পোহৰলৈ আহিছে OC ভাৰ্গৱ বৰবৰাৰ আন এক ভিডিঅ'।

  Рет қаралды 114,530

DY365

DY365

Күн бұрын

Пікірлер: 849
@prodipbora2752
@prodipbora2752 8 сағат бұрын
এইজনাক উগ্ৰপন্থীৰ লগত যুঁজ কৰিবলৈ সীমান্তত পঠিয়াই দিয়ক।ভিজা মেকুৰীৰ দৰে পলায়ন কৰিব।
@BornHustler2310
@BornHustler2310 8 сағат бұрын
Thik solution disa👍 Tetia gom pua jbo eyar dom kiman
@tarikuddinahmed9738
@tarikuddinahmed9738 8 сағат бұрын
Right kotha koise
@tarikuddinahmed9738
@tarikuddinahmed9738 8 сағат бұрын
Ugraponthi r lgt lagibo parile he
@ajitvlogs5044
@ajitvlogs5044 8 сағат бұрын
Your right bro
@gourabphukan24
@gourabphukan24 7 сағат бұрын
সৰুতে দেখি আহিছো,, ক'ৰবাত উগ্ৰপন্থী ৰ উপদ্ৰৱ হ'লে ,, সবাতোকৈ প্ৰথমতে ভাৰতীয় Army আৰু দ্বিতীয়তে CRPF , আটাইতকৈ শেষত হে ইয়াৰ দৰে কুকুৰৰ বাচছাক দেখো ,, ,,,, নকওঁ আও
@tukheswarpayeng3703
@tukheswarpayeng3703 8 сағат бұрын
চাকৰিৰ পৰা চিৰকাললৈ নিলম্বিত কৰি দিয়ক, তাৰ লেবেল নাইকিয়া হৈ পৰিব। বুধ হয়।
@dhirajfddfbarua1276
@dhirajfddfbarua1276 5 сағат бұрын
এনেকুৱা অসুৰক পৃথিৱীৰ পৰা নিলম্বনৰ ব্যৱস্থা কৰিব লাগে। বেয়া বোৰ আতৰালে শান্তি আহিব, জনসংখ্যা কমিব, পৃথিৱীখনৰ ওজনো কমিব।
@SatyaSaikia-p5g
@SatyaSaikia-p5g 2 сағат бұрын
Ok
@AbdusSalam-bl3gh
@AbdusSalam-bl3gh 4 сағат бұрын
OC r পৰা নমাই Home guard বনাই দিয়ক |
@gakulbora70028
@gakulbora70028 3 сағат бұрын
Good 👍
@twghostofficial6431
@twghostofficial6431 2 сағат бұрын
Right 😂
@ChocolateBoy-e4o
@ChocolateBoy-e4o 2 сағат бұрын
@@AbdusSalam-bl3gh Home guard নহয় Toilet,Bathroom চাফাই কৰ্মী বনাই দিয়ক
@giyan_short
@giyan_short Сағат бұрын
Nhoi direct jail ot dibo lge sakori kati
@reehan2410
@reehan2410 Сағат бұрын
aitu idea best hb rank kmai dib lge
@SatymevaJayate007
@SatymevaJayate007 7 сағат бұрын
এইগৰাকী পুলিচৰ বাবে অনুপযুক্ত ৷
@unitywithdignity
@unitywithdignity 8 сағат бұрын
এই OC বিষয়াজনৰ নহয় মানসিক বিসংগতি আছে নহয় ক্ষমতাই মূৰত ধৰিছে। ইয়াক তেজপুৰৰ মানসিক চিকিৎসালয়ত নিয়াৰ ব্যৱস্থা কৰক নতুবা ভাৰত চীন সীমান্তলৈ পঠিয়াই দিয়ক....
