উচুপি উঠি শ্যামন্তিকাই ক’লে আপোনালোকে ভৱাৰ দৰে মই ইমান বেয়া ছোৱালী নহয়।

  Рет қаралды 1,987,533

DY365

DY365

Күн бұрын

Пікірлер: 2 400
@hiteshdeka2368
@hiteshdeka2368 Жыл бұрын
বৈবাহিক জীৱনৰ তিক্ততাৰ কাহিনী শুনি বহুত দুখ লাগিল।ভাঙি নিদিব মনটো।এদিন ভাল হব।
@avijitsaikia8433
@avijitsaikia8433 Жыл бұрын
একো নাই,এইবোৰক পাৰ হৈ যোৱা সময়ৰ কথা এতিয়া আগলৈ মনোযোগ দিয়াটোহে বুদ্ধিমানৰ কাম৷শুভেচ্ছা থাকিল সদায় অসমৰ মৰমৰ জানমনি জনী হৈ থাকা৷
@blissfulsoul2933
@blissfulsoul2933 Жыл бұрын
এসময়ত আপোনাৰ হাঁহি মুখিয়া মুখখনৰ লগত জানমণিৰ❤ গান এটা চালেই হিয়া জুৰ পৰিছিল। আপোনাৰ জীবনৰ দুখবোৰ জানি বহুত বেয়া লাগিল। God bless you
@assamriding5003
@assamriding5003 9 ай бұрын
কিয় কাৰোবাৰ জীৱন ধংস কৰি নিজে শান্তিত থাকিব পাৰে‌ নেকি
@Raj_deep5426
@Raj_deep5426 Жыл бұрын
নয়ন দাৰ দৰে হৃদয়বান মানুহ এজনক প্ৰতাৰণা কৰি পাইছাতো শিক্ষা। কোনোবাই যদি কাৰোবাক প্ৰতাৰণা কৰে। তেন্তে তোমাকো আন কোনোবাই প্ৰতাৰণা কৰিব। এয়াই সু নিশ্চিত।
@jonalikalitavlogs6244
@jonalikalitavlogs6244 Жыл бұрын
Aji kli kintu dhukh Diya mnuh bur he hukht thka dekhisu
@AnupamaChutia
@AnupamaChutia 8 ай бұрын
Motivation Niranjan
@bharatibarkataki7592
@bharatibarkataki7592 Жыл бұрын
শ্যামন্তিকাক ইমান মৰম লাগে ৷ ভগৱানে যে কিয় ইমান দুখ দিছে , কথাবোৰ শুনি বহুত বেয়া লাগিল ৷
@pankajborthakur4198
@pankajborthakur4198 Жыл бұрын
জীৱনত বৰ বেছি দুখ পাইছে ! ধৈয্য সলাগ লৈছো , জানমণি , আপোনাৰ ভবিষ্যত সুন্দৰ হোৱাৰ কামনা কৰো ।
@heerasvlogs4231
@heerasvlogs4231 Жыл бұрын
ভাঙি নপৰিবা,নিজক লৈ সুখী হৈ থাকা । ঘাট প্ৰতিঘাট সকলোৰে থাকে।
@ৰুচাওমানস
@ৰুচাওমানস Жыл бұрын
কেলা আনক কনোৱাই নিজে সুখী হব গৈছিল কেনে পাইচ 😂😂😂
@realhero5657
@realhero5657 Жыл бұрын
@@ৰুচাওমানস মজা
@sonaliassam.6043
@sonaliassam.6043 Жыл бұрын
জীৱনটো হল সংগ্ৰাম ।অপেক্ষ্যা কৰক ভগবানে ভাল ফলাফল দেখাব এদিন
@Hit-Hop
@Hit-Hop Жыл бұрын
Mayu tumar dare jiban trejidi.mai kuchar rajbangshi lora. Lora.suyali patni aase. Kintu tumar jiban auru mur. Jibanar samajanshya eake buli bhabu?
@JikMikDailyLife
@JikMikDailyLife Жыл бұрын
দুখ লাগিল কথা বোৰ শুনি,যদি ভাল লৰা এজন পোৱা সময় থাকোঁতেই আকৌ জীৱন তো নতুন কৈ সজাই লোৱা। সৌন্দৰ্য থকা লৈকে সকলোৱে ওচৰ চাপি আহিব কিন্তু বয়সে যেতিয়া মেলানি মাগিব তেতিয়া..... জীৱনৰ সাৰথি এজন বৰ প্ৰয়োজন ও আইজনী। সদায় সুখী হোৱা তাৰে কামনা কৰো।
@happyboy4579
@happyboy4579 Жыл бұрын
Thik koisa 💯
@colourfulchandanavlog5286
@colourfulchandanavlog5286 Жыл бұрын
Age ki kotha ase barasha rani bikhoya 2nd marriage korisil
@ankurraj8350
@ankurraj8350 Жыл бұрын
এতিয়া কোনে বিয়া কৰাব
@colourfulchandanavlog5286
@colourfulchandanavlog5286 Жыл бұрын
@@ankurraj8350 ulabo kunuba
@samendeka4735
@samendeka4735 Жыл бұрын
Aso
@Manabsadiya
@Manabsadiya Жыл бұрын
আনক দুখ দি নিজে কেতিযাও সুখী হব নোৱাৰে। সেইটো কথা সকলোযে মনত ৰখা উচিত। সাহসী ছোৱালী, জীৱন টো আকৌ সুন্দৰ হৈ ওঠক,তাৰে কামনা কৰিচু 🙏🙏🙏
@nekibhussain4214
@nekibhussain4214 Жыл бұрын
Right
@anupamkakati5389
@anupamkakati5389 Жыл бұрын
Tai Axomiya lora bisari napale ejon Ona Axomiya r logote bia t Bohile. Eiburor logot eibilakei hobo lage. Vale paisu moi
@Manabsadiya
@Manabsadiya Жыл бұрын
