Educationist Deven Dutta Passes Away | GMCHত তিল তিলকৈ মৃত্যু হ’ল শিক্ষাবিদ দেৱেন দত্তৰ

  Рет қаралды 82,631

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Educationist Deven Dutta Passes Away | GMCHত তিল তিলকৈ মৃত্যু হ’ল শিক্ষাবিদ দেৱেন দত্তৰ
Former Cotton University professor Deven Dutta passes away. Deven Dutta breathed his last at Gauhati Medical College Hospital at 12.10 pm. The academician passes away at the age of 81 due to heart disease.
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#devendutta #guwahati #guwahatinews #gmch #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 205
@someswariborah8239
@someswariborah8239 Жыл бұрын
অসমীয়া ভাষা নিভাঁজ আৰু শুদ্ধ ৰূপত ক‌ওঁতা সাজে-সজ্জাই, চিন্তা -চচ্চাই এগৰাকী প্ৰকৃত অসমীয়াক হেৰুৱাই মৰ্মাহত হৈছোঁ।
@bijumoniphukon3744
@bijumoniphukon3744 Жыл бұрын
দত্ত চাৰ আত্মাই চিৰ শান্তি কামনা কৰিলোঁ।
@sewaligogoi3175
@sewaligogoi3175 Жыл бұрын
এইজনা বিশিষ্ট ব্যক্তিয়ে এবটল তেজ নাপালে । আৰু সাধাৰণ মানুহৰ কি গতি হ'ব।
@birajbora7322
@birajbora7322 Ай бұрын
Om Shanti 🙏🙏🙏💐😢
@DipakRoy-dt1wg
@DipakRoy-dt1wg Жыл бұрын
Om shanti...
@madanchdas5220
@madanchdas5220 Жыл бұрын
দেবেন দত্ত চাৰ এজন বিশিষ্ট ব্যক্তি । তেখেতৰ ক্ষেত্ৰতেই যদি এনে ঘটনাৰ সৃষ্টি হয়, আন সাধাৰণ ব্যক্তিৰ ক্ষেত্রত আৰু কি নহব !
@bharatibarkataki7592
@bharatibarkataki7592 Жыл бұрын
বহুত দুখজনক ৷ তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ৷
@syedaellinnahar1995
@syedaellinnahar1995 Жыл бұрын
মহান ব্যাক্তিজন যদি সদায় জীয়াই থকা হলে ?
@prabhatkrgogoi8153
@prabhatkrgogoi8153 Жыл бұрын
সততা আৰু সাহসিকতাৰে সমাজৰ বাবে চিঞৰি চিঞৰি অৱশেষত বিদায় মাগিলে ৷ যিজনে কোনো সভাত বৰ চুৰীয়াৰ পাকেৰে৷ সভা শুৱনী কৰা বৰ বৰ সাহিত্যিককে " দেবেন নহয় দেৱেন ব নহয় ৱ " বুলি বাৰে বাৰে শুধৰাই থকা কাষতে বহা সকলে প্ৰায়েই মন কৰিছিল ৷ যাই হওক, চাৰৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ৷
@gahinboro419
@gahinboro419 Жыл бұрын
বহুত বহুত দুখ লাগিল । আবেগিক হৈ চকলো ধৰি ৰাখিব নোৱাৰিলোঁ । ওঁম শান্তি ! ওঁম শান্তি । ওঁম শান্তি ।
@eldrinkoch3656
@eldrinkoch3656 Жыл бұрын
অসমক ভাল পোৱা সচেতন এজন সমাজকৰ্মী হেৰুৱালো ...তেখেতৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰক....
@sashibhatta5198
@sashibhatta5198 Жыл бұрын
ক'ত গ'ল ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকী আৰু অধীক্ষক ডা: অভিজিৎ শৰ্মা ! ধিক্কাৰ দিবলগীয়া ৷
@user-ly8fl7yo9v
@user-ly8fl7yo9v Жыл бұрын
কেৱল চিকিৎসালয় থাকিলে নহ'ব, সকলো চিকিৎসাৰ সুবিধা কৰক, কথাত কৈ কামৰ হে প্ৰয়োজন।
@ranubhuyan8091
@ranubhuyan8091 Жыл бұрын
এগৰাকী সু ,নিভাঁজ অসমীয়া ,আমি হেৰুৱাই মনত দুখ অনুভৱ কৰিছোঁ। তেখেতৰ আতমাই সৎগতি লাভ কৰক🙏🙏🙏
@chandraa5971
@chandraa5971 Жыл бұрын
So 😭😭 sad
@bapupegu2755
@bapupegu2755 Жыл бұрын
Om Shanti
@pranitakonwar1413
@pranitakonwar1413 Жыл бұрын
তেজৰ কিয় অভাৱ হল?আত্মাৰ সদগতিৰ কামনা কৰিলো🙏
@anilkumarkalita6774
@anilkumarkalita6774 Жыл бұрын
অসম চৰকাৰ ৰ অমৃত উৎসৱ পতা মূখ্য মন্ত্ৰী কত গল ! লাজ লাগে অসম চৰকাৰৰ মিথ্যা চাৰৰ ঘোষনা বোৰ !
