এই video টোৰ পৰা এটা কথা স্পষ্ট যে লৰাজন এজন স্বভিমানি লৰা নিজৰ খৰছ নিজে উলিয়াবলৈ কষ্ট কৰিছে । Exam back আছে কাৰণে ঘৰৰ পৰা help লোৱা নাছিল বুলি বোধ হয় । গ্ৰেজুৱেট হোৱাৰ পিছত কেতিয়াও ভাল নালাগে যে ঘৰৰ পৰা পইচা লবলৈ। বাকী খিনি বেলেগ বাৰু কিন্তু কৰ্ম জীৱনৰ সংগ্ৰাম এটি অতি ডাঙৰ সংগ্ৰাম। বহুত students আছে গুৱাহাটীত part টাইম ৰেপিড আৰু Zomato আদি কৰে। ৰেপিড চলকৰ কোনো এক্সট্ৰা benifit নাই only ভাৰা টো হেৱ তাকো ৰেপিড কোম্পানী আৰু তেল বহন খনৰ খৰচ আছেই
@Kinjalsarma-h4x44 минут бұрын
Dhonyobad dada anedhoron bikhoyor uporot video bonowar karone
আজি কালি অসম পুলিচ বহুত বেছি হৈছে।কাৰণ এই কিঠা পুলিচ নিলসম্বন নহয় দাইৰেক বিদাই দিব লাগে।কষ্ট কৰি চাকৰি পাইছে ।এই চাকৰিটো হডমান কৰি লৈয় যাব লাগে ।কাৰণ পুলিচৰ yuni porm কণ ৰেশ্পেক কৰিব হিকা।এটো নহয় যে হদিখাৰ পাইছে বুলি মানুহক ঐতাচৰ কৰিব । video tu sai bhal lagil❤❤❤। ডন্যবাদ
@hirokjyotimahanta3217Сағат бұрын
You have explained everything very nicely. The government should introduce reforms in the police department focusing on ethical and moral development. This is why UPSC and other public service commissions include a separate paper on ethics and integrity in their syllabus.Before joining the service, one should always keep in mind the core ethical principles that an officer must follow.
@MoonMohan-j2p18 минут бұрын
সেইঅসভ্যটোৰঘৰত,কোনোনাইনেকি,চুটিয়াৰজাত।
@BikramSingDeka3 сағат бұрын
আৰক্ষী নামত কলংক, আৰক্ষীৰ পৰা ওলাই দিব লাগে , নিলম্বন কৰি দিব লাগে তেতিয়া হে এটা শিক্ষা মূলক উদাহৰণ হব
City r kotha to badei diok Village t jito corruption cole You can’t even imagine 🙏🙏🙏
@rajkumarbora616842 минут бұрын
Well educated boy
@thepoliticalawareness10212 сағат бұрын
অসমীয়া মানুহে হয়তু অদৰকাৰী কথাত বিতৰ্ক কৰি ভাল পায়। ৰাইজক অনুৰোধ জনালোঁ অদৰকাৰী কথা বাদ দি জাতিটোক ৰক্ষা কৰিব চেষ্টা কৰক। Supreme Court এ নাগৰিকৰ ভিত্তি বছৰ ১৯৭১ কৰাটো আইন সংগত বুলি কোৱাটো দুৰ্ভাগ্য জনক। অসমত অসম চুক্তি বাতিল কৰিবই লাগিব নহলে অসম হয়তো নাবছে। নাগৰিকৰ ভিত্তি বছৰ ১৯৫১ কৰিবই লাগিব। এতিয়া যি খিনি লৰা ছোৱালীৰ বয়স ৪০ বছৰৰ তলত তেওঁলোকৰ জীৱনত সংঘাতিক সংকট নামি আহিব। বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ জৰিয়তে অসমক বচাব নোৱাৰে। অসমত হয়তো অসমীয়া মানুহৰ জনসংখ্যা ৪০% আৰু বাংলাদেশী আৰু বাঙালী মানুহৰ জনসংখ্যা ৬০%। অলপ দিন পাছত যিহেতু অসমীয়া মানুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বহুত কমিছে, গতিকে অসমীয়া মানুহৰ জনসংখ্যা ২০% হব আৰু