'পুলিচ-অফিচাৰ মোৰ মতে চলে'। দলীয় সভাত বিজেপি বিধায়কৰ বিস্ফোৰক মন্তব্য

  Рет қаралды 37,928

DY365

DY365

Күн бұрын

'পুলিচ-অফিচাৰ মোৰ মতে চলে'। দলীয় সভাত বিজেপি বিধায়কৰ বিস্ফোৰক মন্তব্য। জিতু গোস্বামীৰ ভাবুকি সম্বলিত ভিডিঅ' লৈ আৰক্ষী থানাত ৰকিবুল হুছেইন। পুত্ৰৰ নিৰাপত্তা বিচাৰি এজাহাৰ দাখিল কংগ্ৰেছ সাংসদজনৰ।
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 181
@prabinmallabaruah8845
@prabinmallabaruah8845 6 күн бұрын
আৰক্ষীৰ বিষয়ে এনে অপমান জনক মন্তব্য দুৰ্ভাগ্য জনক । আমিও জানোঁ শাসকীয় দলৰ বিধায়কক কিছু সমীহ কৰে আৰক্ষীয়ে। কিন্তু ৰাজহুৱা ভাবে বিধায়ক জনে এক অহংকাৰী ভাব দেখুৱাব নালাগে।
@NayemHasan-uz7db
@NayemHasan-uz7db 6 күн бұрын
জিতু গোস্বামী য়ে সঁচা কথাই কৰে অসম পুলিচ বিজেপিৰ কথামতেই চলে
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq 6 күн бұрын
Toi to bangladeshi miya .
@binapanitalukdarbinapanita2559
@binapanitalukdarbinapanita2559 6 күн бұрын
এখেতে সচা কথাই কৈছে।অকল পুলিচয়ে নহয় চি বি আই, চিয়াদি আদি সকলো সংস্থা বি জেপিৰ মতেই চলে। কাৰণ আমি সকলোবোৰ দেখি আহিছো।
@MukundraBoruah-hj4ko
@MukundraBoruah-hj4ko 6 күн бұрын
😮​@@RUPJYOTIKALITA-ez8fq
@malekali1660
@malekali1660 6 күн бұрын
​@@RUPJYOTIKALITA-ez8fqtoi ki inglan or pora jnm loi aiso nki....maaakok xudibi bapekor name ki asil
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq 6 күн бұрын
@@malekali1660 tohot 100 soli...mak ..bapek kon hudibo lage.. Amar nalage 2 ta soli only ...mnt thake amr... Tohot aru pork same ...
@tultulbora8932
@tultulbora8932 6 күн бұрын
অসম আৰক্ষী সন্মান শেষ কৰিলে বিজেপি য়ে
@ratulali5843
@ratulali5843 6 күн бұрын
জিকিব নোৱাৰিব বুলিয়েই আবুল তাবুল বকি আছে চামগুৰি পুলিচ আপোনাৰ কথাত ছলিব পাৰে কিন্তু ৰাইজ নহই দম থাকিলে আপুনি উঠক না
@alekuddin7259
@alekuddin7259 6 күн бұрын
Congress zindabad
@deepjyotihrishikesh
@deepjyotihrishikesh 6 күн бұрын
অসাংবিধানিক বক্তব্য দিয়া জনৰ মুৰত কিবা, আছানে।
@taradoi7957
@taradoi7957 6 күн бұрын