@kandarpasarma7929
@kandarpasarma7929 Жыл бұрын
অতি দুৰ্ভাগ্যজনক সংবাদ
@heerasvlogs4231
@heerasvlogs4231 Жыл бұрын
শ্ৰদ্ধাৰ ছাৰৰ ক্ষেত্ৰতে যদি এনেকুৱা হয় তেতিয়া হ'লে সাধাৰণ প্ৰজাৰ বাবে আৰু বা কি হয় ? মৰণ ফান্দ যেনহে অনুভৱ হ'ল।ছাৰৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ ভগৱানৰ ওচৰত 🙏
@user-rf7tc4to9q
@user-rf7tc4to9q Жыл бұрын
বৰ দুখজনক খবৰ! তেখেতৰ বাবে তেজৰ প্ৰয়োজন বুলি প্ৰচাৰ কৰিব লাগিছিল ,কৰবাত কিবা দাঙৰ ভুল হোৱা যেন অনুভব হ'ল ।
@kukimahanta2815
@kukimahanta2815 Жыл бұрын
ইমান জয় জয় ময় ময় কৈ চৰকাৰে শাসন কৰিছে,তাতনো এনে এজন ব্যক্তিৰ মৃত্যু হ'ব লাগে নে গোটেই ফোপোলা ৰূপ
@anowara.begum23
@anowara.begum23 Жыл бұрын
বৰ দুখৰ খবৰ 🙏🙏😭😭 তেওঁৰ আত্মাই শান্তি পাউক 🙏🙏🙏🙏🙏🙏
@anjalidutta704
@anjalidutta704 Жыл бұрын
ওম শান্তি 🙏🙏
@technologymodernindia9859
@technologymodernindia9859 Жыл бұрын
Bht dukh lagil .tekhetr atmae Santi paok.
@ilovemybharatdesh5697
@ilovemybharatdesh5697 Жыл бұрын
Rest in peace....
@socialmedia-yq1qs
@socialmedia-yq1qs Жыл бұрын
So sad news 😢😢
@balajicharcoalnagaland4747
@balajicharcoalnagaland4747 Жыл бұрын
😢😢😢😢
@dilipkumardas9839
@dilipkumardas9839 Жыл бұрын
Rip❤😢
@chitrakumarhazarika6622
@chitrakumarhazarika6622 Жыл бұрын
যদি এবটল তেজৰ বাবেই দেবেন দত্ত ছাৰৰ মৃত্যু হ'ল তেনে জি এম চি এইস নিশ্চয় জবাবদিহী হ'বই লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া কি ক'ব।
@pankajbordoloi6246
@pankajbordoloi6246 Жыл бұрын
Rest in peace sir
@kanakrabha3239
@kanakrabha3239 Жыл бұрын
মেডিকেল ত যদি তেজ নাই কিয় লগে লগে কিয় মেডিয়া সহায় নললে চাৰৰ কাৰনে এক নহয় এশ বতল দিবলৈ মানু্হ আগবাঢ়ি আহিল হৈ। আৰু ইমান ডাঙৰ মেডিকেল হৈ তেজ দিব নোৱাৰিলে সেয়া লাজৰ কথা। এইবোৰ কাৰনে মানুহে চৰকাৰী মেডিকেলত মানুহে যাব নোখোজে।
@paramanandaray-oy4lq
@paramanandaray-oy4lq Жыл бұрын
নিৰ্ভিক স্পষ্টবাদী ভোটা তৰা এটা অসমৰ আকাশৰ পৰা সৰি পৰিল। নিভাঁজ অসমীয়া শব্দৰ ভঁৰাল এটা হেৰুৱালোঁ। ওঁ শান্তি শান্তি শান্তি।
@gorima153
@gorima153 Жыл бұрын
অতি দুখজনক !এবটল কিও ! যদি এই খবৰটো পালেহেতেন একশ বটল তেজ দিবলৈ আগবঢ়ি। আহিলে হেতেন দেৱেন দত্ত চাৰৰ বাবে,।
@hirabhuyan2573
@hirabhuyan2573 Жыл бұрын
এজন সমাজ সেৱকক এবটল তেজ দিয়া মানুহ নোলাল অসমত আচৰিত। আনলৈ বোকা চতিয়া ৰাজনীতি কৰিবলৈ এৰক।
@rumibegum611
@rumibegum611 Жыл бұрын
দেৱেন দত্ত দেৱ চাৰৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ 🙏 লগতে এটা কথা কৱ খুজিছো আমি ১৪ জুলাইত আমাৰ সমষ্টিৰ পৰা ৫১ জনে তেজ দনেট কৰিছিলোঁ ভঙাগড় মেডিকেল কলেজত ।
@manhaakramcomuslimabegum1079
@manhaakramcomuslimabegum1079 Жыл бұрын
