Ай бұрын
Tumar bia nam xuni bhut bhal lagil.tumi notun prajanamar ajan bhal lora ❤❤tumi anekoi a gai juwa asha krilu
@simarjitkour7855
@simarjitkour7855 Жыл бұрын
আবেগিক কৰি দিলা😢শুভেচ্ছা জনাইছো প্রতিটো পলৰ বাবে ....
@user-uv6oh6oe8j
@user-uv6oh6oe8j 10 ай бұрын
Bohut Bohut Val Lagesa 👍👍( From Punjab )
@PronatiNeog-kk2uy
@PronatiNeog-kk2uy 9 ай бұрын
Bohut bohut Val lagise. Mur deha mon sui goise
@krishnaduwara1778
@krishnaduwara1778 Жыл бұрын
Tumar biya nam gutai din hunileu amoni nalage Jumon ❤ . Moi hodai huni thaku 😊 . Love from Arunachal Pradesh ❤❤❤
@mrinalchsarma8586
@mrinalchsarma8586 5 ай бұрын
বহুত বহুত ধন্যবাদ জুমন । আমাৰ সংস্কৃতিত বিয়ানাম এটা অংগ তাক জীয়াই ৰখা আমাৰ সকলোরে কর্তব্য ।
@gunojitdas3391
@gunojitdas3391 20 күн бұрын
Oti sundor
@digantadas6023
@digantadas6023 11 ай бұрын
সচাই বহুত হৃদয় চুই গল ❤
@Kamakshi487
@Kamakshi487 Ай бұрын
So nice l am very happy god bless you
@DhontiSaikia-i9n
@DhontiSaikia-i9n Ай бұрын
Bahut dhunia hunie amonie nolaga
@rumibhagabati2849
@rumibhagabati2849 25 күн бұрын
জুমনলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। অসমীয়া লোক সংগীতৰ এই দিনটো জীয়াই ৰাখিবলৈ অনুৰোধ জনালোঁ।
@safikarrahman478
@safikarrahman478 4 ай бұрын
Outstanding.
@arupjyoti1222
@arupjyoti1222 8 ай бұрын
সময়ৰ সোঁতত হেৰাই যাব খোজা বিয়া নাম সমুহ অসমৰ চুকে - কোনে বিচাৰি আপোনাৰ সুমধুৰ , অনন্য কণ্ঠত জীয়াই তোলে যেন ! সঁচাই অতি সুন্দৰ । শুভকামনা জনালোঁ । আপোনৰ এই যাত্ৰাই যেন হীমাদ্ৰীৰ শীৰ্ষ চুই যাওক ।
@RitaMoniGogoi-tl5gq
@RitaMoniGogoi-tl5gq 2 ай бұрын
Nice voice 👌 😊
@BijaysCreation
@BijaysCreation 11 күн бұрын
শুভেচ্ছা থাকিল তোমালৈ
@sabitrisvlog721
@sabitrisvlog721 Жыл бұрын
ভাল লাগিছে ভিডিঅ'টি চাই।বিয়া গীত ক সন্মান জনাইছোঁ। বাইদেউ আপোনাৰ কথাবোৰ বৰ ভাল লাগিছে 🙏🙏🙏 ইমান ধুনীয়া কৈ বিয়া গীত ক আদিৰ জুনৰ লগত কথা পাতি আমাৰ ৰাইজক বিলাই দিছে জুনৰ বিয়া গীতত সুন্দৰ লাগিছে 🙏🙏🙏🎉🙏🎉🎉🙏
@anandakakati1521
@anandakakati1521 Ай бұрын
Thanks jumn and june
@user-fj6vx6lf3r
@user-fj6vx6lf3r 7 ай бұрын
Bahut bahut dhanya bat
@cheniramrajkhowa8323
@cheniramrajkhowa8323 Жыл бұрын
সুন্দৰ হৈছে জুমন ।
@hemantahazarika9715
@hemantahazarika9715 Ай бұрын
এটা ভাল অনুষ্ঠান চালো, যিটো আমনি নালাগিল, সচাঁই কৈছো আমি ইমান চহকী, ইমান সুন্দৰ সমাহাৰ আছে আমাৰ, বিয়ানাম, নিচুকণী গীত , বন গীত মোৰ অতিকে প্ৰিয়, নৱম শ্ৰেণীত পঢ়ি থাকোঁতে মই বিয়ানাম প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছিলো, মোৰ মাই খুবেই জানে বিয়ানাম, চেষ্টা কৰি আছো পুৰনি বিয়ানামৰ এটি নিপুন এলবাম কৰি ৰাইজক উপহাৰ দিয়াৰ, সংযোজন আৰু সংগ্ৰহ কৰি আছো, চুমনৰ সৈতে এদিন কৰিম এইটো কাম,
@SaikiasmitbSmiti
@SaikiasmitbSmiti Ай бұрын
Hi
@bhabakantanath
@bhabakantanath Жыл бұрын
চকুৰ পানী ৰোধ কৰিব নোৱাৰিলোঁ। আপুনি জনমানসত জনপ্ৰিয় হৈ থাকক। উজ্জ্বল আৰু দীৰ্ঘায়ু কামনাৰে ভৱিষ্যত উন্নতি কামনা কৰিলোঁ।
@SumuGogoi-sg6nk
@SumuGogoi-sg6nk 4 ай бұрын
0000pp0x
@masumvlogs7003
@masumvlogs7003 Жыл бұрын
ইমান ধুনীয়া গাইছা শুনিলে শুনিবলৈ মন গই থাকে আগবাঢ়ি যোৱা তুমি আখিৱাদ কৰিছো ❤❤❤❤❤❤
@ushatamuli602
@ushatamuli602 Жыл бұрын
জুমন তোমাৰ কণ্ঠত বিয়া নাম যিমান শুনো সিমান মোৰ বাহি বিয়াৰ দিনা ঘৰৰ পৰা ওলাই অহা সময় খিনিলৈ মনত পৰে আৰু কান্দি উঠো আৰু দাদা ভাইটিয়ে কেনেদৰে কান্দি কব নোৱাৰা হৈ যোৱা দৃশ্যটো মনত আহে । তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ
@ParikhitBharali
@ParikhitBharali 4 ай бұрын
Jorhatar juman aru Rowtar Joon Asomar gourab
@rimjimsonowal
@rimjimsonowal 7 ай бұрын
Bahut val lagil Suman .