মোৰ দৃষ্টিৰে------------কথা বোৰ সঁচা হলেহে ওলাই ।কিবা অলপ থাকিবই লাগিব নহলে মুখৰ পৰা কিয় কথাষাৰ ওলাব ।চৰকাৰ মতেই পুলিচ প্ৰশাসন চলে ।
@myoldgramophoneinworkingco2559
@myoldgramophoneinworkingco2559 6 күн бұрын
সঁচা কথাকে কলে নেকি বাৰু।।😮😮😮😮😮
@NilaSarmah
@NilaSarmah 6 күн бұрын
1000% correct
@mainudavi9510
@mainudavi9510 6 күн бұрын
আমাৰ মা ভনী হতক 1000 টকা অরুনোদয়ত বনধক থোবা নাই
@mainudavi9510
@mainudavi9510 6 күн бұрын
মহাশয় উজনি অসমত এনেদরে ভাষন দিলে আপোনি নবেল বটা পাব
@rajibpegu5313
@rajibpegu5313 6 күн бұрын
সঁচা কথা কৈছে পুলিচৰ কোনো নিজচ্ছ নাই
@promudborgohain7920
@promudborgohain7920 6 күн бұрын
অসমৰ জনসাধাৰণে বুজিবলৈ বাকী নাই।
@sabirali7402
@sabirali7402 6 күн бұрын
টুৰ বাপকৰ অসম নেকি
@goodstudent3608
@goodstudent3608 6 күн бұрын
দাবিকৰাৰ কি প্ৰয়োজন আছে, বাস্তৱত গমেই পোৱা যায় অসমত কি হৈ আছে
@rajendutta9433
@rajendutta9433 6 күн бұрын
দিপ্লুক হেৰুৱাৰ আখৰাহে চলিছে যেন লাগিছে
@khairuz4355
@khairuz4355 6 күн бұрын
বাহ এয়াই নেকি আপোনালোকৰ মহান বাণী । ভয় লাগি আছে দে যিহেতু অসম পুলিচ আপোনাৰ কথা মতে চলে। Encounter কৰে যদি😂😂
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw 6 күн бұрын
চাপৰি বজোৱা কেইটা ভটুৱা কুকুৰ যেনহে লাগিছে ।
@asanulhoque3442
@asanulhoque3442 6 күн бұрын
এনেকৈয়ে প্ৰশাসনৰ জড়িয়তে বিজেপিয়ে নিৰ্বাচন জিকে
@janardonbora2795
@janardonbora2795 6 күн бұрын
ইয়াক জলদি এৰেষ্টৰ ব্যৱস্থা কৰিব লাগে । নে সচাকৈ আগতে হিমন্ত ই কোৱাৰ দৰে কৈছে পুলিশ মোৰ, আমাৰ মতে চলে ।
@user-df4hv7dc8t
@user-df4hv7dc8t 6 күн бұрын
কেৱল জিতু য়ে নহয় যিমান মন্ত্ৰী এম এল এ আছে সকলো ৰে কথা মতে আৰক্ষী চলে
@kanaktalukdar2847
@kanaktalukdar2847 6 күн бұрын
দুৰ্ভাগ্যজনক মন্তব্য বিধায়ক গৰাকীৰ ।
@abdulbaten2293
@abdulbaten2293 6 күн бұрын
ঠিকেই কৈছে।
@rajuboruah3183
@rajuboruah3183 6 күн бұрын
এয়া বামুন ৰাজ যেন পাও ।
@mukulbaruah1833
@mukulbaruah1833 6 күн бұрын
Bamun raj mane Axom t atia matra 1.5 Bamun Axomr uthi roja bohi roja. Axomr manuhe jetialoike Bamur vori dhua pani khai manakhik gulam hoi thakiba tetialoike Bamune luti thakiba.