Eitu kotha moi u buji napau, je donate kora blood bur kot jai...!! Bormuriya hokolor knot porisene je eijon mohan byakti r ki porishthitit mrityu hol. Loga samayat teuluk nimat, adarkari kothay lagi thakibo. GMCH authority r enquiry hobo lage. Govt hspital praiyei dekha jai je tar karmachari e paiteint aru attenedant hokolok manuh buliei ganya nokore. Eman beya byebahar kore...
@chayanikaboruah1337
@chayanikaboruah1337 Жыл бұрын
খবৰটো পাই বৰ দুখ পালোঁ।😢 তেখেতৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনালোঁ।
@labanyagogoi1426
@labanyagogoi1426 Жыл бұрын
তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক!ওঁম শান্তি!শান্তি!
@anitadutta7582
@anitadutta7582 Жыл бұрын
Kio manuahok khabor dia nohol. TV t kio tez lage buli announcement dia nohol.
@jyotishbhattacharjya8615
@jyotishbhattacharjya8615 Жыл бұрын
দূৰ্ভাগ্যজনক স্বাস্থ্য, শিক্ষা আৰু বৰ্তমান অবস্থা। নিৰব আৰু নেদেখা আমাৰ স্তম্ভ।
@anuphukan1697
@anuphukan1697 Жыл бұрын
R I P
@mahindrybayan4383
@mahindrybayan4383 Жыл бұрын
বৰ দুখ পালো
@dhanjitnath4013
@dhanjitnath4013 Жыл бұрын
🙏🙏🙏🙏 বেদনাদায়ক .ৰজাঘৰীয়া ফটাঢল বজোৱা বাদ দিয়া .
@junmaninath6089
@junmaninath6089 Жыл бұрын
It's unfortunate...May your departed soul rest in peace sir.
@niruchottri8991
@niruchottri8991 Жыл бұрын
তেখেতৰ আত্মাই শান্তি পাওক।
@lopamudrachetia2886
@lopamudrachetia2886 Жыл бұрын
GMCH ra conditions bahut beya hoi
@gakulsonowal6019
@gakulsonowal6019 Жыл бұрын
Bahut dukh palu sir atma khanti kamana karilu om santi
@user-ly8fl7yo9v
@user-ly8fl7yo9v Жыл бұрын
আচলতে gmch ত এইবোৰ কিয় হয় ? দেবেন দত্ত দৰে মানুহৰ এনে অবস্থা সাধাৰন মানুহৰ,,, ,,
@Danirojasfc6
@Danirojasfc6 Жыл бұрын
এবতল তেজ দিবলৈ কি নিজৰ আপোন মানুহ কোনো নাছিল নেকি???
@pranava12
@pranava12 Жыл бұрын
Rip
@dipanvitadeka8750
@dipanvitadeka8750 Жыл бұрын
😮😮😮😮😮
@rupshreedevi9179
@rupshreedevi9179 Жыл бұрын
তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
@anandakalita2042
@anandakalita2042 Жыл бұрын
A+
@rajibdutta4699
@rajibdutta4699 Жыл бұрын
It is a very sad news. The Legen is dead due to lack of a bottle of blood, Administration should take action immediately
@MonikankanaBora-pu9pe
@MonikankanaBora-pu9pe Жыл бұрын
Rip rest his soul in peace
@ayush_2012me
@ayush_2012me Жыл бұрын
ত‍েখেতৰ দ‍ৰে মানুহ এজনৰ এনেকুবা অৱস্থা হ‍লে আমাৰ দৰে মানুহৰ কি অবস্থা হব পাৰে ভাবি চ‍াওক.‍.বৰ দুঃখ লাগিল কথাষাৰ জানি
@dwijensingh1413
@dwijensingh1413 Жыл бұрын
Very sad news. Rest in Peace !
