'মুখ বান্ধি ৰাখে, বাথৰুমলৈ যাওতেও লগত মানুহ যায়'- অসমীয়া যুৱতীৰ বিননি

  Рет қаралды 1,437,491

DY365

DY365

Күн бұрын

'মুখ বান্ধি ৰাখে, বাথৰুমলৈ যাওতেও লগত মানুহ যায়'। হাৰিয়ানাত এনেদৰেই বলপূৰ্বক বিয়া পতা হয় অসমীয়া যুৱতীক। সহজ সৰল অসমীয়া যুৱতী-বোৱাৰীৰ হাৰিয়ানাত দাম মাত্ৰ ডেৰ লাখ টকা। হাৰিয়ানাত ছোৱালীৰ সংখ্য়া কম বাবে অসমৰ যুৱতীৰ লগত কেনে অত্যাচাৰ কৰা হয়, শুনিলে আচৰিত হ'ব। কোনোমতে জীৱন বচাই পলাই আহিবলৈ সক্ষম হোৱা এগৰাকী মহিলা DY365ৰ ষ্টুডিঅ'ত। লগত উপস্থিত দিল্লী আৰক্ষীৰ উত্তৰ পূৱৰ প্ৰতিনিধি গীতাশ্ৰী ভুঞা নিৰুলা।
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 333
@funusenapoti9220
@funusenapoti9220 Жыл бұрын
গীতাশ্ৰী বাইদেউক বহুত বহুত ধন্যবাদ জনাইছো। আপুনি ঠিক কথাই কৈছে যে অসমৰ কিছু কিছু ঠাইত সচাঁকৈ কাউন্সিলিং কৰিব লাগে আৰু সৰু সৰু গাওঁ বিলাকত আৰ্থিক অভাৱৰ বাবে এনেহেন যুবতী সকলক বিপদৰ সন্মুখীন হোৱা দেখা গৈছে ।
@Riya10915
@Riya10915 Жыл бұрын
Right 👍
@khaledabegum5601
@khaledabegum5601 Жыл бұрын
বাইদেউ অসমত কিবা কাম কৰাৰ সুবিধা কৰি দিয়ে যেন আমাৰ দুখীয়া মহিলা সকলক। ধন্যবাদ বাইদেউ। এতিয়া আমাৰ অসমতেই হাৰিয়ানা হৈ আছে।
@rupjyotigogoi8413
@rupjyotigogoi8413 Жыл бұрын
অসমৰ ছোৱালীক এইদৰে পলোভন দি নিৱা সকলক একাউণ্টাৰ কৰক চৰকাৰে । অসমৰ ছোৱালী অন্য ৰাজ্য লৈ কাৰোবাৰ ‌দায়িতয়ত যাব লগীয়া হ'লে আগতীয়াকৈ অসম চৰকাৰৰ পৰা অনুমতি লোৱা ব্যৱস্থা কৰক।
@kiransharmah
@kiransharmah 4 ай бұрын
ডাডা আপোনালৈ বহুত বহুত ধন্যবাদ কাৰণ এনেকুৱা এটা ভিডিঅ বনাই দিলে তাৰবাবে বহুত সতক" হব। গতিকে আপোনালৈ ধন্যবাদ থাকিল ।
@monujdeka7383
@monujdeka7383 Жыл бұрын
বাইদেউ আপোনাক অশেষ ধন্যবাদ। লগতে এই কথা বিলাক আমাৰ মাননীয় মুখ্য মন্ত্রী মহোদয়ৰ দৃষ্টিগোচৰ হোৱাটো দৰকাৰ। মহোদয়ে , হাৰিয়ানাৰ দৰে অন্য ৰাজ্যৰ তেনেকুৱা পাশনদ্ বিলাকক কঠোৰতকৈ কঠোৰ শাস্তিৰ দিয়ক ।
@ajitkumarbhattacharyya2951
@ajitkumarbhattacharyya2951 Жыл бұрын
j
@ShikhuramBorah-nh9vm
@ShikhuramBorah-nh9vm Жыл бұрын
❤❤❤❤❤
@ikondas8254
@ikondas8254 11 ай бұрын
গিতা ববাইদেউ বুহুত বুহুত ধন্য বাদ 👌👍
@junsaikia6521
@junsaikia6521 Жыл бұрын
মানু্হ টোৰ নাম, গাওঁ,জিলা সকলো উল্লেখ কৰি দিব লাগে নহলে আকৌ কোনোবা ছোৱালী বা বোৱাৰী তাৰ জালত ফচিব। এনেও দূৰ ঠাইলৈ যাবলৈ হলে সকলোৰে লগত আলোচনা কৰি লোৱাটো ভাল। এই ক্ষেত্ৰত মাইকী মানুহজনী ও অলপ দুখ থাকে যেন লাগে।
@SuheliLaskar-qj2du
@SuheliLaskar-qj2du Жыл бұрын
Thanks for Recovery........Team...This is one of the indicator of Socio.. Economic development....of Assam ....????