@sribhabeshsarmasribhabeshs3056
@sribhabeshsarmasribhabeshs3056 6 сағат бұрын
Right
@enriqueniel8961
@enriqueniel8961 5 сағат бұрын
Nai bhai aibur bosto amr yale nopothiyabo
@PabitraTeron-bi1xx
@PabitraTeron-bi1xx 9 сағат бұрын
এইজন OC বিষয়া জনক উচিত শাস্তি নিদিলে, অন্য পুলিচ বিষয়া তাতকৈ বেছি বেয়া কাম কৰিব বুলি আমাৰ সন্দেশ হৈছে ।
@KiranChetry-g4i
@KiranChetry-g4i 4 сағат бұрын
Goru dhulai dibo Lage ai manuh janak ...... anekuwa ** ificer kam nai janasadharanar babe nijake nijak laaj lagibo lage
@KiranChetry-g4i
@KiranChetry-g4i 4 сағат бұрын
😂😂😂😂😂 assam police
@RahulRaj-dt7gc
@RahulRaj-dt7gc 9 сағат бұрын
Bhargav borborak OCr pora hawaldar bonai dibo Lage. Dhonyobad 🙏
@brahma1249
@brahma1249 9 сағат бұрын
Best 😂
@BinitRoy-tv3mc
@BinitRoy-tv3mc 8 сағат бұрын
Ekdom😂
@rupambordoloi2782
@rupambordoloi2782 8 сағат бұрын
Moi CM k koi taak hawaldaar bonai dim
@MamoniYesmin-t5f
@MamoniYesmin-t5f 8 сағат бұрын
Thik koisa
@pulpfiction-q5u
@pulpfiction-q5u 8 сағат бұрын
Home guard bonabo lage tak
@pranatidutta-sb3oj
@pranatidutta-sb3oj 4 сағат бұрын
জ্ঞান দ্বীপ দেউতাক নিশ্চয় ভাল পুলিচ আছিল সেই হেতু পুত্ৰ কটন নিয়াল তোমালৈ অশেষ ধন্যবাদ ।
@SarjahanAli-zg4gz
@SarjahanAli-zg4gz 3 сағат бұрын
দৃষ্টান্ত মূলক সাষ্টী হ'ব লাগে।
@jayantdeka9306
@jayantdeka9306 9 сағат бұрын
সাধাৰণ লোকৰ ওপৰত নিয়ম কিন্তু থিকে পালন কৰে। ৰৌ বৰালীৰ ক্ষেত্ৰত ভিজা মেকুৰী।
@munofficials314
@munofficials314 47 минут бұрын
100%
@mridulbhuyanbhuyan2714
@mridulbhuyanbhuyan2714 8 сағат бұрын
পুলিচক দেখিলে সাধাৰন জনতাই নিৰাপদ অনুভৱ কৰিবনে নে ভয়ভীত হব?
@assam2515
@assam2515 8 сағат бұрын
এইজন বিষাক চাকৰিৰ পৰা চিৰ বিদায় দিৱ লাগে।
@padma827
@padma827 7 сағат бұрын
এখেতক নাগালেণ্ড সীমান্তত কিছুদিন দিলে সীমান্ত বাসী উদ্ধাৰ হব যেন পাইছোঁ
@04brothers-jm9sf
@04brothers-jm9sf 8 сағат бұрын
ন্যায় লাগে ধন্যবাদ🙏
@GoneshPatowary
@GoneshPatowary 8 сағат бұрын
এটা star তে ইমান লেবেল তাৰ
@enriqueniel8961
@enriqueniel8961 5 сағат бұрын
Inspector hoi 😂
@gogoiready6853
@gogoiready6853 27 минут бұрын
Takai sp hola ki krila hoi ba!???
@bishnuraibaruah2043
@bishnuraibaruah2043 6 сағат бұрын
এখেতৰ দৰে আৰু কেইগৰাকী মান দক্ষ আৰু সাহসী আৰক্ষী বিষয়া নাগালেণ্ড আৰু অৰুণাচল সীমান্তত নিয়োযিত থাকিলে সীমান্ত সুৰক্ষিত হৈ থাকিব🤗
@hrishikeshkalita8418
@hrishikeshkalita8418 6 сағат бұрын
👌🏻👌🏻😂😂
@KirangbeKirangbeGeme
@KirangbeKirangbeGeme 3 сағат бұрын
Students ba Sangatan buli besi koi bahaduri hole tu ketiya ba eadore gotona hoi Bobisot eadore hobo nalagisil, bohut Las paisu
@Mridul_Hazarika.