@jslp9dj
@jslp9dj Жыл бұрын
Such a sad news..May his soul rest in eternal peace🙏🙏🙏
@user-qy2sd1vj7s
@user-qy2sd1vj7s Жыл бұрын
সংসাৰৰ অকৰ্মণ্য অপদাৰ্থৰে ভৰি আছে GMCH 🖕🖕🖕
@barnalibora7974
@barnalibora7974 Жыл бұрын
Bohut dukh lgil kia Facebook live nidila.amia xhai korilu hoi
@putulnath1715
@putulnath1715 Жыл бұрын
বহুত দুখৰ খবৰ ।কিন্তু বাতৰিটো বিয়পাই কিয় নিদিলে ?
@ureshbora8416
@ureshbora8416 Жыл бұрын
,বহুত দূখ লাগিল। আত্মাই চিৰশান্তি লাভ কৰক।
@bijuchetia3935
@bijuchetia3935 Жыл бұрын
দত্ত ছাৰৰ মৃত্যুৰ খবৰ টো পাই বৰ দুখ লাগিল ৷আমি এজন অসমীয়া ভাষাত দখল থকা ব্যক্তিক হেৰুৱালোঁ ৷তেখেতৰ অভাৱ হয়তো কোনেও পূৰাব নোৱাৰে ৷অতিকৈ দুখ লগা কথাটো হল এবটল তেজৰ বাবে মৃত্যু হোৱা কথাটো ৷অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে GMC ৰ কথা বৰকৈ ফৰফৰাই থাকে ৷GMC ৰ ফুফুলা স্বৰূপ ওলাই পৰিলে ৷যিমানেই যি নকৰক সত্যক কোনেও ঢাকিব নোৱাৰে ৷দত্ত ছাৰৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ৷ ঔম শান্তি ৷
@binayaksb7635
@binayaksb7635 Жыл бұрын
আপুনি তেজ দি পাইছেনে জীৱনত? দিয়া নাই যদি ডাঙৰ কথা নকব
@pallavichowdhury7450
@pallavichowdhury7450 Жыл бұрын
অসমৰ বাবে এক অপূৰণীয় ক্ষতি৷
@mukutbaruah2354
@mukutbaruah2354 Жыл бұрын
Chikichar logat lilymy. dhikkar diso . Sir r Aatm r satgoti kamona korilo.
@DaizeeKurmi
@DaizeeKurmi Жыл бұрын
Rest in peace 😭😭🙏🙏🙏
@nipakhakhalary6715
@nipakhakhalary6715 Жыл бұрын
Rip 😭🙏🙏🙏
@kakolidevnath3738
@kakolidevnath3738 Жыл бұрын
Rest in peace..Om Shanti 🙏🙏
@kanchandas7076
@kanchandas7076 Жыл бұрын
Very sad news. RIP
@mintumoniduwarah3595
@mintumoniduwarah3595 Жыл бұрын
Social media যুগত তেজৰ অভাৱ তাকো দত্ত চাৰৰ কাৰণে।ছ'চিয়েল মেডিয়াই ঘণ্টাৰ ভিতৰত ধেৰ তেজ যোগাৰ কৰি দিলে হেতেন।
@bchazarika1967
@bchazarika1967 Жыл бұрын
এজন ভাল মানুহ হেৰাই গ ল অসম ৰ পৰা। তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো ।
@bigraibasumatary9200
@bigraibasumatary9200 Жыл бұрын
RIP, Sir..
@monideepa1527
@monideepa1527 Жыл бұрын
Bor dukh lagil
@bitulkonwar1099
@bitulkonwar1099 Жыл бұрын
RIP
@KumarAliAhmed-ec9rs
@KumarAliAhmed-ec9rs Жыл бұрын
Tej nasil neki medicalot?