@@anupamkakati5389 ebila ko bai giyo likon hoi kune Jane kar kopalt ki likidise bogbane Jane tair kar ne manuak tene koi kob napai🙏🙏🙏
@lakheswarkalita6097
@lakheswarkalita6097 Жыл бұрын
Life can never be tailor made
@rajatchetia570
@rajatchetia570 Жыл бұрын
mur jibonot apunatke val bihu nasoni moi dekha nai
@sewaktamuli9294
@sewaktamuli9294 Жыл бұрын
জানমণি গুণা গঠা চলি আছে তোমাক বিয়া দিবলে....তুমি ও ভাবিচা চাগে মোকে এৰি যাবলে ❣️
@dipikasaikia6651
@dipikasaikia6651 Жыл бұрын
শ্যামন্তিকা তুমি ভাঙি নপৰিবা, জীৱন এনেকুৱাই, সাহসী হোৱা ,আমি তোমাক ভাল পাওঁ
@ৰুচাওমানস
@ৰুচাওমানস Жыл бұрын
বঙালৰ 🎉 লাগে কেনে মজা
@rekhabhuyan3878
@rekhabhuyan3878 Жыл бұрын
সহজ সৰল বা ❤️...বহুত মৰম লগা .. টোমাৰো আহিব ভাল দিন🙏 জীৱন মানেই সংগাম বা 🙏 ভালে ৰাখক ভগবানে সদাই তোমাক 🙏
@rumigogoi5662
@rumigogoi5662 Жыл бұрын
এগৰাকী নাৰীয়ে নিজৰ জীৱনৰ সকলো কথা যেতিয়া অকপটে কব পাৰে,তেওঁ বহুত সৎ -সাহসী । তুমি চিন্তা নকৰিবা, ভগৱানে তোমাক মানুহ চিনিবলৈ সুযোগ দিছে ।❤
@hrittikhazarika7857
@hrittikhazarika7857 Жыл бұрын
এই পৃথিৱীত আটাইতকৈ টান কাম হৈছে মানুহক চিনি পোৱাতো । খুব দুখ লাগিল বা😢😢আপুনি মোৰ সকলোতকৈ Fevorite Actress.
@srajbonshi4462
@srajbonshi4462 Жыл бұрын
আপোনাৰ কথা টো জানি সচাকৈ বহুত বেয়া লাগিল আপোনাক বহুত ভাল পাওঁ। আপুনি দুখ নকৰিব ভগৱানে আপোনাক সহায় কৰিব। ধন্যবাদ।
@simuborah5025
@simuborah5025 Жыл бұрын
সত্য সদায় জয়। সময়ৰ প্ৰয়োজন। এদিন নহয় এদিন ফলা-ফল বোৰ উলাবই।
@jhonekram6165
@jhonekram6165 Жыл бұрын
edin noyan dak dhoka disil aji.. tar fole pale ne baideou
@simantadeka1191
@simantadeka1191 Жыл бұрын
জীৱনতুৱে সংগ্ৰাম....টকা পইচাই যদিও জীৱন বুলি কয় কিন্ত কিছুমান ক্ষেত্রত নহয়....মনৰ সুখ হে আচল জীৱন
@kapil912
@kapil912 Жыл бұрын
চাকৰি কৰা ল'ৰা মানেই সৰ্বেসৰ্বা বুলি ভৱা ছোৱালী বোৰে এই কাহিনীটোৰ পৰা শিকক অলপ
@minakhyee.........official7236
@minakhyee.........official7236 Жыл бұрын
😂😂😂😂😂
@10xm16
@10xm16 Жыл бұрын
ঠিক কৈছে ❤❤❤😅😅😅
@hearthacker7989
@hearthacker7989 Жыл бұрын
Hahaha
@jonalikalitavlogs6244
@jonalikalitavlogs6244 Жыл бұрын
Tekhetor o poisa ase diyok
@ritukumarsaikia.4110
@ritukumarsaikia.4110 Жыл бұрын
ধন বিচাৰিলে জন নাপায় বুলি কয় এই হল
@pranjalkalita3347
@pranjalkalita3347 Жыл бұрын
Naver give up আপুনি নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়ক পিছত মনে বিচৰা লৰা পালে বৰষা বাৰ দৰে আকৌ বিয়াত বহিব !! ❤❤❤❤❤❤❤❤
@bontipathak3115
@bontipathak3115 Жыл бұрын
right
@jogendas7193
@jogendas7193 Жыл бұрын
"অতিমাএা উচ্ছকাংখাই অভিশাপ" অতীত বাদদি ভৱিষ্যত ভাল হোৱাৰ কামনা কৰিলোঁ ।
@dekhoviralshorts
@dekhoviralshorts Жыл бұрын
thik koise,,,toka pasot dorile xodai poton hoboe
@ritupongogoi7870
@ritupongogoi7870 Жыл бұрын
আনক দুখ দি নিজে কেতিযাও সুখী হব নোৱাৰে ! সেইটো কথা সকলোযে মনত ৰখা উচিত ।
@purabisonowal2242
@purabisonowal2242 Жыл бұрын
Umm hosa kotha koisa
@gitudeka9455
@gitudeka9455 Жыл бұрын
Apuni dekhise ne apunk koise tai thoguwa buli 😆😆personal lifet mat mate 😏😏
@jonalikalitavlogs6244
@jonalikalitavlogs6244 Жыл бұрын
Apuni nojonake keneke kb pre...aji kli tu dhukh Diya bur he hukht thka dekhisu
@rupaschannel5856
@rupaschannel5856 Жыл бұрын