@gitamonikujur4173
@gitamonikujur4173 Жыл бұрын
বহুত বহুত ধন্যবাদ বাইদেউ
@mrrajboro4270
@mrrajboro4270 Жыл бұрын
বাইদেউ আপোনালৈ অশেষ ধন্যবাদ 🙏🙏🙏
@rumimahanta1744
@rumimahanta1744 Жыл бұрын
গীতা বাইদেউক বহুত ধন্যবাদ। ইমান ডাঙৰ ভাল কাম কৰিছে
@rajibmodi4936
@rajibmodi4936 Жыл бұрын
গীতা বাইদেউ বহুত ধন্যবাদ জনালোঁ আপোনাৰ দৰে মানুহ বহুত কম পোৱা যায়।যিজনে নিছে তাক শাস্তি দিয়া উচিত।
@tutumonidoley9008
@tutumonidoley9008 18 күн бұрын
Baido apunar kotatu bohut val lagise dhonyabad
@Dipalikalita-m4m
@Dipalikalita-m4m 5 ай бұрын
বাইদেউ আপোনাক বহুতধন্যবাদ
@nirupoma5935
@nirupoma5935 Жыл бұрын
বাইদেউ আপোনাক অশেষ ধন্যবাদ 🙏 ঈশ্ৱৰে আপোনাক আশীৰ্বাদ কৰক 🙏
@sailendranathdeori7467
@sailendranathdeori7467 Жыл бұрын
Aapunak bahut bahut dhanybad Baidew.
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Salute to Gitashree baa. Go ahead way to your journey. We're support to you. We're proud of you. All the best wishes to Gitashree baa.with regards
@mohinisaloi6623
@mohinisaloi6623 Жыл бұрын
000
@Porishmita163
@Porishmita163 Жыл бұрын
​@@mohinisaloi6623❤bhul
@KhargeswariRongpi
@KhargeswariRongpi Жыл бұрын
​@@Porishmita163😢😢😮😮😢😢❤❤😊
@tulshigogoi7019
@tulshigogoi7019 Жыл бұрын
Very respectful police👮 offers . God bless you? Thanku DY 365 .
@bishnuboruahguti7070
@bishnuboruahguti7070 Жыл бұрын
পিতৃ মাতৃক অৱজ্ঞা কৰি গোপন কৰ্ম কান্দৰ ফল নিজেই ভোগ কৰিব লাগিব এইয়া বাস্তৱ ৰূপ,অচিন কাঠত থোৰা লগোৱা পৰিমাণ,
@debendrabarman2272
@debendrabarman2272 Жыл бұрын
Right
@tileswaryein1295
@tileswaryein1295 9 ай бұрын
ভুঞা বাক বহূত বহূত ধন্যবাদ জনালো।🙏🙏🙏🙏।
@LizaDutta840
@LizaDutta840 Жыл бұрын
Kudos and Respect to Gitashree ma'am for all her effort and wonderful job in saving this girl and many other cases like her ❤
@dr.p.hazarika500
@dr.p.hazarika500 Жыл бұрын
Criminals should be punished severely
@BikashGogoi-vc8hs
@BikashGogoi-vc8hs Жыл бұрын
​@@dr.p.hazarika500 0l
@prabhatkrgogoi8153
@prabhatkrgogoi8153 Жыл бұрын
এইবোৰ কথাৰ বাবেই অভিভাৱকে ছোৱালী বা কন্যা সন্তান বুলি অবজ্ঞাৰ দৃষ্টিৰে চাব নেলাগে আৰু যিমানদূৰ সম্ভৱ পঢ়াশুনা কৰোৱাৰ লগতে বুদ্ধিবৃত্তি বঢ়োৱাৰ ব্যৱস্থা লব লাগে ৷
@ashapurnadas3748
@ashapurnadas3748 Жыл бұрын
Exactly.bohut khetrot parents e bese
@mahendraroy2452
@mahendraroy2452 Жыл бұрын
A5r6. Get e but b.