বাংলাদেশী মূলৰ মানুহৰ জনসংখ্যা ৮০% হব। এনে পৰিস্থিতিত বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ কোনো কামত নাহে। লগতে অসমীয়া মানুহে প্ৰতি পল প্ৰতি অনুপল নিজকে অসমীয়া বুলি প্ৰমাণ কৰিব লাগিব। ধৰক অসমীয়া মানুহে মাটি এডোখৰ কিনিব গৈছে, নিৰ্বাচন খেলিব গৈছে তেতিয়া নিজকে ১৯৫১ চনৰ আগৰ বুলি প্ৰতিটো Generation এ হয়তো প্ৰমাণ কৰিব লাগিব। লগতে বাংলাদেশী মূলৰ মানুহে কিবা বুদ্ধি কৰি তাৰ বাট ওলাই লব। এটা সময় আহিব ৫০ বছৰ ১০০ বছৰ ১৫০ বছৰ পিছত অসমীয়া লৰা ছোৱালীয়ে নিজকে অসমীয়া বুলি প্ৰমাণ কৰিব নোৱাৰিব documents (১৯৫১) ৰ অভাৱত। আৰু যেতিয়া আগলৈ যদি চৰকাৰ সলনি হয়, আৰু Fake Secular দল যদি চৰকাৰত আহে তেতিয়া নিয়ম সলাই দিব বাংলাদেশী মূলৰ মানুহৰ স্বাৰ্থত। Crime কেনেকৈ নিয়ন্ত্ৰণ কৰিব? আপোনালোকে RTI কৰি ওলাই চাওক প্ৰতিখন জেল, পুলিচ থানা আদিত এচাম বিশেষ লোকৰ আধিপত্য আছে। ড্ৰাগছ ৰ বেপাৰ, চোৰ, ডকাইত, চোৰাং চিকাৰী, চোৰাং কাঠৰ বেপাৰী, ধৰ্ষণ কাৰী আদি। বাংলাদেশত হিন্দু মানুহক গছত, ৰেলিংত বান্ধি অত্যাচাৰ কৰিছে। কোনোবা আন্তজাৰ্তিক মানৱতা সংগঠনে, আন্তজাৰ্তিক মিডিয়া আদিয়ে মাত মতিছে জানো? বাঙালী মানুহৰ জনসংখ্যা অসমীয়া মানুহত কৈ বহুত বেছি তথাপিও কোনেও গুৰুত্ব দিয়া নাই। গতিকে অসমীয়া মানুহ বিপদত পৰিলে কোনেও সহায় কৰিব আগবাঢ়ি নাহে। ডুবাই UAE ত লোকেল মানুহ মাত্ৰ ১১% বাকী সকলো বিদেশী। কিন্তু তাতে কেতিয়াও নাগৰিকত্ব নিদিয়ে, Work Permit হে দিয়ে। তাতে নিৰ্বাচন নহয় গতিকে তাৰ লোকেল মানুহ সুৰক্ষিত কিন্তু অসমত নিৰ্বাচন হয়। গতিকে অসমীয়া মানুহ কেতিয়াও সুৰক্ষিত নহব যদিহে নাগৰিকৰ ভিত্তি বছৰ ১৯৫১ নকৰে? কমিটিয়ে কৈছে নিৰ্বাচনত কিছু আসন সংৰক্ষণ কৰিব অসমীয়া মানুহৰ বাবে কিন্তু যেতিয়া ৮০% ভোটাৰ বাংলাদেশী মূলৰ হব লগতে তেতিয়া এই আসন সংৰক্ষণ কৰা কাৰ্য্যৰ পৰা একো লাভ নহয় practically। মনত ৰাখিব অসমত বাংলাদেশী মানুহ অসমীয়া আৰু ভাৰতীয় ৰাজনৈতিক নেতা কিছুমানে সংস্থাপন কৰিবলৈ হয়তো সুবিধা কৰি দিছিল। তেওঁলোকৰ বাবে অসম ডাঙৰ নহয়, তেওঁলোকৰ কাৰণে গান্ধীজীৰ ছবি থকা কাগজহে বেছি ডাঙৰ আছিল চাগে। যোৰ পুৰি হাত পালে এতিয়া হাতো জলি আছে থাতপিও অসমীয়া মানুহে কিয় সাৰ পোৱা নাই? আপোনালোকে যদি বিশ্বৰ ৰাজনীতি আৰু সমাজনীতি অধ্যয়ন কৰে তেতিয়া দেখিব ভাৰতীয় মূলৰ মুছলমান মানুহ থকা কেইখনমান ঠাই যেনে ডুবাই, পাকিস্তান, বাংলাদেশ আৰু কাশ্মীৰ। ডুবাই Successful কিয়নো সেইখন এখন disciplined society আৰু তাতে নিৰ্বাচন নহয়। কিন্তু আন দিশে পাকিস্তান, বাংলাদেশ আৰু কাশ্মীৰ তিনিখনৰে Indisciplined society আৰু নিৰ্বাচন হয়। অসমতো নিৰ্বাচন হয় আৰু Indisciplined society?? অসমৰ অৱস্থাও পাকিস্তান আৰু বাংলাদেশৰ দৰে হব পাৰে। আমি আগতেও ৰাইজক কিছুমান কথাত সজাগ কৰিব চেষ্টা কৰিছিলোঁ কিন্তু ৰাইজে গুৰুত্ব নিদিয়ে চাগে। কিন্তু এইটো জীৱন আৰু মৰণৰ বিষয়। অলপটো চেষ্টা কৰা উচিত জাতিটোক বচাবলৈ। Fight with Brain, Courage and Honesty. Please analyze and Share.