Toi dekhiso neki. Tai dukh dise ne nai
@jhonekram6165
@jhonekram6165 Жыл бұрын
noyan dak dhoka di belegor logt biat bohil.. ki hol etia....sowalibore mont rakha usit hoi
@purabiscreation3973
@purabiscreation3973 Жыл бұрын
শ্যামন্তিকা বহুত ভাল আৰু সহজ সৰল ছোৱালী । জোনে তাইক ব্যক্তিগত ভাবে ভালদৰে জানে, লগ পাইছে সেইসকলে নিশ্চয় জানে । ❤❤❤
@jonalikalitavlogs6244
@jonalikalitavlogs6244 Жыл бұрын
Hosa kotha
@R.B.vloger
@R.B.vloger 11 ай бұрын
Umm right
@anilgoswami2238
@anilgoswami2238 Жыл бұрын
ভাৰতীয় শাস্ত্ৰত কোৱা হয়:: "অজাত কুলশীলস্য বাসোদেয়ো ন কষ্যসিত " । ...... জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মালৈ আন্তৰিক শুভেচ্ছা জনালোঁ ।
@nayangogoi4946
@nayangogoi4946 Жыл бұрын
ডেমফুলেও কিন্তু আজিও তোমাকেই ভাল পাই।
@minubaruah-zq5my
@minubaruah-zq5my Жыл бұрын
@@nayangogoi4946 hi
@DilpSaikia-qx6by
@DilpSaikia-qx6by Жыл бұрын
অভিনেত্ৰী শ্যামন্তীকা শৰ্মা লৈ আমি গোলাঘাট জিলাৰ অন্তৰ্গত আঠখেলীয়া নামঘৰৰ ওচৰৰ পৰাই আৰ্শীবাদ জনাইছো ভাল এজন জুবক আহিব কাৰণ জীৱনত আৰু আগবাঢ়িব লগিয়া বহুত আছে আমি প্ৰাৰ্থনা জনাইছো তোমাৰ আশা পূৰণ হয় শতাখ নহবা ধন্যবাদ।
@assammix9640
@assammix9640 Жыл бұрын
অনাগত দিনবোৰ সুখ আৰু আনন্দৰে ভৰি পৰক তৰে কামনা কৰিলো।God bless you Jaanmoni❤❤❤❤
@myselfjanmoni2729
@myselfjanmoni2729 Жыл бұрын
তুমি অসম এৰি গুচি গৈছিলা বহুত বেয়া লাগিছিল আকৌ জানমণি আমাৰ মাজত ঘুৰি আহিলা সুকলমে,,, যি হয় ভালৰ বাবে হয়,,, জীৱন টোত বহুত আছে সময় উপভোগ কৰা,,,god bless u my favorite hiroine,❤️❤️❤️
@faridabegum2099
@faridabegum2099 Жыл бұрын
God bless u
@binudmili4814
@binudmili4814 Жыл бұрын
এইয়া স্বাৰ্থপৰ মানুহক ভগৱানে দিয়া উপহাৰ। ডেমফুল ,,,,,,,,,,,,,,,,।।।।।।
@jhonekram6165
@jhonekram6165 Жыл бұрын
right
@madhujyasarmah8717
@madhujyasarmah8717 Жыл бұрын
ভাগি নপৰিবা তুমি। দেৱী সীতাৰ লগতো জীৱনটো কঠিন হৈ পৰিছিল। ভাল খিনি আগত ৰাখি আগুৱাই যোৱা । মানুহ দুদিনীয়া তোমাৰ সৌন্দৰ্য দেখি তোমাক ভালপোৱা বহুত ওলাব কিন্তু গোটেই জীৱন তোমাৰ হাতত ধৰি একেলগে থকা জন ভগবান হ'ব লাগিব। গতিকে মানুহে কি ভাবে কি কয় does not matter . নিজৰ খিনি কৰি যোৱা। অন্তৰ খন কোমল কৰিয়ে ৰাখা সদায় হাঁহি থাকা। যিহেতু ঈশ্বৰেও সদায় কোমল অন্তৰৰ আৰু হাঁহি থকা জনকেই ভাল পাই।
@manashipriya8120
@manashipriya8120 Жыл бұрын
আগুৱাই যোৱা শ্যামন বা❤❤দুখ নকৰিবা।বেলেগৰ কথাত কাণ নিদিবা নিজকে নিজৰ লগত ব্যস্ত ৰাখা❤❤
@purobibarman5862
@purobibarman5862 Жыл бұрын
Dukh nekoriba baa adin susseful hb
@rupabora3347
@rupabora3347 Жыл бұрын
একো নাই ধুমুহা আহিব আৰু যাব বুলি ধৰিলে ই হ'ল❤️❤️❤️❤️❤️
@abinashsaikia6196
@abinashsaikia6196 Жыл бұрын
চিন্তা নকৰিব নয়ন দাই সচাঁ ই ভাল পালে আপোনাক আকৌ আকোৱালিঁ লৱ
@surenboruah3241
@surenboruah3241 Жыл бұрын
সাহসী ছোৱালী, জীৱন টো আকৌ সুন্দৰ হৈ ওঠ ক, তাৰে কামনাৰে🙏🙏🙏
@ৰুচাওমানস
@ৰুচাওমানস Жыл бұрын
কেলা কনি ডাঙৰ লাগে বঙালৰ টো সৰু হল চাগে ? মিয়া লে যা 🎉🎉🎉
@indrajittalukdar4508
@indrajittalukdar4508 Жыл бұрын
জীৱনৰ কথাখিনি শুনি বেয়া লাগিল । পুনৰ নিজক শক্তিশালি হোৱা ।
@damayantitalukdar2801
@damayantitalukdar2801 Жыл бұрын
তুমি দুখ নকৰিবা ভগবানে জি কৰে ভালে কৰে তুমাৰ ভাল হ'ব ❤❤❤😂👍🏼👍🏼👍🏼🪔🪔💕👌
@jitenrabha9674
@jitenrabha9674 Жыл бұрын