@kishoridas6447
@kishoridas6447 6 күн бұрын
বিজেপি বিধায়ক জিতু গোস্বামীৰ মতে অসম আৰক্ষী চলি আছে! হায়! হায়! বিজেপি বিধায়ক এজনৰ জ্ঞানৰ গভীৰতা। এই বিষয়ে মাননীয় মুখ্যমন্ত্ৰী দেৱে মন্তব্য দিয়ে যেন।
@sahabuddinahmed-mp3hu
@sahabuddinahmed-mp3hu 6 күн бұрын
বিধায়ক ৰ ভাষাত গুণ্ডা যেন লাগিছে। এনে গুণ্ডাক এৰেষ্ট কৰিব লাগে
@prabinmallabaruah8845
@prabinmallabaruah8845 6 күн бұрын
2026 চনত প্ৰফুল্ল মহন্তৰ পুত্ৰ বঢ়মপুৰ সমষ্টিৰ বিৰোধী দলৰ প্ৰাৰ্থি হব। তেতিয়া দেখা যাব এই বপুৰাৰ দম কিমান আছে । ভিজা মেকুৰীৰ দৰে নহ'লেই ৰক্ষা ।
@jitsvlogs4373
@jitsvlogs4373 6 күн бұрын
Excellent bro 👍 ​@@prabinmallabaruah8845
@hirenmajhi4016
@hirenmajhi4016 6 күн бұрын
Kot ase heijon ahi paise ajiloike barhampurt
@basantaborgohain5372
@basantaborgohain5372 6 күн бұрын
সেইবাবে চুমি মালটো পলাই থাকিবলৈ সুবিধা কৰি দিছে।
@puspadhardowarah1932
@puspadhardowarah1932 6 күн бұрын
হবও পাৰে সেই বাবে পুলিচে অপৰাধী ধৰিব নোৱাৰে !জোনমণি হত্যাকাণ্ড ও সুনীল জাহাংগীৰৰ একো শূংসূত্ৰ নোলাল!জিতু গোস্বামীৰ আগতে নামেই শুনা নাছিলো।কিমান জনপ্ৰিয় ;কিমান নামী দামী সকলোৰে জনা আছে। ঠিক আছে ২০২৬ ত আমিও ভাল যুজ দিম!"চৰকাৰেই স্বেচ্ছাচাৰী! কত এনে কথা নকব?
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw 6 күн бұрын
গৰু মূত্ৰ গৰু গুবৰ থকা মূৰহে ।ক্ষমতাই মূৰত ধৰিছে ।চুৱা খোৱাৰ জাত ।
@mukulbaruah1833
@mukulbaruah1833 6 күн бұрын
Happy yarn ajikali sayambhu iswar Bamun k khonmaan jonai kotha nakoba, karan Axom khon ihate ses karile. Ihate ji thal t khai khei thal futa kore.
@DhantiHazarika-f6i
@DhantiHazarika-f6i 6 күн бұрын
শিয়াল ৰ দল কংগ্রেচ।
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw 6 күн бұрын
@@DhantiHazarika-f6i আপোনী চাগে ন বিজেপি ।
@ThirmalRajbongshi
@ThirmalRajbongshi 6 күн бұрын
যিমান কৈ থাকক জিতু গোস্বামীয়ে হাৰিব ।জিতু গোস্বামীয়ে টিকট পোৱাৰ মানুহ নহয়। ইহঁতৰ মগজুত একো নাই।
@utpalgoswami1990
@utpalgoswami1990 6 күн бұрын
বি জে পিৰ মন্ত্ৰী, বিধায়ক বা দালালে যি কয় তাকেই শুনিব লাগিব পুলিচে । ED, CBI, lT এইবোৰ তেওঁলোকৰ পকেতত, যেন ঘৰুৱা কাম-কাজত ব্যৱহাৰ কৰা ব্যক্তি
@dilderhussain508
@dilderhussain508 6 күн бұрын
Bjp go back
@BulbulHussain-n1w
@BulbulHussain-n1w 6 күн бұрын
A I hoisa bjp netar asol rup
@dibyajyotigogoi4801
@dibyajyotigogoi4801 6 күн бұрын
তহতৰ কথাতেই বিজেপি ক ভোট নি দিয়ে।
@mohibulhoque5368
@mohibulhoque5368 6 күн бұрын
দুৰ্ভাগ্য এই যে অসম আৰক্ষীয়ে ইয়াৰ পিছত কোনো ধৰণৰ action লবলৈ সাহস নাপাব।
@inglishvlogs1015
@inglishvlogs1015 6 күн бұрын
বামুণ জনেও এবাৰ আগতেই এই ধৰণৰ কথা কৈছিল,
@mukulbaruah1833
@mukulbaruah1833 6 күн бұрын
Bamune rajpat loi Axom ses karile.