@pratyushibhuyan551
@pratyushibhuyan551 Жыл бұрын
বৰ দুখজনক। ছাৰৰ আত্মাই চিৰশান্তি লাভ কৰক।
@vdfile12345
@vdfile12345 Жыл бұрын
Dukh lagil jani
@njyotinjyoti7541
@njyotinjyoti7541 Жыл бұрын
Very sad I love him very much
@indianelectronicdevice2674
@indianelectronicdevice2674 Жыл бұрын
GMCH ত ব্লাড টেষ্ট ৰ লেব বঢ়াব লগে। report দিওতে দুই তিনি দিন সময় লাগে কিয়। পাৰিলে একে দিনাই দিয়াৰ ব্যৱস্থা কৰক। ৰোগীৰ বহুখিনি সমস্যা হয়। কেতিয়াবা report আহি পোৱালৈকে ৰোগীৰ মৃত্যু হয়।
@bhaskarbaruah1576
@bhaskarbaruah1576 Жыл бұрын
RIP sir 🙏🙏🙏
@timesofaxom7698
@timesofaxom7698 Жыл бұрын
The whole country is improving every year. Only our country sings drums in the name of development.
@huntusaikia6143
@huntusaikia6143 Жыл бұрын
তেখেতৰ অসুস্থতাৰ খবৰটোও ভালকৈ নবজালে চেনেলবোৰে। যদি তেজৰ বাবে মৃত্যু হৈছিল তেনে তেজৰ যে প্ৰয়োজন আছিল সেই বাতৰি কিয় প্ৰচাৰ নহ’ল ৷ দৰ্কাৰ হোৱা হলে আমি শতবটল তেজ জোগাৰ কৰিলো হয় ৷ আচৰিত
@sansumaboro5593
@sansumaboro5593 Жыл бұрын
Aru tenekuwa bhuu vukto vugi ase apunaluk only tekhetor hoke mat matile sinaki babe... Raijor hokeww mat matokkk dangoriya..... It's request to you by all ASSAM people... thanks 🙏
@TCF573
@TCF573 Жыл бұрын
Sir apuni jote ase hantit thathok .. Apunar aatmai horogot sthan pauk sir 🙏🙏🙏🙏🙏🙏
@ranjuchetia2330
@ranjuchetia2330 Жыл бұрын
ঔঁম শান্তিঃ🙏
@ritusaikia7048
@ritusaikia7048 Жыл бұрын
Gmch.at.karu babe nabhaba.bahut.ase
@ranjitborpuzari2329
@ranjitborpuzari2329 Жыл бұрын
We lost him willingly.We could have survived but neglected.Will the responsible concerned ones including Doctors hereinafter live peacefully without conscience -biting
@mohinimohanpatowary6743
@mohinimohanpatowary6743 Жыл бұрын
বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰি
@dipalisaharia7296
@dipalisaharia7296 Жыл бұрын
নিজৰ দেশক ভাল পোৱা এগৰাকী বিশিষ্ট শিক্ষাবিদক আমি হেৰুৱালোঁ । তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক ভগৱানৰ ওচৰত এয়াই সৰল প্ৰাৰ্থনা ।
@rubulswargiary2560
@rubulswargiary2560 Жыл бұрын
Rip sir.....
@awalkazi1588
@awalkazi1588 Жыл бұрын
News koute aru ki bal music die...kiba bollywood r action movie nki... Asomr babe ata bea khobr... Rest in peace...
@bishnuramrabha4714
@bishnuramrabha4714 Жыл бұрын
Very sad news !
@mriduldutta6435
@mriduldutta6435 Жыл бұрын
আচৰিত !
@abhijitbordoloi6975
@abhijitbordoloi6975 Жыл бұрын
Very sad news Om Shanti...
@jadavlantaimoung5059
@jadavlantaimoung5059 Жыл бұрын
একেটা কথাকে বাৰে বাৰে আওঁৰাই থাকি শ্ৰোতাক আমনি দিয়ে ।
@nirupomanath8842
@nirupomanath8842 Жыл бұрын
Rip🙏🙏🙏
@Fffygg56
@Fffygg56 Жыл бұрын
HBS এ লাজ পাবনে ??
@techmack7852
@techmack7852 Жыл бұрын
Val manuh ajon heruwalu 😭😭❤️❤️
@Gpegu1990
@Gpegu1990 Жыл бұрын
Bohut val manuh asila sir.
@DilipDohutia
@DilipDohutia Жыл бұрын
মৃত্যু পাছত নিউজ বাজিছে।আগতে কিয় নিউজ নাবাজিল।
@tapandas5309
@tapandas5309 Жыл бұрын
eiyai bikosito Axom.......blood diyar kunu manuh nachil neki guwahatit ?....c c cccc
SCHOOLBOY. Мама флексит 🫣👩🏻
00:41
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 6 МЛН
when you have plan B 😂
00:11
Andrey Grechka
Рет қаралды 15 МЛН
SCHOOLBOY. Мама флексит 🫣👩🏻
00:41
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 6 МЛН