@Mridul_Hazarika. 7 сағат бұрын
আইনী ব্যৱস্থা লব লাগে। বিভাগীয় নিলম্বনেই যথেষ্ট নহয়।
@satyamevajayate1274
@satyamevajayate1274 7 сағат бұрын
চাস্পেন হ'ব তাৰ পাছত প্ৰমোচন হ'ব। এইখনেই আমাৰ অসম।
@Dipakborah-hz4bn
@Dipakborah-hz4bn 3 сағат бұрын
3 month pasot beleg thanat join koribo
@janardanbora2803
@janardanbora2803 5 сағат бұрын
মোৰ মতে অসমৰ সংবাদ মাধ্যমক ধন্যবাদ দিব লাগিব এনেকুৱা অচিক অসমত ৰাখি লাভ নাই এইবোৰ নিচিনা বোৰক চাকৰি পৰা বহিষ্কাৰ কৰক
@dwijenkhanikar7582
@dwijenkhanikar7582 7 сағат бұрын
এইসকল পুলিচে বিজেপি দিনত চাকৰি পোৱা পুলিচ। গতিকে পুলিচে চৰকাৰ স্বাৰ্থত যিকোনো কামেই কৰিব পাৰে।
@imdadali9519
@imdadali9519 7 сағат бұрын
সচাই অসম খন অৰাজকতাৰ পৰিবেশ হৈ গল।
@Roy.-
@Roy.- 2 сағат бұрын
Aru thoht mak suda miya bure letera kori rakhiso johora jati..😡
@nitudeka-ks1sc
@nitudeka-ks1sc 8 сағат бұрын
এই জনক নিল্মবন নহয় তেওঁক চিপাহি লৈ নমাব লাগে ।
@rabindas1491
@rabindas1491 10 сағат бұрын
কত পাই আহিছে ইমান সাহস, ভাবিব
@indiabharat5005
@indiabharat5005 9 сағат бұрын
Bjp main
@soonmoni6746
@soonmoni6746 8 сағат бұрын
আজি কালি পুলিচ ৰ উৎপাত বেছি হৈছে, মই police হৈতে আজি 1 years যুঁজি আছোঁ, মিছা মিছা কথা ত ,
@sahilhoque1645
@sahilhoque1645 5 сағат бұрын
বৰ দুখ লাগিল। পুলিচে আনৰ লৰাক নিজৰ লৰাৰ দৰে জ্ঞান কৰিব লাগে।( মুছলমানৰ কথা সুকিয়া।)
@rajuahmed3504
@rajuahmed3504 4 сағат бұрын
Muslim huwa hole kole hoi Miya k mar ehote ako namane
@bnjn5135
@bnjn5135 4 сағат бұрын
Hoy tu muslim alekat jabo kopi thke police or
@rahulaxom2603
@rahulaxom2603 4 сағат бұрын
Hoi.. Pise apuni ironically kua kotha xar burbak bure buji napabo.. 😊
@rurallifene4766
@rurallifene4766 9 сағат бұрын
Suspension he korise. Aku dangor punishment dia nai.pist akou sakori join koribo. Akebare sakorir pora dismissed kori dibo lage.
@altafHussain-zs1qo
@altafHussain-zs1qo 5 сағат бұрын
e kharsar soli khasar habo
@petpuha
@petpuha 7 сағат бұрын
৬মাহৰ দৰমহা কাটি লৰাজনক ভৰাই দিয়ক! তেতিয়া গম পাব!