নজনা কথা বোৰ জানিব পাৰি দুখ লাগিল।এগৰাকী প্ৰতিভাৱান অসমীয়া জীয়ৰীৰ অফুৰন্ত প্ৰতিভা যাতে অকালতে মৰহি নাযায় সেয়া আমাৰ কাম্য। আশা কৰোঁ অসমৰ ৰাইজে চেনেহৰ জানমণিক পূন: এবাৰ বিছাৰি পায়।
@prakashnarzary4007
@prakashnarzary4007 Жыл бұрын
বেয়া লাগিল মোৰ প্ৰিয় অভিনেত্ৰী গৰাকীৰ কাহিনী শুনি। সময় এতিয়াও বহুত আছে। দুগুণ উৎসাহ লৈ আগ বাঢ়ি যোৱা ।😢
@sewalidas9479
@sewalidas9479 Жыл бұрын
😔দুখলাগিল
@sangitachetia6751
@sangitachetia6751 Жыл бұрын
Thikei koise
@kanugaonacentralgolaghaticdspr
@kanugaonacentralgolaghaticdspr Жыл бұрын
​@@sewalidas9479😊😊
@SwatiRoy-f1p
@SwatiRoy-f1p Жыл бұрын
​@@sewalidas9479❤❤drug bhul mool
@ৰুচাওমানস
@ৰুচাওমানস Жыл бұрын
কেলা আনক কনুৱাই নিজে সুখী হব গৈছিল কেনে পাইছ 😂😂😂
@lakshajitbora221
@lakshajitbora221 Жыл бұрын
আপোনাৰ তাবিজ এৰি নয়ন দা তাবিজ লওক । মই বহুত বেৱা পাওঁ আমাৰ অসমীয়া নিজৰ জাতিৰ ল'ৰা এৰি বেলেগ জাতিৰ লগত বিবাহ হ'লে । নাপাইছিল নয়ন দাক এনে কৰিব, নয়ন দাৰ জীৱনৰ লগত আকৌ এবাৰ চাব বিচাৰোঁ নহ'লে আমি অসমীয়া ল'ৰা হিচাবে চিন্তা কৰিব পাৰোঁ তুমি তুমি বুলি...
@aicheng9185
@aicheng9185 Жыл бұрын
Ataloi biya humuwa jonik toi ani thoi de. 😂😂😂😂😂😂😂
@lakshajitbora221
@lakshajitbora221 Жыл бұрын
@@aicheng9185 ব্যক্তিগতকে মোক কথা কবলৈ আপোনাক মই অধিকাৰ দিয়া নাই, মই কি ক'ব বিছাৰিছো বুজি লৈ কথা কব, কোন হয় আপোনি ?
@minakhyee.........official7236
@minakhyee.........official7236 Жыл бұрын
@@aicheng9185 Jdi hosa val puwa acile atar logot biya huwa pisotu aniboo..........
@nirmalikalita6823
@nirmalikalita6823 Жыл бұрын
Nayan da dhoa tulsir Pat nhoi oi.natan dai janmoni bak thagaise
@biswajitborthakur2394
@biswajitborthakur2394 Жыл бұрын
দুখকৰিব লগা একো নাই।ধনৰ পাছত দ'ৰিলে এনেকোৱা হয়।
@renulongchot7547
@renulongchot7547 Жыл бұрын
কাহিনী টো গম পাই বেয়া লাগিল। যিহেতো অসম দেশৰ জানমণি আছিল ধুনীয়া নাচনী। চিন্তাত নাথাকিব, মানুহৰ হৈ যায়।
@junmonikalita6363
@junmonikalita6363 Жыл бұрын
বা তুমি আগুৱাই যোৱা,,,,তুমি বহুত সাহসী,,, সাহস নেহেৰুৱাবা,,,,,💓💓💓
@asomiyalorakabyanil7069
@asomiyalorakabyanil7069 Жыл бұрын
বাইদেউৰ কথাবোৰ শুনি বহুত দুখ লাগিল । সেইকাৰণে অসমৰ বাহিৰৰ লৰাক বিশ্বাস কৰিব নালাগে , মেঘৰন্জনী মেধীও বাহিৰৰ লৰাৰ লগত বিয়া হৈ একে অৱস্থা ।
@prasantapawe4928
@prasantapawe4928 Жыл бұрын
Right 👍
@dhunbora3314
@dhunbora3314 Жыл бұрын
Meghranjini medhi husband vl
@KidsArea2000
@KidsArea2000 10 ай бұрын
Moi nije bahirot asu 15 bosor hol.There is no simple people like in Assam.
@KabitaGogoi-ut6jr
@KabitaGogoi-ut6jr Жыл бұрын
অতীতক পাহৰি যোৱা। এতিয়াও সময় আছে আগবঢ়াই নিয়া তোমাৰ সুন্দৰ জীৱন।
@diipakkgogoi3252
@diipakkgogoi3252 Жыл бұрын
ইতিহাস শাসি আছে আনক দুখ দি নিজে সুখত থাকিম বুলি ভবাটো ভুল 😢
@LAWRENCE-f5t
@LAWRENCE-f5t Жыл бұрын
Right👍👍
@PNKkoch
@PNKkoch Жыл бұрын
Ekdom hosa kotha
@jatin963
@jatin963 Жыл бұрын
Right ❤
@RimaRay-od3qp
@RimaRay-od3qp Жыл бұрын
Akdom right 👍
@lalubpg7437
@lalubpg7437 Жыл бұрын
Akdom right 👍
@nipadihingia9920
@nipadihingia9920 Жыл бұрын
সাহস নেহেৰুৱাবা ।জীৱন জিন্দাবাদ।
@nilakrishna81
@nilakrishna81 Жыл бұрын
ৰাইজে বুজিব লাগে যে সংসাৰ কৰাৰ অৰ্থ টকা নহয়,
@ankitaborah1233
@ankitaborah1233 Жыл бұрын