@MasterCrow591
@MasterCrow591 Жыл бұрын
@@mahendraroy2452 meaning ?
@vaaskarsaikia
@vaaskarsaikia Жыл бұрын
Very well done Geetashri ...Mam..
@gayatribordoloi5437
@gayatribordoloi5437 Жыл бұрын
Tq Geeta mam, "God bless u"❤❤❤🙏🙏
@sanowarabegum4481
@sanowarabegum4481 Жыл бұрын
Baideo bhut bahut dhanywad .
@babulali4857
@babulali4857 Жыл бұрын
হাৰিয়ানাৰ আইন অসুৰক্ষিত নেকি ? কাৰণ কাৰোবাক জোৰকৈ বিয়াত বহুৱাই দিব ,তাকো বিয়া হোৱা ছোৱালী | ইয়াৰ বাবে জগৰীয়া তেওক নিয়া মানুহজন |
@dhritirekhadas2757
@dhritirekhadas2757 Жыл бұрын
আমি বেমাৰ আজাৰতো সহায়কাৰী বিচাৰি নাপাওঁ ৷ কিছুমানৰ নিজৰো ভুল আছে , দুটামান টকা বেছি দিলেই অচিনাকি ঠাইলৈ যাবলৈ কিয় ৰাজি হ’ব লাগে ? 2018 ত মোৰ এটা সৰু অপাৰেচন হৈছিল তেতিয়া মাত্ৰ ৰাতিটো থাকিবলৈ প্ৰতি ৰাতি মহিলা এগৰাকীক 500 টকা কৈ দিছোঁ ৷ যিহেটু প্ৰাইভেট হস্পিতালৰ প্ৰাইভেট কেবিনত আছিলোঁ তাত মহিলাগৰাকীয়ে একো কৰিবলগীয়া নাছিল ৷ সন্ধিয়া আহি টি ভি চাই ৰাতিটো শুই ৰাতিপুৱা গুছি গৈছিল ৷ দিনত মই সাৰে আছিলোঁ আৰু মোৰ আত্মীয়খিনি আছিল ৷
@Bharativloge
@Bharativloge 11 ай бұрын
বাইদেউ আপোনাকো বহুতো ধন্যবাদ
@SoniDaimary-b1e
@SoniDaimary-b1e Жыл бұрын
God bless you❤❤❤
@momidutta1675
@momidutta1675 Жыл бұрын
Apuni bhut bhut val kam krise
@hasinabegum8430
@hasinabegum8430 Жыл бұрын
Thanks madum for your helpness
@abdulmozidmiah1141
@abdulmozidmiah1141 Жыл бұрын
Thank you Gita mam
@Homedaysfun2208
@Homedaysfun2208 Жыл бұрын
Really great work mam
@sewalimahanta9359
@sewalimahanta9359 Жыл бұрын
বাইদেউ আপোনাক অশেষ ধন্যবাদ।
@runuburaguhain6361
@runuburaguhain6361 Жыл бұрын
গীতা বাইদেউ আপোনাক ধন্যবাদ
@dr.p.hazarika500
@dr.p.hazarika500 Жыл бұрын
Salute to Geetashri Bhuyan. People should extend help in your services to helpless. Criminals should be encountered.
@munindradas621
@munindradas621 Жыл бұрын
দৰিদ্ৰতাৰ বাবে বহু মানুহে ভৰন পোষন দিব নোৱাৰে,বান পিৰিত অঞ্চলৰ বহুলোকৰ কন্যা সন্তান বোৰ বাহিৰত বেচি দিয়ে,এই বিষয় বোৰৰ ওপৰত চৰ্চা হোৱা দেখা নাযায়,হিউমেন ট্ৰেফিকিং আজিৰ দিনত এটা ডাঙৰ সমস্যা .চৰকাৰে উচিত পদখেপ লব লাগে .
@hasinabegum8430
@hasinabegum8430 Жыл бұрын
You r good lady
@Manoj4x4
@Manoj4x4 Жыл бұрын
udhar kora khobortu pai bohut val lagil . Jjindabad delhi police . jindabad assam police.
@ratuldeka6266
@ratuldeka6266 Жыл бұрын
Bhut akhmiya sowali bowari ase iyat ki kriba kisuman nije ahe aru kisumank amar asmiya dada baideo hte alp poisar karne iyat bikri kri diye..aru ..Ane dharanr bipdt prile ..mor no phon krib..moi bartaman..hariyanate aso..