@mdriyazahmed4495
@mdriyazahmed4495 6 күн бұрын
Wahhh tamam dekhun
@AbdulRahman-p1u5d
@AbdulRahman-p1u5d 6 күн бұрын
অসম পুলীচ জিতুগোস্বামীৰ পৈত্ৰিক সম্পতি নেকি?চামগুৰী পুলীচেই এদিন গোস্বামীক গ্ৰেপ্তাৰ কৰিব।উদণ্ড বিধায়কৰ উদণ্ড ভাষণেই তেওঁৰ আচল স্বৰূপ উদঙাই দিলে।
@monuwarabegam5708
@monuwarabegam5708 6 күн бұрын
জিতু ইমান অহংক ভাল নহয় ৰাইজে বাচনি কৰিব
@user-tb2vx9gs6t
@user-tb2vx9gs6t 6 күн бұрын
Right speech
@SimilarAhmed
@SimilarAhmed 6 күн бұрын
এয়াই বি জে পি,ৰ আছল চৰিত্ৰ
@jiyajiya6386
@jiyajiya6386 6 күн бұрын
Congress 🎉🎉
@subhikshadasboro9342
@subhikshadasboro9342 6 күн бұрын
okol police nohoi aaru media komti nohoi kintu
@jaychankarboro4439
@jaychankarboro4439 6 күн бұрын
Wow wonderful statement Shameful shameful
@JkTree-xl9dw
@JkTree-xl9dw 6 күн бұрын
বিধায়কৰ দৰমহা দিয়ে নেকি বিধায়ক পাচ বছৰীয়া ষাঠি বছৰীয়া চাকৰি।বি জে পি ধংস হ'বলৈ বাকী নাই।
@QwertyUiop-zx6xc
@QwertyUiop-zx6xc 6 күн бұрын
অসম পুলিচৰ মেইন ডিজিপি তোৱে বিজেপিৰ চলে ।
@bidheswarnarah6197
@bidheswarnarah6197 6 күн бұрын
জনসাধাৰণে বি জে পি ৰ কথাত নছলে
@alomali6259
@alomali6259 6 күн бұрын
সদা কথা কৈচে
@NilaSarmah
@NilaSarmah 6 күн бұрын
গোস্বামী === গো মানে স্বামী =
@2nt979
@2nt979 6 күн бұрын
ক্ষমতা বেশিদিন থাকে না বেশি লাফা লাফি করা টিক নয়।
@dianuddinahmed5046
@dianuddinahmed5046 6 күн бұрын
SAVE DEMOCRACY SAVE ASSAM.
@muned6442
@muned6442 6 күн бұрын
বিজেপিৰ বিধায়ক জনে ভয় খাইছে আবোল তাবোল বকিছে 😂😂😂😂😂😂
@padmanathdoley3510
@padmanathdoley3510 6 күн бұрын
গাত লগাকৈ লিখিদিবৰ মন যায়... কিন্তু নিলিখো আৰু
@boramohan1
@boramohan1 6 күн бұрын
অসম পুলিচ মনে মনে আছে যে
@sanjibdutta5920
@sanjibdutta5920 6 күн бұрын
নিচয়
@dinislam2729
@dinislam2729 6 күн бұрын
Hosai ne GP SINGH# dangoriya
@AbdulKuddus21i
@AbdulKuddus21i 6 күн бұрын
It is so discredit to polic deptt. It is so shamful to state administrative deptt.
@JasifulIslam-q9v
@JasifulIslam-q9v 6 күн бұрын
মই jonamote bjp r কথা মতে চলে Assam police
@bishaldas3964
@bishaldas3964 6 күн бұрын
Etya sindicate mafiya jitur uporot ki action loi nojor rokha hobo...
@AHTech0786
@AHTech0786 6 күн бұрын
Arrest koribo lage
@alaluddain4336
@alaluddain4336 6 күн бұрын
Arrest karak
@TahirKhadem
@TahirKhadem 6 күн бұрын
People know it is right, 26only.
@boramohan1
@boramohan1 6 күн бұрын
যি জন অফিচাৰে টোৰ মতে চলে,আচলতে সি ট্ৰেনিং,নাই কৰা,পইচা দি ট্ৰেনিং পাছ কৰিলে,বাকি খিনি অফিচাৰ ঘৰত কাম কৰি চাকৰি কৰিছে
@atiqurrahman1813
@atiqurrahman1813 6 күн бұрын
Sabash
@user-gd1vt3nf8c
@user-gd1vt3nf8c 6 күн бұрын
Petrol diesel gas ⛽ dam kumaidi 🙋🙋 NRC pisot
@shyamolikabora2924
@shyamolikabora2924 6 күн бұрын
কি কথা কয় গণতান্ত্ৰিক ৰাষ্ট্ৰ নে ৰাজতন্ত্ৰ?