সকলোৰে জীৱনত দুখ থাকে, ভগৱানে সুখও দিব দুখো দিব , ভালে থাকক আপুনি ❤ সকলো বোৰ পাহৰি নতুন কৈ জীৱন টোক ভাল পাবলৈ শিকক ❤️❤️❤️love you ba❤
@munindradas8893
@munindradas8893 Жыл бұрын
জীৱন ত সংঘাত থকাটো ভাল।এই এই সংঘাতৰ পৰা আৰু নতুত্বৰ সিষ্টি হব ।এই আশাৰে আগ বাহক।।।
@pompydevi769
@pompydevi769 Жыл бұрын
অকলশীয়াকৈ থকা সমান খুখ নাই সদায় নিজক লৈ খুখে থকা
@jayantaborah5668
@jayantaborah5668 Жыл бұрын
জি হ'ল হৈ হ'ল,এতিয়াৰ পৰা জানমণি জনিক দুখ দিলে অকমান চিন্তা কৰিব লাগিব।
@digiincome
@digiincome Жыл бұрын
মিছা ক'লে কি হব।সেয়া নয়নদাক প্ৰতাৰণা কৰাৰ ফল।চিন্তা নকৰিব মই আছোঁ।
@jrbanamali
@jrbanamali Жыл бұрын
অসমৰ ডেকাসকলক পাত্তা নিদিয়াৰ পাপ লাগিলে । নয়ন দাক আপুনি বহুত দুখ দিলে কিন্তু ,নয়ন দাই এতিয়াও পস্তাই আছে 😣 নয়ন দাৰ লগত আগবাঢ়ি ব লাগে আৰু নতুন জীৱনৰ পাতনি মেলিব লাগে 🤗 দুয়োকে ভাল লাগিব
@bikibazikor
@bikibazikor Жыл бұрын
বেলেগ ক ঠগিলে নিজে ঠগ খাই
@amorjyotibarman
@amorjyotibarman Жыл бұрын
হয়। বেছি। দেৰি। কৰি। লাভ। নাই
@pronabbora7889
@pronabbora7889 Жыл бұрын
Noyondai akou patta ndye j
@gitudeka9455
@gitudeka9455 Жыл бұрын
Apuni jane baai thoguwa Buli ?
@pallab1982
@pallab1982 Жыл бұрын
স্যামন্তিকা বাৰ অভিনয় সৰুৰ পৰাই প্ৰিও বিহু নাচবোৰ বহুত ভাল লাগে সদাই প্ৰিও হৈ থকা সকলোৰে মৰমৰ জানমণি স্যামন্তিকা বা এতিয়াও আপোন তুমি সকলোৰে কুনে জনে নো কাৰ জীৱনত কি হৈ যায় সচাকে কব নোৱাৰি স্যামন্তিকা বা আগৰ দৰে হৈ থকা তুমি পৰ্থনা কৰিছো ভালে থকা তুমি 😘😢😭
@Legal_weapon295
@Legal_weapon295 Жыл бұрын
কাৰোবাৰ সচা ভালপোৱাক প্ৰতাৰণা কৰি বেলেগৰ লগত সুখী হ’ব গ’লে এদিন নহয় এদিন তাৰ ফল পাবই পাব, কাৰন নেদেখাজনে সকলোৰে ক্ষেত্ৰত বিচাৰ কৰে।
@jhonekram6165
@jhonekram6165 Жыл бұрын
ekdom hosa kotha sowalibilake olop dhoni ghoror duror lora pali.. nijor b. f. k bad di belegor logt biat bohi gusi... tar pisot gom pai..
@monjitbora1622
@monjitbora1622 Жыл бұрын
Kune kak potarona korisil aitu Tumi ba Moi najanu hyi karone darekt anekoi kuwatu Val nohoi
@jhonekram6165
@jhonekram6165 Жыл бұрын
@@monjitbora1622 noyan dak korisi
@jonalikalitavlogs6244
@jonalikalitavlogs6244 Жыл бұрын
Nayan nillime shyman baak biya ptibo bisora nsil ...moi abr ata interviewt paisilu ...shyman baar ghrr mnuhe nayan daak biyar ktha kole a khng kori baar lgt namata namati hoi ...gotike ako njonake judge koratu vl nhoi
@jhonekram6165
@jhonekram6165 Жыл бұрын
@@jonalikalitavlogs6244 totally wrong statement.. nayan dak dhoka di gusi goisi...
@GaneshGogoi-t8l
@GaneshGogoi-t8l Жыл бұрын
জানমনি তুমি সদায় সুখত থাকা তাকে কামনা কৰিলো
@shikhamanisahariah6383
@shikhamanisahariah6383 Жыл бұрын
আকৌ জানমণি জনী হৈ ৰাইজৰ মাজলৈ ঘুৰি আহা বা আমি তাকে বিছাৰো☺️❤️
@indrachutia7351
@indrachutia7351 Жыл бұрын
নিজৰ জীৱটো এতিয়া ভাল ধৰণে গঢ়ক অসমৰ সকলো মানুহৰ মৰম আপুনি এতিয়াও পাব । সকলো মানুহ একেই নহয়
@KrishnaKonwar-ip2zz
@KrishnaKonwar-ip2zz Жыл бұрын
অসমীয়া জীয়াৰি গাত মূলাগাভৰু তেজ আছে ।সাহসী হোৱা ভয় নাখাবা ।সকলো থিক হৈ যাৱ ।
@pompysaikia8884
@pompysaikia8884 Жыл бұрын
আপুনি ভাগি নপৰিব। এদিন সকলো ঠিক হব ☺️☺️ দুখৰ দিন ক্ষন্তেকীয়া কিন্ত্ত সুখ চিৰস্থায়ী হব। নিজৰ ওপৰত আৰু ভগৱানক বিশ্বাস কৰক 😊😊
@prankumarnath1616
@prankumarnath1616 10 ай бұрын
জীৱনতো আকৌ সজাই পৰাই আগবাঢ়ী যোৱা ।