@mrigank6071
@mrigank6071 6 сағат бұрын
6 মাহলৈ 70% দৰমহা পাই থাকিব, একেবাৰে dismis কৰিব লাগে ।
@GratefuL-2
@GratefuL-2 6 сағат бұрын
Baki 30% ako pabo suspensión hekh hua past ​@@mrigank6071
@স্মৃতিহাজৰিকাগগৈ
@স্মৃতিহাজৰিকাগগৈ 4 сағат бұрын
ভাগব বৰবৰাক উপযুক্ত শাস্তি দিয়ক
@amulyadeka6633
@amulyadeka6633 8 сағат бұрын
সোনকালেই বৰ্খাস্ত কৰিব লাগে।
@JIRI138
@JIRI138 8 сағат бұрын
বিষয়াজনৰ তেল বেচি হৈছে ,তেলখিনি ভালকৈ কাঢ়িব লাগিব তেতিয়াহে ঠিক হ'ব
@MixedDiaries
@MixedDiaries 6 сағат бұрын
এহ! এনেকুৱা চাকৰি বিলাকৰ বয়স বঢ়াই দিব লাগে যাতে গাখীৰৰ দাঁত নপৰা কেইটাই যাতে চাকৰিৰ কাৰণে পৰীক্ষা দিবই নোৱাৰে।
@BabulBorah-j5n
@BabulBorah-j5n 54 минут бұрын
Mr. Borborah.power is temporary but behaviour is permanent. Mind it for future.
@rishiraj9847
@rishiraj9847 10 сағат бұрын
Police tuku pitibo lagisil ...
@pinkubora366
@pinkubora366 7 сағат бұрын
এটা তৰাৰ ক্ষমতাই মুৰত ধৰিছে
@gunajitsarma5579
@gunajitsarma5579 6 сағат бұрын
মা দেউতাকৰ পাপৰ ফলত এজনৰ জন্ম হৈছে,,মা দেউতাকৰ চৰিত্ৰ ভাল হলে ভাল লৰা ছোৱালী জন্ম হৈ
@sanjibmoran4100
@sanjibmoran4100 4 сағат бұрын
এনেবোৰ আৰক্ষী বিষয়াই বিভাগবোৰক বদনামী কৰে।এনে মনোবৃত্তিৰ মানুহ থাকে নেকি।এনেবোৰ আৰক্ষী পালেই বিধিগতভাৱে উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে।
@noah96766
@noah96766 3 сағат бұрын
Justice lagibo...amar
@GoneshPatowary
@GoneshPatowary 8 сағат бұрын
ভোট দে আৰু বিজেপিক
@akashduarah9426
@akashduarah9426 8 сағат бұрын
🧠 thoka hole anekua ortho naikiya comment nokorile haten 😂
@Achyut------75
@Achyut------75 35 минут бұрын
Wtf comments 😂
@RanjitDowarah-s3z
@RanjitDowarah-s3z 2 сағат бұрын
এই পুলিচ বোৰ পৰা, উপাই নাই আৰু, থাকিলেও বিপদ, নাথাকিলেও বিপদ. বিশেষকৈ অসমৰ পুলিচ বোৰ........
@khanindradas1073
@khanindradas1073 5 сағат бұрын
এওক অসম পুলিচৰ পৰা খেদি দিয়াই মঙ্গল জনক
@prodipdas-u9w
@prodipdas-u9w 2 сағат бұрын
এই জন পুলিছ হোৱা অধিকাৰ নাই।
@dipalidas3531
@dipalidas3531 8 сағат бұрын
মামাই মিঠামুখেৰে কি কয় এতিয়া সেয়া হে লক্ষণীয় হব
@Man-i4n
@Man-i4n 8 сағат бұрын
Fb live t 😂
@MancaveTV-t4f
@MancaveTV-t4f 7 сағат бұрын
Mamai kbo ,, na na seitu toh nohobo nh ,, he baba ,, uhu ,, moi mod khoa manuhr lgt kotha npatu ,,😅😂😅
@musfickali8826
@musfickali8826 4 сағат бұрын
Level besi hoise
@mostakimhossainkhandokar3519
@mostakimhossainkhandokar3519 Сағат бұрын
Student power 💪💪💪 zindabad
@nripenboruah32
@nripenboruah32 2 сағат бұрын
মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানক মধ্যম পৰ্যায়ৰ পুলিচ বৰবৰাই বুঢ়া আঙুলি দেখুৱাইছে | মুখ্যমন্ত্ৰী মহোদয়ে দহ মিনিটত সমাধান কৰিব পাৰে |
@myindia0076
@myindia0076 2 сағат бұрын
এইটোক home guard ত demotion কৰিব লাগে।
@dilipnath7240
@dilipnath7240 9 сағат бұрын
Tak Asomar pora khediba lage
@SomeshDeka-d1u
@SomeshDeka-d1u Сағат бұрын
Tak jammu- kasmirat duty dibo lage okolei ugra ponthir logot jujibo paribo ...