@ShortSongVibes
@ShortSongVibes 6 күн бұрын
Jodi kotha tu khossa hoi te laz lagise Axom police loi 🫤
@AlauddinAhmed-wv7wm
@AlauddinAhmed-wv7wm 6 күн бұрын
জিতু গোস্বামী ডাঙৰীয়া অসমৰ সাধাৰণ জনতাই কিছূ পৰিমানে হলেও জানে শাসকীয় দলক সকলো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ৯০ শতাংশই মানি চলে আৰু চলিবও লাগে । সেই বুলিয়েই অসম পুলিচক ইমান তললৈ লৈ যাব লাগে নেকি ? আপুনিচোন ৰাজনৈতিক দল এটাৰ নামকেই শুদ্ধকৈ নকলে । এৱাই ডি এফ নহয় "এ আই ইউ ডি এফ হে হব লাগে ।
@iyaruddinalli4623
@iyaruddinalli4623 6 күн бұрын
Jitu goswamik arrest koribo lagee
@AsrafulIslam-x8k
@AsrafulIslam-x8k 6 күн бұрын
অসমত কিহৈছে
@rajesh6155
@rajesh6155 6 күн бұрын
Smart meter 😮😂
@ajit6168
@ajit6168 6 күн бұрын
জিতু এ BJPৰ সচাঁ কথা কলে
@prasannakumar9373
@prasannakumar9373 6 күн бұрын
Cogest jindabaad
@imonbaruah3126
@imonbaruah3126 6 күн бұрын
এজন ঠগিলং ঠগিলং কৰি দক্ষিণা লোভিয়া বামুণ ক ৰাজ আসনত বহুৱালে এনেকুৱাই হ'ব আৰু হৈয়েই থাকিব। বামুণে ৰাজপাটত বহিলে পালি পহৰিয়া চামে চুৱা খাবলৈ আহিবয়ে
@mukulbaruah1833
@mukulbaruah1833 6 күн бұрын
Imon Baruah Axomr khilonjia jati/ janagusthi khamuhe jetialoike Bamunr vori dhua pani khai akhirbad bisari manakhik gulam hoi thakiba tetialoike Bamune khilonjiak luti thakiba.
@imonbaruah3126
@imonbaruah3126 6 күн бұрын
@@mukulbaruah1833 বৰুৱা দেউ মই ইমন বৰুৱায়ে কৈছোঁ যে বামুণৰ ভৰি ধুৱাই পানী খোৱাতকৈ সেই বামুণক ৰাজপাটৰ পৰা ঠেকেচি নমাই মন্ত্ৰ মাতিবলৈ দি নিজৰ গতানুগতিক কৰ্ম কৰি দক্ষিণা আৰ্জ্যিলেই ভাল হ'ব।
@mohibulhoque5368
@mohibulhoque5368 6 күн бұрын
তেওঁ সঁচা কথা কৈছে। এই কথা সকলোৱে জানে কিন্তু কোনেও নকয় মাত্ৰ এইজন অলগদ অসংকাৰি বিজেপিৰ গুণ্ডা জনে হে কলে
@PappDutta-ur5rq
@PappDutta-ur5rq 6 күн бұрын
Laz lagebo lage dy
@sanarahman2791
@sanarahman2791 6 күн бұрын
Ki hobo amar assam police r
@akhilgoswami1140
@akhilgoswami1140 6 күн бұрын
Very bad Assam 's condition.
@bantidas2403
@bantidas2403 6 күн бұрын
থ পাপিৰ মুখৰ হৰিৰ নাম অসভ হয় থ
@RehanAhmed-re9lo
@RehanAhmed-re9lo 6 күн бұрын
Congress jindabad jindabad Rahul Gandhi jindabad
@bhabeshbaishya8660
@bhabeshbaishya8660 6 күн бұрын
Manuh more koi Sarai more roi.