@jyotishgogoi8634
@jyotishgogoi8634 Жыл бұрын
আপোনাৰ মুখৰ এই সুন্দৰ হাঁহিটি কেতিয়াও ম্লান পৰিব নিদিব বা Bravo 🫰
@sgdworld4581
@sgdworld4581 Жыл бұрын
নয়নৰ লগত পুনৰ আৰম্ভ কৰা শ্যামন্টিকা। আমাৰ শুভেচ্ছা থাকিব।
@chiranjibborgohain3284
@chiranjibborgohain3284 Жыл бұрын
সময়ে কাকো ক্ষমা নকৰে।অসমৰ জনমানসত আপোনাৰ প্ৰতি অসমবাসীৰ যি মৰম-ভালপোৱা আছিল সেয়া আপুনি আপোনাৰ বহুকেইটা ভুল কামৰ জৰিয়তে ম্লান পেলাই দিলে।আগন্তুক দিনবোৰলৈ শুভেচ্ছা আছে।
@RajdipSaikia189
@RajdipSaikia189 Жыл бұрын
অসমত ইমান ইমান ভাল লৰা আছিল । টকা পইচা নাথাকিব পাৰে কিন্তু অসমৰ লৰাৰ অন্তৰ খন ভাল। বাৰু যি হওক আপোনাৰ জীৱনটো সুখৰ হওঁক বা । আপুনি বহুত ভাল ভগৱানে ভালে কৰিব আপোনাক। ❤❤
@mongandhimongandhi709
@mongandhimongandhi709 Жыл бұрын
পুরনা বন্ধু নাপাহরিব এতিয়াও জীয়াই আছে। একবার ভাঙি যোহা মরম যদি পুনর মিলন হয় তেনতে সি মৌতকৈ মিতা আরু ভরা চাউলতকৈ আতা ।এই কথাষার ভুগী থকা জনেহে জানে ভালকৈ. Thank you very much.শ্যামনতীকা বাইদেউ।
@gayatriray2270
@gayatriray2270 Жыл бұрын
বিয়াৰ ৫/৬ মাহ পিছত এগৰাকী you tuberএ আপোনাৰ স্বুটিং চলি থকা জেগাত গৈ সুধিছিলে আপোনাৰ সংসাৰৰ কথা,,, আপুনি কিন্তু বহুত ভাল বুলি কৈছিল,, বহুত ভাল friend বহু বছৰৰ পৰা বন্ধুত্ব,, শাহু মা বহুত ভাল, চাই বাবা পুজা কৰি থাকে,, কলকাতাত ঘৰখন নিজৰ মতে সজাইছে জাপি শৰাই আদিকৰি সকলো অসমীয়া বস্তুৰে,,,এতিয়া কৈছে ১/২ মাহ পিছতে গম পাইছে 3rd wife বুলি,, ইমান আতি গুৰি নোভোবা নোচোৱাকৈ বিয়া হৈছিলনে,,, অসমত ভাল ল'ৰাৰ অভাৱ আছিল নেকি,,, ভাল চাকৰি এটা বা বহুত টকা থাকিলেই এজন মানুহ ভাল নহয়,, মই আগতেই ভাবিছিলো এনেকুৱা কিবা এটা হ'ব যে,,, অচিন কাঠৰ ঠোৰা লগাই কি হ'ল এতিয়া,,, যি নহওঁক ভালে থাকক আমাৰ জানমণি,,, আগুৱাই যাওক,, ❤
@niku8723
@niku8723 Жыл бұрын
Akebare apuni Mur monor kotha khini ke koise dei😊😊😊
@animaray-xd9he
@animaray-xd9he Жыл бұрын
​@@niku8723TV Hu hu😊 Hu hu by by
@sivasagarroasterboy2128
@sivasagarroasterboy2128 Жыл бұрын
দুবাৰকৈ নহয় আৰু বেছি থগন খাগ লাগিছিল আপুনি । নয়ন দাক ঠগাৰ ফল এইয়া
@bharatichutiabharatichutia3901
@bharatichutiabharatichutia3901 Жыл бұрын
তোমাৰ কথা বোৰ শুনি দুখ লাগিল।
@kangkanabordoloi4703
@kangkanabordoloi4703 Жыл бұрын
টকা, চাকৰি,ধনী,এইবোৰ চোৱাতকৈ মানুহজন কেনেকুৱা তাক জনাতো দৰকাৰ।
@alakeshgogoi7228
@alakeshgogoi7228 Жыл бұрын
সৰু কথা।। জীৱশ্ৰেষ্ঠ মানুহে যদি যোগাত্মক চিন্তা নকৰে, তেন্তে কোনেনো কৰিব বাৰু? প্ৰত্যাহ্বান!!!
@entertainment4u07
@entertainment4u07 Жыл бұрын
বাইদেউ, ভাগৰি নপৰিব। জীৱনত ঘাত প্ৰতিঘাত আহেই। ভগৱানে আপোনাৰ মঙ্গল কৰিব। অসমৰ ৰাইজৰ আশীৰ্বাদ আছে। আপোনাৰ ভাল হ'বই।
@suramanath5523
@suramanath5523 Жыл бұрын
অচিন কাঠৰ থোৰা লগাব নালাগে । লেবেল টো অলপ কমাব লাগে 😢 বেছি কৰিবলৈ গলে । থগন খাৱয় ।
@anamikakalita581
@anamikakalita581 Жыл бұрын
দুখ লাগিল শুনি ,চিন্তা নকৰিব ভাল দিন আহিব
@ৰুচাওমানস
@ৰুচাওমানস Жыл бұрын
আনক কণ্ডুৱাই নিজে সুখী হব গৈছিল কেনে মজা😂😂😂😂
@jonalikalitavlogs6244
@jonalikalitavlogs6244 Жыл бұрын
​@@ৰুচাওমানসkeneke gom ple apuni
@_UNKNOWN_USER_2023_
@_UNKNOWN_USER_2023_ Жыл бұрын
​@@jonalikalitavlogs6244Sb raije jane xei2 katha ........Apuni keneke jane buli question krib nalage apuni .......
@jhonekram6165
@jhonekram6165 Жыл бұрын
kene moja.. anok dhuk di gusi za i....