@unknown-cn7sf
@unknown-cn7sf Жыл бұрын
@@ratuldeka6266 kela ki je hobo jatitur .....rokhatole gol aru
@vargaviborah3789
@vargaviborah3789 Жыл бұрын
@@ratuldeka6266 90p books yh m
@DipikaBuragohain
@DipikaBuragohain Жыл бұрын
​@@ratuldeka6266we
@MalabyaBasumatary
@MalabyaBasumatary Жыл бұрын
​@@vargaviborah37890l7
@dineshpegu-yt4bj
@dineshpegu-yt4bj Жыл бұрын
good mem apuni thik koisa
@lakhikantasutradhar4474
@lakhikantasutradhar4474 Жыл бұрын
বহুত ভাল লাগিল ধন্যবাদ থাকিল 👍
@khargeswarkalita4630
@khargeswarkalita4630 Жыл бұрын
লোভে পাপ পাপে মৃত্যু, অসমত কাম কৰিব নোৱাৰা মানুহৰ এনে অৱস্থা হোৱাটো নিশ্চিত
@ashapurnadas3748
@ashapurnadas3748 Жыл бұрын
Comment eta dibo r karone olop brain r dorkaar.eiya unemployment r issue nohoi human trafficking r issue hoi..olopman brain use koribo
@ombibarman4244
@ombibarman4244 Жыл бұрын
Mathat mal nai sage .
@jsaikia555
@jsaikia555 Жыл бұрын
সচা কথা কৈছে।নিজৰ বাৰীৰ ঘাঁহে ‌আমোৱালে সেয়ে তেওঁ বিশেষ ঘাঁহ খাবলৈ গৈছিল।
@mamonibora2577
@mamonibora2577 Жыл бұрын
She is really lucky, so could escape. এনেদৰেই আৰু কিমান ছোৱালী বাহিৰত ফচি আছে। govt should act against such crimes
@Rubulkaibarta-tw5mo
@Rubulkaibarta-tw5mo Жыл бұрын
এইবিলাক মানুহক কঠোৰতকৈ‌ কঠোৰ শাস্তি দিব লাগে । তেতিয়াহে অসমৰ ৰাইজে শান্তিত থাকিব পাৰিব ।
@deepjyotygogoi8456
@deepjyotygogoi8456 Жыл бұрын
Good job sister All good
@private_70
@private_70 Жыл бұрын
ভগবানে আপোনাক ভাল কৰক ।
@rajdeep9722
@rajdeep9722 11 ай бұрын
Salute Gitasree baa
@miranali7424
@miranali7424 Жыл бұрын
Thank you so much
@sineswarmoran4006
@sineswarmoran4006 Жыл бұрын
সমনীয়া মানুহে মানুহ বেপাৰী কৰা সকল বেছিদিন সংসাৰত তিস্তিব নোৱাৰে ।
@art_with_hiyan
@art_with_hiyan Жыл бұрын
Great work
@bhabeshdas5757
@bhabeshdas5757 Жыл бұрын
God Bless you
@badanchgogoi8066
@badanchgogoi8066 5 ай бұрын
হাৰিয়ানাৰ মানুহৰ দুখ নাই, যি সকল মানুহে গাঁৱৰ পৰা লৈ যায় হেই সকল টো চিনি পোৱা মানুহ আৰু এই সকল টো গাঁৱৰ মানুহেই হয় আমি এই সকল মানুহকে চিনাক্ত কৰিব লাগে আৰু গাঁৱৰ মানুহ হাৰ্তক হব লাগে।আজি দিনত এইবোৰ হব নালাগে আৰু।
@rahuldoley3505
@rahuldoley3505 Жыл бұрын
প্ৰথম কথা যে তাইৰ স্বামীয়ে দিল্লীলৈ যাবলৈ অনুমতি দিছিল নে নাই, যদি দিয়া নাই তেন্তে তাই সেই মানুহজনৰ লগত লিলিমাই কৰি যোৱা নাই টো
@khargeswarkalita4630
@khargeswarkalita4630 Жыл бұрын
মানুহ জনৰ নাম কব লাগে
@bhupendas3078
@bhupendas3078 Жыл бұрын
Very nice reporting, nice information.
@eyakubali336
@eyakubali336 Жыл бұрын
Gita Mem Thanks .