@user-wi9oe1tm5q
@user-wi9oe1tm5q 9 ай бұрын
সুন্দৰ❤।মন চুই গল।
@ridipgoswami95
@ridipgoswami95 Жыл бұрын
লৰা মানুহে ইমান ধুনীয়াকৈ গাইছে আবেগিক হৈ গলু ।
@bilakhiygowala8347
@bilakhiygowala8347 4 ай бұрын
Hundor
@jitudas5911
@jitudas5911 24 күн бұрын
emotional song proud of our assam
@Samarrabha-cn2eo
@Samarrabha-cn2eo 2 ай бұрын
bohut bohut val lagil nice❤❤🙏🙏🔥🔥
@user-gz7gl8vu7r
@user-gz7gl8vu7r 2 ай бұрын
Loko song skreitiloppabamnidile hayn-anedaceaneethanpati Dark Khakareagat prasar Karak Dhyanabad❤❤❤❤❤
@shillongteernumber8109
@shillongteernumber8109 6 ай бұрын
Val lage dei
@user-ep4wv4qu7k
@user-ep4wv4qu7k 11 ай бұрын
Khub bhal lagil ❤😊🎉
@Education-k-n5t
@Education-k-n5t Ай бұрын
বহু পলমকৈ তোমালৈ আন্তৰিক শুভেচ্ছা জনালোঁ এইকাৰণে আমাৰ বৰ্তমানৰ অসমীয়া জাতি যি ভাষা ৰক্ষাৰ কথা কয় কিন্তু, নিজৰ শিশুটিক দেউতাৰ সলনি পাপা বুলি কবলৈ শিকায় , তাৰ‌ ব্যতিক্ৰম হিচাপে তোমাৰ বিষয়বস্তু, প্ৰকৃততেই উচ্চ প্ৰশংসনীয় জীৱনৰ পাতত জিলিকি থাকা আৰু আনকো পোহৰ বিলাবলৈ অনুৰোধ জনালোঁ ❤❤।
@Shivam_4you
@Shivam_4you 8 ай бұрын
Absolutely fantastic. Great voice ❤
@amiyagohain3733
@amiyagohain3733 11 ай бұрын
Very good, keep it up. Thank you.
@manasduarah1879
@manasduarah1879 6 ай бұрын
Ki kontho😮❤😍😍
@dilipkumardas9329
@dilipkumardas9329 Жыл бұрын
বোপাই তুমি মোক চকুলো টুবালা তুমাৰ বিয়াৰ নামৰ শুনি মই কেই মান হল মোৰ ছোৱালী জনীক বিয়া দিয়া শুভেচ্ছা থাকিল তুমাৰ ভবিষ্যতে উজ্জ্বল কামনা কৰিলো
@manashpratimdeka3622
@manashpratimdeka3622 9 ай бұрын
Khundar bahut bhal lagesi 😊
@rontudutta2799
@rontudutta2799 Жыл бұрын
বহুত বহুত ধুনীয়া লাগিছে। তুমালৈ বহুত বহুত মৰম থাকিল। তুমি সদাই আগুৱাই যোৱা। God bless you n love you jumon
@minotigogoi7078
@minotigogoi7078 11 ай бұрын
,, তোমাৰ বিয়া নাম শোনি ভাল লাগিল আৰু দুশত গাৰু তিতিল ৰাতি তিনিতা বজাত হাপাই মবাতুচালু চাই ইওতিবত তোমাৰ বিয়া নাম
@t2creatorofficial909
@t2creatorofficial909 Ай бұрын
Bhut din dhori songtu bisari ashilu atiyahey paisu bhut vl lgise❤❤❤
Люблю детей 💕💕💕🥰 #aminkavitaminka #aminokka #miminka #дети
00:24
Аминка Витаминка
Рет қаралды 1,2 МЛН
SPONGEBOB POWER-UPS IN BRAWL STARS!!!
08:35
Brawl Stars
Рет қаралды 24 МЛН
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 118 МЛН
Adarer Buwari || Biyanaam || Assamese Wedding Song || JG's
48:02
#বিয়া নাম#এবাৰ শুনি চাওক#
10:05
Люблю детей 💕💕💕🥰 #aminkavitaminka #aminokka #miminka #дети
00:24
Аминка Витаминка
Рет қаралды 1,2 МЛН