@FunOnI5 сағат бұрын
মুৰো এই থানাত প্ৰব্লেম হৈছিল l ২০১৯, মই neet ৰ crouching Kori থাকোঁতে, পুলিছে দম দিওঁতে মই ফোনত video কৰিছিলোঁ। সি ফনটো টানি লৈ গৈছিল,আৰু মোক লবলৈ থানালে মাতিছিল। থানত যাওঁতে sob video delete korihe ,jab dile😢😢..with a red chik at 3 am night. I was so afraid back than.
@anandmahondas558126 минут бұрын
Good narrative aboyob ✌✌✌
@okay3932 сағат бұрын
Thank you for bringing up this issue 😢
@kamalbarman2m4565 сағат бұрын
Moi apunar video r babe rokhi asilu.. Thank you apunio cover korile ❤
TO THE OC 🗣 Dadagiri kori kotha nokoba........Singi dim munda
@dipjyotigogoi89642 сағат бұрын
Good speech bro❤❤
@junalisaikia9163Сағат бұрын
আইন নজনা আৰক্ষীৰ প্ৰয়োজন নাই ।
@BREEZUSAIKIA2 сағат бұрын
Good Content Bro❤
@ragivdutta0932 минут бұрын
MR. CM if you are a man of words..do take some serious action against those brainless policemen in your police force....just lecturing on various platforms will not do.
@hasnarashid82172 сағат бұрын
Tumi deutar dore hoba. Bohut val lagil.❤❤❤
@LawEnforcerTV2 минут бұрын
Unlike the United States of America, if a policeman is caught doing this kind of thing, the officer will immediately be dismissed from the job after the enquiry. The Government should introduce compulsory body camera policy for the further actions, investigations and enquiry. Well, the thing is why the OC has done this it's maybe because of misunderstanding or the intel he got. BTW, We respect Police for their work, but each organisation has its positive side and negative as well. I salute the person who made this video, and making a video is legal for your or someone's safety it's the public right. Because The Supreme Court of India has held that the procedure under Section 65B IEA must be mandatorily provided for the admissibility of an electronic record. This procedure is essential to ensure the authenticity and accuracy of electronic evidence and according Right to Freedom of Speech and Expression (Article 19(1)(a)): Citizens have the right to record events in public spaces, including police activity, as an extension of free speech. Hope this helps.