@pd9288
@pd9288 2 сағат бұрын
Bhargav borborak 1 mah delivery boy kam dibo lage aru logote daily 1000 ta delivery target dibo ,jodi target complete koribo nuare ,tak aru 1 mah kam koribo dibo lage.
@arunmixvlogs8065
@arunmixvlogs8065 9 сағат бұрын
Moi police r ai bor sobhabor karone police r interview nidiu....... Mane police k ketiyao bhal sokure nesai......
@pulinsharma8826
@pulinsharma8826 4 сағат бұрын
ভাৰ্গৱ বৰবৰাক অকল নিলম্বন কৰিলে নহব এৰেষ্ট কৰি জেলতো ভৰাব লাগে।
@putusvlog5178
@putusvlog5178 8 сағат бұрын
চেলুয়া পিঁয়াটো বৰ বেলেগ দম দেখোন 😂
@subhamroy7963
@subhamroy7963 8 сағат бұрын
all the students and union please take some action againsts this rogue police ,why are you all not protesting such issues ???a single event can bring change to whole system if people rises .
@Sima.1234
@Sima.1234 2 сағат бұрын
এইটোক ধৰি ৰাইজে ভালকৈ মলিয়ালে ই থিক হৈ যাব
@Dhankhuni
@Dhankhuni 5 сағат бұрын
Salute GP singh sir❤❤❤❤
@dasjonali6027
@dasjonali6027 8 сағат бұрын
ই নহয় এনেকুৱা বহুত আছে পোছাকৰ লেবেল দিয়ে সাধাৰণ মানুহ কাম কৰি খাব নালাগে গুণ্ডাগিৰি
@utpalkro1432
@utpalkro1432 5 сағат бұрын
অ হহ সি মানে আগৰ পৰাই ৰাবন আছিল এতিয়া পালা মজাটো ।
@EMON____FF001
@EMON____FF001 7 сағат бұрын
উচিত তদন্ত হব লাগে।
@debabratagope1543
@debabratagope1543 9 сағат бұрын
Such type of police officials r a shame on the department...strict actions should be initiated against him...
@ritukashyap2154
@ritukashyap2154 4 сағат бұрын
CM mama dekhilene Borborar kando?????OC tuk arrest kori punishment dibo lage.