@priyankahazarika2937
@priyankahazarika2937 Жыл бұрын
salute gitashree baa
@KeshabPanging-s2o
@KeshabPanging-s2o Жыл бұрын
বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ জনালো লগতে আপোনাৰ মোবাইল নাম্বাৰটো দিবচোন।
@pramudsaikia1994
@pramudsaikia1994 Жыл бұрын
Thankyou
@SanjoyDaimari-m1r
@SanjoyDaimari-m1r Жыл бұрын
Jai hind....
@paporigogoi2633
@paporigogoi2633 Жыл бұрын
Gita maam thanku.
@sumeruborpujari2348
@sumeruborpujari2348 Жыл бұрын
🌹🙏 Om shirdi Sai Ram baba help all over world people
@arpondas7642
@arpondas7642 Жыл бұрын
দাদা, মানুহ বিক্ৰেতা জনৰ নাম মুকলি নকৰিলেও এই চেনেলৰ দাৰা গম পাবই । পাব্লিকেহে নাজানিব । যাৰ বাবে বেপাৰী জন পলাবলৈ সুবিধা হ'ব ।
@pinkukalita77
@pinkukalita77 Жыл бұрын
Gitashree ba aponak koti koti dhanyabaad.
@mayamoi7128
@mayamoi7128 Жыл бұрын
Tnq mam mur mote tat hoitu ru anekua bohut suwali humai ase
@jenbhai2156
@jenbhai2156 Жыл бұрын
Good luck
@ranjanduarah828
@ranjanduarah828 Жыл бұрын
Good news
@chandramapathak8243
@chandramapathak8243 Жыл бұрын
Public য়ে যদি সহায় কৰিব পাৰে জনালে ভাল,নিশ্চয় সহায় কৰা মানুহ আছে প্ৰয়োজন গাওঁ বোৰত
@rezarifamanzil2984
@rezarifamanzil2984 Жыл бұрын
Geeta madam Dilse salute ❤❤❤❤
@himashreedeka8052
@himashreedeka8052 Жыл бұрын
Xosai koi Bht dukh Lge 🥺
@riya7730
@riya7730 Жыл бұрын
Aru kimanr lgt hoise enekuwa aru kimanr lgt hbo goi ase...... Eyar usit bebosta hbo lage.. Aru punr enekuwa kam kariboloi xahax nhowa karibo lge 🙏🏽🙂
@thamchidance9847
@thamchidance9847 7 ай бұрын
♥️♥️♥️♥️♥️
@mridusmitachoudhury740
@mridusmitachoudhury740 Жыл бұрын
বিচাৰি পালে যে এইটোৱে বহুত এই দিয়া মানুহ জনক বিচাৰি তেওঁৰ লগত থকা বোৰক বিচাৰি উলিয়াই এই বোৰ বন্ধ কৰিব চেষ্টা কৰিব লাগে
@ALC0A021
@ALC0A021 Жыл бұрын
High time to end all these human trafficking business!
@SIM-zo3tl
@SIM-zo3tl Жыл бұрын
Oo my good Eman dagor kandu hariyanr manhu log Pali dim 🤜🤜👊👊👊amar Assamr sowali bilak ki boli vabise
@mrinmoyeesarma5872
@mrinmoyeesarma5872 Жыл бұрын
আচলতে অসমীয়া ছোৱালীৰ সৰলতাৰ সুযোগ লয় ।
@jyotishpanging1371
@jyotishpanging1371 Жыл бұрын
Bohut bhal kotha tenekoi koribo lagey tumar nisina syali.
@prafullakakati8439
@prafullakakati8439 Жыл бұрын
তাক ধৰি চিৰ জিবনৰ কাৰণে কাৰাদণ্ড দিব লাগে ।
@EYANG619
@EYANG619 Жыл бұрын
Nohy Tak Amer hatot dibo Lage hoday jate Manu jonok kickboxer r putla bonamm aru training di thakim ak ratit dat aru nak mokh fatamm aro next day bukor hara fatammm ll sini powa nii niki assam r Manu kot ki Manu ase
@AtulGogoi-k7n
@AtulGogoi-k7n Жыл бұрын
যিজন পুৰুষে চাকৰিৰ পলোভন কৰি নিয়া কোলাংগা টোৰ নাম কিয় উল্লেখ নকৰে, নে পুনৰ এনে ধৰণৰ কাম কৰাত সহায়হে কৰিছে,
@InnocentBurrito-se1pq
@InnocentBurrito-se1pq Жыл бұрын
M😊
@TAKUMUBLOGS-7475
@TAKUMUBLOGS-7475 Жыл бұрын
Nise
@JavierSoren-e4j
@JavierSoren-e4j 11 ай бұрын
❤❤❤
@kaikhosatsingson4551
@kaikhosatsingson4551 Жыл бұрын
Tak band bajai deok... I mean... Try to book him as per the laws of the land. 🙏🙏🙏
@haribora3080
@haribora3080 Жыл бұрын
Atleast you have come out to support the poor.