@jonalikalitavlogs6244
@jonalikalitavlogs6244 Жыл бұрын
​@@_UNKNOWN_USER_2023_raije o gm paise diyok .. cinema akhnr trp borahabor babe natok Kora buli bopai......ATA xoru kthat lgi hosa premik a jdi Ari njai...
@anjubegum6320
@anjubegum6320 4 ай бұрын
খুখ শান্তি দুখ ভাগ্য জিবনত থাকিব আল্লাহ ভগবান র দান অধর্য নহব ।
@budhiramteron1960
@budhiramteron1960 Жыл бұрын
মনত ৰাখিব পাতল মনৰ মানুহৰ কিবা নহয় কিবা বেয়া হয়। কিয়নো সহজ সৰল, থগীব সহজে পাৰি। কিন্তু ভাগী নপৰিব, ঈশ্বৰে বেয়া নকৰে জীৱন টোত নিশ্চয়ই ভাল হব। আৰু এনে সময়ত অযথা প্ৰস্তাৱ বহু লোকে সাহস কৰি দিব। প্রথম কথা ভাল কাম কৰক জানিনা হবলৈ লাগীব।
@aamarjibonbhumika8075
@aamarjibonbhumika8075 Жыл бұрын
বেয়া দিন নাহিলে ভাল দিনৰ সন্মুখীন হব নোৱাৰি জানমনি ❤️❤️❤️
@manjubezbaruah4851
@manjubezbaruah4851 Жыл бұрын
ভাল দিন আহিব দিয়া
@nrcreation537master6
@nrcreation537master6 Жыл бұрын
Punor dempulor logot ahija
@LWxSOLOYT
@LWxSOLOYT Жыл бұрын
Thik kotha koise
@swmbarubasumotary430
@swmbarubasumotary430 Жыл бұрын
Hi
@অসমীয়াবনৌষধ-ল৫ছ
@অসমীয়াবনৌষধ-ল৫ছ Жыл бұрын
জীৱনটো বৰ জটিল কেতিয়া কি হৈ যায় হয়তো কোনোৱে নাজানে। মানুহ বোৰ এনেকোৱাই ভগৱানৰ লগতে নিজক ভাল পাবলৈ শিকক আৰু আপোনাৰ সন্মুখত অহা সংগ্রামত মনে মনে নাথাকি যোগ্য উত্তৰ দিবলৈ শিকক। এদিন সকলো ঠিক হৈ পৰিব❤❤
@lolenybird9008
@lolenybird9008 Жыл бұрын
আমি অসমীয়াবোৰ আন ভাৰতীয় বোৰ তকৈ কমেও ২০০ বছৰমান পিছত আছো।কাৰন আন ভাৰতীয় বোৰে আমাতকৈ বহু ত আগতেই ইংৰাজৰ শাসন পাই আগবাঢ়িছিল। চতুৰতাত আমি এতিয়াও শিকিবলৈ বাকী আছে।
@jintubordoloi5951
@jintubordoloi5951 Жыл бұрын
ভগৱানে তোমাক শক্তি দিয়ক্ এদিন ভাল দিন আহিব।
@harjitdeka9886
@harjitdeka9886 Жыл бұрын
প্রিয় অভিনেত্রী গৰাকী❤
@Kaushik632
@Kaushik632 Жыл бұрын
তেতিয়াই যদি নয়ন দাৰ লগত বিবাহপাশত আবদ্ধ হ'ল হয়, আজি দুয়োৰে এখন সুখৰ সংসাৰ হ'ল হয়।🍂😊 দুখ লাগিল কথাবোৰ শুনি...😢 আশাবোৰ পূৰণ হওঁক সোনকালেই, তাৰেই কামনা কৰিলোঁ।
@ChintumoninathChintinath
@ChintumoninathChintinath Жыл бұрын
Right
@mamonisarma7926
@mamonisarma7926 Жыл бұрын
Akou sage duyore reunion likha ase ❤, all the best 😊
@jhonekram6165
@jhonekram6165 Жыл бұрын
noyan dhoka di gusi.. goisil... noyan dai ajio biar kotha e sinta kora... nai..
@hirenPhukon9365
@hirenPhukon9365 Жыл бұрын
Right❤
@priyankasaikia5302
@priyankasaikia5302 Жыл бұрын
Comment বোৰ পঢ়ি বেয়া লাগিল,,, কিছুমানে কৈছে আনক দুখ দিলে নিজেও পায়,,,, কিন্তু এইটো সছা যে আনক হাঁহিব নাপায়,,,,,, তেওঁ নিজে নিজে কৰা নাই,,, জীৱন টো এনেকুৱা ই,,,,, 😭👍বাকী জীৱন টো শেষ নোহোৱালৈকে লাগি থাকক ভাল দিন আহিব 😭
@MalayaBhuyan
@MalayaBhuyan Жыл бұрын
👍
@altabhussain7183
@altabhussain7183 Жыл бұрын
সাধাৰণতে ৰূপক লৈ অহংকাৰ কৰা ছোৱালীবোৰৰ জীৱন তেনেকেই সেই কাৰণেই টকা-পইচা ৰূপ আদি সময়ৰ সোঁতত নিশেষ হৈ যায়।
@pinkiboruah9621
@pinkiboruah9621 Жыл бұрын
কথাবোৰ শুনি বহুত দুখ লাগিল 🥺
@NDR_LIZA
@NDR_LIZA Жыл бұрын
মানুহৰ জীৱনত দুখ থাকে,,,, ভাঙি নপৰিব নতুনকৈ আকৌ জীৱনটো সজাই লওক,,,, সুখৰ হব,,, ❤❤❤❤❤❤❤ কামনা কৰিলো 🙏🙏🙏🙏🙏🙏🙏🙏🙏
@dutiram3812
@dutiram3812 Жыл бұрын
দুখ নহলে জীৱন নহয় বা। হতাশ নহব ধয্যৰে আগবাঢ়ি যাওক।