@arifahmed7173
@arifahmed7173 5 сағат бұрын
He should be immediately dismissed n sent to jail
@surendrasurendra6163
@surendrasurendra6163 6 сағат бұрын
হিমন্ত মামাৰ আশীৰ্বাদত ভাগব বৰবৰাৰ গুণ্ডা গিৰি,এই পাগলটোক অফ Dutyত উচিত শিক্ষা দিয়ক
@nnloveu294
@nnloveu294 8 сағат бұрын
assom police 80 person loke sur dokaeet, ehotok langta kori kubaba lage
@staprogya2309
@staprogya2309 9 сағат бұрын
এইটো চৰকাৰী চাকৰী কৰা যোগ্য নহয়।
@bhabendoley6151
@bhabendoley6151 2 сағат бұрын
ভাৰত বাংলদেশ সীমাত পঠিয়াই দিয়ক।সন্দেহ উৎকুচ লৈ বাংলাদেশী সোমাই দিব বুলিও ভয়। আৰ্মিত পঠিয়াই দিয়া । এনে সহকীয় পুলিচক লড্ডক ত পঠিয়াই দিলে ভাল।
@santoshgurung43
@santoshgurung43 Сағат бұрын
ক্ষমতাই মূৰত ধৰিলে এনে হয়। এনেকুৱা মানুহবোৰ পুলিচত কেনেদৰে চাকৰি পায়। দুখীয়াৰ দুখ নুবুজা মানুহৰ পুলিচত কাম নাই।
@PabanNath-dv7wi
@PabanNath-dv7wi Сағат бұрын
ইহঁতে নিজৰ ল'ৰা ছোৱালীক কি শিকাব।
@Nikidas-s2p
@Nikidas-s2p Сағат бұрын
এই জনক চাকৰি ৰ পৰা চিৰদিনলৈ নিলম্বিত কৰি দিয়ে যেন🙏
@short_US
@short_US Сағат бұрын
ঠিক কৈছে
@original147
@original147 Сағат бұрын
Right 💯%
@prasannamedhi7750
@prasannamedhi7750 3 сағат бұрын
নিলম্বিত মানে হল Rest
@hiteshdeka9183
@hiteshdeka9183 5 сағат бұрын
Gyandeep Hazarika should be a role model for young stars --- study and self dependence running side by side, In USA also students from India do these kind of job . Delivery Job is not a small or neglected job..
@DBARMAN-v6c
@DBARMAN-v6c 7 сағат бұрын
অভদ্ৰতাৰ সমাৰ্থক শব্দ যদি ব্যৱহাৰ কৰিব লাগে ইয়াৰ অৰ্থ নিশ্চয় আৰক্ষীয়ে হ'ব ? আৰক্ষীৰ এনে গুণ্ডা গিৰি ,অভব্য আচৰণ এতিয়া সততে সুলোভ । আৰক্ষীৰ যদি এই আচৰণ ৰাইজ কাৰ ওচৰলৈ যাব? গৃহ মন্ত্ৰীৰ দায়িত্বত থকা ডাইনোমিক মুখ্য মন্ত্ৰী ডাঙৰীয়া আৰক্ষীক নিয়ন্ত্ৰণ কৰক।
@AshikLaskar-bh6jl
@AshikLaskar-bh6jl 4 сағат бұрын
এই ভার্গব বর্বরতা,ধলাই,সোনাই, থানায় থাকার সময়,এই রকম জুলুম নির্যাতনের অভিযোগে আছে
@bikashdeka4831
@bikashdeka4831 7 сағат бұрын
পুলিচৰ পোছাক যোৰত কলংক নলগাবি । সাধাৰণ মানুহৰ উপৰত সৎ ব্যৱহাৰ কৰ অসৎ গুন্দাগিৰি নহয় ।
@pranjalpdeka6111
@pranjalpdeka6111 5 сағат бұрын
অ ই এটা professional গুণ্ডা, সকলো ছাত্ৰ-ছাত্ৰী, cotton college professor, ছাত্ৰ সংগঠনসমূহ, AASU আদি সকলো ওলাই আহক এই abnormal Police টোৰ বিপক্ষে।
@ArabindaDas-w2k
@ArabindaDas-w2k 6 сағат бұрын
এইটো ক কটনৰ সন্মুখত সাতদিন কাণত ধৰাই থব লাগে!
@JayMedhi3
@JayMedhi3 7 сағат бұрын
Suspend nhoi dismisss
@dwipenbarman8444
@dwipenbarman8444 4 сағат бұрын
মানসিক ৰোগী যেন লাগে
@dhrupadnarayan
@dhrupadnarayan 4 сағат бұрын
Suspend nkorile u demotion koribo lage tatia u vl hobo.
@KingrajMallaBujarbaruah
@KingrajMallaBujarbaruah 8 сағат бұрын
Dress jur pindhi thakibo nalagisile .... Sidha kri dlu hoi
@Bibhugogoi
@Bibhugogoi 3 сағат бұрын
Get Out,Bhargov...