@joyramdas6856
@joyramdas6856 Жыл бұрын
Ummm assamr bahir xon sabo mon goisil
@sanjipkhakhlari2044
@sanjipkhakhlari2044 10 ай бұрын
Aibur amar Assam sorkarea valkoi todonto koribo lagea aru amar assamor jiman Manu asea sobok ghuri anebo lagea
@MahfujorRahman-eu2jk
@MahfujorRahman-eu2jk Жыл бұрын
Remote area বোৰত সজাগতা কৰিব লাগিব
@basudevrabha6215
@basudevrabha6215 Жыл бұрын
বিক্ৰী কৰা জনক গুলীয়াই মৰাৰা বাহিৰে অন্য বিকল্প নাই ।
@jitumoniborkakati355
@jitumoniborkakati355 Жыл бұрын
Baidewor contact number published korile ... Aru khiprotare duxik ubhalibo pora jabo❤🎉
@Hotbebe420
@Hotbebe420 Жыл бұрын
কোনে যাব দিছিলে বাৰু ???
@dwipenbarman2129
@dwipenbarman2129 Жыл бұрын
Tor murt kiba mal ase ne nai... Mongolian.
@DipaliGogoi-ss7ng
@DipaliGogoi-ss7ng 8 ай бұрын
Dipaligogoi😭😭🙏❤️❤️👌
@bkgogoi8636
@bkgogoi8636 Жыл бұрын
ইনথেম গাওঁঙৰ বোৱাৰী প্ৰাই ৩ /৪ গৰাকি মসিলা হেৰাল ১মাহ ১৫ দিন কেছোৱা এৰি গল
@utpalboro4644
@utpalboro4644 Жыл бұрын
Hai manujonor nam kobo lage
@rohimaahmed8573
@rohimaahmed8573 Жыл бұрын
👍❣️❣️
@meenagogoiborgohain4170
@meenagogoiborgohain4170 Жыл бұрын
Kotha khini xuni beya lagil...kintu suali bure nijor thait kam koriboloi laj kore ba manti nohoi...xeye kunuba khinit nija bhulu nothoka nohoi..
@sanjubhuyan3911
@sanjubhuyan3911 Жыл бұрын
Aeito link dhorebo lage
@renuborah8910
@renuborah8910 Жыл бұрын
Hariana manuhbur iman avadra iman asobhya moha papi hoi
@khaledabegum5601
@khaledabegum5601 Жыл бұрын
Right
@indrajithazarika3411
@indrajithazarika3411 Жыл бұрын
Hai bhagwan anedore aru kiman swali foshi ase udhar kora prabhu 🙏🙏🙏 krishna bohut mormantik 😭
@purnimakalita3154
@purnimakalita3154 Жыл бұрын
Hoi thik a koise apuni😭😭
@lilaborah1088
@lilaborah1088 Жыл бұрын
​@purnimakalita3154
@raniborah3664
@raniborah3664 Жыл бұрын
​@@purnimakalita3154aaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaa❤ ❤❤❤❤❤❤❤
@alimuddinAli-z5w
@alimuddinAli-z5w Жыл бұрын
Ppl
@gyandeepboruah6463
@gyandeepboruah6463 Жыл бұрын
Ll
@kailashbharali5604
@kailashbharali5604 5 ай бұрын
Bai deuloi bhut kritagyta janalo
@MilanBoroUlubariNaokataBaksa.
@MilanBoroUlubariNaokataBaksa. Жыл бұрын
Puja aru mamoni hotok oti khighrei arokhkhir juriyote khondhan cholai dhorkhon kori fasi ba jibonor dangorkui khasti prodan koribo lage.aru khudha-pucha buror majere dehliro wraper buroko dhoribo lage. Thank you.
@manobendrabordoloi4630
@manobendrabordoloi4630 Жыл бұрын
Girls of all should be alert
Правильный подход к детям
00:18
Beatrise
Рет қаралды 11 МЛН
Каха и дочка
00:28
К-Media
Рет қаралды 3,4 МЛН