@girinbora7820
@girinbora7820 Жыл бұрын
কিছুমান কুকুৰ পোৱালি হতে নিজৰ নীৰ্লজ চৰিত্ৰবোৰ লুকুৱাই ৰাখে আৰু ছোৱালীজনীৰ ওপৰত দোষ দিয়ে এই সব কুকুৰ পৰিয়ালৰ গেলা অহংকাৰ আছে আৰু ইহঁতে ছোৱালীৰ জীৱন ধ্বংস কৰিব পাৰে আৰু নিজকে অভিজাত দেখাই থাকে এনে কুকুৰৰ পৰিয়াল আমাৰ অসমতো বহুত আছে। এই সকল কুকুৰক বিশ্বাস কৰিব নালাগে ইহঁত সন্ত্ৰাসবাদীৰ প্ৰজাতিৰ হয় নিজকে বহুত ভদ্ৰ দেখাই থাকে।
@lizzamiddi7051
@lizzamiddi7051 Жыл бұрын
right
@dipikasarma2832
@dipikasarma2832 Жыл бұрын
Thikeai koise
@shurabhichetia7307
@shurabhichetia7307 Жыл бұрын
জন্ম, মৃত্যু, বিবাহ কাৰো হাতত নাথাকে। ছোৱালী জীৱন ইমান সহজ নহয়। সংগ্ৰাম কৰি যাওক।
@junmonybora
@junmonybora 9 ай бұрын
ভাঙি নপৰিবা ভগৱানৰ ওচৰত এৰি দিয়া ভাল দিন ঘুৰি আহিব 🎉🎉🎉🎉🎉
@rinkusut2348
@rinkusut2348 Жыл бұрын
তোমাৰ জীৱনত আকৌ হাঁহি আহিব ❤️
@usrecipezar
@usrecipezar Жыл бұрын
অসমৰ জানমনি হৈয়ে থাকা, কলিকতাত তোমৰ মুল্য নাই, কলিকতালৈ বিয়া হৈ যাওঁতে মইও বেয়া পইছিলো হয়তো কিবা লিখিছিলো বহু কথা নেজানি, কাৰন আমি জানো তোমক কেৱল জানমণি বুলি👍।
@আকাশঁ-ণ৯খ
@আকাশঁ-ণ৯খ Жыл бұрын
Actually, বা, যিজন যিজন পুৰুষে এজনী ছোৱালী বিয়া পাতি ছোৱালী জনিৰ দায়িত্ব লব নোৱাৰোঁ , সেইজন কেতিয়াও পুৰুষ হব নোৱাৰে , সেয়ে নিজেই নিজক আকৌ সৃষ্টি কৰিব চেষ্টা কৰক 🙏🙏🙏 আপুনি সদায় আমাৰ মাজত জানমণি হৈয়েই থাকক 🙏🙏🙏, love you baa❤
@HABIBUR_RAHMAN_2002
@HABIBUR_RAHMAN_2002 Жыл бұрын
নয়ন নীলিম দাদাক কণ্টাক কৰক। জীৱন জীৱনৰ পথত লৈ আহক।
@IndiavillagesmanM
@IndiavillagesmanM Жыл бұрын
😀😀😀
@ranapegu7931
@ranapegu7931 Жыл бұрын
এই আগৰ জানমনি দৰে হৈ ওথক তাৰে কামনাৰে।
@hans656
@hans656 Жыл бұрын
ভগৱানে ভূল কৰিলে কাকো ক্ষমা নকৰে।তুমিহে জানিবা এতিয়া ভুল ক'ত কৰিলা।। কিন্তু এইটোও জানিবা আকাশত ক'লা ডাৱৰ সদায় নাথাকে।
@parivlogs5339
@parivlogs5339 Жыл бұрын
অসমৰ জানমণি। জীৱন মানেই সংগ্ৰাম
@ৰুচাওমানস
@ৰুচাওমানস Жыл бұрын
আনক কন্দুৱাই নিজে সুখী হব গৈছিল কেনে পাইচ্ 😂😂😂😂😂
@bhubonlagachu2238
@bhubonlagachu2238 Жыл бұрын
@@ৰুচাওমানস 🗿
@harenpegu8252
@harenpegu8252 Жыл бұрын
​@@ৰুচাওমানসteneka kobo napai bhai. Karon dukot thoka manuhok aru dhuk nidiba 🙏🙏🙏
@dekavideos6404
@dekavideos6404 Жыл бұрын
Atia jaanmoni hoi thoka nai aru
@UjjalHazarika-hg6oz
@UjjalHazarika-hg6oz Жыл бұрын
অচিন কাঠৰ থুকুৰা । কাৰোবাক দুখ দিলে নিজে দুখ পোৱা যায়
@niranjandas267
@niranjandas267 Жыл бұрын
আমাৰ জানমণি ❤❤ জীৱন সদায় সুন্দৰ
@tipusultanmili2443
@tipusultanmili2443 Жыл бұрын
নহয়
@chandanasarma7597
@chandanasarma7597 Жыл бұрын
​@@tipusultanmili2443❤❤❤u
@ToraliB
@ToraliB Жыл бұрын
😢দুখ নকৰিবা বা তোমাৰ লগত যি হ'ল সপোন বুলি পাহৰি যো যোৱা তোমাৰ জীৱনটো আকৌ নতুন কৈ গঢ়ি তুলক ♥️
@Niiikunja5X
@Niiikunja5X Жыл бұрын
👍😢
@MainulHoque-si4xx
@MainulHoque-si4xx 9 ай бұрын
অতিতক পাহৰি যোৱ বৰ্তমানক আকোৱালি লোৱা । মানুহৰ জীৱনত সুখ দুখ থাকেই ।
@pompitainti4999
@pompitainti4999 Жыл бұрын
কি কৰিব বা মানুহৰ জীৱন এনেকোৱা সুখ দুখ থাকে
Ojaantric || Assamese Podcast ft. Shyamontika Sharma || Ep.122
58:08
Oasis Motion Films
Рет қаралды 213 М.
번쩍번쩍 거리는 입
0:32
승비니 Seungbini
Рет қаралды 182 МЛН