@samudrahazarika1103 сағат бұрын
অসম আৰক্ষীক একদম বিশ্বাস কৰিব নোৱাৰি। আৰক্ষী কাৰো নহয়।
@SanjibSaikia-uh3bf2 минут бұрын
আৰক্ষীৰ পৰাওলীই দিব লাগে
@LITTLEBOYMEN-HEСағат бұрын
Pocket ot jdi poisa thake nje rules bonabou pari aru vagibou pari so poisa anekuwa income kra manuhe hat diya agt 100 bar vabe
@madhabidevi95853 сағат бұрын
এবাৰ এটা কথা ত এজন পুলিচ লৈ ফোন কৰিব লগা হৈছিল , পুলিচ জনে ফোনতে কৈছিল , আপুনি মোক ফিজিকেল পাইছে জানো , কথা সাৰ বুজি নাপালো কিন্তু আপমান পালো ।
@INTNSE2.OСағат бұрын
ৰক্ষকৰ ৰ ৰূপত ভক্ষক 😏😏😥
@nirudutta34863 сағат бұрын
We Appreciate aboyob
@bitturoy84083 сағат бұрын
Shame on assam police
@BhargavDas45811 минут бұрын
Upper Assamt hbo lgsl ankua case. Scene hoi thakutei Public a mili ei Borbora tuke goru piton dile hoi , tatkoi besi nkou ru
@mallikasarma78174 сағат бұрын
Follow Assam Police for such kind of their actions. Police is there to help public not to show 💪power on streets. Yes handling criminal is different.
@RumiNazirСағат бұрын
Good speech
@TununnСағат бұрын
6:20 mama kotha keta Val lagil
@Rishidas111Сағат бұрын
Bor val ktha koisa dei 🥺 aboyab daa 🥺🫶🏼
@assamboyff37254 сағат бұрын
6:14 mama always right ❤
@mizanur504Сағат бұрын
লৰা জনে সাধাৰণ কাৰণে তেনেকুৱা কে মাৰিলে।
@sk-1-1-1-Сағат бұрын
hai karone ST obc aru beleg beleg kota t chakori paise sage....ane hboi...kom mark pai chakori pale ane hoboi...mor mote ST obc aibor manuhok mark kom nkori...beleg fale hohai korile hol...month 20000 kori diyok kota nai... reservation dibo nlge
@jubayerahmed76984 сағат бұрын
Bhai...aebur kotha r uporot alusona aru aebur bixoyot kotha patibole agbarhi ahisa ...xei buli aji tumak bhal lagil...asnei aru sinta kora
@anuu_official9873 сағат бұрын
আমাক ৰক্ষক লাগে ভক্ষক নহয়
@luckydey14593 сағат бұрын
Truly appreciable
@DebanonGhosh3 сағат бұрын
Police jonr asorone ai2 poman kri dile je tekhetr maa deutake ki hikha dile. Tekhetor maa deutake atiya bhut proud feel krise.
@hemantkumar-rq8ek4 сағат бұрын
Coton coton colleger satro aase buli iman khini action hui se nohole portek din dhukhiya cab driver auto salak or uporot atyachar hoi
@mridulsarmah29393 сағат бұрын
Really loved this episode. You missed one essential point while describing the Dhing incident, the Taffajul killed in encounter was different from the Tafajjul accused in the encounter. Moreover, because Gyandeep is a student of of Cotton, this thing became a statewide issue but I have seen delivery boys, cab drivers facing these issues on a daily basis. They don't even have a voice.
@kabya2349Сағат бұрын
Kisuman police hodai dhoni hokolor fale thake CM sir Jie toka dibo teolukok aku nkre