@bijusaikia5372
@bijusaikia5372 6 күн бұрын
আজিহে গয পাইছ নেকি ?
@keramatali5692
@keramatali5692 6 күн бұрын
Hosa Kota hobo pare
@binudkachari7685
@binudkachari7685 6 күн бұрын
Thikei koise.
@ajitdeka1996
@ajitdeka1996 6 күн бұрын
Assam police niropekhya hobo lage. Karon kar sorkar ketiya ahe ketya jai konew najane. Raije bhangibo pare aru konobak patibo pare
@sushilkachari3903
@sushilkachari3903 6 күн бұрын
Ayai bjp niti adarkh
@prasenjitdeb4648
@prasenjitdeb4648 6 күн бұрын
ছুটিয়া
@allvideo3996
@allvideo3996 6 күн бұрын
I am a Muslim. And i am requesting all the muslim of assam to be together in the next election against BJP.
@kiranchetry9440
@kiranchetry9440 6 күн бұрын
Xopun hobo heitu tumar baba 😂😂😂 bjp only bjp❤❤
@theworldmystery7880
@theworldmystery7880 6 күн бұрын
Andh bakth
@mukulbaruah1833
@mukulbaruah1833 6 күн бұрын
kiran chetry toi ajikali regular 2 kG gubarar sabonprush Goru moot r Amrit aru 1 Liter Bamunr vori dhua pabitra pani khai mohagyani holi. Tur tlTezpurat vl nahoba, tur Brain t kome u 60 ta electric chock dilehe vl habo para.
@kiranchetry9440
@kiranchetry9440 6 күн бұрын
@@mukulbaruah1833 😂😂😂😂😂😂😂😂 Bheem army ahi gol
@kiranchetry9440
@kiranchetry9440 6 күн бұрын
@@mukulbaruah1833 secular hindu 😂😂😂😂
@gojongapol4448
@gojongapol4448 6 күн бұрын
Politics ot aibur bhakhon solei
@mohiruddin1328
@mohiruddin1328 6 күн бұрын
Hoy
@IftikharAhmed-ec8zu
@IftikharAhmed-ec8zu 6 күн бұрын
jitu goswami a khasa kthai koise. assam police is a big zero.
@MaoBourah
@MaoBourah 6 күн бұрын
Dom nai Karu cm ghoriyal sab CM politics
@JasifulIslam-q9v
@JasifulIslam-q9v 6 күн бұрын
BJP pagol নহয় পাগল hoise নেতা কেইজন
@AbdulSamad-oh8sc
@AbdulSamad-oh8sc 6 күн бұрын
What type of anchoring... Ur anchoring style don't like... Repeated news don't like.. Training needed
@Narzy88
@Narzy88 6 күн бұрын
Good news Hoy Assam police bortoman BJP r putola Rup loyse
@abdulmannanahmed787
@abdulmannanahmed787 6 күн бұрын
Pride goeth before destruction.
@MoinaBaruah-m2x
@MoinaBaruah-m2x 6 күн бұрын
Hs pass aru mass com ki bay
@AbdulMannanAli-xg8df
@AbdulMannanAli-xg8df 6 күн бұрын
Damar katha koi manuh kunu din dangor hobo nuware.
@hirenmajhi4016
@hirenmajhi4016 6 күн бұрын
2016 r agot ki kori thoise barhampur r raije jane
@user-Quick_ftbl
@user-Quick_ftbl 6 күн бұрын
Kore
@kushalbaruah8438
@kushalbaruah8438 6 күн бұрын
BJP HATAW ASOM BASAW PLS
@AbdulMannanAli-xg8df
@AbdulMannanAli-xg8df 6 күн бұрын
Hosa katha kuwar babe dannybad. Pise karbat kiba loss hol naki baru.
@rupsanali9291
@rupsanali9291 6 күн бұрын
Ki ji hobo arr
Blue Food VS Red Food Emoji Mukbang
00:33
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 37 МЛН
Amazing Parenting Hacks! 👶✨ #ParentingTips #LifeHacks
00:18
Snack Chat
Рет қаралды 15 МЛН
Touching Act of Kindness Brings Hope to the Homeless #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 19 МЛН