@TutuHazarica
@TutuHazarica 6 сағат бұрын
Should be take action against OC as soon as possible
@Allassamtourist73
@Allassamtourist73 5 сағат бұрын
Take action Assam Government
@pranjalgogoi3262
@pranjalgogoi3262 4 сағат бұрын
ইয়াক মই সেই দিনাখনেই চিনি পাইছিলো যিদিনা ই দীঘলীপুখুৰিত লৰাটোক দম দিছিল
@RajkumarPegu-h3c
@RajkumarPegu-h3c 4 сағат бұрын
এনেকুৱা আৰক্ষীৰ বাবেই আজি অসম আৰক্ষী বা পুলিচ নিন্দাৰ পাত্ৰ হৈছে
@RamohanPatir
@RamohanPatir 8 сағат бұрын
নিম্বন এটা নাটক কাৰণ চৰকাৰ নির্দেশ
@ajitbordoloi4217
@ajitbordoloi4217 6 сағат бұрын
পুলিচবোৰৰ বাপেকৰ ৰাজ্য বুলি ভাবিছে
@cgohain7304
@cgohain7304 3 сағат бұрын
এইজনৰ শনি তুঙ্গৎ
@khilanjiaasomiya6052
@khilanjiaasomiya6052 7 сағат бұрын
এইটো পাগল, মানসিক ৰোগী
@juliasislary8665
@juliasislary8665 5 сағат бұрын
Not only Suspension ,A strict action must be taken
@tirthajyotigogoi9942
@tirthajyotigogoi9942 5 сағат бұрын
এইজনৰ লেবেল এটাই মই গুৱাহাটী চিটি পুলিচ মোৰ সমান কোনো নাই
@silentvlog-cw5bs
@silentvlog-cw5bs 5 сағат бұрын
Bilkul sahi kaha black t shirt gentleman ney..
@MixedDiaries
@MixedDiaries 6 сағат бұрын
ও কলকাতাৰ পুলিচক দেখি খুব গা উঠিছে যেন লাগিছে।
@ayushmaansaikia47
@ayushmaansaikia47 4 сағат бұрын
Nilamban mane..Annual leave with salary...মানে free salary..কি হাস্যকৰ এইখন অসমত..
@1Bhaskarkathar
@1Bhaskarkathar 7 сағат бұрын
Don't underestimate the power of common men.
@james24Hnf
@james24Hnf 5 сағат бұрын
Eyak Terminate koribo lagibo...... Suspended kori ki lap.... direct terminate koribo lagibo
@RareSpoy
@RareSpoy 4 сағат бұрын
আমাৰ পুলিচ খিনিয়ে সাধাৰণ জনতাৰ লগত ভাল ব্যৱহাৰ নকৰেই এবাৰ পোছাকযোৰ পিন্ধাৰ পিছত নিজকে ৰজা বুলি ভাবি লয় । আৰু ই তো পুলিচ ৰ নামত কলংক।
@tumonbaruah1
@tumonbaruah1 4 сағат бұрын
চাকৰি পৰা খেদক এনেকোৱা আৰক্ষ কোনো প্ৰয়োজন নাই
@amar..1830
@amar..1830 7 сағат бұрын
Aijonr property check korok vlke.....kimn legal property bonaise abar saok
@HarishHaloi-m3b
@HarishHaloi-m3b 6 сағат бұрын
এই পুলিচ কৰ্মী জনক চাকৰিৰ পৰা নিলম্বন নহয় বৰ্খাস্ত কৰিব লাগে।
Haunted House 😰😨 LeoNata family #shorts
00:37
LeoNata Family
Рет қаралды 13 МЛН
Who's spending her birthday with Harley Quinn on halloween?#Harley Quinn #joker
01:00
Harley Quinn with the Joker
Рет қаралды 25 МЛН
beharbari outpost / beharbari outpost today / EP - 3125 / 16-11-2024
28:32